আইন সংশোধন কৰি গাঁওৰক্ষী বাহিনীক প্ৰাণৱন্ত কৰি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

  Рет қаралды 1,027,820

TIME8 News

TIME8 News

Күн бұрын

আইন সংশোধন কৰি গাঁওৰক্ষী বাহিনীক প্ৰাণৱন্ত কৰি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Пікірлер: 959
@m.machari5853
@m.machari5853 2 жыл бұрын
মাননীয় মুখ্যমন্ত্ৰীৰ আদৰ্শ মানসিকতা সচাকৈ শলাগ লবলগীয়া । হাজাৰ হাজাৰ ধন্যবাদ ।
@namitadevinamitadrvi
@namitadevinamitadrvi 2 жыл бұрын
...
@moniramchetia8540
@moniramchetia8540 2 жыл бұрын
Hakalumisakatha
@gubindrasaharia5387
@gubindrasaharia5387 2 жыл бұрын
@@moniramchetia8540 d .ki
@bikitanti4
@bikitanti4 2 жыл бұрын
Thnx for u
@farejulislam2037
@farejulislam2037 2 жыл бұрын
👍
@mriduldutta8000
@mriduldutta8000 2 жыл бұрын
এটা সময় আছিল মুখ্য মন্ত্ৰী গৰাকীক বিৰোধ কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত তেওঁ প্ৰীয় হৈ পৰিছে। তেওঁ আদৰ্শ মানসিকতা কাম কাজক বৰ্তমান শলাগ লৈছোঁ ভাল লাগে। হয় এটা দুটা কিছু কাম আছে যাক এতিয়াও বিৰোধ কৰোঁ তেওঁৰ বা তেওঁৰ চৰকাৰৰ কিন্তু এইটো বিশ্বাস আছে হেইকাইটাও তেওঁ সোনকালে ভালকৈ সমাধা কৰি দিব।
@axomfuntv1487
@axomfuntv1487 2 жыл бұрын
Right
@saiful7757
@saiful7757 2 жыл бұрын
প্ৰাৰথনা কৰো তাকেই যেন হয় অতি সোনকালে।
@rabi9545
@rabi9545 2 жыл бұрын
HBS sir great
@mohibulmohibul8222
@mohibulmohibul8222 2 жыл бұрын
Write.
@anjaliburagohain3505
@anjaliburagohain3505 3 ай бұрын
😢 , Mi
@gitashrihazarika1253
@gitashrihazarika1253 2 жыл бұрын
সঠিক কথা কৈছে মুখ্যমন্ত্ৰীৰ মহোদয় ।🙏🏼🙏🏼
@namitabordoloi4522
@namitabordoloi4522 2 жыл бұрын
মহোদয়🙏🙏🙏🙏
@khoyasingtimung5004
@khoyasingtimung5004 2 жыл бұрын
Hoi hosake jodi amar HBS sir kuar dore palonkore tetiya Assam khon unnati hoboi porishkar aru honmanor Assam unnati hoboi. 🙏🙏 Sare Montri huvar pora kisu police kormi hokole Gyan barhise dhainya bad. 🙏🙏🙏
@DDMUSIC560
@DDMUSIC560 2 жыл бұрын
Mmm😔
@bhagyashreedas4377
@bhagyashreedas4377 2 жыл бұрын
O
@nobindey123
@nobindey123 2 ай бұрын
Dukhiya manu manu hoy doni mani ki manu nohoy neki Ki kobo bisarise
@faruklaskar1022
@faruklaskar1022 2 жыл бұрын
Salute ur speech 🙏,realy ur the 1st C.M who is expressing about human,
@rabi9545
@rabi9545 2 жыл бұрын
Proud of cm sir HBS
@himashreehaloi8927
@himashreehaloi8927 2 жыл бұрын
@@rabi9545 ppl
@12bvlogs
@12bvlogs 2 жыл бұрын
এনেকুৱা বাতৰি শুনাৰ বহুত অপেক্ষা কৰিছিলোঁ।। সঁচাকৈ মন চুই গল।। ❤️❤️❤️ পুলিচে যদি এনেকুৱা কাম কৰিলে বহুত ভাল লাগিব।
@anilgogoi876
@anilgogoi876 2 жыл бұрын
Yes
@mridulkalita6464
@mridulkalita6464 2 жыл бұрын
cm ছাৰ আপুনি জে আমাৰ নিচিনা খাতি খুৱা মানুহ বোৰক অলপ সন্মান জনাইছে তাৰ বাৱে আপুনাক ধন্যবাদ
@BhadreswarRay-ht9yi
@BhadreswarRay-ht9yi Ай бұрын
Thanku
@khaninsarma5522
@khaninsarma5522 2 жыл бұрын
Proud of you CM SIR.. OUR MAMA BEST CM IN INDIA... LOVE YOU MAMA...
@alliswell8370
@alliswell8370 2 жыл бұрын
I'm proud of you mama আপুনি সঁচা কৈ মহান আপুনি অাৰু 20 বছৰ মুখ্য মন্ত্ৰী হৈ থাকিব বুলি আশা ৰাখিলোঁ জয় আই অসম
@mallikakalita7193
@mallikakalita7193 Жыл бұрын
মখু ৰে বুজালে হল।বাচ
@manjilkalita6756
@manjilkalita6756 2 жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মামা ❤️❤️❤️
@bhumikakalita5035
@bhumikakalita5035 Жыл бұрын
The 😂
@makhanpegu7128
@makhanpegu7128 2 жыл бұрын
ধন্যবাদ মহোদয়,দুখীয়া সমাজৰ বাবে অতি সুন্দৰ পদক্ষেপ
@ayazuddin3012
@ayazuddin3012 2 жыл бұрын
Dhanyvad
@uttambhuyan6413
@uttambhuyan6413 2 жыл бұрын
হয় সকলো সচাঁ সত্য কথা মুখ্য মন্ত্ৰী মহোদয়ে সনাতন কথা কৈছে
@ashishdas8940
@ashishdas8940 2 жыл бұрын
Right CM Sir
@rabi9545
@rabi9545 2 жыл бұрын
Cm sir great
@bhabanabaruah2280
@bhabanabaruah2280 2 жыл бұрын
Practically হ'লে দেখিম ।যদি কথা আৰু কৰ্ম ৰ মিল থাকে তেন্তে অসম সৰ্গ হৈ পৰিব
@immehbubfarid
@immehbubfarid 2 жыл бұрын
100%
@birinchiedits
@birinchiedits 2 жыл бұрын
বহুত বহুত ধন্যবাদ।এয়াহে প্রকৃত শাসক ।
@Travelling4peace
@Travelling4peace 2 жыл бұрын
সচাঁই কথাবোৰ মহোদয়ৰ অতি প্ৰশংসনীয়। বৰ্তমানৰ সময়ত আচল ভুক্তভোগী পুলিচৰ সহায় লবলৈ গৈ পুনৰ ভুক্তভোগী হয়....
@pranjalkalandi2005
@pranjalkalandi2005 2 жыл бұрын
Thank you so much sir,,,,,you are the very intelligent and greatest thinking for all Assam people and next generation,,,,,so,,best of luck!!!!
@rmmixer1481
@rmmixer1481 2 жыл бұрын
এনেকৈ এ সদায় শাসন কৰি থাকিলে। অসম বহুত উন্নতি হব
@hbmusicassam
@hbmusicassam 2 жыл бұрын
চেল্যুত ছাৰ, আপোনাৰ নিৰ্দেশ অসম আৰক্ষীয়ে মানি লব পাৰিলে, অসমখন ভৱিষ্যতে আৰু অধিক উন্নতিৰ পথেৰে আগুৱাই যাব পাৰিব।
@WILDwithDEEPZ
@WILDwithDEEPZ 2 жыл бұрын
সচাঁই যদি এইবিলাক সলনি হয়,অসম বহুত আগুৱাই যাব.....
@nayan892
@nayan892 Жыл бұрын
Yes
@minakshidas8798
@minakshidas8798 2 жыл бұрын
ধন্যবাদ সার আপনি একজন ভগবান
@minhazhaque5877
@minhazhaque5877 2 жыл бұрын
My Salute to you our Honb'le Chief Minister Dr.HBS We are really proud and very lucky to get such loving caring CM 🙏🙏🙏🙏🙏🙏
@somiruddin6277
@somiruddin6277 2 жыл бұрын
Donnino.bad.hamonto.bissosarma.ei.kata.muk.bal.lagise
@dipakdoley6968
@dipakdoley6968 2 жыл бұрын
কথাটূ সচাঁ।১০০% সচা
@bhadrakantadas6101
@bhadrakantadas6101 2 жыл бұрын
গুটেই জীৱনটো মামা cm হৈ থকাটো বিছাৰো
@darshanataye4600
@darshanataye4600 2 жыл бұрын
অসম আৰক্ষীত যিমান নিযুক্তি হৈছে মোৰ দৰে দুখীয়া | কিন্তু আজিৰ তাৰিখত তেওলেকে নিজৰ পুৰণি চোলাখনো পাহৰিল | ৰিকুটত সোমোৱাৰ আগত মই কোন? পিচত মই কোন বুজি পোৱা | আমাক জীয়াই থাকিবলৈ সকলোকে লাগে | মই অকলে জীয়াই থাকিব নোৱাৰোঁ
@devasaikia1634
@devasaikia1634 2 жыл бұрын
বহুত বহুত ধন্যবাদ sir । আগলৈ ও যাতে এনে ধৰণৰ বাৰ্তা শুনিবলৈ পাওঁ।
@nixobdohjunaak3427
@nixobdohjunaak3427 2 жыл бұрын
🙏🙏🙏 মহোদয় আপোনাক ধ্যবাদ । অসমৰ সিংহ মাননীয় মখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ।।। ❤️❤️❤️❤️
@ritadas5591
@ritadas5591 Жыл бұрын
Alp blg ke saa tetia hoytu dhoinyobad nidibi
@khiroddas1830
@khiroddas1830 2 жыл бұрын
হয় সচাঁ কথা কৈছে আপুনি ।আপোনাক ভগৱন্ত শ্ৰীকৃষ্ণই আপোনাক আশীৰ্বাদ দিয়ক ।। বহুত ভাল ব্যৱস্থাৰ লৈছে
@azmalhussainlaskar8574
@azmalhussainlaskar8574 2 жыл бұрын
ধন্যবাদ স্যার, আপনার কথা বহুত ভাল লাগিছে ।
@firdushali660
@firdushali660 2 жыл бұрын
কয়লা গাখীৰ ধালিলেও বগা নহয়।
@ridhumazundarridhu1375
@ridhumazundarridhu1375 4 ай бұрын
Right
@biratdoley5034
@biratdoley5034 2 жыл бұрын
মামালৈ বহুত বহুত ধন্যবাদ।। লগতে সাংবাদিক সকললৈয়ো এটা অনোৰোধ.. যিকোনো সংবাদ এটা প্ৰচাৰ কৰোঁতে ধনী দুখীয়া যাতে বাচি নাথাকে যেন
@hiteswarrabha956
@hiteswarrabha956 2 жыл бұрын
বহুত বহুত ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ ।
@montumurari6662
@montumurari6662 2 жыл бұрын
চিএম দাঙৰিয়া কথাতো থিকেই কৈছে কিন্তু কিছোমান আৰক্ষীৰয়ে দুখিয়া দৰিদ্ৰ দেখিলেই হেচামাৰিধৰে কিদৰে তেওঁৰ পৰা দুটকা পইচা ওলিয়াব পাৰিম যেনে ধৰক বিভিন্ন আইন ধাৰা গুচৰত ভয় দেখুৱাই কাৰণ কিছুমান অটচালক বা ৰিকছাচালকে বা দিনহাজিৰা কৰামানোজনে তো আইন নেযানে তাৰে সোবিধা লয় এই আৰু দামিগাড়ী অলপ ধনি বিঅক্তিদৰে দেখিলে সন্মান কৰে আৰু দামিগাড়ী ভুল কৰিলেও নাৰাখে আৰু এটা মনকৰিব লগা কথা এই গিৰহৰক্ষী যোৱান আৰু টেৰফিকৰ যোৱানে মিলি কোনখন বাইক আৰু গাড়ী গাওঁৰ পৰা আহিছে চাই থাকে তেওঁলোকৰ এটা কাম কোনজন সোজা পোচাক বা দেখিছে
@seutibordoloi8394
@seutibordoloi8394 19 күн бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@MYASSAM1
@MYASSAM1 2 жыл бұрын
Good dissison n Absolutely righ this system. I hope this system a long years to continue. I always thinking you H sir. I am so happy your dissison H.m sr.
@pabangogoi1172
@pabangogoi1172 2 жыл бұрын
মন্ত্ৰী মহোদয়ৰ কথাতো সচাঁ কিন্তু কামতহে ওলোটা হৈ থাকে , আৰু হৈয়েই থাকিব ,চাই থাকক ।
@pankajvlog93
@pankajvlog93 2 жыл бұрын
Thank you 🎉Mama 💗
@saiful7757
@saiful7757 2 жыл бұрын
ধন্যবাদ জ্ঞাপন কৰিলোঁ কৰিলো চৰকাৰক তথা মূখ্য মন্ত্ৰীক। 👏👏👏
@mileswarbhuyan367
@mileswarbhuyan367 2 жыл бұрын
মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক চেল্যুট জনাইছোঁ
@MahidulIslam-me9tt
@MahidulIslam-me9tt 2 жыл бұрын
C.M. কৈছে ঠিক ।পুলিচে মানিব জানো । নামানে
@junjunsvlogs3365
@junjunsvlogs3365 2 жыл бұрын
Aain khon dhuni dukhi nai aain aaaime hobo lage ru hokolure babe homan hb lage ..... Aain khon bonai thike kintu jdi gadit thoba manuhr related hoi tetiya koi gadit thoka bure tak ari dia nhle bleg bebosta lob koi kio???
@amirbai6150
@amirbai6150 2 жыл бұрын
This is good decision CM Himanth Biswarma, we are salute
@azizulhussain1745
@azizulhussain1745 2 жыл бұрын
চক্ৰ বিষয়াৰ কাৰ্যালয়, পৰিবহন বিষয়াৰ কাৰ্যালয় আৰু আৰক্ষী থানা --এই তিনি কাৰ্যালয়ৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰীৰ পূৰ্বৰ আৰু বৰ্তমানৰ কাম কৰাৰ পদ্ধতি সলনি কৰি প্ৰকৃত নিৰ্ধাৰিত নিয়মত কাম কৰাৰ ব্যৱস্থা কৰালেই বহু পৰিমাণে ৰাজ্যৰ ছবিখন সলনি হৈ পৰিব l
@Jyotivi3942
@Jyotivi3942 2 жыл бұрын
মহাকালৰ মহান মন্তব্য ।স্বৱাগতম মহামহিম মুখ্যমন্ট্ৰী মহোদয় ।
@milanbasumatatvy347
@milanbasumatatvy347 2 жыл бұрын
Thank you sir for good decision
@rimakakati9650
@rimakakati9650 2 ай бұрын
ভগৱানে আপোনাৰক সদায় কৰক । ধন্যবাদ CM Sir. দুখিয়াৰ লগতে মধ্যবৃত্তৰ কাৰণেও অলপ ভাৱক ।
@debojitdutta5652
@debojitdutta5652 2 жыл бұрын
ধন্যবাদ মামা , আশাকৰো আৰক্ষীয়ে কথাবোৰ আপোনি কোৱাৰ দৰে পালন কৰেযেন ।
@mujamelhoque2136
@mujamelhoque2136 2 жыл бұрын
ধন্যবাদ ছার আপনার কথা খিনি বহুত ভাল লাগিছে ধন্যবাদ ছার ধন্যবাদ
@kabitachetry845
@kabitachetry845 2 жыл бұрын
যি সকলে উচ্চ পদত অসম চৰকাৰৰ তলত চাকৰী কৰি আছে ,তেওঁ লোক mangement টো ture কৰী ৰাখে সঁচাকৈ এনে হলে ১০১ শতাংশ অসম উন্নতি হব ,, thanks cm sir , and time ৮ news
@manashjyotinath481
@manashjyotinath481 2 жыл бұрын
Hii
@alukjyotitipsvlog497
@alukjyotitipsvlog497 2 жыл бұрын
হাজাৰ হাজাৰ ধন্যবাদ মামা , I love you ❤️❤️😘😍...
@shukuram133
@shukuram133 2 жыл бұрын
🐘Elephant ka dikhane ka daat aur khane ka daat,?????? 🤪😁😁😁😁😁😂😂😂😂😂😂😂😂😂
@SaifulIslam-hp9wr
@SaifulIslam-hp9wr 2 жыл бұрын
CM sar is a good spec
@somolakhatun1958
@somolakhatun1958 2 жыл бұрын
I'm belong from Assam but currently live in Dubai.....I like ur speech💖💞🤗
@pikusaikia4417
@pikusaikia4417 2 жыл бұрын
Anekuwa CM shdai bisaru thanks Sir,🙏🙏🙏🙏
@kabitachetry845
@kabitachetry845 2 жыл бұрын
online system কৰিলে ভাল হব sir complaint খিনি তেতিয়া আপোনি চাব পাৰিব পুলিছে কিমান true কাম কৰে
@PradipDas-hr2og
@PradipDas-hr2og 2 жыл бұрын
বহোত ভাল কৰিছে এনেকুৱা cm লাগে লাগে আমাক
@dipjyotisonowal8966
@dipjyotisonowal8966 2 жыл бұрын
Right thought and great mentality of himanta biswa sarma
@mamonibegum585
@mamonibegum585 2 жыл бұрын
Good decision CM Sir.
@biswajisatola7223
@biswajisatola7223 2 жыл бұрын
Actual right. Good initiative of our honourable CM
@mofidulzaid3890
@mofidulzaid3890 2 жыл бұрын
Xosa koi Bhut val lagise CM or kotha huni great CM mama♥♥♥
@rupanchandranath7999
@rupanchandranath7999 2 жыл бұрын
Sir bahut vl kotha koise. But simple ata normal case dile thanei oposite party k mati toka xai case dismiss kore. Atiya alop hole o sinta koribi . So much blessings u mama...
@Dhon137
@Dhon137 2 жыл бұрын
মুখ্য মন্ত্রী লৈ ধন্যবাদ।
@debasishborah3097
@debasishborah3097 2 жыл бұрын
Bohut Bohut Xundor Steps, Many Many Thanks To The Honble CM"Dr. Himanta Biswa Sarma", May God Bless You
@mrkamalregonrrgon4158
@mrkamalregonrrgon4158 2 жыл бұрын
বহুত ভাল এই কথাসাৰ উল্লেখ কৰা বাবে মূখ্যমন্তী দাঙৰীয়া
@drd8928
@drd8928 2 жыл бұрын
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাবোৰ পুলিচে সাধু কথা ভাবিলে হল আৰু ,খাটি ঘিউৰে মালিচ দিলেওঁ পোন হব যেন নালাগে, পুলিচৰ মহান গুণবোৰ যি মানসিকতাৰে চৰিত্ৰ গঠন হল পুলিচ বুলিলে ভাল বুজাত অসুবিধা হয় ,আমাৰ দৰে লাওঁলোৱা দৰিদ্ৰ মানুহে পুলিচৰ কাষ চপা মানে ফান্দত পৰা ,পুলিচৰ দুই এদিনত পৰিবৰ্তনৰ খবৰ পোৱা যাব
@babetoo627
@babetoo627 2 жыл бұрын
Very good steep cm sir.... Bohut val lagil... Anekuwa kam korok ,, sabo Apuni Adin Bishya jenibo.
@kamalkrishnadas7344
@kamalkrishnadas7344 2 жыл бұрын
ইমান বোৰ নকৰি,,থানা ই থানা ই CC camera লগাই দিলে ভাল হয়
@Abhi-ie8fh
@Abhi-ie8fh 2 жыл бұрын
Atiya he vl lagise olp mon tu❣️❣️❣️
@yourlifewithtrust4610
@yourlifewithtrust4610 2 жыл бұрын
মামা কলেই নহব সকলো কৰি দেখাব লাগিব।
@anupdas2315
@anupdas2315 2 жыл бұрын
Greate mama apuni 1000 %xhosa kotha apuni indiar cm hobo lagibo hbs zindabad
@jalaluddindhali4399
@jalaluddindhali4399 2 жыл бұрын
Very very attractive speech. Mind blowing , , , ,
@GumsumBoysVoices
@GumsumBoysVoices 2 жыл бұрын
Good Dissition /Thanks CM Sir
@theserpent3357
@theserpent3357 2 жыл бұрын
If hemanta is genuine about ths desicion than I salute him .
@jitugogoi2498
@jitugogoi2498 2 жыл бұрын
বহুত বহুত ধন্যবাদ মামা জয় আই অসম
@akmajumdar4511
@akmajumdar4511 2 жыл бұрын
Very good step.. thank you CM sir
@sanjughosh8917
@sanjughosh8917 2 жыл бұрын
We are proud our CM Mr Himanta Bishwa Sharma sir
@mrisha5405
@mrisha5405 2 жыл бұрын
Good Step, God bless you Dada
@powannathhealthtips.5274
@powannathhealthtips.5274 2 жыл бұрын
GREAT CM
@suneswarsonowal8003
@suneswarsonowal8003 2 жыл бұрын
কোৱা কথা এইটো মই নামানো কাৰন মই পাইথৈছো
@Bidbeast
@Bidbeast 2 ай бұрын
আপুনি আপোনাৰ চৰকাৰ যুগমীয়া কীৰ্তি হৈ জীয়াই থাকক।ধন্যবাদ।
@amu536
@amu536 2 жыл бұрын
মামা জিন্দাবাদ ❤️👌👌
@ilovenatureandaxom7237
@ilovenatureandaxom7237 2 жыл бұрын
Good decision sir।। I am proud to be Indian 🔥🔥🔥 Joy aay axom
@agarwoodnurseryagarwoodpla3905
@agarwoodnurseryagarwoodpla3905 2 жыл бұрын
Ei belak koi laab nai....... Police a manuhor pora poisa loi a taky
@devajanidas5163
@devajanidas5163 2 жыл бұрын
পুলিচ কাম টৌ কৰক বা নখৰক মন্টিৰ কথ্ৰবো শুনি বহুতো ভাল লাগিল ‌।
@monurampegu2466
@monurampegu2466 2 жыл бұрын
Salute your speech CM Sir 🙏🙏🙏
@SajidAnsari-gy9gv
@SajidAnsari-gy9gv 2 жыл бұрын
Really Im respect sir 🥰
@madandey3947
@madandey3947 2 жыл бұрын
ছাৰ আপোনাক 100বাৰ নমস্কাৰ জনাওঁ
@rokibulhoque4252
@rokibulhoque4252 2 жыл бұрын
Thank you🙏🙏🙏 sir
@santanukalita1529
@santanukalita1529 2 жыл бұрын
This is his greatness towards the common people.
@rubulborah3317
@rubulborah3317 2 жыл бұрын
বহুত ভাল লাগিছে চাৰ।কৰি যাওক।।।।
@bakshabtr
@bakshabtr 2 жыл бұрын
কথা মতে কাম কোৰিৱ যানু,
@bimalkantibhattacharjee7883
@bimalkantibhattacharjee7883 4 ай бұрын
অসংখ্য ধন্যবাদ স্যাৰ। 🌺🙏🌺🙏🌺🙏🌺🙏🌺
@Bhaspanging
@Bhaspanging 2 жыл бұрын
মামা ৰাতি সপোন দেখি নিয়ম গোষণা কৰিলে, হাহাঁহাহাঁহ,,, এই আইন পুলিচ কেতিয়াও নামানে,,,কিন্তু নিৰ্বাচন সময় ভাল ভাল নিয়ম গোষণা কৰে দেই,,,মামা কা কেতিয়া আহিব,,,,,
@dipakkalita7034
@dipakkalita7034 2 жыл бұрын
বঢ়িয়া দিছে ।
@jahuruddin3417
@jahuruddin3417 2 жыл бұрын
অতি শুনদৰ কথা কৈছে cmমহাদয়
@nayanmaninath2203
@nayanmaninath2203 2 жыл бұрын
পুলিছে তো কেৱল পইচা চাই। যাৰ হাতত পইচা আজি কালি তাৰ এ দম
@merajulhoque6994
@merajulhoque6994 2 жыл бұрын
good CM Sir
@Markosss-r1i
@Markosss-r1i 2 жыл бұрын
Our Honorable C.M always comprehend human beings feel
@junamonichutia1403
@junamonichutia1403 Жыл бұрын
বহুত ভাল কথা কৈছে আপুনি। তেনেকুৱা পুলিচে লাজ পাইছে নাই বাৰু
@sanjoykutum7748
@sanjoykutum7748 2 жыл бұрын
😭You🙏🙏🙏
@humayunpegu5779
@humayunpegu5779 2 жыл бұрын
Proud of you CM sir
@nabinpathak180
@nabinpathak180 2 жыл бұрын
ভাল কথা কলে সকাকৈ বহুত ভাল লাগে
@user-qt8yz6lg4d
@user-qt8yz6lg4d 2 күн бұрын
MUK AIXAR XABDA XUB Bhal Lagise Mukhya Mantrrr Bartamaan AIEEN Thank U MAMA
@rumeekalita3812
@rumeekalita3812 2 жыл бұрын
এটা helpline number খুলি দিব লাগে যাতে, কামবোৰ নহলে জনাব পাৰে 🙏
@pranayeenath
@pranayeenath 2 жыл бұрын
Bhut,bhut val ktha khice, val lagil
দোকানে বাকি আর বাকি
9:31
Modhu Bhai
Рет қаралды 1,9 МЛН
English or Spanish 🤣
00:16
GL Show
Рет қаралды 16 МЛН
مسبح السرير #قصير
00:19
سكتشات وحركات
Рет қаралды 11 МЛН