Рет қаралды 313,711
🔴 দুৰ্নীতি আৰু দালালৰাজ বন্ধ কৰাৰ নতুন মিছন মুখ্যমন্ত্ৰীৰ
🔴 জপনা চিষ্টেম বন্ধ কৰি ফাইলৰ কাম পোনপটীয়া আৰু সহজ কৰিবলৈ বিষয়াক কাঢ়া নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
🔴 জনতা ভৱনৰ পৰা থানালৈ সকলোতে দালালৰ দপদপনি
🔴 OCএ থানাৰ দালালক গ্ৰেপ্তাৰ নকৰিলে মুখ্যমন্ত্ৰীয়ে কৰিব গ্ৰেপ্তাৰ
🔴 মন্ত্ৰীয়ে কষ্ট কৰিলে বিধায়ক-বিষয়াও কষ্ট কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/