Рет қаралды 118
ভৱানী দলে টাহু ৰ পৰিচালিত ৰাষ্ট্ৰীয় , আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ফিল্ম মহোৎসৱত বঁটা প্ৰাপ্ত , দিল্লী প্ৰদূষণৰ আধাৰত নিৰ্মিত দঞি, আপ্পুনৰ ত্যাগ আৰু প্ৰেম কাহিনী - O 2 নামৰ বোলছবিখনি উপভোগ কৰিলোঁ । নিমন্ত্ৰিত অতিথি হিচাপে - বলীউড একশ্বন ডাইৰেক্টৰ বিনোদ কুম্বাং , নৃত্য শিল্পী আপ্পুন পেগু উপস্থিত আছিল । আপোনিও উপভোগ কৰিব পাৰে O 2 বোলছবিখন । আপোনি বুজিব বৰ্তমানমান টকাৰে জীয়াই থকা মানুহৰ আচৰণ আৰু টকা আৰু মানৱীয়তাৰ পাৰ্থক্য । আপোনি বুজিব অক্সিজেন নাথাকিলে মানুহৰ অৱস্থা কি হব ? ইত্যাদিৰ কথা । বোলছবিখনি বহুতো পুৰস্কাৰ পাবলৈ সক্ষম হৈছে । সেইবোৰ ক্ৰমে -
1/ Award Winner - Berlin Indie film festival - April - 2022
2/ Award Winner - Great Message International film festival - INDIA - 2022
3/ Award Winner - Northeast India international film festival - 2022
4/ Quarter - Finalist women directors film carnival - 2022
5/ LIFT - OFF GLOBAL NETWORK - first - time sessions film maker - 2022 official selection,
6/ Official selection 14th Dada Saheb phalke film festival - 24 - 2023
7/ Official selection NEW DELHI FILM FESTIVAL - NDFF ( International ). ইত্যাদি ।