No video

IPS বিষয়া শিলাদিত্য চেতিয়াৰ মৃত্যুৰ পিছতেই শোকপ্ৰকাশ চুবুৰীয়াৰ

  Рет қаралды 54,914

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ ‘২০বছৰ মানৰ পৰাই তেওঁক মই জানোঁ, সৰু ল’ৰা তেওঁ’
▶️ ‘যেতিয়া তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি আছিল তেতিয়া মোক বেডমিণ্টন খেলিবলৈ মাতে’
▶️ ‘হঠাৎ আজি তেওঁৰ মৃত্যুৰ খবৰটো পাই আচৰিত হৈছোঁ’
▶️ IPS বিষয়া শিলাদিত্য চেতিয়াৰ মৃত্যুৰ পিছতেই শোকপ্ৰকাশ চুবুৰীয়াৰ

Пікірлер: 14
@purnimagoswami2820
@purnimagoswami2820 2 ай бұрын
আপোনাৰ কথাখিনি শুনি বৰ ভাল লাগিল। আজিকালি ইমান সুন্দৰকৈ কথা কোৱা মানুহ পাবলে বৰ তান। যেই নহওঁক বৰ বেয়া লাগিলে খবৰটো শুনি
@Ankur66984
@Ankur66984 2 ай бұрын
বৰ সুন্দৰকৈ তেখেতৰ বিষয়ে কথাবোৰ কলে ভদ্ৰ লোকজনে, ভাল লাগিল শুনি
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh 2 ай бұрын
ভাল সচা কথাষাৰ কলে। বহু বছৰ আগতে তেখেতক দেখা পাই ছিলো। তেখেতৰ অকাল মৃত্যুয়ে বহুত দুখ দিলে। তেখেতলোকৰ যুগ্ম জীবনৰ আত্মাই চিৰ শান্তি পাওক তাকেই কামনা কৰিলো🙏
@bantidas2403
@bantidas2403 2 ай бұрын
অতি দুখৰ কথা হয় ইমান জ্ঞান থকা ইমান ভদ্ৰ মানুহ বাপৰেবাপ জিৱন
@girindrasharma3561
@girindrasharma3561 2 ай бұрын
Manuhjonor kotha khini xuni bor val lagil🎉🎉🎉
@bantidas2403
@bantidas2403 2 ай бұрын
কি আৰম্ভ কাৰবাৰ কৰিলে বাপৰেবাপ জিৱন সুন্দৰ হক আত্ম শান্তি পাক এই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোও এই আৰু জিৱন কৃষ্ণ কৃষ্ণ বাপৰেবাপ
@sanjibbora1789
@sanjibbora1789 2 ай бұрын
এই ঘটনাটো অসমীয়া সমাজৰ বাবে আদৰ্শ হল নে অভিশাপ হল বাৰু?
@user-dv6xp2wb4d
@user-dv6xp2wb4d 2 ай бұрын
Bor dukh loga ghotona mormantik 😢
@user-oz7ec3ps1f
@user-oz7ec3ps1f 2 ай бұрын
Nice best gentleman, kintu kakhot roi thoka goraki he okonman khong uthi thokar dore lagil 😂
@bontisarmah7541
@bontisarmah7541 2 ай бұрын
😢😢😢😢
@AnkitaGogoi-bz8qr
@AnkitaGogoi-bz8qr 2 ай бұрын
Hosai bor Bea loga ghotona
@lawyerdr.chittaranjanborua7686
@lawyerdr.chittaranjanborua7686 2 ай бұрын
INQUIRY Hobo laga dada..... ........ kotha bur eman SIMPLE Nohoi
@Axomi567
@Axomi567 2 ай бұрын
Ene atmohoitya aadarkha huwa onusit
Ouch.. 🤕
00:30
Celine & Michiel
Рет қаралды 48 МЛН
Кадр сыртындағы қызықтар | Келінжан
00:16