AJP নেতা জিয়াউৰ ৰহমান সমকামী নেকি? NB NEWSৰ ষ্টুডিঅ'ত জিয়াউৰৰ পত্নীৰ বিস্ফোৰক মন্তব্য

  Рет қаралды 81,456

Asom Live 24

Asom Live 24

7 күн бұрын

AJP নেতা জিয়াউৰ ৰহমান সমকামী নেকি? NB NEWSৰ ষ্টুডিঅ'ত জিয়াউৰৰ পত্নীৰ বিস্ফোৰক মন্তব্য। ফাদিল ইটোৰ পিছত সিটো বহু গোপন তথ্য
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 455
@joynalahmed3235
@joynalahmed3235 4 күн бұрын
চাকৰি পাই স্বামীক ফাকি দিয়াটো এতিয়া এটা সাধাৰণ ঘটনা হৈছে পৰকীয়া
@mslabibcreation9335
@mslabibcreation9335 3 күн бұрын
ইমান ছোৱালীৰ নিচা থকা পুৰুষ এজন সমকামী কেতিয়াও হব নোৱাৰে তাৰমানে বুজা গ'ল এইজনীয়ে চব মিছা কথা কৈছে।।
@njyotinjyoti7541
@njyotinjyoti7541 5 күн бұрын
লোকৰ মূৰত কঠাল ভাঙি খোৱা অভ্যাস আমাৰ অসমীয়া মানুহৰ আছে।অসমত সমস্যা এয়া নেকি কোন মাইকী কলৈ গল, কোনে কাৰ লগত সংস্পৰ্শ কৰিছে।বয় বস্তুৰ দামে আকাশ লম্ভিছে সাধাৰন মানুহ চলাত কিমান অসুবিধা হৈছে এইবিলাক সমস্যা মন্ত্ৰী,বিধায়ক সোধিবলৈ শাহস নাই সাংবাদিক কেইটাৰ কাৰন চৰকাৰী পক্ষৰ নহয় জিয়াউৰ ৰহমান ্
@mridulsaikia2259
@mridulsaikia2259 4 күн бұрын
👍👍
@saifulislam-cf3bz
@saifulislam-cf3bz 4 күн бұрын
U r 8 bro
@abdullahansari7240
@abdullahansari7240 4 күн бұрын
এক কথাত দুয়োটা চৰিত্ৰহীন।এক মূখে কথা শুনি সঁচা মিচা নিৰ্নয় কৰিব নোৱাৰি।৯০ শতাংশ সংসাৰত অশান্তিৰ মূল কাৰণ হ'ল ঘৈনিয়েকৰ চাকৰি বা আৰ্থিক সুচলতা।
@khargeswarbaruah8139
@khargeswarbaruah8139 5 күн бұрын
তুমিও ধোঁৱা তুলসীৰ পাত নহয়।তুমি চাকৰি কৰা মহিলা হিচাপে ছোৱালী দুজনীৰ পঢ়া খৰছ তুমি দিব নোৱাৰাৰ কাৰণটো কি? সাংবাদিক জনে অসম জাতীয় পৰিষদক এই ঘটনাৰ লগত একাকাৰ কৰাটো উচিত নহয়।
@sweetchildhood3479
@sweetchildhood3479 5 күн бұрын
Sudurbhai hot ai Jatiyata bade naytar hoi dalale nokarrbe. Nejor kote khan pate nedeyo keyo.
@surenboruah3241
@surenboruah3241 5 күн бұрын
সঁচা
@user-pu8ho8nu7x
@user-pu8ho8nu7x 5 күн бұрын
বাপেক হিচাপে তাৰ কি দায়িত্ব নাই নেকি, অকল কামতো 🤪কৰিব জানিলেই নহয়তো ।
@user-yi7sv7qf5f
@user-yi7sv7qf5f 5 күн бұрын
Sakori kora holei nohobo, he swalir bapek hoi.tar dayetta palon koribo lagibo.Jiaurr ai porissoi.
@ice-creams-are-not-real
@ice-creams-are-not-real 5 күн бұрын
​@@user-pu8ho8nu7xপোৱালী চম্ভালিব নোৱাৰে যদি চুদন খাইছিল কিয়? চাকৰি কৰিছে, সন্তানৰ খৰছৰ দায়িত্ব লওক নিজে।
@budheswarnath6516
@budheswarnath6516 3 күн бұрын
আজি জিয়াউৰ ৰহমান ৰ সংবাদ মাধ্যম লৈ দিয়া সাক্ষাৎ কাৰ টো দেখিলো... তেওঁ দিয়া তথ্য বোৰ ( প্ৰমাণবোৰ) দেখি বুজি পালো যে আজিৰ দিনত কেৱল পুৰুষেহে যে মহিলাক ব্লেকমেইল কৰে তেনে নহয় , মহিলায়ো পুৰুষক ব্লেকমেইল কৰে !!.... তাৰেই উদাহৰণ এয়া ! ..... জিয়াউৰ ৰহমান ক ৰাজনৈতিক ভাৱে বধ কৰাৰ এয়া এক গঙীৰ ষৰযন্ত মাত্ৰ , বুজাই বুজিছে ভালদৰে !!!
@JBorah-l7b
@JBorah-l7b 5 күн бұрын
আগতে সকলো ঠিকেই আছিল ৷চাকৰি পোৱা পিছত বেয়া হৈ গ’ল ৷ ৰহস্য .......!
@user-hw6ul5ut2j
@user-hw6ul5ut2j 5 күн бұрын
আপোনাৰ DIVORCE হৈছে ৷ আপুনি তাত চহী মাৰি থৈছে ৷ আপুনিটো অবৈধ সম্পৰ্ক ৰাখিছিল ? আপুনি কেলা যাৰে তাৰে গাড়ীত যোৱা মই নিজে দেখিছোঁ ৷
@zaved2008
@zaved2008 5 күн бұрын
তই সেই দিছপুৰৰ Gay টো নেকি?
@dhritirekhadas2757
@dhritirekhadas2757 5 күн бұрын
কাৰোবাৰ গাড়ীত গলেই বেয়া হব নেকি ? জিয়াউৰ এটা তিৰোতা চুৰ ৷
@mrpranabmili6318
@mrpranabmili6318 5 күн бұрын
​@@dhritirekhadas2757w muum😂❤
@pd3414
@pd3414 5 күн бұрын
Eitu ziaur😂😂.. Ee ako kar garit kun goise kio jupi asil😂😂
@probindoley655
@probindoley655 5 күн бұрын
এজনী নাৰী হিচাপে তোমাৰ ওপৰত যিবোৰ অভিযোগ আছে সেইবোৰ যদি সঁচা তেন্তে তোমাৰ ওপৰত আমাৰো যথেষ্ঠ সন্দেহৰ থল আছে।
@AnantakumarDeka-ib8hu
@AnantakumarDeka-ib8hu 5 күн бұрын
ছোৱালী জনীয়ে ইমান ধুনীয়াকৈ কথাখিনি কৈ আছে এই সাংবাদিক জনে মাজতে নিজে আউল লগাই প্ৰশ্নৰ অৱতাৰণা কৰে
@hiteshdeka2902
@hiteshdeka2902 5 күн бұрын
😊😊😊😊😊😊😊😊😊
@arupchandradas4443
@arupchandradas4443 3 күн бұрын
😂😂😂😂😅
@user-ed5sw6hk4s
@user-ed5sw6hk4s 2 күн бұрын
এনেবোৰ talk show য়ে হে এখন সুষ্ঠ সমাজ গঢ়াত সহায় কৰিব । বহুত বহুত ধন্যবাদ দেই NB News ক😊
@RupamKamrup
@RupamKamrup 5 күн бұрын
প্ৰেমিক প্ৰেমিকা অথবা জীৱন সঙ্গীও এটা সময়ত কিমান ভয়ংকৰ শত্ৰু হৈ উঠিব পাৰে আপোনালোক দুয়োজনৰ কথাবোৰেই প্ৰমাণ। মই ভাবোঁ আপোনালোক দুয়োৰে মনৰ ভিতৰত কেতিয়াও প্ৰেম নাছিল। দুয়োজনৰেই শাৰীৰিক আকৰ্ষণহে আছিল। আপোনালোক দুয়োজনেই সঠিক নহয়। দুয়োজনে দুয়োজনৰ প্ৰতি কৰা অভিযোগবোৰ, কথা বাৰ্তাবোৰৰ পৰা মই এইখিনিকেই উপলব্ধি কৰিছোঁ। এটা কথা থিক যে জীয়াউৰ ৰহমানে এটা সাধাৰণ পৰিয়ালৰ পৰা উঠি আহিছে। জীৱন সংগ্ৰাম কৰি উঠিছে। যি নহওঁক দুয়ো পৰৱৰ্তী জীৱন দুটা পৃথক ৰাস্তাৰে গৈ থকাই ভাল হ'ব। আপোনালোকৰ সন্তান দুটাৰ ভাল হওক। শেষত এয়ে কামনা কৰিলোঁ। আপোনালোকৰ দুয়োজনৰ ভুলৰ বলি সন্তান দুটা হৈছে। হ'ব। সন্তান দুটাৰ দায়িত্ব, খৰচ জীয়াউৰ ৰহমানে কিছু হ'লেও বহন কৰা উচিত। পত্নীৰ (ex ?) চাকৰি থাকিলেও তেওঁ নিজেও কিছু হ'লেও নৈতিক দায়িত্ব পালন কৰা উচিত। (ৰহমানে সংবাদ মাধ্যমক জনালে যে তেওঁ খৰচ বহন কৰে। বিদ্যালয়ৰ খা খৰচো তেৱেঁই দিয়ে।)
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi 5 күн бұрын
তোমাৰ কথাৰ লতং পতং পাইছো। যেহেতু আমি তোমাৰ কথাবোৰ শুনি আছো। তুমিও কম বস্তু নহয়। . নিজৰ গীৰিয়েকক চৰিয়াব পাৰিছ।
@user-pu8ho8nu7x
@user-pu8ho8nu7x 5 күн бұрын
তোকো দিব ৰ বিয়াখন পাতি ল
@user-fb6ji8qi6m
@user-fb6ji8qi6m 5 күн бұрын
সাংবাদিক জনৰ প্ৰশ্ন কৰাৰ ধৰণ আমনিদায়ক, বিৰক্তিকৰ। একেটা কথাকে বাৰে বাৰে উনিকিয়াই থকাটো বৰ আমনদায়ক।
@nripenborgohain201
@nripenborgohain201 3 күн бұрын
জিয়াও ৰহমান ভালমানুহ - test কৰি দুটি সন্তান পালি ৷ এতিয়া কি হ’ল ?
@Rameshyadav-wb5ms
@Rameshyadav-wb5ms 5 күн бұрын
পমুৱা মুছলিম আৰু খিলঞ্জীয়া মুছলমান ৰ পাৰ্থক্য এয়াই!!! 😢😢
@prasujyaprannath276
@prasujyaprannath276 5 күн бұрын
সাংবাদিক জনে কোন খিনি সময়ত ফেচ খন দেখাব পাৰিম নেকি সুধিছে ,কাক বুৰ্বক বনাব বিছাৰিছে আপুনি ? আৰু সাংবাদিক ডাঙৰীয়া শুনক তেওঁ যে ইমান ভালকৈ কথা খিনি কৈছে সেই খিনি কথা শুনি আপুনি ভালকৈ প্ৰ্শ্ন কৰিব লাগে ।কিয় অযথা প্ৰশ্ন কৰিছে আপুনি ? অলপ প্ৰেক্টিচৰ প্ৰয়োজন ।
@nayan_2472
@nayan_2472 4 күн бұрын
তুমি সাহসী যুঁজি যোৱা। May God give you More power.
@user-et5tq1em6o
@user-et5tq1em6o 2 күн бұрын
বদমাছ এই হাৰামীজনী চাকৰি পাই লেবেলতো বেছি হ’ল
@bontisarmah7541
@bontisarmah7541 5 күн бұрын
এই বিলাক তোমালোকে নিজে নিজে সমাধান কৰা । এই বোৰ সমস্যা বহুতৰে আছে ।ঘৰুৱা কথাবোৰ শুনিবৰ ভাল লগা নাই
@binoddutta4714
@binoddutta4714 5 күн бұрын
এই সাংবাদিক জনে মাজতে অজাপ ক তানিবলৈ বিছাৰিছিল ৰাজনৈতিক পাক দিছিল।এইটো একেবাৰে পছন্দ নহল।
@debendas7430
@debendas7430 Күн бұрын
hoi moiu saisu... ai bur val kotha nohoi
@rafikulali4396
@rafikulali4396 5 күн бұрын
ভাল পোৱা তেনে,,,ভাল পালে ভাল পোৱা জনকে লাগে কাকো নিবিচাৰে,,,, মিডিয়াত আহি কলে যে সচা কথা কোৱা বুলি মানি ল'ব নেকি সকলোৱে,,,, নাকৰ বতাহত এটা নহয় দুটা কৈ জন্ম এনে হয় গল,, সচা কৈছে নে
@santanudutta278
@santanudutta278 5 күн бұрын
Bohut Val Lagil, Manuhgiraki Ye Right Kotha Koise, From Goa.
@snigdhajonakmusic2324
@snigdhajonakmusic2324 22 сағат бұрын
বহু তিৰুতাই এইটো কৰে, নিজৰ আৰ্থিক স্বচ্ছলতা হোৱাৰ লগে-লগে স্বামীক স্বামী জ্ঞান কৰিব এৰি দিয়ে ।
@nabaratnachannel2823
@nabaratnachannel2823 2 күн бұрын
মিছা কথা কোৱাৰ অভ্যাস আছে কাৰণে কৈছে,,, এতিয়াও পত্নী কেনেকৈ হৈ আছে,,, বেলেগ পুৰুষৰ লগত সম্পৰ্ক কৰাটো কোনেও সয্য নকৰে,,,, সমকামী হ'লে সন্তান জন্ম নেদিলে হৈ,,,
@Islamshohidul01122
@Islamshohidul01122 5 күн бұрын
Salute baidew actually apuni bhut val manuh
@user-fb6ji8qi6m
@user-fb6ji8qi6m 5 күн бұрын
ল'ৰা এজনক ফোনত কথা পাতি, প্ৰেমত পৰিছিল, ল'ৰা জনক দিখিয়েই ঘৰৰ মানুহক লগ নধৰি, ঘৰ খনৰ বিষয়ে একো জানিবলৈ চেষ্টা ছোৱালী জনীৰ দেউতাক, মাক, ককায়েক বা পৰিয়ালৰ আন সদস্য সকলে নকৰিলেনে ? নে পৰিয়ালৰ সদস্যৰ বিয়াত কোনো সন্মতি নাছিল ? গোটেই কথা বাৰ্তা সন্দেহৰ আৱৰ্তত। নাৰী চলনাময়ী বুলি এটা বাদ নে অপবাদ আছে নহয় জানো ? মই এজন খিলঞ্জীয়া খাৰ খোৱা অসমীয়া হৈ এজনী অসমীয়া ছোৱালীৰ বৈবাহিক জীৱনৰ সংঘাত দেখি বেয়া লাগিছে। কিন্তু মোৰ ভনী জনী যে এজনী কথা চহকী আৰু আজি নিজৰ ভুলৰ ফল ভোগ কৰিছে। সন্তান দুজনীৰ জীৱন ধ্বংস নহয় সিহঁতৰ জীৱন গঢ়িবলৈ আত্ম নিয়োগ কৰক।
@siddharthabordoloi5548
@siddharthabordoloi5548 5 күн бұрын
Tradition and Sanskar that you get to see in an Assamese girl...she possess all those Sanskar...such a strong gutsy Assamese women....our best of wishes to her and to her two daughters...God shall give her all strength to fight against all odds of life...
@kunjalatadas1738
@kunjalatadas1738 4 күн бұрын
😮এজনী মাতৃক মাৰিব পাইনে?কেনেকুৱা মানুহ তেওঁ।মানুহৰ নামত এটা জন্তু।
@TridipDoley-ro3rr
@TridipDoley-ro3rr 5 күн бұрын
This lady is really a wise assamese woman !
@abhijitkakaty88
@abhijitkakaty88 5 күн бұрын
6 বছৰ কত আছিল। এতিয়া তাইৰ পুকৰ জলিছে। যিহেতু তেখেতে বেলেগ বিয়া পতিছে। তাই নাটক কৰিলেও আদৰি নলবো তাইক। তাই কেনেকুৱা vdo টোত দেখিলোঁ। জীয়াৰুৰ ৰহমান বহুত ভাল কাম কৰিলে।
@Indian23537
@Indian23537 5 күн бұрын
Toi ata.....hoi
@ultra8142
@ultra8142 2 күн бұрын
Right
@ultra8142
@ultra8142 2 күн бұрын
​@@Indian23537 Heei Maiki Pujari 😂😂😂😂
@BadshahMominur
@BadshahMominur 4 күн бұрын
এই মহিলা danger হয় যিয়ে স্বামীক চৰ মাৰে।
@koustubh8117
@koustubh8117 4 күн бұрын
সাংবাদিকৰ মূল্যবোধ জীয়াই ৰাখিব। এনেকুৱা ফটুৱা মানুহ নানিব। অসমত বহুত সমস্যা আছে।
@utpalkrgogoi7430
@utpalkrgogoi7430 4 күн бұрын
সুন্দৰ মন্তব্য
@ridulali9326
@ridulali9326 4 күн бұрын
Baideo be strong and move forward. All is temporary, after every dark night there is a brighter day.
@user-ey1cl2gf8m
@user-ey1cl2gf8m 4 күн бұрын
যদি সমকামী ,ছোৱালীৰ বাপেক হ'ল কেনেকৈ । দ্বায়িত্ব পত্নী গৰাকী প্ৰকাশ নকৰিলেহেঁতেন নে ? ৰাজনৈতিক প্ৰভাৱ নথকা বুলি কব নোৱাৰি । বিয়াৰ সময়ত জিয়াউৰ ৰহমান চিলটীয়া বুলি জানি বিয়া হ'ল কিয় ? জিয়াউৰ ৰহমান সৎ আৰু ভদ্ৰ তাত সন্দেহ নাই দে ! ইমান কোনচিয়াছ মহিলা জিয়াউৰ ৰহমানে ঠগিব নোৱাৰে । কথা বৰ ৰং সনা যেন লাগে ।
@NripenThakuria
@NripenThakuria 5 күн бұрын
চৰটো দি সুন্দৰ কাম কৰিছে ৷
@susilsonowal7687
@susilsonowal7687 5 күн бұрын
জিয়াউৰ দুগৰাকী হৈছে , আৰু তিনি ,চাৰি,পাচঁ,দহ------------?বোপা ককা পৰম্পৰাটো মানি চলিব লাগিব নহয় ।ষ্টাৰো চাৰি লাগিছে আৰু---------- ?
@amiyachetia2017
@amiyachetia2017 4 күн бұрын
চৰ, চাপৰি ৰ মিঞা যেন লাগিছে,তাহাতৰ হে চাৰি পাঁচ জনী মাইকী থাকে।
@puspanjali1111
@puspanjali1111 5 күн бұрын
Kathaburate gam paai sualijoni 100% true ❤ata kathao misa nahai jen lage. Iman dhunia,kathaburu khasa jen lage
@Priyanshu_MCPE
@Priyanshu_MCPE 5 күн бұрын
Apunar val hobo. Sahos neribo baideu. Respect you.. always
@AliHussain-y1s
@AliHussain-y1s 5 күн бұрын
Love begest Love, ঐসোণজণী,, সুখ সমৃদ্ধিৰ ক'ৰবাত হৈছে
@amitavsarma454
@amitavsarma454 Күн бұрын
তুমি সঁচাযেন লাগিছে,সাহসী হোৱা, জয়ী হবা। জিয়াউৰ ৰহমানক দেখিলেই ধূৰ্তযেন লাগে।
@fakrulislam1322
@fakrulislam1322 5 күн бұрын
আফৰুজাৰ আগৰ গীৰীয়েক জনৰ নাম মেহবুব আলম
@kanakpathak6875
@kanakpathak6875 5 күн бұрын
আপোনাৰ বক্তব্য আৰু যুক্তি বোৰ যথাযথ বুলি গণ্য কৰোঁ। জিয়াউৰ হতৰ দৰে বুধিয়ক আৰু চৰিত্ৰ হীন মানুহৰ পৰা আইনী যুজত বাহিৰে অন্য ধৰণে একো আশা নকৰিব।এই বিষয়ত অসমৰ ৰাইজে ও সহযোগিতা আগবঢ়োৱা উচিত। জিয়াউৰৰ দৰে মানুহক সমৰ্থন কৰিলে অন্যায় কৰা হব। মোৰ ব্যক্তিগত, মমৰ্থন আপোনালৈ থকাৰ লগতে ছোৱালী দুজনীৰ প্ৰতি আশিৰ্বাদ থাকিল। Flat society ৰ সহযোগিতা ৰ বাবে আটাইলৈ ধন্যবাদ জনালোঁ।
@manoveeborpuzari8656
@manoveeborpuzari8656 5 күн бұрын
বাইদেউ আপুনি চিন্তা নকৰিব, ছোৱালী দুজনীক ভাল মানুহ বনাওক । ভগৱানে শক্তি দিব ।
@MoniDas-rj1ry
@MoniDas-rj1ry 5 күн бұрын
Iman dhuniya family suwali dujoni aapuni nijar family loy ghuri aahok jetiya bisanat podi thakibo nijor family ey sabo nijor suwali sabo
@amalchandrasarmah2849
@amalchandrasarmah2849 5 күн бұрын
Proud of you Farnaz যুজি যোৱা সাহসেৰে থমকি নৰবা আমিও লগত আছোঁ তোমাৰ লগত 👍🏼
@parameswarnath-ps1fb
@parameswarnath-ps1fb 5 күн бұрын
ভন্টি তুমি চিন্তা নকৰিবা ভগৱান ওপৰত সকলো এৰি দি আগুৱাই যোৱা এদিন তোমাৰ ভৰিত সি দিঘল দি পৰিব হাৰামজাদায় ।
@SultanMahmud-fb5vt
@SultanMahmud-fb5vt 5 күн бұрын
This woman is not good because taw raijor agot koi asa ghoror kotha. Buhut poisa paisa
@user-ow4vf2hl6t
@user-ow4vf2hl6t 5 күн бұрын
​@@SultanMahmud-fb5vtতই হেই গণেশগুৰিৰ কাপোৰৰ দোকানীটো নহয়টো 🤔🤔
@PulakKalita-tz6hp
@PulakKalita-tz6hp 4 күн бұрын
Kabo noari....😂😂😂😂
@ganeshgogoi4680
@ganeshgogoi4680 5 күн бұрын
My dear, sister, Mr, Rhman is very clever, right . But you are realy nice . Enjoy your new life . God help you .
@hairprasaddeori2325
@hairprasaddeori2325 5 күн бұрын
U r right.
@sahabuddinahmed2802
@sahabuddinahmed2802 14 сағат бұрын
Dear Mr.and Mrs.Rahman you please compromise the incident/situation yourself
@kshemeswarsaikia5104
@kshemeswarsaikia5104 5 күн бұрын
Real fighter 👍
@ultra8142
@ultra8142 2 күн бұрын
Real Greedy
@rina-pm4zt
@rina-pm4zt 5 күн бұрын
Yes,she is right.mother is real God.
@user-sl6qo4qm8m
@user-sl6qo4qm8m 4 күн бұрын
You are right.Try your best.
@subratadey9156
@subratadey9156 5 күн бұрын
এইবিলাক কথা বতৰাৰ পিছতো পুনৰাই ভালদৰে সংহাৰ চলিব বুলি মোৰ মনত নধৰে। গতিকে কথাবোৰ ভাবিবৰ হ'ল।
@jahangirhussain6989
@jahangirhussain6989 2 күн бұрын
government service is the main culprit
@tosaveerbasumatary2600
@tosaveerbasumatary2600 5 күн бұрын
Salute my Dear.
@pranabbaruah6687
@pranabbaruah6687 10 сағат бұрын
হয় ,পমুৱা মুছলমান আৰু খিলঞ্জীয়া মুছমানৰ মাজত জীৱন ধাৰণৰ প্ৰণালী বহু অমিল।
@pratuldas6125
@pratuldas6125 5 күн бұрын
মানুহৰ কিছুমান sensitive personal বিষয় থাকে, সেইবোৰ ৰাজহুৱা নকৰিলেই উভয়ৰে মংগলI অতীত কাৰ কেনেকুৱা আছিল, সেইবোৰ কথাত এতিয়া দুখ কৰি কি হব I শেষত মনত এই ভাৱটোৱেই হৈছে - ৰহমান ডাঙৰীয়া আমি ভাবি থকা মানুহ জন হয়তো নহয় I তেও( ৰহমান) ক দোষী য়েন লাগিছে I আন কথালৈ নগৈ এটা কথাত ৰহমানক সহজভাৱে লব নোৱাৰি , সেইটো হল - ছোৱালী দুজনীক তেও কৰি অহা অবহেলা ( negligence to his daughter) I
@zayaborgohain6076
@zayaborgohain6076 3 күн бұрын
ek pokhyor pora huna hokolu kotha hosa buli mani lobo ketiao nuari....
@gobindalahkar3218
@gobindalahkar3218 5 күн бұрын
কোন দুখি,কোন নিৰ্দুখি সেয়া কৰ্টে বিচাৰ কৰিব।বেয়া লাগিল সংসাৰ ঘন ধ্বংস হোৱা বাবে। শান্তিত থাকক সকলোৱে
@anenjoyingmoments193
@anenjoyingmoments193 5 күн бұрын
ইমান দিন ছোৱালীকেইজনীৰ খৰছ চলাব পাৰিলা এতিয়া কিয় নোৱাৰা, ৬বছৰ অকলে কেনেকৈ থাকিলা, এতিয়া স্বামীক বিছৰা, হয়তো তেতিয়া জিয়াউৰৰ চাকৰি নাছিল উপাৰ্জন কম আছিল, তেতিয়া গুচি গৈছিলা, এতিয়া জিয়াউৰ দুখন গাড়ীৰ মালিক টকা পইচা হল এতিয়া আকৌ জিয়াউৰক লাগে,! বা: বা: চিনেমা এতিয়া বাস্তৱত চাই আছো ,
@zaved2008
@zaved2008 5 күн бұрын
দিছপুৰৰ Gay টো তই নেকি?
@user-sd5vm7sg2m
@user-sd5vm7sg2m 5 күн бұрын
​@@zaved2008r u the sex slave of her??
@DJ-tc6sq
@DJ-tc6sq 5 күн бұрын
I was thinking the same
@PulakKalita-tz6hp
@PulakKalita-tz6hp 4 күн бұрын
Kabo noari......😅😅😅😅
@user-hw6ul5ut2j
@user-hw6ul5ut2j 4 күн бұрын
​@@zaved2008 তোৰ কমেন্ট বোৰ চাইছো ৷ তইয়ে জিয়াউৰৰ পৰিবাৰৰ লগত অবৈধ সম্পৰ্ক ৰাখিছ ৷ তই জীয়াউৰৰ পৰিবাৰক কেইবাৰ নি ৰুমত ৰাখিছ জনাবিচোন য়দি কলিজা আছে ৷
@sacindradeka8192
@sacindradeka8192 5 күн бұрын
জীয়াউৰে সামাজিক জীৱন ত্যাগ কৰা ভাল।
@Indian23537
@Indian23537 5 күн бұрын
Eman juktire kothabur koise. Val lagise.
@kc-hz1ji
@kc-hz1ji 5 күн бұрын
Brave girl, appreciate u
@dhritirekhadas2757
@dhritirekhadas2757 5 күн бұрын
জিয়াউৰ তিৰোতা চুৰ ৷
@AnupDas-ef2cx
@AnupDas-ef2cx 5 күн бұрын
👍
@user-ss6nk1hx5f
@user-ss6nk1hx5f 5 күн бұрын
Very sad. I appreciate u
@uttamray7100
@uttamray7100 5 күн бұрын
চিন্তা নকৰিবা এদিন তোমাৰ ভৰিত ধৰিৱ
@zakirahmed9677
@zakirahmed9677 5 күн бұрын
জীয়াওল ৰহমানক আমাৰ AJP ৰ দলৰ সকলো দায়িত্ব পৰা বৰ্ষাষ্ট কৰিব লাগে । এটা মিঞাই প্ৰেমৰ জাল পেলাই মিঠা মিঠা কথা কৈ আমাৰ অসমীয়া গৰীয়া ছোৱালীক হৰণ কৰিছে । জিয়াল মিঞাই অসমীয়া ছোৱালী বিয়া পাতি অসমীয়া ভাষাৰ শিকি মিঞা পূৰ্বৰ পৰিকল্পনা সমূহ কৰিব বিচাৰিছে , গতিকে মিঞা স্বভাৱ কেতিয়াওঁ চিধা নহয় , ইহঁতৰ এইবোৰ যাতেই । আমাৰ উজনীত ভৰি দিবলৈ দিব নালাগে মিঞাক ।
@BaharulIslam-cq7fr
@BaharulIslam-cq7fr 5 күн бұрын
Tohot khilonjiyar namot kolonko hoi
@user-ow4vf2hl6t
@user-ow4vf2hl6t 5 күн бұрын
Miya bur eneu johorai hoi..
@zakirahmed9677
@zakirahmed9677 5 күн бұрын
@@BaharulIslam-cq7fr তই গৰু পিতন চিনি পাওঁ নে নাপাওঁ
@DJ-tc6sq
@DJ-tc6sq 5 күн бұрын
কি মিঞা কি গৰিয়া তহঁতৰ চব একেই যোৱা ২২ তাৰিখে মাজবাটৰ ঘটনাটো সংঘটিত কৰা ধৰ্ষণকাৰী কেইটা তোৰ বংশৰ গৰিয়াই হয় ৷ বাটত চৰিয়াই ঘাটত আঠু কৰাব লাগে তোক৷
@Indian23537
@Indian23537 5 күн бұрын
Amar khilongia muslim hokol beya kam nokore. Bibek budhi hodai hamajik. But miyabur hodai uluta. Hihontor babe nari porhahuna koribo nalge. Kebol hontan jonma dbo lage. Miya faltu hoi.
@RationalistAssam
@RationalistAssam 5 күн бұрын
Support u farnaz! 👍👍
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 5 күн бұрын
শ্ৰদ্ধাৰ জিয়াউৰ ৰহমান ডাঙৰীয়াই অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অৰ্থাৎ বিৰোধী দলৰ নেতা। এনে দায়িত্ব পালন কৰিবলৈ যাওঁতে চৰকাৰী পক্ষৰ আক্ৰমণ মুঠতে বিপদ ২৪ ঘণ্টাই থাকেই তাৰেই এই মূহুৰ্ততটো এটা অংশ। বাইদেউ গৰাকীও হয় বিৰোধী পক্ষৰ কণ্টকময় জীৱন যাপনৰ সামৰ্থ্য নথকাটো স্বাভাবিক। আক্ৰমণ প্ৰতিআক্ৰমণে অসমৰ আঞ্চলিক ৰাজনীতিত অধিক হানিকাৰক। বেয়া ভাৱ অৱশ্যে আমিও কাৰোৱেই পক্ষে ল'বলৈ যোৱা উচিত নহয়।
@bhadranath2671
@bhadranath2671 5 күн бұрын
Personal life tani ni rajneeti korib nalage
@nirmalibora-dy6cu
@nirmalibora-dy6cu 5 күн бұрын
Patakarko kab bisaro kon bhal kon beya khodeli thaki aahkro mulak bataria prasar karar falat saru sowali duijanir gat ki probha parib abar bhabi sabsoon .
@harishnath7243
@harishnath7243 5 күн бұрын
AJP leader, Mr Rahman homosexual, party should disappove this.
@pranjalsaikia8198
@pranjalsaikia8198 5 күн бұрын
Go ahead ma'am
@anupkrdas6798
@anupkrdas6798 5 күн бұрын
মহলা গৰাকী চাকৰিয়াল হলেও তেও গিৰিয়েকৰ পৰা সন্তান দুটিৰ খৰচৰ বাবদ টকা পইচা দিব লাগিবই। মহিলা গৰাকীয়ে ন্যায় পাওক ।
@hareshrahman1645
@hareshrahman1645 5 күн бұрын
I request both of you for mutual. Forget the past n start a new life. Divorce is not the solution. Take decision in cool mind.
@basantahira8645
@basantahira8645 5 күн бұрын
ই চেনেল বোৰত আহি কি ফাটা লেকচাৰ মাৰে।
@user-lx1vb5mo8t
@user-lx1vb5mo8t 5 күн бұрын
Apuni Right kotha koise.
@rehenasultana8860
@rehenasultana8860 3 күн бұрын
নিজৰ সংসাৰ খন ঠিক ঠাককৈ ভালদৰে চলাব নোৱাৰিলে শিক্ষা দিক্ষা, জ্ঞান গৰিমাৰ একোৱেই মূল্য নাই। যি শিক্ষাই ভাল চৰিত্ৰ গঠন কৰিব নোৱাৰে সেই শিক্ষাৰ কি মূল্য ।
@abdulawal1706
@abdulawal1706 Күн бұрын
ছোৱালী জনী কেৱল মিডিয়াত অভিনয় কৰি আছে। কাৰণ আজি কালি চাকৰি পালেই আকাশত উৰে
@bipulkalita9799
@bipulkalita9799 5 күн бұрын
please apuni akale thakak...sakori ata ase jetia ako voy nai. Badmasi ai manuhor pora durot thakai val.court aru police ako dib noware.
@monjunee1959
@monjunee1959 Күн бұрын
Mur AJP r proti bhal bhab eta asile. Maximum manuhburok dekhisu je ghoiniyekok he dukh dise.politician bur kenekua sobei jane. Ei jatitur proti aru mur bhal bhab ketiao ghuri nahe
@aminrahul1977
@aminrahul1977 5 күн бұрын
💎🌟🙏
@anupam9308
@anupam9308 3 күн бұрын
অতবছৰে কত লুকাই আছিল সে। ধুৱা তুলসী ৰ পাত
@deepshikhamalakar7803
@deepshikhamalakar7803 5 күн бұрын
জিয়াৰুল আৰু নিতুমণি একে মাল.
@user-xs9nn1dr3t
@user-xs9nn1dr3t 10 сағат бұрын
Akdom thik kotha koise
@dimpalsaikia4610
@dimpalsaikia4610 5 күн бұрын
Apunar bhal hobo,bhoi nokoribo
@biswadevkataki
@biswadevkataki 5 күн бұрын
মই আপোনাৰ কথাখিনি শুনি চকুপানী ওলাই গৈছে।আপুনি সাহসী।
@user-nz9jh6ro3x
@user-nz9jh6ro3x 2 күн бұрын
Ziaur Rahman hero ziaur zindabad joy i axom
@user-xs9nn1dr3t
@user-xs9nn1dr3t 10 сағат бұрын
Suwali joni bohut val ,val ghoror Suwali amar college t pohisil ,manuh tu he charitrahin
@kailashdas1389
@kailashdas1389 5 күн бұрын
Tak fasi di
@AliHussain-y1s
@AliHussain-y1s 5 күн бұрын
Divorc দিলে ভাল হয়,2nd Marriage হ'ব,,,
@subhasishchutian8801
@subhasishchutian8801 5 күн бұрын
ৱানচ এ মিয়া, অলৱেজ এ মিয়া। এম আই ৰাইট?
@neelibordoloikalita9458
@neelibordoloikalita9458 4 күн бұрын
Chinta nokoriba Majoni,tumi thik thaki suwali dujonik suwa Bhagabane xadai kripa koribo,belegor kothak gurutta nidiba
@DevVector365
@DevVector365 Күн бұрын
Interview লব লগা কি আছে?
@surathbarman9588
@surathbarman9588 5 күн бұрын
জাতীয় নেতার মূখা খুলিলে বাইদেউ
@p.barman4796
@p.barman4796 4 күн бұрын
Nice
@bhadranath2671
@bhadranath2671 5 күн бұрын
Jdi divorce hoise document submit korile besi val hoi😂😂😂😂
@Indian23537
@Indian23537 5 күн бұрын
Sivsagor loi transfer kori louk baideo.
@ramakrishnatalukdar6238
@ramakrishnatalukdar6238 5 күн бұрын
Right to say Baidao
@AliHussain-y1s
@AliHussain-y1s 4 күн бұрын
ৰাইজে দেখিব,,, কিছু দিন যোৱাৰ পিছত গম পাব তাইৰ সাতখন কপিব
@solemanali977
@solemanali977 5 күн бұрын
আপোন ভালেই‌ জগত ভাল।
@arfanalisikdar8083
@arfanalisikdar8083 Күн бұрын
নিজৰ সতীত্ব জীয়াই ৰাখিৱ লাগে ।
@durnadeepbaruah6330
@durnadeepbaruah6330 5 күн бұрын
হয় যদি হয় সমকামী এইটো এটা প্ৰাকৃতিক লক্ষণ।
@HimaniRajbangshi-to3bf
@HimaniRajbangshi-to3bf 5 күн бұрын
আলোচনা বিষয় নাই নেকি আমাৰ অসম খনত এনেকুৱা বহুত আছে এই এটা আলোচনা বিষয়
@user-zx3gb1jo8n
@user-zx3gb1jo8n 5 күн бұрын
Mem apunar kothaburot jukti ase.apuni suali dujoni bhalke care lobo.
@user-uq7ru5bz8w
@user-uq7ru5bz8w 5 күн бұрын
Adin proman hoie jabo bishakh ghatokor kotu sthan nathake 59:56
@amarrajkhowa446
@amarrajkhowa446 2 күн бұрын
বদমাছ এই সাংবাদিকতা,চতুৰ এই গৰাকী মহিলা।
ОДИН ДЕНЬ ИЗ ДЕТСТВА❤️ #shorts
00:59
BATEK_OFFICIAL
Рет қаралды 7 МЛН
OMG😳 #tiktok #shorts #potapova_blog
00:58
Potapova_blog
Рет қаралды 3,9 МЛН
atanu bhuyan"s  video
7:19
atanubhuyan"s news video
Рет қаралды 4,8 М.