Рет қаралды 40,118
নৱবৰ্ষত উদ্যোগ খণ্ডৰ ইতিবাচক খবৰৰ সন্ধানত ‘প্রতিদিন টাইম’
EBP-য়ে কি আশাৰ বতৰা কঢ়িয়াইছে অসমৰ উদ্যোগ ক্ষেত্রলৈ?
পেট্র’লৰ সৈতে ইথানলৰ মিশ্রণ অসমৰ বাবে কিমান আশাব্যঞ্জক?
মাকৈ, খুদ চাউলৰ পৰা কেনেকৈ উৎপাদন কৰা হৈছে স্বচ্ছ শক্তি?
মাটিয়া, সোণাপুৰ, ছিপাঝাৰৰ ইথানল প্রকল্পৰ সবিশেষ খবৰ
ইথানল প্রকল্পৰ বাবে অসম চৰকাৰে কি কি ভাল খবৰ আনিছে?
ইথানল প্রকল্পই কিমান লাভ দিছে অসমৰ কৃষকক?
ৰাজনৈতিক সম্পাদক নয়ন প্রতীম কুমাৰৰ সৈতে ইতিবাচক খবৰ
#PratidinTime #AssamNews #assam #Sipajhar #Ethanol #NayanPratimKumar