ইমান ধুনীয়া মানুহ গৰাকী কথা বোৰ যে ইমান মৰম লগাকৈ কয় তোমাৰ পৰা শিকিৱ লগা আচলতে বহুতো আছে তাৰ ভিতৰত আছে কথা কিমান মৰম লগাকৈ কৱ পাৰি সেইটো । কাপোৰ যোৰৰ ৰংতোযে ইমানেই ধুনীয়া লগতে গালৰ ৰংতোও একেই
@simantachangmai96252 жыл бұрын
Best female singer of Assam, Axomor sherya Ghoshal bornali baa
@dibyajyotisaikia67472 жыл бұрын
bohut val lagil sai
@violetweddingevents78462 жыл бұрын
❤️❤️❤️birat vl lgil so sweet Positive ktha hunile e huni e thkibo pari❤️❤️
@kalpanakataky90922 жыл бұрын
Khub val lagil.One of my favourite.
@namitasaikia77302 жыл бұрын
ভাল লাগিল
@HarshitaBhattacharjyaOfficial2 жыл бұрын
Bahut dhunia lagise programme tu Sai Bornali bar
@KalpanaBorah-x4d Жыл бұрын
সচাকৈ বৰ ভাল লাগিল
@nanditadutta67702 жыл бұрын
ভাল লাগে ৰ্বাতালাপ।আৰু আগুৱাই গৈ থাকক তাৰে কামনা।
@assamguwahati52652 жыл бұрын
favorite singer ❤baa❤
@kobitakalita83082 жыл бұрын
Bohut vl lagil Barnali baa r hakhyatkar ti .baa bout hahaj haral dekhile gom pai baa k matisile amr eyat anusthan koribole goisilu sabole.mat ti khub mitha.baa loi bohut bohut morom jasilu ❤️❤️❤️.
@narayanchilakala222 жыл бұрын
বহুত ভাল লাগিল 👍❤️👍❤️
@Pallabkcreation2 жыл бұрын
2nd episode or babe roi asilu finally aji ahil 😊❣️
@sunrises23032 жыл бұрын
So sweet voice bornali ba♥️
@ajoyboruah53342 жыл бұрын
বাৰ্তালাপৰ প্ৰতিটো খণ্ডই আমাক একো একোটা শিক্ষা প্ৰদান কৰে,সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ নজনা বহু কথা জানিব পাৰো,বিশেষকৈ তেওঁলোকৰ সামাজিক দায়ৱদ্ধতাৰ বিষয়ে আমি জ্ঞাত হ'ও,তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লাভ কৰো,মন্তব্যৰ যোগেদি বাৰ্তালাপলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো,লগতে বাৰ্তালাপৰ সমূহ পৰিয়ালৰ সৰ্বতোপ্ৰকাৰে মংগল কামনা কৰিলো।