Рет қаралды 20,089
📌এজাক বৰষুণতে খহিল ৬০০ কোটিটকীয়া ৰাষ্ট্ৰীয় ঘাইপথ। অভয়াপুৰীত পথ নিৰ্মাণকাৰী সংস্থাৰ দুৰ্নীতিৰ জ্বলন্ত নিদৰ্শন। ছমাহ নৌহওঁতেই খহি পৰিল ৪লেনযুক্ত ঘাইপথ। ১০ বছৰে সম্পূৰ্ণ নহ'ল যোৰহাট-জাজীৰ ঘাইপথ। ডিমৌতো ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত ৰাইজৰ হাহাকাৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/