এঞ্জেলা চাংমাই কথা শুনি মামা আঁচৰিত।অবাক হ'ল সকলো।/virel news/reorter anjela changmai

  Рет қаралды 131,341

Shyamal's vlogs

Shyamal's vlogs

Күн бұрын

Пікірлер: 282
@NozrulHussain-f9x
@NozrulHussain-f9x 4 күн бұрын
এঞ্জেলা চাংমাইৰ সময়োপযোগী বাস্তবমুখী আৰু যুক্তি পূৰ্ণ ভাষন সঁচাই বহুত ভাল লগা।
@hamensaikia2996
@hamensaikia2996 4 күн бұрын
যথেষ্ট অধ্যয়ন কৰা এগৰাকী অসমৰ সম্পদ
@ratnachoudhury5679
@ratnachoudhury5679 4 күн бұрын
আপোনাৰ ভক্তি মূলক ভাষণ শুনি বহুত বহুত ভাল লাগিল বাইদেউ ধন্যবাদ থাকিল আপোনালৈ
@manusaikia368
@manusaikia368 4 күн бұрын
বহুত বেছি ভাল বাৰ্তা সমাজলৈ আগবঢ়াইছে।ভাল লাগিল।🙏🙏🙏🙏
@SumiBaishya-g6q
@SumiBaishya-g6q 4 күн бұрын
Sosake bohut bhal lagie❤❤❤❤
@RitaBoruah-jt6cl
@RitaBoruah-jt6cl 4 күн бұрын
এঞ্জেলা তোমাৰ ভাষণ শুনি বহুত বহুত ভাল লাগিল আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছো ভগৱানে কুশলে ৰাখক
@subhashsut2215
@subhashsut2215 4 күн бұрын
বহুত সুন্দৰ নিদৰ্শন । তেওঁৰ পৰা বহুত সুন্দৰ কথা আজি শুনিবলৈ পালো । ধন্যবাদ আশীৰ্বাদ থাকিল ।
@rofiulhussain4140
@rofiulhussain4140 4 күн бұрын
ইমান ভাল কথা খুউব কমেই হে কব পাৰে।ছোৱালীজনীৰ কথা বোৰৰ পৰা আমাৰ সমাজ ব্যৱস্থা থন ধৰি উঠক।
@gunakantabaruah6243
@gunakantabaruah6243 4 күн бұрын
চাঙমাই শালত ভাল চাঙমাই এগৰাকী হবগৈ।খৰছি মাৰি ভকতিয়া ধৰ্মৰ বিশ্লেষণ কৰিছে। কিন্তু জাত পাতৰ এই অজগৰ মৰাৰ কথা কৈ আৰু বক্তৃতাৰ বাখ্যা শুনিলে এই অজগৰৰ পতন হ'ব। নহ'লে এই অজগৰে গোটেই অসমীয়াৰ ধঙস মাতি আনিব। আমি অনুভৱ কৰিছো।
@SumiBaishya-g6q
@SumiBaishya-g6q 4 күн бұрын
Ami aguwai nibo lagibo❤❤❤❤
@md.maashukahmed4205
@md.maashukahmed4205 4 күн бұрын
অতি সুন্দৰ কৈ সকলো বোৰ প্ৰকাশ কৰিছে বহুত ভাল লাগিল ❤জয় নাৰায়ণ পূৰ
@indrajitprosad4917
@indrajitprosad4917 4 күн бұрын
এঞ্জেলা চাংমাইৰ বাকপটুতা,প্ৰতিটো বিষয় বস্তৰ ওপৰত অগাধ দখল থকাটো ভাষনত প্ৰকাশ পোৱাই নহ'য়,অকনো খুকুজা নলগাকৈ শলশলীয়াকৈ কথাশৈলীৰ মই আপ্লূত হ'ও। অপ্ৰিয় হ'লেও নামঘৰৰ কিছু আলোচনাৰ প্ৰসঙ্গ টানি অনাটো প্ৰাসংগিকতা আছে।এঞ্জেলালৈ শুভেচ্ছা,আৰ্শীবাদ থাকিব!
@AjitKumarDeka-n9y
@AjitKumarDeka-n9y 12 сағат бұрын
অতি সুন্দৰ বাস্তৱ সন্মত সমাজ সংস্কাৰক ভাষন।শুনি ভাল লাগিল। আই মাতৃৰ জনাৰ সু স্বাস্থ্যৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।কৃষ্ণ জয় গুৰু শঙ্কৰ।
@KamalMazumder-ht1bs
@KamalMazumder-ht1bs 4 күн бұрын
ইমানেই সুন্দৰ কথা, অভিভূত হৈ পৰিলোঁ!❤
@anilburagohain3586
@anilburagohain3586 4 күн бұрын
বৰ ভাল লাগিল তোমাৰ ভাষণ।ভগবানে তোমাক কুশলে ৰাখক!❤❤
@narayannath6164
@narayannath6164 3 күн бұрын
ইমান সুন্দৰ ভাষণ শুনিয়ে থাকিবৰ মন যায়।বহুত বহুত ধন্যবাদ ।
@rabinchdeka6800
@rabinchdeka6800 4 күн бұрын
সুন্দৰ, বাস্তব মুখী ভাষণৰ লগতে সমাজ ৰ বিভিন্ন দিশত দাঙি ধৰা উপসহাপন সচাকৈ ভাল লাগিছে ।
@pinkukachariofficial7328
@pinkukachariofficial7328 14 сағат бұрын
আপোনাৰ কথা কেইটা শুনি বহু অভিজ্ঞতা হ'ল ,,, বহুত বহুত ধন্যবাদ বাইদেউ
@SaralaGogoiSarala
@SaralaGogoiSarala 4 күн бұрын
এঞ্জেলা বাইদেউৰ বাস্তৱ সন্মত ভাষণ শুনি অত্যন্ত ভাল লাগিল। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@heojychannelvlog6347
@heojychannelvlog6347 4 күн бұрын
বৰ সুন্দৰ ভাষণ দিয়ে ভাল লাগিল তেওঁৰ ভাষণ।
@ajchannels8132
@ajchannels8132 4 күн бұрын
সুন্দৰ লাগিছে তোমাৰ ভাষ্য বহুত বহুত ধন্যবাদ থাকিল
@pravachutia931
@pravachutia931 4 күн бұрын
বহুত ধুনীয়া লাগে তোমাৰ ভাষন , তুমি ধন্য । বৰ্তমান সময়ত , তোমাৰ চিন্তা বহুত উচ্চ। ধন্যবাদ।
@AbdulHamid-em4ky
@AbdulHamid-em4ky 4 күн бұрын
সুন্দৰ ভাষন সমাজৰ কাৰনে সুন্দৰ বাতা' | যুৱ সমাজে এঞ্জেলা চাংমাইৰ ভাষাৰ পৰা উপদেশ গ্ৰহন কৰিলে সমাজত শান্তি, একতা, উন্নয়ন হব |
@Biren-q5f
@Biren-q5f 4 күн бұрын
We proud to respected Anjela changmai for her logical speech .it is developing Assamese culture with betterment for the all Assamese pepoles. We salute to him.
@sangitaboruah4335
@sangitaboruah4335 4 күн бұрын
সুন্দৰ | বাস্তৱসন্মত বক্তৃতা আগবাঢ়ি যোৱা কৃষ্ণ
@syedmizanur6687
@syedmizanur6687 4 күн бұрын
বৰ ভাল লাগিল।শুনি থাকিব মন যায়।
@AjitDas-w6e4e
@AjitDas-w6e4e 4 күн бұрын
এঞ্জেলা চাংমাই কৃষ্ণ কৃষ্ণ ঈশ্বৰে তোমাক আৰু আগুৱাই যোৱাত কৃপা কৰক🙏🙏
@Jmahanta644
@Jmahanta644 4 күн бұрын
আপোনাৰ উদাত্ত তেজস্বী একেশ্বৰ বাদৰ ভাষণেৰে আমাক মোহিত। কৰে। ঈশ্বৰৰ কৃপা বিনে এনে বাগ্মিতা সম্ভব নহয়। কৃষ্ণ 🙏
@dkrproduction5739
@dkrproduction5739 2 күн бұрын
Like name like personality... Angel...❤️. many many thanks to you Ma'am ji ❤🙏 Best wishes for your lovely journey to ahead 🙏🙏🙏
@tuhinduarah9936
@tuhinduarah9936 4 күн бұрын
🎉 বাইদেউ আপোনাক শত কুটি নমস্কাৰ
@DipokDas-r9r
@DipokDas-r9r 4 күн бұрын
বহুত বহুত ভাল লাগিছে বাইদেউ
@dasarathdas8116
@dasarathdas8116 4 күн бұрын
Bor Val lagil
@joydhanborah9136
@joydhanborah9136 3 күн бұрын
সুন্দৰ ভাষণ বহুত ভাল লাগিল , কৃষ্ণ । জয় গুৰু শংকৰ ।
@runuchetia1658
@runuchetia1658 4 күн бұрын
খুউব সময়োপযোগী ভাষণ আই।আমাৰ বাবে গৌৰৱ আই🙏🙏🙏🙏
@Immantu
@Immantu 19 сағат бұрын
বৰ সুন্দৰ তথা সময়োপযোগি বক্তব্য,,,, মহাত্মা গান্ধীয়ে কৈছিল ,, মই যি ৰাম ৰাজ্য কল্পনা কৰিছোঁ সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৫০০ বছৰ আগেয়েই অসমীয়াক দি থৈ গৈছে ,, মই তাক অনুকৰণহে কৰিছোঁ অসমীয়া জাতিৰ পিতা আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সমগ্ৰ ভাৰতভূমিৰ জাতিৰ পিতা ,,, ভগৱান শ্ৰীকৃষ্ণ বুলি হে আমি মানো ,,,
@MadanChandraHaloi-cn2pn
@MadanChandraHaloi-cn2pn 4 күн бұрын
যথেষ্ঠ অধ্যয়ন কৰা এগৰাকী যুৱতী, ৰসাল ভাষণ বোৰে মন প্ৰাণ পুলকিত কৰিছে। Bhagowane আপোনাৰ মঙ্গল কৰক।
@NasirUddinAhmed-z7b
@NasirUddinAhmed-z7b 4 күн бұрын
Ulunga dehat Kam kee dhubar.......?. I support you 100 % . Alhamdulillah Allah appkoo bhalo kore.
@JyotiDutta-f4w
@JyotiDutta-f4w 4 күн бұрын
বহুত ভাল কঠা শুনিবলৈ পাইচো ভাল লাগিল
@dandiramsonowal3710
@dandiramsonowal3710 4 күн бұрын
অতি সুন্দৰ * বৰ্তমান সময়ৰ সামাজিক বাতাবৰণ উন্নতি দিশৰ বাবে "ভাল কথা" প্ৰচাৰ কৰা হৈছে* ।
@bijoyagogoi6248
@bijoyagogoi6248 4 күн бұрын
সুন্দৰ বক্তব্য, ধন্যবাদ থাকিল।
@debenhandique9958
@debenhandique9958 4 күн бұрын
সুন্দৰ আই অতি সুন্দৰ কৃষ্ণ কৃষ্ণ।
@loveyoumore9568
@loveyoumore9568 2 күн бұрын
এঞ্জেলা চাংমাই এগৰাকী উঠিঅহা অসমৰ সম্পদ । সুন্দৰ বিশ্লেষণ । ভাল লাগিল ।
@priyakalita3953
@priyakalita3953 16 сағат бұрын
Bohut bhal kotha koise huni bohut bhal lagil.kotha bur eman dhuniya koi koi
@basantakalita5369
@basantakalita5369 4 күн бұрын
Angela changmair bhason suni bohut bhal lagai sundar 🙏🙏🙏
@pranitakeleng8056
@pranitakeleng8056 18 сағат бұрын
Eman vl kotha huni bht hanti palo dhanybad sangmai baideo.
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 4 күн бұрын
এঞ্জেলা চাংমাইৰ দৰে যদি আৰু দহ জনে এইখন অসমত আধ্যাত্মিক বক্তৃতা আগ বঢ়াই নিশ্চয় নৱ প্ৰজন্মৰ লগতে মানৱ সমাজৰ মন মগজু সলনি নোহোৱাকৈ নেথাকে .৷ সমাজ পৰিবৰ্তন হবই ৷
@krishnakantasaikia8837
@krishnakantasaikia8837 2 күн бұрын
সুন্দৰ অতি সুন্দৰ।সময়োপযোগী ভাষণ।
@ProbalKhataniar
@ProbalKhataniar 4 күн бұрын
সমাজৰ প্ৰতি অতি সুন্দৰ আৱেগময় বাৰ্তা🎉🎉
@krishnagogoi1657
@krishnagogoi1657 4 күн бұрын
সুন্দৰ |বামুণে জানিও নজনা ভাও জোৰে |
@natsv565
@natsv565 4 күн бұрын
বহুত মূল্য বান বক্তব্য ভাল লাগিল দেই।
@mahtabuddinahmed8339
@mahtabuddinahmed8339 4 күн бұрын
সুন্দৰ আভাস উপস্থাপন কৰিছে । সচাকৈ বৰ ভাল লাগিল।
@babetoo627
@babetoo627 Күн бұрын
Satute....... Allah bls u...... Lv u baa...... Greet talk
@naniborah2089
@naniborah2089 2 күн бұрын
অতি সুন্দৰ বৰ ভাল লাগিল🙏🙏
@bimansaikia4305
@bimansaikia4305 4 күн бұрын
এঞ্জেলা চাংমাই মহোদয়া ঈশ্বৰে খ্যাদ্য নাখায় এই টো সত্য কথা কিন্তু একান্ত ভকতৰ খাদ্য গ্ৰহণ কৰে। ঈশ্বৰে গ্ৰহন কৰিলে লক্ষীয়ে গ্ৰহণ কৰে এই প্ৰসাদ ১০ জনলৈ গোতালে ২০ জনেও খাই আদায় কৰিব নোৱাৰে। ইয়াত কিন্তু প্ৰসাদ বাঢ়ি নাজায়।এটা মাত্ৰ কথা হয় যি প্ৰসাদ ঈশ্বৰে গ্ৰহন কৰে সেই প্ৰসাদ মানুহে বেছিকে খাৱ নোৱাৰে। এমুঠি খালেও পেত ভৰে। এই টো একেবাৰে নিঘাট সত্য কথা।
@ranjitadeori6018
@ranjitadeori6018 4 күн бұрын
সুন্দৰ নিদৰ্শন দেখিবলৈ সমথ হৈছা🎉🎉❤❤❤
@SirajuddinAhmed-dw1qe
@SirajuddinAhmed-dw1qe 4 күн бұрын
অধ্যয়ন পুসট এগরাকী অসমর সম্পদ হল এনজেলা চাঙমাই ।
@tajemali8178
@tajemali8178 4 күн бұрын
Heartiest thanks to Anjela changmai for Logical Presentation of Speech . Keep up it . May God bless her . From --- Dalgaon ( Darrang )
@ranjitdutta3411
@ranjitdutta3411 4 күн бұрын
কৃষ্ণ,সময়ৰ উপযোগী বাৰ্তা।এঞ্জেলাক অভিনন্দন জনালো।জয় গুৰু শঙ্কৰ ।।
@md.eptakulhussain2517
@md.eptakulhussain2517 4 күн бұрын
Bor Val lagil good
@GolapDas-i3c
@GolapDas-i3c 4 күн бұрын
সমাজ সংস্কাৰক যোগাত্মক বিশ্লেষণাত্মক বাৰ্তা। ভগৱানে কুশলে‌ মঙ্গলে ৰাখক ।
@binodbujarbaruah
@binodbujarbaruah 4 күн бұрын
Clear voice having value. Thanks. Please continue it for the progress of the society.
@NewsDy-t4p
@NewsDy-t4p 4 күн бұрын
Mojjjjja lagil❤
@zakirahmed9677
@zakirahmed9677 4 күн бұрын
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে লগতে অসমীয়া নামঘৰৰ পৰিপূৰক সম্পৰ্কৰ লগতে অসমীয়া মানুহৰ সমাজ জীৱনৰ ওপৰত ইমান সুন্দৰকৈ আমাৰ দৰে সাধাৰণ মানুহক মন্তব্য ডাঙি ধৰিলে সঁচাই আপোনাক হতকোটি প্ৰণাম । অসমীয়া আয়ুস ৰেখা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ অৱদান বহুত আছে অসমীয়া সমাজত ।
@runuchetia1658
@runuchetia1658 4 күн бұрын
অতি সাৰুৱা ব্যাখ্যা আই ৰাম ৰাম🙏🙏🙏🙏
@Missneharikaboruah
@Missneharikaboruah 4 күн бұрын
❤❤❤❤hosai apuni amr babe adorkh..baideu🙏🏻
@AKASHMUSICALNIGHT
@AKASHMUSICALNIGHT 4 күн бұрын
কথাবোৰ পৰিস্কাৰ ভাবে ইছলামৰ আধ্যাত্মিক জ্ঞানৰ অন্তৰ্ভুক্ত
@birendoley4583
@birendoley4583 4 күн бұрын
এঞ্জেলা এগৰাকী মহিলাই নহয়,মহিমাময়ী দুৰ্দান্ত আৰু দুৰন্ত। তাইৰ ইতিবাচক বিশ্লেষণে অসমীয়া সমাজ খনক আধ্যাত্মিকতাৰ জ্ঞান দিয়াৰ লগতে শান্তি-সম্প্ৰীতিৰ ভাৱ জগাই তুলিছে । এঞ্জেলালৈ ধন্যবাদ।
@lutforrahman7801
@lutforrahman7801 4 күн бұрын
যথেষ্ট তথ্য সম্বলিত ভাষন৷ মহাপুৰুষ জনাৰ উপৰত অতি সুন্দৰ আৰু সাৱলীলভাবে উপস্থাপন কৰিছে৷শুনি ভাল লাগিল৷
@mahammedhussain141
@mahammedhussain141 4 күн бұрын
Anjalar boktobio huni bohut bohut val lagil🙏
@pompipatgiri
@pompipatgiri 4 күн бұрын
ভাল।দিছে।।দেই।।ভোগ।বিলাসৰ।।বাবেই।যুজি।থকা।সকলোক।।শিখক।।আপোনালোকেই
@rupamonidas9266
@rupamonidas9266 4 күн бұрын
Aai ,,Bhut vl palu aapunar Mukhr bhaxon vag huni..Aai vogobane mongol korok ru aagbahi jauk.Hokoluke Echorr mukhi korok . Krishna..❤🙏🙏🙏
@luhitbhuyan7467
@luhitbhuyan7467 4 күн бұрын
ইশ্বৰে তোমাক মঙ্গল কৰক কৃষ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@RohitKhanikar
@RohitKhanikar 4 күн бұрын
Very very good moral speech.
@dilipborpatragohain1097
@dilipborpatragohain1097 3 күн бұрын
I salute the very very valuable logical speech of Angela Changmai . God bless her.
@idrisalimoorsidei5766
@idrisalimoorsidei5766 3 күн бұрын
Nice explantion. We should read religious book rather than listen religious leaders.
@CheniramNath-v1h
@CheniramNath-v1h 4 күн бұрын
নিউজটো ভালেই,কিন্ত্ত এও বোপায়ে কাষত নিজৰ ভিডিঅটো ডাঙৰকৈ কাষত ৰাখি নিউজৰ ভিডিঅটো দেখোৱাত অসুবিধা সৃষ্টি কৰি ৰাখে । আৰু যিটো মুদত থাকে যেন এও হে এও ।
@user75677
@user75677 4 күн бұрын
👍👍 😜️ ৷ আজিকালি এইটো ডিজাইন হৈ পৰিছে মানে কবলৈ গলে ফেশ্বন কিছুমান ইউটিউবাৰৰ ভিডিঅত 😂
@susmitadutta8215
@susmitadutta8215 4 күн бұрын
সঁচাকৈ বাস্তৱ সন্মত কথা।আপোনা আপুনি চকু পানী ওলায় গৈছে ।
@1nomajusiralawc
@1nomajusiralawc 4 күн бұрын
আপোনাৰ কথা যুক্তিসংগত কথা বহুত ভাল লাগিল
@tarunchandrasaikia7357
@tarunchandrasaikia7357 4 күн бұрын
বৰ ধুনিয়াকথাকৈছে,, কৃষ্ণ।
@muslemuddin8111
@muslemuddin8111 4 күн бұрын
Anek anek thank you didi khuv val lagil voctobyo honi
@NiranandaKamsena
@NiranandaKamsena 4 күн бұрын
এঞ্জেলা আইগৰাকী সেৱাভাগি ল’ব
@AbaniSaikia-kk5lp
@AbaniSaikia-kk5lp 4 күн бұрын
Anjela Sangmai Bohut Bohut Dhoinyabad Apunar Vason Sunilu Val Lagil .
@birendrakrdeka3394
@birendrakrdeka3394 4 күн бұрын
ইমান কম বয়সতে আপুনি ইমান অধ্যয়ন পুষ্ট ভাষন দিব পৰাতো সঁচাই ভগৱানৰ দান বুলি ভাৱো। কাৰন আপুনি বিশ্বৰ সকলো দিশতে সৰ্বশ্ৰেষ্ঠ বুলি মানি ল'ব লাগিব। আপোনাৰ ভাষন শুনিলে শুনি থাকিবলৈ মন যায়। সময়ত পালেই আপোনাৰ ভাষন শুনো আৰু আগলৈ শুনি থাকিম ।
@bhaskarnarzary9123
@bhaskarnarzary9123 4 күн бұрын
ভগৱানে আপোনাৰ জিবনক দীঘলীয়া কৰে যেন।
@nijorapatangia7797
@nijorapatangia7797 4 күн бұрын
বৰ সুন্দৰ কথা ক'লে । কৃষ্ণ 👏👏
@biradattadas9216
@biradattadas9216 4 күн бұрын
MAHA VAISHNAVEE ANJELA CHANGMAI ZINDABAD.❤❤ JOY GURU SHANKAR❤❤ JOY GURU MADHAV❤❤ JOY NARAYANPUR❤❤ LETEKU PUKH6RIR LETEKU KHABOLOI MON❤❤
@binaborah23
@binaborah23 4 күн бұрын
সুন্দৰ ব্যাখ্যা ❤❤❤
@rupjyotibora7356
@rupjyotibora7356 4 күн бұрын
বহুত ভাল লাগিল 🎉
@SumiBaishya-g6q
@SumiBaishya-g6q 4 күн бұрын
❤❤soseke bohut besi bhal lagile❤❤very good ❤❤
@NirmolRay1996
@NirmolRay1996 4 күн бұрын
কথাখিনি ভালেই লাগল।কিন্ত তুমাৰ ভিডিওৰ থামনেল কিয় তেনেকে দিছে??সকলো কথা ৰাজনীতিৰ ফালে টানি নিয়াটো আমাৰ অসমীয়াৰ স্বভাৱ হৈ পৰিছে।
@Lakhya2026INC
@Lakhya2026INC 4 күн бұрын
সুন্দৰ উপস্থাপন কৰিছে বাইদেউ
@cgogoi7658
@cgogoi7658 4 күн бұрын
Bor val lagil God bles you anjala
@SWAPNARANIGOGOI-n1q
@SWAPNARANIGOGOI-n1q 4 күн бұрын
ইমান সুন্দৰ ভাষণ বৰ ভাল লাগিল
@ranjugogoi4117
@ranjugogoi4117 4 күн бұрын
Excellent Angela , বৰ সুন্দৰ
@gunaramdas131
@gunaramdas131 4 күн бұрын
ঈশ্বৰে আপোনাক আগুৱাই যাবলৈ কৃপা বৰিষণ কৰক!কৃষ্ণ🙏
@AbdurRahimAhmed-qf8zo
@AbdurRahimAhmed-qf8zo 4 күн бұрын
Angela sangmai's speech is the great
@JogenBaruah-w4m
@JogenBaruah-w4m 4 күн бұрын
এখেতক বহু পলমকৈ আবিষ্কাৰ কৰিলোঁ ।
@rubigogoi5227
@rubigogoi5227 12 сағат бұрын
বৰ ভাল লাগিল।
@map237
@map237 4 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤
@Nezukochaan432
@Nezukochaan432 Күн бұрын
Val lagil huni❤
@Biren-q5f
@Biren-q5f 4 күн бұрын
We most need like knowledge best lecturer in regarding shreemanta sankardev gurujana.
@deepsatnami89
@deepsatnami89 18 сағат бұрын
Bohut dhunia vashon
@bijoydas5841
@bijoydas5841 2 күн бұрын
Sundar Mohot lokor bani. Thanks for this
@Ranju-t7j
@Ranju-t7j 4 күн бұрын
Bohut bhal lagil
@binabora5025
@binabora5025 4 күн бұрын
Krishna Krishna xewa jonisu oti xundor anusthan val lagil
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 10 МЛН
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 21 МЛН
哈哈大家为了进去也是想尽办法!#火影忍者 #佐助 #家庭
00:33
火影忍者一家
Рет қаралды 127 МЛН
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 10 МЛН