গাঁৱৰ ৰাস খনৰ পৰা কিয় বঞ্চিত হয় প্ৰতিভাধৰ সকল ? গুৰু বাদ্যৰে ব্যক্তিক পদূলিৰ পৰা আদৰে নেকি?

  Рет қаралды 270,571

Angela Changmai

Angela Changmai

Күн бұрын

Пікірлер: 397
@FatikDeka-dw3tf
@FatikDeka-dw3tf 2 ай бұрын
এঞ্জেলা ঈশ্বৰে তোমাক শক্তি প্ৰদান কৰক তোমাৰ যুক্তি পূৰ্ণ কথাবোৰ সঁচাকৈয়ে অৰ্থপূৰ্ণ সচেতন সকলে তোমাৰ কথাবোৰ ভালকৈয়ে বুজি পায়। অশেষ ধন্যবাদ জনালো।
@probingogoi9774
@probingogoi9774 3 ай бұрын
সুন্দৰ মন্তব্য আগবঢ়োৱা মাননীয় আই (যদিও জীয়ৰী) গৰাকীলৈ ধন্যবাদ আৰু সেৱা জনালোঁ।আপোনাৰ লগত আমৰো এক মত। গুৰুজনাৰ অবদান সমুহৰ অপব্যৱহাৰ কৰা সকল গুৰু দ্ৰোহী হ'ব চাগে। ভগৱন্তই যেন কৃপা কৰি আইগৰাকীক আগবাঢ়ি যাবলৈ সৎ সাহস প্ৰদান কৰে।
@RatulGayon
@RatulGayon 2 ай бұрын
আই গৰাকী আপোনাক কোটি কোটি বাৰ ধন্য বাদ জনলো ; আপুনি যি বক্তীতা ৰাখিলে তাত আমি একমত ! ঈশ্বৰে আপোনাক কৃপা কৰক তাৰ কামনাৰে প্ৰাথনা জনালো ।কৃষ্ণ ! জয় গুৰু শংকৰ ।
@rameshboruah4953
@rameshboruah4953 2 ай бұрын
Hundar
@alimuddinahmed1335
@alimuddinahmed1335 3 ай бұрын
অসমৰ একমাত্ৰ সাহসী ছোৱালীজনী! এম এল এ বা মন্ত্ৰীৰ বিষয়ে কোনেও একো কব নোৱাৰে direct জেলত! কিন্তু আপুনি সচা কব সাহস কৰিছে!
@jubingogoi8000
@jubingogoi8000 3 ай бұрын
মোৰ মনত উদয় হোৱা সকলবোৰ কথাই আপুনি আজি কলে বহুত ভাল লাগিল বাইদেউ ❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
অতি সচা কথাই কৈছা তুমি। তোমাৰ কথা খিনি অন্তৰস্পষী আৰু হৃদয়স্পৰ্শী। এই কথা প্ৰত্যেক গৰাকী অসমীয়াই হৃদয়ৰ পৰা হৃদয়লৈ অনুভৱ কৰিব পাৰিব লাগে।তেহে অসমীয়া নামৰ জাতিটোৰ বহুত উন্নতি হল হেঁতেন। বাস্তৱ জীৱনৰ লগত সংপৃক্ত হৈ থকা কথা খিনিয়ে আমাৰ সমাজৰ সকলোকে সুমতি দিয়ক। তাকেই আমাৰ অন্তৰৰ নিভৃত কোণৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।
@hemantaborah4168
@hemantaborah4168 2 ай бұрын
কথাবোৰ অতি সুন্দৰকৈ উপস্থাপন কৰিছে ভাল লাগিল শুনি ১০১ শতাংশ শুদ্ধ আৰু সঁচা কথা কৈছে।
@Jmahanta644
@Jmahanta644 3 ай бұрын
এগৰাকী যুৱতীৰ উদাত্ব তথা নিৰ্ভিক ভাষণেআমাৰ মনক ছুই যাব পাৰিছে।
@adyutborpatragohain6839
@adyutborpatragohain6839 2 ай бұрын
অনন্যা, তুমি এঞ্জেলা! তোমাৰ সুন্দৰ যুক্তি পূৰ্ণ সাহসী ভাষণ শুনি আপ্লুত হলো।🇮🇳
@pankajpratim02
@pankajpratim02 Ай бұрын
শুনিলে শুনি থাকিবৰ মন !! মহানতা দেখিছো !!
@angelachangmai1209
@angelachangmai1209 2 ай бұрын
হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো 🙏। মনৰ দুই এটা কথা আলোচনাহে কৰিছো , গতিকে গ্ৰহণ কৰা নকৰা আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব । ইমান সুন্দৰ মন্তব্য আগবঢ়াইছে সকলোৱে , ধন্যবাদ। সুস্থ সমাজৰ যুঁজ খন মোৰ নহয় আমাৰ । সহযোগিতা কাম্য, কথাৰে কামেৰে আমি কৰি দেখুৱাব লাগিব। মোক আপোনালোকৰ পৰামৰ্শ, সহযোগিতাৰ প্ৰয়োজন। প্ৰান্তত এঞ্জেলা চাংমাই
@bhagyalatachowdhury3704
@bhagyalatachowdhury3704 3 ай бұрын
বঢ়িয়া কথা কৈছে দেই । চেলুট ।
@siddhartharajkhowa4091
@siddhartharajkhowa4091 6 күн бұрын
সুন্দৰ আৰু যুক্তি পূৰ্ণ কথা কৈছা তুমি।।।। কিয় লাগে বৰমুৰীয়া সোপাক আদৰিবলৈ গুৰু বাদ্য ।।। কোনো প্ৰয়োজন নাই ।।।
@kausikdeka8380
@kausikdeka8380 3 ай бұрын
আপোনাৰ কথাবোৰে হৃদয়ত কঁপনি তুলি যায়..আমাৰ কলাইগাঁৱৰ ৰাসত আপোনাৰ লাইভ ভাষণ শুনিছিলো।
@pachaniaxom1155
@pachaniaxom1155 3 ай бұрын
জননী জন্মভূমি স্বৰ্গদাপি গৰিয়হী।সুন্দৰ উপস্থাপন।
@bulbulibuli1795
@bulbulibuli1795 2 ай бұрын
সুন্দৰ উপস্থাপন লগতে সম‌‌য়পযোগী আৰু ভাল লাগিল।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
এনেকুৱা হৃদয়স্পৰ্শী বক্তৃতা প্ৰদান কৰিবলৈ প্ৰভূ ভগৱন্তই তোমাৰ শিৰত আশীষ নিৰ্মালি প্ৰদান কৰক। তোমাৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো ❤❤❤
@BantiBorah-p7b
@BantiBorah-p7b 2 ай бұрын
অতি প্ৰয়োজনীয় আৰু প্ৰাসংগিক কথা কলে। সুন্দৰ বিশ্লেষণ। ১০০ শতাংশক নোৱাৰিলেও কিছু সংখ্যক অসমীয়া লোকক নিশ্চয় সাহস দিব সঠিক দিশত আগ বাঢ়ি যাবলৈ।
@KartikDas-lh2hm
@KartikDas-lh2hm Ай бұрын
অতি সুন্দৰ কথা কৈছে । সমিতি -কমিটি , অনুষ্ঠান - প্ৰতিষ্ঠান আৰু বিশেষ ব্যক্তি বিলাকৰ মুৰত এই কথা বিলাক সুমালে ভাল আছিল । ধন্যবাদ ও নমস্কাৰ।
@kamalkachari9545
@kamalkachari9545 2 ай бұрын
সঁচাকৈ শুদ্ধ কথা কৈছে । মোক সঁচাই বৰ ভাল লাগিল আৰু এনেকৈ শুনিবলৈ পাম বুলি আশা থাকিল।
@sonmoniaxombihudhul3800
@sonmoniaxombihudhul3800 2 ай бұрын
বহুত সুন্দৰ কথা ওপস্থাপন কৰিছে 🙏🙏
@pranabjyotiborah2905
@pranabjyotiborah2905 2 ай бұрын
বৰ সুন্দৰ বিৱৰণ ৷ আগবাঢ়া এন্জেলা আমি আছো তোমাৰ লগত ৷ তোমাৰ যুক্তিবাদী বলিষ্ঠ কণ্ঠ ৰুধিবলৈ কাৰো শক্তি নাই কাৰণ আমি প্ৰতিৰোধ কৰিম সেই শক্তিক ৷
@parimitagogoidevi8634
@parimitagogoidevi8634 2 ай бұрын
সূন্দৰ মন্তব্য কৰিছে শুনিয়েই থাকিবলৈ মন যায়
@mukheswarkonwar9754
@mukheswarkonwar9754 3 ай бұрын
শ্ৰীহৰিৰ কৃপা হওক, আৰু আগবাঢ়ি যোৱা। কৃষ্ণ 🙏
@kaushikdeka5917
@kaushikdeka5917 2 ай бұрын
সুন্দৰ ব্ক্তব্য এন্জেলা । আৰু আগুৱাই যোৱা ।ভগবানে কৃপা কৰক
@Prasantagitu
@Prasantagitu 3 ай бұрын
সুন্দৰ মন্তব্য সঁচা কথা কৈছে আপুনি 🙏
@UttamUttam-u2z
@UttamUttam-u2z 2 ай бұрын
মন ছুই গল, সুন্দৰ ভাষণ.
@bitumonidehingiadehingia9222
@bitumonidehingiadehingia9222 3 ай бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লগিছে বা তুমি আগুৱাই যোৱা❤
@RatulGayon
@RatulGayon 2 ай бұрын
আই গৰাকীক ঈশ্বৰে কৃপা কৰক তাৰ কমনাৰে ! কৃষ্ণ ! জয় গুৰু শংকৰ ।।
@shivaniboruahofficial3825
@shivaniboruahofficial3825 2 ай бұрын
বাইদেউ আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল আৰু সকলো সচাঁ কথা ।
@santoshborah6757
@santoshborah6757 2 ай бұрын
আপোনাৰ কথা এক মত । মন্ত্ৰী, বিধায়ক কোনো শিক্ষা গুৰু নে ধৰ্মীয় পুথি ? বায়ন-গায়ন ৰাজনীতি নে ধৰ্মীয় বাদ্য-যন্ত্ৰ । কিমান জন শিক্ষা গুৰুক গায়ন- বায়ন কৰি আদৰি আনিছে, নে বিদাই দিছে ? কি চিন্তা কৰে আমাৰ সমাজ খনে কব নোৱাৰোঁ , এই লুতি খোৱা বান্দৰ কেইটা আহিলে কিয় ধৰ্মীয় বাদ্য- যন্ত্ৰ ব্যৱহাৰ কৰে । আৰু বেলেগ উপাই নাই নি ?😂
@rajmonikonwar4095
@rajmonikonwar4095 2 ай бұрын
একেবাৰে সত্য কথা কৈছে আপুনি..মই আপোনাৰ কথাৰ লগত একমত
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 3 ай бұрын
বৰ্তমান ৰাসত ভক্তি গুৰুত্বহীন কৰি বেপাৰ কৰি আছে।ৰাসত ভক্তি বিছাৰি পোৱা নাযায়। বাকী যি বিছাৰে সকলো উপলব্ধ।
@Runjun137
@Runjun137 2 ай бұрын
সঁচা কথা কৈছে যে গাৰ নোম শিয়ৰি গৈছে ভিদিয়টো চায়। বহুত ভাল লাগে কথাবোৰ শুনি।
@monalishabora8798
@monalishabora8798 3 ай бұрын
তুমি অনন্যা । অসমৰ গৌৰৱ বহুত শুভেচ্ছা জনালোঁ ❤❤🙏🏻
@sabinasonowal2962
@sabinasonowal2962 2 ай бұрын
অতি সুন্দৰ ভগৱানে আপোনাক 😊আগলৈকে এনেদৰেশক্তি দিয়ক।
@Kaushik632
@Kaushik632 2 ай бұрын
বা, আপুনি একডম শুদ্ধ কথা কৈছে।❤💯
@BidyaMoranofficial
@BidyaMoranofficial 2 ай бұрын
খুব যুক্তিপূৰ্ণ আপোনাৰ কথাখিনি এঞ্জেলা বা।বহুত ভাল লাগিল শুনি।আপুনি কোৱাৰ দৰে অসমখনে এনেদৰেই গঢ় লওক।অসম অসম হৈ থাকক।আপোনাক ঈশ্বৰে শক্তি দিয়ক আগুৱাই যাবলৈ🙏🙏
@ArupSaikia-he1tn
@ArupSaikia-he1tn 2 ай бұрын
১০০শতাংশ সছা আৰু বৰ্তমান সময়ত বহু মহান লোকে কবলৈ সাহস নকৰা কথা কৈছা......আমি নিজৰ কৃষ্টি সংস্কৃতি এজন ৰাজনিতী কৰিবলৈ যোৱা সংস্কৃতিৰ সামান্য জ্ঞ্যান নথকা লোকৰ ওচৰত তল মুৰ কৰি বিক্ৰী কৰো ফলত আমাক ৫ টা বছৰ ভৰিৰ তলত গছকি শাষন কৰে
@abanideka9836
@abanideka9836 2 ай бұрын
।।জয় কৃষ্ণ 🙏।। আপোনাৰ কথাবোৰ যুক্তিসংগতেই নহয় একেবাৰে ১০০% য়েই বাস্তৱ সত্য🙏।
@sanjibborah1286
@sanjibborah1286 2 ай бұрын
Your speech carries a good message to our society.What you say in your speech is absolutely necessary to be accepted.You encourage our new generation to justify a matter.I shall anxiously be waiting for your next speech.
@chetiaDipanjali
@chetiaDipanjali 2 ай бұрын
বহুত ধুনীয়া ধুনীয়া কথাৰে মোৰ মণটো মুহিত কৰিলা। সঁচা কথা।🎉❤🎉❤🎉
@byleesharma8107
@byleesharma8107 2 ай бұрын
amar monot khodai kobo bisara kothabur apuni iman khahokhore koise sobore agot bohut val lagise...dhainyabad apunak..ai2 kotha khosai beya lage dekhi j amar guru baidyo jontro bojai adoribo kio lage..kio amar guru khajjur pindhi mur duai aag borhai baru....khosai bohut dukh lage...
@dharmendrakaman1859
@dharmendrakaman1859 6 күн бұрын
যুক্তিৰে কথাবোৰ আঙুলিয়াই দিছে মই সমৰ্থন আগবঢ়াইছো। মূলাগাভৰু দেশৰ সাহসী অসমীয়া নাৰী এঞ্জেলাক ।
@abhijitraj7523
@abhijitraj7523 2 ай бұрын
আপোনাৰ যুক্তি সংগত কথাবোৰ শুনি সঁচাকৈ আপ্লুত হলো আৰু এবাৰ শুনিলে শুনি থাকিবলৈ মন যায় ধন্যবাদ 😊🙏🙏🙏🙏🙏😊
@pallabidevi7275
@pallabidevi7275 2 ай бұрын
Apunak kouti kouti pranam baidu.bortoman xomaj khont eai kothaboror bohut proyjon hoise
@RobinTamulay
@RobinTamulay 2 ай бұрын
বহুত শুনিছো এনেকুৱা ভাসন।সস্তীয়া জনপ্ৰিয়তা কাৰো ভাল নালাগে।
@ChatroGogoi
@ChatroGogoi 15 күн бұрын
অতি সুন্দৰ ধন্যবাদ জনালো ।
@DharjyaChoudhury
@DharjyaChoudhury 2 ай бұрын
Apuni khomajor karone otikoi val kori ase...Dhanyabad apunak...
@ChandanNath-k1i
@ChandanNath-k1i 3 ай бұрын
Kotha khuni suni bahut Val lagil ...paronam aponak...
@MadanBorah-u7c
@MadanBorah-u7c 2 ай бұрын
আই এঞ্জেলাক ভগৱন্তৰ ‌কৃপা মিলক। আগলৈ অসমীয়া সমাজখনক ভূল পথেৰে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ। ধন্যবাদ।
@phatiksaikia9340
@phatiksaikia9340 2 ай бұрын
❤❤❤Love U Ba...apunak ki buli dhonyabad dim..akhirbad korisu apunak bhogbane bht din jiyai rakhok🙏🙏
@profullasaikia4020
@profullasaikia4020 3 ай бұрын
Best...advice..
@iamlaxmanbarman
@iamlaxmanbarman 2 ай бұрын
আপোনাৰ কথাখিনি বহুত মন চুই গ'ল । আপুনি ৰেস্তোৰাঁ ৰ কথা কৈছে.. ম‍ইতো ভাবোঁ কেতিয়াবা... Wineshop ৰ opening ceremony ত ব্যৱহাৰ কৰা হ'ব। @*কথাষাৰ ভূল নাভাবি মনৰ কথাহে কৈছোঁ।
@Dipankarshivam
@Dipankarshivam 2 ай бұрын
সূন্দৰ আপোনাৰ কথা ইমান‌ বহুত ভাল‌লাগে
@EmoniBorah
@EmoniBorah 3 ай бұрын
সঁচা কথা আমি আগতে নিজে অভিনয় কৰিছিলোঁ,এতিয়াহে দেখিছোঁ ভাল নালাগে কিন্তু তোমাৰ প্ৰতিটো কথাত মই একমত, আগুৱাই যোৱা তুমি বহুত আশীৰ্বাদ আছে, সদায় সত্যত থাকিবা🙏🙏
@narenborah8344
@narenborah8344 2 ай бұрын
বহুত ‌ ভাল। কথা। কৈছে। গায়ন বাযন দেৱ বাদ্য আমি মন্ত্ৰী ‌আদৰা কথা নেথাকে
@myway3433
@myway3433 2 ай бұрын
সুন্দৰ উপস্থাপন বাইদেউ শুনি ভাল লাগিল ।
@MAINA33
@MAINA33 Ай бұрын
❤❤
@r.d.creator8235
@r.d.creator8235 2 ай бұрын
Kothabur xuni thakibo moi jai, juktipurna kothabur👌👌
@NabanitaDutta-v1e
@NabanitaDutta-v1e 2 ай бұрын
Bahut hundar kotha khini mon sui gol
@HareswarBarman-xg9dz
@HareswarBarman-xg9dz 2 ай бұрын
Many thanks u go ahead Angela , we r with u
@kakolikalita5574
@kakolikalita5574 2 ай бұрын
Apunar ktha huni thakile hunie thakibr mn jai eman mrm lage eman val lage huni eman val ktha koi apuni apunar dre hbo mn jai❤❤❤❤❤❤❤❤
@sibaprasadgoswami855
@sibaprasadgoswami855 Ай бұрын
ধন্যবাদ, এঞ্জেলা।
@nibransonowal9182
@nibransonowal9182 3 ай бұрын
কথাখিনি শুনি বহুত ভাল লাগিল
@JonaliDeka-hf6id
@JonaliDeka-hf6id 2 ай бұрын
Aai Aapunar kothakhini xuni bahut val lagise aapunar kothat moi o akmot
@reenadihingia4312
@reenadihingia4312 2 ай бұрын
খুব ভাল লাগে তোমাৰ কথাবোৰ।
@Luhitpegu-ik6ki
@Luhitpegu-ik6ki Ай бұрын
Really ❤❤❤
@monjeetadutta9021
@monjeetadutta9021 2 ай бұрын
Sundar katha koisa .val lage tumar kathakhini huni .ru agabarhi jua
@birenpdas5347
@birenpdas5347 2 ай бұрын
আপোনাৰ কথাবোৰ শুনি খুব ভাল লাগিল । আপোনালৈ ধন্যবাদ জনালো। যোৰহাট।
@aarnristphukan4865
@aarnristphukan4865 2 ай бұрын
Hosakoi apunar kotha bur huni val lagil. Jibilak kotha apuni kola haibilak kotha bahu dinor porai manot jagi asil. Kintu kothabur homajor agot dangi dharib pra nasilu. Katiaba dui ak r majot prakakh karu...
@jyotsnaborah1846
@jyotsnaborah1846 2 ай бұрын
বৰ ধুনীয়া কথা কৈছে ।
@rabindrabaishya2393
@rabindrabaishya2393 2 ай бұрын
Aadhyatmikata path pradarshan dekhuwar babe bahut bahut dhanyawad janalo 🍀⭐⭐🍀
@sarbanandasaikia702
@sarbanandasaikia702 3 ай бұрын
কৃষ্ণ গুৰুত্বপূৰ্ণ দিশৰ কথাবোৰ কোবা ভাল হৈছে সত্য কথাত ভয় নাই কৃষ্ণৰ কৃপা হব মোৰ আশাবাদ আছে কৃষ্ণ
@sunilphukan1287
@sunilphukan1287 3 ай бұрын
1oo% Right
@RupalDutta-zm5dx
@RupalDutta-zm5dx 2 ай бұрын
Apunak vogobany kuholy rakhokok.apunar kotha bur huni eman val lagisy
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 3 ай бұрын
Khube khundar kotha kole. Thank you so much. God bless you baideo.
@ranjanborah8190
@ranjanborah8190 3 ай бұрын
কৃষ্ণ 👏 আই,, খুবেই লাগতীয়াল কথা কলে
@PradipGogoi-i7b
@PradipGogoi-i7b Ай бұрын
কথা যিহেতু মুখেৰে কয় গতিকে কথা কোৱা অতি সহজ। কাম মন প্ৰাণ হ্নদয় আৰু বিবেকেৰে কৰে। গতিকে কৰাটো টান। অসমীয়া জাতিৰ পিতূপুৰুষ স্বৰ্গদেউ চাওলুং ছ্যুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ আগত অসম বুলি কোনো ঠাই বা দেশ নাছিল। সেই দৰে অসমীয়া বুলি ও কোনো ভাষা বা জাতি নাছিল। কিন্তু সাম্প্ৰতিক সময়ত অসমত মহাপুৰুষ কাল পুৰুষ দেশভক্ত আদি মহৎ লোকৰ অন্ত নাই। স্বৰ্গদেউ চাওলুং ছ্যুকাফাই মুখেৰে বৰগীত গোৱা নাছিল। মনে প্ৰাণে হ্নদয়েৰে হাতে কামে অসমীয়া ভাষা ও জাতিৰ কাৰণে কাম কৰিছিল। যাৰ নাম বহুতো অসমীয়া মানুহৰ মনত নপৰে মুখত নুফূতে। 1228খূষ্টাব্দৰ পিছৰে পৰা অৰণ্য ময় অজ্ঞানতা আন্ধাৰত ডুব যোৱা মুলূকক নিৰাময়ৰ আৰম্ভ কৰি আহে চাওলুং ছ্যুকাফাই। আজি যি বৰ অসমত অসমীয়া ভাষা বুকুত বান্ধি বুকু ফিন্দাই আছোঁ সেইয়া মাএ স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰ কৰিবলৈ অসম বুলি ইমান বহল দেশ এখন বিভিন্ন জনগোষ্ঠীয় লোকৰ ভকত বনাবলৈ সুবিধা নাপায়। কাৰণ অসম এখন মুছলমান খূষ্টান ৰাজ্য হ'ল হেতেন। ‌ কিমান বাৰ‌ বুজায় হে চৰকাৰ বিলাক চাওলুং ছ্যুকাফাক প্ৰথম অসমীয়া কৰা হৈছিল। চাওলুং ছ্যুকাফা যেন অকল আহোম সকলৰ হে ৰজা আছিল। শ্ৰীমন্ত শংকৰদেৱৰ তুলনাত চাওলুং ছ্যুকাফাই অসমীয়া ভাষা ও জাতিৰ কাৰণে বহু কৰিছিল। এখন বিহৎ জনগোষ্ঠীয় জন জাতি অমিল জাতি বিলাকৰ ভিতৰত হাই কাজিয়া লাগি থকাৰ সময়ত সৈন্য ও হেঙদাঙৰ কাম বীৰত্বৰ কাম। শাস্ত্ৰ সমূহ পঢ়ি একশৰণ নামধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ ফলপ্ৰসূ নহ'ব। গতিকে চাওলুং ছ্যুকাফাই গোটেই বৰ অসমৰ সকলো সুবিধা কৰি ৰখাৰ দৰে হ'ল শ্ৰীমন্ত শংকৰদেৱৰ বাবে। নাম ঘৰো আহোম সকলৰ অষ্টম কোণৰ ঘৰৰ আদৰ্শ ল'লে শ্ৰীমন্ত শঙ্কৰদেৱে। চাওলুং ছ্যুকাফাই অসম মুলুকত বিহৎ ঐক্য সঙহতিৰ পথাৰ খন move নকৰা হ'লে আজি শ্ৰীমন্ত শংকৰদেৱৰ নামেই নাথাকিলে হয়। 600বছৰীয়া আহোম ৰাজত্বৰ চাওলুং ছ্যুকাফাই আছিল বীজৰ অঙ্কুৰ। শৰীৰ থকা সকলো একেই। জীৱ শ্ৰেষ্ঠ মানৱ। কোনো ঈশ্বৰ নহয়।। দেহত জীৱ থকা টো জীৱিত আৰু নথকা টো মূত। গতিকে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্মৰ ওপৰত কোনো নাই ভগৱান ও নহয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ মানুহ চাওলুং ছ্যুকাফাৰ দৰেই। চাওলুং ছ্যুকাফাই অসম মুলুকত যিমান খিনি সামাজিক সাংস্কৃতিক ৰাজনৈতিক ভৌগোলিক ঐতিহাসিক দেশৰ প্ৰজাৰ হকে অনাদি কালৰ বা বাবে শ্ৰীমন্ত শঙ্কৰদেৱৰ তুলনাত কম নহয়। বিশ্লেষণ কৰি চালে ই গম পোৱা যাব। ধন্যবাদ। প্ৰদীপ গগৈ। গুৱাহাটী।
@PrasantaDadhara
@PrasantaDadhara 2 ай бұрын
Good news
@ChittaranjanMedhi-l3m
@ChittaranjanMedhi-l3m Ай бұрын
আপোনাৰ দৃষ্টিভংগীয়ে নৱ প্ৰজন্মক উৎসা প্ৰেৰণা যোগাওঁক ৷
@bantimalik4209
@bantimalik4209 3 ай бұрын
সুন্দৰ। ঠিক কথা কৈছে।
@devkantobora9247
@devkantobora9247 2 ай бұрын
Oti dhuniya kotha kole baidew Bahut bahut dhanyvad
@mramdhenu5770
@mramdhenu5770 2 ай бұрын
সছাকৈ বৰ সময় উপযোগী ভাষণ। মজা লাগিছে।
@DipankarDeka-vv6tc
@DipankarDeka-vv6tc 2 ай бұрын
সুন্দৰ
@RANJITSaikia-s2s
@RANJITSaikia-s2s 19 күн бұрын
বৰ ভাল কথা কৈছে।
@AnimaHaloi-u2g
@AnimaHaloi-u2g 6 күн бұрын
Juktipurnya ,Sundar katha ,👍👍👍
@NITUNath-zm7qd
@NITUNath-zm7qd 2 ай бұрын
অতি সুন্দৰ ❤❤❤
@munindeka3213
@munindeka3213 Ай бұрын
এইজনীৰ কথা আৰু কামৰ আকাশ পাতাল পাৰ্থক্য। মস্ত অহংকাৰী নিজৰে সংস্কাৰ নাই আনক নীতি শিক্ষা দিব যায়,,,
@HemantaBorah6988
@HemantaBorah6988 3 ай бұрын
Right ❤❤
@Runjunborah-un5zk
@Runjunborah-un5zk 2 ай бұрын
ঠিকেই কৈছে ।এইবোৰ মূৰত নধৰে।
@devajitsaikia9902
@devajitsaikia9902 2 ай бұрын
Aapunar kothakhin mur bohut val lage..
@deepshikhamalakar7803
@deepshikhamalakar7803 3 ай бұрын
চাংমাই ভনীজনীৰ কথাই heart touce কৰি গ,ল.
@khagenassam5778
@khagenassam5778 3 ай бұрын
খুব ভাল কথা কৈছে বাইদেউ।
@simpleboy7738
@simpleboy7738 3 ай бұрын
একেবাৰেই সঁচা কথা 💯
@H.c-i8j
@H.c-i8j Ай бұрын
Aponak matri rupot dekhisu ❤vll lagise aguwai jauk 😊
@ananatadasvlogs9980
@ananatadasvlogs9980 2 ай бұрын
ভাল লাগিল কথা বুৰ❤❤❤❤
@kkllkkll6296
@kkllkkll6296 2 ай бұрын
Bohut val kotha koisa... Hikok raij val Gyan bur alop louk
@GhanashyamSarma-h7g
@GhanashyamSarma-h7g 2 ай бұрын
Absolutely right. You are speaking the hard truths, be bold and go ahead, do something good for the downtrodden class.....
@JunuKalita-lj8sd
@JunuKalita-lj8sd 2 ай бұрын
Baa bhut vall lgil Apunar kothakhini hridoy suigol..xosa kotha koise ❤
@abedali-bj8ri
@abedali-bj8ri 3 ай бұрын
Apunar kothta bur xuni iman val lage xuni thakibor a mon jai thake
@BijuBiju-gf4ke
@BijuBiju-gf4ke 3 ай бұрын
From biju azad ñ lakhimpur
@somiteesonowal690
@somiteesonowal690 2 ай бұрын
Khub mrm lga ktha koise val lagil
পুৰণিবাৰী, মাজুলী @জ্যোতিময়Jyotimoy
1:45:52
জ্যোতিময় Jyotimoy
Рет қаралды 121 М.
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 269 #shorts
00:26
Friends make memories together part 2  | Trà Đặng #short #bestfriend #bff #tiktok
00:18