খুব মজা ৰ কথা কৈছে শঙ্কৰদেৱৰ শিশু বিদ্যা নিকেতন ত সৰস্বতী প্ৰতিমা আনি পূজাৰী আনি পূজা কৰা হয় ৰাখীবন্ধন পালন কৰা হয় যিবোৰ গুৰুজনাৰ পৰিপন্থী
@njyotinjyoti754116 күн бұрын
শিক্ষাতিয়ে প্ৰমান প্ৰত্ৰৰ পাবৰ কাৰনে স্কুললৈ যায় যেন অনুমান হৈছে কাৰণ সেই একেজন শিক্ষকে স্কুলত নপঢ়াই কিন্তু তিউচন কৰিবলৈ ঘৰলৈ মাতে,ঘৰত এখন স্কুল খুলি লৈ কেনেকুৱা কথা হ'ল বাৰু
@rekhamoniPhukon-u9e16 күн бұрын
এচাম শিক্ষকক দেখিছোঁ চৰকাৰী স্কুলত শিক্ষকতা কৰি নিজৰ সন্তান ক বহু দূৰণিলৈ ভাল শিক্ষক বিচাৰি টিউচনলৈ লৈ যায় সেই মেধাবী শিক্ষক জনক টকা কেইটামান বেছি কৈ দি নিজৰ স্কুল লৈ মাতি নানে নিজৰ সন্তান ৰ লগতে আনৰ সন্তানে ও যাতে উপকৃত হ'ব পাৰে কিছুমান শিক্ষকক দ্ৰোণাচাৰ্যৰ দৰে লাগে একলব্যৰ আঙুলি কটা মহামানৱ মাহাত্ম্য গান্ধী ক পৰিদৰ্শক আহোঁতে নকল ৰ সুবিধা দিছিল যে তেনে শিক্ষকৰ পৰা একো আশা কৰিব নোৱাৰি