জালুকবাৰীত কাৰ ঘৰ এইবিলাক? কোনে বহুৱাইছে গাঁও?

  Рет қаралды 106,298

TIME8 News

TIME8 News

3 жыл бұрын

জালুকবাৰীত কাৰ ঘৰ এইবিলাক? কোনে বহুৱাইছে গাঁও? কোন এওঁলোক, ক'ৰ পৰা আহিছে? TIME8 EXCLUSIVE

Пікірлер: 336
@karunarabha2979
@karunarabha2979 3 жыл бұрын
এইটো খুব ভাল বাতৰি সম্প্ৰচাৰ কৰিছা। চৰকাৰে এই বাতৰি চাই কঠোৰ আইন লব লাগে। কোন সেই ঘৰ বিলাকৰ মালিক চৰকাৰে হস্তক্ষেপ কৰি জুপুৰি ঘৰ সমূহ উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব লাগে।
@amarswapna1133
@amarswapna1133 3 жыл бұрын
সেই মানুহ বোৰৰ লাইনৰ বিল আছে নাম চাঁওক,,বিল দিয়ে নে নিদিয়ে,,মুখ্যমন্ত্ৰী ডাঙৰীয়া ই কি কৰি আছে
@prabinbaruah6863
@prabinbaruah6863 3 жыл бұрын
এঠাইত উচ্ছেদ কৰিলে আন এঠাইত বহি যায় । সেয়েহে নাগৰিকত্বৰ পৰীক্ষা আগতে হব লাগে ।
@user-od6hn7ym6m
@user-od6hn7ym6m 3 жыл бұрын
Right
@user-iu2he7ct9o
@user-iu2he7ct9o 3 жыл бұрын
ৰাইজৰ টকাৰে দৰমহা খোৱা প্ৰশাসনৰ মানুহ বিভাগীয় বিষয়া কৰ্মচাৰী বোৰে কি আছে???
@prayashikalita6989
@prayashikalita6989 3 жыл бұрын
আজি ভাড়া ঘৰ বুলি কোৱা এইসকলেই এদিন স্থায়ী বাসিন্দা নাম পাব। চৰকাৰে নেদেখা কৈ থকা নাই। এইবোৰ অবৈধ প্ৰবজনকাৰী।ভাড়ালো লোৱা মালিক জন কোন???? মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ এই অবৈধ প্ৰবজনকাৰী বোৰক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰি বহিস্কাৰ কৰাৰ বাবে ব্যৱস্থা লওঁক।
@devildevil460
@devildevil460 Жыл бұрын
Umm
@gunamonibordoloi7456
@gunamonibordoloi7456 3 жыл бұрын
Himanta sir চব কাম কৰিব নেকি, লোকেল দাদাগীৰি কৰা পাৰ্টি নেতা বোৰ কলৈ গল?
@pradipsarma4279
@pradipsarma4279 Жыл бұрын
Vagari goise jati mati rakhayar karane.
@monojkalita4927
@monojkalita4927 3 жыл бұрын
বাংলাদেশত পৰিণত হৈছে জালুকবাৰী হাতীগাঁও ধীৰেণপাৰা
@pranjalxaikia553
@pranjalxaikia553 3 жыл бұрын
জালুকবাৰী ৰাইজক FIR দি দিবলৈ অনুৰোধ জনালোঁ।🙏🏻
@paramanandabora1047
@paramanandabora1047 Жыл бұрын
আমাৰ মূখ্য মন্ত্ৰীয়ে দম্ভালি মাৰি ৰাইজক শুনাই থাকে সঘনাই যে কোনোবা চৰকাৰী বিষয়াই যদিহে কাৰোবাৰ পৰা এটকাও ঘোচ লয় ,তেওঁ লগেলগেই জেলত যাব লাগিব। গুৱাহাটী চহৰৰ মাজ মজিয়াত কোনো চৰকাৰৰ মানুহে বহু টকাৰ লেন-দেন নোহোৱাকৈ এই বিদশী মানুহবোৰ fly over থকা মেইন পথৰ দাঁতিত বহুত দিন বসতি কৰি থাকিব পাৰিব নেকি । কোন চৰকাৰৰ মানুহে এটকাৰ কম লৈ এনেবোৰ মানুহক বহুৱাব পাৰিলে তাক হিমন্ত বিস্ব শৰ্মাই খবৰ কৰক । চৰকাৰে আইন কৰক, এতিয়াৰ পৰা চৰকাৰী মাটিত বহা কোনো মানুহে বিজুলিৰ সংযোগ নাপাব, কোনো যাতায়াতৰ পথ ,খোৱা পানী আদিৰ বসতিৰ সা সুবিধা নাপাব। এই মানুহবোৰক বহুওৱাসকলক শাস্তি দিয়ক ।
@ujjaldas5167
@ujjaldas5167 3 жыл бұрын
Moi jalukbari t thaku ai manuh bur je ase gutai bur Miya hoi taat sur dokait sob ase
@runukalita9868
@runukalita9868 3 жыл бұрын
Akdm right 👍👍👍
@sankobkoushik8554
@sankobkoushik8554 3 жыл бұрын
এইবোৰ ভোট bank । মজ্জা মজ্জা। জুই।।
@rahulaminguwahatiassam6861
@rahulaminguwahatiassam6861 3 жыл бұрын
Tat Atau Voter Nai
@dilipgogoi3682
@dilipgogoi3682 3 жыл бұрын
মালিক চিনি নাপায়, এইটো আক কেনেকুৱা কথা? চৰকাৰী নিয়মমতে যধেমধেটো ভাৰাত দিয়াথকাটো নীতি নহয়।
@montusaikia2680
@montusaikia2680 3 жыл бұрын
খেদিব লাগে
@parbinsultana5644
@parbinsultana5644 3 жыл бұрын
যদি এইবোৰ বিদেশী তেন্তে সোনকালে খেদিব লাগে। ইয়াৰ বাবে দায়ী মালিক সকল। আৰু যদি এইসকল ভাৰতীয় হয়, তেন্তে গুৱাহাটীত বিল্ডং বনোৱা ঠিকাদাৰ বোৰে ধুবুৰী, গোৱালপাৰাৰ পৰা নিয়া কৰ্মচাৰী। চৰকাৰে উচিত তদন্ত কৰিলে সকলো ভালকৈ পোহৰলৈ আহিব।
@bhaskarjyoti2777
@bhaskarjyoti2777 3 жыл бұрын
Eitoh news moi time 8 ok salute disu👍 Eitoh 10 bosor agor pora daykhi asu.
@dr.lakshmikalita8857
@dr.lakshmikalita8857 3 жыл бұрын
যদি এই মাটি খিনি চৰকাৰী হয়, তেনেহ'লে তাত এটা বৃহত আকাৰৰ পুখুৰী নিৰ্মাণ কৰিব লাগে, তাত লৰা ছোৱালীএ সাতুৰ শিকিবও পাৰিব । মাছ কাছ থাকিব। বোট চাফাৰি কৰিব পাৰিব। পৰিবেশ ভাল হৈ থাকিব ।
@thehouseofftllchannel5706
@thehouseofftllchannel5706 3 жыл бұрын
মোৰ সমস্তিত মই জানিম গতিকে জালুক বাৰি সমস্তিতো য়াৰ হয় তেওঁৱেই জানিব কাৰণ মোৰ সমস্তিতো যদি চৰকাৰিৰ মাতিত মোৰ বিনা অনুমতিত জানু কোনোবাই ঘৰ বনাব পাৰিব একে দিনাই উঠাই দিয়া হব বিধায়কৰ অনুমতি নোহোৱাকৈ যদি এনেদৰে ঘৰ বনাই না বিধায়ক জনে এই মাতিবোৰ কাৰোবাক বিক্ৰী কৰিলে এই মাতি বোৰ নহলে কিয় মালিকৰ নাম নাজানো বুলি কৈছে ।
@lunanath8519
@lunanath8519 3 жыл бұрын
Uthai diokk...vl kaam kori ase aibur news d...thnk time8
@jehirulhuda3147
@jehirulhuda3147 3 жыл бұрын
ঘৰৰ মালিকক প্ৰথমে ধৰিব লাগে। elictricity connection যাৰ নামত আছে তেওঁক বিচাৰি উলিয়াব লাগে। কি documents ৰ আধাৰত electric connection দিছিল চাব লাগে। without prior notice ত উচ্ছেদ কৰি দোষীক legal punishment দিব লাগে।
@SriCCDas
@SriCCDas 3 жыл бұрын
চৰকাৰে এই বিলাক লোকৰ ওপৰত গুলি কৰিব লাগে।
@soniomyoutube1228
@soniomyoutube1228 3 жыл бұрын
তোৰ কথা মতে চৰকাৰ নচলে
@SriCCDas
@SriCCDas 3 жыл бұрын
@@soniomyoutube1228 তোৰ চলিলেও হ'ব কিন্তু বেদখল কাৰিক তহতৰ ঘৰৰ পিছফালে দখল কৰিবলৈ দে।
@soniomyoutube1228
@soniomyoutube1228 3 жыл бұрын
@@SriCCDas অসমৰ মানুহ অসমতে থাকি ব তয় কি কৰিবি বাল চিঙি বিনে
@SriCCDas
@SriCCDas 3 жыл бұрын
@@soniomyoutube1228 অই জহৰা তই অসমৰ কি প্ৰমাণ আছে,যদি অসমৰ বুলি ফুটনী মাৰিছ মাটি দখলত কিয় নামিছ বাল ছিঙা কথা ক'বলৈ আহিছ পাগল কথা ভালকৈ কবি পাগল ছালা।
@enriqueofficial1460
@enriqueofficial1460 3 жыл бұрын
বহুত দিনৰ পৰাই দেখি আহিছো
@bibekchangmai7472
@bibekchangmai7472 3 жыл бұрын
Electricity connection kenekoi dise ?? Electricity board manuh logot ase eyat
@axomattitude7164
@axomattitude7164 3 жыл бұрын
Afa lor prai pis pis kroi katib lage
@utpaltalukdar9976
@utpaltalukdar9976 3 жыл бұрын
নলবাৰী মুকালমুৱাত নদীৰ মাজৰ বালি চৰত বহুত গাওঁ বহিছে ৷ উচিত তদন্ত কৰিব লাগে ৷( বৰক্ষেত্ৰীত)
@Jesminnahor1234
@Jesminnahor1234 3 жыл бұрын
Yes,I am also agree with you but hindu mnuh xini a besi mati bikise
@naturediscovery5640
@naturediscovery5640 3 жыл бұрын
@@Jesminnahor1234 হিন্দু মানুহে তো তেওলোকক বহাইছে।
@nilotpalsarma8659
@nilotpalsarma8659 3 жыл бұрын
মিয়া হই এইবিলাক
@soniomyoutube1228
@soniomyoutube1228 3 жыл бұрын
নহয় কেলা জহৰা কেইটামান আছে
@prasantaborah5229
@prasantaborah5229 3 жыл бұрын
ভালদৰে অনুসন্ধান কৰাৰ অন্তত সেই ঘৰবোৰ উচ্ছেদ কৰিব লাগে
@anjupegu9766
@anjupegu9766 15 күн бұрын
Good job 👍👍👍
@itsfunwithpapuli2340
@itsfunwithpapuli2340 Жыл бұрын
কোঠোৰ আইন প্ৰনয়ন কৰক কোনোবাই যদি visa নোলোৱাকৈ অবৈধ ভাৱে প্ৰৱেশ কৰে আৰু সেয়া প্ৰমানিত হয় তেওঁলোকক মৃত্যুদন্ড দিয়াৰ ব্যৱস্থা হব লাগে।আৰু তেওলোকক সহযোগ কৰা আৰু আশ্ৰয় দি সুবিধা দিয়া ব্যক্তি সকলকো ৰাজহুৱাভাৱে ফাচী দিব লাগে ।
@rajumurmu9168
@rajumurmu9168 3 жыл бұрын
আমাৰ,আশা, থাকিল, যে,,মাননীয়,, মুখ্য, মন্ত্ৰীৰ, ওচৰত,,,,, এই বেদখলকাৰী,,,উচ্ছেদ,কৰে,জেন,আসা,থাকিল,,এক,মাত্ৰ,বি,জে,পি,সৰকাৰ,, উচ্ছেদ,কৰিব,,এই,কেটা,ভুমি,মাফিয়াক,,নাকি,লগাব,বোলি,আসা,থাকিল,,,
@sanjitsingha4614
@sanjitsingha4614 3 жыл бұрын
Good job👍👍
@sabitadeka9608
@sabitadeka9608 3 жыл бұрын
আজি পলিথিনৰ ঘৰ তাৰপিছত টিনপাত ৰ তাৰপিছত তৰজাৰ অৱশেষত এতিয়া পকীঘৰ .....গোটেইবোৰ মিঞা ...আৰু চৰকাৰ চকুমুদা কুলি....সেইফালেদি বৰমুৰিয়াসকলৰ আহ যাহ দেখোন বেছি হে .....কিয় বা দেখা নাপাই সেইটোহে ভাবিব লগীয়া কথা.....
@user-ci2ki5ew3p
@user-ci2ki5ew3p 3 жыл бұрын
মামাৰ ভাগিন
@junuhaloi3575
@junuhaloi3575 15 күн бұрын
মামাৰ চৰকাৰৰ মানুহ বোৰে এই বোৰ দেখা নাপায় নেকি। চৰকাৰে দেখিও নেদেখা ভাআউ ধৰি থকা জেন লাগে।😢😢😢😢
@rajeshboro3035
@rajeshboro3035 3 жыл бұрын
News Sai bhal lagil
@shyamantikadas29
@shyamantikadas29 3 жыл бұрын
👍
@ratulgiri686
@ratulgiri686 3 жыл бұрын
উচ্ছেদ অভিজান চলাওক চৰকাৰে।
@sacindradeka8192
@sacindradeka8192 3 жыл бұрын
Mamai bahuise sage.
@kukububu5087
@kukububu5087 3 жыл бұрын
ফথাষাৰে মনত দুখ দিয়ে এইটো এঈটো এটা সংগীন আৰু চিন্তনিয় বিয়ে। এনেবোৰ কথা ৰাইজৰ মাজত উলিয়াই অনাত সতাই প্ৰশংশনীয়া । ইয়াৰ লগে লগে ওয়াও জৰুৰী শাক উপযুক্ত সন্মান দিয়াৰ দৰকৰ তেখেতক সন্মান জনোৱা টো জানো উচিত নহয়!! যদি হয় তেনে যেতিয়া কোনো এজন সাংবাদিকে উপযুক্ত এজনক উপযুক্ত সন্মান দিব নুখুজে তেনে দুখ লাগে। আচলতে সেই সাংবাদিক জনৰ দাম্ভিকতা নে তেও নাজানে নে দিব নিবিচাৰে।সন্মান এজনক। কেইদিন মানৰ পৰা দেখা গৈচে কিছুমান সাংবাদিকে ঙ, ভূপেন হাজৰিকা আৰু মাননীয় C M ঙ, হিমন্ত বিশ্ব শৰ্মা নকৈ সেই জনে বাৰে বাৰে মাথোন ভূপেন হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা হে কোৱা দেখা যায়। বিনম্ৰ অনুরোধ তেও যেন উপযুক্ত জনক উপযুক্ত মান দি। ে
@dhrubajyotideka4192
@dhrubajyotideka4192 3 жыл бұрын
Vry good job
@sanjiprava278
@sanjiprava278 3 жыл бұрын
Eika koi puriborton
@mausumidas2400
@mausumidas2400 3 жыл бұрын
These encroachers should be punished in such a way that they can never ever think about not only encroaching but also stepping on the land of our beloved Assam.
@jibonborahofficial6778
@jibonborahofficial6778 3 жыл бұрын
মুখ্য মন্ত্ৰী সমষ্টিত এনেকুৱা কিছুমান হব নালাগে দেই।।।।।।কি হব ৰাজ্য স্থাপন কৰিব ।।।।।
@birkhangbrahma1520
@birkhangbrahma1520 3 жыл бұрын
Cm sir or xomosti hoi tenson nolobo sir or a Manu hoi noholy kot khahok paisy.
@kiranpegu76vlog65
@kiranpegu76vlog65 3 жыл бұрын
Good expose sir
@sunilchandrasarkar2414
@sunilchandrasarkar2414 3 жыл бұрын
Garigaon. R. Goria. Bilakor. Kam
@jaharr4206
@jaharr4206 3 жыл бұрын
CM Sir.... is that area occupied by Bangladeshi ....?
@anildeka4109
@anildeka4109 8 күн бұрын
The tenant must be reported to local police station. So police have to check
@Amin-kd8yr
@Amin-kd8yr 3 жыл бұрын
CM siror sage nijor suli, dari sabole taime nohy, aro Eibur babole taim hobne.
@pulakeshkumar7632
@pulakeshkumar7632 3 жыл бұрын
Same situation in Deepor Beel area opposite to Assam Science and Technology University,Jalukbari. Please visit there and understand the scenario.
@salilmarak3694
@salilmarak3694 3 жыл бұрын
Kot 200 km, aito matra 200/300 miter hai hobo,
@ritamoni3934
@ritamoni3934 3 жыл бұрын
good 👍 anekuwa news dibo lage time 18 ne .kiman abection korise photo dibo! bat explain nokoribo
@mantuhussain6183
@mantuhussain6183 3 жыл бұрын
Ami xodai dekho bohut din hol dekhibo! Bangladesh🇧🇩 or pai ahise bole
@hirakjyotikalita8008
@hirakjyotikalita8008 3 жыл бұрын
Allahu Akbar
@crazygamer4661
@crazygamer4661 Жыл бұрын
মিছা কথা ভাৰাতীয়া নহয় মিঞা বাংলাদেশ ৰ🛩🛩🛩🛩 পৰা আহি ধুবুৰী নলবাৰী ৰ নহয়🚒🚒 ইহঁতি তাতে নেথাকি ইয়ালৈ কিয় আহিলে????????? 🚛🚒🚒🚒🚒🚒🚒ইহঁতি চুৰ দকাইতো কৰে🚌🚌🚌🚌🚌🚌🚌
@gaganthakuria3133
@gaganthakuria3133 3 жыл бұрын
Aiborok khadibo lga
@nipenghosh4747
@nipenghosh4747 3 жыл бұрын
Good
@jaharr4206
@jaharr4206 3 жыл бұрын
Electricity connection kenekoi pale.....? How how....? They should be questioned
@dhrubajyotikoch2440
@dhrubajyotikoch2440 3 жыл бұрын
অসমত এনেকৈ অব্যাৱহিত হৈ থকা জলাশয় আৰু দ চানেকিয়া ঠাই সমূহত চৰকাৰীভাৱে অথবা সমবায় ভিত্তিত মাজ কাছ বা এক্কাকৃতীত কৃষি ( integrated farming ) মাছ,হাহ, মৃৰ্গি ইত্যাদি ৰ ফাৰ্ম খুলিব পৰা যায় , তেনে কৰিলে এনে অব্যৱহিত মাটীবোৰৰ সৎব্যৱহাৰ হ'ব। অন্যথা এনেবোৰ ঠাইত অবৈধ দখলীৰ সমস্যা সদায় থাকিব । জনসংখ্যাৰ বিস্ফোৰণ যিটো হাৰত হৈ আছে , তাৰ পৰা নিশন্দেহে কব পাৰি যে এনেধৰণৰ দলনি পিতনি ও আগ্ৰাসনৰ পৰা বাদ নপৰিব ।
@dipj.b6642
@dipj.b6642 3 жыл бұрын
Direct C.M sir k xudhi lk
@NazrulIslam-yl6de
@NazrulIslam-yl6de 3 жыл бұрын
হঠাৎ নহয় প্ৰায় 8 বছৰ মানৰ পৰা দেখিছোঁ
@mahendradas307
@mahendradas307 3 жыл бұрын
মাননীয় অসম চৰকাৰ ই অসমৰ ভবিষ্যতৰ কাল কঠোৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনালোঁ
@roserbro1917
@roserbro1917 3 жыл бұрын
Bangladesh miya geda aibur assam government request krisu assam pra kheda gold assam khn nhle hekh krib geda bur re
@debablogs6638
@debablogs6638 3 жыл бұрын
Bangladeshi
@pboroboro6837
@pboroboro6837 3 жыл бұрын
সৰিহৰ দুলিত ভূত।
@user-nr3rt6nn2q
@user-nr3rt6nn2q 11 күн бұрын
Ati sonkle usched koribo lage
@debajeetboro9360
@debajeetboro9360 3 жыл бұрын
Hoi de bhut ase moiu dekha paisu jopori pati manuh ase
@aroopgogoi1314
@aroopgogoi1314 3 жыл бұрын
Swasta bharat koriba lage. Mane operation all clear koriba lage.
@nkdas7082
@nkdas7082 3 жыл бұрын
এই ঘৰবোৰ Criminal minister(cm)r hoi
@itsfunwithpapuli2340
@itsfunwithpapuli2340 Жыл бұрын
কোনো নিদিৰ্ষ্ট এখন ঠাইত কোনো নিদিৰ্ষ্ট সংখ্যক লোক বসবাস কৰি থকাতো প্ৰয়োজনীয় কাৰন আমাক খেতিপথাৰ,চৰনীয়া পথাৰ,বনান্শল লাগিব industry, building,flat, machine এইবোৰ খাই জীয়াই থাকিব নোৱাৰি নহয় মানুহ হে বাঢ়ি গৈ আছে মাটিকালিৰ পৰিমান বাঢ়ি গৈ থকা নাই আৰু ইয়াৰ পৰিণতি অসমত থকা সকলো লোকে ভুগিব লাগিব সেয়া লাগিলে হিন্দুই হওক বা মুছলমানেই হওক কাৰন আমি যেতিয়া প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিম কেৱল নিজৰ স্ৱাৰ্থৰ বাবে প্ৰকৃতিয়েও আমাক শাস্তি দিবই,হিন্দু,মুছলমান,অসমীয়া,বঙালী.....জাতি,ধৰ্ম,বৰ্ন,ভাষা চাই শাস্তি নিদিয়ে গতিকে অসমত বসবাস কৰা প্ৰত্যেকজন নাগৰিক সচেতন হব লাগে অবৈধ নাগৰিকক ভূমি গ্ৰাস কৰাৰ সুযোগ দিব নালাগে,আপোনাৰ ওচৰে পাজৰে যদি এনেকুৱা সন্দেহজনক লোকৰ আগ্ৰাসন দেখিছে পুলিচ প্ৰশাসনক জনাওক,media ক জনাওক, social media ত viral কৰক,CM sir ক Tag কৰি tweet কৰক......যিখিনি already আহিছে তেওলোকক ওভতাই পঠিওৱাতো ইমান সহজ নহব কিন্তু নতুন আগ্ৰাসনত আমি বাধা দিব পাৰো......হিন্দু,মুছলমান,অসমীয়া,বঙালী,মাৰোৱাৰী,বিহাৰী,নেপালী যিয়েই নহওক কিয়? অসমত বহুদিন ধৰি বসবাস কৰি থকা সকলো লোক এক হৈ.....আমি এই সমস্যাটো শিপাৰে সৈতে উভালি পেলাব পাৰো.....অন্যথা আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াৰ ভয়ংকৰ পৰিণতি ভুগিব লাগিব।
@jimu.12
@jimu.12 3 жыл бұрын
00:08 Bhupen Hazarika naam tu ussaron koribopora ny . Ey aa asomor haangbadikor obostha.
@shahnawazahmed2087
@shahnawazahmed2087 3 жыл бұрын
200 km nilogot bole😂😂 ki j hobo aru
@itsfunwithpapuli2340
@itsfunwithpapuli2340 Жыл бұрын
ৰাজপাটত কাপুৰুষ বহাৰ পৰিণতি সাধাৰন অসমীয়া জনতাই ভুগি আছো,এতিয়াৰ CM sire বা নিজকে কি বুলি পৰিচয় দিয়ে....পুৰুষেই নে.......?অসমৰ নিবনুৱা সমস্যাতকৈও ভয়াবহ সমস্যা বুলি ভাবো অবৈধ নাগৰিকৰ ভূমি আগ্ৰাসনৰ সমস্যাটো।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh Жыл бұрын
HBS ক সুধিব লাগে। তেওঁৰে সমষ্টিৰ খীলীনজীয়া অসমীয়া মানুহ ইয়াৰ মালিক।
@jiusenmeck7859
@jiusenmeck7859 3 жыл бұрын
CAA side effect aro ki . CAA implement axom ot je holl gom puwa goll.
@hiteshsarma8682
@hiteshsarma8682 3 жыл бұрын
Mukhaymantir nijare shomosti dekhon . teo aolokar votote jike neki
@pramoddas4655
@pramoddas4655 3 жыл бұрын
Quarter or kakhot poka ghor bonay ase kintu Sarkar khakolu sai ase bhoot bankor karone
@bijoyboro1922
@bijoyboro1922 3 жыл бұрын
Good news
@abdulmokimmollah2303
@abdulmokimmollah2303 3 жыл бұрын
Nagorikotto porikha kori vumi usched koribo lage...
@niharikadas7314
@niharikadas7314 3 жыл бұрын
CM Sir a gom pab. Ghat usart
@pramoddas4655
@pramoddas4655 3 жыл бұрын
Jalukbari samasti sarkari bhoomit sob bahiror manuh
@rajanidas4831
@rajanidas4831 3 жыл бұрын
CM sir Jalukbari samastir singimarir pora alop jai ai bilak geda kor pora ahise. Khihate bengali katha pate. Pls time 8 abar eyate ahok
@dhrubajyotisarma9035
@dhrubajyotisarma9035 3 жыл бұрын
Bahu DNR porai asam loke enedore agrakhan hoise,ajihe sakumel khalene,bhangi d kela sibir,ki Sai ase.
@liaapborpatragohain8006
@liaapborpatragohain8006 Жыл бұрын
Ami purbo purukhor pora nija matit bah kori ahisu tothapi sorkare kiba hole amar nothipotro bisare kintu eibilak kiyo nothipotro nibisare? Aru ki homoisya ase homadhan kiyo nokore????
@subhashnath2338
@subhashnath2338 3 жыл бұрын
Prakhakhne ki kri ase. Othai dibo lage. Kinto kia dibo. Sabko mil raha hai, barabar mil raha.
@tanushreeray4173
@tanushreeray4173 3 жыл бұрын
Bahut joldi uthai dibo lage
@ajayrabha9947
@ajayrabha9947 Жыл бұрын
এইবোৰে আমাৰ C. M. চাৰৰ vote bank.
@edupeak1289
@edupeak1289 3 жыл бұрын
What are Assam police doing? Eating meat rice, fish rice and sleeping.
@chaliamlowang2018
@chaliamlowang2018 3 жыл бұрын
American man
@mamu1469
@mamu1469 3 жыл бұрын
Hemanta Biswas Sharma sir jaldi hota hai yah sab pura Bangladeshi hai
@tapanbaruah4601
@tapanbaruah4601 3 жыл бұрын
Himanta Mama gharbur destroy kari Samasti logote Asom basaok Jai Ai Asom
@cacacaca9695
@cacacaca9695 3 жыл бұрын
Himu dai Jane nohoi
@chaliamlowang2018
@chaliamlowang2018 3 жыл бұрын
Their is a Americans public
@rakibalam9136
@rakibalam9136 3 жыл бұрын
Barbari USHA nager aru sanjibani path abar goi sabo Tate 1000 Ghar man bohise...602 dagh number mati....kin2 Tate 2 evaction nohoi....ai2 adin apunar newst dekhauk sn Jodi khosai Dom ase apunar
@labakumar4494
@labakumar4494 3 жыл бұрын
Miyna aru Amorlatar majot aku ata parthakya nii. Athait katile Saat thait goje.
@mrinmoy5696
@mrinmoy5696 3 жыл бұрын
Bechi din nye aru hindu buror obosta west bengalor hinduburor nisina hobo jodi sarkare joldi NRC nokore.
@kanmanisoud9518
@kanmanisoud9518 3 жыл бұрын
Bahut din pisot ata val new paiso
@anibro4162
@anibro4162 20 күн бұрын
Aibor xonkale ussed korok . Nohole gojei gojali hoi jabo ! 200 KM ????
@utpaldeka5628
@utpaldeka5628 3 жыл бұрын
Drugs, gaanja, kite thief......
@hatharkhibrahma8738
@hatharkhibrahma8738 3 жыл бұрын
Moi aito drisya 1990 para deki ahi asu. Aponalokar aji he dristigasar halne
@bhaskarborah8767
@bhaskarborah8767 3 жыл бұрын
Laj palu dei CM sir
@bkp9774
@bkp9774 3 жыл бұрын
Guliai diok eaiburok.
@itsabtrishu
@itsabtrishu 3 жыл бұрын
এই বিলাক বঙালী নে মুছলিম
@anupamrabha954
@anupamrabha954 3 жыл бұрын
Bohudin agor porai dakhi asu aighor kaita
1 or 2?🐄
00:12
Kan Andrey
Рет қаралды 47 МЛН
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 48 МЛН
I Can't Believe We Did This...
00:38
Stokes Twins
Рет қаралды 84 МЛН
1 or 2?🐄
00:12
Kan Andrey
Рет қаралды 47 МЛН