Рет қаралды 12,115
TIME8 News
ৰাজ্যত বতৰে ধাৰণ কৰিব কাল ৰূপ, অনাগত ২৪ ঘন্টাত ৰাজ্যত মুষলধাৰ বৰষুণৰ আগলি বতৰা, ধুমুহা বৰষুণৰ সমান্তৰালকৈ ব্ৰজপাতৰ বাবেও আহিছে সতৰ্কবাণী।