কি চাই আছে সোনকালে এৰেষ্ট কৰা। তেতিয়া হে শান্তি পাম।
@joligoswami3870 Жыл бұрын
Right ktha koise
@BijoySubba. Жыл бұрын
@@gosaipararani945 uparar pora permission oha nai jen palu. Karan gutei tu akei prayei police, cid, cbi, etc..... Department he beleg. Uparar pora ordar nahile akuyei koribo nuware team tu a.
@punakondeka1785 Жыл бұрын
Erest cm k koribo lage set Assamiya kharkhuaa
@BhumidharNath-im7ml Жыл бұрын
এইদৰে হইতাকাৰীক যদি পুলিছে বচায় তেনেহলে সাধারণ মানুহৰ খেতৰত কি হব?
পবন কলিতাই নিজে নিৰ্দেশটো খুজি লৈছিলনে ? গোচৰটো ৰুজু কৰোতে আচামীৰ নাম লিখাটোত নিশ্চয় কলিতা ডাঙৰীয়াৰ স্বাধীনতা আছিল ৷ অধিবক্তা গৰাকীয়ে কিছু কথা খোলাখুলিকৈ কলে ৷ প্ৰতিবেদক আৰু অধিবক্তা দুয়োকে সাহসী যেন লাগিল ৷
@satishchand8795 Жыл бұрын
এই কুকুৰটোক ডাঙৰীয়া বুলি সন্মান দিয়াৰ কোন লাভ নাই
@sashibhatta5198Ай бұрын
@@satishchand8795 ঠাত্তা কৰিহে ডাঙৰীয়া বুলিছিলোঁ ৷ সি সন্মান পোৱাৰ যোগ্য নহয় ৷ এদিন নিশ্চয় অন্য প্ৰকাৰে ফচিব ৷
@BasudebBaishya-qk8dbАй бұрын
Thanks. ❤❤❤❤❤❤❤❤
@rabhagaming3386 Жыл бұрын
No. 1 master mind Leena Doley. চৰকাৰৰ সৎ সাহস আছে যদি লীনাক ধৰি জেলত দিয়ক।
@Narzy88 Жыл бұрын
পাব্লিক যে ৫০ তা মান বেট লয় হুছ-পুছ কৰক থ্ৰাক ড্ৰাইভাৰ ৰ পৰা চুৰু কৰি ৩/৪ দিনতে উলাব'