জীৱ- জন্তুৰ দৰে হুবহু মাত উলিয়াব পৰা এগৰাকী অন্ধ যুৱতী😲

  Рет қаралды 1,003,666

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 1 500
@dipanjaligogoi8851
@dipanjaligogoi8851 Жыл бұрын
বহুত সুন্দৰ হৈছে মণিকা । আগুৱাই যোৱা। তোমাৰ মনৰ আশাবোৰ পূৰ্ণ হ‌ওক। 🥰🌹
@prabinchandrdeka9512
@prabinchandrdeka9512 9 ай бұрын
বৰ সুন্দৰ।তুমি আগবাঢ়ি যোৱা।তোমাৰ ভৱিষ্যত শুভ কামনা কৰিছো।
@RosardRoird
@RosardRoird Жыл бұрын
অখ্যাত শিল্পীৰ বিখ্যাত প্ৰতিভা। সুন্দৰ অতি সুন্দৰ,,। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@pranpratimbordoloi397
@pranpratimbordoloi397 Жыл бұрын
ছোৱালীজনীক হিয়া উজাৰি আশীৰ্বাদ দিলো🙏এনিমেচন ফিল্ম ইণ্ডাষ্ট্ৰীত এইদৰে বিভিন্ন মাত উলিয়াব পৰা লোকৰ বহুত আদৰ ৷ মন কৰিলে তাই এনিমেচন ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰি সুনাম অৰ্জন কৰিব পাৰে বুলি মোৰ ধাৰণা হয় ৷ ঈশ্বৰক প্ৰাৰ্থনা জনালো-তাই যেন এদিন সফলতাৰ উচ্চ শিখৰলৈ যায়🙏
@anjumanidas1175
@anjumanidas1175 Жыл бұрын
ভগৱানে তেওঁক ঐশ্বৰিক শক্তি প্ৰদান কৰিছে। তেওঁ আৰু আগুৱাই যাওঁক।
@SajidulAli-j8i
@SajidulAli-j8i 5 ай бұрын
😲😲😲😁😁😁👌👌
@user-mb6gm1np5g
@user-mb6gm1np5g Жыл бұрын
Hosakoi adbhut pratibha❤❤ aguwai juwa
@miduldutta8798
@miduldutta8798 Жыл бұрын
ভগৱানে তুমাৰ চকু দৃষ্টি শক্তি যেন দান কৰে , তাৰে কামনা কৰিলো জয় শ্ৰী ৰামমমম 🙏🙏🙏
@torunborah2468
@torunborah2468 Жыл бұрын
To
@torunborah2468
@torunborah2468 Жыл бұрын
Thaks
@ramkuliramkuli3722
@ramkuliramkuli3722 Жыл бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊
@RajaniDas-si8lr
@RajaniDas-si8lr 11 ай бұрын
Good🎉🎉🎉🎉🎉
@biswajitblogs9082
@biswajitblogs9082 Жыл бұрын
Borhiya Val hoise....keep it up...enedorei agbahi jua Monika🎉 god bless you 🎉
@MissongAo-i5p
@MissongAo-i5p Жыл бұрын
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ,হৈ ভগৱান মনিকাক তাইৰ অসুবিধাৰ পৰা উদ্ধাৰ কৰা প্ৰভূ ❤
@badalkar9649
@badalkar9649 Жыл бұрын
সুন্দৰ,মনীকা,‌‌তোমাৰ জীৱ জন্তু,‌‌ চৰাই আদিৰ মাত‌ কথা শুনি বৰ ভাল লাগিল। তোমালৈ বহুত বহুত ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
@SuchenBorgohain
@SuchenBorgohain 6 күн бұрын
বহু ভাল লাগিছে
@pranabjyotihazarika1479
@pranabjyotihazarika1479 Жыл бұрын
মণিকা মোৰ ধাৰণা আমাৰ দৃষ্টি থকা সকলতকৈও তুমি জগতখন বেছি কৈ দেখিছা।
@JpChetia
@JpChetia 10 ай бұрын
Tumer jate 100/Disti ghuraaahe isharer usarat prathanathakil
@tulugohainboruah
@tulugohainboruah 8 ай бұрын
​@@JpChetia3
@Himadri_02
@Himadri_02 Жыл бұрын
মনিকা‌ বা তুমি আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো ❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আগুৱাই যোৱা।‌ভগৱান‌‌ তোমাৰ সহায় হ ওক।
@rajenmili1049
@rajenmili1049 Жыл бұрын
❤️👍🙏 সুন্দৰ। একাগ্ৰতা আৰু প্ৰতিভা থাকিলে শাৰীৰিক সমস্যাবোৰ হেলাৰঙে অতিক্ৰম কৰিব পাৰি। শাৰীৰিক অংগতকৈ মানসিক শক্তিহে সফলতাৰ ক্ষেত্ৰত অধিক প্ৰয়োজন। মণিকা তাৰেই উদাহৰণ। মণিকা আগবাঢ়ি যোৱা। 👍👍👍
@MintuMintubaishya-sv6ep
@MintuMintubaishya-sv6ep Жыл бұрын
তোমালৈ বহুত মৰম আৰু শুভেচ্ছা পঠিয়ালো ভনী ,💚💚💚
@KushalKrRabha
@KushalKrRabha 10 ай бұрын
সাইলাখ সেই সেই জীৱ জন্তু আৰু চৰাই চিৰিকতিৰ মাত ৷খুব ভাল লাগিল ৷ মনিকাৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ ৷
@SanjayMurah-t9v
@SanjayMurah-t9v Жыл бұрын
মোক ত একদম real জীৱ-জন্তুৰ মাত শুনিছোঁ যেন লাগিছে 👍👍👍👍👌👌👌 বহুত আগলৈ যাবা মনিকা God bless you
@rupschutia8720
@rupschutia8720 Жыл бұрын
ভগৱানে কিবা এটা কাঢ়ি নিলে কিবা এটা দিয়ে,,,,❤
@MukulMahanta-ip9pw
@MukulMahanta-ip9pw Жыл бұрын
ভগৱানে তোমাৰ মঙ্গল কৰক ,তুমি আমাক আৰু আনন্দৰ খোৰাক দি যাবা ।আমাৰ আশীৰ্বাদ তোমালৈ সদায় থাকিব ।
@majulianamika3530
@majulianamika3530 Жыл бұрын
..মনিকা ..bar প্রতিভা manibo lagibo.kin2.amr আশীর্বাদ সদাই ase...আগবাহি jwa❤❤,,বহুত মৰম দিলো মাজুলীৰ পৰা 💗💗
@joydevnath7954
@joydevnath7954 Жыл бұрын
Val lagil sae 🎉🎉🎉
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Жыл бұрын
একদম সুন্দৰ নিভাঁজ মাত আৰু ভাষাবিহীন অপূৰ্ব প্ৰতিভাৰ অধিকাৰী ,, ভগাৱনে ভালে ৰাখক সদায় তোমাক আগুৱাই যোৱা সদায় ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা ❤🎉🥰🙏
@PKASSAM33-we5wm
@PKASSAM33-we5wm Жыл бұрын
kzbin.info/www/bejne/fYK1f6auhZugp6Msi=Ij6lXBNFD9BDX1M1
@NayanmoniLahon-g2t
@NayanmoniLahon-g2t Жыл бұрын
Bhut hundor aru agg bahi juwa
@DipenKonwar-i3u
@DipenKonwar-i3u Жыл бұрын
বহুত সুন্দৰ৷ বিশ্ব জয় কৰক এই প্ৰতিভাৰে মনিকাই৷ অভিনন্দন থাকিল৷
@biswajitborah1871
@biswajitborah1871 Жыл бұрын
Akdom real..god bless u.
@ranjudeka4818
@ranjudeka4818 Жыл бұрын
শুনি সঁচা গাৰ নুম উঠি গৈছে ,সঁচা বৰ ভাল লাগিল দেই ❤
@tapum2588
@tapum2588 Жыл бұрын
Moi Arunacbalor pora ai Vediotu huni bhal pai commence korisu , je Bharator bortomanor leader hokolor speechor sound apunar next Videot dekhuaba dei.
@khagenbania9198
@khagenbania9198 Жыл бұрын
Monika bohut bohut thanks.
@deepburagohain7763
@deepburagohain7763 Жыл бұрын
অতুলনীয়, ভাষাহীন, অসাধাৰণ। ❤️❤️❤️
@dilipkumarbaishya5677
@dilipkumarbaishya5677 Жыл бұрын
ভগৱানৰ আশীৰবাদ সদায় তোমাৰ লগত থাকক , কণ্ঠ আৰু সুন্দৰ হওক ।
@monjitborah
@monjitborah Жыл бұрын
অন্ধ যুৱক যুৱতী সকলক ভগৱানে এটা বেলেগ শক্তি প্ৰদান কৰে যিটো আমি এজন ভাল মানুহে কৰিব নোৱাৰি
@abhilash2416
@abhilash2416 Жыл бұрын
Hosa ami yar 1% nuwarim
@jayabaruah1801
@jayabaruah1801 Жыл бұрын
সঁচাকৈ
@pahidutta4503
@pahidutta4503 Жыл бұрын
Hosa k
@PKASSAM33-we5wm
@PKASSAM33-we5wm Жыл бұрын
kzbin.info/www/bejne/fYK1f6auhZugp6Msi=Ij6lXBNFD9BDX1M1
@protimadutta2890
@protimadutta2890 Жыл бұрын
সচাঁকে
@nofijabegum6589
@nofijabegum6589 Жыл бұрын
তুমাক ভগৱানে আৰু আগবঢ়ায় নিয়ক যেন
@dhantimedhi2021
@dhantimedhi2021 Жыл бұрын
বহুত বহুত ভাল লাগিল। ধন্যবাদ মনিকা। ভগৱানে তোমাৰ মংগল কৰক।
@KshirodeDebbarma-zt1ft
@KshirodeDebbarma-zt1ft 10 ай бұрын
OMG god Manika tumar mukhe je konther sur excellent & telented god bless U ❤ly👌🌹
@anandaborah3054
@anandaborah3054 Жыл бұрын
Monika,You are really talented. God bless you.
@budhinsaikia6300
@budhinsaikia6300 Жыл бұрын
🙏 ভাষা নাই সঁচাকৈ তেখতৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰিবলৈ , অনন্য- অতুলনীয় ❤️🙏 ঈশ্বৰে কিবা নিদিলে যদিওঁ অবিশ্বাস্য শক্তি দিছে , এইয়াই দিব্যচক্ষু ৷ আমাতকৈ ভালদৰে দেখিছে পৃথিৱীখন৷
@KironChandraBorah
@KironChandraBorah Жыл бұрын
মনিকা তোমাক দৃষ্টি শক্তি দান কৰক ঈশ্বৰে , বহুদুৰ আগুওৱা,,, hope for the miracle
@simpibaishya6862
@simpibaishya6862 Жыл бұрын
Wow... Asorit protiva... Aguwai juwa Manika.... Axa kro tumi tumar dristi ghurai puwa.... 🙏
@PinkuNeogAllAssamFamous
@PinkuNeogAllAssamFamous Жыл бұрын
অতি সুন্দৰ ❤চকু কেইটা ভাল হলেই হয়।
@pallabihazarika7402
@pallabihazarika7402 Жыл бұрын
সুন্দৰ হৈছে তুমি আৰু আগুৱাই যোৱা
@HasibRahim07
@HasibRahim07 Жыл бұрын
Manika ৰ মিক্ৰি সমূহ শুনি বৰ ভাল লাগিল ।মনিকাৰ প্ৰতিভা তাই সঁচাকৈয়ে ভাল লাগিল ।
@MukundaDeka-n5z
@MukundaDeka-n5z Жыл бұрын
বহু ত ভাল লাগিছে মনিকা তুমি এইদৰেই আগুৱাই যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো 👍👍🙏🙏🙏🙏
@bchazarika1967
@bchazarika1967 Жыл бұрын
Real talent. Go ahead. May God Bless you.
@OpKiran-e1k
@OpKiran-e1k Жыл бұрын
সূন্দৰ আশীৰ্বাদ থাকিল ।
@monjitlahon7671
@monjitlahon7671 Жыл бұрын
অদ্ভুত প্ৰতিভা, তাইক ঈশ্বৰে আৰু আগুৱাই নিয়ক।💕💕🙏👍
@namitarabha1470
@namitarabha1470 Жыл бұрын
Nice and good Monika GOD bless you thank you monika
@runupamahandique6554
@runupamahandique6554 Жыл бұрын
খুউব ভাল লাগিল। মণিকা তুমি আৰু আগবাঢ়ি যোৱা। বাঃ কি সুন্দৰ মিমিক্ৰী❤🌻🌻🌻
@MoinulSk-sn6ic
@MoinulSk-sn6ic 10 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂😂❤❤❤❤😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@Rupan-u3g
@Rupan-u3g Жыл бұрын
God gift,,bohut val lagil,,Tumi bohut aguaijuwaa,,
@prativagogoi5084
@prativagogoi5084 Жыл бұрын
সচাঁ সচাঁ লাগি গৈছে মনিকা বা😍 আপোনাক ভগৱানে ভালে ৰাখক। ❤❤️
@DipaliBhuyan-c5i
@DipaliBhuyan-c5i Жыл бұрын
Bohut dhuniya lagil aguyai jua monika...
@puspadhardowarah1932
@puspadhardowarah1932 Жыл бұрын
ভণ্টিজনীলৈ অশেষ ধন্যবাদ।তোমাক লৈ গভীৰভাবে শোক অনুভব কৰিছো।ঈশ্বৰে তোমাৰ মংগল কৰক।
@liyaAter
@liyaAter Жыл бұрын
Bahut Val lagil Monika ba Adin dhemaji loi amontan korim
@shyamodevi1409
@shyamodevi1409 Жыл бұрын
মনিকা তোমাৰ ভবিষ্যতৰ কল্যাণৰ বাবেই বহুতো ধন্যবাদ থাকিল 💓💓
@jayashreegohain883
@jayashreegohain883 4 ай бұрын
অতি সুন্দৰ! ঈশ্বৰ প্রদত্ত গুণবোৰেৰে মনিকা সদায় উজ্জ্বলি থাকক আমাৰ মাজত। মণিকাৰ সুস্থ শৰীৰ আৰু সুস্থ মনৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো। ❤
@PratyashiSarma-me2wt
@PratyashiSarma-me2wt Жыл бұрын
ভগবানে তোমাক মংগল কৰক❤❤
@jaanda-jy8ek
@jaanda-jy8ek Жыл бұрын
Bohut dhuniya ba Agbahi jua❤😊
@ItsMe-ml9vl
@ItsMe-ml9vl Жыл бұрын
Real talent❤❤❤❤
@thestillsmallvoice4690
@thestillsmallvoice4690 Жыл бұрын
God bless you , dearest Monika . you are really extremly beautiful ! and excellent !!
@Kaushik632
@Kaushik632 Жыл бұрын
অতি সুন্দৰ প্ৰতিভা।❤ ভাল লাগিল।
@rubidevi2364
@rubidevi2364 Жыл бұрын
Bohut dhuniya .❤😍👌🏻🔥
@Bhabanamahanta7404
@Bhabanamahanta7404 Жыл бұрын
ভগৱানে তোমাৰ মংগল কৰক🙏
@dharmesherborah3999
@dharmesherborah3999 Жыл бұрын
সুন্দৰ ভাবে সাহসেৰে জীয়াই থাকা
@harendrarajbongshi1868
@harendrarajbongshi1868 Жыл бұрын
বহুত বহুত ভাল লাগিল । আগলৈ আৰু শুনাব
@bijoyaphukan4115
@bijoyaphukan4115 Жыл бұрын
Bohut bhal lagil...Aaru aaguwai juwar kamona korilu...Bhagawan tumaar xohai howk 🙏🙏🙏
@swapnaliakakh2449
@swapnaliakakh2449 Жыл бұрын
🤩💟💞♥️ ঈশ্বৰে সদাই ভালে ৰাখক।
@NitulRajkhowa-x2h
@NitulRajkhowa-x2h 3 ай бұрын
বহুত 🎉 বহুত 🎉 ভাল লাগিছে
@sumondas4224
@sumondas4224 Жыл бұрын
ভগৱানে আশীৰ্বাদ কৰক🙏
@RupaChutia-tj1nb
@RupaChutia-tj1nb Жыл бұрын
বহুত ভাল লাগিল মনিকা ।ভগৱান তোমাৰ সহায় হওঁক ।
@asfiaahmed5720
@asfiaahmed5720 Жыл бұрын
I just love her...❤😢.. her politeness, her cuteness 😢
@ArunaDive-e3k
@ArunaDive-e3k 10 ай бұрын
বহুত বহুত ভাল লাগিল মনিকা ধন্যবাদ আগুৱাই যোৱা
@JGogoi-fr5uw
@JGogoi-fr5uw Жыл бұрын
বহুত বহুত শুভেচ্ছাৰ জ্ঞাপন কৰিলো,কৃষ্ণ
@mridultamuli1858
@mridultamuli1858 Жыл бұрын
Nice Monika tumar monor kamona puron hok ❤️❤️❤️🙏🙏🙏🙏🙏
@RimpiBhumij-kn9ut
@RimpiBhumij-kn9ut Жыл бұрын
Real talent 🥰🥰🥰🥰
@digantavlogs46ride6
@digantavlogs46ride6 Жыл бұрын
Bhut Val lagise de..Sai..🎉🎉❤❤❤❤🥰🥰🌹🌹
@lifeandliving5375
@lifeandliving5375 Жыл бұрын
You are very talented..god bless you!!
@GitaDeka-ho2ni
@GitaDeka-ho2ni 6 ай бұрын
Monika tumar Nana Dharani Shura mat shuni bahut Val lagile, God bless you .❤
@sidha_kotha
@sidha_kotha Жыл бұрын
This is real telent 🫶♥️ best of luck 😊
@susekumaritaid
@susekumaritaid Жыл бұрын
বহুত ভাল্ লাগিছে ❤❤❤❤❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Very nice performance. We're proud of him.
@Juunsweety
@Juunsweety Жыл бұрын
Bhut vl lagil.... Monika sweet voice❤❤❤❤
@dibyajyotiboramusic3065
@dibyajyotiboramusic3065 Жыл бұрын
অন্ধ শব্দটো ব্যৱহাৰ নকৰি দৃষ্টিহিন বুলি ব্যৱহাৰ কৰিব পাৰিলে হয়।
@KD12780
@KD12780 Жыл бұрын
'দিব্যদৃষ্টি' এইটো শব্দ ব্যৱহাৰ কৰিব লাগে।
@rgadvanture6249
@rgadvanture6249 Жыл бұрын
ortho2 akytai
@dibyajyotiboramusic3065
@dibyajyotiboramusic3065 Жыл бұрын
@@rgadvanture6249 অৰ্থটো একেই বুলি মই জানো। কিন্তু সকলো ঠাইতে যিকোনো শব্দ ব্যৱহাৰ কৰা উচিত নহয়
@JitumaniMandal-dt5uj
@JitumaniMandal-dt5uj Жыл бұрын
O my god..emn dhuniya ke sbre mat dise akdom xasa Jen lgise 😊 god bless you manika
@ujjalmvlogs6717
@ujjalmvlogs6717 Жыл бұрын
Good gifted real talent
@Balamurali8039
@Balamurali8039 Жыл бұрын
❤Thanks. God bless you❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Unique and ultimate video. Unique and ultimate performance. Go ahead way to your journey Monika. God bless to you and your family. All the best wishes to you.. Grand salute to him.❤❤❤
@ArupRoy-lb8pf
@ArupRoy-lb8pf 9 ай бұрын
Dhuniya hoise Manika tumar aguwai jowa tumi god bless you
@abhijitgogoi8015
@abhijitgogoi8015 Жыл бұрын
amazing talent ❤🎉❤
@sankardoley1341
@sankardoley1341 Жыл бұрын
Mojja dise bohut bohut morom ❤❤❤
@JasmineKonwar
@JasmineKonwar Жыл бұрын
Bohut dhuniya hoise, hokolure nuare tmi bohut asorit, bohut sage kosto korisa, agbahi jua take kamona koru
@BishalNath-hi8nx
@BishalNath-hi8nx Жыл бұрын
বহুত ভাল ।লাগিছে
@rameshchoudhury713
@rameshchoudhury713 Жыл бұрын
বহুত ভাল লাগিছে আগলৈকে এইদৰে কৰি থাকা , তোমাৰ ভৱিষ্যত কামনা কৰিলো।
@GajenBorah-yv5lc
@GajenBorah-yv5lc Жыл бұрын
God bless you 🙏🙏 আগবাঢ়ি যোৱা
@mahendrabaruah9267
@mahendrabaruah9267 Жыл бұрын
Xundar hoise, bor bhal lagil, xokolubur bor xundarkoi maat uliyaise, Dhoinyabad jonalu,
@bijitsaikia1491
@bijitsaikia1491 Жыл бұрын
বহুত সুন্দৰ হৈছে.....ঈশ্বৰ তোমাৰ সহায় হওঁক তাৰ বহুত বহুত কামনাৰেই
@RinkuKakati-yo8bh
@RinkuKakati-yo8bh Жыл бұрын
বহুত ভাল লাগিছে
@hamsazmt6486
@hamsazmt6486 10 ай бұрын
Dear Lovely Sister Manika u r really talented, God be with you forever. With 💝 from Tripura. Hambai/ Thank you.
@pratibhahazarika335
@pratibhahazarika335 Жыл бұрын
Same to same jib jantar hoi se aru bohut bohut bhal lagise aru bohut dhayabad ❤️❤️👍👍👍
@prabhatkalita7697
@prabhatkalita7697 Жыл бұрын
Bohut val lagile.aru aguyai jauk
@devsanatan2
@devsanatan2 Жыл бұрын
Buhot dhunia lagise tumr sound tu keep going 😮😊
@PrunimaSaikia-ot6zc
@PrunimaSaikia-ot6zc 3 ай бұрын
Bohut bohut val lagile tomar balg balg mat huni tomi ago loi ag bahi jaba tar ay kamonai kori su ❤❤🙏🙏 vogban nor usrt partonai jonai su❤❤🙏🙏
@niruvlogsnd189
@niruvlogsnd189 Жыл бұрын
Bhut besi val lagil ❤❤
@robintimung9883
@robintimung9883 Жыл бұрын
Bohut bhal hoise many many thanks to you Minika long live.
REAL or FAKE? #beatbox #tiktok
01:03
BeatboxJCOP
Рет қаралды 18 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
Tengge  Rûn sa tan ta... fans te zar liau liau a ni e...
21:58
Mapuia YT Official
Рет қаралды 9 М.
Sach ki raat with Anubhav arora | Harsh Beniwal
22:56
Harsh Beniwal
Рет қаралды 8 МЛН
Mother-in-law coming #shorts by Tsuriki Show
0:28
Tsuriki Show
Рет қаралды 21 МЛН
Хорошее время было!
1:00
Дмитрий Романов SHORTS
Рет қаралды 1,1 МЛН
Арсен & Мереке | 1-серия
20:51
Арс & Мер
Рет қаралды 65 М.