Jagiroad Eviction : অবৈধভাৱে বসবাস কৰি অহা প্ৰায় ১৫০০ পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে | N18V

  Рет қаралды 351,433

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Jagiroad Eviction | জাগীৰোডত মৰিগাঁও প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। জাগীৰোডৰ শিলভঙাত অবৈধভাৱে বসবাস কৰি অহা প্ৰায় ১৫০০ পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে |
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#jagiroadeviction #assameviction
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 424
@basisthaacharya6590
@basisthaacharya6590 3 ай бұрын
এইসকল লোকৰ নিজৰ ঘৰ মাটি আছে। অসমীয়া লোক সকলৰ অমনযোগীতা আৰু উদাসীন মনোভাৱৰ বাবে এই চৰকাৰী ভূমি বেদখল কৰি সিহঁতৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত জিলা আয়ুক্ত মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছো । বহুত সময়ত বহু লোকে মিছাৰ আশ্ৰয় লৈ সুবিধা আদায় কৰা দেখা যায়।
@binodsaikia1882
@binodsaikia1882 3 ай бұрын
চৰকাৰ ৰ পদক্ষেপক ধন্যবাদ থাকিল।
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 3 ай бұрын
সকলো চৰকাৰী চৰ চাপৰি ফৰেষ্ট আদিত বাস কৰা অবৈধলোকক উৎচেদ কৰি অসম ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ ৷
@pbaruah8148
@pbaruah8148 3 ай бұрын
পীযূঢ হাজৰিকাক ধন্যবাদ মিয়াৰ কথাত বিশ্বাস নকৰিব
@mahimaranjan3420
@mahimaranjan3420 3 ай бұрын
শৰ্মা ডাঙৰীয়াৰ দৰে ভাল বিষয়া অসমৰ প্ৰতি জিলাতে প্ৰয়োজন আছে !
@apurbadas4151
@apurbadas4151 3 ай бұрын
নগাঁও ৰেলৱে কলনিত বহুত বাংলাদেশীৰ দখল!!
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 ай бұрын
Content D. C office
@sakuwatali8257
@sakuwatali8257 3 ай бұрын
Bangladeshi he Bangladeshi khobor jane
@apurbadas4151
@apurbadas4151 2 ай бұрын
@@sakuwatali8257 তই বাংলাদেশী গজৱা এ হিন্দৰ চৰদাৰ!!
@montudutta7017
@montudutta7017 Ай бұрын
​@@sakuwatali8257 অ, তইও তাৰমানে বাংলাদেশী 👍
@rupamraj4638
@rupamraj4638 25 күн бұрын
@@apurbadas4151 application diok DC /
@bot.R55
@bot.R55 3 ай бұрын
বাংলাদেশৰ পৰা আহি অসমৰ চৰকাৰী মাতি দখল কৰি পোৱালি জন্ম দি অসমত জনসংখ্যা বঢ়াব আৰু যেতিয়া চৰকাৰক ভুমিৰ প্ৰয়োজন হব তেতিয়া এডোখৰ ঠাই পালেহে তাৰ পৰা যোৱাৰ অজুহাত উলিয়াব এইতো মিয়াৰ অসমত নাগৰিকত্ব লোৱাৰ এটা বৃহদ পলিচি বৰ্তমান বিজেপি চৰকাৰে এই কথাবিলাকক আওকান কৰি ব্যক্তিগত মুনাফা আদায় কৰাৰ হে লক্ষ পৰিলক্ষিত হয় ।
@bhaskarjyotisaikia7290
@bhaskarjyotisaikia7290 3 ай бұрын
Hoi Muslim aru Hindu Bangladeshi e Axomot ahi Govt mati dokhol koribo tar pisot Axomiya suwali biya korabo. Guwahatit u enekuwa hindu Bangladeshi family ase ji after 1971 kata tar par hoi ahisil. Govt mati dokhol kori ghor bonae sil. Aru etiya xei mati Myadi kori Builderok besi Crore Toka pise. Axomiya suwali u biya korae se. Axomiya e beleg jegat goi mati dokhol koribo paribo janu ? Okol Axom aru Tripurate pare. CAA khone khilonjiya manuhok aru vogonia bonabo.
@DipankarKalita-wy1bt
@DipankarKalita-wy1bt 3 ай бұрын
ইমানে যদি জান বাংলাদেশ ৰ পৰা আহিছে তেন্তে ত য় কাৰ বাল চিঙি আছ কোৰ্ট ত কেছ দে গে​@@bhaskarjyotisaikia7290
@SurenBoro-mv7tq
@SurenBoro-mv7tq 3 ай бұрын
Ei Bangladeshi bulak congressor dinot aha . Congressor vote bank.
@bhaskarjyotisaikia7290
@bhaskarjyotisaikia7290 3 ай бұрын
@@SurenBoro-mv7tq Congress and Aiudf need Muslim Bangladeshi vote bank. BJP needs Hindu Bangladeshi vote bank. Politicians only need power and money. But nobody thinks about the indigenous people of Assam. They have become a minority in their own places. There are so many tribes in Assam. It's time that all tribes should unite like the Triprasa people are doing now.
@rupamraj4638
@rupamraj4638 3 ай бұрын
Sob congres government sorkar..koi lav ny ...kebol gadi lagei sobokei 😅😅😢😢
@TaslimAliBabul
@TaslimAliBabul 3 ай бұрын
ভাল মানুহ, ভাল ভাষা , ভাল বিষয়া ।👏👍👏
@Kamaljj7xz
@Kamaljj7xz 3 ай бұрын
এইবোৰক ভালদৰে চালি- জাৰি চিনাক্ত কৰিব লাগে.. চৰকাৰি মাটিত কাৰ অনুগ্ৰহত বহিছিল.. এইবোৰ কংগ্ৰেছৰ ভোট বেংক !
@madhabthapa5162
@madhabthapa5162 2 ай бұрын
100% hosa kotha
@shibukuri200
@shibukuri200 2 ай бұрын
Very good answer
@sahjahansheikh-ef9hz
@sahjahansheikh-ef9hz 2 ай бұрын
কিছুমান দালাল মাতব্বাৰে ২০/৩০ টকা লৈ বিক্ৰী কৰি এই মানুহ সকলক বহুৱাই ছিল
@HariBrahma-g6c
@HariBrahma-g6c Ай бұрын
😮​😊😮😮😮😮😮
@sandipdhar5802
@sandipdhar5802 20 күн бұрын
@@shibukuri200 .
@probinkumarkakati6151
@probinkumarkakati6151 3 ай бұрын
এইবোৰ খেদি পঠাব লাগে ।
@BharaliBharali4090
@BharaliBharali4090 3 ай бұрын
এইবোৰ চব বাংলাদেশী মিঞা ৰহিঙ্গীয়া।
@abdulmannaf5519
@abdulmannaf5519 3 ай бұрын
ঐ গৰু বোৰ ৰহিংজ্ঞা অসমীয়া কোন দিনা কোৱা খুনিছা।
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 ай бұрын
​@@abdulmannaf5519মিয়া বাপেৰৰ মূৰটো😂
@AsmitGogoi
@AsmitGogoi 3 ай бұрын
​@@abdulmannaf5519 Bhakha tu hika tu eku dangor ktha nhoi...moi Japanese kole Japanese Boni jam ni murkho
@tsunillangneh9569
@tsunillangneh9569 3 ай бұрын
​@@SANATANI_AXOMIA_NABA😅 mojja
@tsunillangneh9569
@tsunillangneh9569 3 ай бұрын
​@@abdulmannaf5519geda miya
@ponakonroy9209
@ponakonroy9209 3 ай бұрын
Mama jindabad ❤
@rajkumar-gm1vt
@rajkumar-gm1vt 3 ай бұрын
খালী চৰকাৰী মাটি থাকিলেই হল চিধা বাংলাদেশৰ পৰা আহি বহি যায়
@mujiburhussain3294
@mujiburhussain3294 3 ай бұрын
আপুনি তিনিচুকীয়া চহৰত গৈছে নে নাই।চাব চোন সকলো বিহাৰৰ বাসিন্দা। আপুনি কি ক'ব
@rajkumar-gm1vt
@rajkumar-gm1vt 3 ай бұрын
@@mujiburhussain3294 they are indian. But you are not
@tarundeka8847
@tarundeka8847 3 ай бұрын
@@mujiburhussain3294 Oi ki katha kaba ahisa? TINISUKIYA r BIHARI kor para aha ? BIHAR Bangladesh r ne Pakistanar ? TINISUKIYA r bihari a government land occupied kara nai .
@mujiburhussain3294
@mujiburhussain3294 3 ай бұрын
@@tarundeka8847 মই তিনিচুকীয়াত থাকি অহা মোক হিকাব নালাগে হে। সকলো দেখি আহিছোঁ। সছা কথা উল্লেখ কৰা। জদি দম আছে। চৰকাৰী মাটিত বাস কৰা খিনিক কয়ছো। তোমাৰ গাত কিয় লাগিল বা।
@mujiburhussain3294
@mujiburhussain3294 3 ай бұрын
@@AsmitGogoi ইয়াত মিয়া কথা কৰ পৰা তপকিল নো। চৰকাৰী মাটিত বহি থকা কেইটাৰ কথা কয়ছো।
@RajuGogoi-b7d
@RajuGogoi-b7d Ай бұрын
মনবিয়তা মানবিয়তা কৰি থাকোতে অসম জাব
@Da_Hazarika_অসম
@Da_Hazarika_অসম 3 ай бұрын
Ati hundor news........❤❤❤
@BigantaPatar
@BigantaPatar 3 ай бұрын
DC Sir apunaloi thank you
@achyotdewri3770
@achyotdewri3770 29 күн бұрын
বহুত ভাল হৈছে । মুখ্যমন্ত্ৰী মহুদয়ক বহুত বহুত ধন্যবাদ !!
@kulennath6456
@kulennath6456 3 ай бұрын
DC Sarma Sahabe khub val kam korise khub val lagise..
@nabingoyari7765
@nabingoyari7765 3 ай бұрын
Bor bhal lagil
@ratankumarnath3880
@ratankumarnath3880 3 ай бұрын
চৰকাৰী মাটি কিয় দখল কৰিব লাগে।
@girinbora7820
@girinbora7820 3 ай бұрын
কাক সুধি বহিছিল গতিকে ইহঁত যতে যায় যাওঁক অতি সোনকালে উচ্ছেদ কৰক নহলে ইহঁতে সদায় আমাৰ অসমৰ সকলো শেষ কৰিব।
@rufulislam5686
@rufulislam5686 29 күн бұрын
চৰকাৰৰ পদক্ষপক ধন্যবাদ থাকিল
@jaiaaiaxom9884
@jaiaaiaxom9884 Ай бұрын
চিলাপথাৰৰ ৰেলৱে কলনিতো বহুত বাংলাদেশী বসবাস কৰি আছে মই জনাত ।
@manjubarman1855
@manjubarman1855 3 ай бұрын
ভাল হৈছে।কিন্তু উচ্ছেদ যে কৰিব মানুহখিনি ক'ত যাব?জিৰণী মৌৰ নিচিনা এইবোৰ এঠাইৰ পৰা আন ঠাইলৈ যাব।
@rupamraj4638
@rupamraj4638 3 ай бұрын
Right 😅😅
@kuldeepthappa5101
@kuldeepthappa5101 2 ай бұрын
Bangladesh
@newsongvideo2735
@newsongvideo2735 2 ай бұрын
অসমৰ পৰা বাহিৰ কৰিব লাগে।এনে মানুহৰ বাবে অসমত বহুত ঘটনা হৈছে।
@pinkupatar4298
@pinkupatar4298 3 ай бұрын
বহুত ভাল লাগিল কাৰন ছৰকাৰী ভূমি যেতিয়া ।
@nabakalita9758
@nabakalita9758 3 ай бұрын
Hindu jagroto hua..nohola axom ses
@anandkarmakar7191
@anandkarmakar7191 2 ай бұрын
Sob ek hole na.. amar hindu bilak nijor nijor jati nasi loise sob hindu ek hole axom basibo nhole Bangladesh hoi jabo .. Bangladeshi k kedibo karne adulon koribo lagibo amak sobe mili
@newsongvideo2735
@newsongvideo2735 2 ай бұрын
অসমৰ পৰা সকলো বাংলাদেশী বাহিৰ কৰিব লাগে।
@KapilAbang
@KapilAbang 3 ай бұрын
মীয়াই অসম খন ধ্বংশ কৰিলে
@lachitbanowary3354
@lachitbanowary3354 3 ай бұрын
Good👍👍
@ArjunAmsong-tc2xo
@ArjunAmsong-tc2xo 3 ай бұрын
Val kotha
@pinkuboruah2245
@pinkuboruah2245 Ай бұрын
Moja korise
@dhameswarnath1126
@dhameswarnath1126 3 ай бұрын
Good,step,by,Assam,Goverment,
@prabindeka5498
@prabindeka5498 2 ай бұрын
প্ৰথম কথা আজি ৩০ বছৰ বেদখল কেনেকৈ ? দ্বিতীয় সিহঁতৰ ল'ৰা -ছোৱালীৰ পৰীক্ষা কিয়? তৃতীয় প্ৰকৃত ভাৰতীয় হয় নে নহয় প্ৰমাণ কেনেকৈ পোৱা যায়? চতুৰ্থ এই বেদখলকাৰী বোৰে ইয়াৰ পিছত নতুনকৈ কত আৰু কেনেকৈ বেদখল কৰিবলৈ সক্ষম হব চৰকাৰে বা সামাজিক মাধ্যম সমুহে ইহঁতৰ পিছত ঘুৰি বাতৰি কিমান দিনলৈ প্ৰচাৰ কৰি থাকিব নে বেদখলকাৰী বুলি চিহ্নিত কৰাৰ পিছত স্থায়ী বাসিন্দা কৰাৰ বাবে কিবা পৰিকল্পনা কৰিব ?কাৰণ অসমৰ বাসিন্দা সকলৰ নিজা ঘৰ মাটি আছে তেন্তে এই বেদখলকাৰী বুলি চিহ্নিত কৰা বোৰ কোন আৰু যদি এই বেদখলকাৰী সকলৰ নিজা ঘৰ মাটি আছে তেন্তে তালৈ যাব লাগে।
@assamnoobgamer9752
@assamnoobgamer9752 Ай бұрын
তেওঁ লোকৰ মাটি নাই এনে চৰকাৰি মাটি দখল কৰি আছে সুবিধা বুজি ভোটত নাম সুমাই ল'ব।আগৰ‌‌ নেতা বিলাক কিমান সাৰ্থপৰ আছিল নিজৰ গদি খনৰ কাৰনে ‌নীজ মাতৃ ভুমিৰ আজি এই অবস্থা ধিক্কাৰ দিও এই সকল নেতাক।
@DipankarKalita-wy1bt
@DipankarKalita-wy1bt 3 ай бұрын
একেবাৰে খেদি পঠিয়াই দিয়ে যেন এই gela হুপাক
@mrbrahma1998
@mrbrahma1998 2 ай бұрын
Mojja
@gyanendrakumarnath9292
@gyanendrakumarnath9292 2 ай бұрын
তহঁতে কাক সুধি বহিছিলি...যদি তহঁতে অসমৰে হয়..তহঁতৰ গাৱঁৰ জন্মস্থানত মাটি ভেটি আছে চাগেই..তালৈ গুচি গলেই হ'ল !
@hiturhymes3440
@hiturhymes3440 3 ай бұрын
কৰ।পৰা।যে।আহি।বহিছেহি। এইবোৰৰ মানুহ।
@manojinspiresindia9784
@manojinspiresindia9784 3 ай бұрын
Miya Miya Miya Bangladeshi Rohingya Miya 😂😂😂😂😂
@taradoi7957
@taradoi7957 3 күн бұрын
অতি সুন্দৰ সিদ্ধান্ত । সকলোৱে বুজা বুজিৰে কাম কৰক ।অন্ততঃ মানুহখিনিয়ে বুজি উঠিছে ।
@mahendrasaikia8622
@mahendrasaikia8622 2 ай бұрын
মিয়াক উচেদ কৰক । বহুত ভাল পদক্ষেপ।
@test-ix9im
@test-ix9im 3 ай бұрын
Borhia..mojaa
@Chaolanghen
@Chaolanghen 3 ай бұрын
Sarkari bhumi sarkare ussaid koriboi lagibo. Jai Aai Asom .Bharat Mata Ki Jai
@newsongvideo2735
@newsongvideo2735 2 ай бұрын
এইবোৰ মানুহ কোৰ পৰা আহে
@RajkrBanai.-iy7sp
@RajkrBanai.-iy7sp Ай бұрын
tahat moi hoi thak kor Aahe
@LACHIT07
@LACHIT07 3 ай бұрын
Kot o jaga dibo nalage aiburk 😒😒
@jibongogoi6940
@jibongogoi6940 3 ай бұрын
এই মিয়া বিলাক খেদিব লাগে l
@DPffx
@DPffx 2 ай бұрын
You are great ,Sir .May God always with You
@jibansangrami4919
@jibansangrami4919 3 ай бұрын
Nice officer gentleman education person,
@kulennath6456
@kulennath6456 3 ай бұрын
God Initiative
@HelenNarzary-h8f
@HelenNarzary-h8f 18 күн бұрын
Thankiyou, News 18.
@227nomalahuwclaharighat7
@227nomalahuwclaharighat7 3 ай бұрын
😅 আয়ুক্ত ছাৰৰ দৰে যদি সকলো হলহেতেন।চাৰলৈ শতকোটি প্ৰণাম জনাইছোঁ।
@test-ix9im
@test-ix9im 3 ай бұрын
Mojaa 🙏🙏 Bangladeshi
@bedabratabora7316
@bedabratabora7316 18 күн бұрын
Great work,C.M sir,Apunihe aasol maike laal❤❤❤
@spatarzx1007
@spatarzx1007 Ай бұрын
Good step👍.
@sumsum940
@sumsum940 3 ай бұрын
total Bangladeshi Assam in 50 lakh
@prabhatkrgogoi8153
@prabhatkrgogoi8153 3 ай бұрын
দুটাতকৈ অধিক সন্তান হোৱা বাবেই মানুহ থাকিবলৈ সামান্য মাটিৰ অভাৱ হৈছে ৷ ৰাইজে চিন্তা কৰক সন্তান জন্ম সংখ্যা কেনেকৈ কম কৰিব পাৰি ৷ কম সন্তান হলে পৰিয়াল এটা সুখ শান্তিৰে আৰামত বসবাস কৰি থাকিব পাৰিব ৷
@baharulislamsardar3166
@baharulislamsardar3166 3 ай бұрын
মানুহ থাকিবলৈ মাটিৰ কিয় অভাৱ হৈছে , এই কথাটো বুজিবলৈ হলে ব্ৰহ্মপুত্ৰ নৈৰ দাঁতি-কাষৰীয়া অঞ্চললৈ যাওক আৰু ৰাজহ গাঁৱবিলাকৰ অধ্যয়ন কৰক, আপোনাৰ প্ৰশ্নৰ উত্তৰ পাই যাব।
@mandiraboro5657
@mandiraboro5657 3 ай бұрын
Kenekoi duta hontan jonmo dibo allai je uporr pora ak hupanman hontan di thake
@kuldeepthappa5101
@kuldeepthappa5101 2 ай бұрын
​@@baharulislamsardar3166 problem tu accept kor excuse dibo nalage
@jintumonibordoloi4426
@jintumonibordoloi4426 3 ай бұрын
Good work🙏🙏
@basantahira8645
@basantahira8645 3 ай бұрын
যেতিয়া লৈকে?? পঠাই দে এই খোপাক শেষ কৰি পেলালে ইহঁতে
@User654-s2m
@User654-s2m 3 ай бұрын
কতো জাগা দিব নালাগে
@popular321
@popular321 3 ай бұрын
ইহঁত বৰ বিহ
@DreamInstaModel
@DreamInstaModel 2 ай бұрын
Toi bar bhal manuh, tur kothay gom pai
@mita-hi9su
@mita-hi9su 2 ай бұрын
​@@DreamInstaModel bangladeshi bangladesh t gusi njy kio
@DreamInstaModel
@DreamInstaModel 2 ай бұрын
@@mita-hi9su Asol bangladeshi toi hoi ja, ami Indian hoi, tahot he bangladeahor kotha bhabi thako
@mita-hi9su
@mita-hi9su 2 ай бұрын
@@DreamInstaModel miya Indian😄🥴🤡😅
@MintuDas-k3d
@MintuDas-k3d Ай бұрын
Right❤
@horensaikia3131
@horensaikia3131 3 ай бұрын
যৰ পৰা আহি মাটি দখল কৰিছা সেই ঠাইলৈ গুছি যোবা ৷
@niranjanragbongshi5833
@niranjanragbongshi5833 3 ай бұрын
চব মীয়া খেদক ।
@MunaRoy-r7g
@MunaRoy-r7g 3 ай бұрын
Good centrel gvrnt, assam gvrnt,
@junalisaraniasarania8155
@junalisaraniasarania8155 3 ай бұрын
Very nice
@sameerdeka5893
@sameerdeka5893 2 ай бұрын
Moza assam government zindabaad
@AMITSARMA-tq6jh
@AMITSARMA-tq6jh 3 ай бұрын
Hakalu District t railway matit evection koribo lagibo
@rantuChetia-w8t
@rantuChetia-w8t 3 ай бұрын
Good
@quithmarak8324
@quithmarak8324 7 күн бұрын
You are right sister, I think you are a educated women amongst the Muslim people God bless you
@Amchi7258
@Amchi7258 3 ай бұрын
Great man hoi ...
@RijuVg
@RijuVg Ай бұрын
Jindabadh. Usseth. Hok. Mama
@banjitchangmai4047
@banjitchangmai4047 3 ай бұрын
খেদাব লাগে,,,,,,,, নহলে অসমীয়া বুলি কোনো নাথাকিব
@swapnabarman9049
@swapnabarman9049 2 ай бұрын
সঠিক সিদ্ধান্ত নিয়েছে অসম সরকার।
@indial77672
@indial77672 2 ай бұрын
ইহতৰ কাৰণে কতো এটুকুৰা খালী মাটি পৰি নথকা হৈছে৷ইহতক detention campot ভৰাই থব লাগে৷
@SuheliLaskar-qj2du
@SuheliLaskar-qj2du 2 ай бұрын
Thanks for doing job. Without applying Force
@ahidulshek2607
@ahidulshek2607 18 күн бұрын
কিসুন্দৰ
@kanakkonwar7241
@kanakkonwar7241 3 ай бұрын
Manuh gorakire bhal kotha koise logote officer jonor kotha bhal lagise
@hirokmahanta5132
@hirokmahanta5132 3 ай бұрын
চৰকাৰী মাটি কিয় দখল কৰে বাংলাদেশী নিকী
@uttomdey5316
@uttomdey5316 22 күн бұрын
Mama❤❤❤mama💪💪💪💪💪💪💪💪💪
@debasishsaikia1063
@debasishsaikia1063 3 ай бұрын
Gd job 👍
@sulatadasbarman6966
@sulatadasbarman6966 3 ай бұрын
HIMANTA DA ZINDABAAD🌹 ❤
@moiamiatimoiamiati3985
@moiamiatimoiamiati3985 3 ай бұрын
JOYJOY
@alokranjanbaruah3418
@alokranjanbaruah3418 Ай бұрын
৩০, ৩৫ বছৰৰ আগৰ পৰা নাই,তেতিয়া এইবোৰ ঠাই খালী আছিল।
@sapiorrahman3765
@sapiorrahman3765 Ай бұрын
বহুত দুখ লগা ঘটনা
@hazarikadebabrata7894
@hazarikadebabrata7894 15 күн бұрын
প্ৰশংসনীয় কাম,
@bipulkalita5824
@bipulkalita5824 29 күн бұрын
ভাল কাম কৰিছে ।
@hitesdas3298
@hitesdas3298 3 ай бұрын
পৰিকল্পিত ভাবে দখল কৰিছে
@priyanshimajumder8447
@priyanshimajumder8447 28 күн бұрын
❤❤❤❤ very nice Assam cm🎉🎉🎉
@jalilmir8501
@jalilmir8501 3 ай бұрын
DC sir jon bor val manuh
@Akashdipboro
@Akashdipboro 18 күн бұрын
very good
@BijoyVlog105
@BijoyVlog105 3 ай бұрын
বাংলাদেশী এইবোৰ
@DibakarSingha-yw7dp
@DibakarSingha-yw7dp 29 күн бұрын
Hamanta Mama zindabad
@RanjanDas-sr8nq
@RanjanDas-sr8nq 28 күн бұрын
Good news
@MiiiMooom
@MiiiMooom 15 күн бұрын
Nic.sir
@huruj1947
@huruj1947 Ай бұрын
Very good step
@labanyadharbaniah5251
@labanyadharbaniah5251 2 ай бұрын
অবৈধ বেদখলকাৰী সংবিধানৰ অনুচ্ছেদ ৰ পৰাকোনো সাক্ষাৎকাৰ নাৰায়ণশিলা টুগেদাৰ কৰি খেদিব লাগে.
@SuryaDihingia
@SuryaDihingia 2 ай бұрын
Aibur news apunaluke dekhabo nalage
@BiplobhatiBaruah
@BiplobhatiBaruah Ай бұрын
কৰ পৰা আহিল। এই বিলাকৰ চেহেৰা দেখিবলৈ বহিৰাগত মিঞাৰ নিচিনা।
@Assam1770
@Assam1770 3 ай бұрын
Good step
@pinkugoswami7448
@pinkugoswami7448 3 ай бұрын
Thanks assam govt ,,please bhamaputra r major sor area bur eviction kribo lage aru brahmaputra r flora,faunna bur save kribo lage ,ecology bosabo lage
@gojendranathbarman5981
@gojendranathbarman5981 14 күн бұрын
Good news apuna.golei.apuni guchi golei hol
@tilakrajbangshi8174
@tilakrajbangshi8174 3 ай бұрын
Why Muslim (most of them)capture government land .
Incredible: Teacher builds airplane to teach kids behavior! #shorts
00:32
Fabiosa Stories
Рет қаралды 11 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 122 МЛН
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Паша Осадчий
Рет қаралды 10 МЛН