No video

Protest in CM Meeting :এফালে মুখ্যমন্ত্ৰীৰ ভাষণ আনফালে আৰক্ষীৰ সৈতে হতাহতি স্থানীয় একাংশ ৰাইজৰ N18V

  Рет қаралды 536,047

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Protest in CM Meeting | মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অথন্তৰ ।
*এফালে মুখ্যমন্ত্ৰীৰ ভাষণ আনফালে আৰক্ষীৰ সৈতে হতাহতি স্থানীয় একাংশ ৰাইজৰ ।
*অসম মালা পথ নিৰ্মাণৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ নিদিয়াৰ বাবে ৰাজপথত আন্দোলন ।
*গ্ৰেপ্তাৰ তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণক ।
* Tinsukia জিলাৰ Digboi বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজানত অনুষ্ঠিত সভাত এই ঘটনা ।
#News18AssamOriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#protest #Himantabiswasarma #assamcm
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 470
@khargeswarkalita4630
@khargeswarkalita4630 4 ай бұрын
ইমান ৰ পিছত ও যদি ৰাইজে সাধাৰণ মানুহ বোৰে নেদেখা ভাও জুৰি আছে bjp ক আকৌ আনিম বুলি ভাবিচে আগলৈ আৰু দেখা পাব
@dilipmahanta8479
@dilipmahanta8479 4 ай бұрын
লাহে লাহে ৰাইজৰ বল বাঢ়িছে যেন লাগিছে
@AbudulaAli
@AbudulaAli 4 ай бұрын
Kiran din avua maribo aru ..
@nripenborgohain201
@nripenborgohain201 4 ай бұрын
শান্তি ৰাইজ - কোনোবাই ৰাজভাত খাব - এমখাই পুলিচপিটন পাব ৷
@pratimasarma1737
@pratimasarma1737 4 ай бұрын
পুলিচ কৰ্মী চৰকাৰৰ। গতিকে এইবোৰ চৰকাৰী পক্ষৰ পৰা সৃষ্টি কৰা হৈছে। সমুখত নিৰ্বাচন । ৰাইজে ভাবি চিন্তি ভোট দিব।
@indrajeetkonwar9485
@indrajeetkonwar9485 4 ай бұрын
ভোট যুদ্ধত BJP ক পৰাস্ত কৰক !
@bulbulAxom099
@bulbulAxom099 4 ай бұрын
Uffff val lagil deiii..... Bikreta burok hotai dyok hunkale
@himanibanikya8168
@himanibanikya8168 4 ай бұрын
মানুহ বিলাকে ইচ্ছা কৰি কাজিয়া লগাইছে মানুহ বোৰ বৰ অভদ্ৰ
@bulbulAxom099
@bulbulAxom099 4 ай бұрын
@@himanibanikya8168 Bhori selaka bulee tumi 😂🤣
@user-qg8du4ee2f
@user-qg8du4ee2f 4 ай бұрын
BJP bhagao desh basao
@patnedalu8999
@patnedalu8999 4 ай бұрын
BJP বাই বাই আকৌ BJP চৰকাৰ আমাক নালাগে
@bipulborah2193
@bipulborah2193 4 ай бұрын
গতিকে ভাবি চিন্তিহে ভোট দিব ।
@SkullGamesYT904
@SkullGamesYT904 4 ай бұрын
BJP ক Go Back কৰি দিয়ক
@neone4759
@neone4759 4 ай бұрын
পুলিচ, চি আৰ পি , কমাণ্ডো লৈ তত পোৱা নাই শিয়ালে 😂😂
@THEKING-ge1ur
@THEKING-ge1ur 4 ай бұрын
টেঙা আম খাই দাত তেঙাইছে ৰাইজৰ ?
@kinaramdas5198
@kinaramdas5198 4 ай бұрын
অসমৰ পৰা হিতলাৰী শাসন নিশেস কৰিবলৈ ৰাইজক সজাগ হ'বলৈ আহ্বান জনালো।
@user-fj3er8wl7b
@user-fj3er8wl7b 4 ай бұрын
সজাগ কৰক আকৌ!!!!!!
@AyobSarjar
@AyobSarjar 3 ай бұрын
1:39
@ChandraKharka-jw8iq
@ChandraKharka-jw8iq 3 ай бұрын
😊😊😊😊😊😊😊😊😊
@tulshigogoi7019
@tulshigogoi7019 4 ай бұрын
দুৰাচাৰী মূখ্য মন্ত্রী।
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 4 ай бұрын
গুজৰাট নাগপুৰৰ লগোন পিন্ধাই অসমখন শেখ কৰিলে
@ShantanuDas2100
@ShantanuDas2100 4 ай бұрын
bjp য়ে হিতলাৰি শাষন চলাইছে
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 4 ай бұрын
মুখ্যমন্ত্ৰীৰ সভাত পুলিচৰ অত্যাচাৰ কিয় ?
@bijoydas5369
@bijoydas5369 4 ай бұрын
অসমত মান সেনা দেখা পালো
@সাহিত্য-ম৬জ
@সাহিত্য-ম৬জ 4 ай бұрын
আঁচনিৰ লোভত ভোট নিদিব ভাবি চিন্তি ভোট দিব
@babulsonowalbabulsonowal5888
@babulsonowalbabulsonowal5888 4 ай бұрын
BJP gundagri solaise BJP go back
@GamePlay-ib2cj
@GamePlay-ib2cj 4 ай бұрын
BJPk voot tu didiba sarbananda sonowal montri bonibo lagibotu tumalukor jati bhai hoija sonowal sonowal didiba😁.baki jihoi hoithakok sonowal sonowal ja didiba voot tu😊😊.
@pratimagogoi7148
@pratimagogoi7148 4 ай бұрын
ভোটাৰে বিদায় দিয়ক BJP ক
@budheswarnath6516
@budheswarnath6516 4 ай бұрын
এয়াই হৈছে অসমৰ গনতন্ত্র !!... আৰু ভোট দিয়ক বি জে পি ক !!!!
@dipagogoi9673
@dipagogoi9673 4 ай бұрын
মুখ্য মন্ত্ৰী আপোনাৰ সভাতেই এই অবস্থা লাজ লাগিছে
@tulshigogoi7019
@tulshigogoi7019 4 ай бұрын
মূখ্য মন্ত্রী থকা অৱস্থাত কেনেকৈ জনসাধাৰণক অত্যাচাৰ কৰা হ'ল?
@PuranjitMoran
@PuranjitMoran 4 ай бұрын
এইবোৰ যুদ্ধ খন ভাল হ'ব
@SultanMahmud-fb5vt
@SultanMahmud-fb5vt 4 ай бұрын
Police bor bjp bahani
@rajbailung9499
@rajbailung9499 4 ай бұрын
সোনালী সুযোগ ৰাইজ গ্ৰহণ কৰক
@mS-lw9oo
@mS-lw9oo 4 ай бұрын
Bjp hatao desh basao...sidha kotha
@saralmonineog7403
@saralmonineog7403 4 ай бұрын
" BJP " Hotaow Desh Bosaow.
@Manash1997
@Manash1997 4 ай бұрын
​@@GamePlay-ib2cj Bangladeshi Hindu niki apuni ?
@Manash1997
@Manash1997 4 ай бұрын
​@@GamePlay-ib2cj Bangladeshi hindu niki
@user-zi9fh7ne2s
@user-zi9fh7ne2s 4 ай бұрын
​@@GamePlay-ib2cjনাম চোৰ প্ৰকৃত নাম।
@hemantaborgohain4493
@hemantaborgohain4493 4 ай бұрын
​@@GamePlay-ib2cjসিহস আছে যদি নাম লিখ । চুৱা চেলেকাটো ।
@bhargabpratimkashyap6260
@bhargabpratimkashyap6260 4 ай бұрын
Bjp fus
@chandramabora6591
@chandramabora6591 4 ай бұрын
সৰ্বানন্দ ক হৰুৱাবলৈ নবিজেপিৰ চিপৰাং। এনেয়ো হাৰিব তেৰা এইবাৰ।
@mired1364
@mired1364 4 ай бұрын
He has allotted Sarbananda in such a seat where Sarbananda will definitely loss. Chanakhya dimag of the jackal😂
@anubarman3274
@anubarman3274 4 ай бұрын
বিজেপিক আতৰ কৰক।জিকিলে কিন্তু আমি বৰ লাজ পাম।
@anantaborbora7634
@anantaborbora7634 4 ай бұрын
@lakhikrchintey5693
@lakhikrchintey5693 4 ай бұрын
BJP go back
@user-rv8rd3tc4v
@user-rv8rd3tc4v 4 ай бұрын
পুলিচ বিষয়া অকল হিমন্তৰ পোহনিয়া নেকি ?ৰাইজৰ বিচাৰ নকৰে নেকি ? এতিয়া আমিও ধিকাৰ দিছো অতি সোনকালে ল“ৰা কেইজনক এৰি নিদিলে বিচিংখলৰ সৃষ্টি হব ৷
@saralmonineog7403
@saralmonineog7403 4 ай бұрын
BJP Hotaw Desh Bosawo
@mrinalgogoi1007
@mrinalgogoi1007 4 ай бұрын
Ryt
@mrlentertainment7489
@mrlentertainment7489 4 ай бұрын
Yaa
@nilutpalsaikia8615
@nilutpalsaikia8615 4 ай бұрын
BJP GO BACK
@janardonbora2795
@janardonbora2795 4 ай бұрын
Bjp go back
@user-tu2do7it2s
@user-tu2do7it2s 4 ай бұрын
এই খন চৰকাৰে এনেকুৱাকৈজাতি ভেটি মাটি ৰক্ষা কৰি আছে।
@brojenray5921
@brojenray5921 4 ай бұрын
কিমান শিক্ষা,কষ্ট পায় ৰাইজে তথাপিও ৰাইজে বুজি নাপায় 😂
@tridipmech6912
@tridipmech6912 4 ай бұрын
Sokolu parti akei kunu Kom nohoi nijei nijok gali parar bahire aku beleg nohoi
@abdulkhalequemondal9591
@abdulkhalequemondal9591 4 ай бұрын
Bhai hinduttyr ghuta " hindu khottre me hai " ai kothato koi vote bichare. raije lahe lahe buji pai ase .
@Mr.Daimaryy
@Mr.Daimaryy 4 ай бұрын
This is just starting. BJP jikile ki hobo sai loba. General Public aku a kobo nuaribo. Fundamental Right nathakibo amar.
@user-ux7gk1lb6b
@user-ux7gk1lb6b 4 ай бұрын
BJP hatao desh bachao Modi hatao Bharat bachao
@Danirojasfc6
@Danirojasfc6 4 ай бұрын
সুন্দৰ। 😅😅 ধৰ জৰী মাৰ তান ।
@brothersglobe5706
@brothersglobe5706 4 ай бұрын
১৫০০/-টকাত নিজৰ অধিকাৰ বিক্ৰী কৰা সকলৰো এই গতিয়েই হ'ব অতি সোনকালেই। গতিকে বিবেকক মূল্য দিয়াৰ আৰু নিজৰ দেশ,জাতি, মাটি, ভাষা, সংস্কৃতি বচাবলৈ এইবাৰেই শেষ সুযোগ।
@abdussattar2230
@abdussattar2230 4 ай бұрын
Police okl hadaron raijor uporot jopiyai pora dekha Jai...kiyo......
@BhaskorBoruah-sv3ii
@BhaskorBoruah-sv3ii 4 ай бұрын
Sobe pulis. Fali pelab lage
@PallabiBorahgogoi-dm7uh
@PallabiBorahgogoi-dm7uh 4 ай бұрын
ভোট নিদিব বিজেপিক, নহ'লে আৰু ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ'ব । ৰাইজ সচেতন হ'বৰ হ'ল ।
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 4 ай бұрын
এনেকুৱা হিটলাৰি শাসনৰ অৱসান ঘটাবলৈ ৰাইজে চেষ্টা কৰক
@user-mh9lp5sy7f
@user-mh9lp5sy7f 4 ай бұрын
ভালে কৰিলে সেই বিলাক মানুহ কি দৰকাৰ হিমন্তক চাবলৈ কথা পাতিবলৈ ভালে হল। গুলী হে মাৰিব লাগিছিলে।
@Mrlonely99937
@Mrlonely99937 4 ай бұрын
অন্ধভক্তৰ এটা সীমা থাকে 🙏
@chinmoykonwar6908
@chinmoykonwar6908 4 ай бұрын
এইবোৰ কৰি থকাতকৈ সকলো উত্তৰ ভোট যুদ্ধৰ দ্বাৰা দিয়ক।।।আমাৰ অসমৰ ৰাইজৰ এটাই ভূল নিৰ্বাচন আগত খঙ ৰাগ কৰি দেখাই ৰু নিৰ্বাচনৰ ভোট যুদ্ধত টকাৰ লোভত বিক্ৰী গৈ আকৌ একেই ভূলেই কৰি পাই যাৰ বাবে তেওঁলোক নিজেই নিজৰ অশান্তিৰ জগৰীয়া হয় পৰে🙏🙏
@jharkanurangVlogs
@jharkanurangVlogs 4 ай бұрын
Assam,s DICTATORSHIP starting
@Minaramgogoi-xg4qo
@Minaramgogoi-xg4qo 4 ай бұрын
BJP Sarkar Murdabad.. BJP go Back BJP sarkar hai hai hai..... Sarbanadra Sonowal go back.... Luinjyoti gogoi Zindabad ..
@iuniun9530
@iuniun9530 4 ай бұрын
পতনৰ আৰম্ভনি হৈ গৈছে মজা😆😆😆
@VictorBorah-Invincible
@VictorBorah-Invincible 4 ай бұрын
গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ সাংবিধানিক অধিকাৰ কোনো চৰকাৰৰ নাই, কিন্তু ভাৰতবৰ্ষত বৰ্তমান, এইবোৰৰেই চলিছে।! কি অ' আমাৰেই ভোটৰ বলত বলীয়ান আৰু উলোটাই আকৌ আমাকেই জেইলত! হায় গণতন্ত্ৰ! ধিক ধিক!!
@surajitborah9758
@surajitborah9758 4 ай бұрын
মজা
@babukakati1267
@babukakati1267 4 ай бұрын
tur marok tnke tana tani korile ki krili hoi
@pratimasarma1737
@pratimasarma1737 4 ай бұрын
ভোট ৰ দিনা ভুল নকৰিব।
@hemantaborgohain4493
@hemantaborgohain4493 4 ай бұрын
বাংলাদেশীৰ চুৱাখোৱা ।
@bhargabpratimkashyap6260
@bhargabpratimkashyap6260 4 ай бұрын
Bjp feda
@JintuGogoi-hg8xx
@JintuGogoi-hg8xx 4 ай бұрын
Faltu B J P
@hemantaborgohain4493
@hemantaborgohain4493 4 ай бұрын
দুইলাখ কোটি ঋণৰ ভাগ অসমৰ ত্ৰিশখন জিলাত ভগালে ছশ কোটিকৈ পৰে উন্নয়নৰ বাবে । পালেনে জিলাবোৰে ? বাকী কৰবোৰ আছেই । কি হ'ল টকাবোৰ ভাবি চাওক । কোন ধনী হ'ল বাৰু ?
@puremathematics3013
@puremathematics3013 4 ай бұрын
right.👌👌👌
@user-ul2fg4rk2h
@user-ul2fg4rk2h 4 ай бұрын
Very like.
@nayanjyotibaruah4165
@nayanjyotibaruah4165 4 ай бұрын
CAA আমি নামানো কিন্তু ভোট টো বিজেপিকে দিম। ফুলনি মানে বাগিছা, বাগিছা মানে ফুলনি হৈছে। 😅😮😅
@kangkanroy1878
@kangkanroy1878 4 ай бұрын
Bjp goo back
@bhabeshdas4552
@bhabeshdas4552 4 ай бұрын
BJP ক আৰু ভোট দিবনে
@jibongogoi6940
@jibongogoi6940 4 ай бұрын
মজা হৈছে l হিমন্ত বিশ্ব শৰ্মা ক্ পহুখেদা দিয়ক l ফাঁকি কথা কৈ যতে ততে ফটা lecture দি আছে l
@BinuBorah-fs3ou
@BinuBorah-fs3ou 4 ай бұрын
Bjp.moda.bad
@mithu3089
@mithu3089 4 ай бұрын
Thik koisa bhai salute tumak
@ranjanpegu666
@ranjanpegu666 4 ай бұрын
Go back. Bjp
@zakirhussain644
@zakirhussain644 4 ай бұрын
ৰাইজৰ শক্তি জিন্দাবাদ।
@rationale-point3023
@rationale-point3023 3 ай бұрын
ৰাইজে বুজি পাইছে যে সংবিধানৰ, গণতন্ত্ৰৰ দহন যাত্ৰা আৰম্ভ। ভোট প্ৰদানৰ জৰিয়তে উত্তৰ দিয়ক।
@PunomDeori-gq9cy
@PunomDeori-gq9cy 4 ай бұрын
বি জে পিক খতম কৰক।
@Artandcraft-vb8yu
@Artandcraft-vb8yu 4 ай бұрын
ৰাইজ সজাগ হওক
@AhmadAli-ix9zb
@AhmadAli-ix9zb 4 ай бұрын
Jay ai Assam
@ranjitgoyary5101
@ranjitgoyary5101 4 ай бұрын
বৰ্তমান চৰকাৰ খন যদি কাৰোবাৰ পচন্দ হোৱা নাই তেন্তে ভোট নিদিলেই হল। ইয়াত কাজিয়া কৰাৰ কি প্ৰয়োজন।
@babukakati1267
@babukakati1267 4 ай бұрын
Ami oxomia manuhbur luvia,200 toka dile vut diu....bibekot vut dia hoi aji gonotrantik khekh kribo kuneu nuare
@himangshucat3084
@himangshucat3084 4 ай бұрын
Cm k aru DGP k tag kark
@mS-lw9oo
@mS-lw9oo 4 ай бұрын
Bjp go back...
@jewishdaimarivlogs6239
@jewishdaimarivlogs6239 4 ай бұрын
Your r right
@monikasangma9245
@monikasangma9245 4 ай бұрын
BjP 00
@bivutikalita5878
@bivutikalita5878 4 ай бұрын
বিজেপি জি মন জাই তাকে কৰিব দে মনে মনে থাকক ৰাইজে
@D58opp
@D58opp 3 ай бұрын
চৰকাৰে যেইটো কয় সেইটো কেতিয়াও কৰিব নোৱাৰে। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলৰ টকা দিব বুলি কয় পৰিবাৰ পৰা ভোট নিৰে । এতিয়া টকা নাম ও নাই। মই মিছামাৰী পৰা কয়ছো এয়াত টকা খুৱাব পাৰে তাইক আচঁনি দিয়া। এই টো সৎ ।
@lulalu6707
@lulalu6707 4 ай бұрын
জয় আই অসম জিন্দাবাদ গোলাঘাট
@amarjoytidas8141
@amarjoytidas8141 4 ай бұрын
B j p go back
@MohidulIslam-or4ti
@MohidulIslam-or4ti 4 ай бұрын
আপোনালোকে আবেগেৰে নহয় বিবেগেৰে ভাবি চিন্তি ভোট দিব
@prafullasVlog783
@prafullasVlog783 4 ай бұрын
ৰাইজক ভাষন শুনাব হে যাই তাৰমানে ৷ ৰাইজৰ সমস্যাৰ বুজিবলৈ নাযায়
@satyadas1230
@satyadas1230 4 ай бұрын
কিমান গঠন খাব
@souromoydas8211
@souromoydas8211 4 ай бұрын
Ki hoise aibur
@durlavboruah4034
@durlavboruah4034 4 ай бұрын
No BJP
@sonuqureshi1696
@sonuqureshi1696 4 ай бұрын
Bjp kedao
@kirankakati9937
@kirankakati9937 4 ай бұрын
এয়া তেনেই স্বাভাৱিক।পাবলগীয়াক নিদিলে খং উঠে।
@ranjitduttaey3967
@ranjitduttaey3967 4 ай бұрын
যত থাকে পদুমৰ ফুল তাতেই লাগিল গন্দগোল জয় আই অসম জয় আৰু ভোটৰ শ্ৱাথত আঁচনি টোপ দিবলৈ অহাটো হয়
@anuragdeka8145
@anuragdeka8145 4 ай бұрын
Assam in denger politics 😢😢😢
@user-fy3hr4me4d
@user-fy3hr4me4d 4 ай бұрын
মানুহ লাহে লাহে জাগিচে।সচা কথাবোৰ কবলৈ দিয়া উচিত।
@jibanorang5367
@jibanorang5367 4 ай бұрын
Cm frontat thoka r xamayat enekua ayitasar hoba pale kenekoi?
@iyaruddinalli4623
@iyaruddinalli4623 4 ай бұрын
BJP go back voters jindabad
@kakoligayan6959
@kakoligayan6959 4 ай бұрын
বৰ ভাল হৈছে
@mdfakir9424
@mdfakir9424 4 ай бұрын
BJP go Beck
@user-fz1mv6gl2q
@user-fz1mv6gl2q 4 ай бұрын
B. J. P goback
@SusilDAS-vw5fr
@SusilDAS-vw5fr 4 ай бұрын
জয় আই অসম bjp go back ❤❤
@dhunbora8815
@dhunbora8815 4 ай бұрын
Aru alop bjp vote de
@manjumalagogoi321
@manjumalagogoi321 4 ай бұрын
To what extent will suffer the humble people?
@user-of4yf2pu7w
@user-of4yf2pu7w 4 ай бұрын
BJP go back👍
@kaushikdeka1873
@kaushikdeka1873 4 ай бұрын
কিছুমানে এইবাৰ মানুহক ব্যৱহাৰ কৰে ।
@user-tk2hr4dh4g
@user-tk2hr4dh4g 4 ай бұрын
গুণ্ডা পুলিচ নেকি,, মাৰে যে
@user-fj3er8wl7b
@user-fj3er8wl7b 4 ай бұрын
জাগ্ৰত হওক নহ'লে সৰ্বনাশ!
@budhaswarhatiboruah9401
@budhaswarhatiboruah9401 4 ай бұрын
বিজেপি গ বেগ।
@user-mc5dw9eu7y
@user-mc5dw9eu7y 4 ай бұрын
BJP Sorkar Raijor Sorkar Noha
SR : Freddy Malsawmdawngzela Thihna Chungchang
43:17
Vanneihthanga Vanchhawng
Рет қаралды 115 М.
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 54 МЛН
Stay on your way 🛤️✨
00:34
A4
Рет қаралды 33 МЛН
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
Cool Tool SHORTS Netherlands
Рет қаралды 8 МЛН
CWE | Singham Dubey ji seems very Disappointed ! Check it out why?
5:52
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 54 МЛН