এজন শিক্ষক যদি LICৰ এজেন্ট হয় তেওঁক শিক্ষক বুলি ক'ব নে LICৰ এজেন্ট বুলি? তাৎপৰ্যপূৰ্ণ মন্তব্য CMৰ

  Рет қаралды 137,750

News Live

News Live

Күн бұрын

⭕️ 'শিক্ষকে ধৰ্ণা দিয়ক কিন্তু ৰবিবাৰে অথবা গৰম বন্ধত'
⭕️ 'এজন শিক্ষক যদি LICৰ এজেন্ট হয় তেওঁক শিক্ষক বুলি ক'ব নে LICৰ এজেন্ট বুলি?'
⭕️ ৰাজ্যৰ একাংশ বিদ্যালয়ত এগৰাকীও ছাত্ৰ-ছাত্ৰী মেট্ৰিকত উত্তীৰ্ণ নোহোৱাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 481
@mahendranath4681
@mahendranath4681 2 жыл бұрын
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি ১০০শতাংশ সত্য কথা কৈছে। গতিকে আপোনাক হাজাৰ বাৰ 🌹🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@om6083
@om6083 2 жыл бұрын
সুন্দৰ কথা কৈছে আপুনি
@satyamevajayate1274
@satyamevajayate1274 2 жыл бұрын
এনেকুৱা এটা প্ৰশ্ন নাই যিটো HBS ৰ লগত উত্তৰ নাই। প্ৰতিটো উত্তৰ 💥 এই কাৰণেই মানুহ্জক ভাল পাওঁ। শিকিবলগা বহুত আছে এখেতৰ পৰা।
@debojitchetia2963
@debojitchetia2963 2 жыл бұрын
Hosai dei
@t-ok9226
@t-ok9226 2 жыл бұрын
এই বিষয়ত নিতুমনি শয়কীয়া বেছি আছিল|
@kishorpegu9691
@kishorpegu9691 2 жыл бұрын
Right sir..media nisina faltu nai
@jitenrabha6430
@jitenrabha6430 2 жыл бұрын
Moza
@MONIRULISLAM-il2xm
@MONIRULISLAM-il2xm 2 жыл бұрын
Very good
@marquishnarzary5053
@marquishnarzary5053 2 жыл бұрын
Good job sir Right
@pranabkumarsamrma731
@pranabkumarsamrma731 2 жыл бұрын
এই সাংবাদিক বোৰে সকলোতে মাতে
@Krizchetry
@Krizchetry 2 жыл бұрын
Well said CM sir,.. Proud of you and our Land India...
@djmedhi2124
@djmedhi2124 2 жыл бұрын
Nice mama
@dhanjitdeka2256
@dhanjitdeka2256 2 жыл бұрын
Good 👍
@bornaliborah4599
@bornaliborah4599 2 жыл бұрын
১০০%শুদ্ধ
@tapanbaishya6208
@tapanbaishya6208 2 жыл бұрын
H. B. S sir jui
@bakulmixerchannel9847
@bakulmixerchannel9847 2 жыл бұрын
Nice cm sir
@rahmanaz5459
@rahmanaz5459 2 жыл бұрын
Finger print use koribo laga attandance krana
@shatrajithaloi2768
@shatrajithaloi2768 2 жыл бұрын
VERY VERY GOOD
@jagatgogoi3445
@jagatgogoi3445 2 жыл бұрын
Jegat dise
@mt.and.r15v4lovrs43
@mt.and.r15v4lovrs43 2 жыл бұрын
Thik koise sir
@paragjyotibora2236
@paragjyotibora2236 2 жыл бұрын
Answers 🔥🔥
@ajoysharmah6156
@ajoysharmah6156 2 жыл бұрын
Sir always great
@saratgogoi4257
@saratgogoi4257 2 жыл бұрын
👍
@jitukoch4637
@jitukoch4637 2 жыл бұрын
বাপেৰক প্ৰশ্ন কৰিব যাও পালি এতিয়া 😂😂😂
@sibanikalita5899
@sibanikalita5899 2 жыл бұрын
Bapekok ru 1ta question koribo dibosn covid r krne 2bsr j lora suwalibilakok khekh korile xeitur majot kun xumabo lagibo
@jitukoch4637
@jitukoch4637 2 жыл бұрын
@@sibanikalita5899 muk kio koiso news live'r he bapek . New live'k ko
@bijoy2465
@bijoy2465 2 жыл бұрын
@@sibanikalita5899 chinak hud ge jaa chinaai ha covid ulyaaise
@hydroh2o403
@hydroh2o403 2 жыл бұрын
@@sibanikalita5899 ki hekh korile ba??
@defencemaker4525
@defencemaker4525 2 жыл бұрын
@@sibanikalita5899 covid tat toi nopahrali kiyo ghare ghare goi😂
@mdaitaz9866
@mdaitaz9866 2 жыл бұрын
সঠিক সময়ত সঠিক প্ৰত্যুত্তৰ দিছে ।
@gboys7573
@gboys7573 2 жыл бұрын
প্রায় চৰকাৰী স্কুল কলেজতে শিক্ষকে ভালদৰে নপঢ়াই, এইটো চিৰ সত্য কথা। ময়ো চৰকাৰী স্কুলত পঢ়ি গম পাইছো আৰু বৰ্তমান দেখিও আছোঁ ।
@chayamedhi3668
@chayamedhi3668 2 жыл бұрын
Right ......
@surajgogoi1879
@surajgogoi1879 2 жыл бұрын
প্ৰায় মাস্তৰ বোৰ LIC এজেণ্ট নে মাস্তৰ, ধৰিবই নোৱাৰি 🥴🥴🥴
@lachithazarika1142
@lachithazarika1142 2 жыл бұрын
এনেকুৱা শিক্ষক আছে যিয়ে স্কুললৈ নগৈ সাংবাদিকতা কৰে। এনে শিক্ষকলৈ ডাঙৰ ডাঙৰ অফিচাৰেও ভয় কৰে। কাৰণ, এই অফিচাৰসকলৰ দুৰ্নীতিৰ সকলো তথ্য এনে সাংবাদিক-শিক্ষকৰ হাতৰ মুঠিত থাকে।
@rlaskarkam3616
@rlaskarkam3616 2 жыл бұрын
মুখ্যমন্ত্ৰী মহোদয়ে একেবাৰে সঠিক কথা কৈছে ।
@sarmaji92
@sarmaji92 2 жыл бұрын
ভাল দিছে দে মামাই 🙏
@kukimahanta2815
@kukimahanta2815 2 жыл бұрын
ঠিক কথা কৈছে। তেখেতে দূৰলৈ চিন্তা কৰে
@manabsonowal7170
@manabsonowal7170 2 жыл бұрын
Oi burbok soku meli saa…bahirt saa n amar okhomt saa…corona koi 2years to lora suwali khai dili nijor polticl phaida saai.kotha kobo ahise..okl mukhot teliya hahi mari gutei akhom’k andho bhakta bonabo dhandat ase
@simantadeka7198
@simantadeka7198 2 жыл бұрын
এতিয়া কেনে দিছে মিডিয়া ৰ মুতা বাহিৰ কৰি দিলে না 🤣🤣🤣🤣🤣🤣🤣🤣
@sibanikalita5899
@sibanikalita5899 2 жыл бұрын
Covid r karone j lora suwalir jibon borbad hol tat kune muta bahir koribo
@karishmakalita9826
@karishmakalita9826 2 жыл бұрын
😁😁
@mahendrasaikia8622
@mahendrasaikia8622 2 жыл бұрын
নিতুমণি শইকীয়া কেনে লাগিছে ।আপোনালোকৰ লৰা ছোৱালী টো ইংৰাজী মেডিযামত পঢ়ুয়াছে সাধাৰন ৰাইজৰ লৰা ছোৱালী যি হয় হওক।
@sibanikalita5899
@sibanikalita5899 2 жыл бұрын
M.L.A ru minister bilakor gov. schl t porhai nh
@bhabeshnaht7854
@bhabeshnaht7854 2 жыл бұрын
Val bisa vai
@dibyajyotisaraniya7946
@dibyajyotisaraniya7946 2 жыл бұрын
চৰকাৰী স্কুলৰ শিক্ষকৰ লৰা ছোৱালীক চৰকাৰী স্কুলত নাম ভৰ্তি কৰাৰ নিয়ম বান্ধি দিব লাগে।।।
@dhrubakeot9041
@dhrubakeot9041 2 жыл бұрын
ভাল কথা কৈছে ❤️❤️❤️
@syedaelinabegum4122
@syedaelinabegum4122 2 жыл бұрын
Jodi khicshk jone Schoolt Class kore, satro satri pohruai eko apotti thakib nalage...kebol LIC Class aru schoolr vitorto korib nalage... Karon bohut khicshoko aru Dr. Khokole nijor nijor School Aru Dr. Suti huar khext Nijakoi Dr.Chamber bohe, Tuitions kore... Tenekoi Kheti kora manuhe kheti kore dukan diye...haal bai. Kebol school khoti korib nalage.
@milanborah7503
@milanborah7503 2 жыл бұрын
নিতুমনি শইকীয়াটো নতুন বুদ্ধিজীৱি , আৰু বুদ্ধিজীৱিটো বহুত আছে | এতিয়া সিহঁতৰ মাত নাই ,লৰা ছোৱালীয়ে ফেল কৰিলে কি হল , সিহঁতৰটো একো ক্ষতি হোৱা নাই | পেপাৰত লিখিলেই পইছা পায় ,ভিক্ষাৰী বুদ্ধিজীৱি বোৰ...
@Pulin12
@Pulin12 2 жыл бұрын
Mja disa 😁😁..laj নোহোৱা বোৰে khudhiye থাকিব
@funnn157
@funnn157 2 жыл бұрын
Punishment transfer system should be introduced..every year like HSLC exam....
@parthajitdas6130
@parthajitdas6130 2 жыл бұрын
৭ - ৮ জন ছাত্ৰ থকা বিদ্যালয় খন provincelized কেনেকে হল ? যি সকল ছাৰ বাইদেউয়ে কৰ্মৰ ফল পাব লগীয়া আছিল তেওঁলোকে আজি পোৱা নাই , তেওঁলোকে আজি কেৰেলাত কাম কৰি নিজৰ পৰিয়াল চলাই আছে । অসমৰ শিক্ষানুষ্ঠানৰ ইয়াত কৈ বেয়া দিন আহিব কাৰণ ২০ -৩০ বছৰ ধৰি কৰ্ম কৰি অহা ছাৰ বাইদেউ সকলে tutor উপাধি লৈ বিনা দৰমহাৰে চাকৰিৰপৰা অৱসৰ লৱ লগীয়া হৈছে । আজি চৰকাৰে B.Ad , DL.Ad ৰ certificate ৰ ওপৰত বেছি গুৰুত্ব দিছে আজি ইয়াত experience ৰ কোনো দাম নাই । It's Shameful 👎
@LakhyajitKurmi4489
@LakhyajitKurmi4489 2 жыл бұрын
ভাল দিলে এইছাত
@assamcomedy5180
@assamcomedy5180 2 жыл бұрын
মানে কি কম বহুত ভাল আৰু তাৎপৰ্য পূৰ্ণ কথা কৈছে ভাল লাগিল শুনি
@juridhekialborah4551
@juridhekialborah4551 2 жыл бұрын
হয় বহুতো শিক্ষক আছে এল আই চি এজেন্ট কৰি হে ঘুৰি ফুৰে
@tapandutta7449
@tapandutta7449 2 жыл бұрын
মুখ্যমন্ত্ৰী ডাঙৰীয়া,,, আপুনি কঠোৰ হওঁক,,,,, news চেনেল বিলাকৰ বেপাৰ টো চলিব লাগিব,,,না,,সেই বাবে যতে ততে চেনেল সোমাই যায়,,,,
@mouchumchetia9988
@mouchumchetia9988 2 жыл бұрын
শিক্ষক নাম ধাৰি সাংবাদিক কেইজনক বিষয়ে আলোচনা কৰিব
@hargobindasarma100
@hargobindasarma100 2 жыл бұрын
প্ৰাইমেৰী স্কুলত আ আ ক খ নজনা শিক্ষক আছে ‌।
@jinurabha895
@jinurabha895 2 жыл бұрын
Kisuman teacher lic agent hoi tate beci gurupto dia,schoolr mon ni.
@sukritidas5515
@sukritidas5515 2 жыл бұрын
সছা কথা এতিয়া মিউ চিয়েল বিছাৰি ধরনা্ দিব চাকৰি টো হল ন
@sarkarsexpedition7018
@sarkarsexpedition7018 2 жыл бұрын
5 fingers r not equal buli nije koise dekhun.. apuni ebar tenekua school t goi visit dibo sun.. students kenekua.. ki prblm ase ebar sabo sun.. khodai khomalusona kio kore.. 🙏
@defencemaker4525
@defencemaker4525 2 жыл бұрын
🤪
@jdyoutube6225
@jdyoutube6225 2 жыл бұрын
মামা থিক কৈছে ।।...... মামা আপুনি জিন্দাবাদ
@rockbora5452
@rockbora5452 2 жыл бұрын
Val kotha aa koise mamai....majote super man hobo ahe...
@rojoniprovabaruah5461
@rojoniprovabaruah5461 2 жыл бұрын
মুখ্য মন্ত্ৰী মহোদয়, আমাৰ ওচৰত LP School কেইখন মান আছে, ৰাতিপুৱা ১২মান বজাতে ছুটি দিয়ে। কেইখনমানৰ হেড মাষ্টাৰে খাই বৈ সোঁ ফালৰ পৰা বাওঁ হাতলৈ যায়। কিছুমান শিক্ষক-শিক্ষয়িত্ৰী আছে অসমীয়া ভাষাটো উচ্ছাৰণ কৰিব নোৱাৰে। তেনে স্থলত তেনে বিদ্যালয়ৰ পৰা অহা ল'ৰা ছোৱালীয়ে HSLCপৰীক্ষা কেনেকৈ পাছ কৰিব। মহোদয়ে এই বিদ্যালয় সমূহ একত্ৰি কৰন প্ৰচেষ্টা সচাঁকৈ প্ৰশংসনীয়।🙏🙏🙏
@nilakhivlogs9041
@nilakhivlogs9041 2 жыл бұрын
ছাৰ ভালকৈ এসেকা দিয়ক, দৰমহা কাটি দিয়ক,
@himashrudas6706
@himashrudas6706 2 жыл бұрын
Very much right,,, respected Himanta Biswa Sharma sir,,,,,the government HS,,schools and colleges also require your attention,,sir
@mlvlogs.0223
@mlvlogs.0223 2 жыл бұрын
Mamay aybar jagat dse kin2 ....hoy kin2 bohut mastor a lic agent amr ocorr a ase 😁😁😁
@harekrishnadeka4616
@harekrishnadeka4616 2 жыл бұрын
Ata NEWS T মা মছলা নাখানিলে নহয়
@bababorah9085
@bababorah9085 2 жыл бұрын
ঠিক দিছে সাংঘাতিক কেইজনক !
@dipjyotimahanta7386
@dipjyotimahanta7386 2 жыл бұрын
আচলতে শিক্ষা আৰু স্বাস্থ্য বিভাগটোত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে অলপ কাঢ়া মন্ত্ৰী লাগে তেতিয়াহে শিক্ষা আৰু স্বাস্থ্য বিভাগটো অলপ উন্নত মানৰ হ'ব। ৰনোজ পেগুক শিক্ষা মন্ত্ৰী বা কেশৱ মহন্তক স্বাস্থ্য মন্ত্ৰী দিলে কিনো ভয় কৰিব কোনে! এনে মাহে মাহে চৰকাৰী চাকৰিৰ দৰমহা কেইটা ললে নহ'ব নিজৰ কাম কৰিবই লাগিব সময়ত আহি সেইটো বাধ্যতামূলক হয়।
@deepjyotikalita2146
@deepjyotikalita2146 2 жыл бұрын
Xasai aeok cm hisabe pai ami proud feel koru 👍
@bubulkardong8382
@bubulkardong8382 2 жыл бұрын
মুখ্যমন্ত্রী ডাঙৰীয়াই সঁচা কথা কৈছে...
@gutungdipakpegu2134
@gutungdipakpegu2134 2 ай бұрын
এজন মুখ্য মন্ত্ৰীয়ে , মিছা কথা কয় , টুলুঙা মন্তব্য , তৰল মন্তব্য , কৌতুকী মন্তব্য , আৰু বেপাৰী হয় , এই জন মুখ্য মন্ত্ৰীৰ বাবে যোগ্য নে ????
@artwithme5839
@artwithme5839 2 жыл бұрын
শীক্ষা বিভাগত government a গূৰুতু দিব লগা হৈছে বহি বহি sallery দিলে নহব
@ajitkumarphukan9736
@ajitkumarphukan9736 2 жыл бұрын
C M ,Sir, থিক কৈছে,আমাৰ ভাল কাৰণে কৈছে,C,m Sir, গোটেই অসম খন sabolage,এটা teacher কিমান কষ্ট কৰে,মাহত দৰ্মহাটো thikeai লই
@জেউতিশৰ্মা
@জেউতিশৰ্মা 2 жыл бұрын
বহু শিক্ষকক দৰমহা নিদিয়ে, তেওঁলোকৰো সংসাৰ আছে । কিবা নহয় কিবা কাম কৰিবই লাগিব।
@nayanjyotikalita1215
@nayanjyotikalita1215 2 жыл бұрын
তেনে বিদ্যালয়ৰ শিক্ষক ক ৫০%দৰমহা এবছৰ দিয়ক। পিছলৈ সকলোৱে পাছ কৰিব।
@nagensumi2580
@nagensumi2580 2 жыл бұрын
Plz mur অনুৰোধ কৰিছোঁ আপোনালোকক নিউজ চেনেল টোক,,এইবাৰ হৈ যোৱা policet training kri thoka বিলাকৰ commandot name ahise ,,gotike আপোনালোকে নিউজৰ জৰিয়তে dgp ভাস্কৰ জ্যোতি মহন্ত sir k januya je training Kari thoka সকলৰ name bilak Kati,,2nd list jate diye ,,plz ,,help Kora ,,news channel
@arifhussainhazarika851
@arifhussainhazarika851 2 жыл бұрын
হয় হয় একেবাৰে ঠিক কৈছে আপুনি teacher mur ancholotu ase ji kiba kibi bohut ৰেকাৰিং একাউণ্ট ৰ তথা কোনোবাই sahara ৰ পইচা তুলি ফুৰে যতে ততে। এই বোৰৰ action লওক সোনকালে।
@deepjyotipathak9975
@deepjyotipathak9975 2 жыл бұрын
বৰ্তমানৰ L.P school bilk 11-12.30 loike he hoi . Iman fokotiya xeikeijon teacher ,enekkuwa school bohut aase .চকু দিয়ক এইবিলাককো ,কেৱল ভাত কেইতা খুৱাই ঘৰত পঠাই দিব লাগে লৰা ছোৱালী বোৰক ।
@jitendrabarman6577
@jitendrabarman6577 2 жыл бұрын
LIC এজেণ্ট কৰা শিক্ষকৰ কথা কলে কিন্ত মহাশয় ৰাজনীতি কৰি দিনে নিশাই মন্ত্ৰী বিধায়কৰ পিছে পিছে ঘুৰি ফুৰা সেইশিক্ষকবোৰক দেখিব কেতিয়া ৷
@wahidurrahman9203
@wahidurrahman9203 2 жыл бұрын
সাংবাদিক বিলাকেই আগতে শিক্ষা lawk কোনটো বাতৰি কেনেকৈ পৰিবেশন কৰিব লাগে
@wahidurrahman9203
@wahidurrahman9203 2 жыл бұрын
দৰমহা কৰ্তন কৰক সব থিক হৈ যাব
@manojtalukdar6647
@manojtalukdar6647 2 жыл бұрын
যোৱাটো ১৫ বছৰে কি কৰিলে এবাৰ উনুকীয় চাওক!!!! LIC ৰ এজেণ্ট হোৱা ( যদিহে বিচাৰি পায় 😋) শিক্ষকসকলক তৎকালীন ভাবে ব্যবস্থা লওক ,, ব্যবস্থা লোৱাত কোনো অসুবিধা নিশ্চয় নহ'ব কিন্তু ২ বছৰ সময় দিলে কিবা সুফল পোৱা যাব আশা ক্ষীণ 👎👎👎👎👎।
@jdofficial4240
@jdofficial4240 2 жыл бұрын
Mjja disa mama. News ok sbte allw kratu vul.
@himashreedas4356
@himashreedas4356 2 жыл бұрын
ধন্যবাদ মামা,,,সাংবাদিক সকলে কি বাতৰি বা প্ৰচাৰ কৰে ।তেওঁলোকক অপমান কৰা বুলি😄😄
@lakhidas8007
@lakhidas8007 2 жыл бұрын
Respected CM Sir, you are 100% correct. Unfortunately some people do not understand this. Regards. L. R. Das.
@sikhahansepi6083
@sikhahansepi6083 2 жыл бұрын
Teacher hokor Bohot jon Lic kam kora ase sir.
@jayaborah2926
@jayaborah2926 2 жыл бұрын
আজি কালি শিক্ষক সকলে এল , আই , চি এজেণ্ট , সংগাবাদিকতা আৰু লগতে সৰু সৰুকৈ চাহ বাগান খুলি লৈ খেতি কৰাতো লাগিছে যাৰ ফলত ছাত্ৰ ছাত্ৰী সকল বহুত বেয়াকৈ ষয়তিগ্ৰস্ত হৈছে । কাৰণ পণ্ডিত সকলে স্কুলত গৈ ইজনে সিজনে খেতি বাতিৰ লগতে ব্যবহায় বানিজত হোৱা লাভ লোকচানৰ বিষয়ে হিচাৱ নিকাজ কৰি ঠাকোতেই সময় পাৰ হৈ যায় ।
@ratuldekaraja7323
@ratuldekaraja7323 2 жыл бұрын
Jibur Government Teacher'e etiyau LIC Agent kori ase teulukor uporot action louk.
@NirmolRay1996
@NirmolRay1996 2 жыл бұрын
ঠিকেই কৈছে মামায়।।।কেৱল নিউজ চেনেলকেইটায়ে অলপ বেছি কৰা যেন লাগে।।
@axomiyacalmboy2391
@axomiyacalmboy2391 2 жыл бұрын
Ghr khon solabole koriboi lagibo,,, crime tu kora nyy nooo!!!! Daily lyf t bostur ji dam bahi ahi ase ....out source eta tu uliaboi lgbo ..... Teacher hokol tu MP MLA MINISTER nhoi nooo ,, ovab nohobole!!!!
@krishnagoswami7439
@krishnagoswami7439 2 жыл бұрын
Thik kotha koise...wife namot LIC kotak bajaj adi 10 ta manot humai students ghrt goi goi policy korat bg kisuman teacher...
@monujmanoshborah9388
@monujmanoshborah9388 2 жыл бұрын
মুখ্যমন্ত্ৰী য়ে সচাঁ কথা কৈছে ।। এমখাই নিজৰ লৰা-ছোৱালীক Private School ত পঢ়াই চৰকাৰৰ দৰমহা খাই আছে ।।
@putuldoley5439
@putuldoley5439 2 жыл бұрын
আপোনাৰ মতে কৰক চাৰ।
@bbormb
@bbormb 2 жыл бұрын
সাংবাদিক কেইটালৈ মোৰ হে লাজ লাগিছে🤣🤣🤣🤣
@legendariya6957
@legendariya6957 2 жыл бұрын
সঁচা কথা কৈছে চাৰ আচলতে দায়ী মেডিয়া বিলাক ।।।।
@sub39724
@sub39724 2 жыл бұрын
TET exam level difficult krbo lge alop, logical questions anibo lge , mukhosto mara questions rakhi lv nai alop IIT upsc leve krbo lge,tenehole bhal teacher ulai ahbo Nhole hei panbazar pa 30 days crash course tet book kini mukhosto Mari faltu teacher e ulabo
@bikipaul9901
@bikipaul9901 2 жыл бұрын
Sunday dhorna dibo.. Office khola rakhibo ne? Apuni Allowance bilak thik kori dile dhornar ki proyojon ase hetu kouk mama?
@arunavbaruah638
@arunavbaruah638 2 жыл бұрын
Khasa katha....ai media bor jimn vl khimn beya...anekuwake vbe mediar kono vul a nai.....khasake jdi mediar pratijn nagrik a ai kathakhini abar anuvob kre nishai buji pbo...
@gopens9393
@gopens9393 2 жыл бұрын
CM Sir aapuni 100% right comments dice so aapunak🙏🙏🙏🙏🙏
@rupnathrabha6353
@rupnathrabha6353 2 жыл бұрын
Sir aponer lokhyo thik .kintu bhal manuhok ba sorkarok dekhibo nowara bohut birodhi ase xosa.logote axomot dhorna Diya ajon guru ase
@gobindachandranath5258
@gobindachandranath5258 2 жыл бұрын
Volunteer retirement deyok hei 108 teacher borok quality thoka bahut
@bhumidhardas8196
@bhumidhardas8196 2 жыл бұрын
Sangbadik mane gunda ajikali . gunda bilake astro loi lute aru sangabadik bilake cemera aru boomto loi lute .
@abhijitaxom6881
@abhijitaxom6881 2 жыл бұрын
Right mama ami,,,, hodai apunak support কৰি thakim
@irabatiray154
@irabatiray154 2 жыл бұрын
Thikei koise mamai..media bilke main kron.teacher bilkr uprt action lole media bilke majot humai diye
@gorkheytalent9897
@gorkheytalent9897 2 жыл бұрын
Political party kora burok ami ki kom teacher ne neta,logote aji kali mlm,network business Aditu bahut govt teacher humai ase heiburoku saok alop
@manikeswardeka8996
@manikeswardeka8996 2 жыл бұрын
ছাৰ ওচৰৰ কামকৰা শিক্ষক বোৰক দূৰলৈ বদলি কৰক। যেনেকৈ টেট কাম কৰা শিক্ষক বোৰে কৰি আছে।
@junakgogi032
@junakgogi032 2 жыл бұрын
Teacher jamal ahmed ok punish koribo .he teacher aru lic agent basi.taar ghor moranhat, dibrugarh
@triptibonyagogoi3555
@triptibonyagogoi3555 2 жыл бұрын
ejon government employee'e nijor name't agent code lobo nuware ....
@nikunjaborah6756
@nikunjaborah6756 2 жыл бұрын
Sir apuni thike koise bohut teacher ase apuni Kuwar dore. Eihot burok bodoli korok tetia nije nije thik hoi jabo. Asorit lage kisum teacher ase ghrr usorr school khontu time goi napai. Tenkua hol lora suwalik goi ki pohabo aru kenkoi pass koribo.
@rajibbhuyan5712
@rajibbhuyan5712 2 жыл бұрын
Govt should transferred all the teacher's to the other district instead of their home district
@abhijeetsaikia4478
@abhijeetsaikia4478 2 жыл бұрын
Katha khini xundor vabe protishthapon krise,,,,
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 42 МЛН
Ozoda - Lada (Official Music Video)
06:07
Ozoda
Рет қаралды 14 МЛН
规则,在门里生存,出来~死亡
00:33
落魄的王子
Рет қаралды 22 МЛН
Hyderabadi COMEDY | KADER Khan | Hasna Mat
21:17
0AzgarKhan0
Рет қаралды 1,6 МЛН
📌#StreamingNow ~ #AfternoonPrime
News Live
Рет қаралды 31
Ex J&K CM Mehbooba Mufti In Aap Ki Adalat (2019) | Full Video
1:05:04
129th IOC Session - Keynote speech by Professor Muhammad Yunus
1:26:36
Article 370 Removal: Right or Wrong? | Explained by Dhruv Rathee
10:24
Dhruv Rathee
Рет қаралды 4,4 МЛН
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 42 МЛН