Ami xunisu notun teacher henu bht val... Puroni teacher notun teacher ki katha teacher teacher ei.... Salary hokolue equal kenekoi hbo ki ologodhyo katha koihe
@bhoratburagohain3412 жыл бұрын
Khub bhal kotha koise. Apuni action louk . Amar Lora suwali Bilak bhal houk. God blessed you. Sir
@babulsingha77422 жыл бұрын
Right , absolutely CM Sir
@upenboro88252 жыл бұрын
CM Sir কেৱল LIC agent তে নহয় বহু শিক্ষক দোকানিও ।
@gautamkonwar64052 жыл бұрын
Politics korela sob korebo pare kentu ...
@nozmulhoque73312 жыл бұрын
Amar iyat teacher hokol classyotkoi tuition centrot gurutto besi diye jenedhoronor ajon chorkari doctor privatot gurutto diye
@hemkantaborah74342 жыл бұрын
এনে এখন আইন প্ৰণয়ন কৰক যে অসমৰ সকলো মন্ত্ৰী সাংসদ বিধায়ক কৰ্মচাৰীয়ে তেওঁলোকৰ সন্তানক চৰকাৰী স্কুলত বাধ্যতামূলকভাৱে পঢ়াব লাগিব। আৰু এনে শূণ্য ফলাফল হোৱা স্কুল বিলাকত অন্তত:১৫ দিনৰ বাবে মন্ত্ৰী সকলে পাঠদান কৰি চাওক।
@digantagogoi18682 жыл бұрын
একেবাৰে সঁচা কথা। শিক্ষাৰ বিষয়ে সংবাদ মাধ্যমে মাত নামাতিব।
@Candy-sheikh2 жыл бұрын
🤣🤣🤣🤣🤣🤣 congress or homoyr pora sunuwal or homoy loi hikkha montri hoi asil 😂😂😂😂😂
@ajitkumarphukan97362 жыл бұрын
C,M ,sir, থিক কৈছে,👍
@girishbania82602 жыл бұрын
ৰাজহুৱা ভাৱে অপমান কৰিলেই শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন নয় ।অপমান নকৰাকৈয়ো ঠিক কৰিব পাৰে ।
@arunavbaruah6382 жыл бұрын
Khei2 apoman kra nubujai...
@janardanbora34402 жыл бұрын
অসমৰ শিক্ষা বিভাগ বহুত পিছ পৰি আছে আপুনি শিক্ষা বিভাগ লৈ লওক
@signartssignarts35372 жыл бұрын
ABCD ক, খ, গ, ঘ আ কাৰ ই কাৰ নজনাকৈয়ে ক্লাছ 6 পায় যায়। চৰকাৰী বিদ্যালয় ফেইল কৰি দিয়াৰ ব্যৱস্থা নাই। 30 জন ছাত্র ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক। 6 টা শ্ৰেণীত যদি 28/30 জন ষ্টুডেন্ট থাকে তাত ও এজন শিক্ষকে শিক্ষাদান দিব লাগে। 6 টা শ্ৰেণীৰ গড়ে 6×5=30 পীড়িয়ড এজন শিক্ষকে কৰিব পাৰেনে?
@sopalbhumiz8372 жыл бұрын
Moi akole teacher total 60 student . newly join korisu .head Teacher hisape kam kori asu . Mdm maintain korutai time jai students r class atau val k koribo nuwaru . Ki hbo students r future vabok . Iyat kar vul ase vabok abar
@babulalom4112 жыл бұрын
ঠিক কৰিব নোৱাৰে কাৰণ school চোৱা চিতা কৰা বিষয়াসকল ঘোচখোৰ | এয়া ঠিক কৰিবৰ বাবে CBI ৰ নিচিনা কিছুমান মানুহ নিয়োগ কৰিব লাগিব all জিলাত |
@Mridul_Hazarika.2 жыл бұрын
100% Wright.
@birjuhembrom12522 жыл бұрын
Yes bro
@kushalsaikia35612 жыл бұрын
কঠোৰ হওঁক। ৰাজহুৱা পইচা বৰবাদ কৰিব দিব নালাগে।
@gaurangaroy5922 жыл бұрын
Yes, correct.some employees also consider it as safe income. Many many thanks for true speaking. Kalyanam.
@dhrubajyotiphukon61302 жыл бұрын
C.M sir a Right kotha koise. 🙏
@mantukalita49152 жыл бұрын
কেজৰিৱালে শিক্ষকক অপমান নকৰাকৈ , সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ ভয় নকৰাকৈ যে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিদ্যালয় স্থাপন কৰি প্ৰায় ১০০ % উৰ্ত্তীণৰ হাৰেৰে সন্মান আদায় কৰি ইতিহাস ৰচনা কৰিছে সেই কথা অসমৰ সাংবাদিক আৰু মুখ্যমন্ত্ৰীয়ে নজনাকৈ থকাটো লজ্জাজনক । গতিকে আমি হিমন্তলৈ আহ্বান জনাও এনেকুৱা ফটুৱা কথা কোৱা বন্ধ কৰি কিছুদিনৰ বাবে কেজৰিৱালৰ ওচৰত প্ৰশিক্ষণ লৈ আহক ।
@hemalatachetia37652 жыл бұрын
মুখ্যমন্ত্ৰী মহাশয় ,,আপোনাক জনাব বিচাৰো যে চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলক মাত্ৰ শিক্ষা প্ৰদান কৰা কামত ব্যস্ত কৰিবলৈ দিয়ক ।।অন্য কামত ব্যস্ত নকৰালে ভাল হ'ব । তাৰোপৰি শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ মানুহ সোপাকো এসেকা দিলে ভাল হয় ,,ঘোচ খায় ।। একটকা নিদিয়াকৈ শিক্ষক নিযুক্তি লাভ কৰা পাছত ,,কাৰ্য্যালয়ত আজিইমান টকা লাগে,,কাইলৈ ইমান লাগে ,,,,,,এইবোৰ ও বন্ধ কৰিব বুলি 🙏🙏🙏জনালো ।
@bhabajit99422 жыл бұрын
আজিৰ যুগৰ শিক্ষকৰ কথা কি কবা। নিজৰ লৰা ছোৱালী private school অত Admissionদিব আৰু নিজে চৰকাৰৰ দৰমহা খাব। আৰু কিছু মান শিক্ষকে তো ঘৰত কেইতা মান জাৰ্চি গাই পালন কৰি গাখীৰ বিক্ৰী কৰিব। কিছুমানে L I C এজেণ্ট কৰে কিছুমানে টকা Interestঅত চলাই গতিকে School অৰ ছাত্ৰ ছাত্ৰীক পঢ়াৰ প্ৰতি গুৰুত্ব ৱে নিদিয়ে ইহতে। সেই কাৰণে চৰকাৰি স্কুলৰ ফলাফল আলূ গুতি হৈছে
@rajibbhuyan57122 жыл бұрын
I fully agree with you,
@biswavolg15622 жыл бұрын
কিছুমান আছে কত মাছ কত সকাম কত বিয়া তাক বিচাৰি ফুৰে । কেনেকৈ লৰা ছোৱালী ভাল হব
@hiteshbaba47802 жыл бұрын
মামা ভাল কথা কইছে। কিন্তু আলু গুতী পোৱা বিদ্যালয় ছাৰ বাইদেউ সকল ঠীক কৰিৱ পাৰিৱ মামা
শিশু সকলৰ আৰম্ভনি হয় অঙ্গনবাদী কেন্দ্ৰত । কিন্তু কিমান কৰ্মীয়ে শিক্ষা দান কৰে ।কঠিয়াতলীখনেই শুকান ।ফল ভাল দিব কৰপৰা ।
@bimalbiswas40292 жыл бұрын
Very very good decision.HBS Sir 👍
@lushakadutta30572 жыл бұрын
CM Sir, You are absolutely right. You please take over again Education Dept. Only you can controlled the teacher and officer and employees of education Dept.
@Xtreme1432 жыл бұрын
CM sir is Right ▶️
@sibaprasadbora012 жыл бұрын
ধন্যবাদ বৰ ভাল লাগিছে, কথা টো।
@tirthadas89442 жыл бұрын
বছৰ বছৰ ধৰি কৰ্মৰত শিক্ষক সকলৰ পদৰ যোগ্যতা দি চৰকাৰি বেতন ৰ ব্যবস্থা কৰক । বহু শিক্ষকৰ যোগ্যতা ফলাফলত ইতিমধ্যে নিৰূপিত হ'ল ।
@ujjalnath64972 жыл бұрын
Good cm sir......apunihe paribo
@Cricketchannel23552 жыл бұрын
Some govt schools are missing Teachers with nice persons personality.My respect to all govt teachers with nice personality not only smartness.
@deepakdemta16382 жыл бұрын
C. M. Sir.. Good👍
@arunavborah69322 жыл бұрын
Respected CM sir আপুনি কোৱাৰ দৰে শিক্ষক অকল LIC agent য়ে নহয়। আন বহুতো কৰ্মৰ লগত জৰিত। শিক্ষা বিভাগটো যদি সংস্কাৰ সাধিব বিচাৰিছে তেন্তে মই কেইটামান কথা কম..... আপুনি জানি হয়টো আচৰিত হব প্ৰায়বোৰ স্কুলৰ ভিতৰচোৱা এখন এখন সৰু বিধান সভাৰ দৰে। কিমান lobby কিমান ৰাজনীতি।অন্তকণ্ডল শিক্ষক বোৰৰ মাজত।তাৰ প্ৰভাব ছাত্ৰ ছাত্ৰীৰ পঢ়াত বাৰুকৈয়ে পৰে। দ্বিতীয়তে প্ৰায় স্কুলত ক্লাছৰ বেল মৰাৰ পিছত 15মিনিতলে ক্লাছ ত কোনো শিক্ষক নাযায় । তৃতীয়তে শিক্ষক আহি যি office roomt সোমাই তাৰ পিছত ৰূমটোৰ পৰা ওলাই যাব নোখোজে ক্লাছকেটা কৰাৰ বাদে।যাৰ ফলত গোটেই environment বেয়া হৈ যায় পঢ়াৰ। চতুৰ্থটে কিছু শিক্ষকে শ্ৰেণীকোঠাত পঢ়ুৱাতকে ঘৰত টিউচন কৰাৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাই পঞ্চমত কিছু শিক্ষক পঢ়ুৱাৰ ওপৰিও আন আন বহুতো কৰ্মৰ লগত জৰিত হৈ থকা দেখা যাই। ষষ্ঠ প্ৰায় স্কুলত head master aru Asst headmastrr সংঘাত যাৰ প্ৰভাব ছাত্ৰ ছাত্ৰী আৰু আন আন শিক্ষক সকলৰ ওপৰত পৰে। সপ্তম কিছুমান head a স্কুল ত টোষামুদ নীতি চলাই যাৰ ফলত শিক্ষক সকলৰ মাজত এটা বেয়া পৰিবেশ সৃষ্টি হৈ। অষ্টম senior শিক্ষক বিলাকে junior বোৰকপ্ৰায় মানি লবলৈ টান পায়, তেওঁলোকৰ দক্ষতা। যেনে ওপৰত ক্লাছ নিদিয়া। নৱমত কিছুমান শিক্ষক যিঠাইত স্কুল খন সেই গাওঁ খনৰ a হোৱা দেখা যায়। তেনেকুৱা নিদিষ্ট কিছুমান মানুহৰ প্ৰতি স্থানিয় ৰাইজৰ কিছু বেয়া ভাৱ থাকে যাৰ ফলত বিদ্যালয় খনৰ পৰা লৰা ছোৱালী আঁতৰাই আনে। দশম প্ৰায় 2016চনৰ পৰাই ভাল ট্ৰেইনিং r ব্যৱস্থা বিভাগে লোৱা নাই ।নৱনিযুক্ত শিক্ষক সকলক ট্ৰেইনিং r ব্যৱস্থা বিভাগে কৰা উচিত। Lower primary বিভাগটো এতিয়া যেন কেৱল তথ্য জমা দিয়া অফিচ হৈছে। কেৱল doccomentation...tender মাৰক টকা মুকোলাৱক আৰু তাৰে খৰচৰ খটিয়ান জমা দিওক। কিন্তু বাস্তব ছবি খন আমি দেখি আছো একো নাই। High school r head master r কেৱল cash book leaser book আৰু MDM। (কিছু স্কুল r ক্ষেত্ৰত প্ৰযোজ্য) শিক্ষক বোৰৰ কোনে কি ক্লাছ কৰিছে তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। যিবোৰ স্কুল r result প্ৰায় বেয়া হৈছে এটা সমীক্ষা কৰি চাওক ছাত্ৰ ছাত্ৰী ৰ বহি বোৰত.. কোৱাৰ অৰ্থ হৈছে কোনো homework নিদিয়ে আৰু দিলেও তাৰ মূল্যায়ন নকৰে। এইটো আটাইতকৈ ডাঙৰ কাৰণ বিফলতাৰ। মহাশয়, সমস্যা বহুত যদিও সমাধান আছে সকলো শিক্ষক বেয়া নহয় আমি বহুত চেষ্টা কৰি আছো। সমাজত এতিয়া শিক্ষকৰ স্থান বহুত নিম্ন তাৰে কাৰণ বহুতো কিন্তু ঘাইকৈ হৈছে অত্যধিক চৰ্চাত অহা media r দ্বাৰা। শিক্ষক সকল যেন সমাজৰ এতিয়া এটা বেলেগ জাতি।আমি প্ৰায় a শুনো বহি দৰমহা খাই আছা। এনেকুৱা মানসিকতা মানুহৰ। কিনটোবুজি চোৱা উচিত যে মানৱ সম্পদ গঢ়াৰ বাবে আমাৰ বাদে বিকল্প নাই।গতিকে এনেকুৱা কোনো কাম কৰা উচিত নহয় যাৰ ফলত এজন শিক্ষক ৰ শিৰণত হয়। শেষত উপৰোক্ত কথাখিনি ৰ বাবে ক্ষমা পাৰ্থনা বিচাৰি মোৰ মন্তব্য ৰ সামৰণি মাৰিছো। (মন্তব্য খিনি সকলোবিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়)ধন্যবাদ।
@prabhatdeuri21642 жыл бұрын
শিক্ষক সকলে D. El ed. B. Ed ত যোগত্যা দেখুৱালে নহব। সেই যোগত্যা, দক্ষতা আপোনালোকে ছাত্র ছাত্রী ক্ষেত্রত প্রয়োগ কৰক। টেট পৰীক্ষা pass korile job pale salary paboi.. এয়াই যদি প্ৰধান লক্ষ্য হয় বা আছিল, তেনেহলে এই ভাবধাৰাৰা এৰক।
@lalitadas99902 жыл бұрын
Thank you sir...apuni thick Kathai koise
@paramanandabhuyan37022 жыл бұрын
Good Sir Apuni ha parebo...
@promodmahanta63902 жыл бұрын
Respected chief Minister sir, apuni genuine kotha koise. Bohut teacher ye nijor lora be wife or namot agency lisence loi school or pora hunkale polai..field ot movement di fure. Nibonua ajonor bhat kahi nise..Naki logabo lage..
@pritishnaborah54212 жыл бұрын
হিমনত্ মামাই গুৰু বাক্য দৰে কথা কৈছে সকলোৱে শুনিব লাগে ্ববহুত ভাল লাগিছে ্মামাই তেনেকুৱা কৰিলে শিক্ষা বহুত ভাল হ'ব ।অসমৰ শিক্ষা সোনোৱালি হৈ পৰিব ।
GOOD STEP. NEWS REPORTERS SIR KHOKOLE SCHOL SCHOOL GOI REPORTING KORIBOLOI DIOK RESULT VAL HOI JABO.
@arupkakati40142 жыл бұрын
Right sir
@sajidurrahman33742 жыл бұрын
Most of the students approx 90℅ students busy with mobile. Make them habits of study in library by establishing school library likeKV.Teaching with beating very essential for students also.
@rakeshrava70822 жыл бұрын
It's your duty... Every parents duty.. Why you all giving them android mobiles... Playing for pub g. Or dating etc.. Give them mobile phone only for communicate
@kalpojitbaruah40952 жыл бұрын
good.news..sa
@maadurgacreation44562 жыл бұрын
Right
@ramendas44312 жыл бұрын
Good news
@pinonathtaid51082 жыл бұрын
Thanks sir
@durgadevi85632 жыл бұрын
Hai.sir you are right
@rakeshrava70822 жыл бұрын
Ekdom Hosa kotha koise..... I agree..
@prakashsarma55502 жыл бұрын
Maximum Teachers r Agent like LIC , land sale & purchase
@kalpojitbaruah40952 жыл бұрын
mama..good.news
@preeanshreesaikia65502 жыл бұрын
Good think sir,
@karunasaikia78892 жыл бұрын
হিমু মামাই আকৌ চাগে শিক্ষক সকলক অপমান কৰিবৰ সময় হ'ল কাৰন ১০ ১৫ বছৰে শিক্ষা বিভাগ একোদাল উন্নতি কৰিব নোৱাৰিলে এতিয়া আকৌ ২বছৰ সময় লাগে সাধাৰন মানুহক হাৰাসাষ্টী দিব পাৰিব।
@ranubasumatary74972 жыл бұрын
Right 100 parsen sir
@kantakramdas12442 жыл бұрын
Yes
@rakeshborah22492 жыл бұрын
Physical Education subject compulsory korok School t Sir. Sob thik hoi jabo....
@dimbeswarpegu94212 жыл бұрын
সাংবাদিকসকলে পাচঁটা বছৰ এৰি দিব আপোনি ঠিক কৰি দিয়ক।
@girishdeka39652 жыл бұрын
প্ৰাইভেট বিদ্যালয়ৰ শিক্ষা গুৰু সকলে দৰমহা কম পাই , কিন্তু লৰা ছোৱালী বোৰে ভাল দৰে পাছ কৰি যায় । চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ দৰমহা বেছি, কিন্তু লৰা ছোৱালী ফেল কৰে কিয়?
@hemantaassam24822 жыл бұрын
Kisuman teacher a part time hisape network business u kori ase....