এজন পিতামহৰ অমৃত বাণী, আপোনাৰ সন্তানৰ বাবে মাত্ৰ এবাৰ শুনক#srimanta_motivator

  Рет қаралды 27,840

Srimanta motivator (anushilan)

5 ай бұрын

এজন পিতামহৰ অমৃত বাণী, আপোনাৰ সন্তানৰ বাবে মাত্ৰ এবাৰ শুনক#srimanta_motivator
kzbin.info/www/bejne/lZDNqmSJnLqfsKMsi=imlR7OoosgahTuH4

Пікірлер: 100
@daisybharali9469
@daisybharali9469 5 ай бұрын
🙏🏻🙏🏻🙏🏻
@monalishasaiki7842
@monalishasaiki7842 5 ай бұрын
Sir , the best speaker for society
@nirupomachetia327
@nirupomachetia327 5 ай бұрын
you are the root of humanity sir. May God live longl live .
@satyajeetborah7559
@satyajeetborah7559 5 ай бұрын
🙏🙏🙏
@binuborah8489
@binuborah8489 5 ай бұрын
Khub bhal lagil.
@jayashreegohain883
@jayashreegohain883 5 ай бұрын
অতি সুন্দৰ সাক্ষাৎকাৰটি যুগুত কৰাৰ বাবে আপানাক ধন্যবাদ জনাইছো।
@munmisdailyvlogs797
@munmisdailyvlogs797 5 ай бұрын
সুন্দৰ ভিডিঅ আগবঢ়াই দিলে ,ভগৱানে ভালে ৰাখিক👏
@jayashrisaikia8658
@jayashrisaikia8658 5 ай бұрын
এটি সুন্দৰ সাক্ষাৎকাৰ । অনুপ্ৰাণিত হ'লো ।
@buu8292
@buu8292 5 ай бұрын
Bohut bhal palu sir r kotha keikhar huni
@dipanjaliburaguhain9573
@dipanjaliburaguhain9573 4 ай бұрын
Xundor
@dipalisaikia4624
@dipalisaikia4624 5 ай бұрын
ছাৰ, আপোনাক সশ্ৰদ্ধ প্ৰণাম। আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
@mayahazarika1796
@mayahazarika1796 3 ай бұрын
Val lagil sir kotha huni .🎉
@debikaborpujari6748
@debikaborpujari6748 5 ай бұрын
কথা খিনি শুনি বৰ ভাল লাগিল। তেখেতলৈ প্ৰণাম 🙏
@rabinchangmai2332
@rabinchangmai2332 5 ай бұрын
ভৱিষ্যত প্ৰজন্মৰ বাবে যোগাত্মক বাৰ্তা 🙏
@UddipanGuitars
@UddipanGuitars 5 ай бұрын
Bohut powerful kotha kole sir Dhanyabad sir.
@Manashigogoi-t6n
@Manashigogoi-t6n 5 ай бұрын
Val lagil bohut dinor pasot sir k dekhi
@jinumoniduarah7243
@jinumoniduarah7243 5 ай бұрын
আন্তৰিক শ্রদ্ধা জনাইছো🙏🙏🙏
@rumjumdas9092
@rumjumdas9092 5 ай бұрын
Bout bhal lagil kotha bur
@munnyborgohain145
@munnyborgohain145 5 ай бұрын
Bohut bhal lagil
@nirumonigayan3356
@nirumonigayan3356 4 ай бұрын
আজি অলপ একান্ত সময় লৈ কথাখিনি শুনিলোঁ,সঁচাকৈয়ে ইমান সুন্দৰ,অমৃত বৰষা কথাবোৰ যেন শুনিয়েই থাকিম। বৰ ভাল লাগিল দাদা,ধন্যবাদ জনাইছোঁ আপোনাক🙏 । শ্ৰদ্ধাৰ চাৰলৈ সেৱা জনাইছোঁ,ভগৱানে সুন্দৰ মনৰ অধিকাৰী চাৰৰ সৰ্বতো প্ৰকাৰে মংগল কৰক,কুশলে ৰাখক🙏
@alakakalita8075
@alakakalita8075 5 ай бұрын
Bahot bahot bhal lagil .
@ankurjyotisaikia-hm9wk
@ankurjyotisaikia-hm9wk 5 ай бұрын
Bohut bohut val lagil thanku sir vala thkok.
@nizarakhanikar1763
@nizarakhanikar1763 5 ай бұрын
Apunak hewa jonalu
@harenbaruah430
@harenbaruah430 5 ай бұрын
সাৰগৰভ কথা ।এই সাক্ষাৎকাৰ শুনাখিনিয়ে যথেষ্ট উপকৃত হৱ।ভগৱানে ভালেৰাখক দুয়োজনকে।
@RomenboruahRomenboruah
@RomenboruahRomenboruah 5 ай бұрын
সুন্দৰ দাদা শুনি বৰ উপকৃত হ'লো ছাৰৰ ক সেৱা জনালোঁ ঈশ্বৰে ভালে ৰাখক সদায় ।
@nivanath147
@nivanath147 5 ай бұрын
বহুত ভাল লাগিল ৷ চাৰক ভগৱানে কুশলে ৰাখক৷
@niruhatimuriya3325
@niruhatimuriya3325 5 ай бұрын
Bohot bohut dhanyabard jonalu
@nishamaniborah9776
@nishamaniborah9776 5 ай бұрын
তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম যাছিলোঁ।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 5 ай бұрын
সঁচাকৈ এজন মহান ব্যক্তিৰ জ্ঞান গম্ভীৰ কথা শ্ৰৱণ কৰাৰ সৌভাগ্য হ'ল আজি। খুব সুন্দৰ হৈছে কথোপকথন অনুষ্ঠাটো। ভগৱানে সদায় কুশলে ৰাখক তেখেতক আৰু সমাজত বহুত প্ৰয়োজন আছে তেখেতৰ দৰে ব্যক্তিৰ 🙏🙏
@minalideori5674
@minalideori5674 5 ай бұрын
Sir apunak hewa jonalu .sir কথাবোৰ শুনি ভাল পালোঁ
@RinuBorah-zs2kv
@RinuBorah-zs2kv 5 ай бұрын
🙏🙏🙏🙏🌄
@monalishasaiki7842
@monalishasaiki7842 5 ай бұрын
Samajok suddha koi nibiloi ane guni Gyani lokor adarshore anupranit hoatu akantai priojonia
@satyajitphukan9790
@satyajitphukan9790 5 ай бұрын
চাৰক ধন্যবাদ জনালোঁ আৰু সুস্বাস্থ্য কামনা কৰিলো।
@minitatalukdar1837
@minitatalukdar1837 5 ай бұрын
বহু ত সাৰগৰভ কথা । ছাৰক ধন্যবাদ জনাইছো । কুশলে থাকক ।
@DipakGogoi-uz2ir
@DipakGogoi-uz2ir 5 ай бұрын
সুন্দৰ সাক্ষাৎকাৰ।বহু কথা জানিবলৈ পালো।
@parulborgohain8511
@parulborgohain8511 5 ай бұрын
Nice video
@sarabrookes5750
@sarabrookes5750 4 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤Hosai bohut Val lagil sir.apunar kosta hofol hoise.aei video tu sai bohut Hukhi holu sir.
@bobitaphukon4243
@bobitaphukon4243 5 ай бұрын
আপ্লুত হলো । আপোনাৰ অমৃতময় কথাখিনি শুনি ধন্য হলো । লগতে আমাক এই কথাখিনি শুনাৰ সুযোগ দিলে তেখেতলৈও আন্তৰিক ধন্যবাদ জনালো। ভগৱানে দুয়োজনকে সু-স্বাস্থ্যৰে কুশলে ৰাখক 🙏🙏
@geetanjalisaikia9509
@geetanjalisaikia9509 5 ай бұрын
Good interview
@babitatamuliborah7986
@babitatamuliborah7986 5 ай бұрын
অতি অনুপ্ৰেৰণা মূলক সাক্ষাৎকাৰ। উৎসাহ পালোঁ দেই। সন্মানীয় চাৰলৈ সশ্ৰদ্ধ প্ৰণাম‌ 🙏 ও বহুতো শুভকামনা জনালোঁ।
@gopaldoley7965
@gopaldoley7965 5 ай бұрын
Good
@robinsaikia6245
@robinsaikia6245 5 ай бұрын
বহুত সাৰগৰ্ভ কথা শুনি ধন্য হলোঁ
@mridulkumargogoi4454
@mridulkumargogoi4454 5 ай бұрын
Sir- Aapunar Katha khini huni bahut bhal lagil. Assam at adhyatmik dikhat sahaky hoi aase hei thaikhan hoise Harthebarir Nasatra. Aapuni ebar haleo goi aahak Aapuni bahut aanandita haba buli bhabim. Eyat nursery schools ar para biswabidyaloi loike adhyatmik bhave sikkhya diya hoise. Eyat sankardevar toolar nisinake matit bahuwai padhuwa hoi.
@madhusmritasaikia1670
@madhusmritasaikia1670 5 ай бұрын
অভিভূত হৈ পৰিছোঁ, শ্ৰীমন্ত। ইমান এটা সুন্দৰ ইণ্টাৰভিউ তুমি সঠিক সময়ত সমাজলৈ আগবঢ়াই দিব পাৰিলা, তোমালৈ অশেষ ধন্যবাদ।
@alpanachutia4811
@alpanachutia4811 5 ай бұрын
ছাৰ্ক কউশলএ ৰাখক❤❤❤
@shaansvlog7400
@shaansvlog7400 5 ай бұрын
চাৰৰ সোণসেৰীয়া কথা খিনি শুনি বৰ ভাল লাগিল,, |ভাতৃবৰ শ্ৰীমন্ত, তুমি এইটো বৰ সুন্দৰ, সময়োপযোগী, আৰু best সাক্ষাৎকাৰ ৰাইজলৈ আগবঢ়োৱাৰ বাবে তোমালৈ আন্তৰিক ধন্যবাদ জনালো |
@alpanachutia4811
@alpanachutia4811 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 প্ৰভু জোনাক ভালে ৰাখক ভগবানে
@binitachetia7327
@binitachetia7327 5 ай бұрын
সাক্ষাৎকাৰটি শুনি উপকৃত হ'লো ভগৱানে আপোনাক কুশলে ৰাখক 🙏
@MalatiBaruah-l7s
@MalatiBaruah-l7s 5 ай бұрын
বহুত ভাল লাগিল তেখেতৰ কথাখিনি।যুগুতাই প্ৰচাৰ কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ জনালো।এনেও আপোনাৰ বাৰ্তাবোৰ গঠনমূলক।আগলৈ আশা থাকিল।
@nonichutia3034
@nonichutia3034 5 ай бұрын
প্ৰভু জনাৰ কথা শুনি বহুত২ আপ্লুত হলো, কিন্তু প্ৰভু মই এটা কথা কওঁ মাকৰ লগতে দেউটাকৰো সহযোগিতা ১০০/ জৰুৰী। কৃষ্ণ বাপ আপোনাৰ বাণী শুনিবলৈ আৰু আশা থাকিল।
@jugadeka5578
@jugadeka5578 5 ай бұрын
চাৰৰ কথাই সকলোকে উদগনি দিব ধন্যবাদ ।❤❤
@gopaldoley7965
@gopaldoley7965 5 ай бұрын
36:06 36:16
@subhakhibharali419
@subhakhibharali419 5 ай бұрын
Good interview with Khonikar Sir .
@ranukakoti6727
@ranukakoti6727 5 ай бұрын
Amar school aru collegor sir asil .dekhi bhal lagil .From Charing
@malobikagogoi8727
@malobikagogoi8727 5 ай бұрын
বহুত ভাল লাগিল দাদা।ছাৰলৈ অভিনন্দন জনোৱাৰ লগতে সেৱা জনাইছোঁ 🙏🏻
@mohanchangmai5318
@mohanchangmai5318 4 ай бұрын
🙏ককাদেউ নমস্কা জনালো, আজি কালি বিদ্যালয় পাইঠপুথি শাশ্ত পঢ়োঁৱা এটা কিলাছ দিব পৰা হলে আজি কালি লৰা ছোৱালী ভাল হল হেতেন মই ভাবো,,, মই আপোনালৈ অনুৰোধ,,, 🙏আপোনাৰ ভিডিও বোৰ চাও ভাল লাগে,
@bhubaneswarsaikia1098
@bhubaneswarsaikia1098 5 ай бұрын
🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰণামেৰে ধন্যবাদ। আপোনাৰ শিক্ষা আৰু দীক্ষ্যাৰ বাণী শুনা সকলৰ প্ৰভাৱ পৰিব ভগৱানে আপোনাক মঙ্গলে ৰাখক কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@DebojitGogoi-e7x
@DebojitGogoi-e7x 5 ай бұрын
Thanks
@anamikakalita-ho5sq
@anamikakalita-ho5sq 4 ай бұрын
Bohut bhal lagil.kathabhur kitap akare publish karile aru bhal hoba .please try to it.
@pilygoswami9414
@pilygoswami9414 5 ай бұрын
ছাৰ ;আপোনাৰ বহু মূল্যৱান কথাখিনি যদি সকলোৱেই হৃদয়ঙ্গম কৰে এই পৃথিৱীতে সৰগ ৰচিব পৰা যাব বুলি মোৰ এশ শতাংশ সত্য ।তথাপি বিনম্ৰ ভাৱে ছাৰলৈ মোৰ এটা প্ৰশ্ন আছে যিলোকৰ সন্তান নাথাকে তেখেত সকলৰ বাবে জীৱনৰ শেষ আশ্ৰয় স্থল কত হ'ব বা কোনে তেখেত সকলক চোৱা চিতা কৰিব ! এই বিষয়ত শ্ৰীমন্ত ছাৰে পুনৰ এটা ভিডিঅ 'বনাই দৰ্শক সমাজক উপহাৰ দিব বুলি আশাৰে বাট চাই ৰলো ।মই আপোনাৰ বহুখিনি ভিডিঅ চাই কিছু কথা শিকিবলৈ মাত্ৰ চেষ্টা কৰিছোঁ ।
@purnimaborthakurbezbora4501
@purnimaborthakurbezbora4501 5 ай бұрын
চাৰৰ কথাখিনি সঁচাকৈ অমৃত পান কৰা যেন উপলব্ধি হ’ল ৷ অন্তৰেৰে কামনা কৰিছোঁ তেখেত বহু বছৰ জীয়াই থাকক আমাৰ বাবে , উঠি অহা প্ৰজন্মৰ বাবে ৷ ছাৰৰ এই অমৃত কথন পোনৰ শুনিবলৈ পোৱাৰ আশা কৰিলোঁ ৷ ❤ u sir .
@tagarpatowary8691
@tagarpatowary8691 5 ай бұрын
বহুত ভাল লাগিল তেখেতৰ কথা শুনি।ছাৰক সেৱা জনালোঁ আৰু আপোনাক ধন্যবাদ জনালো
@minakhikhanikor6735
@minakhikhanikor6735 5 ай бұрын
ছাৰ আপোনাৰ চেনেলটোৰ জৰিয়তে সুন্দৰ বাৰ্তা বোৰ পাওঁ,সকলোৱে চোৱা টো প্ৰয়োজন, খনিকৰ ছাৰৰ কথা খিনি ইমান ভাল লাগিল যে আমাৰ সমাজ খনত তেখেতৰ দৰে মানুহৰ খুবেই প্ৰয়োজন, তেখেতৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 5 ай бұрын
কথোপকথন খিনি শুনি😅 জীৱন ধন্য হ'ল । এনেধৰণৰ আলোচনাৰ আচলতে বহুল প্ৰচাৰ হোৱাটো নিতান্তই প্ৰয়োজন। কুশলে থাকক দুয়োগৰাকী সন্মানীয় ব্যক্তি🙏🙏
@porimalgogoi1195
@porimalgogoi1195 5 ай бұрын
Bohut vl lgile...bohut kotha janibo parisu....apuni aru aaguai jauk sir....eku ekujon val manuhor mnr kothabur agbohabo..nisoi vl lgibo....
@nirupoma5935
@nirupoma5935 5 ай бұрын
এনে বিলাক প্ৰচেষ্টাই সমাজক অলপ হ'লেও হয় হোৱাত সহায় কৰিব। ধন্যবাদ 🙏
@BeautiHAZARIKA-x5y
@BeautiHAZARIKA-x5y 5 ай бұрын
ছাৰ প্ৰনাম গ্ৰহণ কৰিব ৷ ভগবানে কুশলে ৰাখক ৷ আপোনাৰ মূল্যবান বাৰ্তা শুনি বৰ ভাল পালো ৷ চেষ্টা কৰিম ৷
@ritadutta1754
@ritadutta1754 5 ай бұрын
Dhonyobad bad sir.
@kripalibhuyan5326
@kripalibhuyan5326 5 ай бұрын
বৰ ভাল লাগিল ছাৰৰ কথাখিনি শুনি । বৰ সাৰগৰ্ভ থকা কথা এয়া , যিখিনি মানুহে অনুধাৱন কৰিবলৈ এতিয়াও বহুত বাকী । ছাৰৰ কুশল কামনা কৰিলোঁ
@AimoniDowari
@AimoniDowari 5 ай бұрын
🙏🏻Dhoiniyobad Sir 🙏🏻Bhogobane apunak mongal korak lagote dirghau kamina korilu. Apuni eanekuwa diha paramokha di thakibo ami aru uthi oha prajanmoi jate eai adorkh -arhi loi. 🙏🏻apunarloi hata kuti pranaam. 🙏🏻🙏🏻🙏🏻👍👨‍👩‍👧
@upengogoi1092
@upengogoi1092 5 ай бұрын
Sir, r sanda brahma dbara atmar khurak palu. Isware duyuke kripa karak.
@anilsaikia8445
@anilsaikia8445 5 ай бұрын
ছাৰৰ কথা খিনি শুনি আপ্লুত হোৱাৰ লগতে বহুতো জ্ঞান পাবলৈ সক্ষম হলো। ছাৰলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। লগতে শ্ৰীমন্ত দত্ত দেৱক আন্তৰিক অভিনন্দন জনালো।
@বৰাহীগগৈ
@বৰাহীগগৈ 5 ай бұрын
বহুত জ্ঞান পালোঁ ছাৰৰ কথা কেইখাৰ শুনি ছাৰ কুশলে থাকক লগতে আপোনাকো অভিনন্দন জনালো
@UshaSaikia-s5g
@UshaSaikia-s5g 5 ай бұрын
দুজন গুণী, জ্ঞানী ব্যক্তিৰ বহুমুলীয়া কথোপকথন শুনি আপ্লুত হ'লো।🙏
@goutamdas5348
@goutamdas5348 5 ай бұрын
মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱে বিশ্বৰ বুকুত পোন প্ৰথমে সত্ৰ স্থাপন কৰিছিল। সেই সত্ৰখন বৰপেটা জিলাৰ বৰপেটা চহৰৰ পৰা ৫ কিমি দূৰৈত পাটবাউসীত পাতিছিল।
@pranabsaikia8155
@pranabsaikia8155 5 ай бұрын
অতি মূল্যবান সাৰুৱা কথাখিনি সকলোৱেই শুনা দৰকাৰ।
@devrajdutta5179
@devrajdutta5179 5 ай бұрын
শ্ৰদ্ধাৰ খনিকৰ দেৱৰ প্ৰেৰণা দায়ক কথা খিনিয়ে আমাৰ মনোবল বঢ়াই তোলিলে।তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলো।🙏🙏ৰীতা দত্ত
@ilabora7943
@ilabora7943 5 ай бұрын
খনিকৰচাৰলৈ পোন প্ৰথমে মোৰ সস্ৰদ্ধ প্ৰনাম জনালোঁ । কথাবতৰাৰ সময় বহুত কমহোৱা যেন লাগিল ।
@rupaliboruah3658
@rupaliboruah3658 5 ай бұрын
চাৰৰ বহুমুলীয়া কথাখিনি শুনি অতি ভাল লাগিল । এনেকুৱা কথা কোৱা লোকৰ সংখ্যা বহুত কম পোৱা যায় ।চাৰৰ কুশল কামনা কৰিলো । শ্ৰদ্ধা জনালোঁ 🙏
@rulisaikia6020
@rulisaikia6020 5 ай бұрын
কি মন্তব্য কৰিম? ছাৰৰ প্ৰতিটো শব্দতেই এক বিশেষ "শক্তি" অনুভৱ কৰিলোঁ। প্ৰতিগৰাকী ব্যক্তিৰ বাবে আগবঢ়োৱা উপদেশ, প্ৰেৰণা আৰু গঠনমূলক দাবী যদি সকলোৱেই হৃদয়ংগম কৰে নিশ্চয়কৈ সমাজৰ, সন্তানৰ,দেশৰ সকলো দিশতে উত্তৰণত সহায় হ'ব। ভগৱানে ছাৰক কুশলে ৰাখক । আপোনাকো অশেষ ধন্যবাদ জনালোঁ ককাইদেউ, এগৰাকী পিতৃস্বৰূপ মহান ব্যক্তিৰ সান্নিধ্য দিয়াৰ বাবে। ভগৱানে কুশলে ৰখক সকলোকে🙏🏻❤️🙏🏻
@nitugoswami809
@nitugoswami809 5 ай бұрын
নমস্য গুৰুজনৰ পৰা জীৱনত বহু কথাই শিকিছোঁ । তেখেত কুশলে থাকক ।
@kirtichaliha6074
@kirtichaliha6074 5 ай бұрын
ককাইদেউক সেৱা জনালো।তেখেতৰ সান্নিধ্য লাভ কৰি মই খুব ভাগ্যবান আৰু গৌৰাম্বিত।
@KrishnaBorah-i7w
@KrishnaBorah-i7w 5 ай бұрын
ছাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।
@samironbhagawati4567
@samironbhagawati4567 5 ай бұрын
এজন গুণী-জ্ঞানী,বিদ্বান ব্যক্তিৰ সাক্ষাৎকাৰ শুনিবলৈ পাই আপ্লুত হ'লোঁ।
@chandramadeka804
@chandramadeka804 5 ай бұрын
Kub sundor
@RinaGohain-dk6xd
@RinaGohain-dk6xd 5 ай бұрын
বহুত সুন্দৰ বাতৰি সকলোৱে শিকিবলৈ চেষ্টা কৰক উপকৃত হ'ব। ভগৱানে আপোনাক কুশলে ৰাখক।
@runuchetia1658
@runuchetia1658 5 ай бұрын
আজিৰ পূৱাবেলাটো খুউব এটা সুন্দৰ আধ্যাত্মিক কথোপকথনৰ মাজত ডুব গৈ ধন্য হ'লো!সদায় বিচাৰি ফুৰা আধ্যাত্মিক তত্বগধুৰ মধুৰ বাৰ্তালাপ খিনিয়ে মোক ধন্য কৰাৰ লগতে আপ্লুত কৰিলে!!শ্ৰুোতা-বক্তা দুয়োজনেই এক কথাত কব লাগিলে মহন্ত🙏🙏 ।আপোনালোসবৰ সু-সাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ কৃষ্ণ🙏
@ritadutta1754
@ritadutta1754 5 ай бұрын
Ases srodha jonisu dada kusole thakok sokti otut thakok nd sakhat lua dada jonok o sordha jonisu stay healthy nd happy.
@xin2830
@xin2830 5 ай бұрын
ছাৰক ভগৱানে কুশলে ৰাখক
@minubharali7680
@minubharali7680 5 ай бұрын
Kotha kaikhar huni porom hanti palu
@subornaroy9303
@subornaroy9303 5 ай бұрын
Sradhar khanikar sir moi apunar chatri smd college Charing mur nam suborna nath krishna
@PronabSharmah
@PronabSharmah 5 ай бұрын
Namaskar sir
@lakhinathdas3344
@lakhinathdas3344 5 ай бұрын
Sindor boktoiba
@rupakonwar7299
@rupakonwar7299 5 ай бұрын
আমাৰ ছাৰলৈ সেৱা জনাইছো
@dipamonibharali5807
@dipamonibharali5807 5 ай бұрын
Val.lagil.sir.kothahuni
@Nayanwritter
@Nayanwritter 5 ай бұрын
Toi maksudu srimanta
@DebojitGogoi-e7x
@DebojitGogoi-e7x 5 ай бұрын
Beya kotha
@gayatreeboruah5696
@gayatreeboruah5696 5 ай бұрын
🙏🙏
@im_sunny001
@im_sunny001 5 ай бұрын
🙏🙏🙏
@hemantakumargogoi8749
@hemantakumargogoi8749 5 ай бұрын
🙏🙏🙏