জনজাতীয় মুখ্যমন্ত্ৰীক খেদিব জনা হিমন্তই বান সাহায্য আনিব নোৱাৰে

  Рет қаралды 20,837

NorthEast Now

NorthEast Now

17 күн бұрын

📌 জনজাতীয় মুখ্যমন্ত্ৰীক খেদিব জনা মুখ্যমন্ত্ৰী হিমন্তই কেন্দ্ৰৰ বান সাহায্য আনিব নোৱাৰে
📌 অসমৰ বানপানীক অপমান কেন্দ্ৰৰ!
📌 কিমান লোক ক্ষতিগ্ৰস্ত আৰু মৃত্যু হ’লে অসমৰ বানপানীক বানপানী কোৱা হ’ব?
#AssamFlood #PMModi #AmitShah #HimantaBiswaSarma #AkhilGogoi
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 27
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 15 күн бұрын
ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোহনা কৰিলে হিমন্ত্ মামাৰ কি লাভ হব? মামাঁৰ লাভ হোৱা কাম হলে - সকলো কৰিব ।
@asomiaasom6008
@asomiaasom6008 15 күн бұрын
দুৰ্নীতি কেলেংকাৰীৰ অপৰাধত জেল খোৱাৰ পৰা বাচিবলৈ হিমন্ত বিশ্ব শৰ্মাই মোদী অমিতশ্বাহৰ ঠেং চেলেকী মালিচ কৰি গুণগান গাই তৈলমৰ্দন কৰি পোহনীয়া কুকুৰলৈ ৰূপান্তৰ হোৱা ভৃত্য গোলাম হিমন্ত বিশ্ব শৰ্মাই প্ৰভু মোদী অমিতশ্বাহক বান সাহাৰ্য লাগে বুলি কব নোৱাৰে ।টকা লাগে বুলি কলেও বহতীয়া ভৃত্য গোলাম কুকুৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কত শুনিব ?অসমৰ পৰা সম্পদ ধন ঠিকমতে গৈ আছেনে নাই আৰু নতুনকৈ কিবা নিব পাৰে নেকি সেই বিষয়েহে হিমন্তৰ লগত কথা পাতে ,বিজেপিক কিমান ভোট দিব পাৰিব কিমান আসন জিকাব পাৰিব ,অসম অসমীয়াক কেনেকৈ তিল তিলকৈ ধ্বংস কৰিব পাৰে তেনে কথাহে পাতে হিমন্তৰ লগত মোদী অমিতশ্বাহে । অমিতশ্বাহ হতে
@dipakbaruah8987
@dipakbaruah8987 15 күн бұрын
ভাল দিছে দেই ডাঙৰীয়া।
@VolaNath-jb6ys
@VolaNath-jb6ys 15 күн бұрын
একে বাৰে সঁচা কথা দেই???
@dilipkrsharmah3384
@dilipkrsharmah3384 15 күн бұрын
Good news Congratulation
@YeasinAli-cb1dj
@YeasinAli-cb1dj 15 күн бұрын
Thik kotha koise Akhil sar
@LAfajalLaskar
@LAfajalLaskar 14 күн бұрын
Good 👍👍👍
@JiyarulHoque-w2x
@JiyarulHoque-w2x 15 күн бұрын
Good news
@abassam439
@abassam439 15 күн бұрын
💯 percent neglegency for janajati correct.
@user-wm1hn6ie1r
@user-wm1hn6ie1r 15 күн бұрын
নিৰ্বাচন ৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সকল মাহটোত পাচ বাৰ আহে এতিয়া লৈকে বান পানী চাবলৈ নাহে কিয়। অসম ক কিমান ভাল পায় অসমৰ 😅 ৰাইজে বুজি লাগে
@Das6259
@Das6259 15 күн бұрын
Sibsagar tiger hoi akhil da moja
@SavagemodeON973
@SavagemodeON973 15 күн бұрын
ৰিনিকিৰ কাৰনে ১০ কোটি টকীয়া স্কীম আনিবহে জানে । মাইকীকো হিতাধিকাৰী বনালে মামাই । ৰিজৰ্ট আৰু মাটি মেইন মামাৰ কাৰনে । পীয়ুষ আৰু হিমন্তৰ মাইকী দুজনীয়ে অসমত উন্নত জীৱন যাপন কৰিছে 😂😂 এজনী বেপাৰী (ব্যৱসায়ী) বনিলে,পিয়াজৰ জনী ডাইৰেক্টৰ বনি বিদেশ ভ্ৰমনত যায় 😂 তাকো নিজৰ টকাৰে খৰছ কৰি যায় ( যিহেতু ওপৰৰ মালৰ পত্নী টকাৰ অভাৱ নাই )😂 ফ্ৰান্স যায় প্ৰ্তেক বছৰে , কেনছ ফেচটিভেলত 😂 😂
@nabamk-wq5ci
@nabamk-wq5ci 15 күн бұрын
OSHA Kota koise Akhil dada
@rajibbormedhi8638
@rajibbormedhi8638 15 күн бұрын
কমেও৭০%
@kakoligayan2065
@kakoligayan2065 15 күн бұрын
কেন্দ্র মন্ত্ৰী বোৰে চকু দুটা অন্ধ হৈছে নেকি
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 12 күн бұрын
নিৰ্বাচনত মোদী ডাঙৰীয়াই 100 বাৰ নহয় 200 বাৰ নিৰ্বাচনী সভাত আহিব কিন্তু যেতিয়া বিপদৰ সময়ত বা যিকোনো দুৰ্যোগৰ সময়ত দিল্লীৰ পৰা ৰং চাই থাকে গতিকে এই জন মোদী ড্ৰামা baj PM হয় , আজি লৈকে মণিপুৰত নাহিল গতিকে ইয়াৰ পৰা বুজা যায় যে আমাৰ north east অক বেয়া বা গুৰুক্ত নিদিয়ে
@ShahidurRahman-xj3bg
@ShahidurRahman-xj3bg 15 күн бұрын
Amit shah r kam nai.... Himantar kam nii
@JiyarulHoque-w2x
@JiyarulHoque-w2x 15 күн бұрын
Dood news
@user-jh9wu1wp9u
@user-jh9wu1wp9u 15 күн бұрын
Faltu ram
@user-jh9wu1wp9u
@user-jh9wu1wp9u 15 күн бұрын
Toi johonghli manuh hoi
@jugeswarphukan9726
@jugeswarphukan9726 15 күн бұрын
Aibur.dhoranda.bjp.arunah.e.assamat.aitukhatang.aru.heai.bjp.bure.amatkai.besi.jane.aru.assamat.kam.aku.nahai.gampaigol.aribure.hadai.kendai.assamak.mahiai.dharane.sai.kintu.votu.bjpk.lage.aponidibane.hakaluea.hapot.khouk.aru.bjpassamat.darkar.nai.kiahangkar.bjp.mla.mantibur.dekhisenahai.haro.kaku.koneo.diba.nalage.kintu.jati.mati.basai.sarkar.karak.doinambari.bur.bad.diak.atialoike.akal.doinambari.haiasse.atia.manuh.jiaithaka.karantu.kahanibai.hekh.karile.karlabh.hal.bjpahi.kintu.assam.hekh.nuare.aru.udhariba.aitu.hambhab nahai.hadai.ain.kiain.karain.kanda.karkhanabur.dekhile.kiba.jen.ami.assamat.asune.nai.sintakariba.lage.kia.ane.hai.janmar.para.dekhisilu.rajniti.kara.manubur.janahadharane.silek.kari.agbahaidiea.kisumane.binapotidanditare.jike.kiahaisil.haibur.asi.janahadharanar.karane.bhal.manuh.aru.hai.bhal.manuh.mla.ministere.nijar.ghartu.banaba.nuarisli.ajikali.aitu.kirajniti.mla.manti.hale.bank.belens.bahijai.aibur.akuakuta.tejpia.assam.andolanar.para.bahut.hikilu.bahut.palu.jetia.agp.sar.kar.hal.kihal.
@dipakbaruah8987
@dipakbaruah8987 15 күн бұрын
মহাশয় অলপ শুদ্ধ কৈ আৰু ছুটিকৈ Comment বোৰ দিলে পঢ়ুৱৈ সকলৰো সুবিধা হয় । বেয়া নাপাব !
Самый Молодой Актёр Без Оскара 😂
00:13
Глеб Рандалайнен
Рет қаралды 9 МЛН
Became invisible for one day!  #funny #wednesday #memes
00:25
Watch Me
Рет қаралды 60 МЛН
How Many Balloons Does It Take To Fly?
00:18
MrBeast
Рет қаралды 167 МЛН
Самый Молодой Актёр Без Оскара 😂
00:13
Глеб Рандалайнен
Рет қаралды 9 МЛН