আজি চেৰীয়ে ক’ব সপোনৰ জীয়া কাহিনী

  Рет қаралды 151,938

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 203
@bobitabaruah2172
@bobitabaruah2172 2 жыл бұрын
ভাল লাগিল কথাখিনি শুনি। চেৰী আৰু ধৃতিৰাজ দুয়োজনেই কথাৰে মানুহৰ অন্তৰ জয় কৰিব পাৰে।
@ruplekhagohain4469
@ruplekhagohain4469 2 жыл бұрын
আই অ' মাইনাজনী, কথাবোৰ ইমান স্পষ্ট, শুদ্ধ ! আৰ্হি দেখুওৱা সহজ সৰল ছোৱালী এজনী। একে কলেজৰ , একে গাঁৱৰ আৰু ঘৰৰ বুলি গৌৰৱান্বিত হৈছো। মনৰ সকলো আশা পূৰণ হওঁক।
@sanamdutta3703
@sanamdutta3703 2 жыл бұрын
ইমান নম্ৰতা তাইৰ কথাত, কোনো অভিমান নাই মনত। ছোৱালী হ'লে ছেৰী গোহাঁই দৰে হ'ব লাগে। so proud of you girl ❤️
@technophileuniverse528
@technophileuniverse528 2 жыл бұрын
খুব গৌৰৱ অনুভৱ কৰিছোঁ .....💐💐 ঘৰৰ ওচৰৰ ছোৱালী এগৰাকীয়ে ইমান সুন্দৰ ফলাফল দেখুৱাৰ বাবে....... তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 👍🏻✨
@rajibneog4208
@rajibneog4208 2 жыл бұрын
বৰ সংস্কাৰী আৰু স্থিতপ্ৰজ্ঞ গুণৰে সমৃদ্ধ চেৰী গোহাঁই ❤️🙏❤️ধন্যবাদ জনালোঁ আপোনাক তাইৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে
@bishnuprasadrabha8487
@bishnuprasadrabha8487 2 жыл бұрын
চেৰী ইংৰাজী মাধ্যমৰ ছাত্ৰী অথচ সাক্ষাতকাৰৰ খাতিৰত ইংৰাজী শব্দ এৰাই অসমীয়াত গুৰুত্ব দিছে , আনফালে অসমীয়াত ১০৫ নম্বৰ পাবৰ যোগ্যজনীয়ে বেলেগ সাক্ষাতকাৰত বেছিভাগ ইংৰাজী শব্দৰ প্ৰয়োগ কৰা দেখা গৈছে । চেৰীলৈ অশেষ শুভ কামনা থাকিল ।
@sagarikachakravarty3067
@sagarikachakravarty3067 2 жыл бұрын
Sei ahankarijonir Kam nai .. Dudin pisot seijoni r nam nuhuwa hoi jabo..ki ahankari...Anhate Cherry aru Dhtiraj r kotha but ki xundor .ki adarsa,ki amayik aru gyani..bahut aguwai jabo duijone...
@bishnuprasadrabha8487
@bishnuprasadrabha8487 2 жыл бұрын
প্ৰথম কথা ধৃতিৰাজৰ তুলনা নাই । তেওঁ ভৱিষ্যতে ৰসায়ন বিজ্ঞানত গৱেষণা কৰি ন'বেল আজৰি আনক , এয়া মোৰ আবেগিক ইচ্ছা । দ্বিতীয়তে , সাধনাৰ প্ৰতি মোৰ এটাই কথা , যি কেই গৰাকী বহী পৰীক্ষকৰ মতে অসমীয়াত ১০৫ নম্বৰ পাবৰ যোগ্য বুলি কৈছে ,সেইসকলৰ সন্মান ৰাখিব নোৱাৰিলে। বাক্য প্ৰতি ইংৰাজী শব্দ , এয়া অসমীয়া ভাষাৰ প্ৰতি ভাবুকি স্বৰুপ।
@pankajbaruah5770
@pankajbaruah5770 2 жыл бұрын
গাঁৱৰে ছোৱালী এজনী এনেকৈ ইমান ভাল ফলাফল হোৱা বাবে যথেষ্ট ভাল লাগিল .এনে ফলাফলে ওচৰৰ পৰিবেশ সলনি কৰে, ফলস্বৰূপে আহিবলগীয়া প্ৰজন্মও ভাল হৈ পৰে
@nabadeepgogoi355
@nabadeepgogoi355 2 жыл бұрын
প্ৰথমে চেৰীক অভিনন্দন জনাইছোঁ। এখন চৰকাৰী মহাবিদ্যালয়ৰ পৰা লগতে এটা পিছপৰা অঞ্চলৰ পৰা নিজৰ কষ্টৰ ফলত যি সাফল্য অৰ্জন কৰিছে মই ভাবো চেৰীয়ে প্ৰকৃততে এগৰাকী মেধা ছাত্ৰী।অনুপম দা‌ক ধন্যবাদ জনাইছো তাইক সামাজিক মাধ্যমৰ যোগেদি ৰাইজৰ মাজলৈ অনাৰ বাবে,এনেবোৰ ব্যতিক্ৰমী অনুষ্ঠান উপস্থাপন কৰা বাবে আপোনাক ভাল লাগে যিটো অন্য কোনো সামাজিক মাধ্যমে ঢুকি নাপালে।
@minakshidutta4123
@minakshidutta4123 2 жыл бұрын
চেৰী ক ভগৱানে শক্তি দিয়ক আৰু আগুৱাই যাওক তাই,ছোৱালী জনী ৰ কথা ইমান স্পষ্ট আৰু সহজ সৰল ।তিনিচুকীয়া বাসি হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ।।
@shweta4538
@shweta4538 2 жыл бұрын
ইমান মৰমলগা ছোৱালীজনী!বৰ সুন্দৰ বক্তব্য!! বহুত আশীৰ্বাদ থাকিল মাজনী😍 তোমাৰ আৰু ধৃতিৰাজৰ কথা-বতৰাই প্ৰমাণ কৰিলে তোমালোক সঁচাকৈয়ে মানৱ সম্পদ😘😘
@hiragoswami4191
@hiragoswami4191 2 жыл бұрын
সঁচাকৈয়ে
@animadutta845
@animadutta845 2 жыл бұрын
সঁচাকৈয়ে ইমান ভদ্ৰ ছোৱালী। নম্বৰকৈ কথা কেইটাই মন চুই গৈছে। আগলৈও এনেকৈ থাকিবা।
@লোকবাদ্যৰপৰিমল
@লোকবাদ্যৰপৰিমল 2 жыл бұрын
কথাবোৰত ঘৰৰ সংস্কাৰ সমূহ ফুটি উঠিছে।❤️✨💞
@bhbxyz
@bhbxyz 2 жыл бұрын
অভিনন্দন জনালোঁ চেৰী। আমাৰ তিনিচুকীয়া জিলাৰ নাম উজ্জ্বল কৰাৰ বাবে। এনেদৰে আগলৈও আমাৰ তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবা। ধন্যবাদ অনুপম দা, তাইক এইখিনি কথা প্ৰকাশ কৰিবলৈ এখন মঞ্চ দিয়াৰ বাবে।
@jayshreephukon3041
@jayshreephukon3041 2 жыл бұрын
Kun jega tinsukia
@কবিতাৰসুবাস
@কবিতাৰসুবাস 2 жыл бұрын
ভাল লাগিল অনুপম দাদা তাইক তাইৰ মনৰ কথাবোৰ জনাবলৈ এখন মঞ্চ দিয়াৰ বাবে
@manash5445
@manash5445 2 жыл бұрын
মৰম লগা ছোৱালী জনীৰ কথাবোৰো বহুত মৰম লগা
@ASOMIYAdigital
@ASOMIYAdigital 2 жыл бұрын
চেৰী ভন্তিলৈ বহুতো শুভেচ্ছা আৰু অভিনন্দন যাচিলো... আৰু অলপ চাবলৈ মন যোৱা interview... ধন্যবাদ অনুপম দালৈ...এটা সুন্দৰ interviewৰ বাবে।।
@bijitpatowary4984
@bijitpatowary4984 2 жыл бұрын
Emn morom loga sowali jonir kotha botora , congratulations vonti, success howa life, bht bht morom aru akhidnad thakile 💚
@farhasuhana9646
@farhasuhana9646 2 жыл бұрын
Apuni bisari pale Cherry bak bohute bisari pua nasil Ovinondon ba aguai jua tumi❤
@bidyutdekavlogs7695
@bidyutdekavlogs7695 2 жыл бұрын
বৰ সহজ সৰল ছোৱালী দেই। সাধনাৰ নিচিনা lebel নাই আৰু নথকাটোৱে ভাল লক্ষণ বুলি মই ভাৱো।
@ariyanaxom7958
@ariyanaxom7958 2 жыл бұрын
তাই জানে তাই আছলতে সপোন কি! ভবিষ্যতৰ সপোনবোৰ পূৰণ হোৱাৰ কামনা কৰিছো ৷৷
@prem97073
@prem97073 2 жыл бұрын
Congratulations Cheri, you have given excellent answers to the questions about government schools n Colleges, your answers can eliminate the bad feelings of people about government institutions, we are very proud of a talented new generation like you.👍👍
@monujmanoshborah9388
@monujmanoshborah9388 2 жыл бұрын
"মৰম লগা ভণ্টি জনী জীৱনত সফল হোৱা তুমি....."
@birenkutum9514
@birenkutum9514 2 жыл бұрын
অভিনন্দন চেৰী।ভাল লাগিছে তোমাৰ কথা-বতৰাবোৰ।অসমৰ ভৱিষ্যত মানৱ সম্পদ তোমালোক।তোমাৰ আশা বোৰ পূৰ্ণ হোৱাত ভগৱানে সহায় কৰক
@arugogoi5740
@arugogoi5740 2 жыл бұрын
ভাল লাগিল । ইমান মৰম লগাকৈ সহজ সৰল ভাৱে কথাখিনি কৈছে ।ধন্যৱাদ আৰু আগবাঢ়ি যোৱা
@protimadutta2890
@protimadutta2890 2 жыл бұрын
ইমান সহজ-সৰল ছোৱালী জনী---কথা বোৰ শুনি বুজা যায়--কোনো গপ ভেম নাই---ভগৱানে তোমাক সদায় সহায় কৰিব--
@hirannyagoswami3394
@hirannyagoswami3394 2 жыл бұрын
ছোৱালী জনী বহুত মৰম লগা কথা বতৰা বিলাকো বহুত ভাল লাগে বহুত বহুত অভিনন্দন জনালোঁ তোমাক।
@meenagogoiborgohain4170
@meenagogoiborgohain4170 2 жыл бұрын
Bhal lagil Cherry r kotha botora...tumaloi hiya bhara Xubhokamona thakil. Thanks to Anupam Chakraborty for conducting beautiful conversations.
@roktimboruah7413
@roktimboruah7413 2 жыл бұрын
ছোৱালী জনি কথা বোৰ সঁচা কৈ খুব ভাল আৰু মৰম লগা ছোৱালী আৰু অলপ সময় লব লাগিছিলে । কথা বোৰ শুনি বহুত বহুত ভাল লাগিল
@surajitkalita1812
@surajitkalita1812 2 жыл бұрын
চেৰী গোহাঁইক ভগবান কুশলে ৰাখক আৰু মনৰ কামনা পূৰন কৰক। ইমান মৰম লগা কথা🙏🙏🙏
@mitalidoley3760
@mitalidoley3760 2 жыл бұрын
চেৰী & ধৃতি দুয়োজনৰ কথা ইমান সুন্দৰ
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 2 жыл бұрын
অনুপম ডাঙৰীয়াৰ আৰু বহুত কথা সোধাৰ অবকাশ আছিল , বিশেষকৈ গাওৰ পথটোৰ ওপৰত ....ৰাজনৈতিক নেতাৰ কেনে কি মনোভাব‌ ....এম এল এ , এম পি সকলে পথটো দেখিছেনে নাই ....etc..etc halfdone interview ....however congrats 2 Cherry flower ...may god always with u..we pray for d same ...go ahead ...
@manashjyotideka5324
@manashjyotideka5324 2 жыл бұрын
Dhrity Raj Aru Seri Gohayi...Dudure...Manuvab ekei.... Sahaj Sarol...Manar Duyu Garaki...Sidina Dhri Raj r Katha khinir logat Seri R katha khini Mil ase....Duyu Garaki Sahoj Sarol...Val lagil Seri Aji tomak Studio t dekhi....Aguwai jowa tumi..... 💕💕💕💕
@monkeydyuvi23
@monkeydyuvi23 2 жыл бұрын
She is so innocent and humble ✨
@Phukansdiary
@Phukansdiary 2 жыл бұрын
ভাল লাগিল ভন্টীজনীৰ কথাবোৰ। শুভেচ্ছা থাকিল💐
@mainasaikia1754
@mainasaikia1754 2 жыл бұрын
বহুত ধুনীয়া কৈ কথা বোৰ কয় ছোৱালী জনি যে । শুভেচ্ছা থাকিল চেৰী
@animadutta845
@animadutta845 2 жыл бұрын
ইমান মৰম লগা পঢ়াৰ লগতে কথা কেইটাই সকলোৰে মন জয় কৰিব।
@anowarabegum5390
@anowarabegum5390 2 жыл бұрын
eman dhunia kai katha khini kaise val lagil 🙏👍👍👌🏼🙏🙏 congratulation
@birajvlogs9433
@birajvlogs9433 2 жыл бұрын
সাংবাদিকবিলাক ৰাস্তা বেয়া কাৰণে যোৱা নাছিল নেকি ইমান দিনে । শুভেচ্ছা জনালোঁ অনেক 🎉🎉
@smitabaishya8122
@smitabaishya8122 2 жыл бұрын
So innocent girl . God bless her ❤️🙏 Keep going Ahead 👍
@ujjaldas2749
@ujjaldas2749 2 жыл бұрын
চেৰী আৰু ধৃতিৰাজ দুয়োৰে ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।
@farminbegumofficial3442
@farminbegumofficial3442 2 жыл бұрын
অভিনন্দন চেৰী❤️ আৰু আগুৱাই যোৱা তুমি
@nibaranroy5246
@nibaranroy5246 2 жыл бұрын
চৰকাৰী মহাবিদ্যালয়ৰ পৰাও যে স্থান লাভ কৰিব পাৰি তাৰেই উদাহৰন চেৰি গোঁসাই
@hemontagogoi5177
@hemontagogoi5177 2 жыл бұрын
কথা-বতৰাৰ পৰা আদি কৰি সকলো বিষয়তে ভাল লাগিছে,আগুৱাই যোৱা
@satyajitmoran8206
@satyajitmoran8206 2 жыл бұрын
ইমান সহজ সৰল উত্তৰ, বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ ভণ্টি
@mntu2755
@mntu2755 2 жыл бұрын
চেৰীলৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল ।
@hemalatachetia3765
@hemalatachetia3765 2 жыл бұрын
চেৰী মাজনী ঔ তোমাক বহুত মৰম ,,,আৰ্শীবাদ ,,দিছো ,,আৰু আগুৱাই যোৱা ,,চৰকাৰী বিদ্যালয়ৰ এগৰাকী ,,,,,,,,,,,,,,,,,,,হ'ব পাৰিবা তাৰে ভগৱানৰ ওচৰত 🙏🙏🙏জনালো ।।
@hemontagogoi1568
@hemontagogoi1568 2 жыл бұрын
How humble she is💚🙏
@kalyanjyotidas4096
@kalyanjyotidas4096 2 жыл бұрын
চেৰী গোহাঁইলৈ আন্তৰিক অভিনন্দন জনাইছোঁ
@Jagot-dd2yb
@Jagot-dd2yb 2 жыл бұрын
সচাকৈয়ে ভন্টীজনী বৰ মৰমলগা৷ আগবাঢ়ি যোৱা ভণ্টী ৷
@hiragoswami4191
@hiragoswami4191 2 жыл бұрын
সাধনা কথাবোৰ চেৰীৰ দৰে এনেকৈ অমায়িকতাৰে কব লাগে ।
@souravchetry366
@souravchetry366 2 жыл бұрын
So humble, So Calm❗
@bikashitakalita597
@bikashitakalita597 2 жыл бұрын
Very innocent and Mature..... Looking gorgeous... keep growing
@dipugogoidipu5631
@dipugogoidipu5631 2 жыл бұрын
অভিনন্দন চেৰী,, আগুৱাই যোৱা💕
@anitamili8639
@anitamili8639 2 жыл бұрын
Serry u r beautiful n amiable as well a nature . U have earned the name n fame from all over Assam I congratulate on u . May God's love n blessing flow to u all the day of your life .
@dhrubajyotisaharia1042
@dhrubajyotisaharia1042 2 жыл бұрын
তোমাক অভিনন্দন জনালোঁ চেৰী। তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলোঁ।
@iamrajbongshi8228
@iamrajbongshi8228 2 жыл бұрын
সঁচাকৈ যোগ্য ছোৱালী জনী ,,,,,,
@Priyanka-jn9zr
@Priyanka-jn9zr 2 жыл бұрын
Khub maram logake koi kotha bore... Val lagil video tu sai
@debavideo9255
@debavideo9255 2 жыл бұрын
Bohut vl lagili kotha bur huni
@bipuldeori8499
@bipuldeori8499 2 жыл бұрын
Eman dhuniya k khotabur dangi dhorise...... Hosak vhal lagil
@minasaikia3698
@minasaikia3698 2 жыл бұрын
Congratulations Thanks NKTV
@_sajid1274
@_sajid1274 2 жыл бұрын
নিজে জ্বলি আনক পোহৰ বিলাব বিছৰা ছোৱালী জনী । আৰু আগুৱাই যোৱা তাৰে কামনা কৰো ।
@sagarikachakravarty3067
@sagarikachakravarty3067 2 жыл бұрын
Congratulation Cherry...aguwai jua ...amar xakalure axirbad ase ..Asomr logote Bharatar nam ujolai Tula...
@moinal835
@moinal835 2 жыл бұрын
Bhonti ru agbarhi juwa.....tumaloi bht bht huvessa thakil.....
@indianboy2299
@indianboy2299 2 жыл бұрын
So honest girl. Good bless you.
@manashjyotigogoi5378
@manashjyotigogoi5378 2 жыл бұрын
অভিনন্দন ও অশেষ শুভকামনা চেৰীলৈ 💐🌸
@binoykrmoran3675
@binoykrmoran3675 2 жыл бұрын
Val lagil cherry k amonton diar babe ...!!!
@rockerzassam
@rockerzassam 2 жыл бұрын
প্ৰকৃত জ্ঞানী এনেকুৱা ই হয় । কথা বোৰত কোনো অহংকাৰ নাই , দাম্ভীকতা নাই,, ভৱিষ্যত উজ্বল হওক
@rambalram2610
@rambalram2610 2 жыл бұрын
যত অসমৰ মানুহৰ জনমূৰি আয় মাত্ৰ ৮০০০ টকা, টাত মানুহে private school অত কেনেকৈ পঢ়োৱাব 🤔🤔🤔 লাগে লাহে শিক্ষা দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰা হেৰাই যাব... আৰু সমাজত এক ডাঙৰ শ্ৰেণী বিভাজনৰ সৃষ্টি হব। দেশবোৰত চৰকাৰ এই কাৰণেই বনোৱা হয় যাতে সমাজত সমতা বৰ্তি থাকে। দৰিদ্ৰ সকলেও যাতে আগ বাঢ়ি যোৱাৰ সুবিধা পাই। নহলে টো পুঁজি পতি সকলেকেই দেশ খন চলাবলৈ দিব পাৰি 🤔🤔🤔 তেনে কৰিলে, তেওঁলোকে নিজৰ স্বাৰ্থ হে সুৰক্ষিত কৰি লব। কিন্তু চৰকাৰ থকাৰ পিছতো আজি প্ৰাই সেই একেই অৱস্থা.... পুঁজি পতি লোক সকলে দেশ চলোৱাৰ দৰে। গতিকে ৰাইজ সজাগ হব লাগিব। চৰকাৰ ভোট দি বনালেই নহব... সিহঁতৰ কাম কাজ চকু দিব লাগিব। অসমীয়া ৰাইজ কুম্ভ কৰ্ণ নিদ্রাৰ পৰা উঠা উচিত.... শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি পূৰ্ব পুৰুষ সকলে এনেই কৈ যোৱা নাই..🙂🙂🙂
@ranjitdeka5868
@ranjitdeka5868 2 жыл бұрын
Moi aponar kothat akmot.Ami chintadhara holoni koribo lagibo.
@Sanghamitra-t9l
@Sanghamitra-t9l 2 жыл бұрын
Eman hundar kotha koisa mur bohut bhal lagil .mur suwali jonia aibar sorkari schoolr pora hslc pass korise 82.33 Anupam da apunak log paboloi mur bohut hepah akha koru apunak log pam mur ghar golaghatt.🙏
@asomiyabowarikabita3292
@asomiyabowarikabita3292 2 жыл бұрын
কথা শুনি খুউব ভাল লাগিছে তোমাৰলৈ বহুত বহুত শুভকামনা থাকিল আগবাঢ়ি যোৱা
@dhrubodas6004
@dhrubodas6004 2 жыл бұрын
আগবাঢ়ি যোৱা আৰু ভন্টি , শুভেচ্ছা থাকিল
@bijudas8564
@bijudas8564 Жыл бұрын
Tmr pora amr lorai u inspired hoise enkua lora suwali hokolu mak bapekokei diyok ❤️majoni tmi agbahi jua amr akhirbad hodai tmr lgt ase....tmr eta eta word e mur mon sui gol ❤️
@hirakbhuyan2698
@hirakbhuyan2698 2 жыл бұрын
Val lagise tumar kotha bur xuni .tumar kotha burot kiba morom loga eata ase val lagil aru aguwai jua .
@viratkohlidebo1498
@viratkohlidebo1498 2 жыл бұрын
Most telented student in this year 👍
@pujadaspujadas5295
@pujadaspujadas5295 2 жыл бұрын
Bor val lagil tumr kotha bilg huni news tu 2bar man salo.... bahut hundor kotha koisa chery gohain .....love you ..
@achyutbaruah9111
@achyutbaruah9111 2 жыл бұрын
চেৰী লৈ আন্তৰিক অভিনন্দন 🌷🌷
@rumy1100
@rumy1100 2 жыл бұрын
Eman moromloga sowali..
@priyankagogoibhuyan1973
@priyankagogoibhuyan1973 2 жыл бұрын
Emn morom loga o suwali joni ru ktha bur....👑👑👑
@ajitkumarphukan9736
@ajitkumarphukan9736 2 жыл бұрын
Tumar vobissot utjol kamana কৰিছোঁ আন্তৰিক অভিনন্দন জনালো,তোমাৰ বহুত ভাল হব, এগৰাকী ভাল মানুহ হোৱা 👍
@barasharanikarkha9471
@barasharanikarkha9471 2 жыл бұрын
অত্যন্ত ভাল লাগিল
@terimeri3487
@terimeri3487 2 жыл бұрын
সাধনা আউট চেৰী ইন
@dipsikhachetia111
@dipsikhachetia111 2 жыл бұрын
Morom loga o vonti joni aguwai jua tmi
@globalvillage6416
@globalvillage6416 2 жыл бұрын
Notun projonmor logote amaku humble hobo hikala tumaluke.... love from Qatar.
@himashreedaskalita3536
@himashreedaskalita3536 2 жыл бұрын
Vl lagise tmr xafollya dekhi. Aguwai jowa voni vl hobo tmr. Bahut morom jasiso tmloi.
@robinhazarika6750
@robinhazarika6750 2 жыл бұрын
Best decision।।you just from small city।Tinisikia।।। foundation is already you made।।now arrange pillars in you capital city।।till then।।।fly toward national Capital Delhi। finally Oxford University with scholership। journey should be gradually exitement..majani huveshy u axirbad
@aamarprithivibharatiphukan6883
@aamarprithivibharatiphukan6883 2 жыл бұрын
Bor hundor aaru aag barhi juwa
@anjoyrajkhowa5808
@anjoyrajkhowa5808 2 жыл бұрын
Seri tumak bohut Suvasha janalu god bless you
@ankurdeka9751
@ankurdeka9751 2 жыл бұрын
Kotha blk vl lgil... Good job💯
@juribhuyan7403
@juribhuyan7403 2 жыл бұрын
2mi khub simple seiehe Val lagise intervew 2 sai.tumer ujjal vabissat kamana karilu.🙏❤️🎉
@Speedy2923
@Speedy2923 2 жыл бұрын
Iman hundar kotha botora ❤❤❤❤
@StrongHeart96
@StrongHeart96 2 жыл бұрын
Tai jane ki kobo lage ki kobo nalage aru kotha keneke kobo lage That's call actually well educated
@ashiqueahmed7194
@ashiqueahmed7194 2 жыл бұрын
Mozza gd girl... Really smart girl tmi
@rajinapatir7234
@rajinapatir7234 2 жыл бұрын
Bohut vl lagil kotha bur huni 👍❤️👍 congratulations seri 👍❤️❤️ god bless you
@mrigendragogoi9557
@mrigendragogoi9557 2 жыл бұрын
চেৰীলৈ বহুত অভিনন্দন থাকিল।
@porinitaboruah7025
@porinitaboruah7025 2 жыл бұрын
Congratulations Chari bhut val lagese tumi amar Tinsukia nam rakhila agoleu tumar hapun bur jin pur hoi take akhibad korisu.
@utpalhandique3610
@utpalhandique3610 Жыл бұрын
Sherry Proud of you
@dipalisonowal2432
@dipalisonowal2432 2 жыл бұрын
অভিনন্দন জনালোঁ । তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
@sisangope2848
@sisangope2848 2 жыл бұрын
congratulation seri tumaloi bohut bohut antrik abinondan gyapon krisu. Tumar hopunbur bastobot porinot hok . Homajot tumak agoloiyu jate hokuluye sini pai. akomt bobistotloi tumi jate jiliki takiba. Seri keep it up
@assamlakhya2369
@assamlakhya2369 2 жыл бұрын
Hei dhumuni jonir kotha hunile hahi uthe. Kintu seri kotha huni thakibo mn jai ❤
@Jasmin78643
@Jasmin78643 2 жыл бұрын
Best off luck🤞
@দিপুকনগগৈ
@দিপুকনগগৈ 2 жыл бұрын
তিনচুকীয়ান হিচাপে গৌৰৱ ❤️
@chandankonwar7303
@chandankonwar7303 2 жыл бұрын
অতি সন্দৰ
@rekhadoimari8252
@rekhadoimari8252 2 жыл бұрын
Bohut bohut morom vonti agbarhi jua,tumi hofol hua.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
The evil clown plays a prank on the angel
00:39
超人夫妇
Рет қаралды 53 МЛН
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН
NOS ANECDOTES #1  (ft Bassou & Adnane ) شي بلان ما وقع
1:06:24
Kawtar Bamo
Рет қаралды 1,2 МЛН
Meitei leh Zofate an inkap nasa hle!
54:19
Pholeng
Рет қаралды 3,9 М.
AIRFIELD VENG TUALTHIHNA RUNMAWI REPORT
29:27
Runmawi
Рет қаралды 126 М.
Assam Rank 1, KVPY SX AIR 820- Dhritiraj Bastav Kalita
12:25
Vivek NISER | SciAstra
Рет қаралды 52 М.