এগৰাকী ১৯ বছৰীয়া গাভৰুৰ জীয়া কাহিনী

  Рет қаралды 346,694

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ এগৰাকী ১৯ বছৰীয়া গাভৰুৰ জীয়া কাহিনী
▶️ নাম তুলিকা হাজৰিকা, মেট্ৰিক পাছ কৰিও যাৰ নহ’ল নামভৰ্তি
▶️ পিতৃ-মাতৃহীনা তুলিকাৰ সন্মুখত এতিয়া কঠোৰ বাস্তৱ
▶️ ৮ বছৰ আগতে পিতৃ ঢুকাল, ৪০ দিন পূৰ্বে হ’ল মাতৃহীনা
▶️ ধনৰ অভাৱত উঃমাঃত নামভৰ্তি নহ’ল তুলিকাৰ
▶️ মেধাৱী ছাত্ৰী তুলিকা হাজৰিকাৰ উঃমাঃত নামভৰ্তিৰ দ্বায়িত্ব ল'লে অনুপম চক্ৰৱৰ্তীয়ে
▶️ পাৰে যদি সহায় কৰক তুলিকাক
▶️ তুলিকাৰ একাউণ্ট নম্বৰ, SBI, 38715962240, SBIN0000130

Пікірлер: 490
@basantiboro4314
@basantiboro4314 2 жыл бұрын
হয় পৃথিবীত বেয়া মানুহ তকৈ ভাল মানুহৰ সংখ্যা বেচি আচে। ধন্যবাদ অনুপম ডাঙৰীয়া।
@nbajeet1318
@nbajeet1318 2 жыл бұрын
মোৰ সামৰ্থ্য অনুযাযী 101 টকা তাই একাউণ্টলৈ আগ বঢ়ালো । তাইৰ ভৱিষ্যত উদজ্বল কামনা কৰিলো । Tulika সমৰ্থনত থকা সকল এটা 👍 কৰী দিব । ধন্যবাদ ।
@sbabukishan1677
@sbabukishan1677 2 жыл бұрын
সঁচাকৈ অনুপম দা, কান্দি গলো । মইও সহায় কৰিম ৷ ধন্যবাদ অনুপম ডাঙৰীয়া ৷৷
@bijoypatar2687
@bijoypatar2687 2 жыл бұрын
এই বাতৰিটো মূখ্য মন্ত্ৰী ছাৰে যাতে এবাৰ চাই আৰু যি একলাখ নিবনুৱাক চাকৰি দিম বুলি কৈ আছে তাৰে এটা চাকৰি দিয়ে যেন। যাতে সৰু সৰু ভাইটি কেইটা ভাল কৈ পঢ়িব পাৰে।তাৰে কামনা কৰিলোঁ অনুপম দা
@syedsalman6234
@syedsalman6234 2 жыл бұрын
সঁচাকৈ অনুপম দা, কান্দি গলো,,। মইও সহায় কৰিম যিমান যেনেকৈ পাৰে।
@AbhijitDas-kj4mg
@AbhijitDas-kj4mg 2 жыл бұрын
এনেদৰেই সহায় কৰিলে আমাৰ দৰে দূখীয়া লৰা ছোৱালী বোৰৰ ভৱিষ্যত উজলি উঠিব। ধন্যবাদ অনুপম ডাঙৰীয়া । এনেদৰেই সহায় কৰি যাওক ।❤️🥺
@pranabjyotidowerah6234
@pranabjyotidowerah6234 2 жыл бұрын
অতি দুখৰ কাহিনী ৷ হে ভগৱান সহায় কৰক ৷ তাইক উদ্ধাৰ কৰক ৷
@mr.patarassam.7986
@mr.patarassam.7986 2 жыл бұрын
বাস্তব জীৱনৰ জীয়া কাহিনীৰ, সঁচাই বহুত দুষ লগা কথা। Anupam daa লৈ বহু বহু ধন্যবাদ, এনেকৈয়ে দুখীয়া - দৰিদ্ৰ কাষত থিয় দি অকন মান সাহস দিয়া বাবে। মই আশা কৰোঁ আপুনি এনেকৈ সহায় কৰি যাব।
@bishwajitkonwar1473
@bishwajitkonwar1473 2 жыл бұрын
অনুপম দালৈ অশেষ ধন্যবাদ জনালো, সহায় সহযোগিতা আগবঢ়োত ।
@bijukumarmali8786
@bijukumarmali8786 2 жыл бұрын
অনুপম দাদালৈ অশেষ ধন্যবাদ ৷ বাতৰি এনেকুৱা হৱ লাগে ৷
@abclocalmusicworld3994
@abclocalmusicworld3994 2 жыл бұрын
হে ভগৱান 🙏🙏🙏🙏🙏 ইমান বেদনাময়ী.... অনুপম দা আপোনালৈ মোৰ অশেষ সেৱা 🙏🙏🙏 আমি সকলোৱে সহায় কৰিব লাগে।তুলিকা.... তুমি সাহসী, তুমি এদিন ডাঙৰ মানুহ হ'বা।।
@RanjitDas-ni7eb
@RanjitDas-ni7eb 2 жыл бұрын
সচকৈ অনুপম. দা অশেষ ধন্যবাদ. সচাকৈ আমাৰ মানুহৰ মাজত ভগবানে কাক কেনেকৈ জন্ম দিছে্ ভগবানে সহায় কৰক
@prostutigogoi5202
@prostutigogoi5202 2 жыл бұрын
বহুত দুখ লাগিল , চকুৰপানীক বাধা দিব নোৱাৰিলো , তু লিকাৰ দীঘায়ু কামনা কৰিছোঁ ।🌷🌷
@rimjimnath558
@rimjimnath558 2 жыл бұрын
অনুপম দা,কথাবোৰ শুনি মোৰ মুখৰ মাত হেৰাল, দু চকুপানী বৈ আছে,কি কৰিম মই দুৰ্ভগীয়া হিন্দী শিক্ষক আজিলৈ পদ টো চৰকাৰী নহল।নহলে সহায় কৰিবলৈ বহুত ইচ্ছা আছিল ও।বহুত দুখ পালোঁ বহুত দিনৰ পিছত বহুত সময় কন্দিলো।ভগৱান,এইবোৰ চাবলৈ চৰকাৰক সুমতি দে ও।
@bimangogoi682
@bimangogoi682 2 жыл бұрын
অনুপম দা লৈ বহুত বহুত ধন্যবাদ জনালোঁ🙏, চৰকাৰে এইবোৰ একো দেখিএই নাপাই, বিধায়কে এইবোৰ খবৰ ৰাখিব নোৱাৰে নেকি......?🙄
@dibyajyotigohain9404
@dibyajyotigohain9404 2 жыл бұрын
বাতৰিটো পলমকৈ চালোঁ বৰ দুখ লাগে এনেবোৰ বাস্তৱ কাহিনী দেখিলে so মোৰ ফালৰ পৰা সেই মৰমলগা পৰিয়াল টিলৈ ২০০ টকা এটা আগবঢ়ালোঁ ।😭😭😭
@sudakhsinahazarika9711
@sudakhsinahazarika9711 2 жыл бұрын
তই চিন্তুা নকৰবি শৈশৱৰ বান্ধৱী বোলি ময়ো আছো তোৰ লগত এতিয়ালে আছো আৰু সদাই থাকিম
@horiprosadchintey8532
@horiprosadchintey8532 2 жыл бұрын
ধন্যবাদ তোমালৈ
@giyashali3180
@giyashali3180 2 жыл бұрын
Thanks
@kornokumardoley1514
@kornokumardoley1514 2 жыл бұрын
বহুত বেছি বেয়া লাগিল। ভগৱানে যে তেওঁলোকক উদ্ধাৰ কৰে।
@lishagogoi2265
@lishagogoi2265 2 жыл бұрын
ম‌ইও বহুত বেছি কষ্ট পাইছোঁ,, কথাবোৰ শুনি,,, ম‌ইও সহায় কৰিম,, লগতেই অনুপম দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏
@bipulsaikia3522
@bipulsaikia3522 Жыл бұрын
অনুপম দা আপুনি বহুত ভাল কাম কৰি দিলে ছোৱালী জনীক। আপোনালৈ ধন্যবাদ থাকিল।
@deepjyotidas2961
@deepjyotidas2961 2 жыл бұрын
সঁচাই বহুত দুখ লগা কাহিনী। সকলো ভগবানৰ ওপৰত ।🙏🙏🙏🙏
@priyankasaikia5302
@priyankasaikia5302 2 жыл бұрын
আচৰিত এই পৃথিৱীখন,,,,,,বুকু খন বিষাই গল অনুপম দা,,,,,,,,,,😭😭😭😭কিয় ইমান নিষ্ঠুৰ ভগৱান???
@anipsonowal8711
@anipsonowal8711 2 жыл бұрын
মানুহ এই পূথিৱীত আহি এই দুটা শব্দ প্ৰথমে উচ্চাৰণ হয় , সেই শব্দকেইটা যদি অকালতে হেৰাই যায়, তেতিয়া ই য়াতকৈ দুখৰ কথা কি থাকিব পাৰে । সেয়া তুলিকাৰ হিদয়ে সে বুজিছে। আশা কৰো ভগৱানে তাই উজ্বল ভৱিষ্যত কামনা কৰক,, অনুপম দাদালৈ বহুত বহুত ধন্যবাদ থাকিল, আশা কম দিনৰ ভিতৰতে ভাল খবৰ পাও
@natyarabha4243
@natyarabha4243 2 жыл бұрын
এই বোৰ দেখিলে বৰ দুখ পাওঁ!!! চৰকাৰ, সমষ্টি তথা গাওঁ বাসীলৈ অনুৰোধ থাকিল অকণমান সহায় কৰিবলৈ😢😢😢😢🙏🙏🙏
@forizulblogs6624
@forizulblogs6624 2 жыл бұрын
I m crying after hearing this news..all the best tulika.
@binodnath1592
@binodnath1592 2 жыл бұрын
অনুপম দা সচাকৈ বহুত দুখ লাগিল... আপুনি বহুত ভাল মানুহ
@animadutta845
@animadutta845 2 жыл бұрын
অনুপম দা সঁচাকৈয়ে আপুনি বৰ মহান।
@prosantasahusahu7035
@prosantasahusahu7035 2 жыл бұрын
Anupam Da .ai poriyaltur babe moi poti mahot 1000 koi mur falor pora dim buli protisukti dilu ..moi hadharon private company r employee hoi .jiman parim mur vontir dore hohai kori jam ..
@jayantasaikia2490
@jayantasaikia2490 2 ай бұрын
বহুত দুখ লাগিল। তুমি সাহসী তোমাৰ ভাল‌ হব
@a.r4693
@a.r4693 2 жыл бұрын
আপোনাৰ দৰে সাহক দিয়া মানুহৰ খোৱে প্ৰয়োজন দাদা সমাজত।
@PujaDas-cz4lf
@PujaDas-cz4lf 2 жыл бұрын
সচাঁকে বহুত দুখ লাগিল 🥺 ভিদিঅ টো চাই.... ধন্যবাদ 🙏 অনুপম ডাঙৰীয়া
@secret2548
@secret2548 2 жыл бұрын
সকলোৱে সামৰ্থ অনুযায়ী সহায় কৰিব বুলি আশা থাকিল🙏🙏🙏
@nilomonigogoi2121
@nilomonigogoi2121 2 жыл бұрын
বহুত বহুত ধন্যবাদ অনুপম ডাঙৰীয়া
@pompichutia6690
@pompichutia6690 2 жыл бұрын
সাহসেৰে আগুৱাই যোৱা তুলিকা ভাগৰি নপৰিবা । মইয়ো এজনি দৰিদ্ৰ ঘৰৰ ছোৱালী । তুলিকা তুমি যি দৰে ভাইটী দুটা দায়িত্ব লৈছা ঠিক সেইদৰে মইয়ো মোৰ মা -দেউতাৰ দায়িত্ব লোৱাৰ লগতে মোৰ পঢ়া-শুনা সকলো খৰছ উলিয়াই পঢ়া-শুনাটো আগুৱাই নিব চেষ্টা কৰিছোঁ । কেতিয়াবা মইয়ো সমস্যাবোৰ সমাধান কৰি ভাগৰি পৰো তথাপি নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ । গতিকে তুমি কেতিয়াও সাৰ নামানিবা সমস্যাবোৰৰ সৈতে যুজিবলৈ চেষ্টা কৰা তুলিকা ভাগৰি নপৰিবা নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যোৱা এগৰাকী ভাল ব্যক্তি হোৱা তাৰে কামনা কৰিছোঁ🙏
@dekakumar4124
@dekakumar4124 2 жыл бұрын
Apunar kotha khinir logot mur mil ase Moi o ketiaba vagori jau tothapi monot khahokh loi aguai jau
@satyajitmoran8206
@satyajitmoran8206 2 жыл бұрын
মই কিবা এটা দিছো সমৰ্থ অনুসৰি। মানুহে মানুহৰ বাবে এবাৰ সকলোৱে ভাবক ।
@rinkumonisaikia7976
@rinkumonisaikia7976 2 жыл бұрын
ধন্যবাদ অনুপ, দা। আপুনি ব্যতিক্ৰম।
@gitarthasarmah3302
@gitarthasarmah3302 2 жыл бұрын
Never give up tulika, keep going, god will help you
@Rajkumar-ie7sd
@Rajkumar-ie7sd 2 жыл бұрын
Account অত এটা সৰু mony দি ছো লগতে তোমালৈ আশীৰ্বাদ থাকিল
@padmagogoi2402
@padmagogoi2402 2 жыл бұрын
Dear Anupam da, Really very very good news all Assamese news saline number-1, Only for Anupam da you Assamese good members.
@Hemanta-fi5fp
@Hemanta-fi5fp 2 ай бұрын
ধন্যবাদ অনুপ দা আপুনি তুলি কাক সহায় কৰিব বুলি আশা থাকিল
@manojsaikia5402
@manojsaikia5402 2 жыл бұрын
মোৰ দিব পৰাকে একো নাই. , ঈশ্বৰক প্ৰাথনা কৰিছো তাইৰ হৈ
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 2 жыл бұрын
Hosakoi bohut hahohi bohut bohol monor adhikari hoi bahut kosto majot asa jodiu tai dujon vaiyekor lgte ghorkhon soliasa, ajoni suwali hoi gutei ghor khon emn kom age houte solua Tu kom kotha nohoi, salute tulika tumak🙏🙏
@dhrubajyotidas3295
@dhrubajyotidas3295 2 жыл бұрын
অতি মৰ্মান্তিক
@monojgogoi761
@monojgogoi761 2 жыл бұрын
নমস্কৰ অনুপম দা এনেকুৱা ধৰণৰ এটা পৰিয়াল বৰচলাত আছে । দাদা এই পৰিয়ালটোৰ দেউতাকৰ যি সা সম্পতি বোৰ আছে তেওলোকৰ হাতৰ মুঠিলৈ আহে যেন😭😭😭
@prasantadas2556
@prasantadas2556 2 жыл бұрын
বহুত বহুত বেয়া লাগিছে অনুপম দা । আপোনাৰ সহাঁইয়ে তাই জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব দাদা
@jitumaniofficialvolgs9695
@jitumaniofficialvolgs9695 2 жыл бұрын
Anupom da apunak bohut bohut dhonnbad🙏 amak ane kuwa news lage
@bijitsaikia1491
@bijitsaikia1491 2 жыл бұрын
অনুষ্ঠানটো চাই সচাকৈ চকুলো ধৰি ৰাখিব নোৱাৰিলো।তোমালোকক ঈশ্বৰে সহায় কৰক তাৰ বাবে প্ৰাৰ্থনা জনাইছো।
@jayadas8698
@jayadas8698 2 жыл бұрын
One day this girl will surely get all the happiness of life.
@Aban-zm9re
@Aban-zm9re 2 ай бұрын
বৰ দুখ লগা কাহিনী এটা অনুপম দা লৈ বহুত ধন্যবাদ পাৰিলে একাউন্টৰ namber send কৰক নগাওঁ পৰা সৰুকৈ মই অলপ সহায় কৰিম
@kamanbimal1446
@kamanbimal1446 2 жыл бұрын
বহুত বহুত ধন্যবাদ থাকিল অনুপম দা
@lathugogoi7779
@lathugogoi7779 2 жыл бұрын
অনুপম দাক ধন্যবাদ জনালোঁ
@nayanjyotibaishya8483
@nayanjyotibaishya8483 2 жыл бұрын
অনুপম দা সচাই অনুপম আপুনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ🙏🙏🙏🙏গাও খনৰ নাম কি জনালে ভাল আছিলে
@advupamanathofficial60
@advupamanathofficial60 2 жыл бұрын
সাহস নেহেৰুৱাবা তুমি..... ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাও তুমি এদিন বহুত ভাল দাঙৰ মানুহ হবা.......
@rriyan4769
@rriyan4769 2 жыл бұрын
Anupam Da Great Human ,🙏🙏🙏🙏🙏🙏
@mrigensarmah4436
@mrigensarmah4436 2 жыл бұрын
সচাই বৰ দুখ লগা কাহিনী।
@dhandowarah2745
@dhandowarah2745 2 жыл бұрын
সচাই পিথিবিত কিজে হইচে ঘতনাতু সুনি মুৰে চকুপানি উলাইচে.সচাই পিথিবিত কাৰ কি হই জায় কুনেউ নাজানে একমাত্ৰ ভগবানে হে জানে তেউ এ সকলু..আশা কৰিচু তুমালুকৰ জিবন সুখৰ হউক ভাল হওক...
@pndvlogs5599
@pndvlogs5599 2 жыл бұрын
অনুপম দা লৈ বহুত বহুত ধন্যবাদ
@watanmeradilarmymerijaan7404
@watanmeradilarmymerijaan7404 2 жыл бұрын
বহুত বেয়া লাগিছে
@renuka....891
@renuka....891 2 жыл бұрын
Xhosaka soku pani ulaisa bhutt baya lagil... Tulika tumak xhkluay xhoy kribo pohiba valka gob bless you..,
@prabhatsingha1420
@prabhatsingha1420 2 жыл бұрын
Ontorot eman dukh thakile kenekoi hahibo paribo? Hahibo chesta korileo kandunei ahibo .May God bless this breaved family😭😭😭 Million thanks to media personnel for humanitarian act. I am personally feeling this gruesome reality. Ofcourse, I will help as far as my possibile.
@hirakkalita343
@hirakkalita343 2 жыл бұрын
Xosakoi Anupom Daa ..... Aponi manuhr abeg anuvuti buji powa manuh. Bohut Dukh lagil ......
@saminarabha1473
@saminarabha1473 Жыл бұрын
,বহুত ভাল লাগিলে sir তোমাক সাহক দিয়াৰ বাবে ধন্যবাদ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@jdbhaiassam5584
@jdbhaiassam5584 2 жыл бұрын
এইবিলাক k bahut সহায় কৰিব লাগে❣️❣️❣️আন বেলেগ vidio soyat কৈ,,, ahok আমি সকলোৱে সহায় koro ।।।।
@rcdaimary5815
@rcdaimary5815 2 жыл бұрын
You Are Right Brother Thanks
@mukthangbasumatari3770
@mukthangbasumatari3770 2 жыл бұрын
Beseri... Anupomdar khohayor kotha khuni mukhot hahi biringise.... Anupomda apuni mohan 👍👍👍
@JitulChutia-xp9bk
@JitulChutia-xp9bk 2 жыл бұрын
ঈশ্বৰে আশীৰ্বাদ কৰক 🙏
@renuneog7516
@renuneog7516 2 жыл бұрын
বহুত কন্দিলু
@RBPets
@RBPets 2 жыл бұрын
কান্দি পেলালোঁ 🙏 ঈশ্বৰ তুমি কিহৰ পৰীক্ষা লোৱা এনেদৰে ।।
@nilammo5466
@nilammo5466 2 жыл бұрын
ধন্যবাদ অনুপম দা। কিন্তু দৈনিক ঘৰখন চলিবলৈ আজিৰ যূগত বহুত টকাৰ প্ৰয়োজন গতিকে চৰকাৰে কিবা আচনি দিয়ে যেন।
@শিল্পালয়ষ্টুডিঅ
@শিল্পালয়ষ্টুডিঅ 2 жыл бұрын
ধন্যবাদ অনুপম। তুমি খুব।ভালকাম।কৰিগৈআছা।আমাৰহৈতুমিয়েইবিপদ।কালতসানতনাদি।যোৱা।আমিওইয়াৰ।পৰাই।তেওঁলোকক।আশিবাদ।কৰিছোভগৱানেতেওলোকক।দয়াকৰক্
@bimansaikia4305
@bimansaikia4305 2 жыл бұрын
অনুপম দা আপোনাক অশেষ ধন্যবাদ।
@ujjaldutta4651
@ujjaldutta4651 2 жыл бұрын
Bohut dukh lagil dai...Bhagawane taok hohai korok...salute Anupam da...
@nirmaliborah4369
@nirmaliborah4369 2 жыл бұрын
God bless you, chakrabarti mahakhai , you are not only man,you are like a God. 🙏
@mbvlog9993
@mbvlog9993 2 жыл бұрын
বহুত দুখ লাগিছে দাদা,,, সকলোৱে সহায় কৰিব লাগে।। আপোনি মহান🙏
@afrunfun2.052
@afrunfun2.052 2 жыл бұрын
আপোনাৰ সহায়ৰ কথা শুনি ভাল লাগিল
@bharatidas5654
@bharatidas5654 2 жыл бұрын
বহুত দুখ লাগিছে
@bobysaikia8682
@bobysaikia8682 2 жыл бұрын
ধন্যবাদ অনুপম দা।।
@rishabdoley
@rishabdoley 2 жыл бұрын
Good step Anupom Da 👏👏🙏
@PurobiGogoi-g3x
@PurobiGogoi-g3x 4 ай бұрын
অনুপম দাদালৈ অশেষ ধন্যবাদ।
@lachitpatra4194
@lachitpatra4194 Жыл бұрын
Anupamda apunak dhanyabad ,God bless you and this family too🙏🙏🙏🙏
@jitulkalita4864
@jitulkalita4864 2 жыл бұрын
অনুপম দা আপোনাক বহুত বহুত ধন.....,
@riyankashyapkamrupiyanboy147
@riyankashyapkamrupiyanboy147 2 жыл бұрын
কান্দিলো বহুত
@harekrishnadeka4616
@harekrishnadeka4616 2 жыл бұрын
বহুত দুখ লগা অসম চৰকাৰে অলপ সহায় কৰে যেন 😥
@padmagogoi2402
@padmagogoi2402 2 жыл бұрын
Dear Anupam da Really very very Thanks to you dada.
@pujaborahofficial3149
@pujaborahofficial3149 2 жыл бұрын
Tulika tumi aguai jua.... Moiu bor kostot a pohisu deuta dhukuar pisor pora.... Vle thaka tumaluk...
@mediguide_edutech
@mediguide_edutech 2 жыл бұрын
Anupam da is great .....always helps people
@kishorchoudhury2803
@kishorchoudhury2803 2 жыл бұрын
Anupam Da you are really great
@horiprosadchintey8532
@horiprosadchintey8532 2 жыл бұрын
অনুপম ছাৰলৈ ধন্যবাদ থাকিল
@gulabgula1276
@gulabgula1276 2 жыл бұрын
আপোনাক বহুত ধন্যবাদ
@JulinDoley-qe1iw
@JulinDoley-qe1iw Жыл бұрын
Onederful anupom dada
@priynkasarania3298
@priynkasarania3298 2 жыл бұрын
Aapuni vogoban hoi anupam da 🙏🙏🙏👍👍
@dibyakumargogoigogoi2227
@dibyakumargogoigogoi2227 2 жыл бұрын
Anupam da apunak hajar hajar dhany bad
@budheswarsatnami5453
@budheswarsatnami5453 2 жыл бұрын
Dhainobad Anupom da
@dipakdeka1413
@dipakdeka1413 2 жыл бұрын
সুন্দৰ লাগিছে অনোপম দা
@nirupomanirmolia2820
@nirupomanirmolia2820 Жыл бұрын
ঈশ্বৰে মঙ্গল কৰক তুলিকা আইজনীক । হতাশ নহবা ।
@priyabrotchetia
@priyabrotchetia 2 жыл бұрын
Bohut val lagil apuni j dekhuwale
@kirangogoi3453
@kirangogoi3453 2 жыл бұрын
Anupom da bor vl kam korile,,, vl lagil
@anitaojah1989
@anitaojah1989 2 жыл бұрын
ধন্যবাদ N.k Tv
@charohko8028
@charohko8028 2 жыл бұрын
বাতৰি এনেকুৱা হব লাগে।
@mantupathak2932
@mantupathak2932 2 жыл бұрын
Anupam da aponak axekh dhanyabad,apuni xachake ajan mahan mahnu.
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 16 МЛН
Крутой фокус + секрет! #shorts
00:10
Роман Magic
Рет қаралды 28 МЛН
Spongebob ate Michael Jackson 😱 #meme #spongebob #gmod
00:14
Mr. LoLo
Рет қаралды 11 МЛН
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 16 МЛН