Jibon dudiniya nohoi jugamiya singer Ranjan chutia//gospel song//district Dibrugarh Assam

  Рет қаралды 12,580

Ranjan Chutia manik

Ranjan Chutia manik

Күн бұрын

Пікірлер: 191
@simaurang4390
@simaurang4390 18 күн бұрын
Praise the lord prabhu jisu guru pita 🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤
@paporisonowal8153
@paporisonowal8153 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক গুৰুদেৱৰ চৰণত সেৱা জনাইছোঁ এই দৰে যেন ঈশ্বৰে গুৰু পিতা আৰু গুৰুমাক সদায় যেন আনন্দৰে থাকিবলৈ দিবা প্ৰভু আৰু এই দুদিনীয়া জীৱনত আমাকো যেন প্ৰভু সদায় তোমাৰ চৰণত ঠাই দিবা প্ৰভু ❤🙏✝️✝️🙏
@neepasahu735
@neepasahu735 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏আমাৰ গুৰুপিতা আৰু গুৰুমা ৰ পৱিত্ৰ শ্ৰীচৰনত আন্তৰিক সেৱা জনাইছো🙏❤️❤️🙏হে প্ৰভু এই জীৱন দুদিনীয়া কিন্ত এই দুদিনীয়া জীৱনটো ও সাৰথি তুমিয়ে হোৱা। মন প্ৰাণ জীৱন সকলো তোমাৰ চৰনত তুলি ধৰিবা প্ৰভু সকলো ক্ষণত ।🙏🙏😭🙏❤️❤️❤️এনেদৰে সকলো পলত আনন্দত ৰাখিবা মা আৰু পিতাইক প্ৰভু🙏❤️🙏
@ushagogoi8171
@ushagogoi8171 2 ай бұрын
ঈশ্বৰৰ প্রশংসা হওক🙏🙏 হে প্রভু মোৰ পাপ আৰু ভুলবোৰ এই গীতৰ যোগেদি ক্ষমা কৰিবা প্রভু গুৰু পিতা সদায় কুশলে ৰাখিবা প্রভু🙏আমেনা🙏
@bhanibalasaikia5176
@bhanibalasaikia5176 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ ।আমেন হালীলুইআ ।
@ranjitahazarika3743
@ranjitahazarika3743 2 ай бұрын
Oh pravu pita Eshwarr tumak kuti kuti bar dhonyabad pravu tumar mohima aru tumi amak monunit kora hoitya Eshwarr pravu Jesus Eshwark sinai dia aru poritran dia ai poritranor babe tumi amak tumr baikyare solai niba pravu tumar baikyar logt palon krijaboloi amak hokoluke hokti di thakiba pravu dhonyabad pravu pita dhonyabad tumak 🙏🙏🙏🙏
@nabojyotikhanikor6797
@nabojyotikhanikor6797 2 ай бұрын
Praise the lord 🙏🙏🙏
@nirojdeori7130
@nirojdeori7130 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক, মহান গুৰু পিতা আৰু গুৰু মা ৰ পৱিত্ৰ চৰণত সেৱা জনাইছোঁ। আমাৰ মহান গুৰু পিতা ৰ এই আত্মাৰ সুমধুৰ গীতটিৰ যোগেদিয়েই ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰে যেন, আমেন 🙏✝️🛐❤️
@ParamanondaDas
@ParamanondaDas 2 ай бұрын
praise the lord ...Mur jibonot ashirbad kora probhu ..mut khudha mon sristi kora❤😢😔😔
@SimiChutia
@SimiChutia Ай бұрын
Praise the Lord 🙏
@hirensaikia3810
@hirensaikia3810 2 ай бұрын
Pitai praise the lord 🙏🙏🙏
@hemontauran5346
@hemontauran5346 2 ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক। দুখৰ মাজত সুখ শান্তি আৰু অন্ত জীৱনৰ পথ দেখুৱাই দিয়া গুৰুজনালৈ সেৱা জনালো 🙏🙏🙏
@DineshchandraBoro
@DineshchandraBoro 10 күн бұрын
ঈশ্বৰৰ প্ৰসংশা হওক। পৃথিৱীৰ সকলোৰেই মঙ্গলময়। হওঁক ।
@nitumonihandique5579
@nitumonihandique5579 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏সুন্দৰ পিতাই আৰু মা🙏প্ৰভু গীটিয়ে সকলোকে আনন্দ দিয়ক🙏আমেন 🙏🙏🙏❤️
@anishagogoi159
@anishagogoi159 2 ай бұрын
Praise the lord 🙏 he pita akhirbad koriba ❤hodai anedore tumar soronot thakiboloi paru jen ❤he pita mohan gurujonar logot hodai tumi anedore thakaa❤Amak hokolu dukhor pora poritan diya❤tumar soronot hokolu pap jen maf hoi pita❤he pita atiya ji ji homoisa hoi ase jokolu jen thik hoi tumar namot ❤❤❤
@radhikasahu-nk6hj
@radhikasahu-nk6hj 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 আমাৰ মহান গুৰপিতা আৰু গুৰুমাক সদায় আনন্দৰে ৰাখিবা❤❤ হে প্ৰভু তোমাৰ চৰণত ঠাই দিবা 🛐🛐🛐🛐
@jyotibikashsaikia4683
@jyotibikashsaikia4683 Ай бұрын
Amen🙏🏻✝️❤
@sabitagogoi665
@sabitagogoi665 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক সে প্ৰভু যিচু পিতা গুৰুজনাক আৰু গুৰুমাক সদায় কুশলে ৰাখিবা❤❤❤
@DebajitKonwar-s5g
@DebajitKonwar-s5g Ай бұрын
Praise the loard pravu Hallyuya Hallyuya Hallyuya ❤❤❤
@Chiranjib60
@Chiranjib60 9 күн бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক🙏🙏🙏।
@rikirajchitrakor7506
@rikirajchitrakor7506 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক গুৰুজনাৰ গুৰুমা জয় হওক সকলোকে ঈশ্বৰৰ পবিত্ৰ আত্মাই ধৰি ৰাখক আমেন ❤🙏
@luckydutta3391
@luckydutta3391 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক ✝️🛐🙏💚❤️😭😭 প্ৰভু তুমি দিয়া জীৱন টো আমাৰ তোমাৰ চনতে অৰ্পন কৰিলোঁ প্ৰভু তোমাৰ পথত চলিবলৈ আশীৰ্বাদ কৰিবা প্ৰভু, 😭😭🙏 পিতাইক,মাক সুস্থ কৰি ৰখিবা প্ৰভু ✝️🛐🙏 আমেন 🙏
@NibhaChangmai-jz7xo
@NibhaChangmai-jz7xo 2 ай бұрын
Amen Amen Amen 🙏🙏🙏
@chutiaborokha5949
@chutiaborokha5949 2 ай бұрын
Praise the lord ✝️🛐🌹😭🛐
@mousumiboruah9661
@mousumiboruah9661 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏।পিতা আৰু মাৰ চৰণত সেৱা আৰু প্ৰণাম জনালোঁ 🙏🙏🙏🙏।পিতা আৰু মা সদায় সু স্বাস্থ্য আৰু আনন্দৰে থাকে যেন সদায় প্ৰভূৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏🙏 আমেন
@anjanagogoi6105
@anjanagogoi6105 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওঁক 🙏🙏🙏
@arunburagohain3962
@arunburagohain3962 2 ай бұрын
Praise the lord Pitai 🙏🙏🙏
@namitasaikia7730
@namitasaikia7730 2 ай бұрын
Praise the lord pitai ❤❤
@lipikagogoi4434
@lipikagogoi4434 2 ай бұрын
Praise the Lord 🛐🛐🙏🙏
@Anjaliphukan778
@Anjaliphukan778 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🙏
@BABY12599
@BABY12599 2 ай бұрын
Praise the lord pitai 🙏🙏🙏
@junmonisaikia7360
@junmonisaikia7360 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক প্ৰভু যীচু পিতাই আমাক কৃপা কৰক প্ৰভু,
@sanjibsaikia6978
@sanjibsaikia6978 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক ❤❤
@bububorah1727
@bububorah1727 2 ай бұрын
Praise the Lord pitai🙏🙏🙏❤❤
@lakhigogoi5243
@lakhigogoi5243 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 গুৰুজনাৰ এই আত্মাৰ গীতটি যোগেদি গোটেই পৃথিৱীতে মহিমা হওঁক 🙏 সকলো ৰোগী দুখী সকলক মনোনীত কৰা আৰু সকলোকে আশীৰ্বাদ কৰিবা 🙏🙏🙏🙏
@kabitamoran6158
@kabitamoran6158 2 ай бұрын
Praise the লৰ্ড ✝️✝️✝️❤️❤️❤️🛐🛐🛐AMEN 🙏🙏🙏😭😭😭❤️❤️❤️
@rinagogoi4853
@rinagogoi4853 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 প্ৰভু তোমাৰ প্ৰবিএ চৰনত সদাই ঠাই দিৱা 🙏🙏🙏
@RanjanChutiaTestimony
@RanjanChutiaTestimony 2 ай бұрын
ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়; যি লোকৰ পাপ ঢকা হয়। 2 ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে, আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই। 3 মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল। 4 কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা) 5 তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা) 6 সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰকa; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব। 7 তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা) 8 মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম। 9 তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা, সিহঁতৰ বুজন শক্তি নাই; মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব। 10 দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে। 11 হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা; যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা। গীত:৩২
@lakhigogoi5243
@lakhigogoi5243 2 ай бұрын
ঈশ্বৰৰ বাক্যৰ দ্বাৰা সকলোকে জ্ঞান শক্তি দিয়ে ধন্যবাদ 🙏🙏
@BabyBorah-y7w
@BabyBorah-y7w 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 গুৰু পিতাই গুৰু মা চৰণত সেৱা জনাইছোঁ 🙏 ❤❤
@fitnessworkout7689
@fitnessworkout7689 2 ай бұрын
Praise the lord pitai .🙏🙏🙏🙏
@GitanjaliHazarika-jp7ur
@GitanjaliHazarika-jp7ur 2 ай бұрын
Praise the lord very nice Pita amen
@duttaanish......---mm
@duttaanish......---mm 2 ай бұрын
Praise the lord pitai❤️♥️♥️♥️♥️♥️
@DibyaHandique-t6u
@DibyaHandique-t6u 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক। আমেন ।
@POTUBaa
@POTUBaa 2 ай бұрын
Priase the lord Peta tumar soronat khawa janalu aman ✝️🙏🏻🙏🏻🙏🏻🛐
@likudevi1748
@likudevi1748 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক 🙏🏻 গুৰুদেৱ আৰু গুৰুমাক সেৱা জনালোঁ 🙏🏻 প্ৰভুৰ জীৱন্ত গীতৰ যোগেদি আমাৰ সকলোকে আশীৰ্বাদ কৰক 🙏🏻 আমেন 🙏🏻
@Jungogoi-c9h
@Jungogoi-c9h 2 ай бұрын
Praise the Lord pitai
@DHARAMKARMAKARELECTRONIC
@DHARAMKARMAKARELECTRONIC 2 ай бұрын
Praise the lord Amen
@xutradharpuwali-hx2ge
@xutradharpuwali-hx2ge 2 ай бұрын
Praise the Lord 🙏🏾🙏🏾🙏🏾🙏🏾 hallelujah
@dipakgogoi7283
@dipakgogoi7283 2 ай бұрын
Praise the lord pitai 🛐🛐🛐❤❤❤
@MamuDihingiaMamuDihingia
@MamuDihingiaMamuDihingia 2 ай бұрын
Praise the lord 🙏 pitai
@subhalaxmiboruah9700
@subhalaxmiboruah9700 2 ай бұрын
Praise the lord pitai amen 🙏🏻 🙌 👏
@NababikashSaikia-fj8ph
@NababikashSaikia-fj8ph 2 ай бұрын
Praise the Lord 🙏🙏🙏 Amen
@junalirajkhowa4118
@junalirajkhowa4118 2 ай бұрын
Praise the lord 👏🕯️😭🙌🕯️🕯️
@HelenRay-py6lr
@HelenRay-py6lr 2 ай бұрын
Praise the lord gurupita ❤❤❤❤
@ainubaruah5119
@ainubaruah5119 2 ай бұрын
Praise the lord pitai😭😭😭🛐✝️✝️❤️
@gargeedoley
@gargeedoley 2 ай бұрын
Praise the lord Amen 🙏🙏✝️🛐🙏🙏✝️🛐🙏🙏🙏
@anurajkhowa21
@anurajkhowa21 2 ай бұрын
Praise the Lord Gurupita 🙏🙏🙏
@gitashreeborah7951
@gitashreeborah7951 2 ай бұрын
Praise the Lord..amen
@hemarisong5764
@hemarisong5764 2 ай бұрын
Praise the lord pitai 🙏🏻❤️
@sunaliduarah6306
@sunaliduarah6306 2 ай бұрын
Praise the lord ❤❤❤
@MILANBORA-jl1bv
@MILANBORA-jl1bv 2 ай бұрын
Praise the Lord Guru pita❤❤❤
@AnjanaDas-g2u
@AnjanaDas-g2u 2 ай бұрын
Praise the lord 🙏🙏🙏pitai
@hirengogoi5527
@hirengogoi5527 2 ай бұрын
Praise the lord pita❤❤
@jonaligogoi572
@jonaligogoi572 2 ай бұрын
Praise.the.lord
@parashmonichutia2671
@parashmonichutia2671 2 ай бұрын
Praise the lord
@TrideepSaikia-o9c
@TrideepSaikia-o9c 2 ай бұрын
Amen
@pronabsaikia1998
@pronabsaikia1998 2 ай бұрын
Praise the lord hallelujah 🙏
@barbiechetia202
@barbiechetia202 2 ай бұрын
Praise the Lord . Amen .
@BhagyajyotiPhukon-ul6cu
@BhagyajyotiPhukon-ul6cu 2 ай бұрын
Praise the lord ❤❤🙏🙏🙏😭
@mirapayeng6678
@mirapayeng6678 2 ай бұрын
Praise the Lord❤🙏🙏🙏
@KamalSingh-d6p8q
@KamalSingh-d6p8q 2 ай бұрын
Amen❤
@SamsungJ-dn4uj
@SamsungJ-dn4uj 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক 🙏 আমেন পিতা
@nirupoma5935
@nirupoma5935 2 ай бұрын
ঈশ্ৱৰৰ প্ৰশংসা হওক 🙏✝️🛐
@puhita3438
@puhita3438 2 ай бұрын
আমেন 💖🙏🙏🙏
@BijoyBoro-xt6ge
@BijoyBoro-xt6ge 2 ай бұрын
Praise the lord Guru pita Guru ma ✝️🛐💓🌹
@RipaSahu-y5t
@RipaSahu-y5t 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক❤️🙏হে প্ৰভূ তোমাৰ পবিত্ৰ চৰণত সেৱা জনাইছো❤️🙏🙇‍♀️আমাক সকলোকে তোমাৰ ডেউকাৰ ছাঁৰ তলত ৰাখিবা❤️🙏🙏🙇‍♀️
@dipshikhasnowa1413
@dipshikhasnowa1413 2 ай бұрын
Guru pitai praised the lord . Mur paap bur khoma kora pravu aru muk kripa kora ❤❤❤
@BibiPhukan
@BibiPhukan 2 ай бұрын
Praise the lord ❤❤❤ amen
@minakhichutia3543
@minakhichutia3543 2 ай бұрын
Praise the lord pita tumar pabittrah atmaa amar para dur nakarib. 😢😢
@Rajumonigogoi890
@Rajumonigogoi890 2 ай бұрын
🙏🙏 AMEN 🙏🙏
@gayatriburagohain899
@gayatriburagohain899 2 ай бұрын
Praise the lord 🙏🙏 ameen
@DigantaGogoi-qt5rq
@DigantaGogoi-qt5rq 2 ай бұрын
Praise the lord Prabhu 🙏🙏🙏
@pobalisonowal-ng8hl
@pobalisonowal-ng8hl 2 ай бұрын
Praise the lord, 🙏🙏🙏✝️
@rajdutta5094
@rajdutta5094 2 ай бұрын
PRAISE THE LORD 🙏🙏🙏 AMEN🙏🙏🙏
@aratidevi4519
@aratidevi4519 2 ай бұрын
Praise the Lord 🙏🏼🙏🏼
@RuskinGogoi-sz1dx
@RuskinGogoi-sz1dx 2 ай бұрын
Hallelujah 🙏🏻💖🌹🎵🎸✝️🎸🎵🌹💖🙏🏻
@junmoni000
@junmoni000 2 ай бұрын
Praise the lord very nice pitai ❤❤❤❤
@jyotibikashsaikia4683
@jyotibikashsaikia4683 2 ай бұрын
Praise The Lord🙏🏻✝️❤
@crazybhargobi
@crazybhargobi 2 ай бұрын
Praise the lord 🙏🙏🙏 Amen ✝️✝️✝️🛐🛐🛐
@manideka2250
@manideka2250 2 ай бұрын
Pitai mor Pitai Bajali Bhawanipur +++++++++++++++++++++++++++++
@mousumirajkonwarsonowal362
@mousumirajkonwarsonowal362 2 ай бұрын
Priase the Lord 🙏🙏🙏
@nomitasaikia1895
@nomitasaikia1895 2 ай бұрын
Praise the lord 🙏✝️🙏✝️🙏✝️🙏❤️🙏
@ritabhuyan1295
@ritabhuyan1295 2 ай бұрын
Praise the lord🙏🙏✝️
@mohonsaikia1433
@mohonsaikia1433 2 ай бұрын
Praise the lord 🛐🛐✝️ Amen ❤️
@aparajitaborbora1668
@aparajitaborbora1668 2 ай бұрын
AMEN🙏🙏🙏
@B2pn84
@B2pn84 2 ай бұрын
Praise the Lord Amen ❤✝️🛐
@rupohilahon3087
@rupohilahon3087 2 ай бұрын
Praise the lord 🙏✝️🙏🛐🛐🛐🛐🛐🛐♥️♥️ amen
@barbisonowal7894
@barbisonowal7894 2 ай бұрын
Praise the lord ✝️ 🙏
@malasahu468
@malasahu468 2 ай бұрын
🙏 Praise 🙏 the 🙏 lord 🙏🙏
@jyotibikashsaikia4683
@jyotibikashsaikia4683 Ай бұрын
Amen🙏🏻✝️❤
Bipodor bondhu //Ranjan chutia// gospel song WHPC
7:19
Ranjan Chutia manik
Рет қаралды 36 М.
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 52 МЛН
Это было очень близко...
00:10
Аришнев
Рет қаралды 6 МЛН
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
#Malbazar ko sangati ||ELshaddai ||Bisasi|| 20/10/24
5:58
Abhishek official AB
Рет қаралды 472
Ranjan Chutia // All gospel songs // whpc //
1:12:13
Ranjan Chutia manik
Рет қаралды 46 М.
Armaan Gai chanai || 🥺💔 |singer Dilber Bilal ||
7:08
Dilber Bilal Official
Рет қаралды 3,6 М.
PRABHU TOR MAHIMA II AJAY KR.NIHIM II PREMIKA TANTI II SADRI CHRISTIAN SONG
5:53
Premika Tanti Official
Рет қаралды 14 М.
KILE KANDISE AATMA-NAGAMESE SONG-NAGALAND GOSPELS ALBUM
4:07
Mohammed Baharuddin
Рет қаралды 657 М.
Puwa te tumar //Ranjan chutia// gospel song// WHPC
7:12
Ranjan Chutia manik
Рет қаралды 33 М.
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 52 МЛН