এই অনুষ্ঠানৰ যোগেদি মই ৰবি দাক আৰু তেখেতৰ টিমটোক অভিনন্দন জনাইছো। মই নাৰায়ণ গীতটোৰ কথা কবলৈ লৈছো _ এই গীতটো যেতিয়া বাজিছিল চিনেমা হলত মোৰ যেন গাৰ নোম ঠিয় হৈ গৈছিল। কিবা এটা Emotion আছে এই গীতটোত। So Thank you All becauseআমাক এনেকুৱা এখন চিনেমা উপহাৰ দিয়া বাবে। ধন্যবাদ।
এবাৰ চাইছো।আকৌ এবাৰ চাব মন। খুব ভাল লাগিছে। খুব সুন্দৰ অভিনয় হৈছে সকলোৰে। খুব ধুনীয়া কাহিনী। খুব ধুনীয়া গান। খুব ধুনীয়া এডিতিং। চৰিত্ৰ কেইটা খুব ভাল। খুব ভাল লাগিছে অৰুণ নাথ ডাওৰীয়াৰ চৰিত্ৰটো। এইকেইজন ব্যক্তিৰে আকৌ এখন নতুন চিনেমা চাব পাম বুলি আশা থাকিল
@bijupathak1865 Жыл бұрын
ধন্যবাদ ৰঘুপতি টিম।
@rupathakuria9903 Жыл бұрын
অতি সুন্দৰ ব্যক্তিত্বৰ গৰাকী ৰবি দা। অকলে তেওঁ চিনেমাখনৰ সফলতাৰ কৰ্তৃত্ব নলৈ গোটেই টিমটোক দিছে। ভাল ভাল মেচেজ আছে চিনেমাখনত। কাহিনী শক্তিশালী। সকলো সুন্দৰ। নাৰায়ণ গানটোৱে বিশেষ মাত্ৰা দিছে। মাত্ৰ মই ৰোমান্টিক গানটোত প্ৰীতিকঙ্গনাৰ সাজ পোচাক ভাল নাপালোঁ।
@diipakkgogoi3252 Жыл бұрын
যত বিতর্ক তাত জনপ্রিয়❤❤❤❤সেইটো ১০০%সচা কথা
@manoranjankalita7069 Жыл бұрын
বহুত ভাল লাগিছে ছবি খন ,, আগলৈ আৰু এনেকুৱা ছবি লাগে ।।।
Bohut val lagise sai Sri Raghupati 🔥❤️ Ravi da 💪🔥❤️ aru xokolure abhinoy vl hoise ❤️🔥 Joi Asomiya Cinema r Joi,, Joi Sri Raghupati,,Joi Ravi Sarma ❤️💪 জয় আই অসম ✊
@prasantkasyap3922 Жыл бұрын
Ravi Sarma not only a good actor But he is also a good human being, A good motivator for youth.... we all the youth should follow his life pattern...I really appreciate his humblness and Loyalty... keep going on SRI RAGHUPATI 🙏
@JeonDeori______ Жыл бұрын
❤ ফিল্ম খন South Indian টাইপৰ বাবে চুপাৰহিট হৈছে। সচা কথা কবলৈ গলে গানবোৰ সিমান হিট হোৱা নাই south indian ফিল্ম বোৰৰ দৰে। কিন্তু romance, imotional, action, acting, movie খনৰ কাহিনী বহুত নহয় অভাৰ বহুত এ ভাল লাগিছে। Background music ইমান ভাল হৈছে এতিয়াও মনত পৰিলে চিঞৰিবলৈ মন যায়। গুৱাহাটীৰ অনুৰাধা হলত প্ৰথমপৰাই শেষলৈকে যি মানুহবোৰৰ জচ্ দেখি আকৌ চাব মন গৈ আছে। শেষ হোৱাৰ পাছতো মানুহবোৰ উঠি যাবলৈ মন যোৱা নাছিল। জীৱনত প্ৰথমবাৰ অসমীয়া ইমান ভাল ফিল্ম চালোঁ ❤️❤️
@pjzubeen Жыл бұрын
Assam ot thaki south or lgot kio compare kori aso...South a amar assam or industry r lgot tulona kori ase neki...???
Khubei val lagise cinema khon sai.. Arun nath dangoriyak cinema khonot dekhiboloi xailakh mor deutar nisinay dekha hoisil.. Khubei val lagisil👌🙏
@Assamelaya1077 Жыл бұрын
হে নাৰায়ণ.. গীতটি হৃদয় চুই গৈছে...❤❤❤❤
@hukhorpooja Жыл бұрын
kzbin.info/www/bejne/qXPQm4ynjbqWZrM
@Rose-ps8fj Жыл бұрын
Arun nath ulua music tu j 🔥🔥🔥🔥🔥🔥... Sobore acting dhuniya hoise❤❤❤
@santimoni7949 Жыл бұрын
বহুত কান্দিলোঁ অ'😥😥😥
@geetadas1015 Жыл бұрын
Ravi Sharma is really good and serious person, it's reflected in the Raghupati movie. I wish him and entire team good luck for future. Expected more such types of movie
@gitarthadutta3978 Жыл бұрын
Matribhakat kok English baidew 😅
@porinitabora3747 Жыл бұрын
Assamese film industry r aru grow houk 🙌💕✨
@bitupansaikia067 Жыл бұрын
সুন্দৰ দুবাৰ চালোঁ, অসমীয়া চিনিমাৰ জয় হওঁক।
@dharanidharburagohain4461 Жыл бұрын
কম টকাত ভাল movie বনাব পাৰি বহুত important 🎉🎉😊
@Arnab_Xaikia Жыл бұрын
In simple words SUV is the upcoming Rohit Shetty of assamese film industry!!
@Dhemon-cx3mh Жыл бұрын
Stop comparing to the shitty bollywood........SUV will make their own identity and will represent globally like south
@RANGPURRDEKA Жыл бұрын
Not rohit chetry s.s rajamoli
@remittance5862 Жыл бұрын
Bahut bhal lagise, eman bhal director ajon ami paisu,,,,,love u suv & team
@deadman000 Жыл бұрын
@@RANGPURRDEKA Rohit shetty hoi,chetri nohoi xi nepali nohoi😅😅😅
bahut bahut val lagil sai.....Ravi da u are super❤❤❤❤
@AqUaBbIsT Жыл бұрын
SUV will definitely fill the gap of Bhaimon Daa in the Assamese film industry
@prachuryyabaruah7 Жыл бұрын
Hope so♥️ really Miss Munin Baruah
@cgxapurba8450 Жыл бұрын
@@prachuryyabaruah7 The Legend Director.😊
@mrinalbaruah1869 Жыл бұрын
Hosai Ravi da with entire team congratulations for your success... Songs was amazing asiluwa soh kakhot wow .... Jubeen da with deeplina really good sung by both of them...
Feeling proud👏 there should be hidden messages in a film. Ravi Sharma is an amazing person. Congratulations to all the members of Team Shree Raghupati. A good boatman can lead his boat in right direction.
@rajani149 Жыл бұрын
হোৱাত ড. বেজবৰুৱা 2 ও হিত বা সফল হৈছে... কিন্তু তেওঁলোকে এখন অতীতৰ এখন legendrary চিনেমা ৰি মেক কৰিছে, পুৰণা সেই কালজয়ী গীত বোৰ পুনৰ নতুনকৈ সংস্থাপন কৰিছে.. অৰ্থাৎ কবলৈ হলে, ড. বেজবৰুৱা 2 পুৰণি ছবি খনৰ পিঠিত উঠিয়েই সাফল্যৰ বাটত আগ বাঢ়িছে..😦😦 কিন্তু শ্ৰী ৰাঘূপতি তাৰ সম্পূৰ্ণ বিপৰীত... এটা নতুন কাহিনী, চিত্ৰ নাট্য নতুন কৈ সজাই পৰাই যি সফলতাৰ মুখ দেখিছে ই সঁচাকৈ প্ৰশংসাৰ যোগ্য আৰু ড. বেজবৰুৱা 2 ত কৈ বহু গুণ উপৰত। টিম ৰাঘূপতি 👍🎉💯 গ্ৰেট ৱৰ্ক দান...!!!
@missrajaraja5549 Жыл бұрын
News dhuniya bonai nitumoni uncle ❤❤❤ good God bless you❤❤🙏🙏
@Aspirantmou Жыл бұрын
SUV long live 💥 sri roghupoti jui💟
@adilhussain5468 Жыл бұрын
Ravi Da SUV n Entire team❤ Assamese cinema industry rise again✨✨