মায়ঙৰ এজন পৰীক্ষাৰ্থীৰ ৰিজাল্টে আচৰিত কৰিছে খোদ পৰীক্ষাৰ্থীজনক

  Рет қаралды 1,214,605

Pratidin Time

Pratidin Time

Жыл бұрын

মঙলবাৰে ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। উজলি উঠিল ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰীক্ষাৰ্থী। বিপৰীতে অনুত্তীৰ্ণ হ’ল বহুতো। তাৰ মাজতেই মায়ঙৰ এজন পৰীক্ষাৰ্থীৰ ৰিজাল্টে আচৰিত কৰিছে খোদ পৰীক্ষাৰ্থীজনক। মায়ঙৰ ছহিদুল ইছলাম নামৰ শিক্ষাৰ্থীজনৰ ৰিজাল্ট কেনে চাও আহক।
#pratidintime #assam #hsresults2023

Пікірлер: 1 400
@jajbirsrabha7253
@jajbirsrabha7253 Жыл бұрын
মোৰ বহুত আগতে ধাৰণা হৈছিল যে ফলাফলৰ ঘোষণা ক্ষেত্রত বহুত গাফিলতি হয় কিন্তু যোৱা কেই দশক ধৰি যি গাফিলতি দেখি আহিছো এয়া প্ৰমাণ কৰিলে যে মোৰ ধাৰণা থিক আছিল । উচ্ছতৰ মাধ্যমিক পৰীক্ষাত মই গণিত বিষয়ত ৭৮ নম্বৰ মই সঠিক উত্তৰ জনা প্ৰশ্ন কেইটাৰ উত্তৰ কৰিছিলো কিন্তু ফলাফল ঘোষণা হোৱাৰ পিছত দেখিলো যে মই পাইছো ৬১ মাত্র । এনে গাফিলতি বোৰে ছাত্র - ছাত্রী সকলৰ জীবনত কিছু হলেও ঋণাত্মক প্ৰভাব পেলায় । এনে বিষয়ববীয়া সকলৰ ওপৰত নিখুত ভাবে আৰু মজবুতকৈ বিছাৰ হ'ব লাগে আৰু উচিত শাস্তি দিব লাগে 😡😡😡😡😡😡😡😡😡😡
@mbharali2627
@mbharali2627 Жыл бұрын
তেওঁৰ ৰবি, চন্দ্ৰ, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শণি, ৰাহু, কেতু, ইউৰেনাচ, নেপচুন, প্লুটো সকলো ভাল ।
@Sushanka_
@Sushanka_ Ай бұрын
Hahah😢😂
@dipamoniborah5135
@dipamoniborah5135 Жыл бұрын
যিবোৰ ছাত্ৰ ছাত্ৰীই কষ্ট কৰিও পাছ কৰিব পৰা নাই আৰু কোনোবাই কষ্ট নকৰিও একো নিলিখিও 2divison কেনেকৈ pass কৰিব পাৰিলে এইটো কেনেকুৱা নিয়ম আমাক ইয়াৰ উচিত উত্তৰ লাগে
@mitunath6684
@mitunath6684 Жыл бұрын
Thik koisa akdom right kotha 👍👍
@dipamoniborah5135
@dipamoniborah5135 Жыл бұрын
@@mitunath6684 tq
@user-zb2ne8zd9q
@user-zb2ne8zd9q 2 ай бұрын
Thik koise moi nijor marksheet sai biswas a hwa nsil emn likhar psto j emn beya marks
@bavrogaming6104
@bavrogaming6104 Жыл бұрын
Mama be like - ই দেখোন আমাৰ শিক্ষা বিভাগক ফচাই মাৰিব 😂 He is a hacker 🤣
@sudarshanbaishya8441
@sudarshanbaishya8441 Жыл бұрын
🤣🤣🤣 haha
@gopalthapa5611
@gopalthapa5611 Жыл бұрын
🤣🤣
@lkgogoisworld7191
@lkgogoisworld7191 Жыл бұрын
বিষয়টো শিক্খয়াবিভাগে ভালকৈ চাব লাগে আৰু উত্তৰ দিব লাগে
@RohitChachani
@RohitChachani Жыл бұрын
Hslcটো হৈছে এনেকৈ। যাক পাব লাগে তাক দিয়া নাই আকৌ যিয়ে নাপায় তেওঁলোকক star latter mark dise...
@Mahadevbhakt8066
@Mahadevbhakt8066 Жыл бұрын
akdom hosa koisa bro ajon swali 1 mark puwar okad nai he 2nd pale balor board chettttt
@nekibrahman1594
@nekibrahman1594 Жыл бұрын
​@@RohitChachani 😮😮😅😅😅😊😊😂😂❤😂❤❤❤😂😂❤😂😂😂❤❤❤❤😂
@mitalitalukdar1613
@mitalitalukdar1613 Жыл бұрын
Student jan jenke pagl,namber dia teacher jno tenekuwa pagl sage
@bollywood2hollywood238
@bollywood2hollywood238 Жыл бұрын
​@@Mahadevbhakt8066 lawda council
@dkvlogs0145
@dkvlogs0145 Жыл бұрын
চেবাৰ প্ৰশ্ন কাকত নিৰাপত্তা ৰক্ষী বেষ্টনীৰ মাজত থাকিও গৰু ছাগলীয়ে খাব পাৰে তেন্তে নিলিখাকৈও উৰ্ত্তীণ হোৱাটোও তেনেই স্বাভাৱিক কথা
@simpyrani613
@simpyrani613 Жыл бұрын
Hs exam sebai pate nki ki j boke
@jaanmoniboro
@jaanmoniboro Жыл бұрын
Class 10 r he seba r kam h.s ktu sebai napate
@bidyarupamgogoi5092
@bidyarupamgogoi5092 Жыл бұрын
অসমবাসী ৰাইজক আহ্বান জনায়ছো এই বিলাক কথা আওকাণ কৰক চাহিদূল‌ ইচলামে সস্তীয়া জনপ্ৰিয়তা কাৰণে এইবিলাক বক্তব্য দাঙি ধৰিছে।
@KaushikKumar-ty8mr
@KaushikKumar-ty8mr 2 ай бұрын
মইও সেইটোৱেই ভাবিছো
@abbubakkarsiddiqe5755
@abbubakkarsiddiqe5755 2 ай бұрын
ময়ো এই বাৰ পৰিক্ষা দিছিলোঁ অসমীয়াত পাব লাগিছিল ৩০ পাইছো ৬৭ ।
@KaushikKumar-ty8mr
@KaushikKumar-ty8mr 2 ай бұрын
@@abbubakkarsiddiqe5755 😂😂
@user-zv5xg8jt8o
@user-zv5xg8jt8o 2 ай бұрын
Real 🎉 ar godi media views pabar jnno
@meIanchoIia
@meIanchoIia 2 ай бұрын
Chup bangladesi geda​@@user-zv5xg8jt8o
@subhashbaishya8648
@subhashbaishya8648 Жыл бұрын
বহীটো পুনৰীক্ষণ কৰি উচিত ব্যৱস্থা লৱ লাগে,যদি কথাখিনি সত্য হয় তেন্তে দায়িত্ব ত থকা ব্যক্তিৰ ওপৰত আৰু যদি মিছা হয় তেন্তে ছাত্ৰ জনৰ ওপৰত!
@N.M.Ahmed007
@N.M.Ahmed007 Жыл бұрын
100% একমত
@probin....saikia6058
@probin....saikia6058 Жыл бұрын
Right
@praptichoudhury3239
@praptichoudhury3239 Жыл бұрын
Right
@protikhyadutta.6398
@protikhyadutta.6398 Жыл бұрын
একমত
@mitalitalukdar1613
@mitalitalukdar1613 Жыл бұрын
Right
@kvoiceworld7472
@kvoiceworld7472 Жыл бұрын
এইবাৰৰ ৰেজাল্টত খেলি মেলি দেখা গৈছে বহুত
@bhabenchangmai4630
@bhabenchangmai4630 Жыл бұрын
হয়
@s.king23
@s.king23 Жыл бұрын
Bal Assam Council Meksudai
@_UNKNOWN_USER_2023_
@_UNKNOWN_USER_2023_ Жыл бұрын
হয় ! মোৰো হৈছে দুটা বিষয়ত
@barshaa3727
@barshaa3727 Жыл бұрын
Umm muru vontir hoise.. kheli meli.. letter Pam bula Tut 50 o cross hua naii ..😔
@ckanimeedit
@ckanimeedit Жыл бұрын
​@@barshaa3727 apuni buja nai baideu eo kobo bisarise junbure jene tene pass korise hi fail koribo lagisile aru junbure first div goise 2nd jabo lagisile.aru teuk kou j iyar babe gutei hikhya bibhag tuk dukh diya usit nohoi hokolu bohi tu ata centre nesai kisuman examiners dukh hobo pare
@fokotiyayoutubers7426
@fokotiyayoutubers7426 Жыл бұрын
মায়ংৰ যাদু love from মায়ং ❤
@simabora2998
@simabora2998 Жыл бұрын
😂
@nkdas7082
@nkdas7082 Жыл бұрын
magic ! ya ya ya ....yeah
@MofidulAli-cb4xm
@MofidulAli-cb4xm 3 ай бұрын
😮😅😅
@sanatankalita9086
@sanatankalita9086 Жыл бұрын
শিক্ষাত পৰিবৰ্তন দেখুৱাবলৈ উত্তীৰ্ণৰ হাৰ পাইকাৰী হাৰত বঢ়াইছে। ফলত উচ্চ শিক্ষাত আৱর্জনা বাঢ়িছে।
@ratulbora1717
@ratulbora1717 Жыл бұрын
👃👃👃👃👃👃
@pranjalgogoi2960
@pranjalgogoi2960 Жыл бұрын
মিচলিয়া এই গৰাকী। ফেচবুকত ওলাবলৈ মানুহে কুকুৰৰ দৰে কাম কৰে
@tikensarania4862
@tikensarania4862 Жыл бұрын
​@@pranjalgogoi2960 Xosa kotha koisa bhai
@abuhanif5324
@abuhanif5324 Жыл бұрын
🎉
@korobidas5121
@korobidas5121 Жыл бұрын
এইবাৰ ৰিজাল্ট খেলি মেলি হৈছে ছাগে সঁচাকৈ কাৰণ আমাৰ ভতিজাটোৰ লগৰ লৰা এটা প্ৰথম বিভাগত উতীৰ্ণ হৈছে আৰু সি নিজেই কৈ আছে মই কেনেকৈ প্ৰথম হলো বুলি
@cut263
@cut263 Жыл бұрын
Hoi de moiu
@KaushikKumar-ty8mr
@KaushikKumar-ty8mr 2 ай бұрын
Moio ako likha nasilo 90 % palo
@rajubordoloi4296
@rajubordoloi4296 Жыл бұрын
মিছা কথা নুকুৱা কাৰণে ধন্যবাদ
@utpalnath2500
@utpalnath2500 Жыл бұрын
Xsa kotha aitu moiu 40 korisu paisu 50
@krishnamonidas8480
@krishnamonidas8480 Жыл бұрын
Hosakoi lorazon vogoban hoi ahisa Amar majola.❤ thank you god❤🙏🙏
@rajumonibaruah8389
@rajumonibaruah8389 2 ай бұрын
পৰীক্ষাৰ বহী ৰাজহুৱা কৰক।
@hdeka261
@hdeka261 2 ай бұрын
ঠিকেই কৈছে।তেতিয়া হে সচাঁ মিছাৰ প্ৰমাণ পোৱা যাব।
@crazyshort1437
@crazyshort1437 Жыл бұрын
Um এনেকৈ হলে শিক্ষা সংসদ আমাৰ ভবিষ্যতৰ বাবে গৌৰবৰ বিষয় হইনে বাৰু ।আমি আপোনালোকক কি বুলি সন্মান কৰিম ধিকাৰ দেই বৰ লাজৰ কথা
@sakhlaunda3943
@sakhlaunda3943 Жыл бұрын
এনেকুৱা বহুত হৈছে অসমত শিক্ষা বিভাগে exam ৰ প্রতিটো বিষয়ৰ উওৰ বহীৰ copy ঘৰলৈ লৈ যাব দিয়াৰ ব্যৱস্থা কৰিব লাগে
@rajibnath4078
@rajibnath4078 Жыл бұрын
Enekuwa bohut example asy
@minativishwakarma3985
@minativishwakarma3985 Жыл бұрын
Interesting!!! This is what the education department has been doing ... This is heights of dishonesty . Do they even think of the students ' future?
@RunaLaila-kg3vh
@RunaLaila-kg3vh Жыл бұрын
মিছা কথা। অসম্ভব অকল্পনীয়।
@catloverjayman
@catloverjayman 5 ай бұрын
Salute ভাই 😂😂❤❤ ভাল লাগিছে কথা খিনি শুনি
@Debkritimix
@Debkritimix Жыл бұрын
তেওঁ ঠিকেই কৈছে । পৰীক্ষাৰ বহীখন আকৌ এবাৰ চালে নিশ্চয় ওলাই পৰিব । তেওঁ পৰীক্ষাত বহিছে ইয়াৰ অৰ্থ এইটো নহয় তেওঁ পাছেই কৰিব । তেওঁ ফেইল কৰিব বিচাৰিছিল। পিছৰ বাৰ যাতে ভালদৰে পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰে । পঢ়া শুনাত ভাল ল'ৰাজন । কিবা অসুবিধা হোৱাত আধা পঢ়া হোৱাত ভাল ৰিজাল্ট এটা নাহিব বুলিয়েই ব্লেঙ্ক পেজ জমা দিছিল । কিন্তু নম্বৰ কেনেকে আহিল তেওঁৰ । চহিদুল চিন্তা নকৰিবা অহাবাৰ বহুত ভাল ৰিজাল্ট কৰিবা বুলি আশা কৰিলোঁ।
@dulengohain7464
@dulengohain7464 Жыл бұрын
Apuni thik koise baideo..ghrt valne sbor kela
@Debkritimix
@Debkritimix Жыл бұрын
@@dulengohain7464 অসভ্য
@DIPU2300
@DIPU2300 Жыл бұрын
​@@Debkritimix Good✌👍
@Debkritimix
@Debkritimix Жыл бұрын
@Babita Deka চাৰৰ লগত যোগাযোগ কৰা।
@hirensaikia2198
@hirensaikia2198 Жыл бұрын
​@@dulengohain7464😂😂😂
@jogenrabha9093
@jogenrabha9093 Жыл бұрын
Same mor lagato hysil moi 2018 nt education t matra 8 mark korisilo but mk 34 disa baki 5tat letter mark asil
@manishaboro8805
@manishaboro8805 Жыл бұрын
আমাৰ দিনত এনেকৈ বহি চালে 1st division r ঠাইত stan a কৰিলোঁ হৈ চাগে।। আমাৰ দিনত দুজোৰ তিনিজোৰ চমা লৈ বহি চাইছিল চাগে ।।। 😂😂
@jahangirr.c1171
@jahangirr.c1171 Жыл бұрын
hoi
@jahangirr.c1171
@jahangirr.c1171 Жыл бұрын
Ryt
@khanindradeka4230
@khanindradeka4230 Жыл бұрын
🤣🤣🤣
@borshadas9931
@borshadas9931 Жыл бұрын
Khosa
@birinabora
@birinabora Жыл бұрын
Right 👍
@dipikasonowal783
@dipikasonowal783 Жыл бұрын
Jun bilake ratia dine kostor kori pohe hei bilakok fel korai dib jun bilake anei ghuri fure hei bilakok pas korai dib val kam korise sorkare
@hemkantaborah7434
@hemkantaborah7434 Жыл бұрын
নগাঁৱৰ ৰামানুজন বিদ্যালয়ৰো কিবা ৰহস্য আছে বুলি শুনা যায়।
@Rahul-fk3mf
@Rahul-fk3mf Жыл бұрын
Hihte paper khn sopaise buli gm paisu
@bhagirathidasrabha2600
@bhagirathidasrabha2600 Жыл бұрын
Exam r agot poisa di paper loi jai xihotay
@MinajAhmed-2003
@MinajAhmed-2003 Жыл бұрын
Upai napale manuh joli more
@rashmitakashyap3679
@rashmitakashyap3679 Жыл бұрын
Tar principal and teacher ye bohut kosto kore student r karone . Principal e nijei daily class kore . Tar puwaliu porhim buliyei jai and stand mari dekhuai . Kosto korise folu paise Ramanujane . Tat apunaloke troll kori lav nai . Belogor unnatit xukhi hoboloi xikok and student khinir kosto and teacher r kostok appreciate koriboloi xikok .
@ikramulirfan766
@ikramulirfan766 Жыл бұрын
@@rashmitakashyap3679 hoi nk aru amoxor baki clgr teacher ru student bure ghah khai asile j so gutei rank okol Ramanujan t ahise 😂
@AbinashSarma-xy4zu
@AbinashSarma-xy4zu Жыл бұрын
তেনেহলে পৰীক্ষা দিব নালাগে এইবাৰ অহাবাৰ stane কৰিব
@meditationrelaxingstudio1074
@meditationrelaxingstudio1074 Жыл бұрын
ভাল দৰে লৰা জনৰ বহি বোৰ চালে অৰহি গছৰ ঔৰ ওলাব। যদি লৰা জনে সঁচাই কৈছে তেতিয়া হলে শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ওলাব। আৰু যদি মিছা কথা কৈছে তেতিয়া হলে তেওঁৰ ওপৰত কিবা এটা একশ্যন লব লাগে
@rejiyasultana1229
@rejiyasultana1229 Жыл бұрын
Hoi
@yuzeducation6354
@yuzeducation6354 Жыл бұрын
এয়া কিন্তু সত্য সত্য লাগিছে। মোৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে হিচাপতকৈ যথেষ্ঠ কম নম্বৰ পাইছে যিটো প্ৰায় মানিব নোৱাৰাৰ দৰে আৰু কিছুমানে এনেকোৱা ৰিজাল্ট দেখোৱাইছে ক্ৰিকেট খেলৰ ধৰে।
@debsmith8342
@debsmith8342 Жыл бұрын
কিছুমান নিৰীক্ষকে বহীচোৱাটো টকা ঘটাৰ কম্পিটিশ্বনলৈ পৰিৱৰ্তন কৰিছে...তাৰেই পৰিণতিত এনে ঘটনা
@tapansarma1993
@tapansarma1993 Жыл бұрын
Its a serious matter, request authority to verify the papers of said role number and update result
@nishantdas5418
@nishantdas5418 2 ай бұрын
Good Well done 👍👍👍 God bless you 👏👏👏👏
@user-mp4lc9nn9j
@user-mp4lc9nn9j Жыл бұрын
এনেকুৱা ই হৈ আছে চৰকাৰে দিয়া চাকৰি বীলাগ,মই যদি চাকৰি এটা পাও মই কম নেকি টকা দি চাকৰি পালোঁ বুলি
@prianchigogoi9168
@prianchigogoi9168 Жыл бұрын
তুমাৰ কপাল ভাল ।আৰু অলপ পৰীক্ষাটো বেয়াকৈ দিযা হলে তুমি ইষ্টেণ কলিলা হয ভাইটি ।❤❤❤
@rupamonibordoloi9561
@rupamonibordoloi9561 Жыл бұрын
😂😂😂😂
@ritulsamaddar8515
@ritulsamaddar8515 Жыл бұрын
Moja
@itsnobitagaming6220
@itsnobitagaming6220 Жыл бұрын
We want justice june ako nilikha ke pass kore aru grace o diye Kintu ami likhi o 1 number komke paisu 2ta subject t Taaku fail Ghenta education department 😭
@dhanjitblock4348
@dhanjitblock4348 Жыл бұрын
2010-2 011ৰ সেই আগৰ HSLC পৰীক্ষাত 3rd পোৱা সকলে আজিৰ দিনৰ HSLC পৰীক্ষাত 1st পোৱাৰ লগতে গোটেই কেইটা বিভাগতে লেটাৰ marks থাকিলে হয়,কি যে হব আজিৰ SEBA বোৰ্ডৰ কৰ্ম কাণ্ড 🙆🙆🙆🙆🙆
@byleesharma8107
@byleesharma8107 Жыл бұрын
ekdom thik koise...ajikali hslc hs t 3rd division nthakei...1st 2nd nohole fail..fail hua keitaku manibo pari ru dei..ki hoise jnu khikkha bivag2
@nivakalita5697
@nivakalita5697 Жыл бұрын
Agree with you.
@PujaDas-un3oe
@PujaDas-un3oe Жыл бұрын
U r right
@tutumanideka4306
@tutumanideka4306 Жыл бұрын
Hoi diok agote 3rd dvsn paboleu bht pohib pagisil
@huntergamingff4604
@huntergamingff4604 Жыл бұрын
গোটেই কেইটা বিভাগত লেটাৰ মাৰ্ক পালে দেখো star mark পাব 😅
@Deepmedok
@Deepmedok Жыл бұрын
He is real hero😂😂😂😂😂😂😂
@dhunusumpi2747
@dhunusumpi2747 Жыл бұрын
Moi tu tinita bikhoiyot letter Mark pam buli akha rakhisilu kintu letter tu nupuwa tu durore kotha 80 t 40 puwa holeu hantona palu hetin.Eman dhoijiyo porikha loi muk vogobane.Atiya tu results uluwa pisot jiman siori siori kandileu lav napow.Kunu bishakh nokore.😢😢😢😢😢😢😢😢
@himashrisworld6963
@himashrisworld6963 Жыл бұрын
Same condition 😢
@s.king23
@s.king23 Жыл бұрын
RTI kora
@kimjongunkilledbtsarmy9141
@kimjongunkilledbtsarmy9141 Жыл бұрын
Same condition
@rohanrajborahpro3852
@rohanrajborahpro3852 Жыл бұрын
এইয়াই অসমৰ ‌শিক্ষা ব্যৱস্থা।। কিছুমান আকৌ প্ৰশ্ন কাকত কিনী লৈ বিদ্যালয়ৰ নাম বঢ়াবলৈ চেষ্টা কৰে
@SusmitaNamasudra-vf1zn
@SusmitaNamasudra-vf1zn Жыл бұрын
Pass jodi korat ulta fulta korise fail koratu korise aru bhal mark pua jagat u kom mark dise, ulta fulta dise,, bohut student ase re check koribo karone u poisa na thke hei dukhiya student bilak enekua thake, last time ot suicide kore bhal clg ot u addmission na pai jot scholarship pabo logiya asil tate u napai,,ami dukhiya aru dukhiya e hoi thaku .. enekua papper check korar babe🙂
@uchihasusuke9270
@uchihasusuke9270 Жыл бұрын
Bohut e mathematics t 100 marks kriu 30 paise... This education system is getting worst day by day
@barshaa3727
@barshaa3727 Жыл бұрын
Umm mur vontiu duta subject ot 100 kri ahise tothapiu marks vl ohanai .. science stream
@lofisstation510
@lofisstation510 Жыл бұрын
Mor krisu englisht 70 marks kintu 40 plu 😢
@rajibchborah2713
@rajibchborah2713 Жыл бұрын
ৰাম ৰাজ্য । কোনেও দুখ পাব নালাগে। মুঠতে বা: বা: লব লাগে। 30-35বছৰ জীৱনৰ অমূল্য সময় ব্যয় কৰি মানৱ সম্পদ সৃষ্টি কৰা অপাদেশীকিত শিক্ষক সকলৰ মুখলৈ চাবলৈ সময় নাই।সকলো বুমেৰাং..😊😊
@bishal2005
@bishal2005 Жыл бұрын
This is right. I also got 54 in English but i wrote only 20 to 25 mark
@dollyrabha3416
@dollyrabha3416 Жыл бұрын
Aitu ata main karon je distiction mark ba 1st division paise buli a eman ohonkar koribo nalage karon ki likhi thoi ahise student jone valke jane
@RakeshLahkar-qu9dg
@RakeshLahkar-qu9dg Жыл бұрын
যিসকলে নিজৰ ফলাফলক লৈ সন্তুষ্ট নহয় তেওলোকৰ বহী সমূহ আকৌ এবাৰ চোৱাৰ ব্যৱস্থা কৰিব লাগে ।।। এই বাৰ বহুতৰে ফলাফল আশা কৰাতকৈ বহুত কম হোৱা দেখা গৈছে।।বেছিকৈ লিখিও বহুতে কম নম্বৰ পাইছে ।।
@dharitribora8338
@dharitribora8338 Жыл бұрын
Yes
@munjyotisarma1665
@munjyotisarma1665 Жыл бұрын
Hoi muru hoise
@Rahul-fk3mf
@Rahul-fk3mf Жыл бұрын
Kisimane ako nilikha k number paise
@jebinsultana7510
@jebinsultana7510 Жыл бұрын
Hoi amar lgt o bohut anyai hoise ankwa kribo nalagisil nije likhi jimn axa krisilu tar biporit tu he plu ako abr bohi bur check kribo lge ami ay result ot xontusto nhi bohut beya lgise ji nilikha koi a pass krile aru ami bur a likhi o vba mote result nhl 😖
@radahaprasad5181
@radahaprasad5181 Жыл бұрын
Yes
@armylover-xw1ch
@armylover-xw1ch Жыл бұрын
Ki j oh🙆Aku nilikhar pasotu😞 aru amar dekhun 3/4/5 number komor karone letter Mark utha nai😭
@rajdeephazarika7555
@rajdeephazarika7555 Жыл бұрын
hmm hosake 🥲🥲
@papuridas1240
@papuridas1240 Жыл бұрын
Exam hall ot mur pisfale bola suwali ajoniye 100 Mark or bhitorot 16 ba 17 paisile kintu kenekua tai paas korile hs ot najanu😢
@jahidul_12
@jahidul_12 Жыл бұрын
আপোনাৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰাত এজন হ'লে বাধা হৈ থিয় হব। এজন Star Mark পাবলৈ আশা কৰা ছাত্ৰই আজি Second Division পাই থাকিব লগা হ'ল.... 😢
@rawandreal99
@rawandreal99 Жыл бұрын
Very very serious issue... I think many such scams are going on inside
@s.king23
@s.king23 Жыл бұрын
Kiba ata koribo lagibo nohole enedure hoi thakile bhal poha xuna xikharthir kostor muilla naikia hoi jabo
@tengatita
@tengatita Жыл бұрын
অহা বছৰ দেখা যাব ,বহী ফাদিল কৰক এইজন ছাত্ৰৰ ,চাওঁ কোন কিমান সচাঁ ।
@karinasaikiakarina3471
@karinasaikiakarina3471 Жыл бұрын
Eibar knk marking korise njnu aru...moi nijeu duta subject ot letter paisu..mur phys aru bio sub dutar examu vl hoisil bht letter mark pbo lgsl but physt ahse 73 aru biot 66 🥺
@rubisvlogs551
@rubisvlogs551 Жыл бұрын
😂😂😂😂😂❤❤Real hero😅😅😅
@hirakdas2994
@hirakdas2994 Жыл бұрын
Uttor lage amak kenekoi pass hol
@tinkudas5479
@tinkudas5479 Жыл бұрын
16+14 দেখাৰ পাছত ভাবিবলে বা শুধিবলে একো নাথাকে আৰু।
@jahangirr.c1171
@jahangirr.c1171 Жыл бұрын
Ryt
@jahangirr.c1171
@jahangirr.c1171 Жыл бұрын
আচৰিত নম্বৰ দিছে ৷
@tinkudas5479
@tinkudas5479 Жыл бұрын
দেশ এনেকৈয়ে যদি আগবাঢ়ে কি হব বাৰু?
@prabhatchandramondal6774
@prabhatchandramondal6774 2 ай бұрын
This matter should be taken seriously by the education department
@vlogsjugabrata8760
@vlogsjugabrata8760 Жыл бұрын
পৰীক্ষাৰ বহীত লিখিও কাটি দিয়া আৰু যিটো student য়ে এখন subject ক বেয়া result হল কাৰণে fail কৰি দিয়া. নিলিখি তেওঁক pass কৰে.......
@sb_populr.
@sb_populr. 2 ай бұрын
মই মুঠ ৩৬৫ পাইছিলো কিন্তু মোৰ অসমীয়াত ২০ পালো আৰু মোক grace mark ও নেদিলে সেই বাবে মই পাছ কৰিব সক্ষম নহলো আৰু আকৌ কিছুমানৰ নেদেখা কৈ ও পাছ😢 কৰিলে একো আকৌ কি কথা চেবাৰ বাবে এই বোৰ হৈছে
@Indianmovie176
@Indianmovie176 2 ай бұрын
1st div pale grace mark nidiya bro
@TarunChDeka-cb4go
@TarunChDeka-cb4go Жыл бұрын
মায়াংৰ যাদু আছে সেয়েহে নগাও বিখ্যাত,তেওকো পাচ কৰালে
@ritulsamaddar8515
@ritulsamaddar8515 Жыл бұрын
হয় ঠিকে কৈছে ৷
@amitmandal8054
@amitmandal8054 Жыл бұрын
মায়ং নগাওঁত নহয় মৰিগাওঁত
@TarunChDeka-cb4go
@TarunChDeka-cb4go Жыл бұрын
@@amitmandal8054 অতিতত নগাও
@Debasishdebnath91
@Debasishdebnath91 Жыл бұрын
Aji nohoy bhut dinor pora , Atia Sarboshiksha noy student orr Horbonah shiksha hy. sarkari school orr pora parents becareful hoy jaok noholy Bipod hy hobo.
@bhaskarjyotibaishya1533
@bhaskarjyotibaishya1533 Жыл бұрын
Aru moi epine likha mark u napalu ki khela kheli ase students r life r lgt ahsec a . Ami bur moribo lge ne ki mur je jibon dhonkho hbo xeitu ki , moi tu pass mark u napalu. Please help I need your help @prtidintime (Pratidin Time)
@Baba998-st
@Baba998-st Жыл бұрын
হেই প্ৰভু কি দেখাইছা এইবোৰ😂😂😂
@abhiyanhindutva4917
@abhiyanhindutva4917 Жыл бұрын
Credibility of ahsec and seba has finished 🙌
@mraman8569
@mraman8569 Жыл бұрын
Congratulation🎉🎉🎉🎉🎉🎉
@preranaborah9325
@preranaborah9325 Жыл бұрын
বহুতক কে তেনেকুৱা কৰিছে School অত class 6 or pora 10 ৰ লৈকে English ত পাছ নকৰা ছোৱালী জনিয়ে কেনেকৈ 2nd division পাব Ooh😤😡🤬
@Assamese_Beautypies
@Assamese_Beautypies Жыл бұрын
E ki lucky bey... Nibisorakeu emn bur pai ami bisariu napau
@Anupdas462
@Anupdas462 Жыл бұрын
Nibisari le sob paye bisarile nepaye🙃😂
@sharmisthanath6231
@sharmisthanath6231 Жыл бұрын
​@@Anupdas462 hosa kotha😭🥺🥺
@Anupdas462
@Anupdas462 Жыл бұрын
@@sharmisthanath6231 tumar result kenekuwa hol
@lachithazarika1142
@lachithazarika1142 Жыл бұрын
2:20 "মোৰ বাল ৰিজাল্ট কৰা আছা আছিল।"😮😮😮😮😮😮
@GrammarGyan
@GrammarGyan Жыл бұрын
Hahaha
@Namib-Creations
@Namib-Creations Жыл бұрын
😂
@NirmolRay118
@NirmolRay118 Жыл бұрын
মেট্ৰিকতো একেই অৱস্থা,যিজনে অসমীয়া স্পেলিং ভালকৈ পঢ়িব নাজানে,অংক নাজানে,সেইজনে অংক ,অসমীয়াত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ কেনেকৈ হব পাৰে???অলীক,অদ্ভূদ কথা।।শিক্ষা বিভাগত কিবা অনিয়ম চলিছে।।।।এইবাৰৰ ৰিজাল্ট কিবা গণ্ডোগল আছে।।
@MousumiPegu-wg5se
@MousumiPegu-wg5se Жыл бұрын
Rechecking hbo lge . 🙏🙏🙏🙏June exame t akuu a naii lhika haibur a pass krisee . Moi knke pass noholuu . Emn lhiki u moi fail holuu . Mur eni atiya 1yr lost hoboo . 😖Moi nije bisak kribo pra naiii . Moi fail holu buliii ......... Ki hbo atiyaaa . Plzzzz sir rechecking hbo lgeee .. 🥺😭😭😭🙏🙏🙏🙏🙏🙏
@ridipbora3182
@ridipbora3182 Жыл бұрын
তদন্ত কৰিব লাগে। তদন্ত কৰিলেও জানো উত্তৰ ওলাব । যদি ল'ৰা জন কথা সচাঁ তেনেহলে seba আচল কথা ওলাই পৰিব ।একো ধৰিব নোৱাৰা হৈছে কোন সচাঁ কোন মিছা।
@fk_princegm
@fk_princegm Жыл бұрын
Same situation with under graduate student exam nidilau bal %a pass aru exam diau absent ahe nohola low % ahe
@rekhamonikonwar1167
@rekhamonikonwar1167 Жыл бұрын
MA o tnkua korise
@rameshmili8871
@rameshmili8871 Жыл бұрын
Assamor education system akebare beya hoise
@bastabbaruah3727
@bastabbaruah3727 Жыл бұрын
Ejon teacher e xodai lora ba suali joni pass kori juatue bisare..kun teacher e ejon Student r bea hua tu nibisare..xeibabei kijani disil..eku bea ni kra diok
@sinalekthe4107
@sinalekthe4107 Жыл бұрын
We don't believe seba examiners , instead of it we believe the class teachers during unit test or schooling class exam should be tough that means the students who did it no matter the seba examiners might make fail them they can be a good students direct they should not stop their education they will go forward .. thanks!
@rasul_dude
@rasul_dude Жыл бұрын
😂😂😂😂😂...So that you get 100/100 after taking tuitions from your school teacher
@R_umiBuragohain
@R_umiBuragohain 11 ай бұрын
SEBA useless faltu 👎👎👎
@kamawgrup2391
@kamawgrup2391 Жыл бұрын
Wahh 😂😂😂😂
@girledition6488
@girledition6488 Жыл бұрын
plz amar assam khonu kisuman tricky Bihar education system nisina nokoribo ..just for some unlawful gain in politics…amar axomot val future development karone the education system need to be disciplined with rules n strategies…Agote jenekua asile tenekua rakhok dont mess up with yr political agendas..
@dipuyugi1513
@dipuyugi1513 Жыл бұрын
বহুত খেলিমেলি হৈছে
@ankurgogoivlogs7035
@ankurgogoivlogs7035 Жыл бұрын
নপঢ়ো ম্ই 🙏ম্ই নপঢ়ি প্ইচা কমাই আছো ❤চৰকাৰী প‌ইচা আশা নকৰো 🙏🙏👍👍
@user-lo1ul8sn8x
@user-lo1ul8sn8x Жыл бұрын
Tur nisina nopdhai val
@bhargovgogoi2047
@bhargovgogoi2047 Жыл бұрын
​@@user-lo1ul8sn8x tumar problem ki.... Dom disa j tak.. He sorkari sakori koribo mon nai nije kiba kori khai ase problem ki?
@rakashna6000
@rakashna6000 Жыл бұрын
Hahu na kandu moi 😁😁😭😭
@prabhatchandramondal6774
@prabhatchandramondal6774 2 ай бұрын
Is this the situation in education sector of the state?
@anu.6114
@anu.6114 Жыл бұрын
Actually jihetu tekhetor baki keikhn sub t marks valei hoise hoitu seba board e vabisil je lorajon valei english aru MIL r dinakhon kiba holei nki...xeibabei hoitu free marks re pass kori dise....
@shilpi.s.mahanta
@shilpi.s.mahanta Жыл бұрын
moi a emn likhi okl 3rd division paisu..jot moi english t maximum 54 pbo lgi sile jot muk 30 dise ru assamese t 60 pabo lgi sile jot muk 45 dise , education t 40 pai su okl 60 pam vbi o kin to vul hbo pare njnu baru kin to emn o beya nhoi ane ke geography t 47 jot moi 65 kori silu history t 39 tat moi gutei paper khon kori silu moi ai nkou j eta o vul nuhua nhoi kin to likhi silu aru hei likha khini olp hole o write asile ....atiya moi 201 mne 3rd division ahisu jot moi 1 st aku letter nupua k 1st pam j bht sure asilu ..... moi jnu j vul hoi se mur likhat kisumn ske kin to emn o nhoi ... amer ai news to dekhi a beya lgi se jot student jonei surely jne j fail koribo tata kne k pass kori se ru jot student ajone nijei eman sure di kobo pora jone kele emn kom number 3rd division pai se...?? exam r bbe hokolu a kosto kore 1 bosor r pora.. sobei kore j teur exam to val houk ...kin to exam t aku nilika k pass ...
@meehanikaneog8545
@meehanikaneog8545 Жыл бұрын
Bhal luck hole eneke pass hoi... Beya hole tumi 100or likhileo 0 paba...
@shilpi.s.mahanta
@shilpi.s.mahanta Жыл бұрын
@@meehanikaneog8545 hoi hei to kin to emn pohi jodi voba mote o napau noh baki aru pohibo issa nai emn kosto kori o aku nplu kele njnu ru ji nai likha tak dise ji bht likhi se ji sure tahator lgt ane kua .kobo le nai aru mne aku ..
@Atiqul_Islam
@Atiqul_Islam Жыл бұрын
if you can, apply for answer paper recheck with photocopy of answer copy
@byleesharma8107
@byleesharma8107 Жыл бұрын
recheck kora paper..1st division akha kori 3rd aha2 hoboi nuare..atleast 2nd ahibo lagisil..
@prasantakalita4085
@prasantakalita4085 Жыл бұрын
Tumi vul ke 100 marks korileu aluguti tua paba
@shohidulislam-uf3eq
@shohidulislam-uf3eq Жыл бұрын
Result bur anekoi e val hoise...pass r persentage borhaise pegu sir e..i wish pegu sir should education minister for forever .
@s.king23
@s.king23 Жыл бұрын
Chup
@Myadda_253
@Myadda_253 Жыл бұрын
Abey pag kitne ko fail krdia😢
@labanyahandique8920
@labanyahandique8920 Жыл бұрын
​ 😅
@janmoniboruah5287
@janmoniboruah5287 Жыл бұрын
Muratu
@user-ms5nz4uo2o
@user-ms5nz4uo2o Жыл бұрын
Sb vul sorka khn akdm bea hoi gl kimn r result bea hl thik ni amguri clg r aiber 520ta e dsl 103ta e pass krse akl suka suka kita fail hoi gl baki bur pass dhet
@pallabsarmah5458
@pallabsarmah5458 Жыл бұрын
Great education
@g.bvlogs578
@g.bvlogs578 Жыл бұрын
😂 truth is bitter bt bro you nailed
@mdhksheikh8237
@mdhksheikh8237 Жыл бұрын
PeGu Magic... Ajab Dekhot Gajab Instruction di thoisile Shiksha Montrie... Successful 🏆💪 Montri dekhabo ki ki J Magic PeGu Siror..
@DJyoti-xn7ii
@DJyoti-xn7ii Жыл бұрын
Pass jodi hoba bisora ni ki mura korba exam disili
@updatebrain-nc5ui
@updatebrain-nc5ui Жыл бұрын
Right
@ikramulirfan766
@ikramulirfan766 Жыл бұрын
Experience buli ata ktha ase buji pau ne nai
@birbalray9763
@birbalray9763 Жыл бұрын
Right koise shahidul a bohute ane pass hoi ase .
@user-vh3zp5tj3c
@user-vh3zp5tj3c 2 ай бұрын
Eyar mane prblm ki hoise? Aru pass krisei jtya vle man college golei hol.vl dure poha khuna krilei hoi.aybur ako kbo lge nki?
@monalisadekaraja350
@monalisadekaraja350 Жыл бұрын
Mamar morom vaity😆😆
@jitpolkataki2301
@jitpolkataki2301 Жыл бұрын
Mur situation tu ebar hunok sobei. Moi Science Stream r satro, Moi 90 paisu CS t, 84 paisu Alte t, 64 paisu English (besi pam buli vabisilu but still baddisu) ru Physics Ru Chemistry r practical full Marks re pass krisu. Kintu holeu moi Physics r theory 2 mark r babe pass nkorilu (19), Maths t 2 mark r krne pass nkorilu (28), ru Chemistry Theory 5 mark r babe(16). Moi eku bhikkha khuja ni ba enka kintu holeu moi jdi Maths ru Physics t 2-2 mark ke pua heten 70% t pass krilu hoi HS. Mur ktha tu vabok ebar sobei. Moi 4 mark r krne etya nijor ek bosor herabo lgibo. Please muk kunbae help korok. Moi nhole nuarim. Matric t 84% asil, etya HS t jdi eta subject nodhore u tetya 68% hbo. Please muk help korok🙏
@bonjitarahang729
@bonjitarahang729 Жыл бұрын
Oha bar Aru Valkoi Exam Diba Vaiti 😢👍🏻
@Surajsharma-wx8bg
@Surajsharma-wx8bg Жыл бұрын
Wellcome to new India
@migomrecipe1631
@migomrecipe1631 Жыл бұрын
উত্তৰ বহিখন পুনৰাই চাব লাগে
@bkp9774
@bkp9774 Жыл бұрын
Rakesh palor manuh sage.
@AbulHussain-dl6og
@AbulHussain-dl6og Жыл бұрын
Jodi xosa , lora jone FIR dibo lage....jodi misa Council A fir diyok .....kintu , kintu...................kin 2 nokow aru bohi xone kene baa roop loy 😂😂
@originaldwonloder2954
@originaldwonloder2954 Жыл бұрын
​@@AbulHussain-dl6og 😂😂😂
@sankarjtaid1622
@sankarjtaid1622 Жыл бұрын
গ্ৰেচ নম্বৰেৰে 40% লৰা ছোৱালীয়ে পাছ কৰিছে । 😂😂😂 এইবাৰৰ HS পৰীক্ষাত গ্ৰেচ নম্বৰ নিদিলে হলে 2023ত পাছ কৰাৰ হাৰ 20 % হলহেতেন । 😂😂😂😂
@himangshusarania9248
@himangshusarania9248 Жыл бұрын
Right😂
@PriyaGogoi-kd1ud
@PriyaGogoi-kd1ud Жыл бұрын
Toi nije di sabi ..English paper kimn tan ahsil kre dekhle gm Pam tuk.... uprte Kaku pa's krai dia ny oky
@nabakalyanentertainment2941
@nabakalyanentertainment2941 Жыл бұрын
@@PriyaGogoi-kd1ud Tumi gras number Pai pass korisa na 😂
@sankarjtaid1622
@sankarjtaid1622 Жыл бұрын
@@PriyaGogoi-kd1ud moi nije pass koriso with out gress mark 🙏🙏😂😂
@sankarjtaid1622
@sankarjtaid1622 Жыл бұрын
@@nabakalyanentertainment2941 las lagil tair hosa kuwar babe 😂😂
@madhabbordoloivlogs5134
@madhabbordoloivlogs5134 Жыл бұрын
It is tru I am from simen chapori sc clg. Dhemaji. Amar eart o same hoi sa sorkar a aku vall results der nai kala. Sorry kya baba
@lakhyabairagi873
@lakhyabairagi873 Жыл бұрын
Quantity lga quality matter nkre aji Kali exam burot..
@ujjalrabha982
@ujjalrabha982 Жыл бұрын
Ai jon he real hero
@srigunajitsharma8282
@srigunajitsharma8282 Жыл бұрын
Mor nunu2
@ujjalrabha982
@ujjalrabha982 Жыл бұрын
@@srigunajitsharma8282 tr problem ki
@srigunajitsharma8282
@srigunajitsharma8282 Жыл бұрын
@@ujjalrabha982 tor pblm kot nai seytu ko ,nunu suhar putek 😂😂
@jintudas3020
@jintudas3020 Жыл бұрын
Aibor sob mayank or Jadu 😂😂😂😂😂😂
@karmarajdeuri5985
@karmarajdeuri5985 Жыл бұрын
Ai to ha karon mur vhaiti atai ...HSLC examot sob subjecote 30 paise aito k na ka hombom
@absurajgaming1339
@absurajgaming1339 Жыл бұрын
Moi ato pori fail kori dile ... Aru mor Kichu na lekhi na pori passed kori dele .. muk fail korai dile ... Ane kuya result bonoya na lagi sil...
Gym belt !! 😂😂  @kauermtt
00:10
Tibo InShape
Рет қаралды 11 МЛН
Heartwarming moment as priest rescues ceremony with kindness #shorts
00:33
Fabiosa Best Lifehacks
Рет қаралды 38 МЛН
ОСКАР vs БАДАБУМЧИК БОЙ!  УВЕЗЛИ на СКОРОЙ!
13:45
Бадабумчик
Рет қаралды 6 МЛН
A clash of kindness and indifference #shorts
00:17
Fabiosa Best Lifehacks
Рет қаралды 113 МЛН
atanu bhuyan"s  video
4:40
atanubhuyan"s news video
Рет қаралды 51 М.
STORY OF A SON, WHO MISUSED HIS FATHER'S MONEY.
7:16
Dipak Motivator
Рет қаралды 484 М.
Gym belt !! 😂😂  @kauermtt
00:10
Tibo InShape
Рет қаралды 11 МЛН