Jowar Porot

  Рет қаралды 558,596

Rupam Bhuyan

Rupam Bhuyan

Күн бұрын

Пікірлер: 307
@ranibaruah7364
@ranibaruah7364 5 ай бұрын
অতি মধুৰ গীত!!জ্যোতিষ ভট্টাচাৰ্য্যৰ উত্তৰসুৰী হিচাপে গানৰ মৰ্যদা অক্ষুন্ন ৰ'ল,আপোনাৰ কণ্ঠত। বহুত শুভেচ্ছা থাকিল।
@l.p.production3223
@l.p.production3223 5 жыл бұрын
আপোনাৰ পুৰুষ সুলভ সুন্দৰ কণ্ঠস্বৰ আৰু অসাধাৰণ গায়কী ভগৱানৰ দান। নিঃসংকোচে কওঁ...আমাৰ সংগীত জগতৰ বৰ্তমানৰ সকলো পুৰুষ কণ্ঠৰ ভিতৰত আপুনিয়ে প্ৰথম প্রিয় শিল্পী মোৰ। বহুজন বৰেণ্য শিল্পীৰ গীত বৰ্তমানৰ কন্ঠশিল্পী বিলাকৰ ভিতৰত কেৱল আপোনাৰ কণ্ঠত শুনিহে ভাল পাওঁ। আপোনাৰ সুমধুৰ গায়কী-গীতৰ নিৰ্বাচনে আপোনাৰ সুন্দৰ ৰুচিশীল মনৰ পৰিচয় দিয়ে। বৰ আদৰৰ শিল্পী আপুনি...সকলোৰে। বহুতৰে বাবে আপুনি আদৰ্শনীয় আৰু অনুকৰণীয়। আপোনাৰ গীত সমূহ আমাৰ সংগীতৰ সুৰীয়া সম্পদ। জ্যোতিষ ভট্টাচাৰ্য দেৱৰ এই সুমধুৰ যুগমীয়া গীতটি আপোনাৰ কণ্ঠত শুনি নতুন স্বাদ পালো। পৰিতৃপ্ত হ'ল মন...! আৰু বহু আশা কৰোঁ আপোনাৰ পৰা। আগবাঢ়ি যাওক...জিলিকি থাকক...!
@parijatsaikia5509
@parijatsaikia5509 6 жыл бұрын
গানৰ জগতত আপোনাৰ আসন সুকীয়া সেয়ে আমাৰ বাবে ।
@prabinmallabaruah8845
@prabinmallabaruah8845 Жыл бұрын
ৰূপম ভূঞাৰ কণ্ঠ মোৰ সদায় প্ৰিয় । তেওঁ নিঃসন্দেহে বৰ্তমানৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠ শিল্পী । শ্ৰদ্ধেয় বীৰেন্দ্ৰ নাথ দত্তৰ কণ্ঠৰ দুটামান গীত ৰূপম ভূঞাই গাইছে । গীত কেইটা শুনি সচাকৈয়ে সকলো সঙ্গীত প্ৰেমিয়ে আপ্লুত হৈ পৰে ।
@ramendas9369
@ramendas9369 7 жыл бұрын
You know what Rupam? You are a rare and quality personified singer. Your songs are all soulful songs and you sing with your heart out. you had always maintained a low profile and you keep that. One day you will come out with all guns blazing. May you reach such heights that people will realize that the songs you sing are jaw dropping stuffs. Keep rocking Rupam. Ramen Das
@dibakarsonowal9489
@dibakarsonowal9489 3 жыл бұрын
Too much controlled voice, that's why unable to produce the voice loudly
@yutikagogoiburhagohain8765
@yutikagogoiburhagohain8765 3 жыл бұрын
Hqqhhhhh
@manishaborah2119
@manishaborah2119 2 жыл бұрын
❤️
@barashadas2098
@barashadas2098 2 жыл бұрын
❤️❤️ absolutely
@parthadas773
@parthadas773 Жыл бұрын
Absolutely❤
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
ৰূপম দা, আপোনাৰ প্ৰতিটো গীতেই মই বৰ ভাল পাওঁ। বৰ দৰদী কন্ঠ আপোনাৰ, হৃদয়স্পৰ্শী। গতানুগতিকতাৰ পৰা আঁতৰি আহি অসমীয়া সংগীতক এক অনন্য মাত্ৰা দিছে। নতুন প্ৰজন্ম ই সেই বাটেৰে আগ বাঢ়ি যাওক।
@deepshikhaboruah7977
@deepshikhaboruah7977 5 жыл бұрын
ৰাতি বিছনাত পৰি ৰূপম দাৰ গান শুনি শুনিয়ে কিমান যে সময় পাৰ কৰি দিওঁ ,,,এক অনন্য অনুভৱ তেওঁৰ প্ৰতিটো গীত❤️আজৰি সময়ৰ প্রিয় ৰূপম দাৰ চিৰসেউজ গানবোৰ
@pranpratimbordoloi397
@pranpratimbordoloi397 2 жыл бұрын
এই গীতটো কিমানবাৰ ৰিপিট কৰি কৰি শুনো৷ তথাপিও হেপাঁহ নপলায়৷ আচৰিত আৱেগে হেচুকি ধৰে৷ শব্দবোৰ সুমধুৰ সুৰৰ মাজেৰে আহি কলিজাত লাগি ধৰে---মন্ত্ৰমুগ্ধৰ৷
@villagecreation2339
@villagecreation2339 4 ай бұрын
ভাগৰুৱা সময়বোৰ জীপাল হয় আপোনাৰ কণ্ঠৰ আৰু সুন্দৰ সুন্দৰ কথাৰ গীতবোৰ শুনি শুনি।
@abinashkalita9242
@abinashkalita9242 5 жыл бұрын
অতি আপোন আপোন লগা, যুগমীয়া অসমীয়া গীতৰ সুৰবোৰ সম্ভ্ৰমেৰে ধৰি ৰাখি ন-পুৰণি শ্ৰোতাসৱৰ মাজত এক যোগসূত্ৰ স্থাপনৰ প্ৰচেষ্টাত শিল্পী ৰূপম ভূঞা সফল হৈছে। স্বকীয় বিশেষতাৰে ধন্য ভূঞালৈ আমাৰ আন্তৰিক ধন্যবাদ জনালোঁ।
@parthapratimdas8426
@parthapratimdas8426 5 ай бұрын
The prince of the forest song. বনগীতৰ ৰাজকোঁৱৰ.... কল্পতৰু প্রদান কৰি মুগ্ধতাৰ নিদ্রাক আকোঁৱালি লবলে এনেদৰে থাকিবা তুমি !
@jugantarkashyap450
@jugantarkashyap450 5 жыл бұрын
My father likes the song very much. N he feel happy whenever he listen this song. Thanks Rupam da
@ShyamalBhuyan-p8o
@ShyamalBhuyan-p8o Жыл бұрын
Excellent performance....perfect fusion keeping the original tune intact...wish you all the best.
@dipokkumargogoi8190
@dipokkumargogoi8190 2 жыл бұрын
ৰুপম ভূঞা ডাঙৰীয়াৰ কণ্ঠ সচাকৈয়ে অনুপম, অতুলনীয় । হাজাৰ শুনিলেও হেঁপাহ নপলাই ।
@indrajitkonwar3658
@indrajitkonwar3658 7 жыл бұрын
bahut dhunia hoise Rupam da. very heart touching.......
@rupambhuyan3848
@rupambhuyan3848 7 жыл бұрын
Thanks indrajit
@parijatsaikia5509
@parijatsaikia5509 6 жыл бұрын
Orijinal song tur pora olopu distinct nhoi ...iman val hoise..!!! Wow.... 🙏dhainyabad dada
@chitralekhagogoi1242
@chitralekhagogoi1242 8 жыл бұрын
ৰূপম তোমাৰ প্ৰতিটো গানেই ভাল লাগে।
@rupambhuyan3848
@rupambhuyan3848 8 жыл бұрын
Thank you
@bindiakour9978
@bindiakour9978 3 жыл бұрын
Aaaaahhaaaa ki je Xundor Paribaixon 👌👌👌👌 Awesome rendition 👌👌👌👌
@indrahazorika8188
@indrahazorika8188 6 жыл бұрын
ৰুপম দা সোণ যিমান গলাব তাৰ উজ্জ্বলতা সিমানেই বাহিব।
@axomiyatipsss6912
@axomiyatipsss6912 6 жыл бұрын
ৰূপম দা, আপুনি মোৰ প্ৰিয় শিল্পীৰ ভিতৰৰ এগৰাকী ৷ আপোনাক শ্ৰদ্ধা কৰোঁ সঁচা অন্তৰেৰে ৷ আপোনাৰ প্ৰতিটো গীত প্ৰতিটো প্ৰজন্মৰ বাবেই, এয়া সকলোতকৈ ডাঙৰ কথা ৷ আপোনাৰ সোণোৱালী সুৰ আৰু কণ্ঠত আমি মুগ্ধ ৷
@upasanas1185
@upasanas1185 4 жыл бұрын
প্ৰায় প্ৰতিদিনেই শুনো...মোক বিমুগ্ধ কৰি তোলা গীতটো💙💝
@kapsdbro6248
@kapsdbro6248 Жыл бұрын
It's a soulful rendering. Mind blowing
@arindamlahon
@arindamlahon 4 жыл бұрын
ৰূপম দা, নতুন প্ৰজন্মৰ শিল্পীসকলৰ ভিতৰত আপোনাৰ সৃষ্টিবোৰ সম্পূৰ্ণ সুকীয়া যেন লাগে। শুনি বৰ ভাল লাগে।
@jitumanidas6364
@jitumanidas6364 7 жыл бұрын
every night i go to bed by hearing one or two evergreen assamese song in ur voice .
@anupamsaikia2920
@anupamsaikia2920 4 жыл бұрын
He is really amazing Singer
@malagogoi6294
@malagogoi6294 6 жыл бұрын
ইমান ভাল লাগিল , ৰূপম আগুৱাই গৈ থাকা শুভেচ্ছা থাকিল ।
@putulgogoi1205
@putulgogoi1205 7 жыл бұрын
rupom da simple living singer kin2 rupom da ganbur bht heard june tune gabo nuwaribo.ganburot madokota ase.thanks rupam da
@rupambhuyan3848
@rupambhuyan3848 7 жыл бұрын
Thanks Putul Gogoi
@androidguru9856
@androidguru9856 6 жыл бұрын
Moi assames singer ar bhitarat Rupam da k bahut val pao..baki zuben suben ak moi val napao aru aji kali bihu bor bihu nahai .sai bor jen disco party at Gov gaan .!!
@KaushikvlogsTamulpur
@KaushikvlogsTamulpur 2 ай бұрын
So smooth voice .rupam da
@pktaye4081
@pktaye4081 2 жыл бұрын
Rupam you're unique among the singers of assamese songs. Keep it up and rendering your services to ours society for developed assamese culture. I love you so much.
@arupjyotigogoi1351
@arupjyotigogoi1351 6 жыл бұрын
সঁচাই আপোনাৰ সুৰবোৰ আমাৰ বুকুত আনন্দৰ অশ্ৰু নিগৰে।
@PrasantaMahanta-y5u
@PrasantaMahanta-y5u Жыл бұрын
সচাঁই সুন্দৰ গাইছে আপুনি।মন চুই গ'ল।
@Meghraaj100
@Meghraaj100 4 жыл бұрын
Rupam Da.... Apunar konthot puroni geet bure no pran pai uathe.. Thank you for giving us these beautiful melodies!!
@puspanjaligogoiboruah5992
@puspanjaligogoiboruah5992 8 ай бұрын
বকুল আৰু শেৱালি অসমীয়াৰ আমঠু কলিজা---দুয়োটা গীতেই ৰূপত ভূঞাই প্ৰাণ ধালি‌ গাইছে----আজি শুনিলো
@swapnaliborgohain7258
@swapnaliborgohain7258 4 жыл бұрын
ৰূপম... তোমাৰ কণ্ঠৰ গভীৰতাই যিকোনো গীতৰ সৌষ্ঠৱ বঢ়ায়... All the best..👍👍
@jerinaaraahmeda2258
@jerinaaraahmeda2258 7 жыл бұрын
this is called Dedication to a song!very soft...
@rupambhuyan3848
@rupambhuyan3848 7 жыл бұрын
jerina ara ahmeda thanks
@anupamsaikia2920
@anupamsaikia2920 4 жыл бұрын
You are our inspiration Rupam Da . May God bless you always 💐
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
Extraordinary Singing When Singing ceased also Vibrates in the Memory ......!!
@anantaborgohain3971
@anantaborgohain3971 2 жыл бұрын
Rupam da, I like your voice. And like as Lt. Jayanta Hazarika!
@sivakalita1647
@sivakalita1647 5 жыл бұрын
RUPAM DA AJI APONAK LOG PAI BAHUTE VAL LAGIL , APONR GAAN BOR HOME THITER HUNI THAKO , KOT THAKO NIJOKE PAHORI JAO , BAHUTE VAL LAGE, GOD bless you DADA.... best of luck ,
@triptidevi3676
@triptidevi3676 7 жыл бұрын
rupam da apunar geetbur sadai vl lge... aru ane geetor babe asabadi hoi rolu
@Rk-kc5jv
@Rk-kc5jv 8 жыл бұрын
Gaan2 eman val lage j hunile huni thakibo mn jaai ...hasake bhut val gaixe rupom da..
@babulkalita1566
@babulkalita1566 Жыл бұрын
সুমধুৰ কণ্ঠ। ভাল লাগিছে শুনি।
@ujjaldutta9237
@ujjaldutta9237 Жыл бұрын
সুৱদী কণ্ঠৰ সুৱদী গীত ৷ ভাল লাগিল দাদা ৷
@ratnamaniray4128
@ratnamaniray4128 5 жыл бұрын
Rupam Da Borhia👌👌👌👌tatokoi eman simply ganbur gay apuni aruuu mozzzzzzzaaaaa
@kumarmridul7556
@kumarmridul7556 4 жыл бұрын
এইয়াই সংগীত, এইয়াই গায়কৰ আচল talent, যাক কোৱা কোৱা হয় শিল্পী। নৱ প্ৰজন্মই আপোনাৰ পৰা শিকিব লাগে। শাস্ত্ৰীয় সংগীত ৰ চৰ্চালৈ ভয় কৰি আজিৰ নৱ প্ৰজন্মই গায়ক হবলৈ চেষ্টা কৰে। এজন গায়ক হবলৈ শাস্ত্ৰীয় সংগীতৰ দখল থকাটো অত্যন্ত জৰুৰী বুলি মই ভাবো। ৰূপম দা আপুনি সদায় সুখত থাক ক ।
@bhaskarbhuyan30
@bhaskarbhuyan30 8 жыл бұрын
Rupam da, this song is so refreshing. Everytime, I browse for Assamese songs I get a hundred songs popping up in the search results that are shallow, chaotic and poorly composed with no lyrical evidence. I kind of get frustrated seeing the ruthless killing of the language in their lyrics and trying to put a futile effort in making them sound like Hip Hop, most of them rather sounds like a Bhojpuri song. And then when I listen to your numbers and I find myself relaxed. they are all such treat to the ears. Thanks Dada again for offering us these beautiful songs!
@birensabhapandit4031
@birensabhapandit4031 4 жыл бұрын
Bormonot
@rampotipegu6518
@rampotipegu6518 4 жыл бұрын
Pran dhali goise... Bohut vl lagise... God bless you ❤
@KaushikvlogsTamulpur
@KaushikvlogsTamulpur 2 ай бұрын
স্পষ্ট সুৰ rupam da .vl lagil gan tu
@santanuphukan4109
@santanuphukan4109 8 ай бұрын
Rupomm, dearest child, am so very proud of you!!!¡!! May you blossom forever ❤❤❤❤
@rinkudas3941
@rinkudas3941 4 жыл бұрын
গানতু আপোনাৰ জীৱনৰ লগত বৰ বেয়া কৈ মিলি গল।ভবা নাছিলো এনেকুৱা হব বুলি
@anjanasaha1239
@anjanasaha1239 4 жыл бұрын
সুন্দৰ কণ্ঠ স্পষ্ট উচ্চাৰণ, শুনি ভাল লগা ধন্যবাদ জনালোঁ
@kushalpanyang7603
@kushalpanyang7603 4 жыл бұрын
Apunar geet xunile xuni thkibole mon jai 😍😍😍
@dwipendeka946
@dwipendeka946 4 жыл бұрын
গীতটো শুনি মন ভৰি গল ।শুভেচ্ছা জনালো ।
@devajitkalita1003
@devajitkalita1003 4 жыл бұрын
ৰূপম দা বাইদেৰ মৃত্যুত আপোনাৰ সমানেই দূখৰ সমভাগী হৈছো😓 সকলোতকৈ বেছি বেয়া লাগিছে কণমানিটিৰ বাবে, যি মাতৃ স্নেহৰ পৰা বঞ্চিত হ'ল😓😓 কিন্তু উপায় নাই বিধিৰ বিধান। আপুনি সাহসেৰে ধৈৰ্য ধৰি আগবঢ়াক। কণমানিটি আৰু মাইনাক মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিব
@pranjitsharma9146
@pranjitsharma9146 7 жыл бұрын
Thanks Rupam da...also classic composition.
@jitendeuri441
@jitendeuri441 2 жыл бұрын
from yesterday i am listening ur song......
@dharitriphukan2507
@dharitriphukan2507 4 жыл бұрын
Protito ganei bohut dhunia.....aru voice to bohut sweet .....
@jintupator7847
@jintupator7847 6 жыл бұрын
সুন্দৰ কণ্ঠ আৰু সুন্দৰ গীত। ভাল লাগিল বহুত।
@manashibaruah1795
@manashibaruah1795 4 ай бұрын
ৰূপম ভূঞাৰ গীত অতিকে অনন্য।
@abhijeetvirat9361
@abhijeetvirat9361 4 жыл бұрын
ৰূপম দা আপোনাৰ প্ৰতিটো গানেই মোৰ অতি প্ৰিয়😍😍😍
@rajashreedevi701
@rajashreedevi701 6 жыл бұрын
Keep singing dear Rupam. Your voice is too good and the way you sing just touches the soul. Good wishes.
@parashgoswami264
@parashgoswami264 2 жыл бұрын
So soothing ....u have gift of God....and we are blessed to hear you....
@khokansarkar1483
@khokansarkar1483 2 жыл бұрын
Excellent ৰূপম দা
@meetalidas12
@meetalidas12 7 жыл бұрын
very nice.. Rupam
@hemanfreefly
@hemanfreefly 8 жыл бұрын
apuanr gaan tamam val lage rupam da.. live sabo mon jai.. juar porot gan to mur bohut val lage... wish u success ahed..
@subratgogoi
@subratgogoi 8 жыл бұрын
eitu kaar gaan?
@pummysinha5728
@pummysinha5728 6 жыл бұрын
Soothing rupam da... 👌👌
@rakibahmed-qr7gb
@rakibahmed-qr7gb Жыл бұрын
Mur bohut morom thakil rupam da.
@ripkumarsaikia
@ripkumarsaikia 6 жыл бұрын
One of my favourite song.. Monot nai kiman bar xunilu... Rupom... My best wishes always with you.. also have the privilege to learn from you on a workshop at new delhi. Waiting for your new release. Take care
@dr.lakshyasarma195
@dr.lakshyasarma195 5 жыл бұрын
বৰ ভাল লাগিল। এনেকুৱা প্ৰয়াসে নতুন প্ৰজন্মৰ মাজত জ্যোতিষ ভট্টাচাৰ্যৰ দৰে মহান শিল্পীক নতুনকৈ চিনাকি কৰাই দিব।
@jyotshnalahon9347
@jyotshnalahon9347 4 жыл бұрын
তোমাৰ কণ্ঠৰ গান মোৰ বিৰাত ভাল লাগে আৰু নতুন গান ওলিয়াবা চোন, জয়ন্ত হাজৰিকাৰ কণ্ঠ ৰ লগত মিল থকা যেন পাও।
@parijatsaikia5509
@parijatsaikia5509 6 жыл бұрын
ৰূপম দাৰ কণ্ঠতহে বেছি ভাল পাওঁ এইটো গীত। আৰু কিমান শুনিলে আমনি লাগিব বাৰু
@NRIPENKUMARDas
@NRIPENKUMARDas 7 жыл бұрын
You have a gifted voice, stay blessed
@rupambhuyan3848
@rupambhuyan3848 7 жыл бұрын
Keep blessing
@cvNababikashbhuyan
@cvNababikashbhuyan 5 жыл бұрын
I love your voice Rupam Da, it just touches my heart
@Divyam2023-j2g
@Divyam2023-j2g 5 жыл бұрын
Bht bhal lage apunar gaan...... Saa pohoror gaantu tu o bhal lage.......
@dilipkumarborthakur
@dilipkumarborthakur 10 жыл бұрын
Excellent Rupam. I desire to hear maximum song of Jotish da/Bhupenda/Jayanta from you. Keep on and also keep on your trend.
@GODSHADOW9
@GODSHADOW9 5 жыл бұрын
Rupam apunar gaan bahut bhai lage karan apuni puranik pahara nai keep it up.
@ranibaruah8358
@ranibaruah8358 9 ай бұрын
My all time favourite Assamese singer,God bless you
@knowledgeandinformation6494
@knowledgeandinformation6494 4 жыл бұрын
Apunar konthoi hridoy sui jai rupom daa ...enekoie hodai xadharon manuh hoiei thaki axadhoron konthere puhor bilai jabo
@ranjangogoi9771
@ranjangogoi9771 5 жыл бұрын
rupamda aapuanr matot bhut bastu bisari pau .......bhut val gai aapuni bhut
@sujatachutia6406
@sujatachutia6406 5 жыл бұрын
Love your voice.. Such an awesome
@paporichutia1485
@paporichutia1485 7 жыл бұрын
so sweet...rupam da
@SG-jk7eu
@SG-jk7eu Жыл бұрын
Such a soothing voice 🥺❤️ who are here in 2023 ❤️❤️
@probintaid3331
@probintaid3331 5 жыл бұрын
Rupam da apunar konthot rabha sangeet hunibole bor mon jaii
@debajaniboarh1323
@debajaniboarh1323 5 жыл бұрын
Rupam Daa... excellent singing ... it is a true song in real sense..and your voice has taken the song to an another level...
@nitumanisarmah3469
@nitumanisarmah3469 4 жыл бұрын
One of my favourite song you nailed it bro
@shreoshisaha6630
@shreoshisaha6630 5 жыл бұрын
Such a soothing voice ♥️
@hamzachaudhury5886
@hamzachaudhury5886 4 жыл бұрын
Touching...চূই যায়!!!
@sumit7887
@sumit7887 3 жыл бұрын
Rupam Bhuyan is the best and most quality singer after Zubeen Daa. He is the most honest Assamese artist I have ever seen hitherto.
@dr.gunajitdas2395
@dr.gunajitdas2395 6 жыл бұрын
Da bohut val lagil xuni. Apunar sokolobor gaan val lage.
@anamikars8118
@anamikars8118 3 жыл бұрын
আপোনাৰ গানবোৰ মোৰ প্ৰতিটো নিশাৰ লগৰী ❤
@sumit7887
@sumit7887 3 жыл бұрын
Such a soothing voice!
@lipikabarman5937
@lipikabarman5937 3 жыл бұрын
Baki eko nakau... ❤❤
@streetforum1061
@streetforum1061 4 жыл бұрын
দাদা 😍 আপোনাৰ সকলোৱে miss কৰিব
@GuninDuarah-tm1kc
@GuninDuarah-tm1kc Жыл бұрын
Oh khub bhal lagil
@tridibkalita6061
@tridibkalita6061 4 жыл бұрын
Bohut dhunia Da
@prasantasarmah.3121
@prasantasarmah.3121 8 жыл бұрын
সুন্দৰ…………
@rupambhuyan3848
@rupambhuyan3848 8 жыл бұрын
Thanx
@debasishduara3093
@debasishduara3093 4 жыл бұрын
Talked about this song, wonderful, will certainly be an evergreen number
@digantadeka6716
@digantadeka6716 8 жыл бұрын
rupam daa you know your songs are ever green song...like the best thing that i like most in your song you select meanigfull song...you never sing some useless song for being famous...you follow the line(IT IS BETTER TO HAVE 100 MUSIC LOVER LISTENERS INSTEAD OF HAVING 10000 UNCIVILIZED LISTENERS)...so we are with you keep going on rupam daa..best of luck..i m your grt fan of your voice,your song and specially of your creation
@dhrubachoudhury8030
@dhrubachoudhury8030 3 жыл бұрын
beautiful . Perfect tone. God bless. 🌷🌷🌷
@pankajdutta3320
@pankajdutta3320 4 жыл бұрын
Bohut val lgil dada
@sangitasaikia2927
@sangitasaikia2927 2 жыл бұрын
Heart touching ....masterpiece
@rulamonisarmah3758
@rulamonisarmah3758 3 жыл бұрын
Beautiful rupam
Borkha Ritu Val Pao by Rupam Bhuyan
5:57
rituporna gogoi
Рет қаралды 168 М.
From Small To Giant 0%🍫 VS 100%🍫 #katebrush #shorts #gummy
00:19
How Much Tape To Stop A Lamborghini?
00:15
MrBeast
Рет қаралды 261 МЛН
One day.. 🙌
00:33
Celine Dept
Рет қаралды 66 МЛН
ТВОИ РОДИТЕЛИ И ЧЕЛОВЕК ПАУК 😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 7 МЛН
গধূলি বেলা(Gadhuli bela)
4:53
Gitimallika Gogoi
Рет қаралды 31 М.
Coke Studio Season 9| Afreen Afreen| Rahat Fateh Ali Khan & Momina Mustehsan
6:45
Coke Studio Pakistan
Рет қаралды 545 МЛН
Boroxa Tumar Meghali Sokut - Rupam Bhuyan
5:12
Kenny DB Films
Рет қаралды 223 М.
যোৱাৰ পৰত সৰা শেৱালি _Jowar Porot _Jyotish Bhattacharya
4:52
Porisoy Bihin JP Das
4:45
MADHURJYA DAS
Рет қаралды 774 М.
Jayanta Hazarika Best Assamese Songs
16:58
Rj Box
Рет қаралды 897 М.
From Small To Giant 0%🍫 VS 100%🍫 #katebrush #shorts #gummy
00:19