মাত্ৰ ১৮ বছৰীয়া যুৱকে মাহত ঘটি আছে লাখ লাখ টকা😱

  Рет қаралды 193,851

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 514
@chilmilsapun325
@chilmilsapun325 5 ай бұрын
সাধাৰণতে দেউতাকৰ চাকৰি এটা থাকিলে প্ৰায় ল'ৰাই ইমান সৰুৰ পৰাই চিন্তাবোৰ পৃথককৈ কৰিব নোৱাৰে। ব্যতিক্ৰম এই ল'ৰাজন। ভাল লাগিল।
@bidit.cht2448
@bidit.cht2448 5 ай бұрын
ল'ৰাটিৰ কথাবোৰৰ পৰা বুজা যায় , তেওঁ ইতিমধ্যেই এটি পৰিপক্ক মনৰ অধিকাৰী হৈছে , সুন্দৰ ব্যক্তিত্ব গঢ়িব পাৰিছে, সংগ্ৰামৰ মাজেৰে। বহুত ভাল লাগিল , বৰ্তমান তেওঁ আমাৰ সকলোৰেই বাবে এজন আদৰ্শবান ব্যক্তিলৈ পৰিগণিত হৈছে । ভগৱানে তেওঁৰ আৰু উত্তৰণ ঘটাওক ।
@rameshhazarika4932
@rameshhazarika4932 5 ай бұрын
সময়োপযোগী সাক্ষাৎকাৰ ৷ যুৱ ব্যৱসায়ী দেৱাশিস দত্তৰ উজ্জ্বল ভৱিষ্যতৎ কামনা কৰিলো ৷
@Abcassamese
@Abcassamese 5 ай бұрын
আমি লৰাজনৰ পৰা বহুত শিকিব পাৰিছো । লৰাজনৰ ভাৱ চিন্তা আৰু আমাৰ চিন্তা ভাৱ বহুত বেলেগ ।
@dilipsaikia2179
@dilipsaikia2179 5 ай бұрын
১৮ বছৰীয়া ল'ৰা টোৰ কথা আৰু কামৰ বিষয়ে শুনি মই ভাবো,উঠি অহা প্ৰজন্ম বহুত উপকৃত হ'ব। ল'ৰা জনলৈ আশীৰ্বাদ থাকিল।সময়োপযোগী এটা সুন্দৰ সাক্ষাৎকাৰ। ভাল হৈছে। বহুত ডাঙৰ কথা কৈছে।উঠি অহা ল'ৰা -ছোৱালীয়ে এইবোৰ শুনিব লাগে।
@Chinmoybarman111
@Chinmoybarman111 5 ай бұрын
ল'ৰাটোৰ ভাল হ'ব এদিন। মোৰ মনৰ কথা। অসমৰ আম্বানী হওঁক।
@kongkoncreation995
@kongkoncreation995 5 ай бұрын
Yes👍🌺💗
@sabitakalita7065
@sabitakalita7065 4 ай бұрын
একদম ভাল কথা কৈছা। ব্যৱসায় আৰম্ভ কৰাৰ লগে লগে যদি ছোৱালীৰ প্ৰেমত পৰে ,বাকীবোৰ নকলেও হব। লিমিট সদায় ৰাখিব লাগে। তুমিও ঠিকেই কৈছা ভাইটি।। ধৈৰ্য্য, বিশ্বাস, আৰু জমা থাকিলে ব্যৱসায় দোপতদোপে উঠি যাব পাৰি কথাষাৰ সম্পুৰ্ণ বিশ্বাসযোগ্য হয়। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@Mitali332
@Mitali332 5 ай бұрын
অপ্ৰিয় হলেও গম পালোঁ যেএইয়াই সত্য -- আজিকালি মানুহে সন্মান টকাৰ জোখেৰেহে দিয়ে লাগিলে সেই সন্মান খন্তেকীয়াই নহওঁক কিয়!!! লৰাজন লৈ অজস্ৰ মৰম জাচিলো আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ 🙌
@G.S.VY146
@G.S.VY146 5 ай бұрын
Moja👍
@binapanichetia582
@binapanichetia582 5 ай бұрын
সুন্দৰ তুমি আগুৱাই যোৱা, ভগৱানে তোমাক সহায় কৰিব ❤😂❤
@assamscience
@assamscience 4 ай бұрын
বিয়া হ'বা নি
@Mitali332
@Mitali332 4 ай бұрын
@@assamscience ?
@assamscience
@assamscience 4 ай бұрын
@@Mitali332 সঁচা কথা কোৱা এদিন এনেও বিয়া হ'বয়ে লাগিব
@animadeka-l2s
@animadeka-l2s 5 ай бұрын
বৰ মৰম লাগিল লৰাজনলৈ।আমাৰ উঠি অহা যুবক সকলে এওঁৰ পৰা কিছু শিক্ষা লক
@ambikakrishna5793
@ambikakrishna5793 5 ай бұрын
তুমি নৱপ্ৰজন্মৰ আদৰ্শ। তুমি আগুৱাই যোৱা। আৰ্শীবাদ কৰিছোঁ।
@bholaramboro2771
@bholaramboro2771 5 ай бұрын
প্ৰকৃত অসমীয়া কেতিয়াও এলেহুৱা নহয়, এওঁ প্ৰকৃত অসমীয়াৰ সন্তান। 👍👍👍
@DiptiChetia-bs5vh
@DiptiChetia-bs5vh 5 ай бұрын
লৰাজন আম্বানিি হবলৈ গৈ আছে । আগবাঢ়ি যাওক আশীৰ্বাদ থাকিল ।
@sunnylaskar3427
@sunnylaskar3427 5 ай бұрын
Right
@JyotirmoyBarman-s5g
@JyotirmoyBarman-s5g 5 ай бұрын
Negative voice
@ranjitadeori6018
@ranjitadeori6018 5 ай бұрын
তোমাৰ নিচিনা ল'ৰাৰ পৰা উঠি অহা চামে অনুকৰণ কৰিব লাগে ❤❤❤
@PronotiMohon
@PronotiMohon 5 ай бұрын
সাহসেই লক্ষী। মনোবল অধিক তোমাৰ ।❤
@anjumonidas7112
@anjumonidas7112 5 ай бұрын
ভাইটি তুমি আগুৱাই যোৱা ।তোমালৈ আশীৰ্বাদ থাকিল।
@nirjugogoi2832
@nirjugogoi2832 5 ай бұрын
ভাল লাগিল তোমাৰ ভিডিঅ চাই ধন্যবাদ জনাইছো ঈশ্বৰে মংগল কৰক তোমাক
@khaifkhan9894
@khaifkhan9894 5 ай бұрын
ভবিষ্যত আছে ভাই টোৰ। শুভেচ্ছা থাকিল ❤
@Jinku-m1q
@Jinku-m1q 5 ай бұрын
তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। আগলৈ আগবাঢ়ি যোৱা
@Abhijit_Boruah_
@Abhijit_Boruah_ 5 ай бұрын
তোমাৰ কথাখিনি শুনি বহুত বহুত ভাল লাগিল তুমি আগুৱাই যোৱা তাৰে কামনা কৰিলো তোমাৰ উজ্জ্বল ভবিষ্যত কামনি কৰিলো❤❤❤❤🎉
@M17-f5l
@M17-f5l 5 ай бұрын
তোমালৈ বহুত বহুত শোভকামনা জনালোঁ ভাইটি৷ভগৱানে আৰু আগবাঢ়ি যোৱাত সহায় কৰক তকো কামনা কৰিছোঁ৷তোমাৰ চিন্তা ধাৰাৰদৰে আৰু হাজাৰটাৰ হওক৷❤❤❤❤
@rupabaruahchangmai8585
@rupabaruahchangmai8585 5 ай бұрын
লৰাটোৰ কথাবোৰ বহুত ভাল লাগিল। আগবাঢ়ি যোৱা। আশীৰ্বাদ কৰিছো।
@nabaudaygolaghatvlogs7210
@nabaudaygolaghatvlogs7210 5 ай бұрын
আমি ল'ৰাটোৰ পৰা বহু শিকিব পাৰিছো। শুভকামনা থাকিল আগুৱাই যোৱা ।
@madhurjyagogoi2211
@madhurjyagogoi2211 5 ай бұрын
তোমালৈ মোৰ হিয়াভৰা শুভেচ্ছা জনালোঁ অনাগত দিনৰ বাবে৷ ভবিষ্যত তোমাৰ উজ্জ্বল কামনা কৰিলোঁ৷
@RekhaKalita-rn2gi
@RekhaKalita-rn2gi 5 ай бұрын
আগুৱাইযোৱা আৰু সফল হোৱা। তোমাৰ কথাৰ পৰাই অনুমান কৰিব পাৰি এদিন তুমি বহুত আগবাঢ়ি যাবা।
@HasibRahim07
@HasibRahim07 5 ай бұрын
ইমান কম বয়সতে ব্যৱসায়ৰ প্ৰতি আকৃষ্ট হোৱাটো সহজ কথা নহয়।
@MahatKhakhulary-kc3uz
@MahatKhakhulary-kc3uz 5 ай бұрын
বহুত বহুত শুভকামনা থাকিল ।
@basantaozah1313
@basantaozah1313 5 ай бұрын
বিশ্বনাথ চাৰিআলি নগাঁৱৰ এজন প্ৰৱল যোগাত্মক শক্তি সম্পন্ন ল'ৰা । আহিবলগা দিনত আৰু সফলতা লাভ কৰক । তাকে কামননা কৰিলো । মই আপোনাৰ ভিডিও প্ৰায়েই চাঁও । সাহিত্য সংস্কৃতিক লৈ আপোনাৰ ষ্টুডিওৰ মজিয়ালৈ যোৱাৰ দুৰ্ব্বাৰ হেঁপাহ আছে ।
@sinmoy600
@sinmoy600 5 ай бұрын
Salute to you brother 🫡 kotha khini e bohut motivate krile... ❤
@rupalibardhan2698
@rupalibardhan2698 5 ай бұрын
বহুত ভাল লাগিল। এনেকৈ আগুৱাই যোৱা🎉🎉
@saramadutta8977
@saramadutta8977 5 ай бұрын
বহুত আগলৈ যোৱা ডেকা ল'ৰা আশীৰ্বাদ থাকিল ।
@bonditabaruahdutta745
@bonditabaruahdutta745 5 ай бұрын
বহুত ভাল লাগিল ।এনেদৰে আগবাঢ়ি যোৱা 🎉🎉🎉
@rijubhuyan3644
@rijubhuyan3644 5 ай бұрын
JJS লৈ বহু আশীর্বাদ। এনেধৰনৰ vdoবোৰে লৰা-ছোৱালীহতঁক উৎসাহিত কৰাত সহায় যোগাইচা। লগতে লৰজনলৈও বহুত বহুত আশীর্বাদ থাকিল।
@himanshugogoi22
@himanshugogoi22 5 ай бұрын
Bhaiti savings kori thakile money r real value tu 5 bosor pist same nathakibo.... invest koriba ...baki bhl lagil kotha bur❤
@viss75978
@viss75978 5 ай бұрын
He laahe laahe khiki bo dada apunak chinta koribo nalege😅
@protimahazarika8515
@protimahazarika8515 4 ай бұрын
Apuni sage lora jonotkoi base vl km kori ase nohoise ??
@manjudaschoudhury2224
@manjudaschoudhury2224 5 ай бұрын
সুন্দৰ ভাবধাৰা তেওঁৰ। ভগৱানে ম্ংগল কৰক❤❤
@DenibikashPhukan
@DenibikashPhukan 5 ай бұрын
কথাবোৰ শুনি বহুত ভাল লাগিল 😊😊😊 বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো 🙏🙏 এনেকৈয়ে আগবাঢ়ি যোৱা😊😊
@Nihartha000
@Nihartha000 5 ай бұрын
বহুত বহুত শুভকামনা থাকিল বন্ধু।🎉
@Dipanjoli2.023
@Dipanjoli2.023 4 ай бұрын
ভালদৰে কাম কৰি যোৱা চাবাচোন তুমি এদিন আকাশ চুই দিবা গৈ best' of luck
@trithathengal1177
@trithathengal1177 5 ай бұрын
তোমালৈ‌ বহুত শুভেচ্ছা থাকিল আৰু আগলৈ আগোৱা জোয়া।
@kunuborah988
@kunuborah988 5 ай бұрын
Eman Kom age te bhut positive sinta dhara , vaiti aru aaguwai juwa tumi, God bless u
@don--yt6286
@don--yt6286 4 ай бұрын
আগবাঢ়ি জোৱা ভাইটি।সফল হবা। তুমি এজন ভাল মানুহ হবাই।মানুহৰ কথা নুশুনিবা।ধৈজ্য ফল মিঠা।❤❤❤
@mamonibhuyan2669
@mamonibhuyan2669 5 ай бұрын
সুন্দৰ কথাবোৰ জানি ভাল লাগিল। আগুৱাই যোৱা। শুভ কামনা থাকিল।
@renusaikia2749
@renusaikia2749 4 ай бұрын
বয়স অনুপাতে তোমাৰ অভিজ্ঞতা বহুত বেছি । বৰ ভাল লাগিল , আগবাঢ়ি যোৱা, জীৱনত বহুত উন্নতি কৰিব পাৰিবা , আশীৰ্বাদ থাকিল
@bijitsaikia1491
@bijitsaikia1491 5 ай бұрын
মৰমলগা ভাইটিটোৰ কথাখিনিয়ে বাৰুকৈয়ে কিবা শিকাই গ'ল। তোমাৰ ভৱিষ্যতৰ কৰণীয় বিলাক নিষ্ঠা আৰু সততাৰে কৰি আগবাঢ়ি যোৱা। তোমাৰ কৰ্ম আজিৰ এচাম নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হওঁক তাৰ বহুত বহুত কামনাৰেই...
@diptimedhi9376
@diptimedhi9376 5 ай бұрын
বহুত ভাল লাগিল । তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
@RuliChangmai-cw9ut
@RuliChangmai-cw9ut 5 ай бұрын
ভাল লাগিল তোমাৰ কথাৰ পৰা
@CommandoShilpa
@CommandoShilpa 5 ай бұрын
Aguwai jua Bhaiti…Bohut bohut Xubhokamona thakil🙏🙏🙏
@AnuragBorah-v3s
@AnuragBorah-v3s 5 ай бұрын
আশীবাদ থাকিল আগবাহি যোৱা❤❤❤
@PadmabatiBasumatary-wg8mf
@PadmabatiBasumatary-wg8mf 5 ай бұрын
Tumar utjal bhaitsat kamala korisu aru aguway java buli
@porsubakti112
@porsubakti112 5 ай бұрын
চাবলগিয়া ভিডিঅ চাই ভাল লাগিল সুন্দৰ মানুহৰ ভুল হলেও শিক্ষা পাই
@nirmalisarmah9591
@nirmalisarmah9591 5 ай бұрын
Ajir dinot enekua sinta dharar lora pabole tan ....aru aguai jua
@sulekhasaikia4951
@sulekhasaikia4951 5 ай бұрын
Agurai juwa bhati 👍aru vlke km kri jwa❤from Dibrugrh
@sofikulislam7533
@sofikulislam7533 5 ай бұрын
আল্লাহ ই আৰু আগবঢ়ায় নিয়ক।ধন্যবাদ
@DipaBaruah-m8l
@DipaBaruah-m8l 5 ай бұрын
তোমালৈ আশীবাদ থাকিল আৰু আগোৱাই য়োৱা
@chinmoydeka131
@chinmoydeka131 5 ай бұрын
আৰু আগবাঢ়ি যোৱা দাদা... ❤
@hemantapallabsaikia1947
@hemantapallabsaikia1947 5 ай бұрын
আজি ভিদিঅ টো চাই বহুত উপকৃত হলো। বহুত উৎসাহ পালোঁ। ধন্যবাদ বা
@Junalidutta08
@Junalidutta08 5 ай бұрын
কথাবোৰ শুনি বহুত বেছি ভাল লাগিল
@junphukan2773
@junphukan2773 5 ай бұрын
Comment ata nidea koi nuarilu aru, Bhut bhut val lagil ❤❤❤❤
@pronitabaruah-on9of
@pronitabaruah-on9of 5 ай бұрын
Bohut bhal lagil tumar kotha huni❤❤❤
@amiyagogoi9707
@amiyagogoi9707 5 ай бұрын
তোমালৈ বহুত বহুত শুভ কামনা যাছিলো, আগলৈ আগবাহি যোৱা 👍👍👍
@najima39
@najima39 5 ай бұрын
Bhut smart lora aguwai jwa❤tumi
@dimpidas4902
@dimpidas4902 5 ай бұрын
Tmi 🔥🔥🔥🔥🔥bro❤God bless u ❤amr eiphalor lora😊Sai vl lgil bhutt...
@bimanburagohain6453
@bimanburagohain6453 5 ай бұрын
Good boy.very telented person.god bless you.
@SubshriSonowal
@SubshriSonowal 4 ай бұрын
Bahut vl lagil ❤🎉I
@Abinashbordoloi7350
@Abinashbordoloi7350 5 ай бұрын
বহুত বহুত শুভ কামনা থাকিল ❤❤❤ আগুৱাই যোৱা
@DhanjitRabha-hb2ry
@DhanjitRabha-hb2ry 5 ай бұрын
Bhaitir kothabur ekdom Val lagile ❤❤
@kalpanadevi5911
@kalpanadevi5911 5 ай бұрын
Bahut val lagil tomer kthabor tomer vabishat val habo
@pankajdas98
@pankajdas98 5 ай бұрын
Mur bhaitir boyoxor val lagil Sai moi video tu dokhabo parim xosai koisu adin val hbo kothabur xuni bohut val lagil
@binapanichetia582
@binapanichetia582 5 ай бұрын
আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰিব। বহুত ভাল লাগিল।❤😂❤
@DibakhiRabha
@DibakhiRabha 4 ай бұрын
Kotha bur khuni bhal lagil aruo khosa kotha ❤❤❤❤❤
@sabitahazarika1839
@sabitahazarika1839 5 ай бұрын
বহুত বেছি ভাল লাগিল আৰু আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল
@rjmodefication9452
@rjmodefication9452 5 ай бұрын
Vaite Tumi bohut dhunia kam kori asa .. aru aguwai jua ❤
@DipaliGogoi-xn4gv
@DipaliGogoi-xn4gv 4 ай бұрын
Dipaligogoi🙏👌👌👌🤩🤩
@anjubharali9773
@anjubharali9773 5 ай бұрын
Mesurity Manisu go ahead good bless you very much 🙏🙏
@SajidAlam-vm2es
@SajidAlam-vm2es 5 ай бұрын
Akdom right Kotha👍👍👍
@KrishnaramBordoloi-so8nl
@KrishnaramBordoloi-so8nl 5 ай бұрын
মইনো নহয় আচলতে আমি এই পোনাটিৰ যি ভবিষ্যত নিধী লগতে শিক্ষাৰ পৰিকলা তাক নব পজন্মই যাতে দৃঢ়তাৰে লয় নিশ্চয় সকলোৱে সফল হব লগতে শিশু টিলৈ আশিশ প্ৰদান কৰিলো । কৃষ্ণ । । । ।
@Tralukya99
@Tralukya99 5 ай бұрын
Proud of you bro...."🎉🎉❤❤"
@bimolakhanikor870
@bimolakhanikor870 5 ай бұрын
তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
@rumisunowal8618
@rumisunowal8618 5 ай бұрын
Wow. Nice video . Congratulation.
@LuknathBoruah-i2y
@LuknathBoruah-i2y 5 ай бұрын
Very good job vaiti❤❤❤
@tapanchutia944
@tapanchutia944 5 ай бұрын
debash da ❤ i love bijness..........
@utpolgogoi7553
@utpolgogoi7553 5 ай бұрын
Yak moi agr pora saw boila farm thoka pora aji apunr yt anke dekhii val lgill
@MinamaiBorah
@MinamaiBorah 4 ай бұрын
Timon Tumar pragem tu salu bohut val lagise
@ankurkrborah4700
@ankurkrborah4700 5 ай бұрын
Vl lgil ..huvessa thakil
@dipikadas8032
@dipikadas8032 5 ай бұрын
Bohut val lagise deha tumar kotha xuni
@nirupoomachoudhury2448
@nirupoomachoudhury2448 5 ай бұрын
Bhut val lagil loratur sinta dhara kotha botora bur xuni .tar ujjol bhobishot kamona korilu ❤❤❤
@Paparidhruba
@Paparidhruba 5 ай бұрын
Motivational video.......Val lagile.....❤❤❤❤❤
@SochikantaPegu
@SochikantaPegu 5 ай бұрын
Duniya lagise dadar pora bohut Kota buji palu
@beautygayan90
@beautygayan90 5 ай бұрын
দুটামান কমেণ্ট পঢ়িলো ইমান বেয়াকৈ লিখেনে ?দেবাশীষ তোমাৰ টোতেই দেৱতাৰ আশীষ আছে চিন্তা না ই আগুৱই যোৱা ।❤❤❤
@_harshajit_borah_7324
@_harshajit_borah_7324 4 ай бұрын
Val lagile tumar kotha bur. Agbarhi juwa
@KangkanGogoi-u1c
@KangkanGogoi-u1c 5 ай бұрын
Mur bondhu debashis horur porai tumak support krilu...aru kri thkim agbarhi jwa ❤
@ajantadas772
@ajantadas772 5 ай бұрын
Bht bhal lagil dei baba aguwai jowa 🎉
@anupamaboro8728
@anupamaboro8728 5 ай бұрын
বৰ ভাল লাগিল।
@gyanjyotigogoi-su7gb
@gyanjyotigogoi-su7gb 5 ай бұрын
Val lagil.aguai jua tumi
@noyonmoni1909
@noyonmoni1909 4 ай бұрын
ভাইটী তুমি এদিন অসমৰ আম্বানী হৈ থিয় দিবা। কাৰণ তোমাৰ বহুত টেলেনত আছে।
@_Megha.g_
@_Megha.g_ 4 ай бұрын
Bro's maturity lvl🙌 Keep going bro❤
@rajdeepborah3711
@rajdeepborah3711 5 ай бұрын
Mur age 21 moi State govt r ata xru job kri asu xi mutkoi xru ...kintu xi kua business related ktha khini Mur mukhr ktha kua nisina lagile ..Mur xru pora a business kribo mn bhut business idea mind t ase...kintu start kribo pora ni job, business ,study ....kuntu krim vabi a pua ni
@Dharitridevivlog1450
@Dharitridevivlog1450 5 ай бұрын
Step luwa and grow kora mur mote aito NOHOI je business akol Plus point tumar juntu mon heito koriba because success rate tu business aji dinot bohut Kom tar majot tumar ata unique mindset lagibo no jodi hosake Tumi business koribo mon ase koriba moiu tumar nisinake korim vabisilu business mur ১৭ year hoise but moi ficical business start nokori affiliate marketing korilu and moi hosa kole bohut time disilu ata time ot val income Boni asil monthly 10000 man but aibar mae kole hs di lua tar pst koriba so atia ako aribo loga hol🥺
@nkCreation85
@nkCreation85 5 ай бұрын
Sakori kori lav nai bro soli thakibo pari aru
@ArpitaBaidya123
@ArpitaBaidya123 5 ай бұрын
Job kori thaka logot pohi thaka alpo alpo koi poisha gutua business kora manu logai biswashi manu logai
@rajdeepborah3711
@rajdeepborah3711 5 ай бұрын
@@Dharitridevivlog1450 Tqsm❤️Tmiu lahe lahe strt kriba hs di lua 🤝
@rajdeepborah3711
@rajdeepborah3711 5 ай бұрын
@@nkCreation85 right income r rasta Ajir dint ata hole nhbo kebatau income source lage ..
@Luhitpegu-ik6ki
@Luhitpegu-ik6ki 5 ай бұрын
Congratulations God always bless you 🙏
@AnkitaGogoi-bz8qr
@AnkitaGogoi-bz8qr 5 ай бұрын
Hosai manib lgib dei asorit aru vlke aguai jua ajikali kiman dangr dangr lorai mobile sai xui bohi ane thake
@Jinku-m1q
@Jinku-m1q 5 ай бұрын
তুমি বহুত ধুনীয়া ধুনীয়া কথা কৈছা। শুনি ভাল লাগিছে।
@nishukniyorentertainment2248
@nishukniyorentertainment2248 5 ай бұрын
Right bhai same condition Mur logot mili goise life story tu business kora jonehe jane kiman kosto
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 15 МЛН
So Cute 🥰 who is better?
00:15
dednahype
Рет қаралды 19 МЛН
Life Struggle Of A Boy
47:05
JSS Unscrripted
Рет қаралды 309 М.