এনেকুৱা অমানৱীয় অত্যাচাৰ কৰা মানুহৰ কি শাস্তি হোৱা উচিত?😡😡

  Рет қаралды 294,254

JSS Unscrripted

JSS Unscrripted

4 ай бұрын

Пікірлер: 381
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx 4 ай бұрын
আপোনাৰ ধৰ্য্য , সহনশীলতা , দূৰদৰ্শীতা, শলাগীব লগীয়া, লগতে প্ৰকাশ ভংগী অতি সুন্দৰ। সেই ল'ৰা জন আপোনাৰ স্বামী হোৱাটো অতি দুৰ্ভাগ্য জনক আছিল। তাক সাফলাংকাৰ ডাংকাতীৰ দযৰেহে এজনী আনি দিব লাগিছিল।
@rijujitu2914
@rijujitu2914 4 ай бұрын
সদায় গিৰিয়েক জন ভাল হব লাগে আনৰ কথা শোনা হব নালাগে মানুহগৰাকীৰ ওপৰত বিশ্বাস কৰি সংসাৰ চলাই নিব লাগে
@siddharthasankarkashyap6058
@siddharthasankarkashyap6058 3 ай бұрын
ভালেই কৰিছে এনেকুৱা কাহিনী বোৰো শুনিব লাগে মানুহে। সদায় অভিনেতা অভিনেত্ৰী বোৰকে যে দেখাব লাগে কথা নাই।
@bonolatavlog5580
@bonolatavlog5580 2 ай бұрын
মোৰ একে অৱস্থা মই বহুত অশান্তিত দুটা বছৰ পাৰ কৰিলো ।মোক বিয়া হোৱা পিছৰপৰাই শহু শাশু বাইক ভনিয়েক সকলোয়ে মিলি মাৰিম কাতিম বুলি কই কিন্তুু মোৰ স্বামিয়ে এদিনো মোৰ হৈ মাত নিদিলে শেষত নিজৰ আৰু মোৰ লৰাটো জীৱন বছাবৰ বাবে ঘৰলে গুচি আহিলো।নিজৰ স্বামীজন যদি ভাল নহয় সেইখন সংসাৰ কেতিয়াওঁ সংসাৰ হৈ নাথাকে।
@hiyamowvlogs2650
@hiyamowvlogs2650 2 ай бұрын
Muru ekei aji 11bosor hol.. moi kintu ghor eri juwa nai ekmatro mur suwalik jonir karone...
@pampibarman3068
@pampibarman3068 Ай бұрын
Muru eke ai agi 7 years hol husband ghr r manhu e bohut physical aru mentally harassment kore..kebal suwali jni or babe jiai asu.. Suwali independent nahole ketia o bia hobo nalage nahole mori mori jiai thakibo lage.
@ilumonisonowal7678
@ilumonisonowal7678 4 ай бұрын
তোমাৰ যে ইমান ধৈয্য এদিন নিশ্চয় বহুত সুখী হবা ।
@nayanmaninayanmani2
@nayanmaninayanmani2 4 ай бұрын
ইমান কৰাৰ পিছত তেওঁৰ লগত থাকিব নালাগে কিয় আছা অকলে শান্তি ত থাকা নিজে কষ্ট কৰি খোৱা
@VariousVideos94
@VariousVideos94 4 ай бұрын
নাৰীয়ে নাৰীৰ শত্ৰু। কোনো ছোৱালীয়ে তেতিয়া এখন ঘৰৰ বোৱাৰী হৈ, তেতিয়া বোৱাৰী জনীক নিজৰ ছোৱালীৰ দৰে মৰ্যদা দিব লাগে। কাৰণ নিজৰ ছোৱালীয়ে যেতিয়া আনৰ ঘৰৰ বোৱাৰী হিচাপে যাব, তেতিয়া আনৰ ঘৰত গৈ বোৱাৰী মৰ্যদা নাপায় তেন্তে প্ৰত্যেক মা দেউতাই মানসিক যণ্ত্ৰনা ভোগীব লগা হয়।
@radhikakarmakar556
@radhikakarmakar556 4 ай бұрын
মোৰো জীৱনত এনেকোৱা কিছু ঘটনা ঘটি গৈছে অতীতত
@dhiragogoi7663
@dhiragogoi7663 4 ай бұрын
11Qq
@Saanvi25Dec
@Saanvi25Dec 4 ай бұрын
@triptidutta6428
@triptidutta6428 4 ай бұрын
গা শিয়ৰি গৈছে। তাহাতৰ বদনামলৈ কেয়াৰ নকৰি নিজৰ মতে অকলে আগবাঢ়ি যাব লাগিছিল। এনেও তাৰ পৰা কি সহায়নো পাইছিল। ইমান কষ্ট খোৱাৰ যুক্তি বিচাৰি নাপালো । কাৰণ আপুনি সাহসী আৰু তাৰ প্ৰয়োজনীয় সকলো বস্তু আপুনিহে দিছিল।
@MidulaDas-et5ts
@MidulaDas-et5ts 3 ай бұрын
❤❤❤❤❤❤❤ 1:30❤
@MChetia_Assam
@MChetia_Assam 4 ай бұрын
এইবিলাক কাহিনী নিদিবচোন.... I এনেধৰণৰ মানুহক মাৰিলে, পাপ নহয়। ভুল মানুহগৰাকীৰে, বেচি সহ্য কৰি থকাটো পাপ। ইমান জন্তু নিচিনা Husband পৃথিবীৰ কোনো ছোৱালীয়ে ভৱিষ্যতে নেপালেই হল !
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 3 ай бұрын
বহুতো শক্তি পাৱ মানুহে, আপোনাৰ এই কাহিনীটোৰ পৰা, আপুনি সঁচাকৈয়ে ধন্য , মহানুভব।
@northeastnewsky-919
@northeastnewsky-919 4 ай бұрын
ভগৱান আছে বাইদেউ চিন্তা নকৰিব । এদিন ইয়াৰ পৰিত্ৰাণ পাববৈ।
@sangitasonowal2208
@sangitasonowal2208 2 ай бұрын
প্রথম কথা স্বামী ভাল হ'ব লাগিব,তেওঁৰ নিজা বিচাৰ কৰিব পৰা শক্তি থাকিব লাগে। স্বামী ভাল হ'লে হাজাৰ অত্যাচাৰী শাহু- শহু হ'লেওঁ একো কৰিব নোৱাৰে।
@ranjugogoi419
@ranjugogoi419 4 ай бұрын
এনেবোৰ কথা শুনিলে মোৰ চকু পানী ৰখাৰ নোৱাৰো কাৰণ মোৰো এনেকোৱা বহুত হৈ গ'ল লৰা ছোৱালী দুটা বহুত কট্ট ডাঙৰ কৰিলোঁ। ধন্যবাদ থাকিল তোমালৈ 🙏🏽🙏🏽🙏🏽💅💅💅👍👍👍
@utpalborah2179
@utpalborah2179 4 ай бұрын
বহুত সাহসী হৈ চালো বহুত দুৰ্বল হৈয়ো চালো কোনো ফালে সুখী কৰিব নোৱাৰিলো ইহঁতক।গাৰ মাংস কাটি খোৱাবহে বাকী থাকিল।।নিজৰ ঘৰখনত মাজনী দেহাজনী হৈ থকা ছোৱালীজনী আজি আন এখন ঘৰৰ কোলক্ষনী শনি চাকৰী ইত্যাদি ইত্যাদি কম ভাষা নাই।।নাৰী হৈ জন্ম হোৱাটো ভুল পাপ নে অন্য কিবা ।তাতে আকৌ নাৰী অবিহনে বহুতো অভাৱনীয় 😂😂।
@bontisaikia9604
@bontisaikia9604 4 ай бұрын
সদায় মানুহজন ভাল হব লাগে
@lovitarajbongshi802
@lovitarajbongshi802 4 ай бұрын
Acutly husbn jon beci dukhi.. Biya pate kio jodi mukhere ako matibo a noware vul dekhi o... Hosa ke ase da anekowa manuh.. Johora manuh ase..
@RupsD319
@RupsD319 4 ай бұрын
Um. Tenekua motak mota buli Kobo nuari, jar val bea bisar kora Gyan nai aru anekua mota jiye mat matibo nuare wifer hoi.
@Sanjida156
@Sanjida156 4 ай бұрын
Husband tuk mekhela pindhabo he lage.Bia pati valke rakhibo nuare ki koribo o eibure
@utpalborah2179
@utpalborah2179 4 ай бұрын
নাৰী যিমানে সাহসী নহক পৰিস্থিতিত পৰি দুর্বল হব লগা হৈ যায় সকলোৰে কথা শুনিব লগা হয় নাৰীৰ জীৱনতে বহুত কষ্ট বুলি ভাবো।মই নিজে বহুত কষ্ট পাইছোঁ।।আৰু নিজৰ মানুহজন ভাল হলে অলপ শান্তি কিন্তু মানুহজন যদি মাকৰ ফলীয়া হলে শেষ জীৱন।।। লৰাবোৰে মাকৰ কথা শুনি মাইকিক বহুত কষ্ট দিয়ে। মোৰ জীৱনত মই পাইছোঁ এইবোৰ
@RupsD319
@RupsD319 4 ай бұрын
Hoi. Mur eitu ye voi lage biya hbo. Jodi mota Jon maakr kotha khuni wifek bea pua hoi. 😢 Maak deutak morom koribo Lage, kintu val bea Sai lobo lage, nijor wife jonir logot gutei jibon kotabo lagibo.
@gayatridas4789
@gayatridas4789 4 ай бұрын
Mota burok vishwas kribo nlge biya nkraute pura Val pua natak dekhai, biya huar pist mak bhoniyek ht he nijr. Wf r hoi stand lobo nuare ru koi buari bur ahi putekok ator kore.
@user-xf3gm8ww4w
@user-xf3gm8ww4w 4 ай бұрын
এই বোৰ আছলতে মানুহ নহয় এই বোৰ আছলতে দানৱ বুলি কয়।
@mahantarongpi6031
@mahantarongpi6031 4 ай бұрын
আজিৰ দিনত প্ৰয়োজনত নাৰীয়ে কালীৰ ৰূপ ধাৰণ কৰিব লাগিব।
@junaligogoi9387
@junaligogoi9387 2 ай бұрын
মানুহ জন ভাল হব লাগে। বাকী মানুহ বোৰ যি এ হক ।
@santanagogoi1828
@santanagogoi1828 4 ай бұрын
এনে কোৱা‌‌ যেন‌ কাৰো লগত নহয়যেন তাৰে কামনা কৰিছো‌
@user-jx2te3bm6r
@user-jx2te3bm6r 4 ай бұрын
ইমান ‌কষ্ট সহিব নোৱাৰি।
@BobiPhukan
@BobiPhukan 4 ай бұрын
Bahut dukhor kahini dei 🙏 huni bahut dukh lagile
@kjeng9809
@kjeng9809 4 ай бұрын
🙏ভাগৱানে আপোনাৰ দুখ দুৰ কৰক😢
@najiahassan57
@najiahassan57 2 ай бұрын
Moi nijey basi loisilu aji maa hoboley goi asu kintu mur discussion perfect asil. Allah a enekuwa ajon manuh Mur life ot pothabo buli bhaba nasilu. He treat me like a kid. Baa apunar kotha khini khuni khosaikoi dukh lagise 😢
@dhanadadevidoley8594
@dhanadadevidoley8594 4 ай бұрын
মোৰ‌। মতে তোমাৰো ভূল আছে। কিয় ইমান অত্যাচাৰ কৰাৰ পিছতো তুমি বাৰে বাৰে কিয় মানুহ জনৰ ওচৰত দুৰ্বলতা প্ৰকাশ কৰা ‌‌ ‌নাৰী ‌কেতিয়াও দুৰ্বল নহবা। সাহসী হ'বা‌। তেনেকুৱা মানুহক husband. বুলি ক'বলৈ লাজ লাগে
@karabibaruah2135
@karabibaruah2135 4 ай бұрын
Right 💯
@karabibaruah2135
@karabibaruah2135 4 ай бұрын
Anyay hajyo koratu eku hahokhikota nahay....anyayor result dibo lage vaal method e re
@nibeditasonowal1154
@nibeditasonowal1154 4 ай бұрын
বাপেক মাক কিটাও কম নহয় । বদনামৰ ভয়ত মানুহে কুকুৰ মেকুৰী নিচিনাকৈ ছোৱালী দিয়ে নিকি ।
@arunavdutta8636
@arunavdutta8636 3 ай бұрын
মাক দেউতাকে দিবলে সালা
@namalrabha4901
@namalrabha4901 3 ай бұрын
এনে দুৰ্বিসহ ঘটনা আমাৰ ঘৰতো হৈছে ৷ আপোনাৰ যৰিয়তে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব পাৰিলে মনটো বহুত উপসম পাব ৷ পাৰিলে জনাব ৷
@najima39
@najima39 4 ай бұрын
Bhut dukhot koisa manuh gorakiya kio ana kwa thka sob nhi kisumn manuh asa bortoman bwarik ktywo nijr bwari buli navaba❤❤😢😢😢😢😢😢😢😢
@RupsD319
@RupsD319 4 ай бұрын
Yes. Buwari bilakok por buli vabe. Aru sahur manuh bur tejor homporko nai je so ki buji pabo beleg suali ejonir dukh
@ajoysaloi823
@ajoysaloi823 4 ай бұрын
Bahut dukh lagise story 2 Sai from rangia station ❤
@asabinashdas2.572
@asabinashdas2.572 4 ай бұрын
Bhut dukh lga kahini apuni aguwai goi thakk adin val hb
@pinkibaishyavlogs123
@pinkibaishyavlogs123 4 ай бұрын
Moi u ভুগতঃ ভুগি বোৱাৰী হৈ 😢😢xe babe apunar কথাত মোৰ চকু পানী ওলাইছে😢😢
@PadminiBarman-ov8lt
@PadminiBarman-ov8lt 3 ай бұрын
বৰ দুখ লাগিছে তোমাৰ সাহস আছে যুঁজি যোৱা এদিন ভাল হব
@dhrubafilms5576
@dhrubafilms5576 4 ай бұрын
Bohut sasti dbo mn gyse mahimak husband asu sohurok 😡😡😡🤬😢😰
@DipaliGogoi-xn4gv
@DipaliGogoi-xn4gv 2 сағат бұрын
Dipaligogoi🙏😭😭😭😭😭
@XunumoonHazarika
@XunumoonHazarika 4 ай бұрын
আপোনাৰ কথাবোৰ শুনি সচাকৈ বহুত দুখ লাগিল 😢😢
@rumimahanta1744
@rumimahanta1744 4 ай бұрын
ভাল দিন আহিব।
@helixcreation
@helixcreation Ай бұрын
Tekhetoloi mur salute. Bohut sahasi torota. Ene hobo lage
@subarnadevi3824
@subarnadevi3824 2 ай бұрын
বহুত সহ্য কৰিছে দূৰ্বল নহব অকলেও সাহসেৰে জীয়াই থাকিব পাৰি ।সৎসাহসেৰে আগবাঢ়ক
@NabajitBaruah-hm4wq
@NabajitBaruah-hm4wq 3 ай бұрын
Anekua manuhu ajir dinot asene..kenekoi eman otyasar koribo pare..aeburok haat vori vangi debo lage,ceeeh..kin2 baideu gorakik salute disu....🙏🙏 Dhoinyo mohila teu.
@LovelyCoastline-qv2nt
@LovelyCoastline-qv2nt 4 ай бұрын
Bohut vhal lagise moi teuk pronam jonaisu anekua je xahoxi hbo pare eman dhoijo take vhogabane amak u jen teur dore dhoiyso xahox aru nervhoi kori die aru amiu jen xongkhar judho khonot joie hoi nijor jibon tu jiyai thakibo paru xahoxere baidew gorakik xewa jonaisu nomoskar baidew
@songitagogoi9278
@songitagogoi9278 4 ай бұрын
এদিন ভাল দিন আহিব😢😢😢
@mitalibaruah8252
@mitalibaruah8252 4 ай бұрын
সেই পৰিয়ালটো মানুহ বোৰ দানৱ হয়
@monikaboro9395
@monikaboro9395 3 ай бұрын
Tahatok ekeloge nososa xulot dibo lage🤬
@ilovetotravel498
@ilovetotravel498 Ай бұрын
Bohut dukh lagise kotha bur xuni baidow bhogowan ase sinta nokoribo adin apunar bhal hobo
@padmaluson
@padmaluson 3 ай бұрын
Eman beya lga kahini bhut beya lagil ,anekuwa kahini koru nhok .
@trishnacreationassam6524
@trishnacreationassam6524 Ай бұрын
Apunar kahini huni dukh lagise bohut bcz Mur Ma r logot korisil enekuwa otyasar..Ma aji haitu karone moril. Tar pisot mur logot matpit korisil. PAPA r ghoror manuh bure.
@RitaSarma-ks2vy
@RitaSarma-ks2vy 4 ай бұрын
😢😢beya lagil...... So sad😢😢
@dimbendrasankarbora-er2zq
@dimbendrasankarbora-er2zq 4 ай бұрын
আৰু শুনিব নোৱাৰি।সঁচাই অকথ্য নিৰ্যাতন। সহ্য কৰা।ভগৱান আছে।
@jurikakati719
@jurikakati719 4 ай бұрын
Aden apunar Val den ahebo deya 😢
@kusumborthakur7743
@kusumborthakur7743 Ай бұрын
মই এনে কথাতদূখ লাগিছে ।একেভুত্ত ভূগিছিলো ।জন্ম ভায়েক কৰিছিল ।
@rinagogoi7481
@rinagogoi7481 4 ай бұрын
Thik divorce nidiba . Nomoriba .kosto kora No pain no game.God will help you.
@rupjyotiboruah9535
@rupjyotiboruah9535 4 ай бұрын
আপুনি বহুত ধয্য ধৰা মহিলা বাইডেউ ....
@jitudeka8340
@jitudeka8340 4 ай бұрын
Mor logot kahani to milise .aponar sahokh aru dhijya khini val lagil
@user-gz7gl8vu7r
@user-gz7gl8vu7r Ай бұрын
Aponi dukh nakariba . Eswarak saday biskh karib.Adin haleo Aponar val din ahiba.
@taraligoswami4025
@taraligoswami4025 4 ай бұрын
Enekua manuh biya koruwar jugy nohi.
@dhunukonwar4605
@dhunukonwar4605 4 ай бұрын
Baideu beya napabo .ei2 apunar nijor vul .emn bilk atyaser Kora pastu apuni bare bare kakh sapi goi asil
@mainadeka7509
@mainadeka7509 4 ай бұрын
apuni kob pare karon lora..ajoni suwali he buje ki kost....
@diptimudoi6177
@diptimudoi6177 3 ай бұрын
এনেকুৱা শাহু শহু আৰু স্বামীৰ অভাৱ নাই।
@dharitrigogoiboruah8136
@dharitrigogoiboruah8136 4 ай бұрын
আমাৰ সমাজত বোৱাৰী জনীক কেতিয়াও ভাল বুলি নকয় , মই য়ো বহু নিৰ্যাতন সহ্য কৰি ধৈৰ্য ধৰি আছোঁ ভাল দিন আহিব বুলি।
@hiyamowvlogs2650
@hiyamowvlogs2650 2 ай бұрын
একেই দশা
@dristiboruah5273
@dristiboruah5273 Ай бұрын
God bless you ❣️
@user-vz8tz8ke6z
@user-vz8tz8ke6z 3 ай бұрын
😢😢😢mahi maa r চৰিত্ৰ ফিল্ম ত হে ভাল লাগে real lifet কিয় হয় 😢😢😢
@manikasharma1634
@manikasharma1634 4 ай бұрын
Enekua manuhor logot kenekoi ase imandin?
@user-wf2ti5df4t
@user-wf2ti5df4t 4 ай бұрын
Jibon ek sangram Sangram Kori jua Edin success hoba
@borsharobidas920
@borsharobidas920 4 ай бұрын
এনেকুৱা মানুহ থাকেনে।
@mayuri8872
@mayuri8872 4 ай бұрын
Bhagaban manuh gorakik hohai koriba🙏🙏
@GitikaBaruah
@GitikaBaruah 4 ай бұрын
ইমান খিনি হোৱাৰ পাছত ও আপুনি তালৈ আকৌ গৈছে আপোনাৰ লাজ নাই আমি নোৱাৰো দেই
@chayanikabaruah8689
@chayanikabaruah8689 4 ай бұрын
Porha xuna bhaldore kori poka ghrt thaki aetu dialogue maribole bhal. jetia suali k iman xorute ghoror pora biya diye aebur self respect nisina kotha jona hua nohoi. suali r uporot ghororu pressure ahe xojyo koribole. social media t sini napabo buli kuneu criticism koribo napai.
@user-wh2pp4wx7z
@user-wh2pp4wx7z 4 ай бұрын
Thik koise
@juntiphukan494
@juntiphukan494 2 ай бұрын
নিজে সাহসী হব লাগে নাৰী সকল ৷
@bharatidasbharatidas1833
@bharatidasbharatidas1833 2 ай бұрын
Anakuwa samik ako dibo na laga usit sastia dibo laga
@asmitatanti125
@asmitatanti125 4 ай бұрын
Bhogwanke sb sai ase hihote bhugibo adin 😢
@PriyankasDewri-ml1tc
@PriyankasDewri-ml1tc 4 ай бұрын
Aibur manuh nohoi..jontu he...
@trishnabora6656
@trishnabora6656 4 ай бұрын
গাখীৰ চাহত বেয়া বস্তু দি তোমাৰ সংসাৰত বেছি অশান্তি দিলে সিহঁতে তোমাৰ সাহসক 🙏 সদায় ভালে থাকা❤️
@prabadhchandraroy7926
@prabadhchandraroy7926 4 ай бұрын
Ghotonato suni khub beya lagile aibor amnush
@krishnaprasaddeka8090
@krishnaprasaddeka8090 4 ай бұрын
Thanks, you are welcome, take care of you.👍👍👍😅
@barashabarman6341
@barashabarman6341 4 ай бұрын
🙏 Apunak
@dhonbora9602
@dhonbora9602 4 ай бұрын
Mur logotu hoise anekua kin2 lora2 kotha vabi thakibo loga hoise aru jihetuke mur aku kam bortomanoloi nai kot thakim kii kori solim kiba ata koribo parile moi vabim
@bontisarmah7541
@bontisarmah7541 3 ай бұрын
সেই কাৰণে ছোৱালীক চিলাই আদি শিকাই আত্মনিৰ্ভৰশীল কৰি বিয়া দিব লাগে এনেকুৱা কুকুৰ মানুহৰ লগত থাকিব নেপাই
@mouuu3204
@mouuu3204 3 ай бұрын
Police t di jail r vat khuabo lage ankua manuh. Emn otyasari okhur jati jonmo hoi kisumn prithibi t 👍🏻
@parashsaikiavlogs3018
@parashsaikiavlogs3018 3 ай бұрын
এইবোৰ জহৰা মানুহক গাঁৱত চুলি খুৰাই চূণ সানি ঘূৰাব লাগিছিল।
@monikaboro9395
@monikaboro9395 3 ай бұрын
Logote gubor xani dibo lage 😡
@prabhatsingha1420
@prabhatsingha1420 3 ай бұрын
Gutei vdo tu khunilu janilu...apuni khodai nijok save rakhibo aru martial Arts khiki louk.👍👍👍
@BhumidharNath-im7ml
@BhumidharNath-im7ml 4 ай бұрын
বধাক বধিলে পাপ নালাগে। ঠিক তেনেকৈ অই্তাচাৰীক অত্যাচাৰ কৰিলে একো দোষ নহয়৷
@user-xj7di7so9i
@user-xj7di7so9i 2 ай бұрын
❤bahut Sakopani Olaise.khatroru Ane Nahak.
@pronamikagogoi2376
@pronamikagogoi2376 Ай бұрын
99% buari a ebilag kosto hohi ase kintu kuneu mukh khuli nokoi .. homaje hodai buari ke bea koi ....
@priyankaasarmah830
@priyankaasarmah830 Ай бұрын
Ajir jugtou ankua porial ase,,, nijor lora suali university professor, multinational company r engeenier,, xahur and xahu e buarik bor ovdro behave kore and putek hote sai thake.. Jiek hot ahile khub vodro akw mak bapek..
@user-nv7yx6cx4l
@user-nv7yx6cx4l 3 ай бұрын
লিখি বলৈ শব্দ বিচাৰি নেপালো,‌নিজ সাংসাৰিক জীৱনতু মনত পৰি গল , এনেকুৱা ৮০ শতাংশ পৰিয়াল সমাজত এতিয়াও আছে।
@torunidas9629
@torunidas9629 2 ай бұрын
এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ বিশ্বাস ঘাটক কৰা জনক ক্ষমা কৰি থকাটো আতাইতকৈ ডাঙৰ মূৰ্খামি ৷ধূৰ চাল্লা কি মূৰ্খ অ ’ এইজনী ৷কাহিনীটো সম্পূৰ্ণ শুনিহে মতামত দিলো দেই ৷
@__w4r.m4chin3__
@__w4r.m4chin3__ 3 ай бұрын
Apunar kotha khini koboloi bohut koosto hoise mur buku bikhai goise jane boohut kosto.
@user-kn2mr5yc8o
@user-kn2mr5yc8o 3 ай бұрын
Baideu apunr kotha bilk khuni bohut besi dhuk lgse kintu apuni aebur mnhuk lg lg action lbo lge taryaui..ki j mnhu ablk kuntu jagt hoise o
@pompydevi769
@pompydevi769 4 ай бұрын
Manuh jon vale thake . ghor manuhor kotha xuni Bea hoi
@hiyamowvlogs2650
@hiyamowvlogs2650 2 ай бұрын
গোলাঘাট টাউনৰ কেঞাপট্টিৰ মইও বোৱাৰী যন্ত্ৰনা ভুক্তভোগী এনেধৰনৰ 🥺
@user-vd5dg6ru9b
@user-vd5dg6ru9b 4 ай бұрын
Kothakhini huni bor dukh lagil. Manuh Iman nisthur hobo parene.
@runavlog3148
@runavlog3148 3 ай бұрын
Hasbndr olp mentaly pblm asil sage n kotha bur huni bohut bea lgil ankuwa hbo nelge kin2 apuni bohut hahokhi hoi ba hodai ankoi hahokhi hoi ag bahi jawk tare kamona ♥️🥰
@user-fm1xh5lb9f
@user-fm1xh5lb9f 4 ай бұрын
সেইবোৰ মানুহ নহয় । দানৱ
@polichangmai5626
@polichangmai5626 4 ай бұрын
Huni beya lgil kinu kom anekuwa u mnuhh ase ne baru,😮ami agloi jibn tu kenekoi agbahim voi ai hoise
@user-tv9bx7yr3b
@user-tv9bx7yr3b 4 ай бұрын
Bahut dukhar kotha .muro lagate ghatisil ane ghatana.
@techentuto109
@techentuto109 4 ай бұрын
Love From udalguri 🥀😊
@assamboyzgaming9452
@assamboyzgaming9452 4 ай бұрын
❤❤❤❤❤❤
@anjubharali9773
@anjubharali9773 2 ай бұрын
আপোনাৰ ধয্যক 🙏🙏
@user-pz8qb7bf9o
@user-pz8qb7bf9o 4 ай бұрын
Suwalir jibn emn xohoj nhoi😢😢😢😢moi howa hole gom sigi dilu hoi husband jon thik hole emn utpat koribo nore
@akkunsenpai9393
@akkunsenpai9393 3 ай бұрын
😢😢😢😢😢 par Himmat har na mat strong raho❤aap
@satyabatibhorali4653
@satyabatibhorali4653 4 ай бұрын
Sahu ketyau maak hobo nuware..
@ranjanrajbangshi5514
@ranjanrajbangshi5514 3 ай бұрын
Takei,,,,,apuni o edin sahu habo pise 😊
@AnamikaDutta953
@AnamikaDutta953 4 ай бұрын
Anka u mnu asene. Can't believe.
ВОДА В СОЛО
00:20
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 35 МЛН
Useful gadget for styling hair 🤩💖 #gadgets #hairstyle
00:20
FLIP FLOP Hacks
Рет қаралды 10 МЛН
ПРОВЕРИЛ АРБУЗЫ #shorts
00:34
Паша Осадчий
Рет қаралды 7 МЛН
Bornali Baishya About her Life, Dr*g Addiction, Recovery | JSS Unscripted
1:18:21
Кто из девушек быстрее печатает?
0:58
Ах как прекрасно
0:17
Флюр Хафизов
Рет қаралды 29 МЛН
Арбузорезка 🍉
0:42
Сан Тан
Рет қаралды 4,4 МЛН