এনেকুৱা প্ৰেমিকা ভগৱানে কাকো নিদিয়ক😭 Rishi Breakup Story

  Рет қаралды 1,259,433

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 5 100
@Chumpee_official
@Chumpee_official Жыл бұрын
ৰিচি দা , আপোনাৰ অশ্ৰু দেখি সচাকৈ নিলিখি নোৱাৰিলো । আপোনাৰ জীৱনত ঘটি যোৱা ঘটনাখিনি শুনি বেয়া লাগিল , বাৰু যিকি নহওক জীৱনটো তেনেকুৱাই । মানুহ জীৱনত দুখ সুখ থাকেই, আশাকৰোঁ আপুনি আপোনাৰ অতীতৰ কথা পাহৰি আগন্তুক জীৱনটো এটা নতুন ৰূপত সজাই আগুৱাই যাব বুলি।।।
@jutikachakrabartyofficial3843
@jutikachakrabartyofficial3843 Жыл бұрын
ল’ৰা মানুহৰ চকুত চকুপানী দেখিলে খুব দুখ লাগে ৷ঈশ্বৰে আপোনাৰ সুখৰ দিন ঘুৰাই আনক৷আপোনাৰ কাহিনী শুনি নিজৰ এৰি অহা দিনবোৰৰ কথা মনত পৰিল৷সচা ভালপোৱা মানেই যেন এক অভিশাপ!😢
@RenuNuwel
@RenuNuwel Жыл бұрын
Hosake
@jitumonioficial
@jitumonioficial Жыл бұрын
Khosakoi 😢😢😢😢
@manowarhussain7803
@manowarhussain7803 Жыл бұрын
Right
@reeshmadas1001
@reeshmadas1001 8 ай бұрын
Tai dore ajonir babe nakandibo dada 😢
@JisuBora
@JisuBora 6 ай бұрын
Really
@MinuBoro-j9d
@MinuBoro-j9d Жыл бұрын
আপুনি সদায় ভালে থাকক,আপোনাৰ কথা বোৰ শুনি আপোনাক বহুত ভাল যেন লাগিছে.
@lakhidas9227
@lakhidas9227 11 ай бұрын
আপুনি সদায় ভালেথাকক.আপোনাৰ..কথাবোৰশুনিবহুত..বেয়া..লাগিল
@sumandeka9812
@sumandeka9812 Жыл бұрын
Rishi bro never give up ❤😊 মা দেউতাৰ কথা ভাৱি নতনত্ব বিছাৰি জীৱনটো আৰম্ভ কৰা
@RanjanVibes711
@RanjanVibes711 Жыл бұрын
1st time ইমান দীঘল ভিডেও সম্পূৰ্ণ চালোঁ -anekuwa লাগিছে যেন মোৰ শুনি a mon tu beya লাগি গল - এই পৃথিৱীত অকল মা দেউতা মৰম হে স্বাৰ্থ বিহীন বাকী সকলো মিছা😢😢😢
@Dhun720
@Dhun720 Жыл бұрын
Hoii 🥲 bki vl pua bur misa
@dhurbajyotigogoi4850
@dhurbajyotigogoi4850 Жыл бұрын
Hxa kotha au
@dssaikia5655
@dssaikia5655 Жыл бұрын
Mio
@simaboruah7463
@simaboruah7463 Жыл бұрын
Jiye hosa hridayar morom lage,he napay,Jak nalage,teuhe pay
@r.d.creator8235
@r.d.creator8235 Жыл бұрын
Ekdom xosa Bhai
@ndevi1491
@ndevi1491 Жыл бұрын
তুমি সাহসী হোৱা ঋষি,তাইৰ পৰা ইমানতে তোমাক ভগৱানে আঁতৰাই আনিছে। দুখ নকৰি ভগৱানক ধন্যবাদ দিয়া।
@rekhamonibordoloi8936
@rekhamonibordoloi8936 Жыл бұрын
বহুত বেছি বেয়া লাগিল ভাইটি তোমাৰ কথাবোৰ শুনি । তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো। ভগৱানে মংগল কৰক তোমাক । এনেকুৱা যেন কাৰো জীৱনত নহওক.❤
@AbhisekhphukonAbhisekh
@AbhisekhphukonAbhisekh Жыл бұрын
তোমাৰ কথা বিলাকে মনত বৰ দুখ দিলে। তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক বহুত মঙ্গল কৰিব ।
@Priyanka_dutta66
@Priyanka_dutta66 Жыл бұрын
কোনে কয় লৰা'ই সঁচা ভাল নাপায় বুলি? চাওঁক এই দাদাজনক। সঁচাই হৃদয় চুই গ'ল!!😭♥️
@ranasaikia510
@ranasaikia510 Жыл бұрын
Asariyaarsalmankhankaajadabgankahindiphilim
@dipanjalisharma1929
@dipanjalisharma1929 Жыл бұрын
Apuner storyto shoni bohut Bea lagil
@DeepjyotiChangmai-km5qp
@DeepjyotiChangmai-km5qp Жыл бұрын
​@@dipanjalisharma1929🎉 hmm uuh🎉h🎉 u uhh u trr 🎉🎉 trr and Mohan da r 🎉🎉
@DeepjyotiChangmai-km5qp
@DeepjyotiChangmai-km5qp Жыл бұрын
Llokkmmkm Jm
@rakhitamuly9022
@rakhitamuly9022 Жыл бұрын
আপোনাৰ কথা কেইটা শুনি বহুত বেয়া লাগিল
@sunaligogoi8551
@sunaligogoi8551 Жыл бұрын
তোমাৰ কথা শুনি নিলিখি নোৱাৰিলোঁ,বাদ দিয়া তেনেকুৱা চৰিত্ৰ হিনা ছোৱালী ভগৱানে কেতিয়াও ক্ষমা নকৰে তাইক ।কোনো ছোৱালী বা লৰাই হওঁক এনেকৈ এখন সচা হৃদয় লগত নেখেলিবা । হৃদয় ভঙা জনেহে জানে কিমান বেদনা দায়ক ।ভাল পুৱা অভিসাপ বৰ ভয়ানক
@Gitumoni1993
@Gitumoni1993 Жыл бұрын
Hosakoi dei nokoba aru😢😢😢😢
@AnamikaMainu
@AnamikaMainu Жыл бұрын
Akdom xsa khta xihot a poisa he saisil mon tu nhoi
@chiranjitmoran7938
@chiranjitmoran7938 Жыл бұрын
নতুনক আদরি লোৱা অতীতক পাহৰি পলোৱা সময়ে বেয়াবোর মচি পেলাব।
@krishangkukashyap4453
@krishangkukashyap4453 Жыл бұрын
😊😊😊😊😊😊😊
@kailashkumarnath2342
@kailashkumarnath2342 Жыл бұрын
তাইৰ ভাল নহব
@dipanjaligogoi8851
@dipanjaligogoi8851 Жыл бұрын
প্ৰতাৰণাৰ ফল এদিন তাই পাব‌ই। তুমি কান্দিব নেলাগে তেনেকুৱা এগৰাকী অসভ্য ছোৱালীৰ বাবে। এটা কথাত সুখী হৈছোঁ তোমাৰ জীৱনটো বাচি গ'ল।তাইৰ লগত নৰক যান্ত্ৰণা ভুগিলা হেতেন। ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়া মন বান্ধি নিজৰ কামত আগুৱাই যোৱা ।
@geetanjalideka1659
@geetanjalideka1659 Жыл бұрын
Hoi ktha tu .. dada basi gl 🥺👍
@binusaikia2749
@binusaikia2749 Жыл бұрын
Tumi maiki neki ajani Diwali karane kandisa
@physicswallah766
@physicswallah766 Жыл бұрын
​@@binusaikia2749 Diwali mane
@SubhajitMoran
@SubhajitMoran Жыл бұрын
'"সত্য সদায় জয় "'
@dhirajrabha1491
@dhirajrabha1491 Жыл бұрын
দাদা দুুখ কৰি লাভ নাই, হৃদয়টো শিলৰ দৰে কঠিন কৰি আগবাঢ়িব, এজনী ছোৱালীয়ে মোকো বহুত বেয়াকৈ ঠোগিছে, নিজৰ জীৱনটোকে শেষ কৰিব মন যায় 😢😢😢 হৃদয়টো শিলৰ দৰে কঠিন কৰি কিছুমান সিদ্ধান্ত Challenge লৈছিলো এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱন পৰিয়াল শেষ নকৰো, এদিন সেই ছোৱালীজনীক দেখুৱাই দিম 👍, এতিয়া লৈকে মই তাইতকৈ বহুত আগবাঢ়ি গৈছো দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ Competition game খেলি Silver and Bronze 🥉 medal আনিব সক্ষম হৈছো, আৰু এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত,
@lakheswaribardaloi3417
@lakheswaribardaloi3417 11 ай бұрын
1
@manujaxom7584
@manujaxom7584 11 ай бұрын
All time happy...
@debashis3125
@debashis3125 11 ай бұрын
Good job bro
@HiyaDeep-v9d
@HiyaDeep-v9d 11 ай бұрын
Sabas❤
@rombhapatir
@rombhapatir 5 ай бұрын
Same
@Dkdewri
@Dkdewri Жыл бұрын
এনেকুৱা জহৰী বনৰী ছোৱালীক ভগৱানে সোনকালে পৃথিৱীৰ পৰা উঠাই লৈ যাওঁক
@assamesevedio6562
@assamesevedio6562 Жыл бұрын
Hoi da bl bahut axa kri aso bee
@FarukAhmed-zz6gw
@FarukAhmed-zz6gw Жыл бұрын
Nai vhai lge enekwa swali kisuman ...nohole keneke korim 😂😂😂
@monjitadutta9588
@monjitadutta9588 Жыл бұрын
তুমি সেইজনীৰ বাবে মৰিবলৈ কাপুৰুষ নেকি, সত্যৰ মুখামুখি হোৱা আগবাঢ়ি যোৱা
@mousumiborahchaliha1990
@mousumiborahchaliha1990 Жыл бұрын
ৰিছি তুমি যদি সঁচাই ভাল পাইছিলা এদিন ভগৱানে তোমাক সঁচা ভালপোৱায়ে দিব কিন্তু তাই নহয় । তুমি বেয়া ছোৱালী কাৰণে জীৱন টো ধ্বংস নকৰিবা । মা দেউতা মুখলৈ চোৱা এবাৰ তেওলোকে তোমাৰ জীৱন দিছে তেওঁলোকৰ বাবে জীৱন টো নতুন কৈ সজাই লোৱা ।
@horekishnolahokor3026
@horekishnolahokor3026 Жыл бұрын
ৰিচি আপোনাৰ জীৱন টো নতুন কৈ আৰম্ভ কৰক। পৃথিৱীত যদি ভগৱান আছে তাই নিশ্চয় ইয়াৰ পৰিণাম পাব। আপুনি মা দেউতা ক সুখী কৰি ৰাখোক
@tpmultimedia
@tpmultimedia Жыл бұрын
😢😢😢
@PoddarToyota-wq7jy
@PoddarToyota-wq7jy Жыл бұрын
Humm.. Thik koise
@moonmahanta6913
@moonmahanta6913 Жыл бұрын
Rish xunilu tumar love❤ story br dukh lagil but he ain't toke sinta kri nathaki agoloi ag barhi juya bhogibane tumak mongol krib vl suali pabe tumi bhut mrmial good bless you take cair always Rish
@zone6197
@zone6197 10 ай бұрын
যি হৈছে ভালৰ কাৰণেই হৈছে, আৰু যি হোৱা নাই সি অতি ভালৰ কাৰণেই হোৱা নাই। আগুৱাই যোৱা, শুভেচ্ছা জনালোঁ।
@DeepaDevi-pf1de
@DeepaDevi-pf1de Жыл бұрын
বহুত দুখ লাগিল কথাখিনি শুনি। এনেকুৱা চৰিত্ৰহীন ছোৱালীক ত্যাগ কৰিব লাগে। ভগৱানে যি কৰিছে আপোনাৰ ভবিষ্যতৰ কল্যাণৰ কাৰনে কৰিছে।মা দেউতাৰ মুখলৈ চাই নতুন জীৱন সজাওক। আগবাঢ়ি যাওক জীৱন বৰ মূল্যবান।দূখবোৰ পাহৰিবলৈ চেষ্টা কৰক। ভবিষ্যতে সুখী হোৱাৰ কামনা কৰিছো।
@naziabegum4403
@naziabegum4403 Жыл бұрын
ৰিছি তুমি তেনেকোৱা ছোৱালীৰ কাৰণে কোনোদিন দুখ নকৰিবা তুমি তোমাৰ মনটো ডাঠ কৰি সকোলো পাহৰি নতুন জীবন গঢ়িবলৈ চেষ্টা কৰিবা দেই.তুমি চুইচাটৰ কথা নাভাবিবা তোমাৰ মা-দেউতাক দুখ-ক’ষ্ট নিদিবা দেই ৰিছি.
@baputibaro2582
@baputibaro2582 Жыл бұрын
You need not cry for her, you are lucky because you have saved your self,may God bless you.
@ridesafetywithsurajit1537
@ridesafetywithsurajit1537 Жыл бұрын
Thanks for a big reality jss ba..... এটি কলংকিত অধ্যায়......... ৰিচি তোমাৰ ভাল হোৱাৰ কামনা কৰিলো.... সত্য কেতিয়াও ধাকিব নোৱাৰি তাৰ প্ৰমাণ দিলা।
@JerifaBegom123-du8gd
@JerifaBegom123-du8gd Жыл бұрын
Teneka suali pahori jua bhut vl suali paba vlke nijor Kam kra apunar val pua khosa asil jetia tar fol tai pabo
@anamikakalita8822
@anamikakalita8822 Жыл бұрын
Sabe Rishi Rishi koi asa Kun hoi
@gojensonowal2182
@gojensonowal2182 Жыл бұрын
Apuni brohut vl manur apuni brohut vl suwali paba
@islamuddinahmed6717
@islamuddinahmed6717 Жыл бұрын
God bless u rieci .don t worry .
@KoilashSaikia-w2v
@KoilashSaikia-w2v Жыл бұрын
Taiku mata tair story tu dekhuwa. Yat gome puwa goise khi taik pabo nuwara babe bodnam korise.
@Sunu453
@Sunu453 Жыл бұрын
অতীতক সুঁৱৰি ভৱিষ্যত নষ্ট নকৰিবা দাদা 😊❤👍
@FirujaBegum-k1h
@FirujaBegum-k1h Жыл бұрын
You are great
@upenchutia5100
@upenchutia5100 Жыл бұрын
ৰিচি,তুমি দুখ কৰিছা ।দুখ নকৰিবা ।ধৈয্য ধৰা ।বুকুত সাহস বান্ধা। প্ৰথমে নিজকে বনাই লোৱা। পাছত বহুত হৃদয়বান ছোৱালীৰ লগত তোমাৰ বিবাহ হব ।নবৈ দশকত কলেজত পঢ়ি থাকোতে মোৰো অৱস্থা তোমাৰ দৰেই হৈছিল।ধনৱান হাতীৰ মালিক এজন পাই তিনি বছৰিয়া মোৰ ভালপোৱাক প্ৰতাৰনা কৰি আতঁৰি গৈছিল ।গম পাইছিলো শেষত গৈ সেই টোৱেও খাই বৈ আতঁৰি গল ।সেই সময়ত মইও পগলাৰ দৰে হৈ গৈছিলো । পাছত দেখিলো ,নিজক বনাই লোৱাটোহে আচল কথা। শেষত এখন এম ই স্কুলত চাকৰিত সোমাই এগৰাকী শিক্ষয়িত্ৰীৰ লগত বিয়া বাৰু কৰি ,টাউনত ঘৰ দুৱাৰ সাজি, নাতিনীৰ লগত খেলা ধুলা কৰি ,শান্তিৰে দিনবোৰ পাৰ কৰি আছো ।গতিকে কওঁ,ধৈয্যৰ ফল সদায়ে মিঠা ।
@ritumonirajkhowa9592
@ritumonirajkhowa9592 Жыл бұрын
আপোনি কেতিয়াও চিন্তা নকৰিব তাইৰ কাৰণে।কাৰণ সচা মানুহৰ কেতিয়াও বিপদ নহয়। আপোনাৰ ভবিষ্যত আছে। আপোনি নিজৰ পথত আগুৱাই যাওক। প্ৰেম চিনি নোপোৱা মানুহক কোনোবা প্ৰেমত পৰে নেকি। কঠিন হ'বলৈ শিকক।
@MerajulRakesh
@MerajulRakesh Жыл бұрын
জীৱনত Rj পাহি বা প্ৰেম কাহিনী বহুত শুনিছো আজিলৈকে এনে কুৱা কাহিনী শুনা নাছিলো 😢😢দুখৰ কথা কি কম ভাই তোমাৰ কথাখেনি শুনি মোৰে চকুৰ পানী ওলাছে বহুত বেয়া লাগিল
@PuspanjaliBorah-v6o
@PuspanjaliBorah-v6o Жыл бұрын
পুৰুষ হৈ ইমান দুৰ্বল হ’লে কেনেকৈ হ’ব ঈশ্বৰে যি কৰে মঙ্গল কৰে ৷সত্যৰ সদায় জয় ৷
@anuboruah4928
@anuboruah4928 Жыл бұрын
ৰিচি তোমাক ভগৱানে সহায় কৰিলে সেই জনী অনা হলে গোটেই জীৱনটো ভুগীব লগিয়া হল হেতেন । তুমি মা দেউতা মুখলৈ চাই শান্তনা লোৱা ভগৱানে সহায় কৰিব । এদিন বশুত সুখী হবা । 😊😊❤❤❤❤😊❤❤❤❤
@ritomnayak6132
@ritomnayak6132 Жыл бұрын
Right 😊
@anjaliborgohain820
@anjaliborgohain820 Жыл бұрын
🙏🙏 লৰাজনৰ ভালপোৱা বিলাক সচঁা আছিল বাবেই দুখ হয্য কৰিবলৈ টাণ হৈছে । তেওলৈ ধন্যবা দ জাছিছো।কাৰন পুৰুষৰ অন্তৰ ও ইমান মৰমিয়াল হোৱাৰ বাবে ।এটা কথাই কওঁ যে ভগৱানে যি কৰে ভালেই কৰে !ৰ্নটকী ৰ হাতৰ পৰা বছাই দিলে ।ভগৱানৰ ওপৰত সকলো এৰি জিৱন টো সন্দৰ কৈ পৰিচালনা কৰিবা বোলি আশা ৰাখিলো ভাইটি ।সুখি হোৱ ভৱিষ্যতলৈ ।ধন্যবাদ ।
@queenrani7261
@queenrani7261 Жыл бұрын
Heart touching story 🥺🥺bohut dukh lagil dadar story tu xuni..apuni har namanibo bhogobanr uport vishakh rakhok ji hoi vlr krnei hoi to jar life ot apunar aku value a ni tair krne kandi aku lv ni...aapuni bohu gune vl suwali pabo...ghoror ekmatro hontan to jonmo diya maa deutar ktha vaba...tmi nhle hehote kenekoi thakibo tmr lgte maa deutaiu dukhot ase krn nijr hontanok dukhot thokatu kunu maak deutake nibisare... bhogobane tumar mongol korok 🙌 love from Guwahati noonmati ❤❤❤
@banajitdas953
@banajitdas953 Жыл бұрын
এনেকৈ কোনো মানুহৰ জীৱনক লৈ হেতালি খেলিব নালাগে। আপুনি ভাগৰি নপৰিব জীৱনত, এটা বেয়া সপোন দেখিছিল বুলি ভাবি পাহৰি পেলাওক সেই অতীতৰ সেই সময়বোৰ। এতিয়া সকলোবোৰ পাহৰি জীৱনত বহুত বেছি আগুৱাই যাওক আপুনি।.......
@debajitgogoi8102
@debajitgogoi8102 Жыл бұрын
হেৰৌ বুৰ্বক গুবৰত ভৰি এটা সোমালে মানুহে ধুই পেলাই। তই অকৌ মূৰটো ভৰাব বিছাৰিছ।বৰ লেতেৰা গোন্ধাব। পলা তাৰ পৰা। পৃথিৱীখন বহুত ডাঙৰ। তোৰ শিকিবলৈ বহুত বাকী আছে। এইবোৰ জীৱনৰ অ আ ক খ ,মহাভাৰত পঢ়িবলৈ বহু বাকী।
@chanakyagogoi2500
@chanakyagogoi2500 Жыл бұрын
Bor dhuniya kotha ekhar koly
@HimaSaikia-sh3uo
@HimaSaikia-sh3uo Жыл бұрын
বহুত দুখ লাগিল সঁচাকৈ তোমাৰ কথা খিনি শুনি ,তোমাৰ কথাতেই বুজি পোৱা গৈছে তুমি বহুত সৰল ,,,নিজক চম্ভালি লৈ জীৱনটো থিৰ কৰি আগুৱাই যোৱা ,, হয় ইমান সহজ নহয় তথাপি পাহৰি যোৱা এনেকুৱা ছোৱালী ক তোমাক দুখ হে দিলে হয় বিয়া হলেও
@asomiyabuwaripuja4537
@asomiyabuwaripuja4537 Жыл бұрын
youtube.com/@asomiyabuwaripuja4537?feature=shared
@jintukumarnath1923
@jintukumarnath1923 Жыл бұрын
ভাই এইটো তোমাৰ জীৱন ..তুমি সাহসী হোৱা..তোমাৰ কাৰণে তাই নাছিল,সেই কাৰণে তোমাৰ নহল..তুমি বাছি গলা..জীৱনটো নতুনকৈ উদযাপন কৰা.ভাল হওঁক তোমাৰ..এজনী ভাল জীৱন সঙ্গী পোৱা তাৰে কামনাৰে
@pranitadas8206
@pranitadas8206 Жыл бұрын
Rishi tumar kothabur xuni saku pani olai goise 😭kintu tumk atai kotha kou tumi tair karone ketiao vul poth nloba tumi bhut khahoki hoi tair agot tumi vl manuh hua vogoban ase tumar lgot tair xasti tai nijei pabo.axar kotha ase nhoi ji hoi valor karone hoi pahori jua sb ma deutar axirbad loi xodai aguai jua.
@asongjamir5091
@asongjamir5091 Жыл бұрын
This was so Intense. I could feel it. Don't worry Bro, you didn't lose anything. Its her , who lost a Gem in this Selfish World. The Love you have for her is beyond Comparison. But she didn't deserve it. I know it hurts like hell but you got this, You can do it. This is Not the End of the World. Dont lose hope in Life. You have a Beautiful Heart ..🫡Just Let go n live Life to the Fullest without forgetting the Lesson she taught You. Life is all about Karma .There is a Supreme Power Above us. Lots of Love from Nagaland.
@harishkumardeka7218
@harishkumardeka7218 Жыл бұрын
তুমি শ্ৰীহনুমান বাবাৰ মন্দিৰত গৈ আছিলা। বাবাই তোমাৰ লগত অন্যায় হোৱাতো কেতিয়াওঁ বিচৰা নাছিল বাবে এনেকুৱা ছোৱালীৰ পৰা আতৰাই আনিছে। গতিকে তুমি সাহসী হোৱা। তাই যদি তোমাক ঠগাই আছে, তেতিয়াহলে তুমি কিয় আঁতৰি অহা নাই। মা-দেউতাক লৈ সুখী হব চেষ্টা কৰা ভাইটি। ছোৱালী জনীয়ে তোমাক একো কৰিব নোৱাৰে। জয় শ্ৰীৰাম, জয় শ্ৰীহনুমান বাবা ।🕉️🕉️
@samendeka4735
@samendeka4735 Жыл бұрын
Right
@Luckysaha648
@Luckysaha648 Жыл бұрын
Jai Shree Ram ♥️🤞
@Luckysaha648
@Luckysaha648 Жыл бұрын
Jai Shree Ram ♥️🤞
@Luckysaha648
@Luckysaha648 Жыл бұрын
Jai Shree Ram ♥️🤞
@bolinch.hazarika5151
@bolinch.hazarika5151 Жыл бұрын
Prabhu shree ram, laxman, sita mata ki jai. Mahabir ki jai ho Jai shree ram
@MotivationBeautystory234
@MotivationBeautystory234 Жыл бұрын
খৃষি তোমাৰ দূখৰ কথাবোৰ শুনি মোৰ সচাই চকুপানী ওলাই গৈছে ।এনেকুৱা এজনী বনৰীয়া ছোৱালীৰ কাৰণে নিজৰ জীৱন ধংস নকৰিবা ।তুমি মৰিম বুলি কৈছা তেনেকুৱা কেতিয়াও নকৰিবা । এজনী অসভ্য,ব্যভিচাৰী ছোৱালীৰ কাৰণে তুমি নমৰিবা ভাই । তাতেই তুমি ঘৰখনৰ একমাত্ৰ লৰা সন্তান । তুমি মৰি গলে সেই অসভ্য ছোৱলীজনীৰ সতি একো নহয় ।খতি হব তোমাৰ মা দেউতাৰ । সেই অসভ্য ছোৱালী জনীৰ কথা যেনেদৰে কল্পনা কৰি তুমি কষ্ট পাই আছা ঠিক তেনেদৰে তুমি নহলে বা তুমি মৰি গলে তোমাৰ মা দেউতাৰ কি আলাই আথানি হব এবাৰ কল্পনা কৰাছোন । আল্লাই যি কৰে ভালেই কৰে ।অলপ কষ্টতে তোমাক তাইৰ পৰা আতৰাই আনিছে ভালেই হৈছে । নহলে বিয়া পাতি অনাৰ পিছত গোটেই জীৱন কষ্টত ভুগিব লাগিলহেতেন ।এতিয়া অলপ দিন কষ্ট পাবা । পিছত লাহে লাহে ঠিক হৈ যাব । শেষত আকৌ কৈছোঁ মৰাৰ কথা নাভাবিবা । সকলোবোৰ পাহৰি সুখী হোৱা শান্তিত থাকা । মা দেউতাৰ কথা ভাবি সকলোবোৰ পাহৰি যোৱা ।
@dollykalita9151
@dollykalita9151 Жыл бұрын
তাইৰ নিচিনা চৰিত্ৰ হিনৰ দৰে আপোনাৰ জীৱনটো শেষ নকৰিব দাদা | মা দেউতাক ভালকে চাওঁক আৰু জীৱনত ভালকে আগ বাঢি যাওঁক | এদিন আপোনাৰ জীৱনত ভাল হ'ৱ আৰু তাই পাপৰ শাস্তি পাব |
@dipjyotimazumdar9743
@dipjyotimazumdar9743 Жыл бұрын
Ai duniat pap puinno ako ni ,baya bilakore vl hoi dekho sesot
@ManojTakoe
@ManojTakoe Жыл бұрын
ৰিচি দাদা তোমাৰ ভাল দিন অহিব
@likukalita6771
@likukalita6771 Жыл бұрын
তাই সঁচা মৰম হেৰুৱালে.... তাইৰ জীৱনত কেতিয়াও সুখ নহয় ....সঁচা ভালপোৱা পাবলৈ ভাগ্য লাগিব...আমি যাক বেছিকৈ ভাল পাওঁ তেওঁ সদায় এনেকুৱা কৰে কিন্তু আমি হাজাৰ কষ্ট দিলেও সেই মানুহ জনক ভাল পাওঁ সেইটোৱে আমাৰ জীৱনৰ ভুল...ভালপোৱাই মানুহক শেষ কৰি দিয়ে...
@ddas6665
@ddas6665 11 ай бұрын
Write
@digantaKonwar-u7p
@digantaKonwar-u7p 8 ай бұрын
Hsa kotha
@madhusmitadeka6025
@madhusmitadeka6025 5 ай бұрын
Xasa katha mor lagat o sem hal mor lagat rilestion t thakar Pisat o an ajonir lagat rilestion t asil mor lagat khelile
@manomatideka7004
@manomatideka7004 Жыл бұрын
তোমাৰ কাহিনী টো শুনি আৰু তোমাৰ হিয়া ভঙা কান্দন দেখি সচাকৈ বহুট দুখ পাইছো । তুমি শুনা ভাইটি তুমি আৰু নাকানদি বা তুমি তাইৰ লগত চেলেঞ্জ কৰা আন এজনী জীৱন লগৰী লৈ সুন্দৰ ঘৰ এখন পাট আৰু মা‌‌‍‌‌ ,দেউতাক সুক্ষি কৰা। আমাৰ আখীৰবাদ থাকিল তোমাৰ জীৱনলৈ এজনী খুবেই ভাল ছোৱালী আহিব। তুমি আজিৰ পৰাই তাইক গান কৰিবলৈ লোৱা । তাই যেতিয়া তাইৰ‌‌ দেহৰ জৌৱন শেষ হ'ব তেতিয়া তুমাৰ সুন্দৰ সংসাৰ দেখি নিজকে ঘিন কৰিব।
@amorjyotidas9030
@amorjyotidas9030 Жыл бұрын
😢
@Elumoni
@Elumoni Жыл бұрын
তাইৰ বাবে কিয় কান্দিছা,বদমাচি তাই,তুমি চিনি পোৱা দেৰি হ'ল তোমাৰ,ভাল ছোৱালী পাবা ,তোমাৰ সচাঁ মৰম ভাল লাগিল। আজিকালি পাবলৈ নাই এনেকুৱা মৰম।
@rubidas6138
@rubidas6138 Жыл бұрын
তুমিও টো অন্যায় কৰিছা তোমাৰ মা দেউতাৰ ওচৰত।এই সুদীৰ্ঘ সময়ছোৱাত তোমাক লৈ তোমাৰ মা দেউতাই কিমান কষ্ট পাইছিল।আজি তুমি মৰাৰ কথা কৈচা কিন্তু সেইটো কৰিলে তোমাৰ মা দেউতাই পোৱা কষ্ট ক তুমি আজি অনুভৱ কৰা আৰু কি কৰিব লাগিব তাক তুমি নিজে বিবেচনা কৰা।বাকী মা কামাখ্যা সদায় তোমাৰ লগত থাকিব।
@karnakamaldutta
@karnakamaldutta Жыл бұрын
আজি যি পৰিস্থিতি লৈ কান্দিছা বা দুখ কৰিছা এটা সময়ত গৈ এইবোৰ মনত পৰিলে হাহিঁ উঠিব তোমাৰ এদিন চাই থাকা ভাই। ইমান দুৰ্বল নহবা ভাই আজিৰ দিনত গিলি পেলাব এচাম মানুহে। আৰু এটা কথা এইবোৰ কথা ৰাইজৰ মাজত কৈ নিজৰ দুৰ্বলতা খিনি হে দেখাইছা নিজৰ। karma ত বিশ্বাস ৰাখা ভাই। ভগৱানৰ ছাগে ভাল plan এটা আছে তোমাৰ কাৰণে।
@Barasarane
@Barasarane Жыл бұрын
Akdm right koise apuni
@anismitabrown2238
@anismitabrown2238 Жыл бұрын
তুমি কিয় কান্দিচা , তুমি এজন বুকুত সাহক থকা দেকা লৰা তুমি কিয় মানুহৰ হাৰিত নথকা এজনিৰ কৰনে মৰিবা। তুমি strong হোৱা আৰু আগলে আগবাঢ়ি যোৱা ।
@dharitridas1201
@dharitridas1201 Жыл бұрын
এজন পুৰুসে তেতিয়া হে এজনী ছোৱালীৰ বাবে কান্দে যেতিয়া এজনী ছোৱালীক মাকৰ ঠাইত থৈ নিজৰ কৈ বেছি ভাল পোৱা আৰু সন্মান দিয়ে,,,,,,,,,,,,,,,,,,আপোনাৰ জীৱনত ঘটা ঘটনাটিৰ লগত হয়টো কোনোবা খিনিত মোৰ লগত ও মিল আছে ,,,,,,,
@renubaishya6653
@renubaishya6653 Жыл бұрын
ল'ৰা জনক কৈছোঁ তুমি কান্দি নাথাকিবা আগলৈ তোমাৰ ভাল হ'ব ভগৱানে তোমাক পৰীক্ষা কৰিছে আশীৰ্বাদ কামনা কৰিছোঁ জয় গুৰু শংকৰ।
@dipakar7885
@dipakar7885 Жыл бұрын
অতি দুঃখ জনক ঘটনা । আশা কৰো ভৱিষ্যতে দুই নম্বৰ জন ৰিচি বলিপথা নহওঁক তাৰেই কামনা কৰিলোঁ । কাৰণ এজন লৰা তেনেই সৰু কথাত চকুপানী নোলাই । কিমান দুখত কান্দি কান্দি কৈছে কথাখিনি শুনিয়েই অনুভৱ কৰিব পাৰিছো । শেষত এটাই কওঁ দোষী জীৱন অন্ধকাৰ হওঁক তাৰে কামনা কৰিলোঁ 🙏🙏🙏
@Lakhibhadoi
@Lakhibhadoi Жыл бұрын
পাপে চুব হেই জনিক । বন্ধু জীৱনটো গঢ়া কিবা এটা কৰা এনেকোৱাকে কৰা পৃথিৱী এ মনত থব তোমাক । মানুহৰ জীৱনত সূখ দুখ থাকেই দুখ থাকিলেহে সূখ কাক কৈ চিনিবা । প্ৰকৃতিকো লাগে দেখুন ৰদ বৰষুণ ।
@manibankalitanath3648
@manibankalitanath3648 Жыл бұрын
জীৱনত কিছু ঘটনা এনেদৰে ঘটি যায় । যিটো খুবেই বেদনা দায়ক। সত্যত তুমি আছা ভগবান তোমাৰ সহায় হব । হয়তো মানসিক যন্ত্ৰণা কিছু পাবা। এটাই সত্য ভগবানে যি কৰে ভালৰ কাৰণেই কৰে। যিটো বেয়া বস্তু সেইটো তোমাৰ পৰা আতৰাই নিয়া হৈছে এয়াও হয়তো নেদেখা জনৰ দ্বাৰাই হৈছে । সেয়ে এই ঘটনাটো জীৱনৰ এটা বেয়া অধ্যায় বুলি পাহৰি যোৱা। তোমাৰ জীৱনলৈ শতগুণে ভাল এজনী জীৱন সংগী আহিব। তুমি প্ৰথমে অন্তৰৰ পৰা ছোৱালীজনীৰ প্ৰতি থকা ভালপোৱা ত্যাগ কৰা । তোমাৰ লগত মা দেউতা আছে ।
@ourlivecircle8014
@ourlivecircle8014 Жыл бұрын
ইন্টাৰনেটৰ যুগত হৃদয় নহয় নেটপেকৰ প্ৰয়োজন হয় মনত ৰাখিৱা !! নেট পেক থকালৈকে চলি থাকিৱ শিষ হলেই আকৌ ৰিচাৰ্জ ,এয়াই প্ৰেমৰ সংজ্ঞা এতিয়া.🙏
@rituparnapathak1932
@rituparnapathak1932 Жыл бұрын
নিজৰ মা দেউতা ৰ কাৰণে জীয়াই থাকক। এনেকুৱা চৰিত্ৰ হীন ছোৱালীৰ কাৰণে নিজৰ জীৱন টো শেষ নকৰিব। ভাল হওঁক আপোনাৰ। ভাল আৰু সঁচা জীৱন সংগী বিচাৰি পাওক।
@arunkumargupta4869
@arunkumargupta4869 Жыл бұрын
no need to repeat suuch type of character give up yu dear fromjht
@pankajmakrari7981
@pankajmakrari7981 Жыл бұрын
😢😢😢😢
@TapanDas-bl2qe
@TapanDas-bl2qe Жыл бұрын
সচা প্রেমৰ পূৰ্ণতা বিয়া নহয় ।বিয়া সচাই আচৰিত যাৰ লগত লিখা থাকে তাৰ লগত হে হয়। মনে বিচৰা জন কম লোকৰ কপালত হে থাকে। সেয়ে আপুনি আপোনাৰ ভৱিষ্যত জীৱন গঢ়িবলৈ কৰ্ম কৰি যাক..... প্রেমৰ নামত আৱেগিক হৈ নিজৰ জীৱনটো ধ্বংস নকৰিব ...🙏🙏 মিচা প্ৰেমৰ প্রলোভনেৰে নিজকে গঢ়াৰ,লগতে নিজৰ ঘৰখনকো গঢ়িবলৈ চেষ্টা কৰিছে। ....এক কথাত কবলৈ গলে তাই এজনী বেশ্যা লৈ পৰিণত হৈছে....৷ 🙏🙏🙏🙏🙏
@moinaborah1495
@moinaborah1495 Жыл бұрын
মানুহে কয় ল'ৰাই সঁচা ভাল নাপায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত লৰাই সদায় কান্দিব লগীয়া হয়😢 ছোৱালীৰ বোৰে কিয় মিচাঁ প্ৰতাৰনা কৰিৱ লাগে 😌 ❤from Dhemaji 💖
@rohitchetry4372
@rohitchetry4372 Жыл бұрын
ছোৱালী ও কান্দিব লগা হৈ দাদা , পাগলৰ দৰে হৈ পাইছোঁ , ভৰিত ও ধৰিচিলো 😔😭
@moinaborah1495
@moinaborah1495 Жыл бұрын
@@rohitchetry4372 mrm vl puwa hbo lge ata relationshipot
@rinkudas9450
@rinkudas9450 Жыл бұрын
সেই ছোৱালীজনীৰ কাৰনে তুমি নিজৰ জীৱন ধংস নকৰিবা । তুমি আগুৱাই যোৱা দাদা সময়ে তোমাক কৈই দিব তুমি কাৰ হবা আৰু কোন তোমাৰ হব।❤ From jorhat
@rameswarmalakar4898
@rameswarmalakar4898 Жыл бұрын
যিখিনি শুনিলো বৰ দুখ লাগিল ম ই এগৰাকী মা হ ও সকলোবোৰ বাদ দি তোমাৰ মা দেউতা আছে তেওঁলোকৰ আশীৰ্বাদ আজীৱন থাকিব নতুন কৈ জীৱন তো সজোৱা ইমানতে তুমি বাচি গলা তোমাৰ আগলৈ বহু ভাল হোৱাৰ কামনাৰে,::::::;;;;;;;;;;মা হিচাপে
@প্ৰভাতীমহিলামঞ্চ
@প্ৰভাতীমহিলামঞ্চ Жыл бұрын
Rishi তুমি বৰ ভাল ল'ৰা, এতিয়াও তোমাৰ সুন্দৰ জীৱনটো আছে। হয়তো তোমাৰ ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৰিছিল বুলি ভাবা। আজিৰ পৰা সেই বেয়া প্ৰভাৱ বোৰৰ পৰা আতৰি আহিলা। তুমি কেলৈই তাইৰ কাৰণে অমূল্য জীৱন ধ্বংস কৰিবা। ভাবি ছোৱা , তোমাৰ মৰমৰ মা দেউতা ,ভাই ভণী আৰু বহুতো উজ্জ্বল জীৱনৰ সপোন আছে। গতিকে তাইৰ কথা পাহৰি বেলেগ এজনী কথা চিন্তা কৰা। তুমি জীৱনত এতিয়াৰ পৰা কেৱল সুফলেই পাই থাকিবা। পিতৃ মাতৃ ও পৰিয়াল বৰ্গ লৈ সুখ ও সুখ্যাতি আনিব পাৰিবা। ধন্যবাদ। তোমাৰ সফলতা কামনাৰে।
@sahenforzana7265
@sahenforzana7265 Жыл бұрын
মাক চাই জীয়েক, মাকৰ স্বভাৱ বেয়া কাৰণে, জীয়েকৰ বেয়া , দাদা তুমি নিজৰ ঘৰৰ কথা ভাৱি একো বেয়া কাম নকৰিবা......
@NiyorOfficial
@NiyorOfficial Жыл бұрын
মানুহৰ জীৱনত এইবোৰ থাকেই। আজিকালি এচামৰ বাবে প্ৰেম বস্তুটো একেবাৰে সাধাৰণ । প্ৰেম বুলি একোৱেই নাই, সকলো টকাৰ খেল। জীৱনটো নিজেই স্বাভাৱিক কৰি লোৱা তাৰ বাহিৰে উপায় একো নাই। বহুতৰে জীৱনত এইবোৰ হয়। কেৱল নিজক ভাল পাবলৈ শিকা, আগবাঢ়ি যোৱা। তোমাৰ মুখখন দেখিয়েই অনুভৱ কৰিছো তোমাৰ কথাত সত্যতা আছে। তেনেকুৱা টকা লোভীয়া ছোৱালীক বাদ দি আগবাঢ়া। জীৱনলৈ ভাল দিন আহিব, অতীত পাহৰি আগবাঢ়া।
@nishantamedhi7871
@nishantamedhi7871 Жыл бұрын
Right
@abhigamer9193
@abhigamer9193 Жыл бұрын
তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিল‌‌একো‌ চিন্তা নকৰিবা‌ ‌ সকলোখিনি ভগবানৰ ‌ওপৰত‌ এৰি দিয়া।,
@sanjibpegu5834
@sanjibpegu5834 Жыл бұрын
সচাকৈ বাস্তৱিক কাহিনী এটা শুনি পালোঁ। এইখন অসমত ছোৱালীয়ে ল'ৰাক ৰেপ কৰি আছে কিন্তু কোনোৱে মাণি লব পৰা নাছিল। এতিয়া কি চলি আছে সকলোৱে গম পাইছে চাগৈ। ভাইটি যি কৰিছে ভগৱানে তোমাক ভালেই কৰিছে। নতুন জীৱন এটা আৰম্ভ কৰা চাবা জীৱন টো কিমান ৰঙীন হ'ব। সচা মনৰ মানুহ হোৱাৰ কাৰণে ভগৱানে তোমাক বচালে। ধৰ্য্য ধৰাৰ বাহিৰে একো উপায় নাই। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ তোমাৰ। বহুত বেছি দুখ লাগিল।
@bbsgaming5156
@bbsgaming5156 Жыл бұрын
ইশ্বৰৰ বাহিৰে কতো শান্তি নাপাবা ৷তোমাৰ দৰে মোৰো একেই হৈছিল কৃষ্ণৰ চৰনত যোৱা সকলো ঠিক হৈ যাব ৷মইও তোমাৰ দৰে চকুপানী ৰাখিব নোৱাৰিছিলো আৰু এতিয়া মোক কোনো দুখেই পৰাস্ত কৰিব নোৱাৰে ❤ৰাধে ৰাধে❤
@sangitasaikia2927
@sangitasaikia2927 Жыл бұрын
Radhe radhe
@bbsgaming5156
@bbsgaming5156 Жыл бұрын
@@sangitasaikia2927 ৰাধে ৰাধে
@nashekiduniya1007
@nashekiduniya1007 Жыл бұрын
Bbsgaming 5156 shree krishna putekor nam ki asil ko son😂😂😂😂
@bbsgaming5156
@bbsgaming5156 Жыл бұрын
@@nashekiduniya1007চাম
@bbsgaming5156
@bbsgaming5156 Жыл бұрын
@@nashekiduniya1007 ইশ্বৰ কৃষ্ণৰ পুত্ৰৰ নামে তোমাক কি সহায় কৰিব ?
@ddcreations1049
@ddcreations1049 Жыл бұрын
তেনেকুৱা চৰিত্ৰহীনা ছোৱালীৰ পৰা আতৰি আহি নিজৰ জীৱন ৰক্ষা কৰক ৷ জীৱনটো ভালদৰে আগুৱাই লৈ যাওক , সুখী হওক
@rumiborah7914
@rumiborah7914 Жыл бұрын
ভগৱানে তাইক কেতিয়াও ক্ষমা নকৰে। এনেকুৱা নীচ চৰিত্ৰৰ ছোৱালী বাদ দিয়া ।তাইক বিয়া কৰালে তোমাৰ জীৱন অশান্তি হ'ব । তুমি নতুনকৈ জীৱনটো আৰম্ভ কৰা । তোমাৰ ভৱিষ্যত জীৱন সুখৰ হ'ব। ইমান মানসিক কষ্ট দিয়াৰ বাবে তাই শান্তি নাপাব । তোমাৰ চকুপানী দেখি নিলিখি নোৱাৰিলোঁ।
@kalpanarai77M
@kalpanarai77M Жыл бұрын
right🙏
@SudarkhanRajbongshi
@SudarkhanRajbongshi Жыл бұрын
Right
@parinitatalukdar1927
@parinitatalukdar1927 Жыл бұрын
Right
@THG953
@THG953 Жыл бұрын
Ekhet kon hoi rumi baideu... Korobat dekha dekha jen lagil
@kishorbarman8531
@kishorbarman8531 Жыл бұрын
Right 👍
@Abhiii878
@Abhiii878 11 ай бұрын
আকৌ কৈ ভাল লৰা পালে হল..... বিশ্বাস অকল মা দেউতাক কৰিবা ❤
@mrinalkumar8736
@mrinalkumar8736 Жыл бұрын
ঋষি তোমাৰ কাহিনী শুনি বৰ দুখ লাগিলে । এতিয়া তুমি এনেদৰে ভাঙি পৰিলে নহব তুমি ভাল লৰা হৈ দেখুৱাই দিয়া তাই কাৰ লগত কিমান সুখী হয় তুমি চাই থাকা হীলী নাযাবা । এনেদৰে এটা সময়ত প্ৰৱঞ্চনাৰ বলি ময়ো হৈছিলো । মই কিন্তু হাৰি যোৱা নাই ।মোক যথেষ্ট সহায় কৰিলে। একমাত্ৰ ভগৱানে কিন্তু লাগিব কেৱল বিশ্বাস আৰু ধয্য কথা বোৰ পাহৰিব নোৱাৰি ঘৰত কোন কোন আছে ।আমি একে পথৰ পথিক কিবাকৈ জীয়াই আছো।
@HimaSaikia-sh3uo
@HimaSaikia-sh3uo Жыл бұрын
সঁচা কৈছোঁ তোমাৰ কথা বোৰ শুনি মই কান্দি দিছোঁ উফ ভগবান কিমান যে দুখত কৈ আছে কথা খিনি সহিব টান হৈছে সেই মানুহজন আৰু ছোৱালী টোক ঈশ্বৰে কেতিয়াও ক্ষমা কৰি নিদিয়ে চাবা
@dipuridingvlogs7263
@dipuridingvlogs7263 Жыл бұрын
😢😢
@dipuridingvlogs7263
@dipuridingvlogs7263 Жыл бұрын
@MoniGogoi-fm3hx
@MoniGogoi-fm3hx Жыл бұрын
বৰ ভাল লাগিল তোমাৰ কথাখিনি শুনি জীৱনত এনে এজন ব্যক্তি পাবলৈ কপাল লাগিব। তুমি বহুত ভাল লৰা চিন্তা নকৰিবা ভাল দিন আহিব।
@gitalichutia997
@gitalichutia997 11 ай бұрын
আপোনাৰ কথাবোৰ শুনি বহুত দুখ লাগিল । আপুনি এজনী ছোৱালীৰ কাৰণে জীৱনটো শেষ কৰি নিদিব।তাইতকৈ আৰু বহুত ভাল ছোৱালী পাব।
@MuskanRoji-sb6fr
@MuskanRoji-sb6fr Жыл бұрын
Never give up Rishi dada!! kolija sui goise🥺
@Kuldeepff963
@Kuldeepff963 Жыл бұрын
দাদা একো নহয় দিয়া তাই কৰা পাপৰ পৰিণত ভগৱানে তাইক দিব । তুমি জীৱনত আকুৱাই যোৱা । জীৱনত বহুত কষ্ট পাব লাগে কিন্তু তাৰ সন্মুখীন হব লাগে । সেইকাৰণে নিজৰ কাম কৰি যোৱা । ভগৱানে সহায় কৰিব তোমাক .... 👍👍
@dipalisaikia428
@dipalisaikia428 Жыл бұрын
ৰিচি তোমাক ভগৱানে সহায় কৰিছে । তুমিও দেখাই দিয়া এজন ভাল লৰা হৈ । আৰু সেই বুঢ়া তো সদাই তাইক সহায় কৰিব ?? তাই তোমাক হেৰুৱাৰ বেদনাত চতফতাই মৰিব তুমি ছাই থাকা । তুমি তাইক মনৰ পৰা মচি পেলোৱা । ভগৱানে তোমাক সহাই কৰিব । আৰু দুখ নকৰিবা ।
@violeenadas9921
@violeenadas9921 Жыл бұрын
Move on. Life is beautiful. Focus on your work. Focus on your family. Focus on your life. Ik this is heartbreaking but for that girl don't cry. Don't cry for anyone. Cry for your parents. You deserve better, do remember that. You should be proud that you didn't get that fuc*ing gurl. You are safe now. Be proud of yourself. Be happy. Live your life.
@prodipkumarbora3354
@prodipkumarbora3354 Жыл бұрын
মন্তব্য বোৰত সকলোৱে তোমাক সান্তনা দিয়া দেখা পাইছোঁ। মই কিন্তু নিদিওঁ। তুমি কথা বোৰ ভাবা, আৰু ভাবা। ভাৱি ভাৱি ভাগৰি যোৱা। কাকো এই কথাবোৰ আৰু নকবা। নিজান ঠাইত অকলে বহি খুব কান্দা। কান্দি কান্দি ভাগৰি যোৱা। এনেদৰেই নিজেই নিজক তোমাৰ ঢিলা কৰি পেলোৱা অংগ বোৰ নিজেই টানি লোৱা। এই প্ৰক্ৰিয়া চলাই থাকোতে কিন্তু নিজৰ কৰ্মক পাহৰি নাযাবা। কোনো দিনেই তাইৰ চেহেৰাটো নচাবা। এনে এটা দিন ঘূৰায় আনা যাতে ভাবিব পাৰা, তোমাৰ অতীতত তেনে একো হোৱাই নাছিল। যিমানেই আনক কবা সিমানেই প্ৰাৰম্ভিক অৱস্থালৈ অহাত পলম হব। তোমাৰ এই ঘটনা ৰ সুবিধা লৈ আনে তোমাক আৰু দুৰ্বল কৰিব।
@rashmirekhadevi80
@rashmirekhadevi80 Жыл бұрын
Thik kotha koise apuni.. Bht val lagil xuni 👍
@2.0940
@2.0940 8 ай бұрын
Anakua comments first plu 🤲moi sestra korim same condition 💐🙇
@sangita_das1
@sangita_das1 Жыл бұрын
বহুত দুখ লাগিল, তাই তোমাৰ মৰমৰ যোগ্য নহয়। তোমাৰ অৱস্থা দেখি কবলৈ একো ভাষা নাইকিয়া হৈ গৈছে, কিন্তু তোমাৰ জীৱনটো বাছিল এগৰাকী অসৎ যুৱতীৰ পৰা। ইমান মৰম দিয়াৰ পাছত তাই তোমাৰ জীৱনক লৈ যি খেল খেলিলে তাৰ ফল তাই এদিন ভালকৈ পাব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তুমি সুখী হোৱা।
@LoveGoal
@LoveGoal Жыл бұрын
নাযানো ক'ত তোমাৰ ঘৰ বন্ধু । 😢 আজি তোমাৰ লগত যি হৈ গ'ল আজি অনুভৱ কৰিব পাৰিছো । মোৰ ৬ বছৰ পিছত মোৰ লগত ঠিক তোমাৰ দৰে A 2 Z কৰিছে মোৰ লগত । আজি তোমি মোৰ মনৰ কথা খিনি প্ৰশাক কৰিলা বন্ধু 😢😢😢😢😢 মোৰ দৰে ১০০% 😭😭😭😭😭😭😭😭😭😭😭😭😭
@barnalidas9283
@barnalidas9283 Жыл бұрын
Same mro hoisl
@chimubhai46
@chimubhai46 11 ай бұрын
Monor kotha koi dila bro same situation hoise muru😢6 year relationship asile
@Akonidoley
@Akonidoley 11 ай бұрын
Ok
@mkdyt5989
@mkdyt5989 Жыл бұрын
মোৰ লগত ও এনেকুৱা হৈছিল 75% একে। বহুত কষ্ট পোৱা যায় আপোনাৰ দুখ বুজি পাইছোঁ মইও ভুক্তভোগী প্ৰেমৰ জালত যাতে আন বেলেগ কোনো নপৰে এবাৰ পৰিলে ওলায় অহা টো টান আৰু এই জাল ত জোন পৰিব দুৰ্বল মানুহে জীৱন ধ্বংস kori dib মই ভগৱান ৰ কৃপাত বাছি গলোঁ এতিয়া মই সাপ ক বিশ্বাস কৰিলে ও ছোৱালী ক বিশ্বাস নকোৰো আৰু প্ৰেম ভাল পোৱা ৰ পৰা বিশ্বাস বোলা বস্তু টো নাই আৰু সকলোৱে হাজাৰ বাৰ ভাবিব। যি জনি ছোৱালী য়ে বাৰে বাৰে দুখ দিয়ে ঢৌকা দিছে আকৌ বিশ্বাস লৈ লোৱা টো আমাৰ ভুল কিন্ত্ত আমি প্ৰেমত অন্ধ হৈ যাও যে আৰু এনেকুৱা ধৰণৰ ছোৱালী এ বহুত নিপুণ খেলয়ৈ কেনেকৈ খেলিব লাগে জানে মানে আপুনি ধৰিব e নোৱাৰিব আপোনাৰ এই ঘটনা আমাৰ আগত অৱগত kori বহুত ভাল কৰিলে বহুত তে সাৱধান হব পাৰিব আৰু বহুত লৰা অনেকে সম্পৰ্ক ত থাকিলে ওলাই আহিব পাৰিব আৰু সাৱধান হব পাৰিব আৰু বহুত কব বিচাৰোঁ কিন্তু নকওঁ আৰু দাদা আপুনি আগুৱাই যাওক যি হল বাদ diok আপুনি সঁচা ভাল পোৱা k ভগৱান e বচাই দিলে হনুমান মন্দিৰ ত গৈ বহি থাকে যে ইমান দুখ বোৰ লৈ গতিকে ভগৱানে ও আপোনাৰ বেয়া হব কেতিয়া ও নিদিয়ে আৰু নিদিলে ভগৱান ৰ স্বৰণ ত গৈ ঈশ্বৰ প্ৰতি থকা শ্ৰদ্ধা e আপুনি প্ৰেমৰ জাল ৰ পৰা উদ্ধাৰ কৰিলে ।দুখ লাগিল লাহে লাহে ঠিক হব সকলোবোৰ মনত পৰিব কথা বোৰ এটা সময় t sab ঠিক হৈ যাব ভগৱান r usrt pratharna কৰিছোঁ। ।
@rombhapatir
@rombhapatir 5 ай бұрын
Muk lora ajon korile aneka same condition 😭😭😭
@pratibhakakati7057
@pratibhakakati7057 Жыл бұрын
ঋষীতুমি এজন সৰল মনৰ লৰা অতিত লৈ জীয়াই নাথাকিবা । বৰ্তমান তোমাৰ সুন্দৰ হব। মা দেউতাৰ কথা ঢিন্তা কৰি আগুয়াই যোৱা ।ভাল বাছিলা সেইজনীৰ পৰা।ৰাজযোগ মেডিতেচন কৰা সকলো চিন্তা দূৰ হব ।God bless u
@abdurrezzak3021
@abdurrezzak3021 Жыл бұрын
Your last suggestion is quite ok or praiseworthy. He should follow it. Thanks a lot.
@dishamoni481
@dishamoni481 Жыл бұрын
লৰা মানুহে সচৰাচৰ নাকান্দে বাবেহে আজি এই কমেন্তটো লিখিলো👉বিয়া নহওতে নিজৰ মনৰ লগতে দেহটো যিজনী ছোৱালীয়ে এৰি দিব পাৰে তাকো ভালপোৱা ১ বছৰ নহওতে ।।।তেনে ছোৱালী কেতিয়াও ভাল হব নোৱাৰে ।।তাইৰ ঘৰৰ সংস্কাৰ কেতিয়াও ভাল হব নোৱাৰে।।আৰু এটা কথা নিজৰ মা দেউতাতকৈ আপোন কোনো নাই গতিকে মা দেউতাৰ লগত হেপ্পী হোৱা দাদা ।।। আৰু ইমানখিনি ৰিলেশ্বনৰ কথা অপেন কলা ভৱিষ্যত তোমাৰ দিগদাৰও হব পাৰে।। বনৰী জনীৰ কাৰণে আধা বৰবাদ হলা আৰু নহবা।।
@parthapratim7164
@parthapratim7164 Жыл бұрын
Akdm right 👍 I agree with you....
@hbi-o4d
@hbi-o4d Жыл бұрын
Relationship ot ase jetiya sex koriboi no
@PhunuNathBora-uz9vj
@PhunuNathBora-uz9vj Жыл бұрын
এনেকুৱা প্ৰেমিকাৰ কাৰণে দাদা তুমি দুখ নকৰিবা।যিনেকি পবিএ প্ৰেম বুজি নাপায়। অন্তৰখন ভাঙি যাব নিদিবা। তুমি মা,দেউতাৰ কাৰণেই ভালদৰে বিয়া পাতি সুখত থাকি তাইক দেখুওৱা। দাদা তুমি চাই থাকা তাইৰ অৱস্থা কেনেকুৱা হয়।
@PhunuNathBora-uz9vj
@PhunuNathBora-uz9vj Жыл бұрын
দাদা তোমাৰ একেবাৰে শেষৰ কথাখিনি শুনিব বৰ দুখ লাগিল বহুত বেছি।তেনেকুৱা বিলাকক কি বুলি কয় জানা বেইছা।
@dishamoni481
@dishamoni481 Жыл бұрын
@@hbi-o4d sex only married couple a he koribo pare... valpoa mane sex nhoi so biyar agt kono val ghorr sowali a lorak aneke namate...offer nidiye.. O hoi moi manu jodi he lorai force kore thn badhyat kiba hb pare but nije lora ghrt mata sowali kenekoa hb vabok..
@rajaxom3917
@rajaxom3917 Жыл бұрын
অতীতক সুঁৱৰি ভৱীষ্যত নষ্ট নকৰিবা দাদা দাদা তুমি জীয়াই থাকিব লাগিব দাদা তুমি যুঁজিবলৈ লাগিব এজনী ছোৱালীৰ বাবে তুমি তোমাৰ ৰঙীন জীৱনটো কষ্ট নিদিবা দাদা
@kusumsarma6702
@kusumsarma6702 Жыл бұрын
ৰাস্তাৰ গাড়ী,এখন গলে দুখন আহিব!!!!no tension ভাই।নিজৰ জীৱনতকৈ কাকো বেছি গুৰুত্ব দিব নালাগে,,,,
@monalishaborah-ys1zd
@monalishaborah-ys1zd Жыл бұрын
সঁচাকৈয়ে বৰ দুখ লাগিল 😢 তুমি এনেকোৱা এজনী ছোৱালী কাৰণে দুখ নকৰিবা এনেকোৱা এজনী ছোৱালী তোমাৰ যোগ্য নহয়। আগবাঢ়ি যোৱা সদায় তাইকো দেখাই দিয়া তাই নহ'লেও যে তুমিওঁ থাকিব পাৰা, নতুনকৈ জীৱনটো আগবাঢ়ি যোৱা।।
@ujonirswapnil647
@ujonirswapnil647 Жыл бұрын
হয় মানিছো তুমি তাইক বহুত ভাল পাইছিলা ❤তুমি নিজকৈও তাইক বেছি ভাল পাইছিলা কিন্তু এটা কথা ভাৱা ছোন তুমি তাইৰ বাবে কিবা দেৱদাস হৈ থাকি কিবা লাভ আছে যানো যি গল গল আৰু এটা কথা মনত ৰাখিবা ভগৱানে যি কৰে ভালে কৰে 😊নিজৰ কামত ফকাছ কৰা তাইক দেখুৱাইদিয়া নিজৰ ভাল কামৰ যুগেদি যাতে তাই ভাৱিব বাধ্য হয় তুমাক হেৰুৱাই তাই কি ভূল কৰিলে 🙏ইনে তাইৰ বাবে এতিয়াও কান্দি কৰি থাকিলে তাই চল হে পাব বাত হাঁহিব 🙏
@barbie_mahanta0.1
@barbie_mahanta0.1 8 ай бұрын
এনেকুৱা এজন সঁচা প্ৰেমিক পোৱাটো সকলো ছোৱালীৰে সপোন ❤
@sangitasaikia32
@sangitasaikia32 Жыл бұрын
দাদা আপুনি দুখ নকৰিব,, আপুনি এজন ভাল মনৰ ব্যক্তি বিশ্বাস ৰাখক নেদেখাজনৰ ওপৰত ,, চাব আপোনাৰ এদিন ভাল দিন আহিব আপোনাৰ ভালপোৱা সঁচা আছিল কিন্তু তাই সেই ভালপোৱাৰ মূল্য দিব নাজানিলে , ভগৱানে তাইক যেন কেতিয়াও ক্ষমা নকৰক 😌🙏🙏,,, আপুনি এজন সৎ সাহসী আৰু প্ৰকৃতবান পুৰুষ সেইয়ে আপুনি তাইৰ দৰে কেতিয়াও পলাই ফুৰা নাই,, আনক কষ্ট দি তাই কেতিয়াও সুখী হব নোৱাৰে,, সেই ফল তাই এদিন ভুগিব ই,, আপুনি ভাগি নপৰিব ,,, সদাই সৎ সাহসেৰে ভাল কাম কৰি যাঁওক এদিন আপুনি এদিন সফল হবই,, আগৰ কথাবোৰ পাহৰি জীৱন টো নতুন কৈ সজাওক,,,, আপোনাৰ ভবিষ্যত জীৱন উৎজল হওঁক আৰু আগুৱাই যাওক 🙏🙏
@reenatamuli6970
@reenatamuli6970 Жыл бұрын
নতুন জীৱনৰ আৰম্ভনি কৰা । তুমাৰ কাৰণে তাই সচা নহয় । তুমাৰ কাৰণে এটা সচা চৰিত্ৰ ওলাই গ'ল। এয়াই ঈশ্বৰৰ আশীৰ্বাদ । 👍👍👍
@dipakonwarlahkar6467
@dipakonwarlahkar6467 Жыл бұрын
তোমালৈ মোৰ এটাই অনুৰোধ , সেই পৰিয়াল তোৰ পৰা সম্পুৰ্ণ ভাবে অাতৰি অাহা । মৰাৰ কথা ভুলতো নাভাবিবা । তোমাৰ পৰিয়ালৰ কথা , মা - দেউতাৰ কথা ভাবা । তোমালৈ মোৰ আশীৰ্বাদ থাকিল 🙏🙏
@sangitakalita8375
@sangitakalita8375 Жыл бұрын
Tomar dare lorak val paboli vaigo lagibo... Ji tai nubujile tomar xasa val powak... Dada Tomi atiya aebur vabi nathakiba jibon tu tomar Tomi tumar ma dautar katha vabi jibon tu aguwai niya... Tai ari gol ki hol tait koi val kunuba roi ase .. Jun suwali ahibo tomar life ot bohut happy hoba..xukhi huwa Dada tomi....🙏🏻🙏🏻🙏🏻
@rejimahmed2611
@rejimahmed2611 Жыл бұрын
ৰিছি তোমাক ভগৱানে ভাল বছাইছে,তেনেকুৱা স্বভাৱৰ ছোৱালী এজনী যদি তোমাৰ জীবন সঙ্গী হালেহেতেন গোটেই জীৱন নৰকৰ যতনা ভুগিব লগীয়া হলেহেতেন, থাতাপি তোমাৰ কথা খিনি খুনী চকুলো ধৰি ৰাখিব নোৱাৰিলো।
@birendeka1083
@birendeka1083 Жыл бұрын
ঋষি, দুখ নকৰিবা তোমাৰ বেয়া দিনৰ আঁৰত তোমালৈ ভাল কোনোবাই অপেক্ষ্যা কৰি আছে। জীৱনটো নতুনকৈ সজোৱা এতিয়াও বহু দুৰ বাট আছে।
@anjalisaloi
@anjalisaloi Жыл бұрын
তেওঁ
@alokabiswas4079
@alokabiswas4079 Жыл бұрын
অভদ্ৰ ছোৱালী.... এনেকুৱা ছোৱালী বোৰৰ কাৰণে সকলো ছোৱালীৰ বদনাম হয়...... ইমান দীঘল vedio আজি প্ৰথম saisu n কথাখিনি শুনি বহুত দুখ লাগিল😭😢 তাই তোমাক deserve নকৰে.. তুমি আৰু ভাল ছোৱালী পাবা..... এইবোৰ ছোৱালীৰ কাৰণে মন বেয়া কৰি একো লাভ নাই... So happy থাকিবলৈ try kora🌸
@hbi-o4d
@hbi-o4d Жыл бұрын
Hi muk marisile tumi ki jana ene tair side kio loiso toiee biya ho rishi logot ja gom pabi, mota pagoli
@rashmidevi1560
@rashmidevi1560 11 ай бұрын
গোটেই ভিদিঅ টো চালো বহুত বেছি বে লাগিছে😭😭😭😭😢😢তাই কেতিয়াও জীৱনটো সুখী হ'ব নোৱাৰে তোমাৰ লগত ভগৱান আছে তোমি হাৰ মানি নাজাৱা। বাত দিয়া সেইবোৰ
@bijanjyotikalita8966
@bijanjyotikalita8966 11 ай бұрын
কিমান নীচ হলে এনে কৰিব পাৰে 🥺 দাদা আপুনি চিন্তা নকৰিব চাই থাকক আপুনি move on কৰিব পাৰিব কিন্তু তাই চাওক জীৱনত কেতিয়াও নোৱাৰে শান্তি কেতিয়াও নেপাই ।। একনম্বৰ বেশ্যা আছিলে তাই ।। আৰু সম্পূৰ্ণ পৰিয়ালতো
@nainabhuyan3391
@nainabhuyan3391 Жыл бұрын
ল'ৰা বোৰে সহজে নাকাণ্ডে কিন্তু যেতিয়া কান্দে গম পাব তেওঁ নিচিনা দুখত আৰু কোনো নাই,, বৰ দুখ লাগিল বাদ দিয়ক তাই আপোনাৰ যোগ্য নহয় গতিকে ভগৱানে আপোনাৰ জীৱনত আহিব নিদিলে আপুনি পবিত্ৰ বহুত ভাল হব আগলৈ আপোনাৰ জীৱন
@gourangdas5760
@gourangdas5760 Жыл бұрын
মন চুই গ'ল ,হুবহু কিছু মোৰ জীৱনৰ লগত মিলি গ'ল ,সাহস পালো কিছু মোৰো‌এনেকৈ কব মন‌ গৈছে 😢😢
@khiruddaflari3083
@khiruddaflari3083 Жыл бұрын
আপোনাৰ কথা বোৰে মোৰ অতীতলৈ ঘূৰাই আনি সেই দুখ লগা ছবি খন মনত পেলাই দিলে।কি যে দুৰ্ভগীয়া আমাৰ লৰা মানুহৰ জীৱনটো।যিটো সময় মই এটা সময়ত অতিবাহিত কৰি আহিলো।এনেকুৱা কথাবোৰে মোৰ হৃদয় চুই যায়।মোৰ সাত বছৰ ভাল পোৱাৰ পিছতো দুৰ্ভাগ্যই মোৰ এনেকুৱা পৰিস্থিতি কৰিলে।এনেকুৱা ঘটনা যেন কাৰো লগত নহয় মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।দাদা আপুনি এজন সৎ সাহসী সৎ মনোবলৰ মানুহ অতীতৰ কথাবোৰ পাহৰি কামত ভালকৈ মন দিয়ক মই ভুক্তভোগি হিচাবে আপোনাক অনুৰোধ কৰিছোঁ দাদা।
@utpalggoi2.082
@utpalggoi2.082 Жыл бұрын
চকু পানী ওলায় গল ওঁ মোৰ 🥺, শুনি দুখ লাগিল দাদা🥲 , এনেকুৱা কৰিব নেপায় কিন্তু ছোৱালী জনি , পাপ লাগিব তাইৰ , কেতিয়াও ভগৱান মাফ নকৰিব😣
@jinamonihazarika2791
@jinamonihazarika2791 Жыл бұрын
তুমি বহুত ভাল ৰিচি তোমাৰ অনন্ত খন সচাঁই মৰমীয়াল ।এজনি সাধাৰণ ছোৱালীৰ লগত তোমাৰ জীৱনটো এনেই পাৰ হবলৈ নিদিবা ।আগুৱাই যোৱা ভগৱানে তোমাক সহায কৰিব ।লগত আমিবোৰ তোমাৰ লগত আছো ।
@geetapathak5633
@geetapathak5633 Жыл бұрын
এনেকুৱা ছোৱালীৰ লগত সম্পর্ক নাৰাখাই ভাল। তুমি নতুন জীৱন আৰম্ভ কৰা। চিন্তা নকৰিবা। কান্দি নাথাকিবা । বহুত বেয়া লাগিল। আৰু মৰাৰ কথা নকবা তুমাৰ কি নাই এবাৰ মা দেউতাৰ কথা চিন্তা কৰিবা। ইমান খিনি জনাৰ পিছতো তাইক তুমি অন্তৰেৰে ভাল পাইছিল৷ । তুমি এজন সুস্থ সবল ডেকা লৰা। মৰাৰ কথা নকবা। তাইক ভাল কাম কৰি দেখুৱাই দিয়া।
@দিব্যাংশুগায়ণ
@দিব্যাংশুগায়ণ Жыл бұрын
কামাখ্যা মন্দিৰত গৈ সকলো দেৱী ভগৱতীৰ ওচৰত অৰ্পণ কৰা দাদা । তেওঁ দুষ্টৰ বাবে ভয়ংকৰী আৰু শান্তৰ বাবে মাতৃ । জন্ম দিয়া পিতৃ মাতৃতকৈ কোনো ডাঙৰ নহয় । তেনে দুৰ্চিন্তা আনি মা দেউতাৰ লগতে নিজৰ আত্মাক কষ্ট নিদিবা । তুমি সচাঁৰ পথত আছা আৰু সেইবাবে তুমি নিৰ্ভয় হৈ সকলো কথা সমাজৰ আগত প্ৰকাশ কৰিব পাৰিছা । তুমি সচাঁৰ পথত আছা আৰু সচাঁৰ পথত থকা জনক কোনেও হৰুৱাব নোঁৱাৰে । তেনে মানুহক জীৱনৰ পৰা উলিয়াই দিব লাগে । ঈশৰৰ ওপৰত বিশ্বাস ৰাখা , কেৱল পিতৃ মাতৃ ক হৃদয়ত ৰাখা আৰু নিজৰ কৰ্ম কৰি যোৱা সকলো ঠিক হৈ যাব আৰু জীৱনটো এটা সময়ত গৈ তুমি ভৱাতকৈয়ো বেছি সুন্দৰ হৈ যাব । দুষ্ট লোকৰ বাবে নিজৰ জীৱনটো ধ্বংস হ'বলৈ নিদিবা , জীৱন টো মূল্যহীন নকৰিবা । মা দেউতাতকৈ এই জগতত কোনো ডাঙৰ হ'ব নোৱাৰে আৰু তুমি তেওঁলোকৰ একমাত্ৰ সহাঁৰি । তেওঁলোকৰ লগত সময় কটাবলৈ আৰম্ভ কৰা , তেওঁলোকৰ লগত জীৱনটো উপভোগ কৰা তোমাৰ সকলো ঠিক হৈ যাব । মা দেউতাৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব যে সময়মতে মিছা মানুহবোৰৰ মুখা আৰু প্ৰকৃত চৰিত্ৰ উলাই পৰিল আৰু তোমাৰ জীৱনটো এটা বহুত ডাঙৰ বিপদ , ধ্বংস হোৱাৰ পৰা তুমি উদ্ধাৰ হ'লা । তুমি সচাঁ যেতিয়া দেৱী ভগৱতীয়ে তোমাক সেই কথাৰ প্ৰমাণ , তোমাৰ অনিষ্ট সাধন কৰা বোৰৰ বিচাৰ কৰি তোমাক দেখুৱাব । অসৎ মানুহ লাগিলে ভাল চিনাকিয়ে হ‌ওক , বহুত ভাল বন্ধুয়ে হ‌ওক বা ভাল পোৱা ছোৱালী য়ে নহ‌ওক কিয় মানুহে জীৱনৰ পৰা ত্যাগ কৰি দিব লাগে । তেনে অমানুহ বোৰৰ‌ কাৰণে কন্দাটো দুৰৈৰে কথা সেই বোৰৰ কথা মনলৈ আহিবয়ে দিব নালাগে । ঈশ্বৰক চিন্তা কৰি আগবাঢ়া তোমাৰ সকলো ভাল হ'ব । তোমাৰ ওচৰত মা দেউতা আছে আৰু তেওঁলোকে তোমাৰ আচল শক্তি । মানুহৰ জীৱনটো বহুত মূল্যৱান দাদা । তুমি মোৰ দাদাৰ সমনীয়া । দাদা বুলি ভাৱি কথাখিনি ব্যক্ত কৰিলোঁ 🙏🏻
@RajuAhemd-b2d
@RajuAhemd-b2d Жыл бұрын
😢😢😢 বহূত দুখ পালো। কালনাগিনীজনী প্স্তাই প্স্তাই মৰিব।
@ramenborpatra7716
@ramenborpatra7716 Жыл бұрын
Never give up Risi bro ☺️ stay strong and be happy 😊
@anitabhuyan8375
@anitabhuyan8375 Жыл бұрын
,,
@anamikakalita8822
@anamikakalita8822 Жыл бұрын
Knka sini pua Kun rishi
@panitadeka8975
@panitadeka8975 Жыл бұрын
মোৰ তোমাৰ দৰে একেই অবস্থা ও । জীৱন টোত বহুত কষ্টৰে কটাবলগীয়া হৈছিল এতা সময়ত এতিয়াও বহুত কষ্টৰে পাৰ কৰি আছোঁ । সদায় আগবাঢ়ি যোৱা পাচলৈ ঘূৰি চাব নালাগে 😢
@Sramanujantutorialhome
@Sramanujantutorialhome Жыл бұрын
তুমি সাহস গোটোৱা যাতে শক্তিশালী হ'ব পাৰা আৰু এনেকুৱা সৰু সৰু কথা উৰাই দিব পাৰা । শনিদেৱায় নমহ 🙏 শনিদেৱে আপোনাৰ মংগল কৰক ।🙏
@Rocky-wt3md
@Rocky-wt3md Жыл бұрын
Kamakhya Maa blessed you... Xei suwali joni aru tair makok ekdom beya vaxaidi moi rendi buli kolu duyuke.. Poisa r krone emn tolot namibo pare ne.. Ehote lora bilak r life dhonkho kori ase.. Sabo sn.. Oha 1 mah r vitorot tai enekuwa dukh pabo je tai life tu ses hoi jabo.. Postabo xihote.. Saba xokoluwe
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 52 МЛН
I tricked MrBeast into giving me his channel
00:58
Jesser
Рет қаралды 21 МЛН
Moina Kolija (Web Series) - EP 01 | Adityam Saikia | Percelia Productions
21:51
Percelia Productions
Рет қаралды 3,6 МЛН