Thike koise apuni...anekuwa faltu manuhor pora hikib logia aku nai ...lukor akhn hongkhar hekh kori dise tai...kotha bur mitha mitha kintu bhut tengor maiki june hodiya ...anekuwa maiki pitib lage
@ajchetia743515 күн бұрын
Right 👍
@padmadutta3158Ай бұрын
তুমি সাহসী মহিলা আগুৱাই যোৱা ❤❤
@pranitaphukon8735Ай бұрын
আগতে এওঁৰ ভিদিউ চাই ভাল পাইছিলো, কিন্তু এদিন তেওঁৰ বিষয়ে এগৰাকীয়ে এটা ভিদীও দিছিলে সেইটো চোৱাৰ পৰা এওঁক বেয়া পাওঁ। কাৰণ কোনো নাৰীয়ে নিজৰ স্বামী জনক আনৰ লগত ভগাব নোৱাৰে আৰু সেই দুৰ্ভগীয়া নাৰী গৰাকী আৰু তেওঁৰ সন্তানে কিমান কষ্ট সহ্য কৰিব লগা হৈছে সেইটো তেওঁলোকে জানে। তেওঁ এখন ঘৰ ভাঙিছে তাতকৈ আৰু কি উন্নতি লাগিছে
এওঁৰ বিষয়ে বহুত বেয়াকৈ শুনিছোঁ এটা video ট ,কোন সঁচা কোন মিছা নাজানো,ই গৰাকীও সঁচা কোৱা যেন লাগিল,কেইবাবাৰু বিয়া হোৱা বুলে এই গৰাকী।
@indumoni891Ай бұрын
আজি সমাজৰ মানসিকতা বোলা অনুভৱ টো নাইকীয়া হৈ গৈছে। যাৰ লগত হয় তেওঁহে গম পাই।আজিৰ মানুহে যিকোনো কথা কৈ দিব পাৰে।আছল কথা নেজানি সমালোচনা কৰিয়ে ভাল পাই।
@HasibRahim07Ай бұрын
দুহাত মাৰিলেহে তালি বাজে।
@mridusmitaentertainment50Ай бұрын
Ekdom sosa koise
@Ranju-t7j10 күн бұрын
Bohut bhal lagil kothabur jani agbahi jua ❤❤❤❤
@prabhatkrgogoi8153Ай бұрын
"জীৱনৰ সংগ্ৰাম আমাৰ অন্যতম ডাঙৰ আশীৰ্বাদ। ই আমাক ধৈৰ্য্যশীল, সংবেদনশীল আৰু ঈশ্বৰসদৃশ কৰি তোলে। ই আমাক শিকাই যে যদিও পৃথিৱীখন দুখ-কষ্টৰে ভৰি আছে, তথাপিও ইয়াক অতিক্ৰম কৰিও ভৰি আছে।" - হেলেন কেলাৰ "The struggle of life is one of our greatest blessings. It makes us patient, sensitive, and Godlike. It teaches us that although the world is full of suffering, it is also full of the overcoming of it." - Helen Keller