মানুহ জন কিমান সহজ সৰল চাওক চোন ❤️ ৰমেন ছাৰক হে পাৰে যদি বেয়া নাপাব বুলি জুবিন দাক ক'ব কৈছে, দীপেন ছাৰক ক'ব কোৱা নাই ❤️ অন্তৰ চুই গৈছে ❤️ মই এই দশকৰ ল'ৰা কিন্তু সকলোতকৈ ভাল লগা গায়ক জন হয়টো দীপেন ছাৰ ❤️
@mrityunjaybordoloi53802 жыл бұрын
Dada fbt ki sabo . Moiu zubeen dak bohut bhal pao but dipen sir a zubeen dak bhultu khudhorai diyar babe zubeen Dar or kisuman anuragiye dipen siror birudhita korise। Kheitu beya kotha। Zubeen gargor gaan ata lora atai ata word bhulke gaisil tat lorajonok eman beyakoi koise zubeen or anuragi a. Kintu aji zubeen dai aji kiba ata bhul korar babe khudhorai diya manuh jonhe beya hl. Akou khekhot koisu moiu ajon zubeen anuragi.
@ashimborah17122 жыл бұрын
@@mrityunjaybordoloi5380 take amiu kaku beya npu dipen sire beya hoisu buliu kua nai , imn val mnuh hasa dei ❤️ কিন্তু নিজে গোৱা চিৰসেউজ গীতসমূহ ত ভুল হ'লে অলপ বেয়া লাগে তেওঁ ৰ , সেইটো সচা কথা ❤️ ৮০ দশকৰ মানুহৰ হৃদয়ত সোমাই আছে তেওঁ, এনেকুৱা চিৰসেউজ গীতসমূহ জীয়াই থাকক
@rajaborah28732 жыл бұрын
@@mrityunjaybordoloi5380 dada tumi thik kothai koisa 😑etiya asam novoba nisinta luke ahi ene kothar babe ji hokole yar birudhita kore tew luokok Bea ke kobo 😑asolote zubeen dar namt aeibur manuhe hai bor bor oityasar kore 😑 vua zubben premik ehot bur
@kritishnamusical2 жыл бұрын
Fb t eman beya beya comment korise khub beya lagise hosakoi🥲
@bhabendra919 Жыл бұрын
Zubeen r gaan val lage kin2 hai buli he dipen dar permission lobo lagisil.remake tene k surrar nisina k gabo nalagisil.
Dipen da 💖💖💖💖💖💖........ His songs bring me back to my childhood...his voice is just 💖💖💖💖..not comparable to anyone 🥳
@punyashreedas16172 жыл бұрын
Bhal lagil..simple Depen da..thikai koise
@krishnadoley6095 Жыл бұрын
শিল্পীসদায় মহান ।সেই মহান গুণ দীপেন দাৰ লগত আছে।🌹
@ramashrikalandi34342 жыл бұрын
Jai depan . Sir. Thanks the lord 🙏
@nilotpalsarma86592 жыл бұрын
দ্বিপেন দা আমি এতিয়াৰ প্ৰজন্মৰ হয় , মই আপোনাৰ গান শুনি বহুত ভাল পাওঁ আপুনি গোৱা গীত শুনি দাঙৰ হৈছোঁ , শ্ৰদ্ধা অাৰু মৰম বহুত আছে আপোনালৈ ।❤️🙏
@padumgogoi50252 жыл бұрын
মই নতুন প্ৰজন্মৰ ল'ৰা হয় আজিও দ্বিপেন বৰুৱাৰ গান শুনো শুনিলে এক বুজাব নোৱাৰা মনত অনুভৱ হয় সুৰ ফৰকাল জোনাক পোহৰ দৰে কি ৰসাল এক বুজাব নোৱাৰা অনুভৱ পাও দ্বিপেন বৰুৱাৰ গানত
@monujkumar95052 жыл бұрын
জুবিন দা নৰ্বপ্ৰজন্মৰ হাৰ্টথৰ্ব।অসমৰ এটা সম্পদ।অসমৰ কোনেও বেয়া নেপাই জুবিন দাক।আৰু কোনোবাই বেয়া পাইও একো ডাল কৰিব নোৱাৰে।সেই বুলিয়েই আনৰ গান এটা নোসোধাকৈ কিবা ৰহণ সানিলে হব জানো।সেইটো কোনো শিল্পীয়ে তেনে কৰিব নিদিয়ে।গতিকে জুবিন দাই সোধাটো প্ৰয়োজন আছিল বুলি ভাবো আৰু এতিয়াও সময় আছে।