যোৱাৰ পৰত সৰা শেৱালী বুটলি Original Song Sung By Jyotish Bhattacharya. Lyrics- Sabin Medhi. Tune- Saiyad Sadulla. On a Musical Program of News Live Assam with Nip Barua. Courtesy- News Live Assam. #newsliveassam #assamesong
Пікірлер: 53
@prasantagoswami14772 ай бұрын
মোৰআকৌ এই গীতটি সদাই মনত গুণগুনাই । গীতটি আজিৰ প্ৰজন্মই এনেদৰে আকোৱালী লোৱাৰ বাবে প্ৰশান্তলৈ মৰম শ্মেহ আৰু আৰ্শীবাদ থাকিল। কোনো খুদনোহোৱাকে অতি সুন্দৰকে গীতটি শুনুৱাৰ বাবে অশেষ ধন্যবাদ।
@pranabgogoi62832 ай бұрын
প্ৰশান্ত ৰাজখোৱাৰ গীত টো অতি সুন্দৰ হৈছে। কঠিন গীত।