জ্যোতিনগৰত সন্ধানহীন হোৱা শিশুটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

  Рет қаралды 5,935

Pratidin Time

Pratidin Time

22 күн бұрын

এই পৰ্যন্ত সন্ধান নাই শিশু অবিনাশ সৰকাৰৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। চৰকাৰৰ ওপৰত ভৰসা নকৰিবলৈ আহ্বান জনাই কংগ্ৰেছ নেতৃগৰাকীয়ে।
#PratidinTime #MiraBorthakur #Jyotinagar #guwahati

Пікірлер: 13
@kalpanaborah8745
@kalpanaborah8745 20 күн бұрын
বিজুলীয়ে ডাংকোপ মাৰি নিৰ্বাচনৰ আগত কৈছিল নহয় গুৱাহাটীত এনে এটুকুৰা ঠাই নাই য'ত বিজেপিয়ে উন্নয়ণ কৰা নাই।এতিয়া উন্নয়ণৰ ফুঁফুলা স্বৰূপ ৰাইজৰ মুখে মুখে শুনিবলৈ পাইছু।আমাৰ মানুহবোৰে এইবোৰ দেখিও চৰকাৰক প্ৰতিবাদ নকৰে কিয়?
@user-fy2im3ds3h
@user-fy2im3ds3h 20 күн бұрын
যিগৰাকী প্ৰতিনিধি আমি বহুত মৰম, আশা কৰি ভোট দি নিৰ্বাচিত কৰোঁ, তেখেতে সঁচাকৈ ৰাইজৰ সমস্যাৰ কথা সংসদৰ মজিয়াত উপস্থাপন কৰিব পাৰে নে?? নে তেওঁ নিজকে এগৰাকী ডাঙৰ মানুহ বুলি দাংকুপ মাৰি বহি থাকে?
@pranabjyotisaikia.8263
@pranabjyotisaikia.8263 20 күн бұрын
ৰাইজৰ ভোটৰ জৰিয়তে ৰাজপাটত উঠাৰ পিছত ৰাইজৰ দূৰদশাৰ কথা নাভাবে। ৰাইজে শিক্ষা ল'ব কেতিয়া?
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 12 күн бұрын
Congress zindabad
@One-of-a-kind1_ADRE
@One-of-a-kind1_ADRE 20 күн бұрын
যিকেজন কুকুৰে বিজুলীক ভোট দিছিল কত গল এতিয়া।
@basisthaacharya6590
@basisthaacharya6590 20 күн бұрын
হাতীগাৱৰ স্কুটী দূৰ্ঘটনাৰ পিছত এটা অৰ্ডাৰ ওলাইছিল যে কাম কৰা ঠাইৰ ফলত হোৱা গাত বোৰ হয় পুতিব লাগে নহয় বেৰিকেদ দি বন্ধ কৰিব লাগে। অৰ্ডাৰ বোৰ ছমাহতে ধোৱা চাঙত উঠিল। নিজৰ জীৱনৰ দায়িত্ব নিজে লৈ চলক। কিবা কৰি দিব বুলি ভাবিবহে পাৰি।
@Indian23537
@Indian23537 20 күн бұрын
Nijor ahabodhanot morise. Sobote sorkar sorkar koi thakile kidal hobo. Be practical.
@DIPANKARDAS-pt5co
@DIPANKARDAS-pt5co 20 күн бұрын
Thik katha koise.....kin2 public bodmash.....MP election t ekhetok nijikale...
@trinayansallinone4224
@trinayansallinone4224 20 күн бұрын
বাইদেউ অলপ সময়ৰ বাবে ৰাজনীতি বাদ দি শিশুটি উদ্ধাৰত লাগক ।ভুল কাৰ সেয়া বিবেচনা ৰাইজৰ ।
@trinayansallinone4224
@trinayansallinone4224 20 күн бұрын
@@One-of-a-kind1_ADRE মানে আপোনাৰ মতে এতিয়া চৰকাৰক গালি পাৰি থাকিলে শিশুটো বিছাৰি পাব নেকি ?? চৰকাৰ বা ডিৰ্পাটমেণ্টে বাৰু একো কৰা নাই মানিলো কিন্ত মীৰা বাইদেউ গৈ তাত কৰিলে কি ?? এতিয়া তাত যিমান যাব সকলোৰে কম বেছি পৰিমানে ৰাজনৈতিক স্বাৰ্থ থাকিব তাৰ বাদে একো নাই ।ইয়াত আপুনি মই কাৰোবাৰ সপক্ষে বা বিপক্ষে কলে অন্ধভক্ত হৈ কাৰোবাৰ হৈ কুকুৰৰ দৰে ভুকি লাভ নাই ।
@punjanbaruah9427
@punjanbaruah9427 20 күн бұрын
মীৰা বৰঠাকুৰ 😂😂😂😂😂😂
@One-of-a-kind1_ADRE
@One-of-a-kind1_ADRE 20 күн бұрын
বিজুলী 💩💩💩💩💩💩
50 YouTubers Fight For $1,000,000
41:27
MrBeast
Рет қаралды 193 МЛН
Каха и суп
00:39
К-Media
Рет қаралды 6 МЛН
Mapping the Trump Shooting
6:12
fern
Рет қаралды 14 МЛН
Best ever court scene 😍! Khichdi movie comedy scene! court room comedy
11:43
50 YouTubers Fight For $1,000,000
41:27
MrBeast
Рет қаралды 193 МЛН