লোহিত বৰা বাসগৃহ ভাগৱত পাঠ ৷৷তেজপুৰ

  Рет қаралды 102,063

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 172
@kumudgayan1664
@kumudgayan1664 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াতকৈ বুজিবলৈ কি উপায় আছে, সেইটো সেইটো নিশ্চিত ভাৱে নিজৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব, ভগৱন্তই কৃপা কৰা জনৰ সুদৃঢ় বিশ্বাস অন্তৰত জাগ্ৰত হ'ব। আপোনালৈ অশেষ ধন্যবাদৰ লগতে শত সহস্ৰ সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@maramidas5569
@maramidas5569 Ай бұрын
🎉😮
@japanidas6859
@japanidas6859 3 ай бұрын
কৃষ্ণ ৰাম অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ হৰিৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ ৰাম
@pallabikagohain5720
@pallabikagohain5720 3 ай бұрын
কৃষ্ণ কৃষ্ণ ভকত বৈষ্ণৱ হবৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা জনালোঁ কৃষ্ণ
@moniramgorh53
@moniramgorh53 2 ай бұрын
কৃষ্ণ প্ৰভু সমস্তৰ‌ চৰণত সেৱা আগবঢ়ায়ছো🙏🙏🙏
@kamalphukan1365
@kamalphukan1365 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ 🙏🏻 শাস্ত্ৰ সন্মতভাৱে সুন্দৰ সমিধান আগবঢ়ালে! প্ৰভূ ভগৱন্তৰ কৃপা হ‌ওঁক 🙏 জয় জগত গুৰু শ্ৰীমন্ত শংকৰ 🙏🙏🙏🙏
@keshabbora7742
@keshabbora7742 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@hemantaborgohain4493
@hemantaborgohain4493 Ай бұрын
তহঁতি জাত পাত ভাগ কৰিলি ।
@miduldutta8798
@miduldutta8798 21 күн бұрын
তই বৈকুণ্ঠৰ যাবি😀😄😀
@hemantaborgohain4493
@hemantaborgohain4493 21 күн бұрын
@@miduldutta8798 তোমালোকেহে বৈকুণ্ঠলৈ যাবলৈ কাম বন এৰি এইবোৰ ৰাতি এটা দিনত এটা কৰি থাকা । তাতকৈ যুধিষ্ঠিৰৰ দৰে জুৱা খেলি ৰাজ্য মাইকী দান দি ধৰ্মৰাজ হৈ স্বৰ্গলৈ যোৱা । নহলে পৰিক্ষীতৰ দৰে পাপ কৰ্ম কৰি মৃত্যুৰ ভয়ত ঈশ্বৰৰ নাম লৈ বাট চাই থাকা মৰিবলৈ । নহলে শ্ৰীকৃষ্ণৰ দৰে ভালুকৰ পোৱালী বা আন জন্তু এজনীকে মাইকী কৰি সংসাৰ কৰা দেই ।
@JayantaDhing-py2to
@JayantaDhing-py2to 2 ай бұрын
কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ
@poragboruah4156
@poragboruah4156 3 ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@baniktchutia2259
@baniktchutia2259 3 ай бұрын
jagat guru shreemanta hankardevar katha kritanat kuwa nai.hadasiva gunanukritanhe srimanta hankardeve korisil.joy guru hankar habba gunakar jakeri nahike upam.kritanar aitu bhalkoi pohak.bhul biyakhai hakolu dhangkha korile.monot rakhibo hangkardev debotat pore pramanar babe kritanar hahaswar nam britanta 6ta adhay bhalkoi pohak.nije ki kori thaka hoise nijei janibo.joy shree RAM.........
@hemaprabhasaikia5321
@hemaprabhasaikia5321 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰা সেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।
@pallabikagohain5720
@pallabikagohain5720 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏
@NipanBoruah
@NipanBoruah 22 күн бұрын
কৃষ্ণ। ভগৱান ৰামে দুৰ্গা পূজা কৰিছিল।আমি সকলোৱে জানো ৰামায়ণ ত লিখা আছে। তেওঁ যদি ভগৱান হৈ দেৱী পূজা কৰিছিল আৰু আমি অধম মনুষ্য হৈ পূজা কৰিলে কিবা পাপ হব নেকি জনাবচোন বাপ।
@Ridipaxom
@Ridipaxom 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏❤️
@durlabhsaikia7779
@durlabhsaikia7779 3 ай бұрын
লোকে কৰিছে আপোনাৰ কিবা অনিষ্ট হ'ল নেকি এই খন শংকৰ শংঘৰ ভাগৱতে কৈছে ব্যাস দেৱে লিখা ভাগৱতে কোৱা নাই
@nirjurajgogoi319
@nirjurajgogoi319 3 ай бұрын
প্ৰশ্নটো কৰাৰ বাবেহে উত্তৰ দিছে । আৰু তেখেতে ঘৰৰ ভিতৰত বহি video বনোৱা নাই । ৰাইজে নিমন্ত্ৰণ কৰিছিল বাবে গৈছে। ঘৰৰ ভিতৰত বহি বহুতে video বনাই ঈশ্বৰ বিৰুধী বাণী প্ৰচাৰ কৰি আছে। কলিজাত দম নথকা সকলেহে ঘৰৰ ভিতৰত বহি video বনাই আছে।
@durlabhsaikia7779
@durlabhsaikia7779 3 ай бұрын
@@nirjurajgogoi319 মানে কি কব খুজিছে আপুনি প্ৰাণজিৎক সমৰ্থন কৰে
@nirjurajgogoi319
@nirjurajgogoi319 3 ай бұрын
@@durlabhsaikia7779 অসমৰ মানুহ বিলাক ইমান মূৰ্খনে প্ৰাণজিতৰ ব্য়াখ্য়া শুনিবলৈ ছমাহ ধৰি অপেক্ষা কৰে! প্ৰানজিতৰ ব্য়াখ্য়া শুনা সকল যদি মূৰ্খ, গ্য়ানীসকলে কিয় শুনে। গ্য়ানীসকলে শ্ৰৱন কৰোঁতে কৰোঁতে মূৰ্খৰ তালিকাত তেওঁলোকৰ নামো অন্তৰ্ভুক্ত হ'বগৈ। গতিকে গ্য়ানীসকল আঁতৰি থকাই শ্ৰেয়।
@anantakalita3265
@anantakalita3265 3 ай бұрын
আপুনি ব্যাসদেৱে লিখা ভাগৰ ব্যাখ্যা কৰক।
@durlabhsaikia7779
@durlabhsaikia7779 3 ай бұрын
@@anantakalita3265 যিতু সঁচা সেই টো হে কৈছোঁ
@PabitraDeka-uq7ts
@PabitraDeka-uq7ts Ай бұрын
কৃষ্ণ বাপ আপোনাৰ ভাগৱত বাখ্যা শুনিলে শুনি থাকিবৰ মন যায়
@AditPatar-d8j
@AditPatar-d8j 3 ай бұрын
Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤
@TuniramBasumatary
@TuniramBasumatary 4 күн бұрын
❤❤q❤
@madhurjyagogoi6085
@madhurjyagogoi6085 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@junumech7558
@junumech7558 3 ай бұрын
কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ কমল ভক্তি ভৰা‌ সেৱ নিবেদিলে প্ৰাভু কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ বাপ
@RanjitGohain-f2y
@RanjitGohain-f2y Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@DipaliBaishya-nn1do
@DipaliBaishya-nn1do 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@GameWaveGuru
@GameWaveGuru 3 ай бұрын
ভাৰতবৰ্ষৰ সনাতনী সংস্কৃতিত বিভিন্ন ভগৱানৰ পন্থা আছে নিজৰ নিজৰ ব্যক্তিত্ব অনুযায়ী মানুহে নিজৰ ব্যক্তিত্বৰ লগত খাপ খুৱাই লব পৰাকৈ ভগৱানে নিজকে বিভিন্ন চৰিত্ৰ প্ৰদান কৰিছে। আৰু গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মানুহে যি চৰিত্ৰত তেওঁক ভক্তি কৰিব তেওঁকেই পাব শেষত। কাৰোবাৰ কাৰনে তেওঁ শিৱ, দেৱী, গণপতি, সূর্য, ৰামচন্দ্ৰ, হনুমন্ত, বিষ্ণু, কৃষ্ণ। এজনেই মাত্ৰ নাম বহু লীলাৰ কাৰণে। গতিকে এজন ভগৱানৰ আন পন্থাবোৰ ভূল বুলি কলে আপুনি যি জনক নিজৰ মানি ভক্তি কৰি আছে তেওঁৰেই লীলাৰ মায়াত পৰি তেওঁকেই তেওঁৰ আন চৰিত্ৰসমূহৰ পৰা বেলেগ বুলি ভাবি নিন্দা কৰাতো মাত্ৰ পাপৰ শাৰীত পৰে।
@nirjurajgogoi319
@nirjurajgogoi319 Ай бұрын
@@GameWaveGuru কীৰ্তনৰ সহস্ৰ নামব্ৰিতান্ত পঢ়িলে সকলো উত্তৰ পাব।
@durlabhsaikia7779
@durlabhsaikia7779 29 күн бұрын
@@GameWaveGuru আপুনি উচিত কথা কৈছে
@durlabhsaikia7779
@durlabhsaikia7779 29 күн бұрын
@@nirjurajgogoi319 অকল কৃষ্ণক পূজা কৰিলে শাস্ত্ৰৰ মতে চলা হ'ব নে আপুনি কায় বাক্য মন চিত আত্মা এই কিতা এক কৰিব পাৰিব সেই জন হে প্ৰকৃত কৃষ্ণৰ ভকত এনেই মুখে গোপাল গোবিন্দ যদুনন্দন গালে কৃষ্ণৰ চৰণে লৈলো শৰণ গালে বিষ্ণু ভক্ত হৈ নাযায় মুখে কৃষ্ণ বুলি কব মনতোৱে যদি ৬৪,জনজাল কথা ভাবি থাকিব সেই টো বিষ্ণু ভক্ত বুলি নকয় আৰু বহুত কথা আছে
@GameWaveGuru
@GameWaveGuru 29 күн бұрын
@@nirjurajgogoi319 মহাশয় আপোলোকে গুৰুজনাৰ ওচৰত শৰণ লৈ নববৈষ্ণৱ ধাৰাত আহিছে আৰু সেই বাবে আপোলোকৰ বাবে কীৰ্ত্তন সবাতোকৈ উত্তম তাতে কোনো সন্দেহ নাই। কিন্তু যদি আপোনি নৱবৈষ্ণৱ ধাৰাৰ বাহিৰৰ লোক ভূল বা সেইবোৰে ভূল কৰি আছে অকল আমিয়েই সকলোতকৈ শুদ্ধ বুলি ধৰি লৈ বাকীবোৰক তুচ্ছ জ্ঞান কৰিছে তেতিয়া গম পাব অহংকাৰ আৰু অজ্ঞানতাৰ আৰম্ভণি হৈছে। মোৰটোও শুদ্ধ এই বুলি ভৱাটো আত্মবিশ্বাস, অকল ময়েই শুদ্ধ এয়া হৈছে অহংকাৰ।
@narayanchetia7538
@narayanchetia7538 2 ай бұрын
অভাগিণি ৰ সেৱা গ্ৰহণ কৰিব প্ৰভু। আপোনাৰ মঙ্গল কামনাৰে।👏🏻🪔👏🏻
@miduldutta8798
@miduldutta8798 21 күн бұрын
কৃষ্ণ 🙏🙏🙏
@ajitnarah8887
@ajitnarah8887 Ай бұрын
You are the best interpreter of Bhagwat Geeta.
@KhanindraTalukdar-zk5ps
@KhanindraTalukdar-zk5ps 3 ай бұрын
কৃষ্ণ কৃষ্ণ
@KuhitaSaikia
@KuhitaSaikia 2 ай бұрын
Gurudev
@RabiRamSwargiary-i6i
@RabiRamSwargiary-i6i 3 ай бұрын
বাব, কৃষ্ণ!ভগৱন্তৰ দূত নহয়,ভগৱন্তৰ এটি অংশ হিচাবে জ্ঞান কৰিছো। আপোনাৰ পঠন আৰু বুজনিৰ যি গণতান্ত্ৰিক ব্যৱস্থা,,এয়া অন্তহীন ৰসাল হিচাবে মোৰ হৃদয়ত ওমলিব লাগিছে। কৃষ্ণ!অ'হৰি,অ' ৰাম। কৃষ্ণ!
@Manjuranibarman-81
@Manjuranibarman-81 3 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏
@biplabbordoloi4702
@biplabbordoloi4702 3 ай бұрын
কৃষ্ণ বাপজনা মোৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব 🙏🙏..... আমাৰ অসম খনত কিমান ভকত আছে .. সকলোৱে শৰণ ভজন লোৱা ... আপুনিতো বহুত ঠাইত শাস্ত্ৰ বাখ্যা... আপুনিতো কয় দেৱ দেৱীৰ পূজা কৰিব নালাগে... পিতৃৰ মৃত্যুত পুত্ৰ ই চুলি খোৰাব নালাগে..... এই সকলোবোৰ কথা শাস্ত্ৰত আছে কিন্তু মাছ মাংস আদি খোৱা শাস্ত্ৰ আছে জানো....... যদিহে নাই আমাৰ ভক্তি জানো সফল হৈছে
@nirjurajgogoi319
@nirjurajgogoi319 3 ай бұрын
@@biplabbordoloi4702 মাছ মাংস খোৱাৰ কথা কোনো শাস্ত্ৰত লিখা নাই । কিন্তু লিখা আছে অহিংসাই পৰম ধৰ্ম । হিঙ্সা মানে হত্যা কৰি জীৱ এটাৰ বিনাশ ঘটোৱা। আমি খাবৰ বাবে জীৱ এটাক হত্যা কৰো । সকলোকে সমভাৱ দিব পাৰিলেই ঈশ্বৰৰ পৰম ভক্ত। সকলোকে সমভাৱ দিব পাৰিলেই জীৱন্তে মূক্তি । বেলেগে ভকতি নকৰিলেও হয় । ই ইমানেই উচ্চ পৰ্যায়ৰ ঈশ্বৰৰ কৰ্ম । আমি কেৱল মানুহ এজন দেখিলে সেৱা শুশ্ৰূষা কৰো কিন্তু জীৱ জন্তু দেখা পালে তাৰ ওলোটাটোহে কৰো । তদুপৰি গীতাত শ্ৰীকৃষ্ণয় কৈছে হে অৰ্জুন ম ই ৰক্তৰন্জীত আহাৰ গ্ৰহণ নকৰোঁ । আমি কিবা আহাৰ গ্ৰহণ কৰিলে ভগবানৰ নাম লৈ খাও । সেইবাবে ময় ভাবোঁ সেই আহাৰ নিৰামিষ হ'ব লাগে। ম ই নিজে যি বুজি পায়ছো সেইটোকে প্ৰকাশ কৰিছো ।
@JituHazarika-o3i
@JituHazarika-o3i 3 ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@pranabgoswami2984
@pranabgoswami2984 Ай бұрын
ৰিজু পাঠকৰ ভাগৱত পাঠ শুনিব বহুত জ্ঞান লাভ কৰিব। It's challenge
@monujda238
@monujda238 3 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম হৰি বিষ্ণু
@NripenBorah-pk3wq
@NripenBorah-pk3wq 2 ай бұрын
Buzai thakok buzai thakok nubugilai hol Krishna bap
@swapnagogoi8702
@swapnagogoi8702 3 ай бұрын
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
@padmeswarboruah5529
@padmeswarboruah5529 2 ай бұрын
Qqq111
@RabindhranathDas
@RabindhranathDas 2 ай бұрын
অতি সুন্দৰ : Ashur kisumane beya mantabya di ase l
@mintugogoi6588
@mintugogoi6588 22 күн бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@amiyabora-tg8ld
@amiyabora-tg8ld 2 ай бұрын
Krishna Krishna Krishna probhu pramisu tumak
@robinsonlalung3326
@robinsonlalung3326 8 күн бұрын
মই ভগৱান ৰ কোনো আদি অন্ত কথা নাজানো, কিন্তু মোৰ এটা পুত্ৰৰ এটা লাগে যি বিষ্ণুৰ ভক্তি হ'ব লাগে
@robinsonlalung3326
@robinsonlalung3326 8 күн бұрын
হে ভাগৱান বিষ্ণুৰ, এটা কথা হ'ল বিষ্ণু কোন হয়, আৰু শ্ৰীকৃষ্ণৰ কোন , ভগৱান বিষ্ণুৰ কোন হয়? মই বিষ্ণু ভক্ত হয়।
@SangitaDeka-xy6vm
@SangitaDeka-xy6vm Ай бұрын
সেয়া সনাতন ধৰ্ম এয়া গৰামী
@PalashDhekialphukan
@PalashDhekialphukan 3 ай бұрын
Krishna Krishna Ram Krishna
@sunilborah9320
@sunilborah9320 2 ай бұрын
আপোনাক, প্ৰশ্ন,হোধা, ব্যক্তি,জন,সছাই,মুখ, নেকি
@bapdhankoch7927
@bapdhankoch7927 3 ай бұрын
Krishna Krishna val lagil 🙏🙏🙏🙏🙏
@NabanitaDas-ig1vz
@NabanitaDas-ig1vz 3 ай бұрын
Apunar mane path korar men point tu a hoise ninda kora.. val matha logaise kintu youtube r joriote.. farst nijok sinaki diouk ami অসমীয়া বুলি .. ধৰ্মৰ ভাগ কিয় কৰে | ভাল নালাগে নিন্দা কৰিলে ....
@nirjurajgogoi319
@nirjurajgogoi319 3 ай бұрын
@@NabanitaDas-ig1vz নামঘোষাত কৈছে "শাস্ত্ৰ মত এৰি যি কথা কয় সিটো পাষণ্ড নহয় , আছোক কৃষ্ণক পাইছে কদাচিত নুগোচে সঙসাৰ ভয় " । আমাৰ প্ৰায় সঙখ্কলোকেই কয় আজোককাৰ দিনৰ পৰা চলি অহা নিয়ম কেনেকৈ এৰিব । ব্ৰাহ্মণ্য়বাদে এনেধৰনে ছানি ধৰিলে যে ভাগৱতৰ কথাবোৰ মানিবলৈ টান পাই । কীৰ্তন ভাগৱত আদিবোৰ কেৱল সকাম খোৱা গ্ৰন্থ হিচাপেহে বিবেচনা কৰে। সমাজৰ কিছু লোকক যদি সোধা হয় "পিণ্ড কিয় দিয়া হয়" উত্তৰ দিবলৈ অপাৰগ । অথচ ভাগৱত পাঠ কৰিলে উত্তৰ পাব এনেদৰে " পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, মোৰ পিণ্ড হোৱে জানা ভজিলে ঈশ্বৰ" । এনেদৰে যদি আমি ভাগৱতৰ কথা বোৰ বিশ্লেষণ কৰিব পাৰোঁ তেনেহলে ধৰ্মৰ নামত সমাজ ধঙ্স কৰিছে বুলি যি মন্তব্য মানুহে কৰি আছে সেই ধৰণৰ কথা কবলৈ এদিন মানুহৰ অভাৱ হ'ব ।
@nirjurajgogoi319
@nirjurajgogoi319 3 ай бұрын
@@NabanitaDas-ig1vz আপুনি যদি অসমীয়া, শঙ্কৰদেৱে অসমীয়া ভাষাত লিখা শাস্ত্ৰ ভাগৱত পঢ়ি সেই মতে দৈনন্দিন জীৱনৰ কৰ্মসমূহ নকৰি মুখে মুখে প্ৰচলিত সামাজিক কাম সমূহ কৰি আছে চাগে । মাধৱদেৱে সেয়েহে নামঘোষাত কৈছে " শাস্ত্ৰ মত এৰি যি কথা কহয় সিটো পাষণ্ড নয় আছোক কৃষ্ণক পাইবে কদাচিত নুগোচে সঙসাৰ ভয়" । মটৰ ভেহিকল আইনমতে সকলোৱে বাহন চলালে হেলমেট পিন্ধিব লাগে তাকে নকৰি যদি আমি নিজৰ মতত বিনা হেলমেতত চলাই ফুৰো আইনমতে ফাইন ভৰিব লাগে । থিক তেনেকৈ কীৰ্তন ভাগৱতো একোখন আইনৰ গ্ৰন্থ। যিখন পঢ়ি আৰু সেইমতে জীৱনৰ কৰ্মসমূহ আগবঢ়ায় লৈ যায় তেতিয়া জীৱনটো সুন্দৰ হয় আৰু পৰকালটোও সুন্দৰ হয়। কৃষ্ণ। কিবা ভুল হ'লে ক্ষমা কৰিব।
@pranabgoswami2984
@pranabgoswami2984 Ай бұрын
মই এওঁৰ ব্যাখ্যা নুশুনো। কিন্তু ৰিজু পাঠকৰ পাঠ শুনিব। বহুত জ্ঞান পাব।
@nirjurajgogoi319
@nirjurajgogoi319 Ай бұрын
@@NabanitaDas-ig1vz ৰহিলন্ত কৰ্মকাণ্ড অগ্য়ানীৰ মাজে ত্য়াগ কৰিলন্ত কৰ্মকাণ্ড গ্য়ানী সমাজে ।। যিটো মন্দমতি মহাদুৰাচাৰ কদাচিতো নকৰে সি শাস্ত্ৰৰ বিচাৰ কেৱল মানি চলে পিতৃ পুৰুষৰ আচাৰ ।। এইবিলাক কথা শাস্ত্ৰ ভাগৱতত লিখাই আছে। মানুহে পাঠ কৰি যাওঁতে গুৰুত্ব নিদিয়ে। যদি গুৰুত্ব বা উপলব্ধি কৰিলেহেতেন প্ৰানজীতে সুকীয়াকৈ কব লগা নহ'ল হেঁতেন । ভাগৱতৰ ২ য় অধ্য়ায়ত পঢ়িলে পাব " অগ্য়ানীসে সেৱৈ আন দেৱতা সকল । যেন পুত্ৰ ভাৰ্যা ভজনে তুচ্ছ ফল ।। ইয়াৰ পাছত নিন্দা কৰা কথাটো নাহে যিহেতু ভাগৱতেই কৈছে।
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 3 ай бұрын
শুদ্ধ বাখ্যা
@UmeshMurari-s9t
@UmeshMurari-s9t 3 ай бұрын
Krisna krisna
@KeshabPhukon-nj2du
@KeshabPhukon-nj2du 3 ай бұрын
Krishna krishna krishna bap krishna
@paramananda5403
@paramananda5403 3 ай бұрын
কৃষ্ণ🙏🙏🙏
@RatulGayon
@RatulGayon 3 ай бұрын
বাপ কৃষ্ণ ।তিনীদিনত দিয়াটোক তিলানি বুলি কয় আৰু দহদিনটোক দশ পিণ্ড বুলি কয় শুনিছো ।পিছে এইকম্ম কৰা সকলৰ প্ৰতি শাস্ত্ৰই এটি সিধান্ত দিছে যে পিতৃ অথে নামে যিটো পুজে কেশৱক । নৰকৰ পৰাপিতৃ যায় বৈকুণ্ঠক।। তথাপি নামানে কিনো বুদ্ধী হীন নৰ ।আন দেৱ পুজাকেষে মানে চেষ্ঠ তৰ ।। কৃষ্ণ ।
@PapariTalukdarKalita
@PapariTalukdarKalita 3 ай бұрын
Krishna bap (❤)
@ArchanaBorah-zm2hj
@ArchanaBorah-zm2hj 3 ай бұрын
Krishna Krishna Krishna
@satyensarma1962
@satyensarma1962 23 күн бұрын
Jarajpranjit
@Maatu-cr5tr
@Maatu-cr5tr 3 ай бұрын
Krishnaguru prabhu
@khirodbhuyan5967
@khirodbhuyan5967 3 ай бұрын
Krishna 🙏
@nitulbora374
@nitulbora374 Ай бұрын
কৃষ্ণ ৱাপ জন ।
@Mahadevkebhakt87
@Mahadevkebhakt87 3 ай бұрын
কৃষ্ণ,
@bhaskarhazarika4429
@bhaskarhazarika4429 3 ай бұрын
সুন্দৰ
@HareshDowarah
@HareshDowarah 3 ай бұрын
Krishna, krishna, krishna Prabhu puwar vakti vora hewa nibedisu, krishna.
@dibakarbarkakaty8158
@dibakarbarkakaty8158 Ай бұрын
Krshina krishnakrishna
@anantadevnath1235
@anantadevnath1235 21 күн бұрын
Ram ...ram .ram....molla...bhaga..nhiw..khudha.jonk..murtu...bhagne...bap
@ranjanborah8190
@ranjanborah8190 3 ай бұрын
কৃষ্ণ 👏 বাপ
@PramudPatar-cv1cw
@PramudPatar-cv1cw 3 ай бұрын
Krishna Krishna 🙏🙏
@anantadevnath1235
@anantadevnath1235 21 күн бұрын
Ram ..ram ..ram...misa ..khatha...mollat .nam .nilikhe..bhul..kise .bap
@SatyedraDas
@SatyedraDas 3 ай бұрын
Bol bomar bisoye olop kobo sun prabhu
@CricketOfficialNews
@CricketOfficialNews 2 ай бұрын
Na noare Mahadev r kotha beya koi kobo noare
@khagendutta3527
@khagendutta3527 19 күн бұрын
ক'ত আছে এই কথা। শাস্ত্ৰৰ কথা মতে কেই জন নাম সংঘৰ মানুহে শংকৰ দেৱৰ নীতি মতে চলে ? ভণ্ড চব ।
@prafullamedhi56
@prafullamedhi56 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু
@polikaran8752
@polikaran8752 3 ай бұрын
Joy shree krishna
@NirmalDas-ej4mk
@NirmalDas-ej4mk Ай бұрын
Aagte nijor dhorm2 dhori rakhib sesta krk,pist anr dhorm xmalosna kriba। Nij xmajt niramikh vuji hoi bramon xmajt goi mase mongohe khuwa dhorm tok khastot ki buli koi
@nsvip4961
@nsvip4961 Ай бұрын
এই ভকত জনক এটা প্ৰশ্ন কৰিছো।বেদৰ প্ৰথম শ্লোক টো কাৰ নামত আছে,বেদৰ নিৰুপিত জ্ঞান, কৰ্ম, আৰু ভক্তি এই তিনিটা পথ কি ভুল আছিল নে কি।যাৰ যি ইচ্ছা সেই পথেৰে ঈশ্বৰক পোৱা যায়। জ্ঞান, কৰ্ম এই দুটা পথ আপুনি আতৰাই দিব চোন। আপুনি কৰ্ম কাণ্ডৰ পৰা হে এই পন্হালৈ গৈছে। লগতে ভকত শব্দৰ ওপৰ গুৰুত্ব দি বাকী কথা বোৰ কব।
@Request_motivation
@Request_motivation 3 ай бұрын
কৃষ্ণ বাপ 🪔🪔🪔🪔
@anuraggoswami4108
@anuraggoswami4108 11 күн бұрын
Raijok bipothe porisalito nokoribo dada. Pinda adi karma vedot likha ase. Apunaluke kro byobhisar korise.
@PabitraBora-pn8dm
@PabitraBora-pn8dm 3 ай бұрын
Badik,nioamat,Asa,manila,manib
@BharaliBharali4090
@BharaliBharali4090 3 ай бұрын
Jai shree ram❤️
@deboborah5858
@deboborah5858 Ай бұрын
তিলনিদিনা দশপিণ্ড নিদিয়ে দহাৰ দিনাহে দিয়ে
@hementhakuria9733
@hementhakuria9733 Ай бұрын
Aponalok pappi Bhanada Murgi. Gahori sab khai
@AnjuBorah-w6e
@AnjuBorah-w6e 2 ай бұрын
🙏🙏🙏
@bordoloibrothers3292
@bordoloibrothers3292 2 ай бұрын
33kuti debota tu artha hol koti meaning hol best
@MintuSaikia-f1c
@MintuSaikia-f1c 2 ай бұрын
👏👏👏
@kumudhazarika4409
@kumudhazarika4409 3 ай бұрын
মহা ভাগৱত ত বিজ্ঞান ভিত্তিক কি কি কথা লিখা আছে? মানু্হ জীয়াই থাকিবলৈ জীৱন যাত্ৰাত কি কি কৰিবলৈ কৈছে যিবিলাক বিজ্ঞান সন্মত হয় সেই কথা বিলাকৰ ভিদিও বনাব পাৰিলে।।।।। ধন্যবাদ।।।।
@JGVlogs6
@JGVlogs6 3 ай бұрын
🙏
@saratgogoi5339
@saratgogoi5339 3 ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nsvip4961
@nsvip4961 Ай бұрын
নাম, শব্দৰ সন্ধি ভাঙি প্ৰতিটো বৰ্ণৰ বিশ্লেষণ কৰি দিব চোন।
@dipakbaruah7428
@dipakbaruah7428 16 күн бұрын
Aapunar Lora suwali sastor sonmote jonmo hoisene
@ujjalsaikia2163
@ujjalsaikia2163 3 ай бұрын
দশ পিণ্ড দহ দিনৰ দিনা দিয়া হয় ।
@durlabhsaikia7779
@durlabhsaikia7779 3 ай бұрын
@@ujjalsaikia2163 গৰুড় পুৰাণত যদি দশ পিণ্ড দান নকৰিলে আত্মা ভুকে পিয়াঁয়ে থাকে আত্মাৰ শান্তি কাৰণে দিয়া হয় দশ পিণ্ড নে কিয় বাৰু আমি কোৱা কথা নহয়।
@anuraggoswami4108
@anuraggoswami4108 11 күн бұрын
Gurujona boikuntha gaming houteu sun pindadi karmare antestikriya anusthan korisile. Tat borutsargau hoisil. Apunaluke aibur ki koi ase.
@Jiminee_x
@Jiminee_x Ай бұрын
বাপ দশ পিণ্ড ১০ দিনত হে দিয়া হয়
@makhansarmah8146
@makhansarmah8146 2 ай бұрын
Bhogoban krishna sargogami Huwar Agote Arjunok Teor korma kenekoi koribo koi goisil .Gita khon Bhalkoi pohibo. Lage.
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
অসমত সনাতন বৈদিক ধৰ্ম কৰ্ম আচৰণৰ বিৰুদ্ধাচৰণ কৰি শীতল যুদ্ধ কৰা যুজাৰু জেহাদী প্ৰাণজিত গগৈ াদি কৰি শংকৰী ব্যাখ্যাকাৰ কেইটাই সততে ভুল বিকৃত অপব্যাখ্যা কৰি একপক্ষীয়ভাবে শংকৰী পন্থীয়টো বহুল প্ৰচাৰৰ নিমিত্তে ক্ষুদ্ৰস্বাৰ্থৰ বাবে ভুল বিকৃত অপব্যাখ্যা কৰি অসমৰ লোকক বুৰ্বক মুৰ্খ সজাই মতিভ্ৰম কৰি বিভ্ৰান্তৰে ধৰ্মভ্ৰষ্ট কৰি নৰকত যোৱাৰ ব্যৱস্থা কৰি আছে ।অসমত শংকৰী পন্থীয় বৈষ্ণৱ বোৰৰ ভক্তি ধৰ্ম আচৰণ হৈছে সনাতন বেদধৰ্মৰ বিৰুদ্ধাচৰণ কৰা ।
@RomenboruahRomenboruah
@RomenboruahRomenboruah 3 ай бұрын
আপুনি জানে যদি ওলাই আহক শুদ্ধ পথ দেখুৱাবলৈ ।নহলে হাতীৰ লাড দেখি হহাঁৰ পোকৰ ফাটি লাভ নাই ।
@durlabhsaikia7779
@durlabhsaikia7779 3 ай бұрын
আপুনি কোন প্ৰন্থ হয়
@baniktchutia2259
@baniktchutia2259 3 ай бұрын
@@RomenboruahRomenboruah mur logat rajohuwakoi alusana koriboloi ahak.moi 24ghantai bhagobotak hakhi kori haju hoi assu.jika haratu lajor katha nahay hatya prakash hobo lage.joy shree RAM..........
@nirjurajgogoi319
@nirjurajgogoi319 3 ай бұрын
অসমৰ মানুহ বিলাক ইমান মূৰ্খনে প্ৰাণজিতৰ ব্য়াখ্য়া শুনিবলৈ ছমাহ ধৰি অপেক্ষা কৰে। তেওঁৰ ব্য়াখ্য়া শুনা সকল যদি মূৰ্খ আপুনি কিয় শুনে ! তাৰ মানে সেই মূৰ্খৰ তালিকাত আপোনাৰ নামটোও লিখিব বিচাৰিছে।
@ArunaBhuyan-ob1ey
@ArunaBhuyan-ob1ey 3 ай бұрын
​@@RomenboruahRomenboruahthik koise . Lukai lukai coment Kori thake hodai .
@rajudutta6401
@rajudutta6401 3 ай бұрын
অশুদ্ধ ব্যাখ্যা ।
@shridharsarkar
@shridharsarkar 2 ай бұрын
শ্রাদ্ধ - শ্রদ্ধা: এই দুই শব্দৰ মাহাত্য কি ? আমি মৃত ব্যক্তিৰ শ্রদ্ধা/ শ্ৰাদ্ধ কোনটো অনুষ্ঠান শ্ৰেষ্ট ? কৃষ্ণ কৃষ্ণ কৃষ্ণ :
@apurbasarmah69
@apurbasarmah69 2 ай бұрын
Atia ami kaku pujibo nalalagay aru bap jonak pujilay hobo aru
@durlabhsaikia7779
@durlabhsaikia7779 29 күн бұрын
@@apurbasarmah69 দীতৃয় জন শংকৰদেৱ আবিৰ্ভাৱ হৈছে
@beejukalita1497
@beejukalita1497 Ай бұрын
মাধৱ দেৱে দশ পিণ্ড দিছিল নিজৰ মাতৃৰ
@ritomnayan
@ritomnayan 26 күн бұрын
Kot panit nami kolh bhanghia apuni ninda nokoribo.
@borsharaniburagohain8169
@borsharaniburagohain8169 Ай бұрын
6 chakra bikhye bhagwat ase apuni kaita chakra par karila
@WizBuddha-b5q
@WizBuddha-b5q 2 ай бұрын
Projonon nohole prithibit aami mora pisot aakou hotyo jug aahibo niki.. Aapunar aagor videor kotha khini aitu videot hompurno biporit
@anjalisaikiadutta1413
@anjalisaikiadutta1413 Ай бұрын
14:05
@muninborgohain3835
@muninborgohain3835 2 ай бұрын
কৃ
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 24 күн бұрын
কতো দেখা নাই। বিষ্ণু পুৰাণ খন তে কী লিখা আছে বা।
@ritomnayan
@ritomnayan 3 ай бұрын
Kothakhin sudha nohoi karonmul kotha bed.
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 19 МЛН
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
버블티로 부자 구별하는법4
00:11
진영민yeongmin
Рет қаралды 21 МЛН
DID A VAMPIRE BECOME A DOG FOR A HUMAN? 😳😳😳
00:56
ভাগৱত পাঠ।পদ্ম কাকতি বাসগৃহ।#ৰংপুৰ
42:31
ভকতি ভাণ্ডাৰ(RONTU BORUAH)
Рет қаралды 322 М.
মিলনপুৰ চেপন @জ্যোতিময়Jyotimoy
38:15
জ্যোতিময় Jyotimoy
Рет қаралды 138 М.
ব্যাস নাৰদৰ সংবাদ | Jadumoni | Bhakti xorai
54:26
Bhakti Xorai ভক্তি শৰাই
Рет қаралды 160 М.
Part2বৰপেটা হাউলী @জ্যোতিময়Jyotimoy
53:19
জ্যোতিময় Jyotimoy
Рет қаралды 98 М.
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 19 МЛН