কাকজান||আৰন্ধৰা গাঁও|| হোলোঙাপাৰ আঞ্চলিক

  Рет қаралды 865,324

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

#ভাগৱতপাঠ #bhagawatpath #pranjitgogoi #dihanam #pranjalprotimborah

Пікірлер: 1 000
@MinuTaid-wt1fl
@MinuTaid-wt1fl 7 ай бұрын
এই ভগৱান আশীৰ্বাদ কৰিব, মোৰ আহি বলগীয়া সন্তানটি সুস্থ, সবল কৃষ্ণ গুণৰ অধিকাৰী হৈ জন্ম লাভ কৰে সেয়াই ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা।
@ganeshdeka2380
@ganeshdeka2380 9 ай бұрын
Kishn kishn🙏🙏🙏 Mur jate khontanti khust khobl aru Val giyan hoi ketysu jate Karu mont dukh nidire Val mon hoi jate pobhu...pobhu sabara tmi kishn
@preetysvlog686
@preetysvlog686 2 ай бұрын
Krishna Krishna provu muku kripa koriba 🙏🙏...
@ashamonidas2931
@ashamonidas2931 Жыл бұрын
আপোনাৰ সুন্দৰ ভাগৱত পাঠে বহুত নজনা কথা আৰু জ্ঞান দিছে।আপোনালৈ মোৰ হৃদয়ৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।
@luku223
@luku223 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏 মোৰ ৰ্গভত স্থিতি লোৱা সন্তানটি সদায় সুস্থ সৱল জ্ঞানী হবলৈ আশীৰ্বাদ কৰক প্ৰভু 🙏🙏
@JaynataBoruah-wx9my
@JaynataBoruah-wx9my Жыл бұрын
কৃষ্ণ প্ৰভু মোৰ আহিবলগীয়া সন্তান টো ভাল হয় কৃষ্ণ প্ৰভু,🙏🙏🙏🙏🙏🙏🙏
@rinachutia3723
@rinachutia3723 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ , সেৱা আগবঢ়ায় ছো প্ৰভূ, কৃষ্ণ ।
@paragkonwar78
@paragkonwar78 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল আপোনা ভাগৱত বাখ্যা শুণি । আপোনাক পভুয়ে কিপা কৰক 🤗🤗🤗🤗🤗🤗🤗🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ranjitsaikia4917
@ranjitsaikia4917 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজনা ৷ আপোনাৰ চৰণত সেৱাঁ প্ৰণিপাত কৰিলোঁ৷
@arupgogoi5264
@arupgogoi5264 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰণত ভক্তি ভৰা সেৱা গ্রহণ জনাইছো। ৰাম কৃষ্ণৰাম কৃষ্ণ🙏🙏🙏🙏🙏
@krishnahazarika8760
@krishnahazarika8760 Жыл бұрын
🙏🙏🙏
@adityadas-rg6pc
@adityadas-rg6pc Жыл бұрын
বৰ ভাল লাগিল বাপ সদায় ভালে ৰাখক ভগৱানে আপোনাক ❤
@banashmitasaikia662
@banashmitasaikia662 3 ай бұрын
প্ৰভু কৃপা কৰিবা 🙏🙏🙏আমাৰ আহিবলগীয়া সন্তানটিক প্ৰভু পৃথিৱীলৈ ভালে কুশলে আনিবা 🙏এজন ভাল মানুহ হিচাপে প্ৰভু কৃষ্ণ গুণৰ যেন অধিকাৰী হৈ আহে কৃপা কৰিবা প্ৰভু 🙏🙏🙏
@aryansaikia7848
@aryansaikia7848 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 ভগৱানে মোক দিয়া সন্তান টি ভালে কুশলে ৰাখে যেন
@kalyangogoi3496
@kalyangogoi3496 Жыл бұрын
A
@priyankaphukan6560
@priyankaphukan6560 10 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ হবৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা নিবেদন কৰিলোঁ।🙏🙏
@PinkuLaskar-b1t
@PinkuLaskar-b1t 11 ай бұрын
Krishna probhu 🙏 mur gorvot thoka hontanti hustha hobol hobole aarhibad koribo probhu , ami apunar soron komlot hewa jonaisu probhu krishna krishna krishna probhu 🙏🙏🙏
@lijasaikia9218
@lijasaikia9218 11 ай бұрын
কৃষ্ণ প্ৰভূ মোৰ গৰ্ভত থকা সন্তানটি যাতে সুস্থ সবল আৰু গুনী জ্ঞানী হয় তাৰ বাবে আশীৰ্বাদ কৰিবা প্রভূ 🙏🙏
@debokantosaikia1369
@debokantosaikia1369 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে সমস্ত জনৰে শ্ৰী চৰণত এই মহাঅধমে ভক্তিভাৱেৰে সেৱা জনালো কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে প্ৰাভ ঈশ্বৰ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ
@purnimadas7779
@purnimadas7779 Жыл бұрын
হে প্রভূ অমূতময় ভাগৱত পাঠ ভাঙণি বহুত ভাল লাগিল শুনি আপোনা সবাৰো শ্ৰী চৰণত শতকোটি সেৱা জনালো 🙏🙏🙏🙏জয় গুৰু শংকৰ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏🙏
@jyotiborah3039
@jyotiborah3039 Жыл бұрын
কৃষ্ণ প্ৰভু কৃপা কৰিবা প্ৰভু 🙏🙏 মোৰ আহিবলগীয়া সন্তান টো সুস্থ সবল শক্তিশালী হৈ জন্ম হয় তাৰ বাবে প্ৰাথনা কৰিছোঁ প্ৰভু । অশ্ৰিবাদ কৰিবা প্ৰভু 🙏🙏
@rikimonikolita1188
@rikimonikolita1188 10 ай бұрын
মোৰ আহিবলগীয়া সন্তান টো সু-স্বাস্থ্য সুস্থ শৰীৰ আৰু সুস্থ মন দীৰ্ঘ আইউক্ষ লৈ জন্ম হয় তাকে প্ৰভু ভগৱন্তই আশীৰ্বাদ কৰে জেন
@_boy_with_no_heart2.023
@_boy_with_no_heart2.023 6 ай бұрын
হে প্ৰভু জগন্নাথ কৃষ্ণ আমাৰ আহিবলগীয়া সন্তানটি সুস্থ, আৰু ভাল হৈ আহে যেন‌ কৃষ্ণ 🙏🙏🙏
@sanjaydeka4529
@sanjaydeka4529 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ।বৰ সূন্দৰ ভাগত বাসা।।
@purnimabharali457
@purnimabharali457 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সহস্ৰ প্ৰণাম জনাইছোঁ । ইমান সুন্দৰ বাখ্যা শুনিবলৈ পাই আনন্দিত হৈছোঁ ।
@indrabori1803
@indrabori1803 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মুখে ভাগৱত বাখ্যা শুনি ভাল লাগি কৃষ্ণ।
@khogeswarigogoi1902
@khogeswarigogoi1902 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@nirupomanirmolia2820
@nirupomanirmolia2820 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
@bandanabaruah5219
@bandanabaruah5219 3 ай бұрын
কৃষ্ণবাপ🙏🙏🙏🙏
@Ridipaxom
@Ridipaxom Жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম ৰাম ৰাম কৃষ্ণ হৰি নাৰায়ণ। জয় গুৰু শঙ্কৰ ।শুভৰাত্ৰি
@puspadharandkhyatibaruah3367
@puspadharandkhyatibaruah3367 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,প্ৰভু আমকো এইবাৰ সন্তানটিৰ ওপৰত কৃপা কৰিবা ।
@nitudas2643
@nitudas2643 Жыл бұрын
কৃষ্ণ.....….......বাপ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো
@gargitalukdar278
@gargitalukdar278 7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আশীৰ্বাদ কৰিবা কৃষ্ণ প্ৰভু
@bharati__gogoi
@bharati__gogoi Жыл бұрын
কৃষ্ণ প্ৰভু ঈশ্বৰে আপোনাক সদাই ভালে ৰাখক
@dipakgogoi7376
@dipakgogoi7376 Жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম
@uttam__vlogs
@uttam__vlogs Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু মোৰ গৰ্ভত থকা সন্তাটো সুষ্ট সৱল গুনি হবলৈ আশীবাদ কৰা প্ৰভু ।
@dipamonidas9648
@dipamonidas9648 Жыл бұрын
মোৰ গৰ্ভত থকা সন্তান তো গুণী গীয়ানী হ'বলৈ আশীৰ্বাদ কৰিব প্ৰভূ 🙏 সুস্থ সবল কৰি ভালে কুশলে ৰাখিব প্ৰভূ🙏🙏🙏 কৃষ্ণ❤
@jyotimoihazarika3262
@jyotimoihazarika3262 4 ай бұрын
😅😅😅Y😅😮e😅😢
@jyotimoihazarika3262
@jyotimoihazarika3262 4 ай бұрын
Tw😅😅😅😅😮t😮😅😅😅😮😮wae
@jyotimoihazarika3262
@jyotimoihazarika3262 4 ай бұрын
😅😅😮😅
@jaanmonibora70
@jaanmonibora70 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জন সেৱা নিবেদিলো
@mainamedak1346
@mainamedak1346 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ,আপোনাক অস্ঠাংগে প্ৰণাম।
@jagotdutta6954
@jagotdutta6954 Жыл бұрын
Krishno bap🙏🙏 huni vll lagil
@probinhazarika7899
@probinhazarika7899 Жыл бұрын
কৃষ্ণ বাপ সেৱা জনালো।
@pompigogoi8409
@pompigogoi8409 Ай бұрын
কৃষ্ণ প্ৰভু ভগৱান মোৰ গৰ্ভত স্থান লোৱা সন্তানটি সুস্থ শৰীৰে পৃথিৱীলৈ আহে যেন প্ৰভু কৃপা কৰিবা সদায় আশীৰ্বাদ কৰিবা 🙏🏻🙏🏻🙏🏻
@priyankaphukan6560
@priyankaphukan6560 10 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু মোৰ আহিবলগীয়া সন্তান টি আপোনা হবৰ চৰণত সেৱা কৰি থাকিবলৈ কৃপা কৰক প্ৰভু ঈশ্বৰে।🙏🙏
@poligogoi4900
@poligogoi4900 8 ай бұрын
Eta honta mak bapakor g atv al beya gunor uprt vetri kori eta hontan dharmik guni geyani val hoi eta hontan gorbhot thoke obostat make bapak dharmik geyani hole gorbhot thoke hontan to a aitro kore
@anilchayengia5730
@anilchayengia5730 8 ай бұрын
হে প্ৰভু জগন্নাথ কৃষ্ণ আমাৰ আহিব লগা সন্তান টো যাতে জ্ঞানী হওঁক আশীৰ্বাদ কৰক কৃষ্ণ
@kalpanadihingiagogoi1361
@kalpanadihingiagogoi1361 Жыл бұрын
🙏🙏🙏 শত কোটি প্ৰণাম প্ৰভু জয় শ্ৰী কৃষ্ণ। শুনি বৰ ভাল লাগিল কৃষ্ণ
@ananditagogoi6299
@ananditagogoi6299 Жыл бұрын
অতি সুন্দৰ অধ্যায় ।উঠি অহা প্ৰজন্ময় জানিব লগীয়া কথা ।তেহে পাছৰ প্ৰজন্ম সৎ আৰু ভকত হব ।মাজে মাজে পাঠ হব লাগে ।কৃষ্ণ সেৱা যাচিলো ।
@runumeeborah4417
@runumeeborah4417 Жыл бұрын
কৃষ্ণ কৃষ্ণ ,মধুৰ বানিয়ে।জীৱন ধন্য হওক।
@Nob850
@Nob850 Жыл бұрын
কৃষ্ণ, কৃষ্ণ🙏🙏 বৰ ভাল লাগিল শুনি । আশিবাদ কৰিব মোৰ আহিব লগিয়া সন্তানটো ভাল মানুহ হয় । 🙏🙏🙏
@JaanSonowal-v6j
@JaanSonowal-v6j 7 ай бұрын
কৃষ্ণ বুজাব নোৱাৰি শান্তি অনুভৱ কৃষ্ণ বাপ🙏🙏🙏
@barsharitu8317
@barsharitu8317 Жыл бұрын
কৃষ্ণ প্ৰভু আশীৰ্বাদ কৰিব মোৰ গৰ্ভত স্থিতি লোৱা সন্তানটি সুস্থ সৱল হৈ কুশলে থাকে যেন
@dipsikha1050
@dipsikha1050 Ай бұрын
মনৰ কামনা পূৰ্ণ কৰা কৃষ্ণ।
@ranabora7262
@ranabora7262 8 ай бұрын
মোক আশীৰ্বাদ কৰিব মোৰ আহিবলগীয়া সন্তানটি সুস্থ, সবল কৃষ্ণ গুনৰ অধিকাৰী হৈ জন্ম লাভ করে কৃষ্ণ কৃষ্ণ
@TrishnaBorah-iz4dr
@TrishnaBorah-iz4dr 5 ай бұрын
Vl apunr xontan God bisah lrib
@jyotimoihazarika3262
@jyotimoihazarika3262 4 ай бұрын
😅😮😅😮😅😮W😅😮wae😅😮😅w😅😅😅😅😅re😅😮😊e😅yap😅😅😅😮😅e😅😮😅😊😅😮😅yap😅w😅😅😮e😅qeey😅😮😅😅😅😅😅😅😅😅😅
@jyotimoihazarika3262
@jyotimoihazarika3262 4 ай бұрын
W😮😅😅yap😅u😅😅😅😅e😅q😊😮😅wt😅😮😮😅😅😅😅😅😅😮
@jyotimoihazarika3262
@jyotimoihazarika3262 4 ай бұрын
😅We😊e😅ww😅😮e😅😅trwwe😅y😅rwae😮eq😅😅ww😅w😅ew😅eweqtwewewrwrw😅w😅w😅😅😅w😅w😅😅www😅😅😅w😅😅😅😅eh😅w😅😅w😅q😅😅y😅😅😅😅😅😮w😅😅😅ewwww😅😅emwww😅😅😅😅e😅eyeywwwrerw😅e😅😅wwwwwwwe😅😢😅😅😅😅😅eels😮😅ee😅😅rwwww😅e😅😅wq😅😅😅😅😅😅wqere😅wr😅w😅😮😅w😅😅😅😅wemqomw😅wr😅weqe😅😅😅😮w😅wwww😅erw😅😅😅e😅emrre😅😅😅😮😅w😅eew😅😅w😅😅😅😅😅😅e😅w😅ew😅😅r😅ye😅😅e😅😅ewe😅😅😅we😅wwee😅w😅😮😅😮😅😅wwe😅eetwyw😅😅😅w😅😅w😅😅😅😮😅wqwwww😅😮e😅😅😅😅😅😮😅ewell😅😮😅😅😅😅😅😅😮😅😮😮emr😅😅😅e😅😅😅😅😅😅😅😅😅😅😅😅😅😅​@@TrishnaBorah-iz4dr
@jyotimoihazarika3262
@jyotimoihazarika3262 4 ай бұрын
​😅qee😅q😅eew😅rafww😅ty😅😮r😊eh😅weeqw😅w😅😅😅😅😅😅e😅😅😮ryewers😅wweweewrtt😅😅😮😅😅y😮yewwrtee😅😅eww😅yerwewee😅eeks😅😮r😅w😮😅wqewweewwweeewee😅eeew😅waewweeewwreweeqewteeewqtwwre😅e😅rq😮😅erweeeewweewwrwwweeeewweewwwetewwe😅😅ewewr😅eelsweywew😅wwweeww😅eyqw😅wqewqee😅wr😅eewwee😅😅eee😅w😅😮wwwyttwwyeewwwwad😅ew😅ww😅ee😅😮😅www😅😅ewwweywree😅😮ee😅weewreye😅weeee😅😅ew😅😅😅😮ehwwwe😅wwwe😅w😅😅wewewwrwwewe😅yw😮w😅eew😅ww😅qomw😅e😅eewwee😅q😅weewee😅re😅😅ewrwwww😅ey😅😮😅😅ee😅e😅wrqqweeqwwew😅😮ww😮q😅w😅😮www😅😅wwww😅😮😅😮ewww😅w😅😅😅😅😅😅w😅😅e😅😅ww😅y😅😊😅weeeere😅e😅😅😅e😮😅wewwwerwee😅eewweye😅eweeew😅e😅😮yeereeeweee😅😮ewks😅😮😮😅😮😅😅😮😮e😅😮😅😮😅w😅😮😅😅😅😅😮😅😅😅😮😅😅😮😅w😅😅😅e😮😅😅😮😅r😅😅😮t😮wy😅😅😮😮😅😮equus😮wereet😅😅😅😮😅😮😅😮er😮😅😅😮😅w😅😮😅😅😮wewqwwee😅😅😮😅😮w😅😅w😅😅😅😮😅www😅😅wae😅😮😅😅😮😅😅😅😅r😅😮😅😮😅😅😅wewwe😅w😅😮😅😅😮😅😅😮😅😮😮😅😮😮😮😅😅😮😅😅😅😅😮😅😅😅😅😅😮😅😮😅😅😮😅😮😅😮😅😅😅😅😮😮😮😅😮😅😮😮😅😅😅😅😮😮😅😅😮😮😅😮😅😮😅😮😅😅😮😅😮😅😅😮wag😅😅😮😅😅😅😮😅😅😅😅😅😮😅😅😮😅😅😮😅😮😅😮😅😮😅😮😅😮😅😅😮😅😅😮😅😮😅😮😢😅😮😅😮😅😮😅😮😅😮😅😮😅😮😅😮😅😮😮😅😮😅😮😅😮😅😅😅😮😅😮😅😮😮😅😮😮😅😮😅😅😮😅😅😮😅😅😅😮😅😅😮😅y😅😅😮😅😅😮😅😮😮😅😮😅😮😮😅😅😅😅😅😅😮r😅😮😅😮😅😅😅😅😅😅😅😮😅😮😅y😮😅😮y😅😮😅y😮😮r😅😅😮😅😮😅😅😮t😅😅😮😅😮😮😮😅😅😅😅😅r😅😮😮😅😮😅😅😮t😅😊😅😅😅😮t😅😅😅😅😅😮😅😅😮😮😅😮😅😅😮😅r😮😅tac😅😮😅😅😅😅😅😅😮😅😮😮😅😮😮😅yap😅😅😮😅😅😅😅😅😅😮😮😅😅😅😅😅😅😅😅😮😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😮😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😮😅
@krishnagogoi328
@krishnagogoi328 10 ай бұрын
Krishna পভু আমাৰ আহিবলগীয়া সন্তানটো ভালে কুশলে পৃথিৱী লৈ আহিবলৈ আশীবাদ কৰিবা পভু ,🙏🙏
@munmigogoi8060
@munmigogoi8060 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ।। মোৰ ৰ্গভত স্থিতি লোৱা সন্তানটি সদায় সুস্থ সৱল জ্ঞানী হ'বলৈ আশীৰ্বাদ কৰক প্ৰভু।
@popythengal4127
@popythengal4127 Жыл бұрын
Kiman din hoise ?
@monujbora4899
@monujbora4899 Жыл бұрын
And
@dandinathboruah
@dandinathboruah Жыл бұрын
😂😅 n hi vi😊😊😂😂😂😂😮😂😂🎉, canlgsnl Ml Anilyyi😂😅😅😊. Dr
@dipabaruah3532
@dipabaruah3532 3 ай бұрын
কৃষ্ণ কৃষ্ণ আপোনাক সেৱা নিবেদিছো , ভগৱানে সকলোকে কূশলে ৰাখক। 🙏🙏🙏
@Misstrishikagogoi6419
@Misstrishikagogoi6419 11 ай бұрын
Krishna Prabhu ..mur garvot thoka hontanti jate guni gyani hoi tar babe aakhirbad kribo ..
@rajibkakati8729
@rajibkakati8729 Жыл бұрын
Vl lagil bapjana katha huni kisna Kisna namoskar
@JaanSonowal-v6j
@JaanSonowal-v6j 7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জগন্নাথ মোৰ গৰ্ভত স্থিতি লোৱা সন্তানটি সদাই সুস্থ সৱল ঞানী হবলৈ আশীৰ্বাদ কৰক প্ৰভূ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤
@PallabiGogoi-e3g
@PallabiGogoi-e3g Жыл бұрын
🙏🙏🙏
@RajuDas-jo6ci
@RajuDas-jo6ci Жыл бұрын
কৃষ্ণ কৃষ্ণ। মোৰ গৰ্ভত থকা সন্তান টো সুস্থ হৈ জন্ম লাভ কৰে মোক আশীৰ্বাদ কৰিব কৃষ্ণ।
@RupaBorah-cy6jr
@RupaBorah-cy6jr Жыл бұрын
আপোনাৰ এই অমৃতময় ব্যাখ্যা শুনি বহুতো জ্ঞান লাভ কৰিলো ,ভালে থাকক আপুনি আৰু আমাক এই অমৃতময় জ্ঞান দি আগবঢ়ায় নিয়ক। কৃষ্ণ কৃষ্ণ 🙏🙏
@JaanSonowal-v6j
@JaanSonowal-v6j 7 ай бұрын
হে 🙏🙏🙏 প্ৰভু জগন্নাথ কৃষ্ণ আমাৰ আহিব লগীয়া সন্তান টো যাতে জ্ঞানী ব্যক্তিক প্ৰলাদৰ দৰে বোধিমান শক্তি বৃদ্ধি হওক শিক্ষা গ্ৰহণ সকলোৰে মৰম স্নেহ বুজি পোৱা হ'ব লাগে পিতৃ মাতৃ ককায়েক বায়েক সকলোকে মৰম কৰি একেলগে থাকিবলৈ শক্তি বৃদ্ধি হওক কৃষ্ণ কৃষ্ণ,❤❤❤❤❤
@jitumonibora4227
@jitumonibora4227 6 ай бұрын
Krishna Krishna
@dipabaruah3532
@dipabaruah3532 3 ай бұрын
কৃষ্ণ কৃষ্ণ আপোনাক সহস্ৰ প্ৰণাম। 🙏🙏🙏
@ShubhlaxmiTaid-mz1jx
@ShubhlaxmiTaid-mz1jx 3 ай бұрын
❤❤❤krishna
@cute_boy_aadrik
@cute_boy_aadrik Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏🙏আমাৰ আহিবলগা সন্তানটিক কৃপা কৰিবা🙏🙏🙏
@MantuChutia-vl2df
@MantuChutia-vl2df Жыл бұрын
Krishna Krishna bap sewa janalu Krishna 🙏🙏🙏
@jibonchetia4157
@jibonchetia4157 Жыл бұрын
ৰাম ৰাম কৃষ্ণ কৃষ্ণ
@mouchumikalita3771
@mouchumikalita3771 Жыл бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ বাখ্যা আপোনাৰ বৰ,ভাল লাগিল ।
@ArupGogoi-e3w
@ArupGogoi-e3w Жыл бұрын
Krishna KrishnaKrishna
@loveyouuniverse.9081
@loveyouuniverse.9081 Жыл бұрын
Jai shree hari Vishnu Jai shree hari narayan Jai shree hari krishna
@sangitaborah5519
@sangitaborah5519 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম জনাইছোঁ পোন প্ৰথমে 🙏🏻 মোৰ যেন এটি সুন্দৰ সুস্থ সন্তান জন্ম হয় আৰ্শীবাদ কৰিব প্ৰভু 🙏🏻❤🙏🏻
@pallabidas4885
@pallabidas4885 29 күн бұрын
কৃষ্ণ প্ৰভু মোৰ সন্তানটো ভালে ৰাখিবা🙏🙏
@babakonwar1133
@babakonwar1133 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@jadudutta4776
@jadudutta4776 Жыл бұрын
🙏🙏🙏🙏🙏
@poragboruah4156
@poragboruah4156 Жыл бұрын
🙏কৃষ্ণ🙏জয় জগত গূৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@pritirekhagam6157
@pritirekhagam6157 Жыл бұрын
হে প্ৰভু মোৰ গৰ্ভত থকা সন্তানতি যাতে সুস্থ সবল হৈ জন্ম লাভ কৰে আৰ্শিবাদ কৰিব।
@bornalikalita2053
@bornalikalita2053 Ай бұрын
Ahibologi tumar Ashirwadr hontantik kukhole rakhi ai prithibiloi aniba Prabhu.
@NoganDas-i5o
@NoganDas-i5o 6 ай бұрын
Krishan krishan pronam janisu🙏🙏🙏🙏
@nehasaikia213
@nehasaikia213 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
@indrajitsaikia5809
@indrajitsaikia5809 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@sangitachetia8178
@sangitachetia8178 Жыл бұрын
🙏
@jyotihazarika8089
@jyotihazarika8089 Жыл бұрын
বহুত ধুনীয়া লাগিল শুনি 🙏🙏 আশিবাদ কৰিব মোৰ আহিবলগীয়া সন্তানটো জাতে ভাল মানুহ হয়। কৃষ্ণ প্ৰভু 🙏🙏🙏
@suramonitvmobilereparing849
@suramonitvmobilereparing849 Жыл бұрын
👍👍👍♥️♥️♥️ ভাল হব
@BROJENBORAH-mp4ww
@BROJENBORAH-mp4ww 10 ай бұрын
শুনি ধুনীয়া নহয়। ভাল লাগিছে বা ভাল লাগিল।
@simpysamor8751
@simpysamor8751 Жыл бұрын
কৃষ্ণ দয়াময় 🙏 মোৰ বৰ্তমান এটি ভগৱানৰ দান গৰ্ভত ধাৰণ কৰিছে। সেই দান যেন সুস্থ শৰীৰে ভাল হয় আপোনালোক সকলোৱে দয়া কৰি আশীৰ্বাদ কৰিব🙏🙏🙏🙏
@bhaktirsagor
@bhaktirsagor Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
@creatoranjan6320
@creatoranjan6320 2 ай бұрын
Ram krishna eman duniya kontho
@brojengogoikrisnakrisna7975
@brojengogoikrisnakrisna7975 Жыл бұрын
Krishna Krishna bap hewa janalu
@rashmitaphukan
@rashmitaphukan Ай бұрын
হে প্ৰভু মোৰ আহিব লগিয়া hntanti গুণী জ্ঞানী আৰু সুস্থ হবল হব লাগে আশীৰ্বাদ কৰিব,,
@nirmaldeori4218
@nirmaldeori4218 Жыл бұрын
Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷
@munumunudas4377
@munumunudas4377 Жыл бұрын
Krishna Krishna Prabhu 🙏🙏 xundor baikhya .nojona kotha janilu .vl lagil Jani..pranam jonaisu 🙏🙏🙏
@binaborah6595
@binaborah6595 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏
@creative-dd3zt
@creative-dd3zt Жыл бұрын
Good Morning gogoiডাঙৰীয়া
@pranamidutta486
@pranamidutta486 Жыл бұрын
আমাৰ আহিবলগীয়া সন্তানটো গুনী জ্ঞানী আৰু ঈশ্বৰ ভক্ত কৰা প্ৰভু 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽 আমাক চকু মেলি চোৱা 🙏🏽🙏🏽🙏🏽
@sangitabaruah1527
@sangitabaruah1527 Ай бұрын
He vogoban Mor ahibologa khontanti jate Vale kusole prithibiloi ane pravu🙏🙏🙏Khusta khobol guni Dgani Hoi pravu tumi akhirbad koriba vogoban 🙏🙏
@kitisvlogs9626
@kitisvlogs9626 Жыл бұрын
কৃষ্ণ
@ashokkumardutta7850
@ashokkumardutta7850 Жыл бұрын
Krishna Krishna sewa nibadisu
@gitikamahanta2227
@gitikamahanta2227 Жыл бұрын
বাপ,কৃষ্ণ 🙏🏻,বহুত ভাল লাগিল আপোনাৰ এই ভাগৱত বাখ্যা শুনি। আন্তৰিক ধন্যবাদ জনালো 🙏🏻 কৃষ্ণ
@dasjuri1498
@dasjuri1498 Жыл бұрын
It
@AnsumaiBasumatary-i6v
@AnsumaiBasumatary-i6v 5 ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna
@rewatideka7020
@rewatideka7020 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏🙏
@jituhazarika4021
@jituhazarika4021 Жыл бұрын
Krishna Ram Bap 🙏👣🙏👣
@lipikarajkonwar5654
@lipikarajkonwar5654 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জন সেৱা নিবেদিলো🙏🙏
@Drishtigogoi-o8g
@Drishtigogoi-o8g Жыл бұрын
Dhonya holu
@muhonborah7831
@muhonborah7831 Жыл бұрын
Krishna Krishna Krishna
@moromidas167
@moromidas167 Жыл бұрын
krishna krishana pravu 🙏🙏🙏🙏 mur gorbho thoka sontantu Akhirvad koriba krishna
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Жыл бұрын
কৃষ্ণ কৃষ্ণ।
@kakalikhataniyar9516
@kakalikhataniyar9516 5 ай бұрын
bhagwan Krishno 🙏🙏🙏
ভাগৱত||কামৰূপ||বঙৰা||Pranjit@জ্যোতিময়Jyotimoy
1:20:51
জ্যোতিময় Jyotimoy
Рет қаралды 342 М.
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 19 МЛН
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26
কাৰ্বি আংলং|| খণ্ড -২ @জ্যোতিময়Jyotimoy
43:10
জ্যোতিময় Jyotimoy
Рет қаралды 349 М.
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 19 МЛН