সাঁজ আৰু শাস্ত্ৰকলৈ প্ৰশ্নৰ উত্থাপন হল অনিৰুদ্ধ দেৱ সমাজত

  Рет қаралды 82,598

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 118
@probinbo9316
@probinbo9316 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ, আপোনাৰ অমৃতময় ব্যাখ্যা শুনি উপকৃত হলো।
@kanakdas2316
@kanakdas2316 12 күн бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏🙏
@ChintuChamua
@ChintuChamua 4 күн бұрын
কৃষ্ণ কৃষ্ণ ভগৱান 🙏🙏🙏
@tulonmohan9583
@tulonmohan9583 11 күн бұрын
হৃদয় চুই যোৱা ব্যাখ্যা। সেৱা জনালোঁ।
@RantuBoruah-g4l
@RantuBoruah-g4l 14 күн бұрын
ৰাম কৃষ্ণ ৰাম কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏
@HemenDas-e1w
@HemenDas-e1w Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ আৰু হৃদয়স্পৰ্শী ব্যাখ্যা। সুন্দৰ প্ৰশ্নৰ সুন্দৰ উত্তৰ।
@BhubanchDeuri
@BhubanchDeuri 28 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@BPagag-p6t
@BPagag-p6t 4 күн бұрын
🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@rhiturajpathak8351
@rhiturajpathak8351 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ..... ইমান সুন্দৰ ব্যাখ্যা প্ৰভু .. দেহ মন শান্ত হৈ গ'ল .. কৃষ্ণ কৃষ্ণ
@PrabinNath-h9l
@PrabinNath-h9l Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ শতকোটি প্ৰনাম নিবেদন কৰিছো । আপোনাৰ সু - মধু বাখ্যভাগীয়ে মুগ্ধাম্বিত কৰাইছে । ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ ❤❤❤❤❤❤❤❤ ❤❤❤❤❤❤❤ ❤❤❤❤❤❤ ❤❤❤❤ কৃষ্ণ
@PahiHandique-df2ji
@PahiHandique-df2ji Ай бұрын
ৰাম কৃষ্ণ বাপ জনা বহুত ভাল লাগিছে ভাগৱত শুণি 🙏🙏🙏🙏🙏🙏
@r.ctalukdar1659
@r.ctalukdar1659 Ай бұрын
গগৈ বাপ জনালৈ সেৱা ধৰিলো কৃষ্ণ। মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ আৰম্ভ কৰিলে ভাল হয় যিহেতু আমাৰ মাতৃভাষা অসমীয়া । ৰোমান লিপি ৰে লিখা টো অশোভনীয় দেখা যায় কৃষ্ণ প্ৰভূ।
@WrituponWritupon-ds9us
@WrituponWritupon-ds9us Ай бұрын
হয় । ধৰ্ম দৰ্শণৰ এয়াই মূল তত্ব। ভগৱন্তৰ গুণানুকীৰ্তনৰ স্হান।
@RanjuSaikia-no3np
@RanjuSaikia-no3np 18 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ভাগবত ❤❤❤❤❤❤❤❤❤❤❤❤❤
@keshabbora7742
@keshabbora7742 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@MahanandaGogoi-dc9wo
@MahanandaGogoi-dc9wo Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। বহুত ভাল লাগিল।
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ নাম বৈকুণ্ঠত কৃষ্ণ নাম অমৃত ৰস পান কৰি থকা প্ৰকাশ মান কৃষ্ণৰ চৰণত আমি সেৱা জনালোঁ কৃষ্ণ
@RanjuSaikia-no3np
@RanjuSaikia-no3np 18 күн бұрын
কৃষ্ণ। নামে। সাৰ
@pradipHandique-d9d
@pradipHandique-d9d Ай бұрын
কৃষ্ণ গগৈ বাপ জনায় সোন্দৰ উত্তৰ দিছে নমস্কাৰ।
@ranjanborah8190
@ranjanborah8190 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ, বহুত ভাল লাগিল শুনি
@ramcharandeka9143
@ramcharandeka9143 Ай бұрын
Krishna Rama Hari.
@ekosoronom1821
@ekosoronom1821 Ай бұрын
সুন্দৰ বাপ ৷ কৃষ্ণ ৷
@poragboruah4156
@poragboruah4156 Ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@PapariTalukdarKalita
@PapariTalukdarKalita Ай бұрын
Krishna bap. Ati uttam bakhiar. Krishna❤❤❤❤
@jayantachetia4488
@jayantachetia4488 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণসকলো ভক্ত বৃন্দলৈ ভক্তি ভৰা সেৱা জনালো
@Rinachangmai-h4j
@Rinachangmai-h4j 2 күн бұрын
Bhal lagil apunar gunanukritan
@sasadharrajbangshi35454
@sasadharrajbangshi35454 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম জনালো 🙏🙏🙏🙏
@ashokkumardutta7850
@ashokkumardutta7850 Ай бұрын
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ
@DipaliLahon-i2p
@DipaliLahon-i2p 27 күн бұрын
Krishna Krishna baap 👃👃👃
@gobin.blp.2769
@gobin.blp.2769 Ай бұрын
বাপ জনালৈ সেৱা নিবেদিছোঁ 🙏🙏 কৃষ্ণ কৃষ্ণ !
@JituHazarika-o3i
@JituHazarika-o3i Ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@minotigogoi9934
@minotigogoi9934 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@Ratul-ch8qf
@Ratul-ch8qf Ай бұрын
Krishna Krishna Krishna bap beautiful and ❤
@mintugogoi6588
@mintugogoi6588 Ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@bubulgogoi3852
@bubulgogoi3852 Ай бұрын
কৃষ্ণ বাপ দাসৰ ভক্তি সেৱাভাগী গ্ৰহণ কৰিব 🙏 কৃষ্ণ 🙏
@satyengohain5459
@satyengohain5459 24 күн бұрын
বৰ সুন্দৰ ভাঙনি । সঁচাকৈয়ে নাম ডাঙৰ ।
@munindraborgohain6054
@munindraborgohain6054 Ай бұрын
Krishna. Krishna .Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সেৱা ভাগি গ্ৰহন কৰিব কৃষ্ণ।
@subhasishhazarika8573
@subhasishhazarika8573 Ай бұрын
Ram krishna pranam pravu
@pinchipriyagogoi4766
@pinchipriyagogoi4766 Ай бұрын
Krishna Krishna
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
বৈকুণ্ঠত উপবিষ্ট সকলো আই বাপলৈ সেৱা নিবেদন কৰিছো কৃষ্ণ
@girishch.boruah5582
@girishch.boruah5582 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ
@saratgogoi5339
@saratgogoi5339 Ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏
@amiyamazudermazumder5301
@amiyamazudermazumder5301 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@montudarig4737
@montudarig4737 Ай бұрын
Radha Radha Radha 🙏🙏🙏
@bapdhankoch7927
@bapdhankoch7927 Ай бұрын
Krishna Krishna Prabhu bap jona Val lagil 🙏🙏🙏🙏🙏🙏🙏
@queenmedhi846
@queenmedhi846 Ай бұрын
Krishna Krishna Krishna 😊
@KeshabPhukon-nj2du
@KeshabPhukon-nj2du Ай бұрын
Krishna krishna krishna bap krishna
@bobbyhazarikadas437
@bobbyhazarikadas437 28 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@ParanjallSaik-tq5xs
@ParanjallSaik-tq5xs Ай бұрын
Krishna hori ram, 🦚🦚🦚🙏🦚🙏🦚 jai guru Sankar
@djddas7405
@djddas7405 Ай бұрын
Krishna.krishna.Hari.Ram.Krishna.Krishna.Hari.Ram.Krishna.Krishna.Hari.Ram.Krishna.Krishna.Hari,Ram.,
@ranukalita1790
@ranukalita1790 Ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏🙏
@mahendrabora269
@mahendrabora269 11 күн бұрын
কাহিনীটোত শুনি ভালো লাগছে কোনে লিখা
@anupomgogoi5374
@anupomgogoi5374 Ай бұрын
Krishna bap
@boroodavlogs1975
@boroodavlogs1975 Ай бұрын
❤❤❤❤❤❤❤❤ Krishna❤❤❤❤❤❤❤❤
@brajenbaruah2407
@brajenbaruah2407 Ай бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@BipulMili-l1x
@BipulMili-l1x Ай бұрын
Krishna Krishna Krishna .
@KhanindraTalukdar-zk5ps
@KhanindraTalukdar-zk5ps Ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম
@akhilburagohain381
@akhilburagohain381 Ай бұрын
Krishna Krishna Krishna bap
@nomitabezbaruah
@nomitabezbaruah Ай бұрын
Krishna
@karabidowarah1354
@karabidowarah1354 Ай бұрын
Krishna Krishna Joy jogot guru Srimonto hongkor.
@KusumBorgohain-c1q
@KusumBorgohain-c1q Ай бұрын
কৃষ্ণ
@OpiMunuGogoi
@OpiMunuGogoi Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏
@riturajartist6382
@riturajartist6382 Ай бұрын
ভগৱান
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🙏🙏🙏🙏
@khirodbhuyan5967
@khirodbhuyan5967 Ай бұрын
Krishna 🙏
@RanjuSaikia-no3np
@RanjuSaikia-no3np 18 күн бұрын
কৃষ্ণ ৰাম নাৰায়ণ ❤❤❤❤ 11:16 11:18
@RanjuSaikia-no3np
@RanjuSaikia-no3np 18 күн бұрын
নাৰায়ণ নাম
@HareshDowarah
@HareshDowarah Ай бұрын
Krishna, krishna, krishna parom Prabhu jonar saron kamalot vakti vora hewa nibedisu, krishna.
@prahladchetia4233
@prahladchetia4233 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bhabensaikia5028
@bhabensaikia5028 Ай бұрын
বাপ জনাৰ ভাগৱত ব্যাখ্যা শুনি বৰ ভাল লাগিল ৷ কিন্তু ভাগৱত মহা পুৰাণ খনত মবাইল ফোনটো ৰখাটো অশুভণীয় যেন লাগিল ৷
@puspendrasaikia9570
@puspendrasaikia9570 Ай бұрын
বাক্যৰ গঠন বাবে বুজাত অসুবিধা হৈছে ৷ অলপ যত্ন কৰক ৷ ক্ষমা কৰিব ৷ কৃষ্ণ
@RajitRajitranu
@RajitRajitranu Ай бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏
@PalashDhekialphukan
@PalashDhekialphukan Ай бұрын
Krishna Krishna hori Ram
@KumarGogoi-p2w
@KumarGogoi-p2w Ай бұрын
Rinku gogoi Krishna bapjan krishna.
@BudheswarmoranBudheswarmoran
@BudheswarmoranBudheswarmoran Ай бұрын
U 😂iভাগৱত_পাঠ_ও_ব্যাখ্যা
@mritunjai4889
@mritunjai4889 11 күн бұрын
তেতিয়াহলে মানুহ যে জড় চৈতন্য কেনেকৈ হয় । চৈতন্য ৰ স্বৰুপ কি । যি আছে শাস্ত্ৰ ভাগৱতে ভজনে তাহা উলটা আছে । কৃষ্ণ কোন !আপুনি কোন কৃষ্ণৰ ভজনা কৰে জনাব ।।❤
@SoonmoniBorah-v6d
@SoonmoniBorah-v6d Ай бұрын
Kisn kisn ❤❤❤
@Narendrasaikia556
@Narendrasaikia556 Ай бұрын
Ramkrisna ramkrisna govind
@r.ctalukdar1659
@r.ctalukdar1659 Ай бұрын
ওম প্ৰকাশ বাপ জনাই ভাল কৈ নুশুনিলে চাগৈ।আনে কি কৰে কৰকচোন আপুনি নিজৰ টো ঠিক ৰাখক। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,,,,,,,,,,,,, কৃষ্ণ।
@SunuSunu-l3i
@SunuSunu-l3i 24 күн бұрын
Kishn
@Life_style-1990
@Life_style-1990 Ай бұрын
🙏🙏🙏🙏
@parulborgohain8511
@parulborgohain8511 Ай бұрын
কৃষ্ণ কৃষ্ণ
@shyamolikabora2924
@shyamolikabora2924 Ай бұрын
আমাৰ বিশ্বাস যে ভগৱানে প্ৰসাদ ললে শৰাই সজাই নাম প্ৰসঙ্গ কৰিলো সকলো শেষ কিন্তু ভকতেহে খায় ভক্ত ভাগৱত বুলি কয় বৰ্তমান প্ৰকৃত ভক্ত । আছেনে নাই? ভাবি চাব ?
@BabuBabu-fe2zs
@BabuBabu-fe2zs Ай бұрын
প্ৰভু বহুত কামেন্ত কৰিলোঁ আপোনাক ।। ইমান ধৰ্মৰ জ্ঞান বিলাই ফুৰে আপুনি ।। শুনা মতে আপুনি ইমানেই দৈহিক সুখ বিচাৰে যে ।।। ঘৰত এগৰাকী ৰাখে , আৰু অনুষ্ঠান কৰিবলৈ আহিলে মিচিং এগৰাকী লৈ আহে ।। কুকুৰৰ পোৱালি সুদূৰ্ভাই মোক rly টো দে কেলা ।। ইমান দিনে দিয়া নাই কাৰণে বেয়া কৈ কৈছোঁ ।। ওচৰত জিদিনা টোক মাতিম বিদিও কৰিম মই ।। টোৰ কত কেই জনি মাইকী লগত লৈ যাওঁ msg দে
@PrbinChutia
@PrbinChutia Ай бұрын
আমি নাম ঘৰলৈ হৰি কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ যাব লাগে নে সাঁজ অৰ্থাৎ প্ৰসাদ খাবলৈ যাব লাগে?মো দৰে ভকতৰ কিন্তু মধুময় হৰি কথা শ্ৰৱণ কীৰ্তন কৰি আধ্যাত্মিক চেতনা আহৰণব জৰিয়তে নিজৰ চিত্ত সংসোধন কৰি পৰম পিতা পৰমাত্মাৰ শ্ৰীচৰণত ভক্তি নিবেদনৰ পৰিৱৰ্তে,ভকত বৈষ্ণৱৰ আগত ভগৱানৰ নামত সজাই থোৱা সাঁজ অৰ্থাৎ প্ৰসাদৰ শৰাই খনলৈহে চকু পৰি থাকে,কেতিয়াকৈনো মাহে কলে পিঠাই এপাত খাবলৈ পাঁও,ঘৰলৈও এতোপোলা ল'ৰা তিৰোতালৈ লৈ যাব পাৰো, ইত্যাদি।হৰি কথা কৰবাতে থাকি যায়। ধন্যবাদ। কৃষ্ণ।জয়। গুৰু শ্ৰীমন্ত শংকৰ।জয় শ্ৰী গুৰু মাধৱ দেৱ।
@jayantachetia4488
@jayantachetia4488 Ай бұрын
অবানতৰ প্ৰশ্ন বেলেগ প্ৰশ্ন সুধিবলৈ নায় নেকি শাস্ত্ৰ ডাঙৰ বুলি সকলোৱে জানে এইটো প্ৰশ্ন হ'ল নে
@MuninDutta-h1i
@MuninDutta-h1i Ай бұрын
কৃষ্ণ। জয়ন্ত চেতিয়া বাপজনা। ময়ো জানো ও সকলোৱে জানে শাস্ত্ৰ ডাঙৰ কিন্তু অভাজনে দত্ত উপাধি আমাৰ গাঁৱত সৰহসংখ্যক মানুহেই বামুণ লগাই বিয়া মৰা সকাম ইত্যাদি কাম কৰে কিন্তু অভাজনে শঙ্কৰদেৱ মাধৱদেৱ গোপাল আৰু অনিৰুদ্ধ এক শৰন মানি আহিছোঁ আৰু আমাৰ সকাম আদিতো অভাজনে শাস্ত্ৰ ভাগৱত পাঠ কৰিব পাৰো কিন্তু ৰান্ধনী বা বিলনীয়া কৰিব নোৱাৰো যিহেতু ময় বামুণ লগাই বিয়া পতা নাই। কাৰন অনিৰুদ্ধ গুৰুজনাৰ ভক্ত আছিল বাপ জনাই পাঠ কৰি থকা সময়ত। অনিৰুদ্ধ গুৰুজনাৰ আদৰ্শ এক দেৱ এক সেই এক বিনে। নাই কেৱ । সেয়েহে সকলোৱে জনা প্ৰশ্ন ভাগি উৎসাপন কৰিছিলোঁ কাৰন ধেৰুয়া কেনেবাকৈ সিজক বুলি। কৃষ্ণ
@Omprakash-d1w2l
@Omprakash-d1w2l Ай бұрын
নমস্কাৰ প্ৰভো ভুল হলে ক্ষমা কৰিব। এজন হে পূজা কৰিব লাগে মানি ললো যিহেতু আপুনি উদাহৰণ দি ধুনীয়াকৈ বুজালে বুজিও পালো কৃষ্ণ। এতিয়া কথা হ'ল যে -আমি দেখিছোঁ বা খুনিছু কিছুমান বুৰঞ্জী প্ৰসিদ্ধ শ শ বছৰ পুৰণি মঠ মন্দিৰ দেৱালয় যেনে কামাখ্যা মন্দিৰ পদুমনী আই থান ইত্যাদি ইত্যাদি এইবুৰত আমি পূজা অৰ্চনা কৰিব নালাগে নেকি বাৰু বা এই বোৰ ওপাখনা থাইত কোনে পূজা অৰ্চনা কৰিব লাগে জনাবচোন।কিবা ভূল হ'লে মাফ কৰি দিব।
@AnitaMaut
@AnitaMaut Ай бұрын
Krishna prvu hewa jonalu eko deb eko heb ekot bine nai keb
@nibirgogoirollno2388
@nibirgogoirollno2388 Ай бұрын
Doibyokir austim putor kothatu nubujilu
@HemantaPhukan-xp7nx
@HemantaPhukan-xp7nx Ай бұрын
Dham hast ra palan kara pisat pap bari goise gati ke hey dharma badale kari hale u manuh ak Basa ba lagi ba.
@DSqrtda
@DSqrtda 6 күн бұрын
১)বয়সত সৰু হলে সেৱা জনালোঁ বুলি কোৱাটো সমীচিন নহয়। ২) ঈশ্বৰৰ নাম চৰ্চাৰ নামত you tube চেনেলৰ কিমান প্ৰয়োজন? ইয়াৰ বিষয়ে জনাব চোন।
@kalpanadas9492
@kalpanadas9492 Ай бұрын
Krishna krishna krishna krishna krishna krishna krishna
@kalyanidas4341
@kalyanidas4341 Ай бұрын
কৃষ্ণ🙏🙏
@anupomgogoi5374
@anupomgogoi5374 Ай бұрын
Krishna bap
@ranjumoniborahsaikia1684
@ranjumoniborahsaikia1684 Ай бұрын
Krishna 🙏🙏
@khogeswarigogoi1902
@khogeswarigogoi1902 Ай бұрын
কৃষ্ণ কৃষ্ণ
@madhurjyagogoi6085
@madhurjyagogoi6085 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@HoreswariDas-j2g
@HoreswariDas-j2g Ай бұрын
কৃষ্ণ🙏🙏🙏
@DilipMech-n7w
@DilipMech-n7w Ай бұрын
🙏🙏🙏
@r.ctalukdar1659
@r.ctalukdar1659 Ай бұрын
ওম প্ৰকাশ বাপ জনাই ভাল কৈ নুশুনিলে চাগৈ।আনে কি কৰে কৰকচোন আপুনি নিজৰ টো ঠিক ৰাখক। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,,,,,,,,,,,,, কৃষ্ণ।
How Much Tape To Stop A Lamborghini?
00:15
MrBeast
Рет қаралды 89 МЛН
Happy birthday to you by Secret Vlog
00:12
Secret Vlog
Рет қаралды 5 МЛН
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 85 МЛН
When mom gets home, but you're in rollerblades.
00:40
Daniel LaBelle
Рет қаралды 142 МЛН
How Much Tape To Stop A Lamborghini?
00:15
MrBeast
Рет қаралды 89 МЛН