কাজী নেমু অতি লাভজনক খেতি।কেতিয়া লগাব লাগে ? Assam lemon farming। Biswanath agrifarm

  Рет қаралды 22,204

#Biswanath Agrifarm

#Biswanath Agrifarm

Күн бұрын

Hi
I m Lila. Welcome to our KZbin chennel Biswanath Agrifarm।
Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
THANK YOU
কাজী নেমু এবিধ লাভজনক খেতি।কেতিয়া লগাব লাগে ? Assam seedless lemon farming।
About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ আহিব।
#ভোটজলকীয়া#bhutjolokiya#
Other link vidoes
• জৈৱিক পচন সাৰ ঘৰতে কেন...
জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
• ভোট জলকীয়া খেতি কেতিয...
ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
• নেমু গছৰ মজা খোৱা কীট ...
নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
• এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
• নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
• নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
• নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
• জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
• নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
• জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
• ভোট জলকীয়াত কি কি সাৰ...
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
• বীজ শোধন কৈনেকৈ কৰিব ল...
বীজ শোধন কৈনেকৈ কৰিব লাগে জয় আই অসম...

Пікірлер: 122
@bikidas2696
@bikidas2696 Ай бұрын
Dada nemu Puli dujupa logaisu but growth huwa ni olpo pat mele ter pasot growth nahoi ki korim bujhi puwa ni
@ইটোসিটোবহুটো-ষ৯ম
@ইটোসিটোবহুটো-ষ৯ম 3 ай бұрын
Dada amar nemu bhut ase kintu nemur size hru hoise gosbur dangr..nemur size dangr hbloi ki krib lagib janabsun.
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
কাইলৈ দিনত call কৰিব...9957717856
@mrmahesh4598
@mrmahesh4598 Жыл бұрын
Dad ghor kot hoi puli pamneki
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
Biswanath chariali..
@nitulnath5300
@nitulnath5300 4 ай бұрын
Dada 1bigha matit kiman nemo pulli lagab parim
@BiswanathAgrifarm
@BiswanathAgrifarm 4 ай бұрын
100 জোপা লগাব পাৰে .
@AdsEmpire
@AdsEmpire 3 жыл бұрын
Thank you for the great information and knowledge you have provided
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Welcome।
@sunesarbasumatatry2757
@sunesarbasumatatry2757 3 жыл бұрын
@@BiswanathAgrifarm to be able be a great weekend too great
@ronujdoley7785
@ronujdoley7785 Жыл бұрын
Namu Oct mahot logabo pari neki?
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
যদি পানী যোগানৰ বেৱস্তা আছে তেন্তে ১২ মহে লগাব পাৰি।
@punakshee5124
@punakshee5124 3 жыл бұрын
Morigaon charaibahit diba paribane jaabasun
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
বৰ্তমান পুলি উপলব্ধ নাই।২ মাহ মান পিছত পুলি পাব।
@pallabigogoi7825
@pallabigogoi7825 Жыл бұрын
Thank you❤
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
Welcome..
@khudirambasumatry4785
@khudirambasumatry4785 2 жыл бұрын
Dada apunar no tu pam niki, moyo korisu 3bigha tar babe
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
9957717856
@Dgasdi
@Dgasdi Жыл бұрын
1 Bigha matit kiman nemu logabo pari
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
100 to 140
@Dgasdi
@Dgasdi Жыл бұрын
Distance kiman dibo lagibo
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
Minimum 10×10
@Dgasdi
@Dgasdi Жыл бұрын
ajupa gosot kiman production hoi
@arupjotigogoi1264
@arupjotigogoi1264 2 жыл бұрын
Bit kheti video dibasun
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
চেষ্টা কৰিম।
@9577687711
@9577687711 3 жыл бұрын
Dada apuni kotha bilak olop lahe lahe kole val hoy..
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ধন্যবাদ আপোনালৈ এনেকৈ আঙুলিয়াই দিলে ভাল লাগে যাতে পিছলৈ ভূলবোৰ শুধৰাব পাৰো।
@prasantagoswami1477
@prasantagoswami1477 3 жыл бұрын
আপোনাৰ পৰা শিক্ষালৈ অলপ কেছুসাৰ বনাইছো। জয় গুৰু।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
আগবাঢ়ি যাওক।
@prasantagoswami1477
@prasantagoswami1477 3 жыл бұрын
@@BiswanathAgrifarm থিক আছে।
@mushroomcompostspawncroppi3224
@mushroomcompostspawncroppi3224 3 жыл бұрын
Dada main Bihar mein Patna mein lagaya hai mera Nimbu abhi bich Nahin raha hai yahan local market Mein Koi demand Nahin Hai kripya Kuchh madad Karen Bihar ke traders ka number bataen
@mushroomcompostspawncroppi3224
@mushroomcompostspawncroppi3224 3 жыл бұрын
Kripya isko Bechne Mein madad Karen mere pass 200 plant hai
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Me Assam SE Hu baiya।mujhe utna malum Nahi hai Apke waha k bare me।aur ye season me nimbu Ka demand Kam hota hai har jagah me।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Me chahkar v apko madat Nahi Kar Sakta.sorry
@omanaley5668
@omanaley5668 2 жыл бұрын
Sir apunar pora vestiges bisaru pamne ?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
বুজি নাপালোঁ কি কলে।
@prasantabhatta3428
@prasantabhatta3428 3 жыл бұрын
Puli gojaboloi jitu hormon use kore tar namti kobosun . Kot Pam dam kiman jonabo
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Rooting hormone nursery পৰা লব পাৰিব নাইবা অনলাইন লব পাৰে অলপ দাম বেছি পৰিব।বজাৰত ৭০ ,৮০ টকাত পাই যাব।
@ArupJBorah
@ArupJBorah 3 жыл бұрын
দাদা মোক কলম দিয়া ডাল 100 মান লাগে সোনকালে । দিব পাৰিব নে
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
2 মাহ মান লাগিব।বতৰৰ বাবে পিছ পাৰি গৈছো।পুলি প্ৰস্তুত কৰিব পৰা নাই।sorry
@ArupJBorah
@ArupJBorah 3 жыл бұрын
@@BiswanathAgrifarm দুমাহ ৰৈ দিম । সকলোকে বিশ্বাস কৰিব নোৱাৰি । আপোনাক মোৰ বিশ্বাস হয় ভাল বস্ত দিব বুলি । পাম নে দাদা
@prasantabhatta3428
@prasantabhatta3428 3 жыл бұрын
Sibsagorot ki dore suply dibo jonabosun. Dam kiman ata nemu pulir
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
উচৰে পাজৰে চাই লওক যদি পায় তাৰ পৰা লওক ইমান দূৰত নিবলৈ অসুবিধা হয়।
@nipamsarania8660
@nipamsarania8660 3 жыл бұрын
Apuni........ bebohar..... kra..... kesikhn...... ki..... Companir hoi.... jnabo.... dada...... moi..... Online. .. anisilo.... vlnhoi...... pzl....jnabo
@debojitbora5192
@debojitbora5192 3 жыл бұрын
@lakhimonigogoi1149
@lakhimonigogoi1149 2 жыл бұрын
Dada 12 mahi kaji nemu puli 100 ta dibo paribo ne ?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
পাৰিম।মই কলম দ্বাৰা পুলি প্ৰস্তুত কৰিছোঁ সেই বাবে পুলি সুষ্ট আৰু ভাল জাতৰ পাব।
@mazidurrahman4667
@mazidurrahman4667 3 жыл бұрын
Dada mur nemu gos jupa dal bur puke kaise aru dal bur vagi goise ki dibo lagibo kobo sun.
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
কীটনাশক প্ৰয়োগ কৰক আৰু ডালবোৰ কাটি দূৰত পেলাই দিয়ক যিবোৰ ডাল ত পোক লগা দেখিছে।
@ilovenortheastindia1687
@ilovenortheastindia1687 3 жыл бұрын
কি মাহত ৰোপন কৰিলে বেছি ভাল হয়।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
বাৰিষা শেষ পৰ্যন্ত ৰুব পাৰে।এতিয়া উচিত সময়।
@ilovenortheastindia1687
@ilovenortheastindia1687 3 жыл бұрын
@@BiswanathAgrifarm ধন্যবাদ
@jugamonidas3562
@jugamonidas3562 3 жыл бұрын
Imida colrin medicine tu jibik ne rakhaynki jonab sir
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ৰাসায়নিক হয়।
@thesky5583
@thesky5583 2 жыл бұрын
দাদা মইও যোৱা বছৰ নাৰ্ছাৰীৰ পৰা পুলি আনি লগাইছিলোঁ বেছিভাগেই জাৰা নেমু হল। এইবাৰ আকৌ সেইবোৰ কাতি ভাল নেমু লগাম।
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Nursery ব্যৱসায় তেনেকুৱা।
@thesky5583
@thesky5583 2 жыл бұрын
আকৌ লগাম ভাল জাতৰ। চেষ্টা এৰাত নাই
@bichitrabarobaro9802
@bichitrabarobaro9802 Жыл бұрын
use kra kesitur nm ki dada
@asishbasumatary7865
@asishbasumatary7865 3 жыл бұрын
Dada aapka pass nimbu ka Puli milega kya ham balipara se bol raha hai aapka sath contact mein baat karne ka Kahan se kaise milega
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
9957717856
@ritumonisarma2822
@ritumonisarma2822 3 жыл бұрын
মোৰ নেমু গছৰ নেমু বিলাক সৰু আৰু কালাৰ বেলেগ হৈছে কিয় জনাবচোন।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
গোবৰ প্ৰয়োগ কৰক ভাল ফল পাব।
@bishwaborah2946
@bishwaborah2946 3 жыл бұрын
দাদা মোৰ কাজী নেমু দুজোপা গুৰিটো কিবা পোকে খাই শুকাই যাব ধৰিছে,কি কৰিলে ভাল হব অনুগ্ৰহ কৰি জনাব
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ভেঁকুৰ লাগিছে নে পোকে খাইছে গুৰিত মাটি খুচৰী চাই লব।
@bishwaborah2946
@bishwaborah2946 3 жыл бұрын
Photo uthaisilu,diba pora hle gm pale hoi
@bishwaborah2946
@bishwaborah2946 3 жыл бұрын
কি medicine দিব লাগিব,অনুগ্ৰহ কৰি জনাব
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
এতিয়া বেমাৰ নজনাকৈ কেনেকৈ কব পাৰিম কি হৈছে।
@bidyuthazarika5201
@bidyuthazarika5201 3 жыл бұрын
আপুনি এটা কথা জনাওক যে নেমু গছৰ গা-গছত যেতিয়া পোক সোমায় মজ্জাটো খাই "পোকটো ভিতৰ সোমায় যায় তেতিয়া সেই পোকটো মাৰিবলৈ কি ঔষধ ব্যৱহাৰ কৰিব লাগে।দৰৱৰ নামটো জনাব বুলি আশা থাকিল।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Rogor নামেৰে ঔষধ আহে সেইটো মাৰিলেই হব।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
পোক সুমুওৱা ডালবোৰ কাটি তাৰ পৰা পুকবুৰ উলিয়াই মাৰি পেলাব।
@pramanath5724
@pramanath5724 Жыл бұрын
Mur 2 ,3bosar hol dui atake he lagise
@ahlehaaqmedia7629
@ahlehaaqmedia7629 3 жыл бұрын
Dada apunak log kariboloi hole kot jabo lagibo ?
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Biswanath chariali মোৰ ঘৰ।
@bipuldeka1334
@bipuldeka1334 3 жыл бұрын
Seedles kagi nemu pulir dam kiman jonabo.
@abulbaharlaskar6296
@abulbaharlaskar6296 2 жыл бұрын
dada kazi nimbu plant how much price can you send cachar district
@narendranathsaikia4916
@narendranathsaikia4916 3 жыл бұрын
Online Bangladesh r seedless nemu keneke korisil? Please provide information about that website
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Amazon ত seedless lemon plant মাৰিলে আহিব।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
মোৰ ফল অহা নাই এতিয়ালৈকে।কেইদিনমান পাছত আহিব লাগে মই জনাব চেষ্টা কৰিম কেনেকুৱা হয় তাৰ পাছত আনিব।
@paragsaikia6844
@paragsaikia6844 3 жыл бұрын
দাদা মোৰ এটা নেমু পুলি ৪ ফুট মান ওখ হয়, পুলিটো ওঠাই বেলেগ এটা ঠাইত ৰুব পাৰিম নে.....??? মৰি যাব নেকি....???
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
কেইদিনমান পিছত উঠাব ঘন বাৰিষা আৰম্ভ হব দিয়ক তাৰ পাছত উঠাব পাৰিব। উঠাওঁতে অলপ সাৱধান হব যাতে গুৰিৰ চাৰিওফালৰ অলপ মাটি থাকি যায়।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
শিপা কাটি যাব পাৰে ভয় নাখাবো পুনৰ নতুন শিপা মেলিব।
@paragsaikia6844
@paragsaikia6844 3 жыл бұрын
বুজাই দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ......
@SanjayDas-pl6bp
@SanjayDas-pl6bp 3 жыл бұрын
কলম কেতিয়া ৰুৱ পাৰী
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
বাৰিখা আৰম্ভ হলে পাৰিব।
@asraful3215
@asraful3215 Жыл бұрын
Uponer number tu lagisil...I hav to buy some plants...
@ৰাজবৰুৱা
@ৰাজবৰুৱা 3 жыл бұрын
দাদা মোক পুলি লাগে । Phone number to দিব
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
9957717856
@dhrubadas2419
@dhrubadas2419 3 жыл бұрын
মোৰ 4 বিঘা মাটি আছে, বৰ্তমান এবিঘাত 200 জোপা নেমু আছে, আৰু কিমান ৰোপন কৰিব পাৰিম
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
অবিগাত ২০০ জোপা বেছি ঘন হব।যদি মাটি বেছি আছে তেন্তে অলপ distance কৈ লগাব।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
বহুত বেছি বাঢ়ি যাব পিছলৈ অসুবিধা হব।
@nibedanmdas3124
@nibedanmdas3124 Жыл бұрын
PhoneNoDiba
@বিশ্বজিত-খ৯গ
@বিশ্বজিত-খ৯গ 3 жыл бұрын
পুলিৰ দাম কিমান জনাবচোন
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
২০ টকা।
@juganandasonowal9388
@juganandasonowal9388 3 жыл бұрын
আচৰিত ইমান সোনকালে ডাঙৰ হয়,আমাৰ টো ইমানটো হ'বলৈ ২ বছৰমান লাগে।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
আপুনি ভালদৰে চোৱা চিতা কৰিলে নিশ্যয় সোনকালে ডাঙৰ হব।অলপ সময় দিব পাৰিলে হল।
@asishbasumatary7865
@asishbasumatary7865 3 жыл бұрын
Bhaiya aap se ham directly contact karna chahta hai aapka number Kahan milega
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Cl kijiyega kal ।
@bhaitykishan1000
@bhaitykishan1000 3 жыл бұрын
মোক পুলি লাগে ৩০০ । পাম নে ?
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
9957717856 Contact কৰিব
@ridipdtta
@ridipdtta 3 жыл бұрын
Address tu pam neki apunar?
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
বিশ্বনাথ চাৰিআলি।
@dhirajdas2193
@dhirajdas2193 3 жыл бұрын
Dada moi kotha patibo bisaro, 9998116030
@pradipadhikari3787
@pradipadhikari3787 3 жыл бұрын
Muk pullii lage sel
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Contact কৰিব পাই যাব।
@pradipadhikari3787
@pradipadhikari3787 3 жыл бұрын
Number deyak..
@prasantabaruah9666
@prasantabaruah9666 3 жыл бұрын
মই ও নেমু খেতি কৰিম বুলি ভাবিছোঁ. আপোনাৰ ফোন নাম্বাৰ তো দিব পাৰিব নেকি.
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
9957717856
@prasantabaruah9666
@prasantabaruah9666 3 жыл бұрын
@@BiswanathAgrifarm Thank you
@ranumalakarmalakar151
@ranumalakarmalakar151 3 жыл бұрын
Dada aponar phone number to dibo ni ki
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
9957717856
@papusaikia5970
@papusaikia5970 3 жыл бұрын
Dada puli lage apunar number dib sun
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
9957717856
@nayanbarhoi4470
@nayanbarhoi4470 3 жыл бұрын
আপোনাৰ ফোন নং টো দিব ছোন
@bipuldeka1334
@bipuldeka1334 3 жыл бұрын
Seedles kagi nemu pulir dam kiman jonabo.
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
পুলি চাই দাম হব।ডাঙৰ পুলি হলে সোনকালে ফল পাব দাম অলপ বেছি হব।
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 13 МЛН
🍉😋 #shorts
00:24
Денис Кукояка
Рет қаралды 3,7 МЛН
Как подписать? 😂 #shorts
00:10
Денис Кукояка
Рет қаралды 8 МЛН
লেবুর চারার কলম পদ্ধতি ও প্রতিস্থাপন।How to Graft a Lemon Plant। Grafting Process of Lemon Plants।
14:49
Ma Annapurna Nursery (মা অন্নপূর্ণা নার্সারী)
Рет қаралды 374 М.
LEMON FARMING IN ASSAM ll YEARLY INCOME 18LAKH ll
8:11
JANAMANCHAজনমঞ্চ
Рет қаралды 23 М.
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 13 МЛН