No video

নেমু‌ গছৰ ডাল তথা পাতৰ পৰা পুলি কেনেদৰে বনাব।Nemu puli kenekoi banabo।

  Рет қаралды 352,981

#Biswanath Agrifarm

#Biswanath Agrifarm

Күн бұрын

Hi
I m Lila. Welcome to our KZbin chennel #Biswanath Agrifarm।
Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.

নেমু‌ গছৰ ডাল তথা পাতৰ পৰা পুলি কেনেদৰে বনাব।Nemu puli kenekoi banabo ।
About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ আহিব
#nemucutiing#কলম বিধি#
Other link vidoes
• কম ঠাইত ভোট জলকীয়া খে...
কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
• ভোট জলকীয়া পুলি প্ৰস্...
ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
• জৈৱিক পচন সাৰ ঘৰতে কেন...
জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
• ভোট জলকীয়া খেতি কেতিয...
ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
• নেমু গছৰ মজা খোৱা কীট ...
নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
• এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
• নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
• নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
• নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
• জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
• নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
• জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
• ভোট জলকীয়াত কি কি সাৰ...
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
• বীজ শোধন কৈনেকৈ কৰিব ল...
বীজ শোধন কৈনেকৈ কৰিব লাগে
জয় আই অসম...

Пікірлер: 284
@manojnewar2796
@manojnewar2796 8 ай бұрын
Namaskae, aapuni kuwa mote mor vote jalakiya puli ulaise, khosa kotha, thander karone hoisile, aapunak dhanyabaad🙏🙏🙏🙏
@devidtopno2927
@devidtopno2927 2 жыл бұрын
Bohut val lagil sir apuner teknik tu
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
অশেষ ধন্যবাদ আপোনালৈ...
@bastavjyotivlogs4705
@bastavjyotivlogs4705 3 жыл бұрын
মই এজন ‌Agriculture student হয়, ভিডিঅ তো চাই বহুত ভাল লাগিল।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ধন্যবাদ আপোনালৈ।
@gopalmirjar5559
@gopalmirjar5559 2 жыл бұрын
P
@gopalmirjar5559
@gopalmirjar5559 2 жыл бұрын
P
@localadvisor3305
@localadvisor3305 2 жыл бұрын
🐮
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
Thanks...
@juganandasonowal9388
@juganandasonowal9388 3 жыл бұрын
বহুত ধন্যবাদ।
@chandragogoi5722
@chandragogoi5722 8 ай бұрын
Good job 👍
@rajunath4784
@rajunath4784 3 жыл бұрын
Val lagil videotu sai ohut kotha xikilu
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ধন্যবাদ আপোনালৈ।
@minuchangmai1717
@minuchangmai1717 3 жыл бұрын
সু পুৰুষ কিৰিষণ(কৃষক) । ভাল হৈছে।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ধন্যবাদ।
@togorrobidas3775
@togorrobidas3775 2 ай бұрын
Bohut.vhal. lagil.dada.
@BiswanathAgrifarm
@BiswanathAgrifarm 2 ай бұрын
ধন্যবাদ আপোনালৈ..
@eyakubali336
@eyakubali336 2 ай бұрын
Very good ,, Very nice Very Beautiful , Very good job ❤❤
@BiswanathAgrifarm
@BiswanathAgrifarm 2 ай бұрын
THANK YOU....
@DoloiramTerang-fc8gt
@DoloiramTerang-fc8gt 5 ай бұрын
A very good idea
@dihingiarajudihingia3395
@dihingiarajudihingia3395 Жыл бұрын
Good 👍 job Thanks 🙏
@jilidas3221
@jilidas3221 Жыл бұрын
Very nice video. Agoloi apunar pora paramorsa pam, asa thakil.
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
নিষ্চয় পাব...পাৰিলে ভিডিঅ share কৰি দিব..
@HaruAhmed-mb8wi
@HaruAhmed-mb8wi 3 ай бұрын
Good comments, good step brother.
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
Thank you so much...
@kalpanaupadhyay8544
@kalpanaupadhyay8544 2 жыл бұрын
Vdo sai val lagil
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ধন্যবাদ।
@localadvisor3305
@localadvisor3305 2 жыл бұрын
Mjaa hoisi dada
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ধন্যবাদ আপোনালৈ।
@kukilgogoi7155
@kukilgogoi7155 3 жыл бұрын
ভাল লাগিল চাই দাদা।হৰমনৰ বিষয়ে কব বুলি আশা কৰিলোঁ।
@ajoynarah3230
@ajoynarah3230 2 жыл бұрын
ভিডিঅ টো চাই বহুত ভাল লাগিল 👍👍👍👌👌👌👏👏👏
@dibakarluitel6445
@dibakarluitel6445 3 жыл бұрын
Mojja
@elfybegum141
@elfybegum141 3 жыл бұрын
Apunar video sai bor vl lagil try kori sam
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
নিশ্বয় try কৰক সুফল পাব।
@Chandrakanta-du2dc
@Chandrakanta-du2dc 2 жыл бұрын
Dada rutine hormone tu photo mari dibo plz
@himangshupatowary5638
@himangshupatowary5638 2 ай бұрын
🎉
@dipankarlukhurakhon559
@dipankarlukhurakhon559 3 жыл бұрын
দাল বিলাকত কি দৰ ব লগুৱা
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Rooting hormone।
@maaprabhabatimusic4049
@maaprabhabatimusic4049 Жыл бұрын
Nice 👌
@nupurkalita7110
@nupurkalita7110 3 жыл бұрын
Dada , কাঁইট to kati dile to ako khoti nhy na . Plsss kobo sn . Mne moi bohu bar try krilo . Bt dal to xukai xukai ji kio njano . Moi kono rooting hormon o use kra ni . Kiba ata upai dba sn
@pkdutta7953
@pkdutta7953 3 жыл бұрын
Val lagil
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Thank you।
@nilumousumcreation6183
@nilumousumcreation6183 2 жыл бұрын
Thanku so much
@akrajchhetrychhetry8002
@akrajchhetrychhetry8002 Жыл бұрын
Bahut Bhal lagil
@PranjitHazarika-ho4ou
@PranjitHazarika-ho4ou 3 ай бұрын
❤hundor❤
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
Thank you dada....
@prasantagoswami1477
@prasantagoswami1477 3 жыл бұрын
বহুত দিনৰ মূৰত । বহুত ভাল Video বনাইছে। সকলোৱে দেখি লাগি যাওক।কমচে কম ঘৰতে খাবলৈ হ'ব। লকডাউনে কামত দিছে। হৰমনটো কিমান দাম? বেছি দিনলৈ থলে বেয়া হৈ যাব নেকি?
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ধন্যবাদ আপোনালৈ।hormone 70,80 rps মানত পাব expiry লিখা থাকিব চালে গম পাব।
@manabendrakherkatary7936
@manabendrakherkatary7936 2 жыл бұрын
Excellent nt
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Thank you।
@mamonimunda98
@mamonimunda98 3 жыл бұрын
Nice
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Thank you
@pranjalsensua5001
@pranjalsensua5001 Жыл бұрын
@@BiswanathAgrifarm pruner rr namtu jonabo ni dada
@pranjittalukdar3169
@pranjittalukdar3169 3 жыл бұрын
দাদা নেমুৰ কাটিং কৰিলে ডালটো কিছুমানে পলিঠিন দি ঢাকি থয় গিলাচত এইটো পদ্ধতিত কৰিমনে নে এনেই গিলাচত লগাই মুকলিকৈ ঠলে হব জনাবছোন ।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
পলথিন দি ঢাকি থলে সোনকালে গজালি আহিব যদি অনেই থয় অলপ সময় বেছি লাগিব।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
কমকৈ যদি কৰে তেন্তে থাকি থব পাৰি বেছিকৈ কৰিলে থাকি থব অসুবিধা হয়।
@manashsaikia9994
@manashsaikia9994 2 жыл бұрын
Dada, gobor with balimati mix kori puli bonale hobone?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
পথাৰৰ পলসুৱা মাটি হলে বেছি ভাল।বালি মাটি হলে পিছলৈ অসুবিধা হব সোনকালে শুকাই যাব আৰু পুলি হোৱাৰ পাছতো মৰি যাব পাৰে।
@aroopgogoi1314
@aroopgogoi1314 3 жыл бұрын
Dhanayabad apuni Tamul Puli kenekoi prastut koriba pari tar bikhoye alop gyandiyok please.
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
চেষ্টা কৰিম।
@rebotaye9561
@rebotaye9561 2 жыл бұрын
Very nice
@pranjittalukdar3169
@pranjittalukdar3169 3 жыл бұрын
দাদা কাটিং কৰিলে ভাল ফল পাইনে নে কলম লগালে ভাল ?
@rumidevi3256
@rumidevi3256 2 жыл бұрын
Moiii apunar video sai try krilu pat aru akonmani dal ata kati ruidilu dhunia koii khipa ahil Dada.. Thnks... Mati jeniteni disu
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Thank you for your valuable comment।
@ranuwapegu1733
@ranuwapegu1733 2 жыл бұрын
Apunak moy namupulir bihoya phone kotapatibo bisarisu
@TechandTravelsRajen
@TechandTravelsRajen 3 жыл бұрын
আপোনাৰ Video চাই বহুত ভাল লাগিল । আজিৰ যুগত Orgenic প্ৰক্ৰিয়া ৰে খেতি কৰা পদ্ধতি জনাব !! #techandtravels
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ধন্যবাদ
@arunkonch3162
@arunkonch3162 3 жыл бұрын
আপোনাৰ ভিডিঅ'টো চাই চেষ্টা কৰি চাব লাগিব ।
@jafrinayasmin3157
@jafrinayasmin3157 2 жыл бұрын
Dada nursery khular প্ৰশিক্ষণ কত কেনেকৈ লব পাৰি কব নি?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
প্ৰথমে আপুনি নিজে অলপ পুলি আনি চোৱা চিতা আৰম্ভ কৰক লাহে লাহে অভিজ্ঞতা নিজে বাঢ়িব। উচৰে পাজৰে পোৱা ফুল বোৰ লগাই আৰম্ভ কৰক অলপ কমদামি প্লাষ্টিক দাবৰ যোগান ধৰক।মই এটা video দিবলৈ চেষ্টা কৰিম কেনেকৈ nursery আৰম্ভ কৰিব পাৰি।
@jafrinayasmin3157
@jafrinayasmin3157 2 жыл бұрын
@@BiswanathAgrifarm thank u so much for your information...video tu dile vl lgbo 🤗
@pranabjyotikalita3755
@pranabjyotikalita3755 2 жыл бұрын
Good
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Thank you।
@barundey7084
@barundey7084 3 жыл бұрын
Congratulations for 100k view n 50k subcriber
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Thank you sir।
@user-vj2bu5ki5j
@user-vj2bu5ki5j 3 жыл бұрын
Dada Jakefruit Kolom kene koi kore yaar video bonai pelai Ara... Plz dada...
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
চেষ্টা কৰিম video দিবলৈ।ধন্যবাদ
@user-pc9xd8wd4n
@user-pc9xd8wd4n 3 ай бұрын
Moi aito system t kaitaman lagaisilo aji 1 week hol kinto 3ta basi asa aru bakiborar patbor laraly gol aibilak hobona nai dada
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
বতৰ চাই কৰিবলৈ চেষ্টা কৰিব...যদি বেছি ৰদ দিয়ে তেতিয়া ডালবোৰ খুকাই যোৱা chance থাকে..
@barundey7084
@barundey7084 3 жыл бұрын
Try kori saam baru, thanks
@animemotivation_yt
@animemotivation_yt 3 жыл бұрын
হাঁ হা হা কি শুন্দার ভাষা
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
ধন্যবাদ
@saajanorang6311
@saajanorang6311 3 жыл бұрын
Moi khetiok kintu atia aapunar video juge di try korim DADA
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Thank you।
@saajanorang6311
@saajanorang6311 3 жыл бұрын
🤝
@nilotpaldeka4307
@nilotpaldeka4307 3 жыл бұрын
nice
@ujjalborah500
@ujjalborah500 3 жыл бұрын
Aam gos 12 feet height hol.kintu Phul.fula nai..pl.advise what to do.
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
গুটিৰ পৰা হোৱা গছ হলে ফুল অহা বহু দিন লাগে।
@juganandasonowal9388
@juganandasonowal9388 3 жыл бұрын
কাতিং কৰি বনোৱাৰ(পোখা নোলোৱাৰ আগত) পিছত কিমান দিনৰ মুৰে মুৰে পানী দিব লাগে। মই কেইটামান কৰি থৈছোঁ, ১০ দিন মান হৈছে।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
বতৰ চাই পানী দিব লাগে শুকাবলৈ নিদিব আৰু বেছি পানী দি জেকা কৰি নেপেলাবো।
@kamalakakati8479
@kamalakakati8479 Жыл бұрын
Gol nemur kalam alop dangor size r ase neki aponar taat ? Pothiab porake , janab soon pl.
@sanjitorang6212
@sanjitorang6212 2 жыл бұрын
ধন্যবাদ দাদা। দাদা পুলিৰ দাম কিমান
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
পুলি চাই দাম হব,২০ টকা ৩০ টকা
@omanaley9979
@omanaley9979 3 жыл бұрын
Nice post video
@bncofficial1679
@bncofficial1679 2 жыл бұрын
ভাল
@rashmimili505
@rashmimili505 2 жыл бұрын
Dada hormon je disil hei2 side tol pale dibo lage ne upor pale
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
তলত দিব লাগে যিটো অংশ মাটি তলত থাকে।
@jinagogoi8858
@jinagogoi8858 2 ай бұрын
পুলি দিব পাৰিবনে কি ? হৰমন টো বজাৰত পামনে ?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 ай бұрын
এতিয়া পুলি প্ৰস্তুত কৰি আছো...rooting hormone বুলি পাব...
@prasantaprasantagogoi..
@prasantaprasantagogoi.. 3 ай бұрын
আপুনি কথাবোৰ খৰকৈ কৈছে কিন্তু ভিডিঅটো ওচৰৰ পৰা ভালকৈ নিখুটভাৱে দেখুৱাব পৰা নাই ভালকৈ চাই বুজিবলৈ অসুবিধা হৈছে ভিডিঅটো ওচৰৰ পৰা লাহে লাহে দেখুৱাব ।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
ধন্যবাদ আপোনালৈ চেষ্টা কৰিম আগলৈ..
@binitadutta3121
@binitadutta3121 2 жыл бұрын
Thanks....
@maneswarsharma9764
@maneswarsharma9764 Жыл бұрын
আপোনাৰ ঘৰ কত কমলাৰ উদি কেনেকৈ বনাই অকণ মান জনাব
@Dhiraj778
@Dhiraj778 2 жыл бұрын
Misa sab
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ধন্যবাদ video সম্পূৰ্ণ চোৱা বাবে।
@anugoswami6036
@anugoswami6036 3 жыл бұрын
হৰমন দিলে কি হয় ৷ইয়াক কত পাম সবিশেষজনাব
@ratulsonowal2408
@ratulsonowal2408 3 жыл бұрын
নেটত অদাৰ কৰক chutting adt markets
@pallavnath6454
@pallavnath6454 3 ай бұрын
হৰম'নৰ নাম কৰি হয়
@rinkubharali925
@rinkubharali925 3 жыл бұрын
Dada mur nimu puliburor patbur tolfala ghurkhai Suga akritir dora hoi porisa ag patbur ki korila hu fol pm olp jonabosun?
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
কিবা এটা কীটনাশক প্ৰয়োগ কৰক।1 সপ্তাহ পিছত আকৌ এবাৰ কৰিব।
@rinkubharali925
@rinkubharali925 3 жыл бұрын
@@BiswanathAgrifarm thnks
@rupjyotisarma7434
@rupjyotisarma7434 3 ай бұрын
আমাৰ সমস্যা হ'ল যাৰ ঘৰত খেতি মাটি আছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ১০ হাজাৰ বা ২০ হাজাৰ টকীয়া কোম্পানীৰ চাকৰি কৰিব যায়।।কৃষি বিশ্ববিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীয়ে খেতি নকৰে ।।।সকলোকে টেবুলত বহা কাম লাগে।।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
হয় দাদা এইবোৰেই আমাৰ দুৰ্ভাগ্য...
@rupjyotisarma7434
@rupjyotisarma7434 3 ай бұрын
আপুনি এটা মহান কাম কৰি আছে। আপোনাৰ অনাগত দিনবোৰ সুখময় হ‌ওঁক তাৰেই কামনা কৰিলো।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
আপোনালোকৰ আশীৰ্বাদ..
@gangagogoi
@gangagogoi Жыл бұрын
Until
@hirayadav2386
@hirayadav2386 3 жыл бұрын
Dada orenge komala tenga dal dhariba pari neki kabosun dada
@DebenChDas-si6vv
@DebenChDas-si6vv 3 жыл бұрын
Please confirm details firm house
@chabinnath3435
@chabinnath3435 2 ай бұрын
জালুকৰ কলম কেনেকৈ প্ৰস্তুত কৰিব পাৰি জনাবচোন
@BiswanathAgrifarm
@BiswanathAgrifarm 2 ай бұрын
ভিডিঅ এটা বনাই দিব চেষ্টা কৰিম..পাণৰ পুলিৰ দৰে বনাব পাৰি.
@swapanray197
@swapanray197 Жыл бұрын
দাদা কোন মাহত পুলি বোনাৱ পাৰিম জনাৱ চোন
@BiswanathAgrifarm
@BiswanathAgrifarm Жыл бұрын
বাৰিষা মাহত বনাব লাগে।এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈ ভাল হয়।
@kabitakalita2122
@kabitakalita2122 3 жыл бұрын
Dalor pora banuwa pulir pora xunkale fol lage ne gutir pora bonuwa pulir pora xunkale lage ?
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Video চাব সকলো কথা জনাবলৈ চেষ্টা কৰিছোঁ।
@mangalsingteron1152
@mangalsingteron1152 2 жыл бұрын
Rotyng harmon tu kot pam
@manajboro5794
@manajboro5794 2 жыл бұрын
Lasu katia kolom dia?
@prakashengti4348
@prakashengti4348 3 жыл бұрын
Dada roting horman kenekoi bonai jonabo .
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Video দিবলৈ চেষ্টা কৰিম।
@binitaboruah00
@binitaboruah00 3 ай бұрын
❤❤❤❤❤😂
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
❤️❤️❤️
@rajulali647
@rajulali647 3 жыл бұрын
দাদা লেচুৰ উদি কোন মাহত কলম কৰিব লাগে
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
এতিয়া উচিত সময়। আগষ্ট মাহ লৈকে কলম কৰিব পাৰে।
@bipulrabha6872
@bipulrabha6872 3 жыл бұрын
নেমুগছ কলম দিলে কিমান দিনত শিপা বা গজালি মেলে?
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Video দিয়া আছে চাই লওক।
@birinchidas4547
@birinchidas4547 2 жыл бұрын
ৰোটিন হৰমন কেনেকৈ পস্তোত কৰে জনাবনেকি দাদা
@sanjaygowala6
@sanjaygowala6 3 жыл бұрын
Dada moi 6 jupa man nemu dal aani logaisilu aaji 2 bosor hol ful fol aku nai ki krile hufol pam jonabsn
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
নেমু 6 মাহত ফল ফুল অহা আৰম্ভ হয় ভাল জাতৰ নহব চাগে।
@sanjaygowala6
@sanjaygowala6 3 жыл бұрын
Vl jatore hoi karon moi jor pora aanisilu tat bht dhunia fol hoisile..aru aapunar video bur sai sai jotno loisilu.
@manashsaikia9994
@manashsaikia9994 2 жыл бұрын
Apuni use kori thoka cutting kesi khon b. Charialit kot poa kabo , koboson. Moi hot bisarisu poa nii
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Garden store near police point...
@manashsaikia9994
@manashsaikia9994 2 жыл бұрын
Thank u.
@manashsaikia9994
@manashsaikia9994 2 жыл бұрын
Dada aponar tate kaji nemur puli Pam neki?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
পাব।
@rongmon2866
@rongmon2866 6 ай бұрын
পুলি পাম নেকি ?
@kalpanakoch
@kalpanakoch 4 ай бұрын
AaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaqQ&A m Q
@nibirsaikiya4990
@nibirsaikiya4990 2 жыл бұрын
apunar pora nemu puli kinibo pam neki? mor ghor kamrup ot.
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
বহু দূৰ হৈ যায় পঠিয়াবলৈ সুবিধা নাই ওচৰতে হলে লৈ যাব পাৰিলে হয়।
@krishnakalita6086
@krishnakalita6086 3 жыл бұрын
নেমুৰ কোনটো পদ্ধতিত পুলি বনালে সোনকালে আৰু বেছি ফলন পোৱা যায়। ডালৰ পৰা নে পাতৰ পৰা ? জনাবো
@krishnakalita6086
@krishnakalita6086 3 жыл бұрын
Answer নিদিলে যে
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Video sale gam পাব example সহকাৰে কোৱা আছে অনুগ্ৰহ কৰি video চাই লব।
@munnazaman9645
@munnazaman9645 3 жыл бұрын
Dada....tez patr gos aneke rubo parim naki
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
তেজ পাতৰ ডাল ধৰি ৰোপন কৰিব পাৰে।
@munnazaman9645
@munnazaman9645 3 жыл бұрын
@@BiswanathAgrifarm same process korile hobo ne
@MINTUSAIKIA00
@MINTUSAIKIA00 3 жыл бұрын
মই বনাইছো কিন্তু পাতবোৰ শুকাই গৈছে, কিন্তু ঠাৰিতো কেচাই আছে। কিয় হৈছে বাৰু
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
যদি ঠাৰি শুকুৱা নাই তেন্তে গজালি আহিব। কেইদিন মান লাগে গজালি ওলাবলৈ।
@MINTUSAIKIA00
@MINTUSAIKIA00 3 жыл бұрын
@@BiswanathAgrifarm thanks for your reply..result jonam dada
@umanandagogoi4997
@umanandagogoi4997 4 ай бұрын
Ki
@BiswanathAgrifarm
@BiswanathAgrifarm 2 ай бұрын
বুজি নাপালো কি কবলৈ চেষ্টা কৰিছে..
@monjirsingnarpi5457
@monjirsingnarpi5457 3 жыл бұрын
Sir Ki pawder hoi apne babohar boga tu..
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Rooting hormone powder...
@krishnagoraitofficial7299
@krishnagoraitofficial7299 2 жыл бұрын
Hormon tur nam ki
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Rooting hormone।
@ajitbasumatary6376
@ajitbasumatary6376 2 жыл бұрын
Dada biswanath chariali ki jagatu ?
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Panibharal।
@niyamad7554
@niyamad7554 2 жыл бұрын
Dada apunar ghor kot aru apunar nam ki mr lage apunar puli
@bishalbharali3101
@bishalbharali3101 3 жыл бұрын
Dada nemo to lagi ase tetia dal katibo parim ne jonabo sun
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
পাৰিব।
@ratulgogoi7085
@ratulgogoi7085 5 ай бұрын
Dada muk nemo puli lagil dibo paribo neki
@jitulsonowal2261
@jitulsonowal2261 3 ай бұрын
এটাত কেই টকা নেমু পুলি
@BiswanathAgrifarm
@BiswanathAgrifarm 3 ай бұрын
20 টকা কৈ বিক্ৰী কৰি আছো দাদা..
@pranjalap8870
@pranjalap8870 3 жыл бұрын
ডালৰ পৰা গজালি কিমান দিনত ওলাব
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
kzbin.info/www/bejne/hH7OYaZ8hZmDgac
@madhuphukon4311
@madhuphukon4311 3 жыл бұрын
কমলা পুলি বিযয়ে অলপ জনাবছোন ।
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
কমলা পুলি গুটিৰ পৰা প্ৰস্তুত কৰিব পৰিব।
@shaifahmed1648
@shaifahmed1648 3 жыл бұрын
Sir plastic shed r tolot nemur cutting logaisu kiba problem hbo nki
@dhanistadeka8493
@dhanistadeka8493 3 жыл бұрын
Nemur daltot logai diya tu ki medicine
@dhanistadeka8493
@dhanistadeka8493 3 жыл бұрын
Kindly jonabosone
@shaifahmed1648
@shaifahmed1648 3 жыл бұрын
@@dhanistadeka8493 simply hormone buli koi
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
Rooting hormone।
@kamalakakati8479
@kamalakakati8479 Жыл бұрын
Moi nije try kori kaji nemu gos korisu kintu gol nemu t success noholu.
@deepsikhadas4455
@deepsikhadas4455 3 жыл бұрын
Hormon nidia k krile kiba hb ni jonabo sn moiu mane aji nemu kating keitaman hormon nidia koi kriso. Plz jonable napahrib
@BiswanathAgrifarm
@BiswanathAgrifarm 3 жыл бұрын
একো নহয় দুদিনমান দেৰি হব কিন্তু hormone দিবই লাগিব বুলি নাই।hormone অলপ সোনকালে শিপা অহাত সহায় কৰে।
@psdreams630
@psdreams630 3 жыл бұрын
Harmon r dam kiman LOI dada
@theolderplanet3208
@theolderplanet3208 2 жыл бұрын
দাদা হ'ৰমন নলগালে শিপা নোলাব নেকি
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
ওলাব কিন্তু hormone ব্যৱ্হাৰ কৰিলে অলপ সোনকালে ওলায় আৰু চিপাবোৰ অলপ বেছিকৈ উলুৱাত সহায় কৰে
@theolderplanet3208
@theolderplanet3208 2 жыл бұрын
বাৰু ধন্যবাদ। তোমাৰ ভিডিঅ'চাই ময়ো ঘৰতে চেষ্টা কৰি চাইছো। কিন্তু হ'ৰমন ব্যৱহাৰ কৰা নাই
@stipend80
@stipend80 2 жыл бұрын
kon jaygar language ata🤔🤔🤔
@BiswanathAgrifarm
@BiswanathAgrifarm 2 жыл бұрын
Assam
@stipend80
@stipend80 2 жыл бұрын
বর্ণমালা গুলি বাংলা ,লিখা বাংলার মতোই 🤔,শুধু শব্দগুলো আলাদা 🙃 i am from West Bengal , Kolkata 😊
Nurse's Mission: Bringing Joy to Young Lives #shorts
00:17
Fabiosa Stories
Рет қаралды 4,6 МЛН
黑天使遇到什么了?#short #angel #clown
00:34
Super Beauty team
Рет қаралды 48 МЛН
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 25 МЛН
Happy birthday to you by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 12 МЛН
Nurse's Mission: Bringing Joy to Young Lives #shorts
00:17
Fabiosa Stories
Рет қаралды 4,6 МЛН