Рет қаралды 20,901
কাকপথাৰ ডিৰাক কপাহতলি আৰ্মি কেম্পৰ সন্মুখত আৰ্মিৰ বিৰুদ্ধে প্ৰতিবাদ
স্থানীয় ৰাইজ আৰু মৰাণ ছাত্ৰ সন্থাই সেনা চাউনীৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে সাব্যস্ত কৰে প্ৰতিবাদ
বিভিন্ন সময়ত সেনাই বন্ধ কৰি দিয়ে অহা-যোৱা কৰাৰ মূল পথ
সেনাৰ অতপালিত এতিয়া অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ
‘INDIA ARMY GO BACK’ প্লেকাৰ্ড লৈ প্ৰতিবাদ স্থানীয় ৰাইজৰ