Рет қаралды 419,439
সুকীয়া সংবিধান, সুকীয়া পতাকা, বিশেষ মৰ্যদাৰে দেশৰ ভিতৰতে পৃথক আছিল জম্মু-কাশ্মীৰ। কিন্তু যুদ্ধকালিন এক প্ৰস্তুতিৰে সোমবাৰে ৭০ বছৰীয়া সেই বিশেষ ব্যৱস্থা থানবান কৰি পেলালে নৰেন্দ্ৰ মোদী চৰকাৰে। কেনেকৈ ক’ৰ পৰা জম্মু আৰু কাশ্মীৰলৈ আহিছিল এই বিশেষ ব্যৱস্থা?