Mur voniak bikolongo 80 percentage atia loke akuia pua nai
@SornoRabhadwa4 ай бұрын
Naisar
@MathsSirSaif4 ай бұрын
Ex PM মাননীয় অটল বিহাৰী বাজপেয়ী যিয়ে কৈছিল ৰাইজক বিনামূলীয়াকৈ কোনো বস্তু নিদিব । বিনামূলীয়াকৈ শিক্ষা আৰু চিকিৎসা হে দিব।
@rinkigogoi74554 ай бұрын
ছাৰ আজি মিতিং খনলৈ আমাৰ গাওঁৰ লগতে মোৰ মা গৈছিল।মা ৰেচন কাৰ্ডত নাম নাই, মোৰ আৰু মোৰ ভাইটিৰ নাম হে আছে।কিন্তু এটা কথা হল, মোৰ দেউতা নাই,মই জনাত মোৰ মায়ে এক কালিন বিধবা সাহায্য পাব লাগিছিল,নতুবা বিধবা পেঞ্চন পাব লাগিছিল,কিন্তু দেউতা ঢুকায় যোৱা 7বছৰ হল মোৰ মা একো এটা সুবিধা পোৱা নাই।এতিয়া আহিছোঁ আন এটা কথালৈ,ঘৰত গাৰি থাকিলে অৰুনোদইৰ ধন নাপাই,কিন্তু মন কৰিব লগীয়া যে গাৰী খন হয়টো দেউতাকৰ ইনকমত দেউতাকে লৈ গৈছিল।কিন্তু সেই দেউতাকৰ পুতেক জন যদি হাজিৰা কৰি খোৱা হয় তেওঁ নোপোৱা যুক্তি টো কত।কেতিয়াবা আপোনাক লগ পালে বহুত কথা কম।মনৰ ভিতৰত চলি থকা।আপোনাক সন্মান কৰোঁ কিন্তু আমাৰ নিচিনা মানুহক উদ্ধতম কৰ্তিপক্ষ সকলে অবহেলা কৰা কাৰণ বোৰ কি?
@kabya23494 ай бұрын
Right
@ashokdeka53874 ай бұрын
DC office jab ro sob nothi Potro di ahibo roson dokani akha kori lov nai moi DC ofc korisu 15 dint hoise..DC ofc naam uthai dibo sob pabo
@Dipshikhagogoi-tc8tw4 ай бұрын
Mama Mur retion card nai Mur hahu Maa vagor ase .hei card khonot Mur nam tu ase. Akhon cardot keijoni hitadhikari Arunudoi lav koribo. Arunudoi from fillup koriboloi nija koi retion card lagibo neki Mama