প্ৰাৰ্থিত্ব, জিলা সভাপতি পদৰ বাবেও ধন দিব লাগে অগপত

  Рет қаралды 25,757

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️প্ৰাৰ্থিত্ব প্ৰদানৰ নামত মোটা অংকৰ লেনদেন হয় অগপত। প্ৰাৰ্থিত্ব প্ৰদানৰ নামত আফতাবউদ্দিন লস্কৰৰ পৰা অগপই লৈছিল ধন। অতুল বৰাৰ সোঁহাতস্বৰূপ এজনৰ পত্নীৰ একাউণ্টত লস্কৰে দিছিল ধন। তাৰ পাছত আলগাপুৰৰ টিকট দিয়া হৈছিল বিজেপিৰ এগৰাকী প্ৰাৰ্থীক। আজিপৰ্যন্ত ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত লেনদেন হোৱা ধন ঘূৰাই পোৱা নাই আফতাবউদ্দিন লস্কৰে। NKTVৰ ‘খবৰৰ আঁৰৰ খবৰ’ত দলত্যাগী অগপ নেতাৰ বিস্ফোৰণ।

Пікірлер: 56
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 3 ай бұрын
৮৫৫ জন ডেকা গাভৰুৰ তেজেৰে ৰাঙালী কৰি AK47 গুলি খাই অসমৰ আঞ্চলিক দল AGP গঠন হৈছিল সেই আঞ্চলিক দল বিক্রি হল এতিয়া সাম্প্রদায়িক নরপিশাচৰ দলৰ লগত। তহতৰ নিস্তাৰ নাই। ভগৱানে ভালকৈ মজা দি আছে চায় থাক। সত্যম শিৱম সুন্দৰম। যিমান ধন গোটাইছা খাব নাপাবি।
@bijoydeka9134
@bijoydeka9134 3 ай бұрын
Agp ahisil asomor xomosya xomadhan karibo.aru karile gupto hotya.
@himanshudutta609
@himanshudutta609 3 ай бұрын
guptahatyak pahori najabo.
@ShubhrajyotiShyamGohain
@ShubhrajyotiShyamGohain 2 ай бұрын
জীৱনত বিজেপি আৰু অগপক ভোট নিদিওঁ।
@binoykalita7597
@binoykalita7597 3 ай бұрын
অ,গ,পৰ আঞ্চলিক দলৰ চৰিত্ৰ শেষ কৰা কেইজনক অসমীয়া সকলে ৰেহাই নিদিয়ে। সৰ্বাৰ পৰা অতুল, কেশৱৰলৈকে এই সকলক মুখত ছাই ঘঢ়িব লাগে।
@C.Barman7
@C.Barman7 3 ай бұрын
অসম গণ পৰিষদক মই আৰু কেতিয়াও ভোট নিদিওঁ ।
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 3 ай бұрын
AGP দল এতিয়া আগৰ দল নাই ,এতিয়া অতুল বৰা এণ্ড কোম্পানী
@Rana-hg8hg
@Rana-hg8hg 3 ай бұрын
বৰ্তমান সময়ত অগপ মানে অতুল আৰু কেশব হতৰ লগতে সেই দুইজনৰ পৰিয়ালৰ দল হে, দলীয় কৰ্মী সকলে অতুল আৰু কেশব হতৰ লগতে পৰিয়ালৰ উন্নয়ন হে কৰি আছে😂
@nayan_konwarrr
@nayan_konwarrr 3 ай бұрын
হেড মাষ্টৰ দিয়ে বিভাগে বিদ্যালয় খন চলাই নিবলৈ, কিন্তু সেই হেড মাষ্টৰৰ বাবে অফিচত টকা লয়। ঠিক সেইদৰে অসম গণ পৰিষদত জিলা সভাপতি ৰ বাবে টকা লয়। হাহাহাহাহাহাহা।
@harakantadeka7715
@harakantadeka7715 3 ай бұрын
1985ৰ,2000চনলৈ,অ,গ,প,আছিলো,আঞ্চলিক,ৰ,সম্পাদক,হিচাবে,5,বছৰ,কাৰ্যকাল,চলাইছিলো,এতিয়া,আৰু,এই,দলত,কোনো,মোৰ,আসতা,নাই
@user-ko9ie1gk9s
@user-ko9ie1gk9s 3 ай бұрын
ছিঃ ছিঃ!এইয়াই অসম গন পৰিষদ।পইচাৰ ভাগ অতুল বৰাইও পাইছে ছাগৈ।দেহি ঐ!
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 3 ай бұрын
নাইডুৰ চৰন ধুই পানি খাওক আমাৰ অসমৰ আঞ্চলিক দলে।
@OWZIDALI
@OWZIDALI 3 ай бұрын
Right 👍
@JkTree-xl9dw
@JkTree-xl9dw 3 ай бұрын
অসম আন্দোলনৰ শ্বহীদৰ বাবে অসম গণ পৰিষদৰ অভিসাপ লাগিছে। অসম আন্দোলনৰ শ্বহীদ ক সম্মান কৰিব নজনা অসম গণ পৰিষদৰ সভাপতি থকাৰ যোগ্য নাই।
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 3 ай бұрын
অতুল গন পৰিষদ ত্যাগ কৰক। কিন্তু BJP ত join কৰিলে অতুলৰ লাভেই হব। মামাক দিয়া অতুলৰ gift
@MinakshiGogoi1
@MinakshiGogoi1 3 ай бұрын
অগপ এতিয়া মেৰুদণ্ডহীন!
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 3 ай бұрын
855 জন শ্ব হীদৰ নাম জাননে ?শবহীদৰ নামত ৰাজনীতি কৰাৰ দালাল অতুল বৰা ,
@NurulLaskar-ov9lg
@NurulLaskar-ov9lg 3 ай бұрын
Good
@nishantakashyap4942
@nishantakashyap4942 3 ай бұрын
, অতুল কেশৱ একো একোজন দালাল। এওঁলোকে অগপ দলটো শেষ কৰিলে।
@probinkumarkakati6151
@probinkumarkakati6151 3 ай бұрын
কি হব অসম আন্দোলন কৰিলে ছাএৰ সমাজৰ শিক্ষাবৰ্ষ এক বছৰ নষ্ট কৰিলে 'চৰকাৰ গঠন কৰিলে নিৱনুৱাৰ চাকৰিবোৰ বন্ধ কৰিলে ?তেওলোকৰ এটাই কাম হল গুৱাহাটীত মাটি কিনিলে বিয়া পাতিলে ?এই মহাৰজা সকলৰ কামৰ নমুনা এয়া ?লাজ লাগে এজিপি বুলি কবলৈ ?এটায়েই কথা আমি লাখ লাখ নিবনুৱা হৈ ৰৈ গলো ?কোনে ছায় নিজেই কৰি নেখালে উপায় নাই ।শেষত এটাই কথা কও দুনিতীৰ শিপাডাল এজিপি দিনৰ পৰাই আৰম্ভ হল ?
@SatymevaJayate007
@SatymevaJayate007 3 ай бұрын
অচম গন পৰিচদ 😂😂😂 চভাপতি 😂😂 জেলা চভাপতি 😢😢 মহাচয় 😂😂
@rajenhazarika7629
@rajenhazarika7629 3 ай бұрын
Atul aru Keshab . Okol minister hobole . BJP R SUA SELEKI ASE .
@rajenhazarika7629
@rajenhazarika7629 3 ай бұрын
Moi enei likha nai karon moi 83 swahid RAJIB HAZARIKA R BHOTIJA HOI. TOTABOR R HOPTO SWAHID ASIL TEU.
@promudborgohain7920
@promudborgohain7920 3 ай бұрын
দালাল অতুল,কেশৱ ৰ ভাওনাৰ কাহিনী শুনহ দেখহ অসমীয়া।
@puspadhardowarah1932
@puspadhardowarah1932 3 ай бұрын
অগপই কেতিয়া সোণৰ অসম গঢ়িব লগতে বিদেশী বিতাৰণ কৰিব?১৯৭৯ত আমিও চি আৰ পিৰ মাৰ টাঙোন খোৱা লোক।সেয়ে আমাৰো কিছু কব লগা আছে।তেতিয়া আমি নেতা নাছিলো কৰ্মীহে আছিলো।সেয়ে নাম গোন্ধও নাই।পৰবৰ্তী সময়ত চৰকাৰ"গঠন কৰি টকাহে ঘটিলে।বিদেশী বিতাৰণৰ কথাটো অটল গহ্বৰত জাহ গল আৰু অসম চুক্তি ফুটুকাৰ ফেন হল।গতিকে অসমৰ কাহানি অগপক আদৰি নলয় আৰু বিশ্বাস নকৰে।
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 ай бұрын
বিজেপিৰ বোকোচাত উঠি দুজনমানে যেনে তেনে চলাই আছে দলটো ।
@paporigogoi8980
@paporigogoi8980 3 ай бұрын
26 ত AGP শেষ
@binoykalita7597
@binoykalita7597 3 ай бұрын
সৰ্বা,অতুল,কেশবহত মেৰুদণ্ডী নোহোৱা প্ৰানী। আঞ্চলিক দলটোক লিজত লৈ নিৰ্বাচনৰ সময়ত দৰদাম কৰি ব্যক্তিগত লালচা পোৰণ কৰাৰ বিপৰীতে কি কৰিছে সকলোৰে অবগত।নিলাজৰ লাজ নাই ইয়াকে কয়।
@harineogneog1732
@harineogneog1732 3 ай бұрын
নিজৰ পিতৃ আৰু মাতৃক চিনিব নজনা নেতৃবৃন্দৰ..........
@minahazarika7578
@minahazarika7578 3 ай бұрын
ৰসাতলে গল
@bimanchutia4362
@bimanchutia4362 3 ай бұрын
AGP asom gunda party
@Bharat-so1wl
@Bharat-so1wl 3 ай бұрын
Atul Bora & k Mahanta AGP marketing manager
@girishchtalukdar2574
@girishchtalukdar2574 3 ай бұрын
AGP BAIMAN
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 3 ай бұрын
অতুল বৰাই কেইজন শ্ব হীদৰ নাম জানে ?
@gouranga9471
@gouranga9471 3 ай бұрын
Pisfalor পৰা চুৰি নহৈ কতি মাৰি দিছে
@gh12138.
@gh12138. 3 ай бұрын
AGP=BJP😢
@woman178
@woman178 3 ай бұрын
BHAROTIYO SEWAK DAL t aeibilak aeko nalage vote dibaw awkawl tate akou daan vote daan nawhan daan sawkawlae aei karjyat aagbhag loi jen
@amritborah4276
@amritborah4276 3 ай бұрын
AGP hol borah and mohonta company. Hbs bharit dhori oxygen loi neta huwa dol hol AGP. Meru dondra nathaka netar dol hol AGP. AGP hataw, BJP hataw loktantra songbidhan democracy basaw all assamiya
@dineshkakati1487
@dineshkakati1487 3 ай бұрын
Atul Bara aru Keshav. r lalasà. BJP rDÀLAL
@ndas9029
@ndas9029 2 ай бұрын
Agpk kio vot di ase buji napao
@jagneswarbharali
@jagneswarbharali 3 ай бұрын
Assam ganparisad buli aku nai.ase mathu duta gasar murha
@PanjakSarmah
@PanjakSarmah 3 ай бұрын
Atul bora ata gory
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 3 ай бұрын
A g p ৰ নামত twalk show বন্ধ কৰিব লাগে,
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 3 ай бұрын
এইতো এটা ভন্দ
@MadhabBordoloi-y3h
@MadhabBordoloi-y3h 3 ай бұрын
A for asil g for gol p for pahorijua
@MadhabBordoloi-y3h
@MadhabBordoloi-y3h 3 ай бұрын
Atul borai dol besile
@Sanuda90
@Sanuda90 3 ай бұрын
Dun tu wife'r account't dibo nalagisile 😂😂😂😂
@rupenchdeka6297
@rupenchdeka6297 3 ай бұрын
Kotha valkoi ussaron korib lge
@AngryManuh000
@AngryManuh000 3 ай бұрын
Miya bhai
@prabinmallabaruah8845
@prabinmallabaruah8845 3 ай бұрын
বেলেগ ইনকাম নাই যেতিয়া কি কৰিব?
@tridibdeka2142
@tridibdeka2142 3 ай бұрын
AGP HATI xui dile.
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 ай бұрын
এৰা ৰাজনীতি কৰিছে সাত পুৰুষলৈ সম্পত্তি গোটাই আৰামত থাকিবলৈ ।
Это было очень близко...
00:10
Аришнев
Рет қаралды 2,8 МЛН
Life hack 😂 Watermelon magic box! #shorts by Leisi Crazy
00:17
Leisi Crazy
Рет қаралды 79 МЛН
didn't manage to catch the ball #tiktok
00:19
Анастасия Тарасова
Рет қаралды 32 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 110 МЛН
Это было очень близко...
00:10
Аришнев
Рет қаралды 2,8 МЛН