কৃষ্ণ কৃষ্ণ 🙏 আপোনাৰ প্ৰভূ কণ্ঠ, ভাগৱতৰ জ্ঞান অপৰিসীম 🙏..আপোনাৰ অফুৰন্ত জ্ঞান বিলাই মহত কাম কৰিছে🙏 আপুনি দীৰ্ঘ জীৱি হওক
@sishuramchutia50178 ай бұрын
অতি সুন্দৰ ব্যাখ্যা ,আপোনাক শত কোটি প্ৰণাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@rimakakati96508 ай бұрын
কৃষ্ণ কৃষ্ণ । হে কৃপাময় আজি আপোনাৰ পৰা এটা খুব ভাল কথা শিকিলো । মই এজনী বোৱাৰী । মই মাজে সময়ে গীতা-ভাগৱত পঢ়িছিলো কিন্তু বহুতে নাপায় বুলি কয় । আজিৰ পৰা আকৌ পঢ়িম । আপোনাৰ শ্ৰীচৰণত প্ৰণাম সেৱা জনালো ।
@daisyranidoley87057 ай бұрын
কৃষ্ণ কৃষ্ণ! 🙏
@AnnoyedAstronomicalModel-we1qf8 ай бұрын
Krishno......krishno........krishno........,probhu...k...r..is..h..n..o...Joi jogot guru shrimonto shonkordev shongho Joi .bohute Val lagil .bohute upokrit holu...krishno.