কাৰাগাৰৰ অতিথি হ’ব আতিচী!

  Рет қаралды 12,375

The CrossCurrent

The CrossCurrent

Күн бұрын

Пікірлер: 13
@ghanagogoi1257
@ghanagogoi1257 14 сағат бұрын
ভাৰতৰ সকলো নাগৰিক জাগিবৰ হ'ল। চৰকাৰৰ দান-বৰঙনি ললেই নহব চৰকাৰে সেই দান-বৰঙনি ক'ত পাইছে বিবেচনা কৰাৰ সময় আহিল। নহলে এদিন আমি ভাৰতীয়ই নহম অসমীয়াও নহম। এদিন এই ৰাজনীতিৰ দালালসোপাক খেদিবলৈও সংগ্ৰাম কৰিব লাগিব। অসমৰ মহিলাই মাহত পাই ১২৫০/টকা আৰু সেইখন ঘৰৰ পুৰুষজনে বজাৰৰ পৰা তেল ডাইল আলু, চিকিৎসালয়ৰ ঔষধ কিনিবলৈ পইচা কেনেকৈ যোগাৰ হয় মহিলাগৰাকীয়ে সুধিব নহলে এদিন পতিপত্নীৰ সংসাৰখনো চাৰখা হব।
@Bankimkalita-f6t
@Bankimkalita-f6t 22 сағат бұрын
Bjpয য়ে বহুত বেয়া কাম কৰি আছে জনতাই কিন্তু চাই আছে ইহতৰ বিৰোধিত কৈ বেছি বেয়া হব ভগবান বোলা বস্তু আছে তো
@dipakgogoi5084
@dipakgogoi5084 Күн бұрын
বিজেপি এটা সুবিধাবাদী দল। নিজৰ সুবিধাৰ বাবে যি কোনো কামেই কৰিব পাৰে।
@navajyotisarmah2033
@navajyotisarmah2033 5 сағат бұрын
মধ্যবিত্ত শ্ৰেণীৰ উপকৃত হোৱাটো নিতান্তই প্ৰয়োজন।
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by Күн бұрын
You're absolutely right, madam. I agree with you
@PapuDas-bl4ot
@PapuDas-bl4ot 49 минут бұрын
ভুবা আঁচনি
@abdulmannaf5519
@abdulmannaf5519 Күн бұрын
নিছ দলৰ নিচ কথা কোৱা আৰু কাম কৰা কোনো কঠিন নহয়।
@educationentertainment9297
@educationentertainment9297 23 сағат бұрын
এয়াহে প্ৰকৃত IAS officer.একোৱেই নাজানে নেকি।কেবিনেট অনুমোদনৰ কথাই নাই দেখুন ।
@kushalbaruah8438
@kushalbaruah8438 Күн бұрын
Bhul Katha... BJP ye moharastat EVM tempering kari he jikise...lgate hariyanatu...
@rammohandeka4520
@rammohandeka4520 5 сағат бұрын
গেদি 😂
@PapuDas-bl4ot
@PapuDas-bl4ot 47 минут бұрын
পাগলী ত ই একো নাজান
@BhaskarDas-j1y
@BhaskarDas-j1y 7 сағат бұрын
😂
Массированный удар РФ по Украине в Рождество
1:06
Euronews по-русски
Рет қаралды 143 М.