কাৰ কলমেৰে নিগৰিছিল "তোমাৰ কথা ভাবিলেই জানা","কৈ নিদিয়া কিয়"?

  Рет қаралды 74,792

BAARTA LAAP

BAARTA LAAP

Күн бұрын

Пікірлер: 143
@Lstaroth
@Lstaroth 2 жыл бұрын
বৰ ভাল লাগিল কেশৱ দাক দেখি ।বৰ সুন্দৰ
@kapil912
@kapil912 2 жыл бұрын
মানাস ৰবীন দাক মাতিবচোন , আৰু জোনবাই ৰাংধালীৰ কথা কব , যাতে আৰু সৃষ্টি হয় সেইবোৰ যাতে
@parulbora2038
@parulbora2038 2 жыл бұрын
সত্ৰ বা ভকতীয়া সমাজত মাটিৰে বনোৱা উধানত ভাত ৰান্ধে। বিশেষকৈ মটক জনগোষ্ঠীৰ লোক সকলৰ মাজতও এই উধান প্ৰচলিত। ভাল লাগিল এটা ব্যতিক্ৰমী গীতত এই শব্দটো ব্যৱহাৰ কৰাৰ বাবে।লগতে চক্ৰপাণি পৰাশৰলৈয়ো এই অনুষ্ঠান টি আগবঢ়ায় দিয়াৰ বাবে ধন্যবাদ থাকিল
@minotichetia9972
@minotichetia9972 2 жыл бұрын
বহুত বহুত বেছি ভাল লাগিল অনুষ্ঠান টি।
@KushalKrRabha
@KushalKrRabha 2 жыл бұрын
“তোমাৰ কথা ভাবিলেই জানা ...” সচাকৈয়ে এটি বৰ ভাল লগা গান ৷ অকলসৰে থাকি গুণগুণালে মনটো যেন কৰবালৈ গুছি যায় নভবাকৈয়ে !
@pollymahanta7508
@pollymahanta7508 2 жыл бұрын
খুব ভাল লাগিল ধন্যবাদ বাৰ্তালাপ
@manibankalitanath3648
@manibankalitanath3648 2 жыл бұрын
সুন্দৰ সুন্দৰ গীতৰ গীতিকাৰ কেশব অধিকাৰী ডাঙৰীয়াক বাৰ্তালাপ অনুষ্টানৰ জৰিয়তে আমি তেখেতক জানিব পাৰিছোঁ। ভাল লাগিল । তোমাৰ কথা ভাবিলেই জানা ,,,সকলো সময়তে গুনগুনাই থকা এটি গান । কেতিয়াও পাহৰি যাব নোৱাৰা এটি গান। ধন্যবাদ কেশব অধিকাৰী ডাঙৰীয়া। ধন্যবাদ চক্ৰপানি পৰাশৰ । বাৰ্তালাপ ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। 🙏💐
@koushikdas4943
@koushikdas4943 2 жыл бұрын
তোমাৰ কথা ভাবিলে ই জানা জোনাক উপচি পৰে ................ এই গানটো মোৰ বহুত প্ৰিয় ❤️💙
@goodhealth2023
@goodhealth2023 2 жыл бұрын
চক্ৰ পানি পৰাশৰ , আপুনি ইমান ধুনীয়া অনুষ্ঠান কৰে যে আপোনাৰ অনুষ্ঠান বোৰ চাই থাকিবলৈ মন যায়, মই এই অনুষ্ঠানটো এতিয়ালৈ এহেজাৰ বাৰ মান ৰি কৰি শুনিছো আৰু শুনিম, আচলতে মই গীতিকাৰ কেশৱ নয়ন অধিকাৰীৰ কনঠত গীত শুনি অভিভূত হৈ পৰিছো,,,,কি সুন্দৰ কন্ঠ তেখেতৰ,,,
@rip2ns
@rip2ns 2 жыл бұрын
বাহ্ , ইমান ধুনীয়া মাৰ্জিত অনুষ্ঠান এটা, সঁচাকৈয়ে প্ৰশংসনীয় । খুব ভাল লাগিল ।
@diptisharma3388
@diptisharma3388 Жыл бұрын
কেশৱ HS ত মোৰ ষ্টুডেন্ট আছিল।অলপ যে exceptional তেতিয়াই idea কৰিছিলোঁ।ভাল লাগিল বাৰ্তালাপ চাই।শুভেচ্ছা থাকিল ।আৰু আগবাঢ়ি যোৱা।
@ajoykrishanworld4120
@ajoykrishanworld4120 2 жыл бұрын
কবিতা গান নহয় বুলি যে কৈছে, বহুত এনে কবিতাৰ উদাহৰণ আছে যি কবিতাক সুৰ, কন্ঠেৰে বহু জনপ্ৰিয় কন্ঠশিল্পীয়ে নতুন ৰূপ দিবলৈ সক্ষম হৈছে...সাক্ষাৎকাৰটো বহুত ভাল লাগিল... ❤️❤️❤️
@PinkuKumar-rh6vr
@PinkuKumar-rh6vr 2 жыл бұрын
দাদা, বহুত ভাল লাগিছে। ৰাজদ্বীপ দাকো মাতিবচোন। পাপন দাৰ কণ্ঠত ৰাজদ্বীপ দাৰ গান বহুত ভাল পাওঁ।
@meenagogoiborgohain4170
@meenagogoiborgohain4170 2 жыл бұрын
বহুত ধন্যবাদ চক্ৰপাণি পৰাশৰ। ইমান সুন্দৰ অনুষ্ঠান এটা আগ বঢ়োৱাৰ বাবে। প্ৰতিভা কেতিয়াও লুকাই নাথাকে। গান বোৰ শুনো কিন্তু সৃষ্টিকাৰ জন নাজানো---সেয়ে খুউব ভাল লাগিল জানিব পাৰি। উধান আচলতে চৌকাত চৰু বহাবলৈ ব্যৱহাৰ কৰা তিনিটা বাহু ( টৌ খুটি) --- সাধাৰণতে গাঁও বিলাকত বৰ বৰ চৰু বা টৌ পাতি ভোজ বনোৱা বা ধান বহাবলৈ(উখোৱা চাউলৰ বাবে) ব্যৱহাৰ কৰা দেখিছিলো। 'উধান' আৰু 'উধনীয়া' খোপা দুয়োটা শব্দ হেমকোষত আছে। বহুত দীঘলীয়া হ'ল মোৰ লিখা খিনি।
@pallobphukon3603
@pallobphukon3603 2 жыл бұрын
অ ঠিকেই কৈছে আপুনি ।
@rojoniprovabaruah5461
@rojoniprovabaruah5461 2 жыл бұрын
খুব সুন্দৰ অন্তৰেৰে প্ৰৱাহিত হৈ উলাই আহিল নিজৰা। সেই নিজৰা চিৰ প্ৰবাহিত হওঁক।🙏🙏🙏
@pritom21
@pritom21 2 жыл бұрын
Tumar kotha gaan tu moi aji loike kiman bar hunisu hisap nai kunu. Bohut val lage ❤️❤️
@banajitbhuyan7017
@banajitbhuyan7017 2 жыл бұрын
Eman xundor gan sosakoi val lge. Ai belk gan aber nahi 1000 bar xunibo pari ru mon ji.
@devikagogoi2898
@devikagogoi2898 2 жыл бұрын
প্ৰতিভা থকা ব্যক্তি সকলে নিজৰ পৰিচয় লুকুৱাই ৰাখি ভাল পায় ।
@surajgogoi1879
@surajgogoi1879 2 жыл бұрын
চক্ৰ দা ছোনিত গগৈ আনিব চোন, জুবিন দাই গোৱা জানমণি, অঞ্জনা, সেই তাহানিৰ দিনৰ গীত বোৰ আজিও হিত হৈ থকা , গীতিকাৰ সুৰকাৰ, ছোনিত গগৈ এবাৰ আনিব চোন 🥰☺️🤞 দেই অনোৰোধ কৰিছো
@geetabaruah3998
@geetabaruah3998 2 жыл бұрын
Llp
@charaideojiori7348
@charaideojiori7348 2 жыл бұрын
ইমান অমায়িক,সহজ-সৰল মানুহজন
@chimnoychelleng2045
@chimnoychelleng2045 2 жыл бұрын
Val lagil sai
@gitikadevi836
@gitikadevi836 2 жыл бұрын
Bartalap sai val lagil
@lakhyajyotidutta2153
@lakhyajyotidutta2153 2 жыл бұрын
বৰ ভাল লাগিল অনুষ্ঠানটো চাই👌👌👌
@moushumiphukan3139
@moushumiphukan3139 2 жыл бұрын
তেখেতৰ সৃষ্টি খুব সুন্দৰ ।
@rinkusultana6167
@rinkusultana6167 2 жыл бұрын
Bohut bhal lagil. Moi ei gaan tu Ma loi monot kori xuni thako. Miss you Ma 😭
@chowlengdonahom1105
@chowlengdonahom1105 2 жыл бұрын
Dada jon bor morom loga, morom koribole mon jai Dada jonok.
@mrdeha7593
@mrdeha7593 2 жыл бұрын
Keshav da apuni ketiyaba gaan ata gabo buli akha thakile so apunr voice to bhut dhuniya lage. ❤️ Love from morigaon ❤️❤️❤️
@assamboy5724
@assamboy5724 2 жыл бұрын
Dada Ghar j morigaonr aji hai gm palu,,moiu morigaonr Hy,,vl lagil,, thanks
@dipanjyotigogoi1730
@dipanjyotigogoi1730 2 жыл бұрын
বহুত ভাল লাগিল অনুষ্ঠানটি চাই।
@J30418
@J30418 2 жыл бұрын
Moja asol manhu a Jon he 👍👍👍👍👍
@basantideori5935
@basantideori5935 2 жыл бұрын
Jani shuni bhal lagil
@minakhigogoi9757
@minakhigogoi9757 2 жыл бұрын
বহুত ভাল লাগিল।
@ranjitadeori6018
@ranjitadeori6018 7 ай бұрын
Very nice song 👌👌
@dilipphangsho47
@dilipphangsho47 2 жыл бұрын
কথাবোৰ শুনিলে শুনি থাকিবৰ মন গৈছে ।
@champakkumarsarma7521
@champakkumarsarma7521 2 жыл бұрын
বহুত ভাল লাগিল
@debapriyomusical.7417
@debapriyomusical.7417 2 жыл бұрын
খুব সুন্দৰ লাগিল ককাইদেউ ।
@sushilkonwar7012
@sushilkonwar7012 2 жыл бұрын
ভাল লাগে মন পৰশা গীতৰ কলি । তাতে সুমধুৰ কণ্ঠত গায়কৰ পৰশত গীতে প্ৰাণ পায় উঠে । আহ: কিযে গীতৰ সৃষ্টি । আশা থাকিল আৰু বহুতু ________ । যিয়ে লিখিছো বেয়া ভাৱত , বুজাবলৈ লিখা হোৱা নাই ।
@birennath8618
@birennath8618 2 жыл бұрын
সুন্দৰ
@bastobkalita6328
@bastobkalita6328 2 жыл бұрын
Unique and so smart।Val lagil😍
@jintukumarnath7910
@jintukumarnath7910 2 жыл бұрын
আমাৰ গাঁওৰ মোৰ তাৱৈ ল'ৰা মৰমৰ ককাইদেউ কেশৱদালৈ বহুত শুভকামনা জনালোঁ…
@gangasutradhar8745
@gangasutradhar8745 2 жыл бұрын
বহুত ভাল লাগিল জানি তেখেতৰ বিষয়ে।কথন শৈলি বিশেষকৈ ইমান ভাল লাগিল ।
@bhaskarsarma8829
@bhaskarsarma8829 2 жыл бұрын
"কৈ নো কৈ নিদিয়া কিয়..."গীতটিৰ লগত মোৰ কিছুমান স্মৃতি আৰু অনুভৱ আছে। ❤️ - ভাস্কৰ নিলীমা ।
@arunssb
@arunssb 2 жыл бұрын
Bor bhal lagil
@ragini_musical
@ragini_musical 2 жыл бұрын
Bohut val lagil hosake ❤️🥰
@DehingiaBumoni-tc5qs
@DehingiaBumoni-tc5qs Жыл бұрын
Best voice ❤
@dibyajyotiborah9652
@dibyajyotiborah9652 2 жыл бұрын
Xundoor program...bht val lagil...
@anjanabezbaruah9617
@anjanabezbaruah9617 2 жыл бұрын
তোমাৰ কথাই ভাবিলেইজানা , গানটোৱে বহুত অন্তৰখন আমনি কৰে 💗♥️💖
@anjanabezbaruah9617
@anjanabezbaruah9617 2 жыл бұрын
Thanku
@anjanabezbaruah9617
@anjanabezbaruah9617 2 жыл бұрын
Welcome
@gitanjalideka8767
@gitanjalideka8767 2 жыл бұрын
'ছায়া হৈ আহা'এই শাৰীটোৰ জৰিয়তে মই এই গানটো কেশৱদাই কোৱাৰ দৰে বিচ্ছেদৰ গান হিচাপে মানি লৈছোঁ। এনেভাৱত ল'লেহে ই হৃদয় স্পৰ্শী হৈ পৰে। তেখেতৰ অভিজ্ঞতাৰে আগবঢ়োৱা কথা বোৰ মোৰ ভাল লাগিছে। হয়, মানুহ ডাঙৰ হ'লে ভদ্ৰ, নম্ৰ হয়। হয়, মানুহ যিকোনো পৰিস্থিতিতে চিনছিয়াৰ হ'লেহে সফল হয়। মই ও' কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক'মানি লৈ কিবা-কিবি লিখোঁ-লিখাৰ অদম্য হেঁপাহ থকাৰ বাবে। কোনোবাই মোৰ লিখনি শুধৰাই দিলে কৃতাৰ্থ হ'ম 🙏🙏🙏।
@bastobkalita6328
@bastobkalita6328 2 жыл бұрын
Emn gentle Val lgl...❤️❤️ Mur student ata ase tewr dorei eke kotha kua style
@fizahussain7345
@fizahussain7345 7 ай бұрын
😊
@sabitadas4426
@sabitadas4426 2 жыл бұрын
Sasai bahut val lagil
@jurimonisenapoti6015
@jurimonisenapoti6015 2 жыл бұрын
Mojjaa☺Keshav da 🔥❤😍
@laborah1460
@laborah1460 Жыл бұрын
Emn vl lge
@dibyajyoti5180
@dibyajyoti5180 2 жыл бұрын
Val lagil bhut
@rekharajbongshi2941
@rekharajbongshi2941 2 жыл бұрын
Hundor ,
@lingkankalita3063
@lingkankalita3063 2 жыл бұрын
Bhal lagil
@daijiranidixit4179
@daijiranidixit4179 2 жыл бұрын
Val lagil keshab da aneke aguai jua..
@rajukumarnath169
@rajukumarnath169 2 жыл бұрын
Bahut bhal lagil Keshab....
@chinkusharma8761
@chinkusharma8761 2 жыл бұрын
Bor Val lagil dada
@purnimagogoi5415
@purnimagogoi5415 2 жыл бұрын
বাৰ্তালাপ চাই মোৰ বহুত ভাল লাগে ৷বহুত নজনাকথা জানিব পাৰোঁ ৷
@rashnahazarika4602
@rashnahazarika4602 2 жыл бұрын
বৰ ভাল লাগিল
@nipadeka1739
@nipadeka1739 2 жыл бұрын
Bhut besi val lagil ❤️❤️❤️
@bhobenjyotiphukan91
@bhobenjyotiphukan91 2 жыл бұрын
প্ৰথম প্ৰেমৰ কবিতা হিচাবে সমাদৃত কৰিবলৈ যদি বিচাৰোঁ বেয়া নিশ্চয় ডাঙৰীয়া আপুনি নাপায় ।
@dipamoniphukan7515
@dipamoniphukan7515 Жыл бұрын
😊P0
@kamalkalita507
@kamalkalita507 2 жыл бұрын
Excellent..
@pkpankaj4
@pkpankaj4 2 жыл бұрын
Xundor
@RAAJNEELMUSICAL
@RAAJNEELMUSICAL 2 жыл бұрын
চক্ৰ দা আপোনাৰ প্ৰতিটো অনুষ্ঠান চাই ভাল লাগে ন-পুৰণি প্ৰতিভাৱান শিল্পী বোৰক উলিয়ায় আনি এখন প্লেটফৰ্ম দিয়া লগতে অসমৰ ৰাইজক চিনাকী কৰাই দিয়ে। বহুত বহুত সুন্দৰ চক্ৰ দা তেনেকুৱা প্ৰতিভাৱান বহুত শিল্পী লোকাই আছে সকলোৱে যাতে আগবাঢ়ি যায়। লগতে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা থাকিল।
@sauravkalita96
@sauravkalita96 2 жыл бұрын
Manuh jon pura Sidha manuh....Bhaal lagil...nijor kam kori ase .... Glamour r karone nhy .... Likha tu ata PESA.... mozza Aru likhok....Aamak Washing powder ... Rikshawala... Autowala Nalage....anekua gaan bur laage.... 💕
@dipanjalimonjai6186
@dipanjalimonjai6186 2 жыл бұрын
বহুত ভাল লাগিল সাক্ষাৎকাৰ টো 👌 ইমান সুন্দৰ সৃষ্টি শীল গীতিকাৰ জনক আপোনাৰ বাৰ্তালাপত দেখা পাই বহুত লাগিল।যাৰ গানৰ অন্তৰা শুনি থাকিলেও হেঁপাহ নপলায় ....মন - প্ৰাণ উদ্বেলিত কৰে । দুয়োজনলৈ অশেষ ধন্যবাদ জনালোঁ 🙏🏼❤️
@SAJANPATHORICREATION
@SAJANPATHORICREATION 2 жыл бұрын
Bohut bhal lagil 🙏🙏
@dipakkalita232
@dipakkalita232 2 жыл бұрын
Keshab nayan Adhikarir kanthat geetbor suni thakiba mon jai
@kamruptourism4992
@kamruptourism4992 2 жыл бұрын
সাহিত্যক নিজে স্ৰজি উলিওৱা কাঠামত বান্ধিব নোৱাৰি ,, ইমান দুখ ভাগৰ বেদনা নিৰালমে নিগৰি ওলাই অহাৰ অভিব্যক্তি হল অকল সাহিত্য‌ইহে কিন্তু ইয়াত কোনে কেনেধৰণে কি লিখিব কেনেকৈ লিখিব ঘাইকৈ কিটোৱে কিটো স্ৰজিবগৈ সেইটোৰ নিয়ন্তা আমি নহ‌ওঁ
@sanjoysvlog2528
@sanjoysvlog2528 2 жыл бұрын
Khosai Bartalap or joriote bor khundor manuh a jonok janibo pariloo
@saurabhgogoi9410
@saurabhgogoi9410 2 жыл бұрын
এনেকৈ এটা বিখ্যাত গানৰ আঁৰত একো একোজন শ্ৰষ্টা থাকে যিসকলক আমি চিনিয়ে নাপাওঁ।
@phonidharnayak3916
@phonidharnayak3916 2 жыл бұрын
কৈ নিদিয়া কিয় মোৰ চেষ্ট গীত সমুহৰ ভিতৰত এটা
@sabitadevi2930
@sabitadevi2930 2 жыл бұрын
It's a beautiful program with the excellent writer I feel. This sort of content should be preserved in writing for future.
@paragjyotibora2236
@paragjyotibora2236 2 жыл бұрын
xundor
@joysreebaruah8028
@joysreebaruah8028 2 жыл бұрын
Bor bhal lagil..Ai manuh jonok ami log pai thaku kintu najanu teur pratibhar kotha...teur suali mur abacus scl t porhe..thank you chakrapani...
@protimamohan5739
@protimamohan5739 2 жыл бұрын
O
@protimamohan5739
@protimamohan5739 2 жыл бұрын
Ppp
@jayantabordoloi9787
@jayantabordoloi9787 2 жыл бұрын
Hoi neki
@hopunhair1234
@hopunhair1234 2 жыл бұрын
Hosakoi val lagil
@gungung2548
@gungung2548 2 жыл бұрын
Lg karai dbo abar
@gogoimonikongakona8642
@gogoimonikongakona8642 2 жыл бұрын
Evergreen songs. Duitai
@dipjyotirajbongshi920
@dipjyotirajbongshi920 2 жыл бұрын
Manuh jonor pora hikibo pari bohut kotha,
@jintumahanta3094
@jintumahanta3094 2 жыл бұрын
Bohut bhal lagil ❤️❤️
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 жыл бұрын
Many many congratulations to Keshab Nayan. Go ahead way to your journey.
@anamikabania3112
@anamikabania3112 Жыл бұрын
❤😂😂😂😂😂😂
@kalpanadutta295
@kalpanadutta295 2 жыл бұрын
Very Nice
@ghanakantaboro2574
@ghanakantaboro2574 2 жыл бұрын
Thankyur so mast
@kamruptourism4992
@kamruptourism4992 2 жыл бұрын
ককাইদেউ লৈ যোৱাকালি বৰকৈ মনত পেলাই থাকিলত আজি সাক্ষাৎকাৰ এনেদৰে পাম বুলি কল্পনাও কৰা নাছিলোঁ
@pranabrajbongshi6827
@pranabrajbongshi6827 2 жыл бұрын
Mor bor priyo mok jiya vlke jane mok ei gan2 surprise sunai dye emn bec vl paw mane ekebare vitrot sumai goisu aanki jiye mor vl friend hoi jai mok sunaboloi gan2 collartune a lagai thoise...
@kunalpatgiri8246
@kunalpatgiri8246 2 жыл бұрын
"Come as a Shadow" চাইয়া হৈ আহিবা (তুমি)....?
@biswajitgogoi7686
@biswajitgogoi7686 2 жыл бұрын
Val lagil
@hemenmajumdar189
@hemenmajumdar189 2 жыл бұрын
Thanks sir
@Dudullahon07
@Dudullahon07 2 жыл бұрын
bhall program.
@mrdeha7593
@mrdeha7593 2 жыл бұрын
Keshav da voice to bhut dhuniya lage
@hasinamannan9085
@hasinamannan9085 2 жыл бұрын
bartalapr prai episode a saisu....kintu aji ai kiba bikhekh jen lgl.....dada jnr ktha koar dhrn imn vl lgl....imn gentle....... khub km ktha koi kintu koa khini jen vbi sniti koi...
@akashdipdas575
@akashdipdas575 2 жыл бұрын
Mnuhjn bor vl lgil....chakra daar dre akei...vl lga manuh
@tkcreative6823
@tkcreative6823 2 жыл бұрын
Superb 👌
@assamn8850
@assamn8850 2 жыл бұрын
Moja
@munukongogoiofficial7640
@munukongogoiofficial7640 2 жыл бұрын
❤️❤️
@mjsaikiaentertainment9975
@mjsaikiaentertainment9975 2 жыл бұрын
Keshab da ❤
@turanjyotigogoi6735
@turanjyotigogoi6735 2 жыл бұрын
Sunit Gogoi ru Ramen Danah k dekha pm buli akha rakhisuuu?
@jagyalatadas774
@jagyalatadas774 2 жыл бұрын
Nice
@monmodhusmitasaikia4156
@monmodhusmitasaikia4156 2 жыл бұрын
Nice voice
Zelensky Announces Talks with Russia / End of Martial Law?
13:55
NEXTA Live
Рет қаралды 1,1 МЛН
진짜✅ 아님 가짜❌???
0:21
승비니 Seungbini
Рет қаралды 10 МЛН
Как Ходили родители в ШКОЛУ!
0:49
Family Box
Рет қаралды 2,3 МЛН