No video

এক অদ্ভুত হুঁচৰি দল 🔥

  Рет қаралды 979,457

Bhaskar Dutta

Bhaskar Dutta

Күн бұрын

#assamese #assam #assamesevlog
Contact Husori - 99570 70352 (Jinki)

Пікірлер: 773
@ajantapathak192
@ajantapathak192 4 ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন ❤️❤️।নাৰীশক্তি জিন্দাবাদ। কবলৈ ভাষা নাই
@robinmohan9667
@robinmohan9667 Жыл бұрын
অসমীয়া জীয়ৰী/বোৱাৰী সকলো ৱে আজি কালি দক্ষতাৰে সা্্স্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।ই‌ বৰ ভাল হৈছে। হুঁচৰি দল টো লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
@padmogogoi1644
@padmogogoi1644 Жыл бұрын
😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅
@phanidharsharma5923
@phanidharsharma5923 2 жыл бұрын
সচাই দেহ মন জুৰ পৰি যোৱা হুচৰি দল।অতি সুন্দৰকৈ পাকৈত শিল্পীসকলে নিখুঁত ভাবে পৰিবেশন কৰিছে প্ৰতি জন শিল্পীয়ে। ভগবানে তেওঁলোকক আগুৱাই যাব লৈ শক্তি দিয়ক এটাই কামনা।
@guptasarmah8949
@guptasarmah8949 2 жыл бұрын
অতি অপূৰ্ব। অসমৰ ছোৱালীয়েই হওক বা জীৱৰি বোৱাৰীয়েই হওক কোনো গুণেই কোনো ক্ষেত্ৰতে পিছ পৰা নহয়, এয়া তাৰেই উৎকৃষ্ট প্ৰমাণ। দলটিলৈ হিয়াভৰা আশীর্বাদ থাকিল।
@jorinakhatun830
@jorinakhatun830 2 жыл бұрын
Hosai amr axom khon duniya
@ahomkingdom0077
@ahomkingdom0077 2 жыл бұрын
😂😂😂😂😂😂😂😂😂😂😂😂😂😂 by Dr bhi Dr 6
@sonydas4153
@sonydas4153 2 жыл бұрын
অসমৰ জিয়াৰি একোতে পিছ পৰা নহয় কাৰন আমি অসমীয়া
@sonydas4153
@sonydas4153 2 жыл бұрын
বহুতে ধুনীয়া
@bharatdeka9250
@bharatdeka9250 Жыл бұрын
We feel proud on all of you so we are asomiya
@santaramrava7304
@santaramrava7304 2 жыл бұрын
মহিলা বিহু নৃত্য আৰু গীতৰ সুৰ আৰু ধূলীয়াৰ ঢোলবাদন দেখি অতি ভাল লাগিছে। অসমীয়া জাতিৰ সম্পদ আৰু গৌৰৱ।
@jumidekabarman8446
@jumidekabarman8446 2 жыл бұрын
নাৰী শক্তি জিন্দাবাদ 🙏 বহুত ভাল লাগিল বিহু টো চাই,,,,,ছোৱালীয়ে কি কৰিব নোৱাৰে ।। লৰাতকৈ ছোৱালী কোনো গুনে কম নহয় । God bless you
@dibakarbarkakaty8158
@dibakarbarkakaty8158 Жыл бұрын
Bahut val lagil Atulanio
@jugugogoi7152
@jugugogoi7152 5 ай бұрын
Apurba, ane hundar. Husori dekhiboloi nai.
@juliegogoi3372
@juliegogoi3372 4 ай бұрын
🙏🙏🙏❤️❤️😊
@gauritaye6047
@gauritaye6047 2 жыл бұрын
ব্যতিক্ৰমী হুঁচৰি দল, অতি সুন্দৰ,নাৰী শক্তি জিন্দাবাদ। উজ্বল ভবিষ্যত কামনা কৰিলো ।🙏
@biswajitdutta5979
@biswajitdutta5979 2 жыл бұрын
িদদ৭০ ৮৭দতজ
@saratgogoi5703
@saratgogoi5703 2 жыл бұрын
Vi
@rekhabora3793
@rekhabora3793 2 жыл бұрын
Ss
@dipabaruah9111
@dipabaruah9111 2 жыл бұрын
Ok om om om Om
@vickylover3455
@vickylover3455 2 жыл бұрын
Mur বিশ্বাস হোৱা নাই
@bipulgogoi247
@bipulgogoi247 2 жыл бұрын
আজিকালি লৰাবোৰে বিহুৰ সলনি মোবাইলত ব্যস্ত থকাৰ পৰিবৰ্তে তোমালোকৰ কৃষ্টি ৰক্ষাৰ পৰিকল্পনাক ধন্যবাদ জনাইছো।
@gitanjalidevi7358
@gitanjalidevi7358 5 ай бұрын
Xosakoi, bihur logote benparty biyar ketaring xokolute agbarhi goise ajir suwali.... Doltiloi bahut bahut xuvessa jasilu
@anganwadivideoassam1028
@anganwadivideoassam1028 2 жыл бұрын
বহুত ভাল লাগিল,দলটিৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@basantidas8161
@basantidas8161 Жыл бұрын
❤🎉 সুন্দৰ প্ৰতিভা ৰ নিদৰ্শন। দলটো লৈ হইয়আভৰআ আশীৰ্বাদ থাকিল। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
@ramcharanrabha1155
@ramcharanrabha1155 2 жыл бұрын
সচাকৈ অতি সুন্দৰ, দলটিৰ উজ্জ্বল কামনা কৰিলো।
@shyamalisarma2015
@shyamalisarma2015 2 жыл бұрын
খুব সুন্দৰ হৈছে। সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰিলো ।
@parimitab8836
@parimitab8836 2 жыл бұрын
অতি সুন্দৰ ; অন্তৰ মোহিত পৰিৱেশন। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।
@Sadhana-fr5ih
@Sadhana-fr5ih 5 ай бұрын
আচৰিতজনক ! বহুত ভাল হৈছে 🙏 , শুভেচ্ছা থাকিল লগতে দলটিৰ দীর্ঘ ায়ো কামনা কৰিলো । আমাৰ গৌৰৱ । অসমীয়াৰ গৌৰৱ 🙏🙏🙏 ।
@umeshchbaishya9380
@umeshchbaishya9380 2 жыл бұрын
সুন্দৰ বিহু হুঁচৰি দল উজ্জ্বল ভবিষ্যত কামনা কৰিলো
@simibora4689
@simibora4689 2 жыл бұрын
নাৰি শক্তি , বহুত ধুনীয়া লাগিল । heads off
@runjuntamuli5026
@runjuntamuli5026 4 ай бұрын
সচাই অভিভূত হৈ পৰিলোঁ। ঢুলীয়া নামতি পেপোৱাৰ তথা নাচনী লৈকে সকলো চমৎকাৰ। সকলোৱে ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল।সকলো লৈকে শুভেচ্ছা জনালোঁ।
@anandadas6174
@anandadas6174 Жыл бұрын
সমগ্ৰ বিশ্বতে বিৰল আৰু অনন্য ৰংপুৰীয়া ছোৱালী বিহু দল। সমগ্ৰ দলটোৰ শিল্পী সকলক মোৰ হিয়া ভৰা বিহুৰ ওলগ জনালো 🙏🙏🙏🙏🙏🙏
@nirjugogoi2832
@nirjugogoi2832 4 ай бұрын
ইমান সুন্দৰকৈ সজাই পৰাই তোলা ছে বহত ভাল লাগিল নাৰী শক্তিৰ 🙏🙏🙏জনাইছোঁ
@manabikakati98
@manabikakati98 2 жыл бұрын
সচাকৈ অতি সুন্দৰ ,চাই থাকোতে যেন উশাহ ল'বলৈ পাহৰি গৈছো । উজ্বল ভৱিষ্য কামনা কৰিছো
@sewalimohonnath4882
@sewalimohonnath4882 2 жыл бұрын
নাৰী শক্তি জিন্দাবাদ
@paporisaikia7526
@paporisaikia7526 2 жыл бұрын
বহুত বহুত ধন্যবাদ মোৰ জন্মভূমি শিৱসাগৰৰ হুচৰি দললৈ।
@pilygoswami9414
@pilygoswami9414 2 жыл бұрын
সঁচাকৈয়ে শিৱসাগৰ হুঁচৰি দলৰ প্ৰতিগৰাকী শিল্পীয়ে ইমান সুন্দৰ ৰূপত অসমৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিবলৈ সক্ষম হৈছে ; তাক ভাষাৰে প্ৰকাশ কৰিবলৈ শব্দ হেৰাই গৈছে ।কিমানবাৰ যে ভিডিঅ'টো চাইছো হিচাপ নাই ।ঢোল বাদনেই চাবা নে ;গায়কীয়েই শুনিবা ;নে পেপা বাদনেই শুনিবা মুঠতে কি বুলি শলাগ লম মুখৰ মাত হেৰাই গৈছে ।মুঠৰ ওপৰত প্ৰতিগৰাকী শিল্পীলৈ মোৰ হিয়াভৰা মৰম লগতে আন্তৰিক শুভ কামনা জনালোঁ ।তোমালোক আগুৱাই যোৱা ।মই কাৰ্বি পাহাৰৰ বকলীয়া ঘাটৰ পৰা কলো ।শেষত সকলোৰে উজ্বল ভবিষ্যৎ কামনা কৰিলোঁ ।
@haradattanath2668
@haradattanath2668 4 ай бұрын
বহুত ভাল লাগিল। এয়াই আমাৰ অসমৰ শক্তি। নাৰীৰ শক্তি।জয় আই অসম।
@bhaskorchetia9596
@bhaskorchetia9596 Жыл бұрын
মজা।।ল'ৰা সকল ও ওলাব লাগে মেখেলা চাদৰ লৈ গাভৰু বিহু মাৰিবলৈ।
@munmihazarika779
@munmihazarika779 2 жыл бұрын
ধন্যবাদ। ছোৱালী বিহু দলটিলৈ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
@nirodarajkhowa4391
@nirodarajkhowa4391 Жыл бұрын
ভাল লাগিল
@sashadharhazarika9209
@sashadharhazarika9209 2 жыл бұрын
অতি সুন্দৰ হৈছে। দলটি লৈ শুভেচ্ছা জাচিলো
@monalishabezboruah7015
@monalishabezboruah7015 2 жыл бұрын
বিহু টি আমাৰ মান,এনুৱা বিহু টি এৰিৱ লাগিলে নাথাকে অসমীয়াৰ প্রান, সকলোকে বহুত মৰম লাগিলে, কবলে ভাষা নাই। ❤❤
@beautybxd0shl1hapgawati87
@beautybxd0shl1hapgawati87 4 ай бұрын
বৰ ভাল লাগিল । বহুত শুভ কামনা যাচিলো দলটোৰ সকলোকে ।
@hemantabaruah3693
@hemantabaruah3693 2 жыл бұрын
অতি সুন্দৰ,ইমান উলাহেৰে ভগিনীহঁতে বিহুযোৰা পৰিৱেশন কৰিলে,চাইও ইমান আপ্লুত হলোঁ প্রসংশা কৰিবলৈ ভাষা নাই।তোমালোকক ঈশ্বৰে আৰু আগবাঢ়ি যাবলৈ শক্তি দিয়ক।অসম আৰু অসমীয়াৰ মান বিশ্বদৰবাৰত তোমালোকৰ দ্বাৰা নিশ্বয়কৈ উজ্বলি উঠিব।এনেদৰে ভৱিষ্যতলৈও সংস্কৃতিৰ আৰাধনা কৰি যাবলৈ আহ্বান জনালোঁ আৰু আশীব্বাদো দিছোঁ,সকলোতে জয়ী হোৱা,সফল হোৱা,আটায়ে কুশলে থাকা।
@renubaruah360
@renubaruah360 4 ай бұрын
অতি সুন্দৰ। নাৰী শক্তি জিন্দাবাদ 🙏
@bimalgogoi6026
@bimalgogoi6026 2 жыл бұрын
Congratulation to all, those who have performed This Bihu, Very nice performance, Go ahead,May God bless you.
@bhagyalakshmimahanta2137
@bhagyalakshmimahanta2137 2 жыл бұрын
বৰ সুন্দৰ হুঁচৰি দল ভাল লাগিল দলটোলৈ শুভেচ্ছা ও আশীষ থাকিল
@dharitrikalita5674
@dharitrikalita5674 4 ай бұрын
সুন্দৰ এয়া হৈছে অসমীয়াৰ গৌৰৱ ❤❤❤
@babulch.malakar3517
@babulch.malakar3517 2 жыл бұрын
এই মহিলা বিহু হুচৰি দলটোলৈ মোৰ বহুত বহুত বহুত শুভেচছা আৰু ধন্যবাদ থাকিল,আৰু ইয়াৰ লগত জড়িত আতাইৰে দীৰ্ঘায়ু কামনা কৰিলো।
@arotigohain7996
@arotigohain7996 2 жыл бұрын
সুন্দৰ প্ৰদৰ্শন। সচাকৈ বহুত ভাল লাগিল ।
@baduliparasivamandirgolagh9288
@baduliparasivamandirgolagh9288 2 жыл бұрын
বহুত সুন্দৰ , পৰিবেশন কৰাসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
@tarunsaikia7835
@tarunsaikia7835 2 жыл бұрын
অতি সুন্দৰ পৰিবেশন লৰা পিছেই পৰিব যেন লাগিছে,গতিকে সাৱধান হবৰ হল
@manassarma2854
@manassarma2854 2 жыл бұрын
বহুত ভাল লাগিল, সম্পুৰ্ণ বিহুটো দিয়াৰ বাবে ধন্যবাদ ৷ বিভিন্ন জনগোষ্ঠীৰ প্ৰদৰ্শনী বোৰ বহুত ভাল হৈছে ৷৷
@tumimukonubujila7137
@tumimukonubujila7137 2 жыл бұрын
এটি ভাল লগা হুচঁৰি দল।উজ্জ্বল ভৱিষ্যত কামনা কৰিলো জাতে আমাৰ সাংস্কৃতিৰ বজাই ৰখা।আৰু সম্পূৰ্ণ বিহুটো দিয়া বাবে ধন্যবাদ।
@rubihazarika7033
@rubihazarika7033 2 жыл бұрын
বহুত বহুত ধন্যবাদ। নাৰি শক্তি। 🙏🙏🙏
@dibbyajyotimoran3374
@dibbyajyotimoran3374 2 жыл бұрын
@@rubihazarika7033 together i
@jyotshnadevi6468
@jyotshnadevi6468 4 ай бұрын
Oha bosor January mahot ahiba amar North gauhatiloi Mathu mok logot loba baki moi korim
@jyotshnadevi6468
@jyotshnadevi6468 4 ай бұрын
Mor aitu pho no Phone koriba
@mamimahanta6312
@mamimahanta6312 2 жыл бұрын
সঁচাকৈ কবলৈ ভাষায়ে নাই অতি সুন্দৰ 🥰
@lalitborah4221
@lalitborah4221 2 жыл бұрын
অতি উত্তম বিহু প্ৰদশন , ভাল লাগিল ',তেঁও লোকৰ উজ্জল ভবিস্যত কামনা কৰিলো ।
@nikumonisaikia7461
@nikumonisaikia7461 2 жыл бұрын
Really , very nice, love and blessings to all of the group
@kongkonasarma612
@kongkonasarma612 2 жыл бұрын
সদাই ভালে থকা তোমালোক আশীৰ্বাদ কৰিছো🙏🙏🙏
@babulkalita7522
@babulkalita7522 2 жыл бұрын
আপোনাৰ কৃপাত বহু দিনৰ মূৰত এটা মনোমহা বিহু নাচ চালো, লৰাতকৈ বহু গূনে নিখুট ।আপোনালৈ ধন্যবাদ থাকিল ।
@india1157
@india1157 Жыл бұрын
Incredible performance.... It has proved that NOTHING IS IMPOSSIBLE for Assamese Girl ❤❤❤❤❤
@jogeswarhaloi3073
@jogeswarhaloi3073 4 ай бұрын
অতিশয় সুন্দৰ নিদৰ্শন, হুঁচৰি দেখা পাই আবেগিক হৈ পৰিছো ,এই পৰিকল্পনাৰ কৰিছিল তেওঁ লৈ মোৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছো,সমুহ দলৰ সদস্য সকললৈমোৰ হিয়া ভৰা। মৰম ও আশিৰবাদ। জোনালো ,ভগৱানে কৃপা কৰক,
@samriddhi5547
@samriddhi5547 2 жыл бұрын
ইমান ধুনীয়া বিহুজোৰা,, ভাল লাগিল
@pakhilaboro8738
@pakhilaboro8738 2 жыл бұрын
এওঁলোক আমাৰ তাতো হুঁচৰি মাৰিবলৈ আহিছিলে সচাকৈ খুব সুন্দৰকৈ নাচে👌👌
@SubhashSharma-iy3bz
@SubhashSharma-iy3bz 2 жыл бұрын
Very mind blowing Huchari keep it up always many 2 thanks narishakti 🙏🙏🙏
@monuranjankalita810
@monuranjankalita810 2 жыл бұрын
eman dhuniya husori moi jibonot pothombar dekhilu lorane suwali dhoriboke nuwari sokoluke all the best thank you joi hind
@subhashhazarika5509
@subhashhazarika5509 Жыл бұрын
বণ’নাৰ উদ্ধ’ত বুজাব নোৱাৰা অতি মনোৰম অসমীয়াৰ প্ৰাণৰ স্পন্দনস্বৰুপ এই বিহু নৃত্যটি ৷ জীৱনত বহু বিহুনৃত্য দেখিলো নিজেও নাচিলো কিন্তু এইটো সচাঁই অনন্য ৷ আচলতে ১১ মাহৰ আগৰ যদিও এই দলতিয়ে আৰু পৰোশোধিত কৰি এইবাৰ কলাক্ষেত্ৰত বিশ্বঅভিলেশ গঢ়িবলৈ য়োৱাৰ লগতে একক ভাবে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিবেশন কৰিব পৰা হলে অসমীয়াৰ সভ্যতা ,কলা সংস্কৃতিৰ প্ৰাচুয্য’ কিমান জগতে জানিল হেতেঁন ৷ সি জিকি নহওক , পুৰুষ বেশধাৰী বিহুৱা দলটিৰ ঢ়োল বাদন আৰু নৃত্য তুলনাবিহীন ৷ তেওঁলোকলৈ মোৰ শত নমস্কাৰ ৷ বিহুৱতীকেইগৰাকীও কোনো কম নহয় ৷ এই video টো কিবা প্ৰকাৰে বিশেষভাবে internationalised কৰিব পৰিলে অতি ভাল হয় লগতে ঢ়োল পেপা গগনাৰ এক সম্যক বাখ্যা দি বিহুগীতবোৰৰ ইংৰাজী তজ্জ’মাৰে subtitled কৰি দিব পাৰিলে অনাঅসমীয়াই ইয়াৰ ৰস পান কৰিব পাৰিব ৷ আৰু এটা কথা - এইটো হুচৰি যেন নালাগিল ৷ এইটো এটা বিহুনৃত্যহে আৰু নাচনীৰটো আধুনিকৰন কৰা হৈছে ৷ 🙏🙏💐🌺
@achiyakhatun1091
@achiyakhatun1091 2 жыл бұрын
দলটিয়ে পুৰণি হেৰাই যাব খোজা বিহুৰ কিছুমান মূল্যবান স্মৃতি সংগ্ৰহ কৰিছে বহুত ভাল লাগিল । বাঃ শিৱসাগৰ হুঁচৰি ।বৰ্তমান বাংগালোৰৰ পৰা ।
@priyojonorbandhun
@priyojonorbandhun 4 ай бұрын
তোমালোক দলটিৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাঁচিলো।খুব সুন্দৰ উপস্থাপন কৰিছা ।তোমালোকৰ দলটিয়ে বিদেশলৈ গৈ অসমৰ গৌৰৱ কঢ়িয়াই আনিবা।সকলোলৈকে মোৰফালৰপৰা আৰ্শীবাদ যাঁচিলো।🙏❤️🙏🎉
@ujjalkumardas2615
@ujjalkumardas2615 2 жыл бұрын
Our feeling Bihu . Our emotion Bihu Xosai abegik kori dile , Bahut dhunia hoise keep it up
@kiranbor3316
@kiranbor3316 Жыл бұрын
Very good aagoloiu ane dore aagbahi juwa aahirbad korisu
@nirupomaborpatra977
@nirupomaborpatra977 2 жыл бұрын
Are Aguai jua Bohut Dhanyabad.
@sanjayborah-kb5zi
@sanjayborah-kb5zi 5 ай бұрын
Bohut dhuniya lagise❤❤❤
@anjaligogoi-tn6xx
@anjaligogoi-tn6xx 5 ай бұрын
সঁচাই অতি মনোমোহা, তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@HariCharanKalita-fu8kt
@HariCharanKalita-fu8kt 4 ай бұрын
সকলো দিশতে অতি সুন্দৰ প্ৰদৰ্শন।
@bilahkonwar5865
@bilahkonwar5865 Жыл бұрын
সুন্দৰ হৈছে অসমীয়াৰ এইয়া গৌৰৱ আমাৰ অসমীয়া জাতি সছা প্ৰতিভা ধন্যবাদ আৰু ভালহক
@amiyasaikia6639
@amiyasaikia6639 5 ай бұрын
সঁচাকৈ আপ্লুত হ'লো।মন মুহি নিয়া দেই।❤❤❤ আগুৱাই ৰাওক, সকলোকে অভিনন্দন জনাইছোঁ 🙏🙏
@user-rk9tp7gz4h
@user-rk9tp7gz4h 5 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@bijulidas6789
@bijulidas6789 5 ай бұрын
সুন্দৰ নাৰী শক্তি ইমান তকৈ বেছি আছে। ❤❤❤❤❤❤❤
@mainakolita501
@mainakolita501 2 жыл бұрын
Hosai dah mon sob jur pelai jua ajak husori dol khub val lagil sai😍
@bhabenpatar6058
@bhabenpatar6058 Жыл бұрын
Khsai bhutt vll lgise.... Aru aguwai juwa
@renuchoudhury5044
@renuchoudhury5044 4 ай бұрын
বহুত ভাল লাগিল ধন্যবাদ নাৰী শক্তি জিন্দাবাদ আগুৱাই গৈ থাকা আশীৰ্বাদ থাকিল ভগৱানৰ ওচৰত কৃষ্ণ ❤
@geetabarua3788
@geetabarua3788 2 жыл бұрын
Bohut bohut dhunia hoise.....nari shakti jindabad 🙏
@reetabegum3237
@reetabegum3237 4 ай бұрын
Wonderful group best wishes to all of you 🙏🙏🙏
@mridulbharali7284
@mridulbharali7284 2 жыл бұрын
এটাই শব্দ কব পাৰি ,অপূৰ্ব।
@kalpana8185
@kalpana8185 2 жыл бұрын
Khosakoi bohut val lagil.Ashirbad korilu tumalok aguai jua.
@shabnambegum1875
@shabnambegum1875 4 ай бұрын
Bohut bhal lagil bohut bohut xubhesa jonalu
@DipKumer-ld5sx
@DipKumer-ld5sx 5 ай бұрын
বহুত বহুত বহুত সুন্দৰ হৈছে
@bibhagogoi9292
@bibhagogoi9292 Жыл бұрын
কবলৈ কোনো ভাষা নাই । ইমান ধুনীয়া হুঁচৰি দল কি কৰিব নোৱাৰে মহিলাই । আৰু আগুৱাই যোৱা তোমালোক জিন্দাবাদ মহিলাৰ হুঁচৰি দল ।
@junudevikalita9454
@junudevikalita9454 5 ай бұрын
Ati sundar val lagise ❤👌👌👌👌
@mohanterang5709
@mohanterang5709 2 жыл бұрын
Bahut bahut bahut bhal lagise.. 👍👍👍👍👍 Agote ketia dekha nasilu. Hamuh Bihu husari doltik okhekh dhanyabad jonalu. Agoloi jate akou dekha paown.
@tarunhazarika5776
@tarunhazarika5776 Жыл бұрын
মৰমৰ বিহু দলটিলৈ হিয়াভৰা শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। অধিক আগ বাঢ়ি যোৱা। বৰ সুন্দৰ হৈছে তোমালোকৰ হুঁচৰি আৰু বিহুখন।
@rupalidutta4817
@rupalidutta4817 2 жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন, আৰু আগুৱাই যোৱা
@pinkidas114
@pinkidas114 2 жыл бұрын
Bohut dhuniya lagil suwli husori doll to Sai, eman hundor podorkhon korise..! 🥰🥰👍👍👍
@rupalikolitabhuya204
@rupalikolitabhuya204 4 ай бұрын
ভগৱানে আগুৱাই নিয়াৰ কামনা কৰিছো ❤❤
@mriduladas9481
@mriduladas9481 2 жыл бұрын
Bhut bhut val lagil.bihu sai moro bhut mon jai teneke nasibo.bhut val pawo bihu nasi aponaok aru aguway jawok tare kamona korilo.jai aai Assam 🙏🙏🙏🙏
@user-uv4kj9yh4u
@user-uv4kj9yh4u 4 ай бұрын
I really proud of all girls. Keep it up. All the best
@baijayanatiray9699
@baijayanatiray9699 5 ай бұрын
ইমানেই ধুনীয়া ❤
@ajitchandradas8924
@ajitchandradas8924 2 жыл бұрын
Bahut Bahut val lagil dei
@tinavlogs446
@tinavlogs446 Жыл бұрын
বহুত ধুনীয়া লাগিল চাই😍❤️
@jurimabora3330
@jurimabora3330 Жыл бұрын
Proud of you girls keep it up 🔥🔥🔥❤
@janmanitalukdar8054
@janmanitalukdar8054 2 жыл бұрын
Waooooo.... proud of you....... very nice.....team
@bijitsaikia1491
@bijitsaikia1491 2 жыл бұрын
অতি সুন্দৰ হৈছে,ক'বলৈ ভাষা নাই...... আটাইলৈকে হিয়াভৰা মৰম আৰু শুভেচ্ছা যাছিলো।
@ManuranjonGogoi1762
@ManuranjonGogoi1762 2 жыл бұрын
সচাঁকৈ বহুত ভাল‌ লাগিল।
@dipanjalidutta7375
@dipanjalidutta7375 2 жыл бұрын
কি,লিখিমভাষানাই
@NayanmoniKolita-bw4so
@NayanmoniKolita-bw4so 4 ай бұрын
অতি সুন্দৰ পৰিবেশন
@jyotismabharali1830
@jyotismabharali1830 Жыл бұрын
bohut val lagil sai,,bohut besi dhuniya
@ikondas8254
@ikondas8254 4 ай бұрын
বহুত বহুত বহত ভাল লাগিলে আমাৰ অসমীয়া বিহু দল ধধন্যবাদ 👌👌🙏🏼🌷👍❤নতুন বচৰতোত কুশলে পাৰ হঅক সকলৰে
@btsvdikshita8151
@btsvdikshita8151 2 жыл бұрын
Very naci xosai bohut val lagil sai tumalok jate aru aguai jua tare kamona korilu 👌😍❤️
@bashistadas6736
@bashistadas6736 2 жыл бұрын
bohute val lagil.ujjal vobissot kamona korilo.
@mamonibora6277
@mamonibora6277 2 жыл бұрын
আপোনালোক আৰু‌‌ আগুৱাই যাওক।আপোনালোকৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে।আপোনালোকলৈ আৰ্শীব্বাদ থাকিল।
@dpuzari664
@dpuzari664 5 ай бұрын
অতি ভাল লাগিছে৷চালে চাইয়ে থাকিবৰ মন যায়৷দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ৷আগবাঢি যাওক৷
@user-dl1rh2kf3l
@user-dl1rh2kf3l 4 ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন
@digantadas6023
@digantadas6023 5 ай бұрын
বহুত বহুত ভাল লাগিল ।❤❤❤❤❤❤🎉🎉🎉🎉❤❤❤❤
@archanakalita830
@archanakalita830 2 жыл бұрын
Great job girls... Aru aguwai jowa pisoloi jen amr fale bihut dekha paw....
@pranitasaikia8488
@pranitasaikia8488 5 ай бұрын
Bahut bahut dhuniya haise, narisakti jindabad
@doligogoi6701
@doligogoi6701 Жыл бұрын
বৰ সুন্দৰ হৈছে।
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 18 МЛН
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 13 МЛН
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 77 МЛН
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 18 МЛН