কটনৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে ক'ব বহু ভিতৰুৱা কথা

  Рет қаралды 31,840

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Күн бұрын

Пікірлер: 44
@RajAssam-uy9nl
@RajAssam-uy9nl 2 жыл бұрын
Bohut val lagil.....huvessa jonalu......
@hiranyarajkhowa4119
@hiranyarajkhowa4119 5 ай бұрын
অতি সুন্দৰ অনুষ্ঠান আৰু ৰিমলিমৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন ❤❤❤
@anjumonikakoti7250
@anjumonikakoti7250 2 жыл бұрын
ইমান সুন্দৰ বাৰ্তালাপ । মন্ত্ৰমুগ্ধ হৈ পৰিলো মেধাৱী ছাত্ৰীগৰাকীৰ সৰ্বতোভাৱে উৎকৰ্ষতা আৰু অগ্ৰগামী যাত্রাৰ বাবে আন্তৰিক শুভকামনা যাচিলোঁ ।
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 2 жыл бұрын
Nice👌👌👌
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 2 жыл бұрын
খুব ভাল লাগিল👏🏻👏🏻❤️❤️
@sangeetadassaikia3969
@sangeetadassaikia3969 2 жыл бұрын
Bahhut bhal lagil.
@chandramahandique7386
@chandramahandique7386 2 жыл бұрын
বৰ সুন্দৰ বাৰ্তালাপ , ভাল লাগিল। মেধাৱী ছাত্ৰী গৰাকীলৈ আন্তৰিক শুভ কামনা থাকিল ।
@jayantasonowal5243
@jayantasonowal5243 2 жыл бұрын
Bohut val lagile kothabur huni 💞
@deniananya826
@deniananya826 2 жыл бұрын
বৰ ভাল লাগিল। ৰিমলিমৰ সাক্ষাৎ সুন্দৰ হৈছে। বহু ধন্যবাদ।
@BishalDas-cd7sf
@BishalDas-cd7sf 2 жыл бұрын
Bhut vaal lagil
@tutuborah4801
@tutuborah4801 2 жыл бұрын
সুন্দৰ কথোপকথন। ৰিমলিমৰ ভৱিষ্যত জীৱন সুন্দৰ হওক
@sushilkonwar7012
@sushilkonwar7012 2 жыл бұрын
অসমৰ সন্মানীয় উচ্ছ শিক্ষা অনুস্থান কটন কলেজ । যদি এখন নাম জলা শিক্ষা অনুস্থানত পঢ়াৰ সুবিধা লাভ কৰে, নিজকে গৌৰৱ অনুভৱ হয় । আমাৰ ছোৱালী বিলাকে যি কোনো ক্ষেত্ৰত পাৰৰ্দশীতা দেখূৱাব পাৰিছে । ইয়াতে কথা হল নিজকে সংযত্নে আগ বঢ়াই নিব লাগিব । সেই ক্ষেত্ৰত সফল হব পাৰিলে ভাল ফল নিশ্চয় পাব । ধন্যবাদ ৰিম জিম ভূঞাঁ তোমাৰ ভৱিষ্যত উন্নতি কামনা কৰিলো । লগতে এনে ভিডিঅ দৰ্শকৰ বাবে আগবঢ়োৱা কাৰণে ।
@binagohain9329
@binagohain9329 2 жыл бұрын
Vl lagil apuner kotha bilak huni
@ranjumonibora5588
@ranjumonibora5588 2 жыл бұрын
ইমান সুন্দৰ বাৰ্তালাপ 🌹🙏 বহুত বহুত শুভকামনা জনাইছো দেই
@karabidutta1418
@karabidutta1418 2 жыл бұрын
খুব সুন্দৰ বাৰ্তালাপ। ৰিমলিম(বনু) তোমালৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ থাকিল। আগুৱাই যোৱা ।
@pinkidutta5031
@pinkidutta5031 2 жыл бұрын
খুব সুন্দৰ বাৰ্তালাপ।শুনি আপ্লুত হ'লোঁ আৰু বহুত কথা জানিব পাৰিলোঁ।
@Ishanborah5678
@Ishanborah5678 2 жыл бұрын
সাক্ষাৎকাৰটি যথেষ্ট ভাল লাগিল, ৰিমলি কথনভঙ্গী বৰ সুন্দৰ । মেধাৱী ছাত্ৰী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
@rashmigogoi5076
@rashmigogoi5076 2 жыл бұрын
বহুত ভাল লাগিল ,ৰিমলিলৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ 😘💐
@chinmoy1839
@chinmoy1839 2 жыл бұрын
খুব ভাল লাগিল দাদা 💕🙏💕
@mayuridas4157
@mayuridas4157 2 жыл бұрын
Nice show
@babitatamuliborah7986
@babitatamuliborah7986 2 жыл бұрын
বৰ মনপৰশা কথা বাৰ্তা। বহুত ভাল লাগিল ভিডিঅ'টো। M N D P হোষ্টেলৰ বাসিন্দা হৈ আমাৰ বৰপুত্ৰইও কটনিয়ান হিচাপে গ্ৰেজুৱেচন কমপ্লিট কৰিছে এই খন ঐতিহ্য মণ্ডিত মহাবিদ্যালয়ৰ পৰা। বহু খিনি কথা পুত্ৰৰ জৰিয়তে কটনৰ কথা জানিব পাৰিছিলো।আজি আকৌ সুন্দৰ ভিডিঅ'টো চাই আপ্লুত হ'লো।
@rupanjalidutta8159
@rupanjalidutta8159 2 жыл бұрын
ভাল লাগিল
@SOMOLOY
@SOMOLOY 2 жыл бұрын
ভাল সাক্ষাৎকাৰ।
@pritirekhasaudkakoty9571
@pritirekhasaudkakoty9571 2 жыл бұрын
বৰ ভাল লাগিল।ৰিমৰিমলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
@malobikagogoi8727
@malobikagogoi8727 2 жыл бұрын
বৰ ভাল লাগিল।ৰিমলিমৰ বাবে শুভ কামনা জনাইছোঁ।
@kabitabhuyan9507
@kabitabhuyan9507 2 жыл бұрын
আমাৰ কনমাণি জনী ❤️❤️ দুয়োৰে কথোপকথন বৰ ভাল লাগিল । তোমালৈ শুভকামনা সদায়েই আছে ।আগুৱাই যোৱা তোমাৰ নিৰ্দিষ্ট লক্ষ্যত 👍❤️
@debikaborpujari6748
@debikaborpujari6748 2 жыл бұрын
বৰ ভাল লাগিল। মই নিজেও বহু যুগৰ আগৰ কটনিয়ান আছিলো। আমাৰ দিনত অকাশলংঘা নম্বৰৰ প্ৰয়োজন নাছিল বাবে হয়তো চিট পাইছিলো 😊 মেধাবী ছাত্ৰী গৰাকীলৈ শুভেচ্ছা থাকিল।
@monishagogoi4596
@monishagogoi4596 2 жыл бұрын
বহুত ভাল লাগিল
@bharotihazarika5468
@bharotihazarika5468 2 жыл бұрын
remli bar kotha bur eman val loga❤️❤️
@anjalibaruah7669
@anjalibaruah7669 2 жыл бұрын
বহুত ভাল লাগিল ৰিমলি💖আৰু আগবাঢ়ি যোৱা, আমাৰ আশীর্বাদ সদায় আছে তোমাৰ লগত 🥰
@bhanuprovaboruah8810
@bhanuprovaboruah8810 2 жыл бұрын
God bleash you.
@gyanashreekalita4978
@gyanashreekalita4978 2 жыл бұрын
Rim ba you are just awesome ❤
@nayanadevi1238
@nayanadevi1238 2 жыл бұрын
আৱেগ✨️❤️
@akashdeepkalita2785
@akashdeepkalita2785 2 жыл бұрын
Big Fan Ma'am
@ritakalita6066
@ritakalita6066 2 жыл бұрын
বহুত ভাল লাগিল ❤️
@naniboruah5295
@naniboruah5295 2 жыл бұрын
অতি সুন্দৰ
@saratmedhi3923
@saratmedhi3923 2 жыл бұрын
ভাল লাগিছে ,এসম‌ৰ কটনিয়ন আছিলোঁ । সেই বাবেই হয়তো বহু কথাই আজি মনলৈ আহিছে , ভাল লাগিছে । ৰিমলিনালৈ শুভেচ্ছা জনালোঁ ।
@moonborakonwar9441
@moonborakonwar9441 2 жыл бұрын
Val lagil ..2maloi huvesa thakil
@mintuchetia5109
@mintuchetia5109 2 жыл бұрын
Same class....Same major😍
@bgdimensions8378
@bgdimensions8378 2 жыл бұрын
কথাখিনি জানিবলৈ পায় ভাল লাগিলে
@xormadarsuali
@xormadarsuali 2 жыл бұрын
Amar Rimlim baa ako❤️❤️🦋
@saradasaikia4649
@saradasaikia4649 2 жыл бұрын
ভাল লাগিল
@Sarthak_0680
@Sarthak_0680 2 жыл бұрын
বহুত ভাল লাগিল
@tikumoni2145
@tikumoni2145 2 жыл бұрын
Bahut val lagise
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 16 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,9 МЛН
Puoti Tora Today Episode | Puoti Tora Assamese Serial
26:34
Smile with me
Рет қаралды 8 М.
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН