কণ্ঠৰ যাদুৰে চমক সৃষ্টি কৰিবলৈ আজলি নবৌ আজি TIME8-ত

  Рет қаралды 394,370

TIME8 News

TIME8 News

Күн бұрын

Пікірлер: 647
@nayanjyotinath2786
@nayanjyotinath2786 4 жыл бұрын
ইমান এটা সুন্দৰ কন্ঠৰ অধিকাৰী । আগুৱাই যাবলৈ এটা ভাল প্লেটফৰ্মৰ দৰকাৰ । অসমৰ আৰু চুকে-কোণে এনেকুৱা বহুতো প্ৰতিভা লুকাই আছে । এই ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ বা ইলেকট্ৰনিক মাধ্যমৰ ভূমিকা বহুতেই গুৰুত্বপূৰ্ণ ।
@minulali6806
@minulali6806 4 жыл бұрын
Mojaa hoise
@rahulkalita4327
@rahulkalita4327 4 жыл бұрын
Very very nice
@rkengineer5696
@rkengineer5696 4 жыл бұрын
শুনি চাবচোন ভাইkzbin.info/www/bejne/r3W1c6uOgd2qY9U
@renutalukdar9367
@renutalukdar9367 9 ай бұрын
​@@rahulkalita4327very
@sormisthababy7740
@sormisthababy7740 4 жыл бұрын
বহুত ভাল লাগিল । টাইম ৮ ক ভাল পাইছো, এনেকৈ খুবিধা দিয়া বাবে।
@purabibarman276
@purabibarman276 4 жыл бұрын
সুবিধা
@rkengineer5696
@rkengineer5696 4 жыл бұрын
শুনি চাবচোন ভাইkzbin.info/www/bejne/r3W1c6uOgd2qY9U
@nayanmonihazarika4139
@nayanmonihazarika4139 4 жыл бұрын
সুন্দৰ কণ্ঠৰ অধিকাৰী সুনিতা পাটৰ। ভাল লাগিল তেওঁ পৰিবেশন কৰা গীত সমূহ চাই। লগতে ভাল লাগিল anchorman গৰাকীয়ে সহজ সৰল মহিলা গৰাকীক আৰম্ভণিৰ পৰা শেষলৈ তেওঁ গম নোপোৱাকৈ মানসিক ভাবে প্ৰস্তুত কৰি থকা পদ্ধতিক। ধন্যবাদ TIME 8 ।
@nuilsangrang7775
@nuilsangrang7775 4 жыл бұрын
বহুত ধুনীয়া লাগিছে খুৰীৰ সুৰটো 👌👌👌আশা থাকিল যাতে কিবা পৰিণত হয ।সকলোৱে আশীৰ্বাদ কৰক
@KHAGENKDVlog
@KHAGENKDVlog 4 жыл бұрын
সুন্দৰ...সুৰৰ তুলনা নাই...👌👌👌👍👍👍
@rameshbodosha2446
@rameshbodosha2446 3 жыл бұрын
Active madam. Super se bi upper hai.
@user-sn2yc8co2w
@user-sn2yc8co2w 4 жыл бұрын
খুব সুন্দৰ কন্ঠ। বাইদেউ আপোনাৰ উজ্বল ভৱিষ্যত কামণা কৰিছো। লগতে আপোনাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো বাইদেউ।
@narayannath5035
@narayannath5035 4 жыл бұрын
নবৌৰ পতি স্বধ্যা ভক্তি মৰম আৰু প্ৰতিভাৰ পতি সন্মান জাছিলো।
@dristiroy3768
@dristiroy3768 4 жыл бұрын
সুনীতা নবৌক মই প্ৰথমতে পাতৰ ডাঙৰীয়াৰ জৰিয়তে গীত শুনিছিলো আজিও শুনি আছো বৰ ভাল লাগে সুনীতা নবৌৰকন্ঠস্বৰ । মাথো তেওক এখন platform ৰ দৰ্কাৰ ।তেওক অকন সুযোগ দিয়ক.
@buluborah4646
@buluborah4646 9 ай бұрын
অতিএ😮 সুন্দৰ লাগিছে কণ্ঠ অতি সুন্দৰ। পৰমেশ্বৰে কৃপাকৰক আপোনাৰ কণ্ঠ নিগৰাইছে
@minudamubordoloi9092
@minudamubordoloi9092 4 жыл бұрын
আমাৰ মৰিগাঁও জিলাৰ হয় আজলী নবৌৰ.... ইমান ধুনীয়া সুৰ❤❤
@jugitawalipawe2340
@jugitawalipawe2340 4 жыл бұрын
বাইদেউ আপোনাৰ সুৰ কি যে মধুৰ ৷
@purabibarman276
@purabibarman276 4 жыл бұрын
আও । 🤭🤭 হিহিহি ।
@purabibarman276
@purabibarman276 4 жыл бұрын
💓💓💓💓💓
@pulakrabha2759
@pulakrabha2759 4 жыл бұрын
বহুত ধুনীয়া কণ্ঠ আৰু যাতে ডাঙৰ ডাঙৰ লগত এদিন গান গাব পাই
@rakeshmistry6866
@rakeshmistry6866 3 жыл бұрын
So sweet song Sunita baideo, aru ag barhok ami huniboloi bat sai thakim.
@pbcfunnyvideo733
@pbcfunnyvideo733 4 жыл бұрын
এনেকোৱা শিল্পীৰ গান আমি ভাইৰাল কৰিব লাগে। ৰানু মন্ডলৰ গান যেনেদৰে ভাইৰাল কৰিছিল সকলো অসমৰ মানুহে
@ratulkalita149
@ratulkalita149 4 жыл бұрын
Ai saraswatir kripa dristi porise.Ai laksmir ason hoi porok eye prarthona.
@jingkuofficial6422
@jingkuofficial6422 3 жыл бұрын
Amar usr gaonre .bou khub vl lgise apunak...kt lukai ase iman dine
@dipankarsonowal2314
@dipankarsonowal2314 4 жыл бұрын
কণ্ঠটো আমাৰ বৰ্তমানৰ তথাকথিত বহু গায়ক-গায়ীকাত কৈ সুমধুৰ। অলপ ৰিৱাজৰ প্ৰয়োজন। শুভেচ্ছা থাকিল।
@pbcfunnyvideo733
@pbcfunnyvideo733 4 жыл бұрын
ইমান ধুনীয়া এটা কন্ঠ আৰু কিছুমান হাৰামি মানুহে dislike কৰিছে।
@manjusaikia5444
@manjusaikia5444 4 жыл бұрын
আমাৰ মৰিগাঁও জিলাৰ হয়।We proud of you..
@nijumonidas8401
@nijumonidas8401 4 жыл бұрын
Anusthan tu sai val lagil. Nobou konthotu subei dhuniya. Apuni aru agbahi jaok tare kamona korisu.
@bikidas1476
@bikidas1476 4 жыл бұрын
ইমান ধুনীয়া সোৰ টো !!মন চুই গৈছে আপোনাৰ গীতটি সুনি 👌👌👌👌👌👌👌👌👌👌👌👌
@chitraranjanbori293
@chitraranjanbori293 4 жыл бұрын
অংকিতা আপনাৰ কথা কোৱাৰ style টো বৰ ধুনীয়া লাগে বৰ গহীন।
@bananichakravarty43
@bananichakravarty43 4 жыл бұрын
Oti xundar kanthar adhikari,bahut xubheswa gyapon korilo. Aru agbarhi jaok tekhet
@mydreamssk9330
@mydreamssk9330 4 жыл бұрын
Time 8 লৈ ধন্যবাদ সুনিতা বৌক আমাৰ লগত পৰিচয় কৰাই দিয়াৰ বাবে।
@brajensarma8130
@brajensarma8130 4 жыл бұрын
সুমধুৰ কণ্ঠ । আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ লগতে আপোনাৰ প্ৰতিভাক স্বীকৃতি দিয়া বিকাশ পাটৰক ধন্যবাদ জনালোঁ ।
@labanyabhuyan9264
@labanyabhuyan9264 4 жыл бұрын
ইমান সুন্দৰ কণ্ঠ। ইমান স্পষ্টকৈ গান গায়। বহুত ভাল লাগিছে। আগবাঢ়ি যাওক, শুভেচ্ছা থাকিল।
@runjunchetiarumichetia4287
@runjunchetiarumichetia4287 4 жыл бұрын
Waw mojja song
@chintuchamua6148
@chintuchamua6148 4 жыл бұрын
বাইদেওলৈ বহুত বহুত শুভেচ্ছা থাকিল ,গীতৰ জগতলৈ,
@A_D538
@A_D538 4 жыл бұрын
এগৰাকী মাতৃয়ে সকলো কৰিব পাৰে
@tutupegu2346
@tutupegu2346 4 жыл бұрын
Sunita ba bohut dhuniya konta, isore aapunaak aakirbaat korok aaguhaay jaaboloy.
@nityaborah5789
@nityaborah5789 Жыл бұрын
বঢ়িয়া।
@mydreamssk9330
@mydreamssk9330 4 жыл бұрын
আচুৰ্য দা আৰু গীতালি বাই কিবা অফাৰ দিব বুলি ভাবিছিলো। কিন্তু নিদিলে। কি কাৰণে নিদিলে সেইটো বাৰু নাজানো। তথাপিও আশা কৰিছিলো। কিন্তু সীমান্ত শেখৰ দা আপোনালৈ ধন্যবাদ সুনিতা বৌক অফাৰ কৰা বাবে।
@dhanjyotigogoi88
@dhanjyotigogoi88 4 жыл бұрын
বাইদেউ,, আপুনি সুন্দৰ কণ্ঠৰ অধিকাৰী।আপুনি আগোৱাই যাওক, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। জয় আই অসম।।ডিব্ৰুগড়ৰ পৰা#
@aleyakhan5315
@aleyakhan5315 4 жыл бұрын
Bht vl lagise. Mur bht akha asile Tanaka gaan gam bhuli but family okhubida karone nuwarilu bhaidew apuni agwai jawk
@policefarmingleader8863
@policefarmingleader8863 4 жыл бұрын
সততা অাৰু একাগ্ৰতা থাকিলে সাফাল্যতাই এদিন নিজে নিজে ধৰা দিয়ে । এইয়ে তাৰ প্ৰমান ......। এনেদৰে প্ৰচেষ্টা চলাই যাওক অাৰু অাগুৱাই যাওক তাকেই কামনা কৰিছোঁ ।
@prajendewri157
@prajendewri157 4 жыл бұрын
বহুত বহুত ভাল লাগিল সুনিতা বৌৰ গীত শুনি ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো কুশলে ৰাখক আৰু আগলৈ বহুতোধুনিয়া গীত শুনিব লৈ আশা ৰাখিছো
@rkengineer5696
@rkengineer5696 4 жыл бұрын
শুনি চাবচোন ভাইkzbin.info/www/bejne/r3W1c6uOgd2qY9U
@welding9313
@welding9313 4 жыл бұрын
সঁচাই কবলৈ ভাষা নাই ইমান সুন্দৰ কণ্ঠ ।আগুৱাই যোৱাৰ কামনা কৰিলোঁ।।।।
@madhusmita8173
@madhusmita8173 4 жыл бұрын
Hosake khub xund or aawaj.bhal lagil.gun keita xuni.
@mxdigiinfo
@mxdigiinfo 4 жыл бұрын
সুন্দৰ , আজলী নবৌ👋 আপোনাৰ কন্ঠ সচাই সুৰীয়া 🤗
@nabajyotiuzir5959
@nabajyotiuzir5959 4 жыл бұрын
আজলী বৌৰ কন্ঠ শুনিলে শুনি থাকিবলৈ মন যায়। আশা কৰিছো আৰু এনেদৰে বহুতো গান শুনিবলৈ পাম। ভগবানে আজলী বৌক ভালে ৰাখক।
@rkengineer5696
@rkengineer5696 4 жыл бұрын
শুনি চাবচোন ভাইkzbin.info/www/bejne/r3W1c6uOgd2qY9U
@pinkumonidas7366
@pinkumonidas7366 4 жыл бұрын
সুন্দৰ আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ
@pranabjyotihazarika7145
@pranabjyotihazarika7145 4 жыл бұрын
সীমান্ত দাৰ নতুন গানত চুমিতা বাইদেউৰ কন্ঠ শুনিবলৈ আশাৰে বাদ চাই ৰলো । লগতে সীমান্ত দা ক ধন্যবাদ জনালোঁ ।
@rkengineer5696
@rkengineer5696 4 жыл бұрын
kzbin.info/www/bejne/r3W1c6uOgd2qY9U
@rkengineer5696
@rkengineer5696 4 жыл бұрын
শুনি চাবচোন ভাই
@g.p.dihingia9882
@g.p.dihingia9882 4 жыл бұрын
গীত শুনি সঁচাকৈ বহুত ভাল লাগিল ধন্যবাদ
@rokylimbuvlogs8954
@rokylimbuvlogs8954 4 жыл бұрын
Such a beautiful voice, after heard her voice I got calm in my bottom of heart Hope ,we will more expect from her such a great talent .keep it up Sunita bow❣️
@dipakbora4867
@dipakbora4867 9 ай бұрын
Super singer in assam best of luck.
@papuproduction9432
@papuproduction9432 4 жыл бұрын
বাইদেউ আপুনি ইমান ধুনীয়া কৈ গীত গাৱ যানে। হয়টো সেই লাইভটো নাহিলা হয়। তেতিয়া হয়টো আমি আপোনাৰ প্ৰতিভা কেতিয়াও নুশুনিলো হয়।সছাই আপোনাৰ কন্ঠত যাদু আছে। আপুনি এনেকৈ আগবাঢ়ি যোৱা। আপোনাৰ গীত সদাই শুনিৱ বিচাৰোঁ।
@mridulabora6528
@mridulabora6528 4 жыл бұрын
লুকাই থকা এটি সুপ্ত প্ৰতিভা। বৰ সুন্দর।
@user-vp3gs3qx7g
@user-vp3gs3qx7g 4 жыл бұрын
বহুত বহুত ধন্যবাদ Time8 , Dislikeদিয়াবোৰ চকু চৰহা !
@ghanakantadas8289
@ghanakantadas8289 4 жыл бұрын
এনে লুকাই থকা সম্পদ পোহৰলৈ আনি ৰাইজৰ মাজত প্ৰচাৰ কৰা বাবে News18 লৈ অশেষ ধন্যবাদ। লগতে সুনিতা পাতৰ বাইদেউ লৈ ভৱিষ্যত আগবাঢ়ি যোৱাৰ আৰ্শীবাদ যাচিলো।
@manikasom3552
@manikasom3552 4 жыл бұрын
Oti hundor..mitha kontho. Apuni aaguwai jauk.
@mamugogoimamugogoi210
@mamugogoimamugogoi210 4 жыл бұрын
ইমান সুন্দৰ কণ্ঠ ।শুনি কোনে বেয়া পাইছে বাৰু।dislike দিছে।
@MKR1009
@MKR1009 4 жыл бұрын
"পদুম ফুল বোকাতহে ফুলে"--ৰাইজে আঁদৰি লৈছে তেওঁৰ সুৰীয়া কণ্ঠক ৷ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷
@simantonath9513
@simantonath9513 4 жыл бұрын
Bhut Val lagise ba apunar khuria Kantha . apunar pritivai apuni aguai jauk. God bless you.
@paragchutia7577
@paragchutia7577 4 жыл бұрын
Moja ki modhur kontho aaguwai jok ba best of luck.
@gautambaruah9504
@gautambaruah9504 4 жыл бұрын
আপোনাৰ ভবিষ্যত জীৱন আগুৱাই যোৱাৰ শুভ কামনা কৰিলো।
@aditsangmaaditsangma2617
@aditsangmaaditsangma2617 4 жыл бұрын
Baido a polar ganor hurtu eman val hoise hei karone bohud bohud dhinobad
@sormisthababy7740
@sormisthababy7740 4 жыл бұрын
Time 8 k thank you bohut bohut. anekoi khilpik aguwai niyar karone. bohut dhunia baidew.
@bbora2100
@bbora2100 4 жыл бұрын
Val lagil Baidow gaan huni aagoloi aru aupna gaan hunibor karane akha thkil.. 👌👌👌👌 time8 to loiu dhoyabad
@moongam5127
@moongam5127 4 жыл бұрын
Hahi hahi Kotha kuva tu khubey bhal lagil.
@binanpegu5005
@binanpegu5005 4 жыл бұрын
moi dergaor pora koyso naboroli mur pora hobesa jonalo nabo himan duniya lagise himan duniyake gan to gay aru horto himan duniya ke gay🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@diprajgogoi2578
@diprajgogoi2578 4 жыл бұрын
অতি সুন্দৰ কণ্ঠ আগুৱাই যাওক তাৰে কামনা কৰিছো।
@rajubarmanofficial1394
@rajubarmanofficial1394 4 жыл бұрын
সুনীতা বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক, ধুনীয়া লাগিছে বুজাবলৈ থান ভাষাৰে
@pranabjyotihazarika7145
@pranabjyotihazarika7145 4 жыл бұрын
Time 8 ৰ এনে অনুষ্ঠান ৰ বাবে শলাগ লৈছোঁ । বাইদেউ গৰাকীৰ যাদুকৰী কণ্ঠে সঁচাই আপ্লুত কৰিছে । youtub ত বাইদেউৰ গীত বিচাৰি বিচাৰি শুনিছোঁ পৰাটো চেনেলৰ । বহুত ভাল লাগিল কণ্ঠ । বাইদেউৰ কণ্ঠত অনাগত দিনত নতুন নতুন গান শুনিবলৈ পাম বুলি আশা কৰিছোঁ
@abhijitsarma4429
@abhijitsarma4429 4 жыл бұрын
সুন্দৰ গাইছে ।শুভেস্বা থাকিল।
@arupborah840
@arupborah840 4 жыл бұрын
God bless you boo.apuni aguai juok.tare kamnare vogbanor usrt parthona krilu
@putulali7176
@putulali7176 3 жыл бұрын
ভগৱানৰ ওপৰত ভৰষা ৰাখি আগুৱাই জোৱাৰ আশা ৰাখিলো , ধন্যবাদ থাকিল
@jibandeka1993
@jibandeka1993 4 жыл бұрын
চিৰসেউজ গীতবোৰ আজলী নবৌৰ কণ্ঠত বেছি সুমধুৰ লাগিছে,
@padmadahal8754
@padmadahal8754 4 жыл бұрын
Bohut bohut dhuniya
@rubulnath3988
@rubulnath3988 4 жыл бұрын
emaan xundor kontho baa jonir apunar ujjal vabishot kamona korisu ...aapuni aguai jauk...
@digitalgmb4847
@digitalgmb4847 4 жыл бұрын
Mojaaaaaaa voice vl lagese agbahi jaok apuni
@milansonowal9037
@milansonowal9037 Жыл бұрын
সুমধুৰ কণ্ঠ
@JD-pe9di
@JD-pe9di 4 жыл бұрын
Outsatanding voice 👍👍👍
@jyotiraninath2882
@jyotiraninath2882 4 жыл бұрын
Boww bahut dhunia hoise
@funboxwithpinky9376
@funboxwithpinky9376 4 жыл бұрын
বহুত ধুনীয়া 👍
@janmonibora4725
@janmonibora4725 4 жыл бұрын
Good bless you ajoli nbow❤️❤️❤️👍👍
@misingrengamirroi7926
@misingrengamirroi7926 4 жыл бұрын
Waaoooo.... Pure and natural voice.. that comes out from a pure heart..
@kusumsaikia6658
@kusumsaikia6658 4 жыл бұрын
অনুষ্ঠানৰ শেষত গোৱা গীতটি শুনি বহুত বেছি ভাল লাগিল । ধন্যবাদ ।
@minakshibordoloi9961
@minakshibordoloi9961 4 жыл бұрын
মৰিগাঁওৰ হৈ গৌৰৱ অনুভৱ কৰিছো।বহুত ধুনিয়া আগুৱাই যাওক বাইদেউ।
@pareshdoley4670
@pareshdoley4670 4 жыл бұрын
Amazing voice. very nice 👌👌👌
@s.rcreation3492
@s.rcreation3492 4 жыл бұрын
প্ৰথম ময়ে চালু । ,,FRIST viewr and FRIST comennt
@BobiPhukan
@BobiPhukan 4 жыл бұрын
Baidewr gaan bahut val lagise dei apuni bahut dur aguai jauk
@pujarilimbu6322
@pujarilimbu6322 4 жыл бұрын
Dhuniya..git.lagise
@rahulsvlog8818
@rahulsvlog8818 4 жыл бұрын
Unlike দিয়া কেইটা পেট কপতিয়া হয়।
@anantanath9232
@anantanath9232 4 жыл бұрын
Right
@hindivlogs9693
@hindivlogs9693 4 жыл бұрын
AI keita manu nohoi goru hoi
@rajeshkolita165
@rajeshkolita165 4 жыл бұрын
Rigt
@bikiassam9773
@bikiassam9773 4 жыл бұрын
🤣
@rahulsvlog8818
@rahulsvlog8818 4 жыл бұрын
@@bikiassam9773 জীৱনত ভাল কাম কৰি পাইছ চকু চৰহা। হাঁহিব আহিছ। কাম বন নাই ফতুৱামি বাহিৰে কি দাল কৰিচ
@swarajkotoky730
@swarajkotoky730 4 жыл бұрын
সুন্দৰ কণ্ঠ ৷ জীৱন হওক সৌন্দৰ্যৰ সুগন্ধি ৷ কণ্ঠ ই জীৱনটোক এক নতুন মাত্ৰা পদান কৰিছে ৷ সাধনা অব্যাহত ৰাখিলে কণ্ঠই এদিন অসমৰ সংগীত জগতৰ গৌৰৱময় ভৱিষ্যত হ’ব ৷ সত্যম শিৱম সুন্দৰমৰ সাধনাত ব্ৰতি হওক ৷এজন সংগীত সাধকক গুৰু মানি গীত আৰু সুৰ সংগীতৰ ভিতৰুৱা কথাবোৰ শিকি লওক ৷দেখিব জীৱনৰ সৌন্দৰ্যই আপোনাক অসমী আইৰ বুকুত সেউজীয়া কৰি ৰাখিব ৷ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ঈশ্বৰে আপোনাক এটা বহুমূলীয়া কণ্ঠ দিছে ৷ কণ্ঠ টো সৎ ব্যৱহাৰৰ বাবে আপুনি জনপ্ৰিয়তাৰ প্ৰতি হেপাঁহ নকৰি এজন গুৰুৰ ওছৰত নিজকে আত্মসমৰ্পণ কৰক ৷ বৰ মৰম লগা দৰদী কণ্ঠ আপোনাৰ ৷ পৰামৰ্শ দিলোঁ ভূল নুবুজিব ৷কাৰন মোৰ সাংস্কৃতিক অভিজ্ঞতাৰ পৰা ক’লো ৷ আপোনাৰ সংগীত ভৱিষ্যত কামনাৰে আপোনালৈ সেৱা জনালোঁ ৷
@chandeswardas6627
@chandeswardas6627 3 жыл бұрын
Dhuniya Lagise beautiful
@sureshtoppo4130
@sureshtoppo4130 4 жыл бұрын
Thank you Time8 for giving her chance in your chanel... Really outstanding voice, I wishing that her dreams will come true...
@myrhymesmythought6346
@myrhymesmythought6346 4 жыл бұрын
Bor vaal lagil....aapunar hopun puron hobor kamona thakil....very beautiful voice.....thanks to time8 for bringing her on the stage...... great job mam....
@bindiadutta2592
@bindiadutta2592 4 жыл бұрын
ঐশ্বৰীক কন্ঠ বুকু কপি গৈছে বুকু হম হম গাওতে আগুৱাই যাওক বাইদেউ ,,সদায় শুনিবলৈ বিচাৰো আপোনাৰ কন্ঠ
@sabitasaikia7815
@sabitasaikia7815 4 жыл бұрын
বৰ ভাল লাগিল গীত কেইটি শুনি ।আগুৱাই যাওঁক , শুভেচ্ছা থাকিল
@akshkumr2156
@akshkumr2156 4 жыл бұрын
ভাল লাগিল খুপি
@jitukonch1384
@jitukonch1384 4 жыл бұрын
Bahut dhuniya...
@nalinideka9904
@nalinideka9904 4 жыл бұрын
খুব সুন্দৰ হৈছে । ভগবানে তেওঁক আগুৱাই জাবলৈ শক্তি দিয়ক
@bikibaro4918
@bikibaro4918 4 жыл бұрын
Eman hundor lage nohoi nobo r guwa gan bilak so amazing
@nirudutta6278
@nirudutta6278 Жыл бұрын
Apuni aaguwai jauk, thomoki norob, apunar utorutor Komona korilu. Niru Dutta.
@Baba-sl5kb
@Baba-sl5kb 4 жыл бұрын
Best of luck ajoli bow... Ru bhut dur aguwai jawk tarei kamona korilu...
@prabindoley3448
@prabindoley3448 2 жыл бұрын
Sumita patr baidew mojjjjja
@bimanchetia1266
@bimanchetia1266 4 жыл бұрын
অতি সুন্দৰ কণ্ঠ,লুনা সোণোৱাল বাৰ গানটি আপোনাৰ কণ্ঠত শুনি বৰ সুখী হলোঁ।
@dipaknath6927
@dipaknath6927 4 жыл бұрын
So Beautiful Singer
@amritgogoi5509
@amritgogoi5509 4 жыл бұрын
Kontha ganor bohutai Dhunia. Agbohai social media ai loi jaboloi anurudh korilu. iswara kripa korak
@himaniborgohain7340
@himaniborgohain7340 4 жыл бұрын
বাইদেউ,আপোনাৰ কণ্ঠ সৰস্বতী প্ৰদত্ত
@nabasaikia2062
@nabasaikia2062 4 жыл бұрын
God bless you and all the best
@jayantaphukan6960
@jayantaphukan6960 4 жыл бұрын
Hukhor soku pani boi gol 😭😭bhakha nai kanakoi untorik kamona koru.god bless you bow 🙏🙏🙏
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 121 МЛН
English or Spanish 🤣
00:16
GL Show
Рет қаралды 18 МЛН
EMEN MOROM // ZUBBEN GARG AND SUNITA PATOR // New SONG
4:29
Kanjyoti Creation
Рет қаралды 47 М.