📌কিয় ষ্টুডিঅ'ত হুকহুকাই কান্দিলে অভিয়ে?

  Рет қаралды 107,192

TIME8 Axom

TIME8 Axom

Күн бұрын

📌কিয় ষ্টুডিঅ'ত হুকহুকাই কান্দিলে অভিয়ে?
📌প্ৰৱল প্ৰতিভাধৰ অভি কাশ্য়পে যেতিয়া বাঁহী বজাই সমগ্ৰ শ্ৰোতা সমাজ মন্ত্ৰমুগ্ধ হয়
📌চাইনীজ বাঁহীকে ধৰি বিভিন্ন বাদ্য-যন্ত্ৰ বজাব পাৰে প্ৰতিভাৱান অভিয়ে
📌সুৰীয়া জীৱনটোৰ আঁৰত অভিৰ আছে কঠোৰ সংগ্ৰাম
📌দৰিদ্ৰতা নেওচি চলাই গৈছে সংগীতৰ চৰ্চা
📌মাক- আইতাকৰ সৈতে ভাৰাঘৰত থাকি অভিয়ে চলাইছে জীৱন সংগ্ৰাম
📌আৰ্থিক অনাটনৰ বাবেই থমকি ৰৈছে নেকি যোৰহাটৰ অভি?

Пікірлер: 344
@pallabihazarika730
@pallabihazarika730 Ай бұрын
হৃদয়ৰ পৰা শুভেচ্ছা জনাইছো তিক্ লো ❤❤❤
@praytasheeborah6980
@praytasheeborah6980 Ай бұрын
অভি ভগৱান তোমাৰ সহায় হওঁক।আৰু আগুৱাই যোৱা
@padmadhartalukdar8047
@padmadhartalukdar8047 Ай бұрын
বাবা, তোমাক ভগৱানে মংগল কৰিব। মইয়ো তোমাক আশীৰ্বাদ দিছো ,তোমাৰ উন্নতি হক।
@kamaswarsenchowa7310
@kamaswarsenchowa7310 Ай бұрын
অভি ভাইটি জনলৈ অভিনন্দন জনাইছোঁ, আৰু ভগৱানে কৃপা কৰক অভী আগুৱাই জাৱক!
@anjaligogoi786
@anjaligogoi786 Ай бұрын
সুন্দৰ ভাৱে আগুৱাই যোৱাত ভগৱানে সহায় কৰক। আৰ্শীবাদ তোমাৰ বাবে সদায়ে থাকিব।
@Kalpajyoti94
@Kalpajyoti94 Ай бұрын
এয়াই টো মানুহৰ ৰূপত ভগৱান ❤ আগুৱাই যোৱা কলিজা
@assamesecartoonsk7683
@assamesecartoonsk7683 Ай бұрын
😅😢😂❤😊nb 0:09
@AmalDas-rj6es
@AmalDas-rj6es Ай бұрын
ইয়াৰ পৰাই আশীৰ্বাদ কৰিছোঁ ভগৱানে সদায় ভালে ৰাখক তাৰেই কামনা কৰোঁ 🙏🙏🙏। এদিন ভাল মানুহ হবা
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf Ай бұрын
ভাইটিৰ দক্ষতা দেখি বহুত ভাল লাগিল আগলৈকে উজ্জল কামনা কৰিলো ভগৱানে তোমাক মঙ্গল কৰক
@tanujarsarkar5235
@tanujarsarkar5235 Ай бұрын
অভি তোমাৰ কবলৈ মোৰ ভাষা নাই ইমান ভাল লাগিছে
@animadeka4476
@animadeka4476 20 күн бұрын
১৪ বছৰ বয়সৰ ল,ৰাজনক যুৱক নুবুলি কিশোৰ বুলিলে ভাল লাগিব । অভিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
@sawpna.hazarika8849
@sawpna.hazarika8849 Ай бұрын
আঐ দেহি তোমাক ভগৱানে আৰু আগুৱাই নিয়ক আৰু।মৰম জনালোঁ।❤❤❤❤❤
@mridusmitagogoi377
@mridusmitagogoi377 Ай бұрын
সোণ তোমাক ভগৱানে কৃপা কৰক।
@gakulsaikia260
@gakulsaikia260 Ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন, কথাতেই কয় নহয়, অভাৱেই আৱিষ্কাৰৰ মূল। তুমি আগুৱাই যোৱা ভাইটী আমি সকলো আছোঁ তোমাৰ লগত।
@user-su4vt8ik5p
@user-su4vt8ik5p 9 күн бұрын
অভি তুমি আগবঢি় যোৱা আৰু পাৰিবা ভগবান তোমাক মঙল কৰিব তুমি তুমি পাৰিবা মা আৰু আইতা বুকুৰ কুতুম হবা। তোমৰ লক্ষণ আছে । তুমি আগবাঢ়ি যোৱা ভগৱানে আশীর্বাদ দিব পাৰিবা। ❤❤
@bireswardeka4968
@bireswardeka4968 Ай бұрын
Bohut agoloi jabo aguwai. God bless you
@nabajitchaliha8084
@nabajitchaliha8084 Ай бұрын
Proud of you Jorhat.maina good bless you ❤️
@user-xl7zl1eu4o
@user-xl7zl1eu4o Ай бұрын
অভি আগুৱাই যোৱা, God bless you
@bhabendeka3039
@bhabendeka3039 Ай бұрын
বহুত বহুত মৰম যাচিছো, ভগৱান তোমাৰ লগত সদায় থাকিব
@uttamashabora5439
@uttamashabora5439 6 күн бұрын
তোমালৈ বহুত মৰম আৰু আশীৰ্বাদ আছে বেটা । আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰক ।
@dadulbora9633
@dadulbora9633 Ай бұрын
অভি তুমি আমাৰ বোকাৰ পদুমফুল❤ প্ৰতিভা আচৰিত❤থমকি নৰৱা।
@hemantahazarika9715
@hemantahazarika9715 Ай бұрын
অসমৰ সম্পদ, এইজন ল'ৰাই এদিন ভাৰত জিনিব চাই থাকক, মই লিখি দিলো, ❤❤❤❤❤
@ramashrikalandi3434
@ramashrikalandi3434 22 күн бұрын
Thanks bro. Jai Radhe Radhe . God bless 🙏🎉🎉🎉🎉🎉🎉
@parimalflute9380
@parimalflute9380 Ай бұрын
অভি কাশ্যপ শৰ্মা ❤ proud of you....as always ❤
@krishnagogoi1657
@krishnagogoi1657 Ай бұрын
সুন্দৰ | ভাল লাগিল | তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ |
@diptimedhi9376
@diptimedhi9376 Ай бұрын
অভি উচ্চ শিখৰলৈ যোৱা । শুভকামনা জনালোঁ ।
@dipikadas2317
@dipikadas2317 Ай бұрын
আগুৱাই যোৱা সোণটো ভগৱানে তোমাক নিশ্চয় সহায় কৰিব ৷ ❤
@Pinuri2222
@Pinuri2222 Ай бұрын
Khub sundor ❤👍👌GOD❤🙏 Bless you ❤
@prasannanarayannath3555
@prasannanarayannath3555 Ай бұрын
Very good performance... Heartiest Welcome to You for your performance..... Thank you...👍🙏😁😀
@sanjibdas5042
@sanjibdas5042 Ай бұрын
❤❤❤ বহুত বহুত শুভকামনা জনাইছো । ভাল লাগিল।
@ramashrikalandi3434
@ramashrikalandi3434 22 күн бұрын
Nice fluit. MUSIC 🎶 very very good. Perform. Nice.jai shree krishna
@dhananjayboro-wh2gj
@dhananjayboro-wh2gj Ай бұрын
❤❤❤ অতি সুন্দৰ ❤❤❤ ভৱিষ্যত উজ্বল হৱক তাৰে কামনা কৰিলো
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 12 күн бұрын
খুব সুন্দৰ, তুমি আমাৰ গৌৰৱ, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ, ভগৱান সহায় হওঁক, তোমাৰ আকি থকা ছবিখন সম্পূৰ্ণ কৰি মাছৰহাট বৰনামঘৰত বৰ্তমান উচ্চৰ্গা কৰিলা।নৃসিংহ মূৰাৰিৰ কি অপূৰ্ব সৃষ্টি,তোমাৰ হাতৰ পৰশত প্ৰাণ পায় উঠিছে।ভালে থাকা সদায় 🙏🏻🙏🏻🙏🏻👏🏻👏🏻👏🏻👏🏻
@user-vx4rj5lu4w
@user-vx4rj5lu4w 18 күн бұрын
অভি বেটা আৰ্শীব্বাদ কৰিছো আগুৱাই যোৱা ।❤❤
@debendranathdeka3037
@debendranathdeka3037 19 күн бұрын
জীৱন বাটত ভগৱান সহায় হওঁক।
@Kajuriphukon-ww3ks
@Kajuriphukon-ww3ks 29 күн бұрын
ভগৱানে তোমাক শক্তি দিয়ক ভাইটি এনেদৰেই সদায় আগুৱাই যাবলৈ ❤️
@baruahjayantaofficialboy4175
@baruahjayantaofficialboy4175 Ай бұрын
অভি তুমি বহু দূৰ আগবাঢ়ি গৈ থকা যেন 😢❤😘😘😘😘❤❤❤❤😢
@user-hr6dn4pw7x
@user-hr6dn4pw7x 3 күн бұрын
Abhi aguwai juwa valke
@MIND216
@MIND216 Ай бұрын
Ashirbad korichu agbahi jwa.moina.Tumar maa tumar hahok...always be smile.❤❤❤❤❤😊😊
@MainaBora-zo2ey
@MainaBora-zo2ey Ай бұрын
অতি সুন্দৰ আৰু আগুৱাই যোৱা ❤️❤️
@user-jr3fb9ln2q
@user-jr3fb9ln2q 11 күн бұрын
অতিসুন্দৰ।ভগলানে তোমাক কুশলে ৰাখক মাইনা।কাৰো নজৰ নালাগক।
@bijayaborah6853
@bijayaborah6853 Ай бұрын
ইমান সুন্দৰ প্ৰতিভাৰ অধিকাৰী । অভি, ভগবানে তোমাক বহুত শক্তি দিয়ক । তোমাৰ মনৰ সকলো আশা, সকলো পৰিকল্পনা সফল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।
@PakhilaNath-k5p
@PakhilaNath-k5p 25 күн бұрын
ভগৱানে সহাই কৰক তোমাক 🎉🎉🎉
@parajitasaikia
@parajitasaikia 3 күн бұрын
আচলতে তুমি হয় কি হে মহাত্মান তোমাক সহস্ৰ প্ৰণাম । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ । ৰাম কৃষ্ণ ।।
@kamalakantanath2896
@kamalakantanath2896 26 күн бұрын
Avir protiva ati shundar.Bhagawane Mangal karak.Chaparmukh Nagaon.
@sarojinidutta5058
@sarojinidutta5058 Ай бұрын
ভৱিষ্যত উজ্জ্বল হওঁক তোমাৰ,ইমান সৰুতে সুন্দৰ প্ৰতিভাৰ গৰাকী,ভাল লাগিল
@mrinmoy50saikia79
@mrinmoy50saikia79 Ай бұрын
সুন্দৰ,❤❤❤
@puronpayeng7151
@puronpayeng7151 23 күн бұрын
অভি, তোমাৰ প্ৰতিভা দেখি বহুত ভাল লাগিল, আগুৱাই যোৱা বাটত নিশ্চয় কাবাক লগ পাবা ; ভগৱানে তোমাক মঙ্গল কৰক , তাৰে কামনাৰে..….❤❤❤
@rohiniborgohain7654
@rohiniborgohain7654 Ай бұрын
অভি কাশ্যপৰ বাবে আমাৰ আশীৰ্বাদ সদায়ে আছে আৰু থাকিব ।ভগৱানে কৃপা কৰক ।তোমাৰ সম্পুৰ্ন ঠিকনাটো পালে ভাল পাম ।
@user-ms7te6xb2o
@user-ms7te6xb2o 11 күн бұрын
Aguaai jua beta vogobaner tumake hohai koribo ❤❤❤
@monjuriborthakur2114
@monjuriborthakur2114 Ай бұрын
অতি সুন্দৰ অভি ❤❤ তুমি কেতিয়াও হতাশ নহবা । অভাৱ ৰ মাজত থাকিলেও তুমি বহুতো প্ৰতিভাৰ ধনী । তোমাৰ ভৱিষ্যত উজ্জ্বল হৈ জিলিকি উঠক তাৰে কামনা কৰিছো ।❤❤
@bharatihazarika5673
@bharatihazarika5673 29 күн бұрын
সদায় সৎপথত চলিবা অভি। ভগৱানে তোমাক প্ৰতিভাৰ আকৰ কৰি এই পৃথিৱীলৈ পঠাইছে। ভগৱানেই বাট দেখুৱাই নিব।হিয়াভৰা আশীৰ্বাদ থাকিল।
@NibaditaGayan
@NibaditaGayan 28 күн бұрын
অন্তৰ চুই গৈছে,হৃদয়ৰ পৰা আশীৰ্বাদ কৰিছো।
@chaobidyutchaobidyut7074
@chaobidyutchaobidyut7074 Ай бұрын
অভি আগুৱাই যোৱা আশীৰ্বাদ থাকিল❤❤
@moinagogoi475
@moinagogoi475 Ай бұрын
Gutei axomor babe edin gourov hobo ❤️🔥
@kiranbora6415
@kiranbora6415 27 күн бұрын
বহুত বহুত ধন্যবাদ আৰু লগতে আশীৰ্বাদ থাকিল!
@niradasharma418
@niradasharma418 25 күн бұрын
Bhagabanar osarat koti koti sewa janaiso
@alexchapatar8506
@alexchapatar8506 Ай бұрын
বৰ ভাল লাগিল শুনি।অভি তুমি আৰু আগুৱাই যোৱা।
@binukalita9738
@binukalita9738 Ай бұрын
আৰু আগুৱাই যোৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ
@padmadhartalukdar8047
@padmadhartalukdar8047 Ай бұрын
জুবিনে, পাৰিলে ল'ৰা জনক সহায় কৰক, মোৰ অনুৰোধ।
@biddyutgogoi-mx5jz
@biddyutgogoi-mx5jz 3 күн бұрын
Very very nice
@user-tz1kk3go2w
@user-tz1kk3go2w Ай бұрын
Owesome mind blowing ❤❤❤❤❤❤❤
@pankajsaikia5370
@pankajsaikia5370 5 күн бұрын
বহুত বহুত সুন্দৰ ❤❤❤
@Bitupon43
@Bitupon43 Ай бұрын
Agbarhi jua hodai 🙏🙏
@digantarabha7028
@digantarabha7028 Ай бұрын
বহুত ধূনীয়া । God help you.
@madanborah9015
@madanborah9015 Ай бұрын
খুব সুন্দৰ বহুত শুভেচ্ছা থাকিল
@user-vd5dg6ru9b
@user-vd5dg6ru9b 29 күн бұрын
God bless u beta
@user-ep2rt8zu1f
@user-ep2rt8zu1f Ай бұрын
ভগৱানে কৃপা কৰক অভী আগবাঢ়ি,জোৱা
@fluteljassamvlog1642
@fluteljassamvlog1642 9 күн бұрын
অতি সুন্দৰ ।আগুৱাই যোৱা ভাই
@BhobanigogoiBhobani
@BhobanigogoiBhobani 10 күн бұрын
Bhal lagil tumek. Very nice ❤
@buddhachoudhury3368
@buddhachoudhury3368 Ай бұрын
Bhaity tmk Jubeen daa taar teamot rakhibo.
@nayanmoni573
@nayanmoni573 Ай бұрын
সুন্দৰ abhi✨❣️
@nayanmoni573
@nayanmoni573 Ай бұрын
kzbin.infovRgVPdD5794?si=kg2yzeVdY6lRRKCN
@romiodas508-k4o
@romiodas508-k4o Ай бұрын
Zubeen da lgt milai diok dakhi bohut dukh lagise
@sewalichetia7005
@sewalichetia7005 29 күн бұрын
😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅 7:28 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅 8:46 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😊😊😊😊😊😊😊😊😊😊😊😅😅😅😅😊😊😊😊😊😊😅😅😅😊😊😊😅😅😊😊😊😅😅😊​@@nayanmoni573
@অসমীয়াসংস্কৃতি-শ১ধ
@অসমীয়াসংস্কৃতি-শ১ধ Ай бұрын
Tumi hiki thoka school khon kot ase please jonaba sun
@ritumonibordoloi822vid
@ritumonibordoloi822vid Ай бұрын
Bohut val aguwai juwa bhogobane kripa korok
@thaneswarsaikia1101
@thaneswarsaikia1101 5 күн бұрын
Very. Very. nice. Avi .Aguwai jowa. .
@deepalisaikia4852
@deepalisaikia4852 26 күн бұрын
Bohoooot v,al lagil vaiti❤❤ God bless u
@rinabora8773
@rinabora8773 27 күн бұрын
সুন্দৰ অতি সুন্দৰ আগুৱাই যোৱা ভগবানে সহায় কৰিব
@sukafadihingia9613
@sukafadihingia9613 27 күн бұрын
অসাধাৰণ প্ৰতিভা❤তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেহা❤
@user-tg6pz6kg8n
@user-tg6pz6kg8n Ай бұрын
অভি তোমালৈ আশীৰ্বাদ থাকিল আগুৱাই যোৱা ভগৱান তোমাৰ সহায় হ ওক । ❤❤❤❤
@SonkuSonku-q2b
@SonkuSonku-q2b 11 күн бұрын
Bohut val val
@minatimech4993
@minatimech4993 27 күн бұрын
ভগৱানৰ সহায় সদা,ই,থাকক,কৃষ্ণ কৃষ্ণ বাপ
@rulirekhabhuyan3768
@rulirekhabhuyan3768 Ай бұрын
বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ, ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰিলো।❤
@bhupengogoi1362
@bhupengogoi1362 17 күн бұрын
Kadii man beay nakareba Vaite💓
@dipikadas8032
@dipikadas8032 25 күн бұрын
Bohut val lagise tumi aguai jua
@moijoyshree6921
@moijoyshree6921 10 күн бұрын
Bhut dhunia🎉🎉🎉🎉
@assameseboy4449
@assameseboy4449 11 күн бұрын
বহুত সুন্দৰ ❤
@bubulsarmah1349
@bubulsarmah1349 24 күн бұрын
ভোলানাথ ক আৰাধনা কৰি আগোৱাই যোৱা লৈ যাববহুত দোৰলৈ🥰🙏
@porishmakbhorali6309
@porishmakbhorali6309 Ай бұрын
ভৱিষ্যত উজ্বল হওক অভি ৰ । দেউতা নাই বুলি দুখ নকৰিবা । এদিন সুখৰ দিন আহিব 🥰❤️❤️❤️
@jonalidevi554
@jonalidevi554 Ай бұрын
Bor sundor hose aguai jowa kusole rakhok
@user-qb1fu7kt9j
@user-qb1fu7kt9j 10 күн бұрын
Bohut vl hoise❤❤❤❤
@ReenaHansepi-y4v
@ReenaHansepi-y4v 27 күн бұрын
Aguwai juwa ahirbat korisu.
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Ай бұрын
বহুত ভাল লাগিছে অভি।god bless you
@RojoniProvaBoruah
@RojoniProvaBoruah 28 күн бұрын
সুন্দৰ। ভবিষ্যত উজ্বল হওঁক।❤❤❤যুৱক নকব। তেওঁ এটি শিশু।
@bhabanikakati8899
@bhabanikakati8899 27 күн бұрын
উজ্জ্বল হওক তোমাৰ ভবিষ্যৎ❤❤❤
@eashan.rajkonwar99
@eashan.rajkonwar99 23 күн бұрын
Baba tumak bhogobane aagbahi juwat hohai nichoi koribo.Adin tumi unnotir ussor xikhorot uthibor xokhom hoba.b
@mineswardapak2546
@mineswardapak2546 Ай бұрын
Anusthan bhag sai bohut bhal lagil.....❤❤❤❤❤
@gungunrajbangshi7552
@gungunrajbangshi7552 25 күн бұрын
God bless you abhi beta.best of luck ❤
@RimaBorah-ro8dm
@RimaBorah-ro8dm 27 күн бұрын
Val lagil❤❤❤❤❤
@UtpalHira-p2n
@UtpalHira-p2n Ай бұрын
Eshore mongol korok aaguyai juwa Zubeen da parile lora tuk aapunar logot rakhok
@karunagoswami4309
@karunagoswami4309 27 күн бұрын
অভি তোমলৈ অভিনন্দন জ্ঞাপন কৰিছো ভগবানে কৃপাকৰক মঙ্গল কৰক ভগবানলৈ প্ৰাৰ্থনা জনালোঁ লগতে পৰিয়ালক কৃপা কৰক।,🙏🙏💐💐💖💖 কৰুণা গোস্বামী চিপহা সত্ৰ কেতেকীবাৰী তেজপুৰ
@RinkiSaha-w7p
@RinkiSaha-w7p 26 күн бұрын
God bless u... Keep it up
@RupaDevi-k2h
@RupaDevi-k2h 5 күн бұрын
❤❤❤ very nice ❤❤❤ God bless you ❤❤❤
Новый уровень твоей сосиски
00:33
Кушать Хочу
Рет қаралды 1,4 МЛН
Violet Beauregarde Doll🫐
00:58
PIRANKA
Рет қаралды 52 МЛН
Electric Flying Bird with Hanging Wire Automatic for Ceiling Parrot
00:15
🚨 Media ৰ বাবে গাঁতৰ পৰা ওলাল চুমি!
10:00
Новый уровень твоей сосиски
00:33
Кушать Хочу
Рет қаралды 1,4 МЛН